‘মোৰো এটা সপোন আছে’ৰ স্ৰষ্টা ড০ ৰুবুল মাউত,মুখ্য সম্পাদক নিতুমণি শইকীয়াৰ সৈতে ‘অভিমত’

Поділитися
Вставка
  • Опубліковано 15 січ 2025

КОМЕНТАРІ • 200

  • @Anudhrita.boro9864
    @Anudhrita.boro9864 10 місяців тому +22

    " মোৰো এটা সপোন আছে " কিতাপখন পঢ়ি বহুত ভাল লাগে ❤

  • @gitimakalita5356
    @gitimakalita5356 Рік тому +15

    মোৰো এটা সপোন আছে ❤ কিতাপ খন ক্লাছ ১০ ৰ সম্বৰ্ধনাত পাইছিলো খুব সুন্দৰ এখন কিতাপ ❤ পঢ়া সকলে নিশ্চয় গম পাইছে

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @mondirakalita4221
    @mondirakalita4221 11 місяців тому +6

    খুব এটা মূল্যবান অনুষ্ঠান চালোঁঁ৷ ঋণাত্মক বাতৰি দেখি দেখি টিভি চোৱা বাদ দিলোঁ৷ আজি ম’বাইলত এই সুন্দৰ অনুষ্ঠান চোৱাৰ শুনাৰ সৌভাগ্য হ’ল৷ ❤

    • @AnjuGogoi-bn2qg
      @AnjuGogoi-bn2qg 7 місяців тому

      😅😅😅😅😅😅😅😅

    • @dipaliphukan701
      @dipaliphukan701 2 місяці тому

      অতি সুন্দৰ অনুষ্ঠান চোৱাৰ সৌভাগ্য হ'ল। অসমৰ প্ৰিয় লেখক তথা আমেৰিকাত কৰ্মৰত বিজ্ঞানীজনলৈ তেখেতৰ অৱদানসমূহৰ বাবে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অনুষ্ঠানটোৰ বাবে ধন্যবাদ জনাইছোঁ দুয়োগৰাকীলৈ ।

  • @BidishaAgasti
    @BidishaAgasti 7 місяців тому +25

    সঁচাকৈয়ে এই কিতাপ খনে মোৰ মনত ভালকৈ পঢাৰ উদ্যমতা, জীৱনত আগবাঢ়ি যোৱাৰ এক অনুপ্রেৰণা যোগায় থৈ গ'ল।
    বহুতৰ মনত বহুত আবেগ যোগোৱা এই কিতাপ খনে আৰু বহুত সপোন গঢ়ি তুলিবলৈ সাহস দি গ'ল❤

    • @nanditadekadas1676
      @nanditadekadas1676 2 місяці тому +1

      Ye kitab se mujhe bahut Prerana mili , is k phone ke bad mujhe bahut sahas mila

    • @nanditadekadas1676
      @nanditadekadas1676 2 місяці тому +1

      এইখন এখন যুগান্তকাৰী কিতাপ, কিতাপখনে মানুহৰ মনত অনুপ্ৰেৰণা যোগোৱাৰ উপৰিও পঢ়ুৱৈ সকলক সাহসেৰে আগবাঢ়ি যোৱাত সহায় কৰিব।

    • @nanditadekadas1676
      @nanditadekadas1676 2 місяці тому

      Actually this book is extremely aboon to one's life for which he or she can go abundantly in progress ❤

    • @nanditadekadas1676
      @nanditadekadas1676 2 місяці тому

      Yes, 🤚🏻 l can assure you 200%

    • @nanditadekadas1676
      @nanditadekadas1676 2 місяці тому

      Tes🎉❤

  • @Ddddd-e2o
    @Ddddd-e2o 8 місяців тому +4

    বৰ্তমান কিতাপখন পঢ়ি আছোঁ। Salute 🙏

  • @bhagawatpritam1284
    @bhagawatpritam1284 11 місяців тому +10

    সচাঁকৈ অভিমত তো উপভোগ কৰি যথেষ্ট অনুপ্ৰাণিত হ'লো তেওঁৰ যিটো জানিবলৈ ইচ্ছা কৰা অদম্য আগ্ৰহী মন সেইটোৱে তেওঁক ইমান আগুৱাই লৈ গৈছে বুলি ভাবোঁ।

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @nirupamatalukdar-kh1ld
    @nirupamatalukdar-kh1ld 11 місяців тому +3

    ভাল লাগিল অভিমতচাই অসমত বহু মানুহ জেনেটিক ৰোগত আক্ৰান্ত কিবা এটা কৰক sir ❤

  • @HaraPrasadSharma-i5j
    @HaraPrasadSharma-i5j 7 місяців тому +6

    অতি প্ৰয়োজনিঅ আলোচনা আপোনি আমালৈ আগ বঢ়াই দিয়াত ধন্যবাদ জনালো

  • @lsd4889
    @lsd4889 10 місяців тому +3

    Sir r kitap khn jetia porhisilu tetia bht sakupani olaisil..aji sir janak dekhi bht bht bl lgile ..tq nitumani da teok mati ona babe

  • @debasishgogoi3495
    @debasishgogoi3495 Рік тому +24

    খুবেই ভাল লাগিল।
    Dr . মাউত ৰ অভিজ্ঞতাই বহুত ক উৎসাহ যোগাব।

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @basistharabha5018
    @basistharabha5018 Рік тому +5

    অতি মূল্যবান এখন প্ৰেৰণাময় গ্ৰন্থ ।প্ৰথম প্ৰকাশৰ সময়তে পঢ়ি অভিভূত হৈ পৰিছিলো ।অতি ৰসাল আৰু অগতানুগতিক শৈলীৰে বৰ্ণীত এখন প্ৰয়োজনীয় গ্ৰন্থ ।

    • @pabitakumarhajarika9086
      @pabitakumarhajarika9086 Рік тому

      অতি প্ৰয়োজনীয় আবেগিক মনোৰম মনোগ্ৰাহী আৰু বিতোপন গ্ৰন্থ।

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @Okayy_905
    @Okayy_905 3 місяці тому +2

    Kitap khn pohi a ahisu...bor dhuniya kitap...as a hs 2nd year science student bhut vl lgil❤

  • @Parthajyoti2001
    @Parthajyoti2001 6 місяців тому +2

    আপোনাৰ এই যাত্ৰাই এটা দুখীয়াৰ ঘৰত চাকি এগছী জ্বলাবলৈ যথেষ্ট। ধন্যবাদ।

  • @pronitabordoloi1254
    @pronitabordoloi1254 11 місяців тому +3

    বহুত ভাল লাগিছে ডঃ ৰুবুল মাউত আৰু আগুৱাই যাওঁক ভগৱানৰ ওচৰত তাকেই কামনা কৰিলোঁ

  • @chandankurmi7979
    @chandankurmi7979 Рік тому +10

    অনুষ্ঠানটো চাই বহুত ভাল লাগিল , এনেকুৱা ব্যক্তিৰ সৈতে হোৱা কথোপকথনে নিশ্চয় আজিৰ অসমীয়া সমাজক জীৱনৰ বাটত আগুৱাই যোৱাত প্ৰেৰণা আৰু সাহস দিব। এনেকুৱা অনুষ্ঠানৰ বাবে প্ৰতিদিন গোষ্ঠীয়ে আৰু পদক্ষেপ লওক । আমি কৃতজ্ঞ হৈ থাকিম।

  • @santanusaikia2797
    @santanusaikia2797 Рік тому +16

    As a regular Abhimot viewer, the interview with Dr. Rubul Mout stands out among the many I've watched, ranking as one of the best. I want to express my gratitude to Shri Nitumoni Saikia for organizing this valuable session and extend thanks to the esteemed Global Citizen, Dr. Rubul Mout, for his participation. My prayer goes for his bright future, ensuring positive outcomes for human welfare.

    • @sashitalukdar7015
      @sashitalukdar7015 Рік тому

      LP FR NO

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

    • @jt.dhs.dibrugarhudid504
      @jt.dhs.dibrugarhudid504 10 місяців тому

      ❤aààaáßàààà😊lAà1a❤​@@sashitalukdar7015

  • @AyushSaikia-t8f
    @AyushSaikia-t8f 6 місяців тому +1

    ছাৰ কিতাপ খন পঢ়ি বহুত বহুত ভাল লাগিল। আপোনাৰ লৈ বহুত ধন্যবাদ জ্ঞাপন কৰিলে

  • @Statusking-ur9gd
    @Statusking-ur9gd 11 місяців тому +2

    Mur prio gonthra ❤ etia Dekhi val lagil likhok jonak❤

  • @MigamDoley-wt7bq
    @MigamDoley-wt7bq 11 місяців тому +4

    যদি ভাৰতে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাত মুঠ অৰ্থনীতিৰ প্ৰায় ৪%ব্যয় কৰে, তেতিয়া ভাৰত বিশ্বৰ ভিতৰত সকলোতকৈ শক্তিশালী দেশ হোৱাটো নিশ্চিত।

  • @jiyajugunudas2824
    @jiyajugunudas2824 Рік тому +9

    Dr Bikul Das তেওঁ কো এদিন মাতিব বুলি আশা কৰিলো। সৰু এখন শুৱালকুছিৰ দৰে ঠাইৰ পৰা গৈ আমেৰিকাৰ দৰে ঠাইত বৈজ্ঞানিক হৈছে । বহুত শিকিব লগা আছে।

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @pratulbarman1935
    @pratulbarman1935 11 місяців тому +3

    Kitap Khan pharisu bahut val lagise . thank you

  • @dark_gamer046
    @dark_gamer046 Рік тому +4

    বহুত ভাল লাগিল
    আশা কৰিছোঁ ৰুবুল মাউতৰ পৰামৰ্শ বিলাকে আমাৰ দেশত বাস্তৱ ৰূপ পাওক ।🙏🙏

  • @pinkumout7590
    @pinkumout7590 11 місяців тому +1

    Bohut bhal lagil deurbhaiti Abhinandan jonalu👍 tumar Kotha khiniye bohut utkha jogale thankyou.

  • @hemantakumarsarmah8987
    @hemantakumarsarmah8987 Рік тому +16

    সুন্দৰ ! এনেধৰনৰ সাক্ষাৎকাৰ দৰ্শকে নিশ্চয় আদৰি লব । ধন্যবাদ ।🙏🙏🙏

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

    • @DEVILGAMING-ue6xu
      @DEVILGAMING-ue6xu 11 місяців тому

      Bhgg😢😢😢b nh b bhhnhnnhb nbbbn b hnbnnnhnnnnnnhhhnhbnhnhhnnhhhbhnnhnbnnhhbnnnbnnnhhnhnbhbnbhhbhbbbbbbhnnnbhhhbbnnbbbbbhbbbbhhbhbnhbnbbbhnnbbnbbbbhnbnbhbbbhbnbbnbbbnnbbnnbnbbhbbbbbbbhhbbbhbbbbbbnbbbbbbbbbbbbbbbbbbbhbhbhhbbbbbbhhhhbhhbbbbbbbbbbnhhhbbbbbbbbbbbbbbnbbbbbnbbbnbhbbbbbbbbbbbbbhbbbbbbbbbbbbbnhhbbbbbbbnbbbbbbbbbnbbbbbbbbbbnbbbbbbbbbbbbbhbbbbbbbbbbbbbbhbhbhnbbbbbbbhbbbbbbbbbb

  • @DipamoniDutta-hm7ez
    @DipamoniDutta-hm7ez 6 днів тому +1

    Anok preona juguwa kitap muru ata xopun asa bohut morom apunaloi❤

  • @runjunbhuyansaikia795
    @runjunbhuyansaikia795 5 місяців тому +1

    শইকীয়া দেৱে গুনৱান ব্যক্তি জনৰ সুন্দৰ অনুস্থান নৱপ্ৰজন্ম ক উপহাৰ দিলে।অসমত এনেধৰণৰ মেধাৱী ব্যক্তি আৰু জন্ম হওক।আপোনাসৱক প্ৰণাম জনালো।

  • @priyakhigogoipg5220
    @priyakhigogoipg5220 2 місяці тому

    বহুত হেঁপাহেৰে কিতাপখন কিনি আনিছোঁ....বৰ্তমান পঢ়ি আছোঁ।❤

  • @RekhaDas-k4f
    @RekhaDas-k4f 7 місяців тому +1

    অনুষ্ঠান চাই বহুত ভাল ‌লাগিল। তেখেতৰ সপোন বোৰ পূৰন হ ওক তাৰে কামনা কৰিলো।

  • @someswariborah8239
    @someswariborah8239 8 місяців тому +2

    হয়, ময়ো এগৰাকী শিক্ষয়িত্ৰী আৰু মোৰ সন্তান বা ইষ্ট-কুটুম্বক এই কিতাপ খনি বহুবাৰ উপহাৰ স্বৰূপে দিছোঁ আৰু আগলৈও দিবলৈ ভাল পাম।অদম্য ইচ্ছা শক্তিৰ অধিকাৰী অসম-গৌৰৱ মাউতদেৱক প্ৰণিপাত জনাইছোঁ।

  • @aichengvlog8309
    @aichengvlog8309 17 днів тому

    আমাৰ দেশ যে গৱেষণাৰ ক্ষেত্ৰত বহুত পাছ পৰি আছো অনুষ্ঠানটো চাই গম পালোঁ। গৱেষণাৰ বাবে চৰকাৰে বেলেগ দেশৰ তুলনাত প্ৰয়োজনীয় পুজিয়েই যোগান ধৰিব নোৱাৰে।কথাৰে বিশ্ব গুৰু হ'বলৈ গলে নহ'ব নহয়

  • @bobyborah28
    @bobyborah28 Рік тому +6

    এইজন মোৰ আত্মীয়।আমি তেখেতক লৈ বহুত বহুত গৌৰৱ কৰো।

  • @moushumidas9106
    @moushumidas9106 Рік тому +19

    বহুত ভাল লাগিল program টো চাই,
    70sআৰু 80s ত সৰহ ভাগ লৰা ছোৱালীয়েই অসমীয়া মাধ্যমত পঢ়িছিল। গতিকে সফল অসফল প্ৰায় ভাগ মানুহ য়েই অসমীয়া মাধ্যমত পঢ়া। কিনতূ এতিয়া সময় সলনি হৈছে। গতিকে এতিয়া অসমীয়া আৰূ ইংৰাজী মাধ্যমৰ যুদ্ধ খন বাদ দিব লাগে।

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @binitachetia7327
    @binitachetia7327 11 місяців тому +4

    অভিমতৰ মুখ্য সম্পাদক শ্ৰদ্ধাৰ নিতুমনি শইকীয়াদেৱলৈ ধন্যবাদ জনাইছোঁ। এই সুযোগতে শ্ৰদ্ধাৰ ডঃৰুবুল মাউতদেৱক ভৱিষ্যতৰ লৈ আগবাঢ়ি যোৱাত ভগৱানে কৃপা কৰক তাৰে কামনা কৰিলোঁ। আপোনাৰ ৰচিত " মোৰো এটা সপোন আছে "এই আত্মজীৱনী মূলক গ্ৰন্থ খন পঢ়ি ধন্য হ'লো। বহুত ঘাত প্ৰতিঘাত পাৰ কৰি কঠোৰ সংগ্ৰামেৰে জীৱনতো উজ্জ্বলাই তুলিলে আপুনি।

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @CC.nabadipnath
    @CC.nabadipnath Рік тому +1

    Eman kom boyoxot eman achievement! Wow dada, wow! You’re inspiration.

  • @mridultalukdar7913
    @mridultalukdar7913 7 місяців тому +1

    কালাম চাৰ দৰে কোনোবা দেশক ভাল পোৱা কেৱল নিজৰ দেশৰ বাবে চিন্তা কৰা মহান পুৰুষ ওলাব🇮🇳 🙏

  • @mamonidevi617
    @mamonidevi617 11 місяців тому +1

    Bohut bohut bhal lagil

  • @JollyBuragohai
    @JollyBuragohai 11 місяців тому +1

    মই পঢ়িলো নিতুমনিদা,আৰু বহুতকে মই কিতাপ খন পঢ়িব লৈ দিছো,বহুত ভাল লাগিল কিতাপ খন পঢ়ি আৰু তেখেতৰ বিষয়ে জানিব পাৰি

  • @DipaliGohain-d2h
    @DipaliGohain-d2h 7 місяців тому +1

    খুবে ভাল লাগিল অনুষ্ঠান টো।

  • @LokmayaRai-fg5qt
    @LokmayaRai-fg5qt 9 місяців тому +1

    Bohut val lagila sir ❤

  • @animadas9562
    @animadas9562 10 місяців тому +2

    Tekhetk loi ami gurambit hoisu god bless you ❤️🙏🙏

  • @rumisarmah5589
    @rumisarmah5589 7 місяців тому +1

    bhut val lagil

  • @bornalidevi2322
    @bornalidevi2322 11 місяців тому +1

    আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ

  • @sumitradeka3599
    @sumitradeka3599 11 місяців тому +13

    সাক্ষ্যাৎকাৰটিৰ ( অভিমত ) ৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া দেৱলৈ ধন্যবাদ জনাইছো । এই সুযোগতে শ্ৰদ্ধাৰ ড° ৰুবুল মাউত দেৱক ভবিষ্যৎলৈ আগবাঢ়ি যোৱাত ভগৱানে কৃপা কৰক তাকে কামনা কৰিলো ।🙏❤️🙏

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @jibeshkrb529
    @jibeshkrb529 11 місяців тому +1

    অনুস্থানটি চাই সঁচাকৈয়ে আপ্লুত হ'লো,
    তেখেতৰ (ডঃ মাউত দেৱৰ) আৰু এটা সপোনো পুৰন হওঁক, তাৰেই কামনা কৰিলো

  • @cheniramdas5194
    @cheniramdas5194 3 місяці тому

    এনেধৰণ কিতাপ যুবসমাজৰ অনুপেৰণা ।কিতাপ এনেধৰণ হব
    লাগে।লিখকলৈ ধন্যবাদ।

  • @pankajkumarrajkhowa
    @pankajkumarrajkhowa 11 місяців тому +2

    Rubul mout is also a good adviser

  • @sidhartharamchiary1849
    @sidhartharamchiary1849 7 місяців тому +1

    Very good discussion for coming new generation, it gives inspiration to the human being in the World, Many thanks .

  • @RupaliBorah-ri7rr
    @RupaliBorah-ri7rr Рік тому +1

    Bohut bohut bohut val lagil.

  • @debajitdas6034
    @debajitdas6034 8 місяців тому +1

    Bhal lagil.

  • @akhilgogoi1869
    @akhilgogoi1869 Рік тому +1

    Bhout bhout bhal lagil.

  • @bidit.cht2448
    @bidit.cht2448 7 місяців тому +1

    A great talk show

  • @Bni686
    @Bni686 Місяць тому

    You are my inspiration sir❤❤❤

  • @sunandaborah8177
    @sunandaborah8177 11 місяців тому +1

    অভিনন্দন বহুত বহুত প্ৰণাম সেই পিতৃ মাতৃক

  • @Earthexplorer6185Assam
    @Earthexplorer6185Assam 8 місяців тому +1

    এই অনুষ্ঠানটো অসমৰ সকলো মানুহে চাব লাগে

  • @amritkalita7315
    @amritkalita7315 Рік тому +14

    ঈশ্বৰে আৰু আগুৱাই নিয়ক তাৰে কামনা কৰিলো !এয়াই প্ৰকৃত অসমীয়া গিৰী !

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @BinapaniDowarah
    @BinapaniDowarah 5 місяців тому

    বহুত ভাল লাগিল

  • @shashiburagohain4558
    @shashiburagohain4558 11 місяців тому +3

    খুব সুন্দৰ গ্ৰন্থ 💖ময়ো গ্ৰন্থখন বহু লোকক আৰু স্কুল, কলেজত প্ৰদান কৰিছো। 🙏প্ৰিয় ব্যক্তি প্ৰিয় গ্ৰন্থ 💖💖

  • @anisaikia8348
    @anisaikia8348 Рік тому +5

    মোৰ দৃষ্টিত আজিলৈ এইয়া মানুহ সফল হয় , যাৰ আন্তৰিকতা আছে আৰু সচাঁ চকু পানী ওলাই। সচাঁ চকুপানীৰ মূল্য ভগৱানে দিবই 🙏

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @kanchowalidas9204
    @kanchowalidas9204 11 місяців тому +1

    Bawt val lagil dhanyabad

  • @arotiborah2733
    @arotiborah2733 5 місяців тому

    Val lagil sir🙏

  • @simaranibora8015
    @simaranibora8015 Рік тому +3

    মই এখন কণিষ্ঠ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ বিষয় শিক্ষয়িত্ৰী ।মই যেতিয়া কেতিয়াবা শ্ৰেণীকোঠাত ছাত্ৰ ছাত্ৰীসকলক কোনে কি কি কিতাপ পঢ়িছা সোধো, কৈ গৌৰৱবোধ কৰো যে “মোৰো এটা সপোন আছে"আৰু বকুল ফুলৰ দৰে ,অসীমত যাৰ হেৰাল সীমা এইকেইখন গ্ৰন্থৰ নাম বেছি লয় ।এইটোও কৈ বেছি ভাল পাম যে কৃতি ছাত্ৰ-ছাত্ৰীক সম্বন্ধৰ্না ,বিবাহ অনুষ্ঠান আদিত এই গ্ৰন্থখনি অতি কমেও বিশখনমান গ্ৰন্থ উপহাৰ দিছোঁ ।মোৰ দুয়োজনী ছোৱালীয়ে নৱম মানত পঢ়ি থাকোতেই এই গ্ৰন্থখনি পঢ়ি বহুত ভাল পাইছে ।

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @PoragHazarika-o5h
    @PoragHazarika-o5h 11 місяців тому +1

    God, bless you

  • @dhirajtumung850
    @dhirajtumung850 Рік тому +5

    আজি দুই বছৰ হ'ল ড° ৰুবুল ছাৰৰ
    আত্মজীৱনীমূলক গ্ৰন্থখন পঢ়া। তেওঁৰ জীৱনৰ কাহিনী পঢ়ি অনুপ্ৰাণিত হৈছো।

  • @sidhartharamchiary1849
    @sidhartharamchiary1849 7 місяців тому +1

    Without " Good" , all are nothing , because ,We are Son of good.

  • @prodipbora2752
    @prodipbora2752 Рік тому +11

    কিতাপ খন দুবাৰ পঢ়িলো। অতি সুন্দৰ কিতাপ।পঢ়িব ছোন।

  • @LakhanGhatuwar
    @LakhanGhatuwar 3 місяці тому

    Thank you sir😊😊😊❤❤

  • @nisibakso3756
    @nisibakso3756 2 місяці тому

    Buhut bhal lagise

  • @jadumonigogoi1605
    @jadumonigogoi1605 Рік тому +9

    ড° ৰুবুল মাউত এটা অন্তহীন প্ৰেৰণাৰ উৎস৷

  • @কল্পতৰুএকপ্ৰয়াস

    অভিনন্দন জনালো,অতি গুুৰু ত্বপূৰ্ণ বিষয় এটা আলোচনা কৰিলে,তাৰ বাবে অশেষ ধন্যবাদ

  • @SamirprabhaGogoi
    @SamirprabhaGogoi Рік тому +2

    প্ৰথম শ্ৰেণীৰ পৰাই। অনা-অসমীয়া ঠাইত এই লৈ শিক্ষকক ছাত্ৰ ছাত্ৰীৰ লগাই মানসিক অত্যাচাৰ কৰে।

  • @amritagogoi2739
    @amritagogoi2739 Рік тому +3

    বহুত ভাল লাগিল আৰু ইয়াৰ পৰা অনুপ্ৰাণিত হৈছোঁ

  • @Jonali-l1z
    @Jonali-l1z Рік тому +2

    ৰুবোল মাউটক চাবলৈ বৰ ইচ্ছা আছিল। আজি অশেষ ভাল লাগিল।

  • @nirupamatalukdar-kh1ld
    @nirupamatalukdar-kh1ld 11 місяців тому +2

    Sir বাহিৰত থাকি কেচামাটিৰ গোন্ধ পাহৰি নাযাব 😮

  • @pradipkumarborah1506
    @pradipkumarborah1506 11 місяців тому

    Most like hearing of Dr Rubul s life history

  • @tredeepdutta9449
    @tredeepdutta9449 Рік тому

    ভাল লাগিল 🙏🙏

  • @Angshumanrabha
    @Angshumanrabha 11 місяців тому

    Heart touching book ❤😢.

  • @MamoniDutta_
    @MamoniDutta_ Рік тому

    খুউব ভাল লাগিল

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @PradipRay-v5e
    @PradipRay-v5e 10 місяців тому

    Thanks sir................aku Loh pam.

  • @BiplobSaikia-rp9ne
    @BiplobSaikia-rp9ne 8 місяців тому

    প্ৰিয় গ্ৰন্থ ❤

  • @KiranDevi-sb7nw
    @KiranDevi-sb7nw Рік тому

    GOD. Bless. YOU

  • @BhargabKalita04
    @BhargabKalita04 Рік тому +4

    Thank you so much sir...amazing knowledge full video ❤

  • @rknath3155
    @rknath3155 Рік тому +5

    বন্ধু তোমাক অলেখ অভিনন্দন জনালো .. তোমাক মই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আৰ চি চি ২ ছাত্ৰাৱাসত লগ পাইছিলো কিছুদিনৰ বাবে..

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @BontiBorah-bx8sc
    @BontiBorah-bx8sc Рік тому

    ভাল লাগিল

  • @animasaharia6679
    @animasaharia6679 11 місяців тому +2

    " মোৰো এটা সপোন আছে" মোৰ প্ৰিয় গ্ৰন্হ । সুন্দৰ অনুষ্ঠান, ভাল লাগিল।

  • @arungogoi2837
    @arungogoi2837 11 місяців тому

    Bahot bhal lagil aibor katha sarkarei janib Lage aponaloke sarkarak ganaok

  • @pradipnath8612
    @pradipnath8612 Рік тому +3

    Bhal lagil bahu katha janilu

  • @tarunchamuah6605
    @tarunchamuah6605 11 місяців тому

    Apuni bhal manuh ajon raijok ani dekhuwa babe dhonyabad

  • @DebarunDutta-r5l
    @DebarunDutta-r5l 5 місяців тому

    🙏🏼

  • @DibakorKaman-q6s
    @DibakorKaman-q6s Рік тому +1

    Hkhyathar to huni khuob bhal lagil. Nojona kotha bhutu jabiboloi pai bohut hukhi palu. Dhonyobad.

  • @ratikantamili.5442
    @ratikantamili.5442 11 місяців тому

    Hosakoi great scientist...R.M sir ❤❤

  • @rawandreal99
    @rawandreal99 Рік тому +6

    এনেকুৱা বৈজ্ঞানিক আৰু মাতিব লাগে... কবি সাহিত্যিকৰ অভাৱ নাই অসমত।

  • @MisssurbhiboraMissmahabharatka

    😊❤

  • @gobindamili205
    @gobindamili205 Рік тому +1

    Nitumoni da apunar ai anustane uthi aha projonmok bohut val msg dise.. thank you so much protidin time ❤

  • @Apun_Manuh_Dutta
    @Apun_Manuh_Dutta 11 місяців тому

  • @SumiBaishya-g6q
    @SumiBaishya-g6q 3 місяці тому

    Apunar anustanbor bohut bhal lage❤❤❤❤❤❤

  • @pronitabordoloi1254
    @pronitabordoloi1254 11 місяців тому

    মুখ্য সম্পাদক নিতুমণি শইকীয়াদেৱলৈয়ো ধন্যৱাদ জনালোঁ আৰু কৃতজ্ঞ হ'লোঁ ।

  • @bijoukumarhazarika2522
    @bijoukumarhazarika2522 11 місяців тому

    Best 0f luck

  • @punyahazarika645
    @punyahazarika645 Рік тому +2

    পঢ়িলো ।আমাৰ পুথিভঁৰালৰ ছাত্ৰ ছাত্ৰী সদস্য সকলক পঢ়োৱালো ।অনুষ্ঠানটো "পুথি ভঁৰাল গোট"লৈ চেয়াৰ কৰিছো ।

    • @pankajdutta9131
      @pankajdutta9131 11 місяців тому

      অসমীয়াইও Lobbying আৰম্ভ কৰিবৰ হ'ল। এই দিশত পিছ পৰি থকাৰ বাবেই Unicode অত অসমীয়াক বাদ দি ১৮৫৫ চনত ৰ টোক ব় কৰি আৰু ৱ আতৰাই (বৰ্ণপব়িচয়, ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ) মৌলিকতা নোহোৱা এটা তেনেই নতুন লিপিক সন্নিৱিষ্ট কৰা হ'ল। Unicode অত অসমীয়া লিপিৰ নাম নাই, বাংলাহে আছে। আচলৰ নাম নাই, নকলৰহে নাম Register হ'ল।
      অসম সাহিত্য সভাই অসমীয়াৰ প্ৰচাৰ-প্ৰসাৰ বাদেই, Unicode অত অসমীয়া লিপিক সন্নিৱিষ্ট কৰিবলৈ চেষ্টাই কৰা নাই।

  • @jakirali6986
    @jakirali6986 Рік тому +1

    Bohut Val lagil dada

  • @Your-Lover
    @Your-Lover 11 місяців тому +1

    "মোৰো এটা সপোন আছে"
    এই কিতাপখন নপঢ়া কোনোবাই
    এই ভিডিঅ'টো চাই আছানে...?
    কিতাপখন পঢ়িব মন আছে নেকি..?