Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ইমান ধুনীয়া .প্ৰেমত পৰিছো কামৰূপী লোকগীতৰ..কৃষ্ণ🙏অভিনন্দন আৰু সেৱা যাছিলো..
লোকগীত ৰ জনক আমাৰ গৌৰব পাটগিৰি দা 💗💗💗।
সুন্দৰ লোক গীত।
পাটগীৰি দেৱ সাজপাৰৰ অলপ গুৰুত্ব দিয়া ভাল । জ্যেষ্ঠ শিল্পীয়ে কণিষ্ঠ সকলক শিক্ষা দিয়াটো গুৰুত্বপূৰ্ণ কথা । আপোনাৰ লোকগীত সদায় সুন্দৰ ।
হ'ব দিয়ক। ধন্যবাদ
আপোনাৰ গীত বোৰ শুনি বৰ ভাল লাগে ❤️❤️❤️
Bahut bhal Dada
ধন্যবাদ
Dada bor bhal lagil
বঢ়িয়া মামা👍
Bar Bhal lagil dada aponar lokageet khunee.
মন পৰশা গীত
আপোনাৰ কণ্ঠৰ সুকীয়া বৈশিষ্ট্য আছে। শুনিলে শুনি থাকিবৰ মন যায়।
সুন্দৰ কণ্ঠ। আকৌ শুনিবলৈ পাম বুলি আশা কৰিলো।
Sundor hoise sir
ধন্যবাদ যতীন
Ami najano daya moi ami najano daya moi bado sashtro bhagwato Gitate asoi, ei git tow gabson guruji.
সুমধুৰ কণ্ঠ আৰু সুন্দৰ পৰিবেশন !
বৰ সুন্দৰ পালোঁ
Very nice. Heart touching song.
ধন্যবাদ ডাঙৰীয়া
Sundar aru natun geet suniboloi axa korilo
পৰিচিত সুন্দৰ কণ্ঠেৰে গোৱা লোকগীত টি শুনি ধন্য হলো ।ধৰ্ম মূলক লোকগীত হিচাবে বগা পাঞ্জাবী চাৰ্ট এটা পৰিধান কৰিলে শুৱনি হল হেতেন ।নমস্কাৰ ।musicians party ৰ সকলোকে ধন্যবাদ,সুন্দৰ সহযোগ ।
কথাটো হয় পিছে বগা পিন্ধিলে হয় ফটো।তাতে আকৌ নিজেও ক'লা।পিছত পিন্ধিম দিয়ক। ধন্যবাদ
পিছত পিন্ধিম দিয়ক । ধন্যবাদ
বহু দিনৰ মূৰত শুনিলো ভাল লাগিল দাদা।
ধন্যবাদ।পিছে তোৰ কি হ'ল
বঢ়িয়া দাদা ।বহুত ভাল লাগিল
অতি সুন্দৰ পৰিবেশন দাদাচিনাকি আপোন সকলোকে দেখি ভাল লাগিল।
তোৰ মন্তব্য লৈ বাট চাই আছিলোঁ।বহুত ভাল লাগিল। ধন্যবাদ
বহুত ভাল লাগিল ছাৰ।
ধন্যবাদ শৰ্মা
Belag aro lokogit upload dibo.bhal hoise
👌
💯👍👍👍
❤️
তোমাৰ গ্ৰাহক বৰ্তমানৰ হাজাৰক লাখ কৰিব লাগে। মই সেইটো আশা কৰোঁ।
আশীৰ্বাদ কৰিব চাৰ
অশেষ ধন্যবাদ
জনম দূখীটো দিৱ
দিম বাৰু
@@basantapatgiriloksangitoff8970 আপোনাৰ লগত উঠা ফটো আছে.. একেলগে থমনা, খানলীয়াপাৰাত....
@@dkalitha ফটোখন দিব চোন হোৱাটচ এপ নম্বৰত-৯৯৫৭৯৮২১৭৬
গান পৰিবেষণত পোচাকত অলপ গুৰুত্ত দিলে ভাল হব যেন অনুমান বোধ হয় !
এনেকুৱা গীতক বোধ হয় কালজয়ী গীত বুলি কোৱা হয় ।অসমীয়া মানুহ থাকেমানে এই গীতৰ আদৰ সদায় থাকিব ।
জলে শুকাই গলে... তাৰ পিছৰ খিনি বুজি পোৱা নাই পাৰিলে type কৰি দিব চোন
জলে শুকাই গলে বগে(বগলী) ধৰি খালে অলপ পানীৰে মাছ।।
@@basantapatgiriloksangitoff8970 ধন্যবাদ
ইমান ধুনীয়া .প্ৰেমত পৰিছো কামৰূপী লোকগীতৰ..কৃষ্ণ🙏
অভিনন্দন আৰু সেৱা যাছিলো..
লোকগীত ৰ জনক আমাৰ গৌৰব পাটগিৰি দা 💗💗💗।
সুন্দৰ লোক গীত।
পাটগীৰি দেৱ সাজপাৰৰ অলপ গুৰুত্ব দিয়া ভাল । জ্যেষ্ঠ শিল্পীয়ে কণিষ্ঠ সকলক শিক্ষা দিয়াটো গুৰুত্বপূৰ্ণ কথা । আপোনাৰ লোকগীত সদায় সুন্দৰ ।
হ'ব দিয়ক। ধন্যবাদ
আপোনাৰ গীত বোৰ শুনি বৰ ভাল লাগে ❤️❤️❤️
Bahut bhal Dada
ধন্যবাদ
Dada bor bhal lagil
বঢ়িয়া মামা👍
Bar Bhal lagil dada aponar lokageet khunee.
ধন্যবাদ
মন পৰশা গীত
আপোনাৰ কণ্ঠৰ সুকীয়া বৈশিষ্ট্য আছে। শুনিলে শুনি থাকিবৰ মন যায়।
সুন্দৰ কণ্ঠ। আকৌ শুনিবলৈ পাম বুলি আশা কৰিলো।
ধন্যবাদ
Sundor hoise sir
ধন্যবাদ যতীন
Ami najano daya moi ami najano daya moi bado sashtro bhagwato Gitate asoi, ei git tow gabson guruji.
ধন্যবাদ
সুমধুৰ কণ্ঠ আৰু সুন্দৰ পৰিবেশন !
ধন্যবাদ
বৰ সুন্দৰ পালোঁ
ধন্যবাদ
Very nice. Heart touching song.
ধন্যবাদ ডাঙৰীয়া
Sundar aru natun geet suniboloi axa korilo
ধন্যবাদ
পৰিচিত সুন্দৰ কণ্ঠেৰে গোৱা লোকগীত টি শুনি ধন্য হলো ।ধৰ্ম মূলক লোকগীত হিচাবে বগা পাঞ্জাবী চাৰ্ট এটা পৰিধান কৰিলে শুৱনি হল হেতেন ।নমস্কাৰ ।musicians party ৰ সকলোকে ধন্যবাদ,সুন্দৰ সহযোগ ।
কথাটো হয় পিছে বগা পিন্ধিলে হয় ফটো।তাতে আকৌ নিজেও ক'লা।পিছত পিন্ধিম দিয়ক। ধন্যবাদ
পিছত পিন্ধিম দিয়ক । ধন্যবাদ
বহু দিনৰ মূৰত শুনিলো ভাল লাগিল দাদা।
ধন্যবাদ।পিছে তোৰ কি হ'ল
বঢ়িয়া দাদা ।বহুত ভাল লাগিল
ধন্যবাদ
অতি সুন্দৰ পৰিবেশন দাদা
চিনাকি আপোন সকলোকে দেখি ভাল লাগিল।
তোৰ মন্তব্য লৈ বাট চাই আছিলোঁ।বহুত ভাল লাগিল। ধন্যবাদ
বহুত ভাল লাগিল ছাৰ।
ধন্যবাদ শৰ্মা
ধন্যবাদ শৰ্মা
Belag aro lokogit upload dibo.bhal hoise
👌
💯👍👍👍
ধন্যবাদ
❤️
ধন্যবাদ
তোমাৰ গ্ৰাহক বৰ্তমানৰ হাজাৰক লাখ কৰিব লাগে। মই সেইটো আশা কৰোঁ।
আশীৰ্বাদ কৰিব চাৰ
অশেষ ধন্যবাদ
ধন্যবাদ
জনম দূখীটো দিৱ
দিম বাৰু
@@basantapatgiriloksangitoff8970 আপোনাৰ লগত উঠা ফটো আছে.. একেলগে থমনা, খানলীয়াপাৰাত....
@@dkalitha ফটোখন দিব চোন হোৱাটচ এপ নম্বৰত-৯৯৫৭৯৮২১৭৬
গান পৰিবেষণত পোচাকত অলপ গুৰুত্ত দিলে ভাল হব যেন অনুমান বোধ হয় !
এনেকুৱা গীতক বোধ হয় কালজয়ী গীত বুলি কোৱা হয় ।অসমীয়া মানুহ থাকেমানে এই গীতৰ আদৰ সদায় থাকিব ।
জলে শুকাই গলে... তাৰ পিছৰ খিনি বুজি পোৱা নাই পাৰিলে type কৰি দিব চোন
জলে শুকাই গলে বগে(বগলী) ধৰি খালে
অলপ পানীৰে মাছ।।