КОМЕНТАРІ •

  • @khagenburagohain2357
    @khagenburagohain2357 День тому +6

    ইমান সুন্দৰ ভাষণ, মোৰ শুনি বৰ ভাল লাগিল। নিতুমনি শইকীয়া দেৱ লৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।🙏

  • @tapanchoudhury2854
    @tapanchoudhury2854 День тому +7

    ৰাম কৃষ্ণ হৰি সেৱা nitu দা বহুত ভাল প্ৰাসংগিকতা মূল্যবান ভাষণ ৰাখিলে

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 День тому +16

    সুন্দৰ অতি সুন্দৰ বক্তব্য ৰাখিছে ।

  • @raininath8023
    @raininath8023 22 години тому +1

    বৰ্তমানৰ প্ৰাসংগিকতাত অতি সুন্দৰ উপস্থাপন।।

  • @bhabendrakalita9079
    @bhabendrakalita9079 День тому +4

    সুন্দৰ আৰু সছাঁ কথা । ভাল লাগিল🙏🙏

  • @nabanitaneog9625
    @nabanitaneog9625 23 години тому +1

    Excellent🙏🙏…. গাঁওখনৰ পৰিবেশৰ লগত মিলি গৈছে … সঠিক স্থানত সঠিক বক্তৃতা 😊

  • @horinamoramiyarokh3890
    @horinamoramiyarokh3890 День тому +4

    একদম সত্য কথা,,,এইবিলাক বন্ধ হব লাগে।।।গুৰু বাদ্য অকল গুৰু আসনৰ ওচৰত প্ৰকাশ হব লাগে।।এক শৰণৰ মাজত থাকিব লাগে।।

  • @ranukalita1790
    @ranukalita1790 День тому +2

    ধন্যবাদ আপোনাক। আপোনাৰ কথাবিলাক মোৰ কিন্ত ভাল লাগে। এইকাৰণেই আপুনি সচা কথা ক্য়।❤🙏🙏🙏🙏🙏🙏

  • @smgogoi1347
    @smgogoi1347 День тому +2

    জয় গুৰু শঙ্কৰ । ভাল লাগিল ।

  • @hiranyadas3255
    @hiranyadas3255 День тому +3

    অতি সুন্দৰ প্ৰদৰ্শন সঁচা কথা কথা কৈছ জয় শ্ৰী ৰাম কৃষ্ণ হৰি বিষ্ণু নাৰায়ণ হৰি 😊👌👍🙏

  • @amulyasaikia6821
    @amulyasaikia6821 День тому

    বহুত ভাল কথা ক'লে নিতুদা, ধন্যবাদ থাকিল ।

  • @mukutborah4081
    @mukutborah4081 День тому +2

    সুন্দৰ,সচাঁ কথা কৈছে। ভাল লাগিল🙏

  • @junmonisaikia7223
    @junmonisaikia7223 10 годин тому

    অতি সুন্দৰ কথা আৰু সঁচা কথা কৈছে

  • @keshabbora7742
    @keshabbora7742 День тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @hemantadas3963
    @hemantadas3963 20 годин тому

    কৃষ্ণ,শ্ৰদ্ধাৰ নিতুমনি শইকীয়া দেৱৰ বক্তব্য ও মন্তব্য অতি গুৰুত্ব পূৰ্ণ। নৱ প্ৰজন্মৰ বাবে অমৃত সদৃশ। আৰু এয়াই সত্য। তেখেতক ভগৱানে আশীষ প্ৰদান কৰক যাতে উশৃঙ্খল আৰু কোঙা সমাজ ব্যৱস্থাক স্বচ্ছ আৰু নিকা কৰাত সফল হওঁক। সু স্বাস্থ্য আৰু সুখী জীৱন যাপনৰ কামনা কৰিলো। কৃষ্ণ কৃষ্ণ 🙏

  • @AkashSaikia-re5jq
    @AkashSaikia-re5jq День тому +5

    🙏🙏👍👍

  • @subhashsut2215
    @subhashsut2215 День тому +3

    সছা‌ কথা কৈছে নিতুমনি‌ ডাঙৰীয়া‌ দেৱ‌‌।মই আজি বহুত সুখি । ধন্যবাদ ‌ও আশীৰ্বাদ থাকিল।আমি সৰু মানুহ কথা কবলৈ আছিল কিন্তু ---.মোৰ উপাধি সুধিলে অসমীয়া মানুহে মোক‌ সূত‌ কি‌ মানুহ‌ প্ৰশ্ন কৰে ।

  • @gobindadeka627
    @gobindadeka627 День тому +2

    সচাই ‌; তেতিয়া হে সাৰ্থক হ'ব ।

  • @harensaikia204
    @harensaikia204 5 годин тому

    Excellent.bahut Val lagil apunar kotha khini huni.thank you so much nitu da

  • @subhashsut2215
    @subhashsut2215 День тому +2

    কমলপুৰ বাসিলৈ শুভেচ্ছা ‌ও আশীৰ্বাদ থাকিল।

  • @balindeka5645
    @balindeka5645 День тому +3

    Aponar kathA suni. Bhal lagil

  • @Nezukoxhetia
    @Nezukoxhetia 23 години тому

    শ্ৰদ্ধাৰ সাংবাদিক নিতুমণি শইকীয়া দেৱৰ অতিব সুন্দৰ সাৱলীল মন্তব্য খিনিয়ে ভৱিষ্যত যুৱ প্ৰজন্ম সকলক অনুপ্ৰানিত কৰক ! তাৰেই কামনাৰে .., তেখেতলৈ ও প্ৰণাম জনালোঁ 🙏🙏🙏

  • @UdayDutta-r3z
    @UdayDutta-r3z 11 годин тому

    ককাইদেউয়ে প্ৰকৃত মূল্যৰ বান কথা কৈছে। মই ককাইদেউক সন্মান জনাইছো।

  • @RuprekhaBorah-ql9oh
    @RuprekhaBorah-ql9oh День тому +1

    সুন্দৰ অতি সুন্দৰ, বক্তা জনলৈ বহু ধন্যবাদ।

  • @udishPegu-d4f
    @udishPegu-d4f День тому +3

    Krishna

  • @chitrakumarhazarika6622
    @chitrakumarhazarika6622 День тому +2

    নিতুমনি শইকীয়াদেৱে বহুত ভাল কথা কৈছে। মতলবী এচাম মানুহৰ বাবেই ধৰ্ম সংস্কৃতি সাহিত্য ৰাজনীতি সকলোতে আজি গড়াখহনীয়া আৰম্ভ হৈছে। ইয়াৰ পৰিত্ৰাণ সম্ভৱনে___চিন্তাত এতিয়া বিৰাট ডাঙৰ প্ৰশ্নবোধক চিহ্ন।

  • @paruldutta5898
    @paruldutta5898 День тому +2

    Krishna krishna krishna

  • @KalpanaKalita-r7s
    @KalpanaKalita-r7s День тому +2

    Valei lagise dei sir

  • @prativadas4274
    @prativadas4274 День тому +1

    ভাল কথা কৈছে এনেকৈ কৈ যাওক

  • @pallabikagohain5720
    @pallabikagohain5720 День тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🌹🙏🙏🙏

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 День тому +3

    নাৰায়ন পোৰ বাখিক বহুত বহুত শলাগ জনাইছোঁ সমস্ত জনলৈ সেৱা জনালোঁ কৃষ্ণ 🙏

  • @PrabinBordoloi-n9u
    @PrabinBordoloi-n9u 19 годин тому

    শ ইকীয়াৰ কথাখিনি শতকৰা৯৫ ভাগেই গুৰুত্বপূৰ্ণ, কিন্তু ,মোৰ ভাৱেৰে এজনক খালত পেলাই আনজনক বামত তুলি ধৰিব লাগিছিল,।কাৰণ সকলোৱে তেনেকুৱা নহৱ ওটো পাৰে।কাৰণ একনিষ্ঠ ভাৱে সেৱা কৰা লোকো আছে। এয়া আমি উপদেশ দিছো বুলি আপোনি কিঞ্চিৎ মানো নেভাৱিব,কাৰণ কথাখিনি আমি আপোনাৰ লগত মিলাই লৈছো,কাৰণ চাউলো সিজক মিতিৰো ৰক্ষা পৰক। কৃষ্ণ, কৃষ্ণ, কৃষ্ণ 😊😊😊

  • @Rodalibasumatary
    @Rodalibasumatary День тому +4

    কৃষ্ণ কৃষ্ণ,।।🙏

  • @DhatriMedhi-yp8rq
    @DhatriMedhi-yp8rq День тому +1

    সুন্দৰ বক্তৃতা শুনি ভাল লাগিল

  • @bipinbora7052
    @bipinbora7052 День тому +2

    আপোনাক শতকোতি সেয়া জনালো

  • @bipulsaikia4260
    @bipulsaikia4260 День тому +1

    শুদ্ধ ❤ তোমাৰ কথাত এক একমত

  • @MidulBoruah-l5y
    @MidulBoruah-l5y 21 годину тому

    অতি নিভিক স্পষ্ট বাদী নিতুমনি শইকীয়া সদায় শ্ৰদ্ধা জনাই জাম । তেখেতৰ বলিষ্ঠ কন্ঠ অসমৰ বাবে অমৰ হওক।

  • @dipaksaikia6248
    @dipaksaikia6248 День тому +3

    সত্য কথা কোৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো । কৃষ্ণ কৃষ্ণ । কৃষ্ণ ।

  • @abhigyanborahanuhazarika167
    @abhigyanborahanuhazarika167 День тому +2

    Krishana 🙏🙏🙏🙏🙏🙏🙏

  • @taramaitarmai6964
    @taramaitarmai6964 5 годин тому

    সত্য কথা গুৰু বাদ্য অকল গুৰু আসন বজাৱ লাগে ডাঙৰ মানুহ আহিব বুলি গায়ন বায়ন বজায় আনিব নালাগে

  • @jugalbaruah6541
    @jugalbaruah6541 День тому +2

    Jai Guru SANKARA sarbo gunakara. Mahapurus joner sristibur abaru ulekh nokori udyukta sokolok somalusonahe korile.

  • @diptirajkhowa5484
    @diptirajkhowa5484 День тому +1

    Monar kotha bor kowa babe val lagil thanks you nitumoni 20:39

  • @ChampaBharali-w3y
    @ChampaBharali-w3y 21 годину тому

    Bohut sundar kotha kole

  • @HimanshuSaikia-ue1xc
    @HimanshuSaikia-ue1xc 19 годин тому

    Kotha khini xuni val lagil dada

  • @lakhipatar6362
    @lakhipatar6362 День тому

    ধন্যবাদ জনালোঁ কথাখিনি কোৱা বাৱে৷

  • @rupalineog342
    @rupalineog342 День тому +2

    কৃষ্ণ

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c День тому

    মা ধ বে বো লোন্ত শ্ৰুতি স্মৃতি মোৰ আজ্ঞা বাণী জানা নিষ্ঠি।আঁক উলঙ্ংঘিয়া প্ৰ ব ত্ত্যই যিটো জন সিটো ভৈলা মোৰ আজ্ঞা ছেডি।। মোৰ ভক্ত
    হ নতু বৈষ্ণৱ সিটো নুহ য়।।শইকীয়া দিবলৈ অভিনন্দন হৃদয়ৰ পৰা জনালোঁ।।আজিৰ সমাজত লোং তাই ভক্তই নামঘৰ মন্দিৰ নামত প্ৰদান কৰা
    টকা খোৱা ডকাইত বোৰ বিদ্যমান।।মন্দিৰ নামত উঠা দ্ৰব্য টকা আত্ম সাত বেবাজী বেশ বা চেলেং গামোচা ব্যৱহাৰ কৰি ভণ্ড লোক প্ৰতি অঞ্চল বিশেষত বিদ্যমান।।সমাজৰ টকা মদ মাংস পাৰ্টি ও অসমত নোহোৱা নহয়।।পাছ শ বছৰ আঁগতযিখন শংকৰ মাধৱ দামোদৰ গুৰুৰ আদৰ্শ একখন মাত্ৰ সমাজ আজি
    কিছুমান বিভাজিত শক্তি উত্তৰণ হোৱা যেন অনুমান।।জন্ম ৰ পৰা লৰালি পৰা
    একত্ৰিত সমাজ খন কা ৰুবাৰ পৰোঁ চনা
    ত পৰি যেন আমু কৰ প্ৰসাদ নাখাবা আদি সমজত জী ঘিনা সৃষ্টিকৰ্তা বিলাক সমাজৰ কৃতা নু ৰ উদ্ভৱ হল।।কোনো গুৰুৱে কৃষ্ণ উপসনা বাদে একো ভূত প্ৰেতক পূজা শ ৰণ ভজন নিদিয়ে।। নিজকে গুৰু জাহিৰ কৰি কলৈ নিজে সমাজ অত্তি স্পৰ্শ কাত ৰ কৰি এখন
    বিভাজিত সমাজ? ৰত্নাৱলিত খো দিত ভেদ দুৰ ভৈ লে কৰে নিষ কাম ভক্তি।।ভাদ মাহত ভাগ ভাগ হৈ দিন ভগোৱা কেইটা বৈষ্ণৱ নহয় খা টাং।। আঠাই শ হাজাৰ বেদত পাৰ্গত ঋষি স কলে নিৰ্জন
    ঠাইত নইমিসাৰ ন্যত শুনিছিল ওঠৰ পূৰাণ।।মাইক ত চিঞৰি।গলা ঘূৰাই সমাজ ত বিষ বাস্প বিয়পুৱাটো বিদ্যমান।।নুসুনাবা বুলি লিখা পদ দম্ভী আদিক সুনাব মনা কৰা কিয় শুনাই।।আধুনিকতাৰ ধৰ্ম খুমীয়াত সমাজ ক নীতি ৰ বিধিক জলঞ্জলি।।কৃষ্ণ এৰীলত
    ইটো ভূমণ্ডল।অধ্বৰ্মে যোৰিলা ৰাজ।শ্ৰী ধৰ্ম ধ্ৰিতি শৌচ সৈত্য নীতি কৃষ্ণৰ।লগতে গৈ ল।।মহন্তৰ মহা মিলীল বিষাদ।দুর্জ্জনে কৰে উল্লা স।।জটায়ু পক্ষী যে নাৰীৰ সতী ত্ব ৰক্ষাৰ বাবে প্ৰাণ উচৰ্গা।।আৰু আমাৰ প্ৰজন্ম ক কোনে শিক্ষা দিব? শইকীয়া দেৱক লগ পোৱাৰ মানস থাকিল ও দিৰ্ঘায়ো কামনা।।ইন্দ্ৰ কান্ত লস্কৰে।বাখ্যা চাৰ্য্য অসম বৈদিক মহা সভা ও অসম সত্ৰ মহা সভা।।নমস্কাৰ গুৰু বৈষ্ণৱ সমস্ত প্ৰন্মম।।

  • @nirupamadas2038
    @nirupamadas2038 День тому +3

    সঁচা শুদ্ধ।

  • @rekhagogoi322
    @rekhagogoi322 День тому +1

    Krishna 🙏🙏.

  • @HirenKalita-z1v
    @HirenKalita-z1v День тому +1

    Very good

  • @Eva-vq9td
    @Eva-vq9td День тому +20

    Bap jon , apuni somajoloi bohut janiblogia kotha kole.somaj khone Jen ai kothat...mon..die .moi take kamona korisu.somaj valei amar val.somajot akota huwatu pahori goise.manobiotatu naikia hoi hoise.mur vab hoise ami sokolu jagi uthibor hol. Ceneltik koisu Ane dhornor bakhya somuh di thake jen.

  • @Jmahanta644
    @Jmahanta644 День тому +1

    বৰ্তমান সমাজত ভকত, সৰুভাগী, বৰভাগী, তালবজাব জনা, পাঠেকী দুৰ্তগতিত বাঢ়িছে। কিন্তু একাংশক শাস্ৰৰ উপদেশ গুৰু জনাৰ আৰ্দশ বাণী পালন কৰা তথা হুদয়ংগ ম কৰা ভকতৰ সংথ্যাহে কমিছে নেকি? কাৰণ আনুষ্ঠানিক ভাৱে অনুষ্ঠান পালন কৰাটোৱে একমাত্ৰ ধৰ্ম বুলি ধৰি লৈছে। তেখেত সকলৰ পৰা অনুজ সকলে ল"বলগীয়া আৰ্দশ নেদেখে। নিৰ্ভিক সাংবাদিক জনৰ স্পষ্টবাদী সময়োপযোগী ভাষণটিয়ে নিশ্চয়ে শ্ৰুতাক প্ৰভান্বিত কৰিব। জয় গুৰু শংকৰ।

  • @ChampaBharali-w3y
    @ChampaBharali-w3y 21 годину тому

    Right

  • @pranjalbharali2560
    @pranjalbharali2560 День тому +4

    Krishna krishna 🙏🙏🙏🙏🙏

  • @balindeka5645
    @balindeka5645 День тому +1

    Bhriya lagil

  • @praneswarbarman8917
    @praneswarbarman8917 Годину тому

    Thanks

  • @ramcharandeka9143
    @ramcharandeka9143 День тому +1

    Krishna Krishna KRISHNA.

  • @jinuchawrok9178
    @jinuchawrok9178 День тому

    প্ৰাসংগিক ভাষণ 🙏

  • @ShibaramDas-em4ec
    @ShibaramDas-em4ec 21 годину тому

    কৃষ্ণ বাপ জন

  • @kabindrabarman4685
    @kabindrabarman4685 7 годин тому

    Fine

  • @JugalDutta-c6j
    @JugalDutta-c6j 11 годин тому

    আনক সমালোচনা কৰা অনুষ্ঠান নহয় এয়া । কথা কব জানে বুলিয়েই যা - তা কথা কব নালাগে । Negative thoughts . মানুহে আজিকালি উচিত অনুচিত একো নুবুজে । মাত্ৰ চাপৰি বজাব জানে । আপুনি গুৰুজনাৰ প্ৰতিষ্ঠাৰ বাবে এইপৰ্যন্ত বিশেষ কি কৰিছে ?

  • @BirenHaloi-u5y
    @BirenHaloi-u5y День тому +1

    Sundar Barta

  • @nayankalita8694
    @nayankalita8694 22 години тому

    ❤❤❤❤😂😂

  • @tileswarnorah
    @tileswarnorah День тому

    😢yes dada apunar kotha khon hundred parsent hosa

  • @banikantagogoi4139
    @banikantagogoi4139 19 годин тому

    Nituda I love you

  • @PratulchDas
    @PratulchDas День тому

    আপুনাৰ মতত শ্ৰদ্ধা ৰাখিলো

  • @kalpanahazarika7631
    @kalpanahazarika7631 День тому +2

    সঁচা কৈছে।একে বাৰে সত্য।

  • @deepadas4
    @deepadas4 День тому +2

    কৃষ্ণ। সঁচা কথা ক'লে।

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 День тому +3

    কথা বোৰ সঁচা নহল ও মিছা নহয় 👍

  • @ranuhazarikanayak9601
    @ranuhazarikanayak9601 День тому

    কৃষ্ণ,

  • @r.saikia3334
    @r.saikia3334 День тому +1

    কৃষ্ণ কৃষ্ণ

  • @LiliBharali-xj4si
    @LiliBharali-xj4si День тому +1

    Amar Namghor Bahira kotha patiboli nidu aru napate di

  • @SimaMahanta-bi9qd
    @SimaMahanta-bi9qd 23 години тому

    Apuni kuwa katha adha sasha

  • @balindeka5645
    @balindeka5645 День тому +1

    Apuni spatsa badi

  • @SimaMahanta-bi9qd
    @SimaMahanta-bi9qd 22 години тому

    Apuni nam ghariyak sur banaise

    • @phanidharkalita1710
      @phanidharkalita1710 4 години тому

      আপুনি আৰু কিছু দিন এনেদৰে গাওলৈ আহি এনে দৰে বক্তব্য আগবঢ়াই আমাক উপকৃত কৰাৰ বাবে সেৱা জনালো ।ফনীধৰ কলিতা।