জয় জয় দেৱ দামোদৰ।কামৰূপীয়া লোকগীত। বসন্ত পাটগিৰি,অচলা পাটগিৰি,সবিতা চৌধুৰী।

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • জয় জয় দেৱ দামোদৰ।কামৰূপীয়া লোকগীত। বসন্ত পাটগিৰি,অচলা পাটগিৰি,সবিতা চৌধুৰী।

КОМЕНТАРІ • 42

  • @mrinmoykalita659
    @mrinmoykalita659 7 місяців тому +1

    জয় গুৰু দামোদৰ দেৱ 🙏🙏

  • @ranjanbhuyan8601
    @ranjanbhuyan8601 2 роки тому

    Vaa laagil .Krisna krisna krisna...

  • @khagendas7860
    @khagendas7860 Рік тому

    ধুনীয়া দেই

  • @rintumanideka3667
    @rintumanideka3667 2 роки тому +1

    অতি সুন্দৰ দাদা |

  • @dalimidevi6072
    @dalimidevi6072 2 роки тому +1

    অতি সুন্দৰকৈ পৰিবেশন কৰিলে। শুনি আপ্লুত হলো।

  • @mridudas450
    @mridudas450 Рік тому

    ইমান সুন্দৰ কণ্ঠ

  • @dalimidevi6072
    @dalimidevi6072 2 роки тому +2

    আপোনাৰ মাতটো ইমান মিঠা, শুনিলে শুনিথাকিবৰ মন যায়।

  • @bitopankalita5562
    @bitopankalita5562 2 роки тому

    অতি সুন্দৰ পৰিবেশন
    জয় গুৰু দেৱদামোদৰ

  • @khagendas7860
    @khagendas7860 2 роки тому

    সুন্দৰ কন্ঠ ৷ ধন্যবাদ

  • @dalimidevi6072
    @dalimidevi6072 2 роки тому

    শুভেচ্ছা জনালো

  • @bitopankalita7028
    @bitopankalita7028 Рік тому

    অতি সুন্দৰ

  • @prabinsarma3306
    @prabinsarma3306 2 роки тому

    Ati sundar

  • @namitabarman6537
    @namitabarman6537 Рік тому

    সৰুতে আপোনাৰ লোকগীতেৰে আমাৰ ৰাতিপুৱাবোৰ আৰম্ভ হৈছিল , এতিয়া আকৌ শুনিবলৈ পাই শৈশৱটো উভতি অহা যেন লাগিছে .... মোৰ ছোৱালীকো শিকাই আছোঁ এই আপুৰুগীয়া গীতৰোব

  • @asomiaasom6008
    @asomiaasom6008 10 місяців тому

    জয় জগত গুৰু দেৱ দামোদৰদেৱ ।সুন্দৰ 🙏

  • @trailokyaroysinger9677
    @trailokyaroysinger9677 2 роки тому

    মজা

  • @assamandme2418
    @assamandme2418 2 роки тому +1

    দাদা আপোনাৰ গানটো শুনি মোৰ সেইদিন বোৰলৈ মনটো গুছি গোল, যেতিয়া মোৰ বয়স ১২ বছৰ মান আছিল, আজি মোৰ চকুপানী ৰাখিব পৰা নাই, আপোনাৰ গানবোৰ শুনি, এয়া হোল আবেগিক চকুপানী, আপোনাৰ গানে মোক সেই পুৰণি দিনবৰলৈ মনত পেলাই আবেগিক কৰি পেলালে দাদা

    • @basantapatgiriloksangitoff8970
      @basantapatgiriloksangitoff8970  2 роки тому

      বৰ ভাল লাগিল।স্মৃতিবোৰ সাচি ৰখাৰ বাবে বহুত বহুত ধন্যবাদ

  • @user-pc2wr5xs5h
    @user-pc2wr5xs5h 5 місяців тому

    Very good

  • @biswanath8914
    @biswanath8914 Рік тому +1

    দামোদৰদেৱৰ আৰু গীত পাম বুলি
    আশা___ __!

  • @hridayanandatalukdar2831
    @hridayanandatalukdar2831 Рік тому

    আগৰ দিনবোৰ ঘূৰি আহিল যেন লাগিছে

  • @dibakarchpatgiri5802
    @dibakarchpatgiri5802 2 роки тому +1

    বজালীখ্যাত পাটগিৰি দাৰ পুৰনি কন্ঠ শুনি আপ্লুত হলো , লগতে তেখেতলৈ অশেষ ধন্যবাদ জনালোঁ ।

  • @gajenchoudhury5798
    @gajenchoudhury5798 2 роки тому

    ভাল লাগিছে

  • @phulmotinath5702
    @phulmotinath5702 2 роки тому

    Ok

  • @khagendas7860
    @khagendas7860 2 роки тому

    Very good. Thanks

  • @dalimidevi6072
    @dalimidevi6072 2 роки тому

    আপুনি অসমৰ গৌৰৱ।

  • @ritudayal5464
    @ritudayal5464 2 роки тому

    আপ্লুত হলো।

  • @dalimidevi6072
    @dalimidevi6072 2 роки тому

    অতি সুন্দৰ পৰিবেশন।

  • @bhupalidevi3667
    @bhupalidevi3667 2 роки тому

    👍

  • @pranitabaruah1238
    @pranitabaruah1238 2 роки тому

    বহু দিনৰ মূৰত শুনিলোঁ।
    ভাল লাগিল দাদা।

  • @dalimidevi6072
    @dalimidevi6072 2 роки тому +1

    বহু নতুন গীত আমাক উপহাৰ দিব বুলি আশাৰে ৰৈ থাকিলো। কুশল কামনা কৰিলো আপোনাৰ।

  • @dalimidevi6072
    @dalimidevi6072 2 роки тому

    বসন্তদা আপোনাৰ মাতটো শুনিলে হাইস্কুলৰ দিনলৈ উভতিযাওঁ

  • @ajitroyajitroy7350
    @ajitroyajitroy7350 2 роки тому

    Bahut dhanyabad patgiri daa. Kintu. Bhakti bhaba tari r ganbor sonkale die Jen. Plz plz...