- 149
- 1 895 361
Basanta Patgiri loksangit official
India
Приєднався 20 бер 2020
Devotional songs,folk songs etc.
একলাই পৰিয়া ৰৈলু।। বসন্ত পাটগিৰি।। লোকগীত।।
#বসন্তপাটগিৰি #basantapatgiri #লোকগীত #assamesefolk #folksong #song #basantapatgiri #assamesesong #trenfingvideo #trend #trends
Переглядів: 769
Відео
দোতাৰা শিকো আহক।। part 8 ।। বসন্ত পাটগিৰি
Переглядів 408Місяць тому
#বসন্তপাটগিৰি #দোতাৰা #basantapatgiri #দোতাৰাশিকোআহোক #basantapatgiriyoutubechannel #boxontopatgiri #basantapatgiriofficial #dotaraanditsuses #tutorial #tutorials
দামোদৰদেৱৰ গীত।। বসন্ত পাটগিৰি।।
Переглядів 522Місяць тому
#বসন্তপাটগিৰি #basantapatgiri #song #assamesefolk #musicgenre #musicsong #musicstyle #লোকগীত #কামৰূপীলোকগীত #trend #trending #trendingmusic #trendingshorts #trendings #trendingvideo #tranding #vural #viralsong #viralreels #vuralshorts #vuralsongs #dotarasong #dotaramusic #dotara #group #groups #jamming #oldsongs #oldassamesesong #oldisgold #olds #oldtrend #oldfolksong #oldviralsong #oldjamming ...
ওৰে ওৰে নৰপতি ।। বসন্ত পাটগিৰি।। বিৰাজ মেধী।। দীপক ৰয়।।
Переглядів 1,6 тис.Місяць тому
#basantapatgiri #বসন্তপাটগিৰি #assamesefolk #লোকগীত #কামৰূপীলোকগীত #song #assamesefolkmusic #trending #song
স্বচ্ছতাৰ গীত।। ৰচনা আৰু সুৰ : বসন্ত পাটগিৰি।। বাদ্যশিল্পী :বিৰাজ মেধী, দেৱদত্ত কলিতা , দীপক ৰয়
Переглядів 8482 місяці тому
#basantapatgiri #বসন্তপাটগিৰি #assamesefolk #লোকগীত #song #musicstyle #musicgenre #assamesefolkmusic #musicsong #trend #trending #tranding #trendingshorts
কেৰ্কেটুৱা খেদা গীত।। বসন্ত পাটগিৰি।। বিৰাজ মেধী।। দীপক ৰয়।। দেৱদত্ত কলিতা।।
Переглядів 17 тис.2 місяці тому
#basantapatgiri #assamesefolk #লোকগীত #লোক #বসন্তপাটগিৰি #কামৰূপীলোকগীত
আইচো কানাই আইচো।। বসন্ত পাটগিৰি।। বিৰাজ মেধী।। দীপক ৰয়।। দেৱদত্ত কলিতা।।
Переглядів 5753 місяці тому
#basantapatgiri #বসন্তপাটগিৰি #কামৰূপীলোকগীত #কামৰূপীয়া #assamesefolk #music #musicsong #trend #assam #assamesefolkmusic #assamese #assamesesong #trending #video #style
হে আহা মোৰ আয়োতী।। বসন্ত পাটগিৰি।। বিৰাজ মেধী।। দীপক কলিতা।। দীপক ৰয়।।
Переглядів 8663 місяці тому
#basantapatgiri #musicsong #song #trendmusic #trend #viral #trendingshorts #trendingvideo #trendingreels #trend #trebdingshorts #trendingstatus #trendingnews #lokogeetisong #folksong #folkmusician #folks #basanta #boxonto #bashanta #bosonto
বৰপেটাৰ নিংনি ভাৱৰীয়াৰ গীত।। বসন্ত পাটগিৰি।। দীপক কলিতা।। দীপক ৰয়।। বিৰাজ মেধী।।
Переглядів 8 тис.3 місяці тому
বৰপেটাৰ নিংনি ভাৱৰীয়াৰ গীত।। বসন্ত পাটগিৰি।। দীপক কলিতা।। দীপক ৰয়।। বিৰাজ মেধী।।
ছাত্ৰসকল বিপদে নাজাবা।।বসন্ত পাটগিৰি।। ৰূপেন্দ্ৰ কলিতা।। মনোৰঞ্জন পাটগিৰি।।
Переглядів 1,7 тис.3 місяці тому
ছাত্ৰসকল বিপদে নাজাবা।।বসন্ত পাটগিৰি।। ৰূপেন্দ্ৰ কলিতা।। মনোৰঞ্জন পাটগিৰি।।
ঘোৰ কলিৰ কাল।। বসন্ত পাটগিৰি।। ৰূপেন্দ্ৰ কলিতা।। মনোৰঞ্জন পাটগিৰি।।
Переглядів 3,5 тис.3 місяці тому
ঘোৰ কলিৰ কাল।। বসন্ত পাটগিৰি।। ৰূপেন্দ্ৰ কলিতা।। মনোৰঞ্জন পাটগিৰি।।
বৃন্দাবনক যাবলৈ ও পাপী মন।। বসন্ত পাটগিৰি।। ৰূপেন্দ্ৰ কলিতা।। মনোৰঞ্জন পাটগিৰি।।
Переглядів 3,3 тис.3 місяці тому
বৃন্দাবনক যাবলৈ ও পাপী মন।। বসন্ত পাটগিৰি।। ৰূপেন্দ্ৰ কলিতা।। মনোৰঞ্জন পাটগিৰি।।
বিৰিখৰ ও পক্ষী || বসন্ত পাটগিৰি || কামৰূপীয়া লোকগীত
Переглядів 5343 місяці тому
বিৰিখৰ ও পক্ষী || বসন্ত পাটগিৰি || কামৰূপীয়া লোকগীত
সাক্ষৰতা অভিযানৰ গান।। বসন্ত পাটগিৰি।।
Переглядів 4433 місяці тому
সাক্ষৰতা অভিযানৰ গান।। বসন্ত পাটগিৰি।।
লোকগীত ।। বসন্ত পাটগিৰি।। বিৰাজ মেধী।।
Переглядів 1,3 тис.3 місяці тому
লোকগীত ।। বসন্ত পাটগিৰি।। বিৰাজ মেধী।।
লোকগীত।। বিৰাজ মেধী।। বসন্ত পাটগিৰি।।
Переглядів 4303 місяці тому
লোকগীত।। বিৰাজ মেধী।। বসন্ত পাটগিৰি।।
লোকগীত।। দীপক ৰয়।। বসন্ত পাটগিৰি।। বিৰাজ মেধী।।
Переглядів 4983 місяці тому
লোকগীত।। দীপক ৰয়।। বসন্ত পাটগিৰি।। বিৰাজ মেধী।।
দামোদৰ জন্মিলা ক'ত ।। বসন্ত পাটগিৰি।।
Переглядів 7033 місяці тому
দামোদৰ জন্মিলা ক'ত ।। বসন্ত পাটগিৰি।।
দোতাৰা শিকো আহক।। বসন্ত পাটগিৰি।। dotara tutorial
Переглядів 1,1 тис.5 місяців тому
দোতাৰা শিকো আহক।। বসন্ত পাটগিৰি।। dotara tutorial
বৰপেটাৰ নামঘৰ দেখিতে সুন্দৰ ।। বসন্ত পাটগিৰি।।
Переглядів 1,7 тис.5 місяців тому
বৰপেটাৰ নামঘৰ দেখিতে সুন্দৰ ।। বসন্ত পাটগিৰি।।
সংসাৰ বৈতৰণী নৈ।। কামৰূপীয়া লোকগীত ।। বসন্ত পাটগিৰি
Переглядів 4525 місяців тому
সংসাৰ বৈতৰণী নৈ।। কামৰূপীয়া লোকগীত ।। বসন্ত পাটগিৰি
ও অৰ্জুন চলিলো ৰে।। বসন্ত পাটগিৰি।।
Переглядів 1,7 тис.5 місяців тому
ও অৰ্জুন চলিলো ৰে।। বসন্ত পাটগিৰি।।
দোতাৰা শিকো আহক।। ৰূপক তাল আৰু গীত।। বসন্ত পাটগিৰি।।
Переглядів 7495 місяців тому
দোতাৰা শিকো আহক।। ৰূপক তাল আৰু গীত।। বসন্ত পাটগিৰি।।
❤❤😂🎉🎉😢😮😮😅😊😊
😢😢😮😅😅😊😊❤❤❤😂
আপোনাৰ প্ৰচেষ্টা শলাগিছো।
মামা🙏
@@priyankamahanta8754 ধন্যবাদ
😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😮😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😢😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😊😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅❤❤❤❤❤
😊😊😊😊
Nice
Thanks
ভাল হৈছে। লগত সম্পৰ্কযুক্ত বাদ্য যন্ত্ৰ খিনি থকা হলে বেভি ভাল আছিল
সুন্দৰ বসন্ত দা
ধন্যবাদ
Guru apuni 2 hatere bojai neki, keneke sambhab janabo sun, aapunak pranam❤❤❤
@@ManeswarnathNathmaneswar বুজা নাই।অশেষ ধন্যবাদ।ফোন কৰিব। ৯৯৫৭৯৮২১৭৬
😭 মোৰ এজন লগৰীয়া আছিল ১৯৮৮ ছনত একেলগত আমি দুয়োজনে আপোনাৰ এই লোকগীত সুনি বহুত ভাল লগিছিল আজি আকৌ শুনি বহুত ভাল লাগিল দাদা ।
@@gaurikalita7640 ধন্যবাদ
Nice
সুন্দৰ ❤।
গুৰুদেৱ মই মৰিগাঁও ৰ পৰা তৰুণ মহন্ত ই আপোনালৈ সেৱা আগবঢ়াইছো🙏🏻
আপোনালৈ ও মোৰ সশ্ৰদ্ধ প্ৰণিপাত জনালোঁ।আপোনাৰ পৰিচয় টো দিব চোন
❤Pathak
Kasator necina nohol. ,,,, si karony val loga ni
dada apunar no to dibo niki
@@partha8879 কʼৰ পৰা কৈছে? ৯৯৫৭৯৮২১৭৬.
Bor val lagil, TU dada💐👏
ধন্যবাদ
Val lagil❤❤❤❤😊😊😊😊🎉🎉🎉🎉
ধন্যবাদ
Keep it up
@@narenbora8165 ধন্যবাদ
ভাল লাগিল
❤❤❤
Very good
Aji kaati bihu r dina ai gaan tu bojaboloi pai nijoke dhanya manisu.. Bhakti bhaba tori .... r gaan keita suniboloi pam buli asha korilo .......
@@ranjanroy1098 আজি শুনিলে যে তাৰ বাবে ধন্যবাদ।
Moja
Sir apunar ghor kun jegat
বামাখাটা,পাঠশালা,বজালী জিলাত ফোন কৰিবাচোন। বসন্ত পাটগিৰি। মোবাইল ৯৯৫৭৯৮২১৭৬
Bohut bohut dhanyavad Patgiri daa.. Ai geet tu suniboloi bisari asilu.
ধন্যবাদ।এজন ভাল শ্ৰোতা পালোঁ
ভাল লাগিল
Bccha ভাল লাগিল
Excellent
ধন্যবাদ
1oo/1-5jone beapuwatu beaa nohoi 100/95 jone jodi val pai. Aapunak uothah jogaisu Aagoloi eane kuwa gitaaru huniboloi Pam.sir aapuni vagi noporib.
ধন্যবাদ
বহুত সুন্দৰ
Lokageet loka geet hoi thakiba lage loka sangskritir adharot. Perodi geet eta beleg ...bhaorier bhaor nisina. Bhal loga nai.
আপুনি লোকগীত বুলি কিয় ভাবিলে? স্বচ্ছতাৰ ওপৰত হে লিখা গীত এইটো।
Val lagil.
অসমখন ভাগ ভাগ হৈ হৈ এতিয়া উজনি নামনিত পৰিল। ভাষা লৈও তাচ্ছিল্য নামনিক। চাৰ আপোনাৰ সংগৃহীত নামনিৰ লোকগীতৰ ভাষা আৰু উচ্চাৰণ শৈলীৰ কোনো পৰিবৰ্তন নকৰিবলৈ অনুৰোধ জনালো। আমি আমাক জীয়াই ৰাখিব লাগিব। আপোনাৰ কণ্ঠত এনেকুৱা আৰু বহু গীত পাম বুলি আশা কৰিলো।
@@swapankumarsarma6840 হয়। মই হাড়ে হিমজুৱে কামৰূপীয়া।লোক শব্দ মোৰ স্বকীয় বৈশিষ্ট।ভাল লাগিল মন্তব্য।
❤
Sir Salute
ধন্যবাদ দাদা পিছে গান সমুহ তত্ব গধুৰতা যথেষ্ট পৰিমাণে, আগন্তুক দিন সমুহত গীত সমুহ জীয়াই থকাৰ কাৰনে কামনাৰে আশা থাকিল।কিয়নো ডিজিটেলে , আজিৰ চামে বাৰুকৈ গান সমুহক অৱহেলা কৰাত থাকে।।বাৰ বাৰ শুনি ও আৰু মন যায় গুন গুনাই দিবলৈ।। আপোনাৰ গান সমুহক দুই চাৰিটা লিখি আছোঁ শুনি শুনি।। কেতিয়াবা কেতিয়াবা যদি গুন গুনাই দিও ভুল হলে অলপ সুৱৰাই দিব বুলি আশা ৰাখিলোঁ।কাৰন কিছুমান আছে মিয়া বুলি ইতিকিঙ কৰাত হে লাগি থাকে।।
@@NurulHaque-oq7nk গাবচোন ।শুনিম ।
তাতকালিন ভাবে স্থানীয গীতবোৰ সংগ্ৰহ কৰা জৰুৰী। কামৰূপী শব্দভাণ্ডাৰ আৰু ৰুপ ভুলতেও সলনি নকৰিব। এযা ভাষাৰ মহৎ সম্পদ। অন্যথা কামৰূপী ঠাচ হেৰাই যাব।লগেলগে অসমীযা ভাষা চৰ্চা পদ্ধতিত আঊল লাগিবই। সতৰ্ক হবলৈ অনুৰোধ থাকিল
একেলগে লোকগীতটি শুনি থকা মোৰ বন্ধুবোৰ বৰ্তমান পৃথিৱীত নাই।
শুনি দুখ লাগিল।শ্ৰদ্ধাৰ মৃতক সকলৰ আত্মাৰ সদগতি কামনা কৰিলোঁ।আপোনাৰ পৰিচয়?মোৰ ৯৯৫৭৯৮২১৭৬ ত ফোন কৰিবচোন।
তদানীন্তন কেছেটৰ পৰা শুনিছিলো।
ধন্যবাদ
বৰ ভাল লাগিছে লোকগীতটি। তাহানি কেছেটৰ দিনৰে পৰা বহু লোকগীত শুনি আহিছোঁ আপোনাৰ কণ্ঠত।
Xeya jonalu , ghorua bhaxa tu gaab'a , xongroxon karib'a lagib,a , tetiahe gom pab'a otti purona dinor buli ,
@@pradipkalita6363 ধন্যবাদ
বহুত ভাল লাগিল চাৰ এনেকুৱা গীত আগলৈ আৰু শুনিব পাম বুলি আশা কৰিলোঁ!
❤❤
❤
@@rajumonihazarika3282 ধন্যবাদ
আপোনাৰ ভাল লগা লোকগীত বোৰ বহু আগৰে পৰাই শুনি আহিছোঁ। এইটোও ভাল লাগিল।
ধন্যবাদ ৰাভাদেউ।শুনি শান্তি অনুভৱ কৰিছোঁ।
আপোনাৰ লোক গীত শুনি খুব ভাল পাইছিলো । এইটো ভাল নেলাগিল।
ক্ষমা চাইছো।আচলতে সৰুতে এনেধৰণে গোৱা গীতবোৰেই একো একোটা লোকসংগীত।যদি ভুল হ'ল বেয়া নাপাব।
অতি সুন্দৰ।
ধন্যবাদ
Dhuniya lagil 😊
ধন্যবাদ
মই ভাল পোৱা শিল্পী বসন্ত পাটগিৰিক এনেকৈ বহুত বছৰ ঈশ্বৰে ভালে কুশলে ৰাখক ।
@@himadriballavdeka9385 ধন্যবাদ প্ৰভু