Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বহুত ভাল লাগিল অনুষ্ঠানতো চাই,চেতনা বাইদেউৰ পৰা শিকিব লগা বহুত কথা আছে আৰু আৰু বহুত কথা শিকিলো,আকৌ এদিন বাইদেউৰ সাক্ষাৎকাৰ এটা লব চক্ৰ দা।বাইদেউৰ সু-স্বাস্থ্য কামনা কৰি ভগৱন্তৰ ওঁচৰত প্ৰাৰ্থনা জনাইছো🙏🙏
বৰ সুন্দৰ । তোমাৰ এই সুন্দৰ অনুষ্ঠানটিলৈ বহুত বহুত আন্তৰিক শুভেচ্ছা জনাইছো দেই ।আমি এনে অনুষ্ঠান চাবলৈ বৰ আশাৰে হাট চাই থাকো।
বাইদেউৰ কথা বোৰ শুনি থাকিলে শুনি থাকিবলৈ মন যায়। বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো ❤❤❤
চক্ৰপাণি অশেষ ধন্যবাদ তোমালৈ। চেতনা বাইদেউৰ বিষয়ে লিখাৰ যোগয়তা নাই প্ৰয়োজন ও নিশ্চয় নাই। এবাৰ বাইদেউৰ ভৰিদুখন যদি চুব পাৰিলোহেতেন!!!!!
বাইদেউ সদায় প্ৰিয়।🙏🙏🙏
সুন্দৰ লাগিছে বাইদেউ ❤❤🎉
বহুত ভাল লাগিল আজিৰ অনুষ্ঠানতো। বাইদেউৰ সু-স্বাস্থ্য কামনা কৰিলোঁ 🙏🙏
Bohoot,val,Lagil,O
বাইদেউৰ দীৰ্ঘায়ু কামনা কৰিলো ভগৱানৰ ওচৰত ইমান ধুণীয়া লাগিল কথাবোৰ মোৰ যে চকু পানী ওলাই আহিল আনন্দতে ধন্যবাদ থাকিল আপোনালৈ
Bahut bahut val lagise baideo..bahut xikib pariso❤❤
বৰ সুন্দৰ সুন্দৰ কথা ক'লে দেই বাইদেউ..... আপোনাক 🙏 ...... সুন্দৰ অনুষ্ঠান 👏👏
Bor bhal lagil. Baideu hodai Jen anedore thake
Most importent advice Setana Baideu.
Bähut besi val lagile 💕👍🏻
Love from Jorhat 😍🤩❤️💞 Akashdeep
Hohile hompod..khong namei sondal bohut dhunia koth kole aapuni ❤❤❤
Wah dhuniya ❤❤
বৰ ভাল লাগিল বাইদেউৰ কথাবোৰ। সু-স্বাস্থ্যৰে দীৰ্ঘায়ু কামনা কৰিলোঁ বাইদেউ🙏
চেতনা বাইদেউৰ অভিনয় সৰুৰেপৰাই চাই আহিছো☺ ইমান খুহুতীয়া অভিনয় কৰে❤ ভালে থাকক আপুনি 🙏💖
বহুত ভাল লাগিল অনুষ্ঠান টো.......চেতনা বাইদেউক লগ পাব বৰ ইচ্চা আছে
Right baideu,God bless you....
You are most beautiful woman in the world ❤
বাইদেউৰ প্ৰতিটো শব্দ ই শিকিব লগা । যত জীয়াই থকাৰ বাৰ্তা আছে । বৰগীত, টোকাৰি গীত , দেহ বিচাৰ গীত আৰু লোকগীতৰ মাজতো আধ্যাত্মিকতা ধাৰণা তত্ত্ব উপল্বদ্ধি হয় । "" মনুষ্যৰ জীৱন"" নামৰ টোকাৰি গীত টিয়ে নিশ্চয় সমাজৰ মাজত সমাদৃত হওক ।
Bht vl lgil ktha khini
Chakra daa bohut vaal lagil, kintu aru olop homoi koleu val logaburor karone homoi hodai komei hoi.......vaal lagil
Very heartfelt information !
বাইদেউক বহুত ভাল লাগে
God bless you catana badeu
Setona baideur kathabor huni thakibo mon jai shakri vaiti aru adin studio t anibasun naba projatmarbabe bor haruwa kotha aru hotupadesh.
❤❤❤❤
ধন্যবাদ বাইদেউ ❤
বৰ ভাল লাগিল অনুষ্ঠান টো চাই
Chakrapani dar personality vl lage kiba ata...emn nijor apun apun lage teuk❤
মই প্ৰতিদিনৰ কৰ্মচাৰী।আপোনাৰ লগত দুই এটা নতুন কামত সহযোগ কৰিব বিছাৰো।
বহুত ভাল কথা কলে৷বহুত ভাল লাগিল ৷
Real Actress 🎉
❤️❤️
Nice ❤❤❤❤
বাইদেউ মোৰ অতি মৰমৰ আৰু প্ৰিয়,বাইদেউৰ সুস্বাস্থ কামনা কৰিলো 🙏
bohut vsl lagol
Bohoot,Val,Lagil
Very Thanks 👍🙏
চেতনা বাইদেউক লগ পাইছিলো আজিৰ পৰা প্রায় 5 বছৰ আগতে | তেতিয়া নাটকৰ সময়ত | 2018 চনৰ জুলাই মাহত | বাইদেউৰ এষাৰি কথাই মনটোত চুই গৈছিল | বাইদেউক কৈছিলো - বাইদেউ এখনি ফটো তোলো আৰু মই লগালগ পেনৰ পকেটৰ পৰা মবাইলটো উলিয়াইছিলোহে - বাইদেউৰ প্রশ্ন তোমালোকে মবাইলো লৈ আহা নেকি ? সেইষাৰি কথা আজিও মনত পেলাওঁ - সঁচাকৈ খুব ইচ্ট্রিক আছিল বাইদেউ আৰু তেনেদৰে ল'ৰা - ছোৱালীখিনিক খুব মৰমেৰে কথাবোৰো বুজাই গৈছিল | বাইদেউৰ সান্নিধ্যই জীৱনটোক ধন্য কৰিলে | এগৰাকী পূজনীয় বাইদেউ | সদায় শ্রদ্ধা আছে তেওঁলৈ | তেওঁক সদায় ভগৱানে কুশলে ৰাখক তাৰে কামনা কৰো | বাকী বাইদেউ কথানো কি কম | সেয়া ক'লেও কম হ'ব | সৰু কথা এটাকে চেয়াৰ কৰিলো সকলোৰে আগতে | ❤❤❤🙏🙏🙏😍😍😍
বহুত ভাল লাগে চেতনা বাইদেউ ক
🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️
Val lage baido r kothabur huni
বাইদেউ মোৰ প্ৰিয় অভিনেত্ৰী
চেতনা বাইদেউৰ voice টো বহুত sweet হয় ❤
bhut bhut dhanyawad
God bless you 🥰😊
Sound khub kom apunar video burot please sound quality Tu thik korok Chakkra da
খুব সুন্দৰ উপদেশ বৰ ভাল লাগিল।আমাৰ তেজ পুৰ জীয়াৰী আমি বহুত ভাৱ পাওঁ সুন্দৰ লোক গীত গাই গাভৰু কালত কেতেকী বাৰী লৈ খুবেই আহিছিল জেঠায়েকৰ ঘৰ।মামন বা বুলি মাতো আমি।
@@montimahanta1977
❤❤@@montimahanta1977
8.7444
Satonomam,aopon ঋঋঋচেতনামেম,আপূনি,এগৰাকি,ভাল
Love you chakara pani dada
Baidew ktha bor bahut lage
Zubeen dak aonk na please🙏🙏
Nslsge besi legel diye
এদিন জুবিন দাক লাগে চক্ৰ দা ।আপুনি মাতিলে জুবিন দা আহিব
Dailog eta anurudh korisu olop hahir khurak diboloi anurudh korisu
অতি।খুনদৰ।অনুষ্টান।পাতিছে
বহুত কথা শিকিব পাৰিলোঁ ।
Rite
Satona Baydaw Aww r babaw alop kowk
Baidewor kotha bur khosaSakur Pani ulay
Zubeen dak lage BAAARTA LAAP at❤❤
Mur srather bidew sadiy hahe thakak ameu hahe thakem .
Bor,bhal,kotha,koiseboideo
Kotha bor vl ke hunay nejay faltu chnl
চেমিমক অনুৰোধ কৰি কৰি হতাশ হলো এতিয়া চক্র বাপু লৈ অনুৰোধ এসময়ৰ অতিকৈ জনপ্রিয় অভিনেত্রী বিদ্যা ৰাও বাইদেউৰ কথোপকথন ৰাইজৰ ওচৰত দাঙি ধৰিবলৈ । গোৱালপাৰাৰ পৰা।
Moi o bisaro
Val lagil baidew .dirghau kamona korilo
চেতনা বাইদেউ কথা বোৰ শুনি মন প্ৰাণ হাত পৰি হল । আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ।❤
🎉❤
❤❤❤
Great 👍🏾 love you Baidew ❤ Stay happy healthy and blessed always 🙏🏽
Bohut val lagil dei kokaideu...
Aro abar matak
Mur vl loga baideu joni❤
কথাবোৰ শুনি ভাল লাগিল া🙏
সুন্দৰ বাইদেউ
Baidewr kathakhini aamarbabe bahut upakari buli anubhav karilo
Chetana baideur swami, jak ami Bimal da, buli matisilu tekhet ex serviceman huar pisot business hutre chariduwar t amar gharat bhara loi asil, tetiya moi bht xoru asilu, muk Bimal dai bht morom korisil, last Bimal dak log paisilu Tezpuror lalmatit
Kotha khini bor val lagil bidewli sewa janalo bidew drighayou howk
Baidewr kothabur bohut bhal lagil Porakhor da aapunak dhayanobad jonaichu logote badewku jonalu
Baideok sodai val lage aru val lagi thakibo Aajibon...Biseh koi aji anusthan val lagile 🎉❤
ইমান ধুনীয়া কথাৰ শৈলী........শুনিলে শুনি থাকিব মন যায়.........❤
enekuwa enekuwa hilpi bilakok alop dekhbo sun bohut mon jai kotha bur huniboloi
Setona baidew bohut val pau .
khub hundar koi kotha khini koise baideor jibantu aru hundar houk
Bahut dhuniya.... Val lgil pranab kumar barman dadak matok na plz dada... Moi nalbarir pora juri koisu
Baideor kotha khini xuni khosai a bhut vll lagil❤
Mon sui gol kothabur.bohut val lagile.
Bohut Val lagil
Bhaut val lagil
Bohut val lagil Baideu hodai anekoi thakouk 🙏
বাইদেউ কথাবোৰ সচাই অন্তৰ চুই গল ।
বহুত ধুনীয়া কথা কৈইছে, বহুত ভাল লাগিল ধন্যবাদ
আপুনি সদায় সুখি হৈ থাকক বাইদেও
সুন্দৰ
ভাল লাগিলে ।
Chakra da sound tu alp sbasun saru hy sunat problem hy
বাইদেউৰ অভিনয় সদায় অপূৰ্ব❤
সুন্দৰ অনুস্থান
Nitumoni saikia daak anibo lge
GOD BLESS YOU BAIDEU .

Satonomam,aopon ঋঋঋ
চেতনামেম,আপূনি,এগৰাকি,ভাল
Love you chakara pani dada
Baidew ktha bor bahut lage
Zubeen dak aonk na please🙏🙏
Nslsge besi legel diye
এদিন জুবিন দাক লাগে চক্ৰ দা ।আপুনি মাতিলে জুবিন দা আহিব
Dailog eta anurudh korisu olop hahir khurak diboloi anurudh korisu
অতি।খুনদৰ।অনুষ্টান।পাতিছে
বহুত কথা শিকিব পাৰিলোঁ ।
Rite
Satona Baydaw Aww r babaw alop kowk
Baidewor kotha bur khosa
Sakur Pani ulay