Khub dhuniya koi anusthan Tu start korila aje namratai tumi , Jenekoi namro kotha botora kothonhoili bor val loga hoi suwalijoni tumi hosakoi agbahi jua aru bohut uporoloike Takei kamona korisu Namrata tumak 🥰 kintu Sakur sawonire namratai bohutu nukua kothai koi jai bujai diye, dusokuloi salei dekha pau obuj hobdobihin bohu kotha G bur usharito hua nai Duti uthor majere...Jen Hokti thakiu Hatot power thakiu order loi roi thoka responsible person dore... Moi pratitu episode saisu aru sau mur khub priyo hoi anusthan Tu, aru eyar poti jon manuhe hundor kothonhoili kintu tar majot Number one buli kobo pari Namrota Priyam 👍 Chakrapani da pisote aitu anusthanot Namratai Best 👍
Bhanti aaji Kali tenekuwa akonai. Assamat asb jangostir gaan gaba pare aamar kono problem nai. Kono dusta lok ketiaba ulta pulta bake hei bilak man Kariba nalage. Tumi aagbarhi joowa .thanks.
তোমাৰ কথা, গীত,মাত বৰ মৰম লগা। তুমি ক'ত আছিলা ইমান দিনে?তোমাৰ নাম যে শুনা নাছিলো? তোমাৰ এটা সুন্দৰ ভবিষ্যত আছে। আশীৰ্বাদ কৰিছো।আগুৱাই যোৱা।
সুজাতা কাৰ্তিক এগৰাকী হাঁহিৰ মুখিয়া গায়িকা । তেওঁৰ কথা বতৰা বিলাকতো এটা মাদকতা আছে । কণ্ঠও সুন্দৰ ! সুজাতা কাৰ্তিক তুমি আনৰ ককৰ্থনা আৰু বঞ্চনা বিলাকৰ প্ৰতি গুৰুত্ব নিদি তুমি তোমাৰ যাত্ৰাৰ পথট আগুৱাই যোৱা । কথাতে কয় নহয় :---- " ধৈৰ্যৰ ফল সদায় মিঠা হয় " !
তোমাৰ যাত্ৰাৰ সফলতাৰ কামনা কৰিলো !
😊
বহুত ধুনীয়া কণ্ঠ আপোনাৰ ..কিন্ত আপোনাক মই এটা কথা অণুৰোধ কৰো যে সকলো জাতি গীত গাব লাগে কাৰণ আপোনাৰ কণ্ঠ বহুত ধুনীয়া
সুজাতা তোমাৰ এই প্ৰতিভাক আৰু অধিক ৰাইজৰ মাজলৈ নিবলৈ চেষ্টা কৰা
সুন্দৰ প্ৰচেষ্টা। কিন্তু অসমীয়া গীত গালে ভাল পাম।
চাহ জনগোষ্ঠীৰ লোকসকল বৰ্তমান সম্পূৰ্ণ অসমীয়া জাতিৰ এটা অংশ সেই সুত্ৰে তেখেত সকলৰ গিত মাতো আমাৰ অসমীয়া সমাজৰ অংশবিশেষ।।
আমি বহুত বেছি ভাল পাইছো।আচল অসমীয়া ছোৱালী আৰু বোৱাৰী তাৰোপৰি আচল শিল্পী বুলি কয়।
মাতটো ইমান ধুনীয়া।কথাবিলাকো বৰ সুন্দৰকৈ কৈছে।
অসমত আটাইতকৈ অৱহেলিত আৰু অপমানিত জাতি টো হৈছে 'আদিবাসী জাতি' সকলো ঠাইতে অসন্মান কৰা হয়। I'm proud to be Adivasi.
আপোনাৰ চেষ্টা সফল হওক
সুজাতাৰ কথা বোৰ বৰ ভাল লাগিছে ।
বহুত ধুনীয়া হৈছে ভন্তী তুমি আৰু আগুৱাই যোৱা তাৰে কামনা কৰিছোঁ।
আদিবাসী হিচাপে নিজকে গৌৰৱ কৰো। ভাল লাগিল ।ধন্যবাদ জনাইছো আপোনালৈ
ভন্তি , সুজাতা কাৰ্তিকলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷
খুব সুন্দৰ কথাবোৰ শুনি ভাল লাগিল 😘😚🥰☺️ jai adivasi 🔥 love from Lakhimpur জয় আই অসম
বৰ ভাল লাগিল!
বাৰ কথা খিনি ইমান ধুনীয়া লাগিল আৰু কিছু দুঃখ তথা বেয়া লাগিল ৷বা আপুনি ,আপোনাৰ কাম কৰি যাওঁক ৷আপোনাৰ ভগৱানে সহায় কৰিব ৷লগতে ধন্যবাদ দিছো বাৰ্তালাপ অনুষ্ঠানক ❤️৷
ভাল লাগিল। আগ বাহি যোৱা
উৎসাহজনক অনুষ্ঠান ।
নামটো যেনেকৈ ধুনীয়া, দেখদেখিবলৈ কো খুব ধুনীয়া, তাতোকৈ ধুনীয়া আৰু মধুৰ হয়.... আপোনাৰ কণ্ঠ । সুখী হওঁক, আগবাঢ়ি যাওক লগতে ঈশ্বৰে সহায় কৰক... শুভ কামনা কৰিলোঁ ।
বহুত বহুত শুভেচ্ছা থাকিল। সুন্দৰ কন্ঠ
Bohut val lagil....aji kiba eta khikibo parilu tumar pora...kori goi thaka👍👍🥰
সুন্দৰ । তেখেতৰ সংগ্ৰাম সফল হওক ।
বহুতো ভাল লাগিল ।নিচুকনি গীতৰ কেচেট এটা আপোনাৰ কণ্ঠত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ ।এই ভাষাৰ গীত মাতে মোক বহুতো আকৰ্ষিত কৰে । আপোনাক বহুতো ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
বহুত ভাল লাগিল সুন্দৰ কণ্ঠ আগ বাঢ়ি যাওক ।
বহুত ভাল লাগ'ল । অনুষ্ঠান টা দেখে কৰে।❤
ভাল লাগিল বা সুন্দৰ অনুষ্ঠান 🙏🙏
সমীৰ তাঁতী এজন প্ৰতিস্থিত অসমীয়া। কবি
ধুনীয়া লাগিছে ধন্যবাদ
সুজাতা তোমাৰ কথাবোৰ ভাল লাগিল।MN music production .ত মই ঝুমুৰ গীত এটিগাইছো শুনিবা আৰু কমেণত দিবাচোন। মদন নেওগ। অৱসৰ প্ৰাপ্ত এই শিক্ষক।ৰাজগড়।Dibrugarh.
বহুত সুন্দৰ সুজাতা বা আগবাঢ়ি যোৱা ।
আপোনাৰ কথাবোৰ শুনি থাকি বৰ ভাল লাগিল । দুলাল দাৰ গান শুনি বৰ ভাল পাও ।আগলৈ
আৰু আগুৱাই যোৱা তাৰ কামনা ৰে আশীৰ্বাদ থাকিল
নিজৰ সমাজখনৰ বাবে সাৱলীলভাৱে কোৱা কথা বোৰ খুব ভাল লাগিল। আমাৰ সমাজখনৰ সাংস্কৃতিক ক্ষেত্ৰখনত কৰিবলগীয়া বহুতো আছে। সংগীত জগতত আপোনাৰ কাম কৰাৰ ধৰণ অন্যন্য। কেতিয়াও পিছলৈ চাব নালাগে, আমি আছোঁ, সমাজখন লগত আছে...!
ড°@
তোমাৰ কথা বাৰ্তা। খুব ভাল। লাগিল । ঘৰ কত। তোমাৰ। ভিতৰত। অনুতাপ। অনুভব। বিলাক বূজি। পাইছো। ভবিশত। আশীৰ্বাদ। কৰিছো। তোমাৰ। মনো। কামনা। পূৰন। হক
সুন্দৰ কণ্ঠ। আগবাঢ়ি যোৱা ঈশ্বৰে আশীৰ্বাদ কৰিব।
Tumr udeshay tu bohut mohan, hahokhere proshetha solai juwa, adin hophol hoba.
Such a beautiful and soothing voice. Even without background music, it's so soulful.
Wishing you absolute success, may you go places. ❤️
ৰাঘুৱা তাঁতীৰ bisya মিতিং খন যে পাতিছিল হাতিগৰ বাগানত ওদালগুৰি সাহিত্য সভাৰ সহযোগত তাৰ পিচত তোমাৰ লগত কথা patisiu ভাল লাগিছিল মোৰ husband pabitra sarmai কৈছিল তোমাৰ ককা ৰঘুৱা তাতিৰ কথা
বহুত ভাল লাগিল।
সম্পূৰ্ণ video টো চালো।
Very nice👍👏🥰
ভাল লাগিল সুজাতাৰ কথাবোৰ শুনি
বহ্ণত।ভাল।লাগিল বা।তুমি আগ বাহি।য়োবা।ভৰ্গবাণে।তোমাক সহায় হক।
Bahut Bhal Lagil , Nijor Comunity R babe Kam korar babe , I proud her, Thanks.
আগবাঢ়ি যোৱা
বাৰ্তালাপ টো চায় বহুত ভাল লাগিল।
ধুনীয়া বাৰ্তা লাপ । ভাল লাগিছে
Namrata priyam 2mr voice 2 xub ay dhuniya
Thank you 😊
সঙঘাতে আনেমোৰ প্ৰশান্ত সাগৰৰ, প্ৰগতিৰ নতুন দিগন্ত।। ধন্যবাদ
চাহ জনজাতি গীত শুনি বৰ ভাল লাগে মাতটো বৰ মধুৰ ভাল লাগিল
সুন্দৰ ।
Sujata i 💯 hosa kotha koise. Bohut bohut xuvokamona jonaloo. Very simple and intellectual folks singer.with thankful regards
সুজাতাৰ, মাত খুব ধুনীয়া।
Very nice performance. Go ahead way to your journey of music. All the best wishes to you and your family. ❤🎉❤.
Val lagil ba
Ajiker Bartalap anusthan mee aaloosona huwa kotha gila khoob bhal laglo dii. Aro aaguwai jaa dii aashirbad sobdin thakbek.
Her thoughts are right. she has a a bold mind
Wish her all success
Fantastic. So strong mentality and constructive.
বৰ ভাল লাগিল । তোমাৰ ভবিষ্যত উজ্জ্বল হ ওক ।
Bohut val lagil dei sujata ba r kotha bur huni, eman val k bujai dise
Bangali ,karbi , Sonowal,kasari ahom,Mising ,boro barua,katita Bora buli asomor kisuman asomiyai beyake gaai thake kintu teou pahori Jai je aami hindu
Jaat bisar kori thakile asomok khonok aami unnat korib noarim
Jaat bisar nokori asomor babe kam karok nissoy aami unnot hob parim
Very nice ba
Apunak bhagwane enekuai Shakti diyak
Radhe Radhe 🙏🙏🙏
Jai aai axom
Akdom monr ktha kole
God bless you Sujata ba & your voice is a very demanding ❤ lots of love Sister ❤
God gifted voice. Go on. You are admirable for New born of Axom. Wishing you all the best Never back always be strong. Thanks allot 👌💥💥
সুন্দৰ কণ্ঠ বা আপোনাৰ
Bohut Bohut Dhainyabad . Bohut Bhal Lagile
Bhal lagil apunar programe tu sai apunar monubansa purna houk thank you
Birat vall lagil ajir anusthan tu ..
সুন্দৰ অনুষ্ঠান ❤️❤️
Bahut vall lagela
Bohut val lagise sai. Akha korisu apuni aru aga barhi juwok.
Bhut vl lagil kotha huni sujata sis..jai adivasi
Very nice movement keep up good work sister Sujata and love 💘you Arun Garg Bhai
Many many congratulations to sujata.Always be positive. Go ahead way to your journey
Very good sound & tune same Latamongesker . Go Ahead . Thanks.
কোনোবাই কাৰোবাক অসমীয়া বুলি ক'লে হে যে অসমীয়া হব বা নক'লেই যে অসমীয়া নহ'ব তেনে কি আছে আপুনি যদি নিজকে অসমীয়া বুলি ভাবে বা অসমক ভাল পায় আৰু অসমীয়া ভাষা সংস্কৃতিক নিজৰ বুলি আকোঁৱালি লৈছে তেনেহলে আপুনি অসমীয়া কোনোবাই অসমীয়া বুলি স্বীকৃতি পাবলৈ কাৰো প্ৰয়োজন নাই কিন্তু বহুতো জাতি জনগোষ্ঠীৰ লোকে এইখন অসমতে তেওঁলোকৰ কেইবাপুৰুষ জোৱাৰ স্বত্তেও তেওঁলোকে নিজকে অসমীয়া বুলি নকৈ নিজৰ জাতিৰ নাম কয় সেইটোহে ডাঙৰ কথা । মই অসমৰ সকলো জাতি-জনগোষ্ঠীৰেই গান ভাল পাওঁ
We are all Assamese proud of you.
Vl lgil thnx
Aguwai juwa ,bhagaban xahai haba,,,,,,retd Army,,,,
Very nice . God bless you .
Good step and good achievement.Always be happy and be positive
Sister mineded your singing long live your trip thank you so much 22:46
Xundor mat..
Val lagil sai Baa❤️
apunar thinking tu bht val apuni bht agole jabo buli akha thakil.
Ba tumk train t log pai...bartalaap sabo ahisu...kotha pati bht vl lgil...apuni aguwai jauk...bht dangor udesya loi agbarhisa,aguwai jua...trp pisot nadaoura gayika
Hundor
Vl lagill sai baa sujata Kartik baar konthot git homuh huni vl lage ru moi huniahisu ru hiki ahisu....
Val lagil ☺️Johar🙏
অতি সুন্দৰ 🙏
Caption মই শুদ্ধ কৰি দিছো। অসমৰ এগৰাকী কন্ঠশিল্পী সুজাতা কাৰ্তিক।
Khub dhuniya koi anusthan Tu start korila aje namratai tumi , Jenekoi namro kotha botora kothonhoili bor val loga hoi suwalijoni tumi hosakoi agbahi jua aru bohut uporoloike Takei kamona korisu Namrata tumak 🥰 kintu Sakur sawonire namratai bohutu nukua kothai koi jai bujai diye, dusokuloi salei dekha pau obuj hobdobihin bohu kotha G bur usharito hua nai Duti uthor majere...Jen Hokti thakiu Hatot power thakiu order loi roi thoka responsible person dore... Moi pratitu episode saisu aru sau mur khub priyo hoi anusthan Tu, aru eyar poti jon manuhe hundor kothonhoili kintu tar majot Number one buli kobo pari Namrota Priyam 👍 Chakrapani da pisote aitu anusthanot Namratai Best 👍
অশেষ ধন্যবাদ আপোনালৈ😊 মই শিকিহে আছোঁ আচলতে... আৰু বহু বাকী । আপোনালোকৰ মৰম, আশীৰ্বাদ পাই থাকিলে আৰু ভালকৈ কাম কৰি যাবলৈ উৎসাহ পাওঁ।
Vaal lagill baak agoloi matibo baak interview
Bhanti aaji Kali tenekuwa akonai. Assamat asb jangostir gaan gaba pare aamar kono problem nai. Kono dusta lok ketiaba ulta pulta bake hei bilak man Kariba nalage. Tumi aagbarhi joowa .thanks.
Nice,Proud for this woman
Video tu bohut val lagil👍👍👍👍👍👍👍👍👍👍👍👍👍👍
Oti bhal lagil anusthanti .
Your voice is so sweet 👍👍👍. God bless you.
সাক্ষাৎকাৰ লোৱা ভনী জনী আগলৈ কিন্তু চেলিবেটি হবৈ সেইয়া খাটাং
নতুনকৈ শিকিছোঁহে মই... মৰম দি থাকিব☺️
You are real Hero of Assam.so you are proud of me
Khub sundor 😌❤
Hundor. God bless you