কংগ্রেছত থকাৰ সময়ত মন্ত্রী পীয়ুষ হাজৰিকাক দলীয় টিকট প্রদান কৰিছিল কোনে?

Поділитися
Вставка
  • Опубліковано 28 гру 2024

КОМЕНТАРІ • 174

  • @probinkumarkakati6151
    @probinkumarkakati6151 2 місяці тому +96

    ৰকিবুলহুছেইন ডাঙৰীয়াই ঠিকেই কৈছে শুনিবলৈ আছহুৱা পাইছে সছা কথা কলে বেয়া লাগেই ।

  • @hemantamahanta5578
    @hemantamahanta5578 2 місяці тому +68

    হাজৰিকা ডাঙৰীয়া খাই পাতফলা মানুহ বুলি সকলোৱে এতিয়া বুজি পাইছে ।

    • @pikpik5931
      @pikpik5931 2 місяці тому +7

      Gaurav Gogoi jiki gal pijush kokai atya luika rajniti era nai.

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 2 місяці тому +58

    পিযুজ হাজৰিকাই ৰাজহুৱা চৰকাৰী টকাৰে 20 জনী জাচি গাই পুহি টকা লুটি আছে

    • @জিৎঅসম
      @জিৎঅসম 2 місяці тому +1

      গাই কেইজনীৰ লালন পালনৰ দায়িত্ব আপুনি লৈ আছে হয়তো ।
      গোবৰখিনি কিয় খাই পেলায় আপুনি সেইকাৰণে মগজুত গোবৰে পৰিপূৰ্ণ হৈ গল ।

    • @DrishitraHajarika
      @DrishitraHajarika 2 місяці тому +1

      Thank you, you are absuatly right.

    • @AzijulAli-yn2hr
      @AzijulAli-yn2hr 2 місяці тому

      😂

  • @BhanumatiDas-i5b
    @BhanumatiDas-i5b Місяць тому +8

    যা হক ভিতৰুৱা কথাবোৰ আমিও গম পালো ।এইযে ৰাজনীতি ।

  • @pinkuutpal6032
    @pinkuutpal6032 2 місяці тому +30

    😂 ২০০৩ মাৰুতি কাৰ
    ২০২২ ত জীপ ৰুবিকন 😂😂
    এইবোৰ হে উন্নয়ন 😂
    ইহঁত সব একেই ৰকি বা পিজুছ
    আকৌ নিতু ক বোলে মামি এ পইছা দিছিল গাড়ী কিনিবলৈ 😂😂
    ক্যা ক্যা দেখনা পাৰ ৰহাহে 😂😂😂

  • @SavagemodeON973
    @SavagemodeON973 2 місяці тому +14

    পীয়ূষ হাজৰিকা NSUU ত থাকোতে লিডাৰ বোৰৰ পৰা মেল মিটিং পাতিবলৈ টকা খুজে । এইয়া প্ৰত্যেকজন জেষ্ঠ্য কংগ্ৰেছীয়ে জানে ।

  • @Skdkkkskakad
    @Skdkkkskakad 2 місяці тому +17

    Khai pat fola pijus

  • @Rana-hg8hg
    @Rana-hg8hg 2 місяці тому +11

    ৰাহুল গান্ধী ডাঙৰীয়াই😂😂😂, আকৌ সন্মান কৰি কৈছে কাৰণ কংগ্ৰেছ লৈ পথ চাফা কৰিবলৈ চেষ্টা নেকি😂😂

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 2 місяці тому +9

    এতিয়া আকৌ ৰাহুল গান্ধীৰ কথা কিমান বেয়াকৈ কয় 😂। আৰু এতিয়া গম পোৱা গৈছে যে তেতিয়াৰ দিনৰ পৰা চৰকাৰী আঁচনি বোৰ তেওঁলোকৰ আলহি অতিধি বোৰে পায় আৰু এতিয়াও সেইটোৱেই চলি আছে 😂

  • @nattajyotiboruah1664
    @nattajyotiboruah1664 2 місяці тому +20

    অসমখন এনেবোৰ নেতাই শেষ কৰিলে আৰু !

    • @n.bchhetry7270
      @n.bchhetry7270 Місяць тому

      Mehengai ke maar se roji roti jutana muskil ho gaya sarkar kia karta hai samajh me nahi aataa😅

  • @pabandeka5372
    @pabandeka5372 Місяць тому +1

    বৰ দুখ লাগে ৰাজনীতি কথাবোৰ।

  • @DrishitraHajarika
    @DrishitraHajarika 2 місяці тому +7

    Fizuj Hazarika apunak dakhiley mur monot mone mone hahi uthey. Apuni bohut misa kotha koi. Apunak tikot Roki...nay Rahul ...ye desay ami janu apuni kobo nalagey. Apuni aru mama dujon Gaddar. Congress jindabad. Thank you.

  • @taradoi7957
    @taradoi7957 2 місяці тому +13

    মোৰ মনৰ দৃষ্টিৰে--------------
    বিজেপিৰ নেতা পালিনেতা সকল মিচা কথাৰ ভড়াল ।বহুত দেখিলো বহুত শুনিলো বহুত বুজিলো আৰু বুজিবলৈ বাকী নাই ।

  • @pranabdas7121
    @pranabdas7121 Місяць тому +2

    আপুনিও চোৰ আছিল, বৰ্তমান চোৰক সমলোচনা কৰি লাভ নাই,,

  • @Skdkkkskakad
    @Skdkkkskakad 2 місяці тому +4

    Pijus misolia

  • @Tgi12
    @Tgi12 2 місяці тому +2

    Rakibul da True Speech ....

  • @HirakDekaHero
    @HirakDekaHero Місяць тому +3

    প্ৰাক্তন প্ৰেমিক-প্ৰেমিকাৰ কথা-বাৰ্তা যেন লাগিল!😂

  • @jahirulislam7065
    @jahirulislam7065 Місяць тому +6

    Rakibul hussan zindabat.conngess zindabat

    • @cyber9345
      @cyber9345 Місяць тому

      Ami hosa kothat Mat dia comment Kora manuh karu somsa nohoi.... But congress jindabad Tan asa bhai Jan.

  • @manabendradeka146
    @manabendradeka146 2 місяці тому +4

    তৰুণ গগৈ আপোনাক চিনি নাপালে
    সেইবাবে কংগ্ৰেছৰ আজি এই অৱস্থা ৰকি ভাই

  • @pranabjyotikashyap6238
    @pranabjyotikashyap6238 Місяць тому +2

    কংগ্ৰেছ ,বিজেপি , এজিপি বুলিবলৈ তোমালোকৰ পাৰ্টী নাই আছে মাথো তোমালোকৰ লুন্ঠন আৰু ৰাইজক বুৰ্বক বনাই 5 টা বছৰ পাৰ কৰোৱাৰ লক্ষ্য ।😂😂😂😂

  • @Axomgiyan12
    @Axomgiyan12 2 місяці тому +7

    আমি কাম কৰিও Bike এটা কিনিব নোৱাৰোঁ।

  • @karnamahanta9372
    @karnamahanta9372 Місяць тому +2

    কাজিৰঙাৰ গড় কেইটা বহুত শান্তিত আছে কিন্তু।

  • @ranudas593
    @ranudas593 Місяць тому +3

    সেইবাবে আপুনি খাই পাট ফলা মানুহ বুলি কব পাৰোনে হাজৰিকা চাৰ,জন্ম লৈছে এগৰাকি পৰা মা বুলিছে এগৰাকিক, পাপে চুব আপোনালোকক ,পাপৰ ফল ভুগিব লাগিব আপোনালোকে,🙏

  • @RajuAli-j8e
    @RajuAli-j8e 2 місяці тому +6

    ৰাহুলক দেখাই নাচিল তেখেতেই

  • @MohendraBoruah-bk6ju
    @MohendraBoruah-bk6ju 16 днів тому

    সতৎ সদাই জয় । সকলো ভেকুভাওনা।

  • @khirodkr.laskar8486
    @khirodkr.laskar8486 2 місяці тому +2

    Ane pijush hazarika Khai pat fala bidhor hoi sei2 moiu valke janu

  • @Assammonirulislam
    @Assammonirulislam 13 днів тому

    আমাৰ এলাকাৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ।

  • @rajibpegu5313
    @rajibpegu5313 2 місяці тому +1

    ৰাজনীতিত ছুৰ আৰু ছুপাৰী লোৱা মানুহে থাকে ছিধা মানুহ কোনো নাথাকে । গতিকে বৰ্তমান আৰু ভবিষ্যতে হক অসমৰ ৰাইজে শান্তিৰে জিয়াই থাকিবলৈ কিবা এটা যে কৰিব তেওলোকৰ পৰা কি আখা কৰিব পাৰি ৰাইজে বিচাৰ কৰক

  • @RupamSaikia-j2r
    @RupamSaikia-j2r 2 місяці тому +2

    Bjp Go back

  • @manashpratim3500
    @manashpratim3500 2 місяці тому +2

    ঘৃণনীয়।

  • @ruhitdihingia8210
    @ruhitdihingia8210 2 місяці тому +1

    এইবোৰ কথাই অসম আইৰ উন্নতি কৰিব, চৰ্চা কৰি থাকা, কিন্তু স্হান সলনি কৰি লোৱা কেৱল অসমৰ সন্মানিত জনতাক শ্ৰদ্ধা আৰু সন্মানাৰ্থে। স্হান তোমালোকে নিজেই বাছি লোৱা।

  • @JunaramChaudang
    @JunaramChaudang 6 днів тому

    Bhal. Lagil rokida

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Місяць тому

    সকলো বোৰ প্ৰসঙ্সা কৰুনা ময়ৰ কিয়নো চোৰে চোৰে কাজিয়া লাগিলে যাৰ পেটত যি আছিল অৰ্থাৎ একে অপৰৰ বিষয়ে সকলো বোৰসচা কথা উদঙাই দিয়ে তাকে দেখা গ'ল। কোনো মিছলিয়া নহয়,।লাজৰ এই টোৱে আপোনালোকৰ চৰিত্ৰ অসমৰ ৰাইজ বুজি পালে।

  • @RomanBarman-ze8xf
    @RomanBarman-ze8xf Місяць тому

    🎉🎉

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Місяць тому

    ২০১৬চনত প্ৰকাণ্ড শিল গুটি মাৰাৰ প্ৰতিশোধ এই বাৰ ২০২৪ চনত উপযুক্ত ভাবে লোৱা হ'ল। ঠিকেই কৰিছে কিবা এটা দিলে কিবা মিলিবৰে কথা।বি জে পি য়ে ধাৰহে পৰিশোধ কৰিলে।

  • @pinkukachariofficial7328
    @pinkukachariofficial7328 Місяць тому

    হাজৰিকাই আছেই নেকি ৰাজনীতি পথাৰত

  • @bolinbora253
    @bolinbora253 Місяць тому +1

    2003 maruti
    2004 scorpio
    2006 safari ইমান উন্নতি

    • @cyber9345
      @cyber9345 Місяць тому

      👍👌 axom r unnoti hoisa...

  • @AbhijitChutia-n2u
    @AbhijitChutia-n2u 2 місяці тому +12

    Manuh khini gutei khini congreji dol tu he BJP dol

  • @rahibyoutubegallery
    @rahibyoutubegallery Місяць тому

    Pijush hazarika kintu bahut misoliya Manuh hoy heya universal truth

  • @anmoran5102
    @anmoran5102 2 місяці тому

    GOOD NEWS

  • @hafijulislam288
    @hafijulislam288 Місяць тому

    সব কংগ্রেছ ৰ পৰা খাই কি কৈ আছে

  • @assamnoobgamer9752
    @assamnoobgamer9752 Місяць тому

    ৰকিবুল গড়মাৰি শেষকৰি বহুত পাপ কৰিছা আৰু‌বেয়া দিন আহিব।ইশৱৰে চাই আছে কোন সচা কোন মিছা ।

  • @rajibbora1813
    @rajibbora1813 8 днів тому

    সকলো এনেকৈ ML হয়😅😅😅

  • @gouranga9471
    @gouranga9471 2 місяці тому

    Real val lage ekhetok

  • @LalitChBaro
    @LalitChBaro 19 днів тому

    চব একেই

  • @bubuldeka8138
    @bubuldeka8138 2 місяці тому +1

    এতিয়া অসমৰ ৰাজনীতিত কোনে কিমান মিছা ফাকি কথা কব পাৰে কোনে কিমান টকা পয়ছা ঘৰ মাটি দামি দামি গাড়ি কাপোৰ কানি লব পাৰে প্ৰতিযোগীতা চলি আছে ! ৰাইজ মৰিল আমাৰ কি পকা হেৰিদাল চিঙা গল

  • @rambinaymahato9085
    @rambinaymahato9085 25 днів тому

    Pakidas

  • @ShafiqurRahman-k4z
    @ShafiqurRahman-k4z Місяць тому

    এতিয়া বাওণ্ডাৰী ওৱালত মাৰ্বল লগাই আছা।

  • @Straightfromassam
    @Straightfromassam Місяць тому

    গৰকেটা মাৰি দিছিল

  • @ruhitdihingia8210
    @ruhitdihingia8210 2 місяці тому

    এইবোৰ কথাই অসম আইৰ উন্নতি কৰিব, চৰ্চা কৰি থাকা, কিন্তু স্হান সলনি কৰি লোৱা কেৱল অসমৰ সন্মানিত জনতাক শ্ৰদ্ধা আৰু সন্মানাৰ্থে। স্হান তোমালোকে নিজেই বাছি লোৱা। অন্যথা সেই স্হান আঙুলিয়াই দিয়া হব।

  • @dilipmahanta8479
    @dilipmahanta8479 Місяць тому

    ৰাইজে কথাখিনি শুনিলেনে।

  • @Nabalakhya
    @Nabalakhya Місяць тому

    Rajniti heri diya, gourob jikile

  • @cyber9345
    @cyber9345 Місяць тому

    Misa kotha kuna koisa Janu ami..... Hazarika kiman ki janu....maruti atia rubikon

  • @GAJOOODHAR_FUNNY
    @GAJOOODHAR_FUNNY 2 місяці тому +1

    Rahul Gandhi owwww

  • @soneshwarrabha9886
    @soneshwarrabha9886 2 місяці тому +2

    দুজনে এটা পুখুৰীৰ ৰৌ বৰালি মাছ।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 2 місяці тому

      আজিকালি মানুহক সহায় কৰি লাভ নাই ।আৰু এটা কথা নিজৰ কথা বিলাক কিয় মেডিয়াৰ আগত কয় ।

  • @sumidas7381
    @sumidas7381 2 місяці тому +1

    B j p zindabad

  • @inamulhussain9282
    @inamulhussain9282 Місяць тому

    BJP bahut val party'

  • @scar3344
    @scar3344 Місяць тому

    Aibur amar leader

  • @laufulaborimikiratiraha-ne9ws
    @laufulaborimikiratiraha-ne9ws Місяць тому

    Ami roha bakhi a sob jnu...boruah sir kanka moril

  • @dipsonboro9733
    @dipsonboro9733 3 дні тому

    100% khai pat fala manuh pijush.

  • @TarunPayeng
    @TarunPayeng 2 місяці тому +5

    তথাপি চোৱা খাই এতিয়া বাঁ বৰাইদিলে

  • @AbulSarkar-zw7js
    @AbulSarkar-zw7js Місяць тому

    হাজৰিকা ডাঙৰীয়াই সঁচা কথাহে কৈছে কাৰণ তেওঁ সৎ আৰু নিৰ্মল হৃদয় প্ৰাপ্ত ধৈৰ্য কাৰ লোক হয়।

  • @himangshukalita6992
    @himangshukalita6992 2 місяці тому

    সকলোৰে দিন একে নাযায়!

  • @TikTokApnasofE
    @TikTokApnasofE Місяць тому

    Hocha tetiya hole car dise to

  • @promodbora9606
    @promodbora9606 Місяць тому

    খৰ্গ চোৰ ৰকিবুল 😂😂😂😂

  • @nitishkumargohain8723
    @nitishkumargohain8723 2 місяці тому +2

    কংগ্ৰেছ হাটাও চামগুৰি বাচাও
    AIUDF Zindabaad

  • @adilurrahman5873
    @adilurrahman5873 Місяць тому

    Yes Rokibul Mur hoi juwa sakori to aponi loi goisil monot porisey

  • @Tapashkr.Biswas
    @Tapashkr.Biswas 20 днів тому

    Rakibol sir apuni ki chori kari disile keki

  • @bishwadas8086
    @bishwadas8086 2 місяці тому +2

    Tetiy apuini ki kam korisil p sir

  • @apnaassame1925
    @apnaassame1925 Місяць тому

    Rahul eak sini npy kijani misa kotha ear😅

  • @ilovemyindia9761
    @ilovemyindia9761 Місяць тому +1

    Pijus-r nisina faltu, nonsense politician bharotot nai...

  • @JunaramChaudang
    @JunaramChaudang 6 днів тому

    Jagiroad samotit bahut matti bedokhol. Kari phi sari knhanise. Hajorikai

  • @subharajgogoi7316
    @subharajgogoi7316 2 місяці тому

    কংগ্ৰেছ আৰু কংগ্ৰেছীক বিশ্বাস নকৰোঁ।

  • @PallabboraBabu
    @PallabboraBabu Місяць тому

    2pagl

  • @jiwangold
    @jiwangold 2 місяці тому +1

    খাই পাত ফলা

  • @sahebaBegum-ty7sc
    @sahebaBegum-ty7sc Місяць тому

    Tumi kiman hosha kua hokoluwe jane

  • @satyajit601
    @satyajit601 Місяць тому

    Eyar ata kothai bujilu, hajarika dangoriya apunar kothat bahut ahankar ase, jote tote xopot xua kotha bur kuwa, vodrotaru ata xima thake.

  • @Ishubaa
    @Ishubaa Місяць тому

    Johora pijush

  • @SokinaKhatun-z6g
    @SokinaKhatun-z6g 2 місяці тому

    🖐🖐🖐🖐🖐🖐

  • @prankamarjyotidasvideo6272
    @prankamarjyotidasvideo6272 Місяць тому

    Kot pale o toka

  • @ArchanaBordoloi-m5b
    @ArchanaBordoloi-m5b 2 місяці тому

    What 2 janau mane lut patar mul nayak😮😮😮

  • @commenti5459
    @commenti5459 2 місяці тому

    ৰকিবুলৰ কথা বিশ্বাস কৰিম নে পীয়ুছৰ কথা বিশ্বাস কৰিম এতিয়া ৰাহুলে বা কি কয়

    • @News19Assam
      @News19Assam 2 місяці тому

      BJP k Vote Dia Aru Sob bostur Dam Bhorai debo😂😂

  • @awesomethoughts5674
    @awesomethoughts5674 Місяць тому

    Dr . Jonor accident hoise bt accident asil ne manipulative something

  • @paragjyotikoch2365
    @paragjyotikoch2365 Місяць тому

    Husaain nuhuwa hole eeu bjp t gol hoi.

  • @nabajyotidas8087
    @nabajyotidas8087 2 місяці тому

    গাধ আৰু ঘোঁৰাৰ মাজত প্ৰভেদ আছে ৰকিবুল

  • @sanjumusa6890
    @sanjumusa6890 2 місяці тому +1

    jontu januwar bilak aagote mari mari hekh korili rakibul ali da😅😅😅😅ml khwa video to dii

  • @akhtarhussain7614
    @akhtarhussain7614 Місяць тому

    আপোনালোকে কাক টিকত দিয়ে,নিদিয়ে সেইবোৰ আমাৰ কথা নহয়....এইবাৰ আমি চামগুৰিত নতুন মুখ হিচাপে দিপ্লুদাক বিছাৰো...পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অৱসান ঘটক

  • @jyotikalita9810
    @jyotikalita9810 2 місяці тому +2

    পুৰণি পাপ বহুত কৰিছে ডাঙৰীয়া। গড় মাৰি শেষ কৰিলে। সকলো বিভাগতে দুৰ্নীতিৰ পাহাৰ বনাইছে। আৰু কি কম। পৰিয়ালৰ ৰাজনীতি কংগ্ৰেছে নেৰে

  • @lokheswarronghang607
    @lokheswarronghang607 2 місяці тому

    Rokibur kotha samoguri raj utnoti pabo janu, misa hosa kotha timepast

  • @xetry7052
    @xetry7052 2 місяці тому

    Napai dei 😂

  • @anowarhussain1943
    @anowarhussain1943 Місяць тому

    Rokibul dangoriya i misa katha nokai aeitu moi vaaldore janu aaji tumi toka paisa huwar babe tumi socha koboloi taan paisa tumi

  • @pranabgogoi6283
    @pranabgogoi6283 2 місяці тому

    Dolio ticket disil jeniba , tatae ki hol ?

  • @mixtvne6684
    @mixtvne6684 Місяць тому

    Kio dsil apuni teuk dekhun dekhilei gom pai

  • @manashjyotiray5648
    @manashjyotiray5648 2 місяці тому +1

    Ake loge maal khale bohut nokobo loga gupto kotha koi pae 😂😂😂

  • @minhajularif4464
    @minhajularif4464 Місяць тому

    Omanush k ki kokono manish banano jay

  • @bijudas1469
    @bijudas1469 2 місяці тому

    Pijus vai tumi argument nokoriba

  • @Axprg
    @Axprg 14 днів тому

    Khai patfala

  • @razdeu8468
    @razdeu8468 Місяць тому

    Murko keita ye assam hekh korile.only power and Maal.kunu law eku nai

  • @Atul-w5i
    @Atul-w5i 8 днів тому

    Poristhiti beya buli dol atak laat Mari aan ata dolot jogdan diya manuh ketiyao bhal hobo nuare

  • @ghussain1994
    @ghussain1994 2 місяці тому

    Maruti atiaa bmw aidi kinivo pariva