‘প্রতিদিন টাইম’ৰ ষ্টুডিঅ’ত অসম গৌৰৱ ময়ূৰ হাজৰিকা,কোচিং নোলোৱাকৈ প্রথম চেষ্টাতেই কেনেকৈ উজলিল ময়ূৰ?

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • ‘প্রতিদিন টাইম’ৰ ষ্টুডিঅ’ত অসম গৌৰৱ ময়ূৰ হাজৰিকা
    ময়ূৰৰ সৈতে একেলগে ষ্টুডিঅ’ত গৰ্বিত পিতৃ-মাতৃ
    ময়ূৰৰ একাগ্রতাৰ কথা ক’বলৈ ষ্টুডিঅ’ত থাকিব তেওঁৰ শিক্ষাগুৰু
    কোচিং নোলোৱাকৈ প্রথম চেষ্টাতেই কেনেকৈ পঞ্চমত উজলিল ময়ূৰ?
    #UPSC #Mayurhazarika #pratidintime #nitumonisaikia

КОМЕНТАРІ • 375

  • @mainabarman4477
    @mainabarman4477 Рік тому +23

    দেউতা ভগৱানৰ ৰূপ, ময়ুৰৰ দেউতাকৰ সঁচাকৈয়ে কথাবোৰ শুনি থাকিলে হেপাহ নপলাই এনেকুৱা সুযোগ্য দেউতাকৰ সুযোগ্য সন্তান নিশ্চয় ভাল মানুহ হব 🙏

  • @basantahira8645
    @basantahira8645 Рік тому +105

    দেশ এখনৰ উন্নয়ন বাবে সকলো ধৰণৰ চাকৰিয়েই লাগিব। আৰু লগতে লাগিব খেতিয়কো। চকিদাৰো লাগিব IAS ও লাগিব।

    • @GT-dm8pw
      @GT-dm8pw Рік тому +1

      Biharor nisina amatkoi dukhia rajyot IASr jenekwa trend heitu kobo bisarise baba
      3rd divion luwa loraisu tat IAS hoise
      Amar Axomotu hoise kin2 bosorot 10 jonkoi komeu lage dopdopai thakiboloi as a Axom people

    • @jyotiprasad4945
      @jyotiprasad4945 Рік тому +3

      Toi guarantee chowkidar hobi, hei karone tur jolise, balor Bhai amar manuh kunubai success hoise tak toi encourage he koribo Lage, take nohoi tur kotit puroni hoise, Amar aukat nathakileu ami belege bhal korile nojolu

    • @neeljuli8083
      @neeljuli8083 Рік тому

      @@jyotiprasad4945 oi noradhom farmer k insult kriswje America t farmer flight t he jai.farmer e kheti nkorile nigoni mora khi mribi

    • @jyotiprasad4945
      @jyotiprasad4945 Рік тому +2

      @@neeljuli8083 farmer k tu moi insult kora nai, farmer hole je dukhiya hobo heitu kunu kothai nohoi, kintu belegor bhal dekhi turu koti pure neki😜😜😜

    • @sauravchandradas9599
      @sauravchandradas9599 Рік тому

      Monor kotha koi dila bhai🤝🤝

  • @hariharsarma9674
    @hariharsarma9674 Рік тому +15

    এটা দুখীযা পৰিয়ালৰ বাবে কিন্তু এটা পুলিচৰ চাকৰি আইএ এছ অফিচাৰৰ ওপৰত ।

  • @AnmolNew
    @AnmolNew Рік тому +109

    যদিহে আপুনি অসমীয়া বুলি নিজকে চিনাকি দিব বিচাৰে, তেনেহ'লে হৃদয়ৰ পৰা ময়ূৰ ছাৰলৈ Like এটা কৰে যেন!🙏❤

  • @sagarikachakravarty3067
    @sagarikachakravarty3067 Рік тому +9

    তেজপুৰ মাজগাও ৰ ময়ুৰ ৰ চুবুৰীয়া হৈ খুব আনন্দিত।।।দেশৰ বাবে ভাল কাম কৰি আগুৱাই যোৱা ময়ুৰ।।।

  • @user-mi5zw1lg5z
    @user-mi5zw1lg5z Рік тому +16

    বাবা ময়ুৰ,তোমালৈ থাকিল অশেষ শুভ কামনা.... এজন সৎ ব্যক্তি হিচাপে দেশৰ,অসমৰ মঙ্গলাৰ্থে কাম কৰাৰ কামনা কৰিলো....

  • @pranjalprotimkonwar4293
    @pranjalprotimkonwar4293 Рік тому +20

    আমাৰ সপোন বোৰ ডাঙৰ হব লাগে,ঠিক তেনেকৈ পৰিবেশ টো পাব লাগিব, আমাৰ চাৰিওফালে তুমি কি কৰিছা এইবুলি এ motivate দিয়া। আমুকে অমুক t পাইছে😢

  • @dibyaborpatragohain3640
    @dibyaborpatragohain3640 Рік тому +15

    ময়ুৰৰ লগতে ময়ুৰৰ মাক দেউতাক আৰু ভনীয়েকলৈও অভিনন্দন জনালোঁ , এনেকোৱা অমায়িক মাক দেউতাকৰ এজন সু যোগ্য পুত্ৰ দেশৰ গৌৰৱ তেখেতলোকলৈ প্ৰতিদিন টাইমৰ যোগেদি নমস্কাৰ জনাইছোঁ লগতে নিতুমণি শইকীয়া লৈও এনেকোৱা এটা সাক্ষাৎকাৰ ৰাইজলৈ আগবঢ়াই দিয়াৰ কাৰনে ধন্যবাদ জনাইছোঁ । এই অনুস্থানটোৱে উঠি অহা শিক্ষাৰ্থীসকললৈ বহুত উৎসাহ দিব বুলি আশা ৰাখিলোঁ 🙏

  • @jyotiprasad4945
    @jyotiprasad4945 Рік тому +66

    Studying in Ramanujan College, he got 9th position in All Assam, and after leaving Ramanujan got 5th position in All India, The real thing is that he got this success not because of Ramanujan, but because of his own ability.

    • @ripunjoygoswami1718
      @ripunjoygoswami1718 Рік тому

      Llllltltllltllllllllllllltlllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllllltltlttlttlllllllllltlttltlltllltllltlllllllllllllllllllllllllllllllttlt5ltl5llltllllllttlllltllttllllltllttlllltltttttlltlltl CTg

    • @ultra8142
      @ultra8142 Рік тому

      Right

  • @madhurjyasaloi5305
    @madhurjyasaloi5305 Рік тому +38

    দৰ্শকৰ প্ৰশ্নৰ এটা শিতানো সংযুক্ত কৰিব পাৰে অভিমতত ই আৰু কিছু প্ৰশ্নৰ উত্তৰ দৰ্শকক দিব ।
    সঁচাকৈয়ে এটা প্ৰেৰণাদায়ক অনুষ্ঠান । ধন্যবাদ

  • @maminsaikia6688
    @maminsaikia6688 Рік тому +7

    বহুত দিনৰ মূৰত এটা ভাল সাক্ষাৎকাৰ চালোঁ, হাজৰিকা দেৱলৈ মোৰ তৰফৰ পৰা অভিনন্দন জনালোঁ

  • @jitulmoysaharia5651
    @jitulmoysaharia5651 Рік тому +20

    Mayur is a genius man.. তেওঁ যি কোনো কলেজত পঢ়িলেওঁ, আজিৰ দৰে সফল হ'লহৈ।

    • @swarnalata96gogoi16
      @swarnalata96gogoi16 Рік тому +1

      Mayur sir a 3ta man coaching centre r pora class loisil

    • @jitulmoysaharia5651
      @jitulmoysaharia5651 Рік тому

      @@swarnalata96gogoi16 lobo pare... Coaching lowa student kichumane o napai

  • @manabtalukdar2098
    @manabtalukdar2098 Рік тому +48

    It is very sad that the media and society of Assam donot consider that getting into the Armed Forces is not an equally great achievement. For the information of the viewers it even more challenging to become an officer in the Defence services. Clearing the entrance examination of the NDA, CDS is also very tough.

    • @sauravchandradas9599
      @sauravchandradas9599 Рік тому

      True assam and assam's media is only biased on normal government job and high level government job 😭😭😭😭😭😭😭

    • @ultra8142
      @ultra8142 Рік тому

      Right

  • @anantakumarborah2192
    @anantakumarborah2192 Рік тому +14

    অভিনন্দন জনালো ময়ুৰ |

  • @drloadinggg
    @drloadinggg Рік тому +22

    Dilip bora sir credit sur korat ustad 12 paas kori gmch ot 4 yrs pohi + rural+ internship kori akou nije self preparation kori palai hai clear korise mayur daai apuni akou imn bosoror murot credit tu lobole ahile je...NEET JEE r u anekoi lora suwalir no. Rakhi loi aru drop di di puar pisot RJC r eu credit tu loi lobo ....😂Nijor xamortho thakile 12 th r logote pabo pora ke prepare koruabo...( O shit... faculty u xetu level or thkibo lgbo nhoi😂sobei tu erile besara dkb sir😢ok😂😂)

    • @bikashbaishya-bl5fr
      @bikashbaishya-bl5fr Рік тому +6

      Yes, college khon val buli amio porhiba jao pisot jikaijone porhi ahe teoloke he gom pi college khon val ne beya

    • @suraz7207
      @suraz7207 Рік тому

      @@bikashbaishya-bl5fr credit sur dekhba issA NAJAI BEHEN KI CHUT TUK

  • @JayaDas-fy8th
    @JayaDas-fy8th 6 місяців тому +2

    তোমালৈ আন্তৰিক অভিনন্দন জনালোঁ ময়ূৰ 🙏

  • @reenadewri5426
    @reenadewri5426 Рік тому +25

    আন্তৰিক অভিনন্দন জনালো প্ৰতি দিনৰযোগেদি । সুন্দৰ অনুষ্ঠান । সকলোৰে প্ৰেৰণা দায়ক ।

  • @lakhi1269
    @lakhi1269 Рік тому +4

    আজিৰ অভিমত বহুত ভাল লাগিল নিতুমণি শইকীয়া ডাঙৰীয়া,, UPSC ত পঞ্চম স্থান স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা ময়ুৰ হাজৰিকাদেৱলৈ আন্তৰিক অভিনন্দন জনালো লগতে তেওঁৰ পিতৃ মাতৃ, ভগ্নী তথা শিক্ষাগুৰু জনলৈও অভিনন্দন জ্ঞাপন কৰিলো,, ❤️💜❤️

  • @manturamtaid.
    @manturamtaid. Рік тому +40

    M A . PhD. MAc etc পাছ কৰা ব্যক্তি সকলে 3rd grade IV Grade চাকৰি বিচাৰি পায় । তেতিয়া জানিবা অসমখন প্ৰতিভাবোৰ অসমতে সমাপ্ত হৈছে ।

  • @BontiBorah-bx8sc
    @BontiBorah-bx8sc 6 місяців тому +2

    অভিনন্দন জ্ঞাপন কৰিলো ।ভগৱানে মঙ্গল কৰক ।🎉🎉🎉

  • @ManashiBorah
    @ManashiBorah Рік тому +1

    সকলো শ্ৰেণীৰ মানুহৰে সমাজত প্ৰয়োজন আছে৷সকলো কাম সমানেই গুৰুত্বপূৰ্ণ৷কামৰ কোনো সৰু বৰ নাই ৷সৰু কাম, সৰু চাকৰি এইধৰণৰ মানসিকতা অসমৰ পৰা আঁতৰাতহে অসমৰ মংগল৷ময়ুৰ হাজৰিকা অসমৰ নহয় দেশৰ সম্পদ৷তেওঁলৈ অলেখ অভিনন্দন আৰু শুভকামনা ৷

  • @shewalidevi9729
    @shewalidevi9729 Рік тому +7

    অভিনন্দন জ্ঞাপন কৰিলোঁ সুযোগ্য সন্তান ময়ূৰক ।🌷 তেখেতৰ লগতে পৰিয়ালৰ সকলোৰে অমায়িক আচৰণত আপ্লুত হ'লো ।
    অতি উত্তম আজিৰ এই "অভিমত" অনুষ্ঠান । কৃতজ্ঞ হৈ ৰ'লো ।

  • @manjulaborah1351
    @manjulaborah1351 Рік тому +15

    ময়ূৰলৈ অশেষ অভিনন্দন, অসমৰ লগতে তেজপুৰৰ হৈ বহুত গৌৰৱ কৰিছো জয় তেজপুৰ জয়, ভগৱানে তোমাক সহায় কৰক।

  • @bobyborah28
    @bobyborah28 Рік тому +6

    শতকৌটি অভিনন্দন ।মাক , দেউতাক আৰু ভন্তীজনীলৈও বহু বহু শুভকামনা যাচিলো ।🙏🙏🙏

  • @pranjaldoley2399
    @pranjaldoley2399 Рік тому +12

    Nitumani sir, you are the best journalist of Assam

  • @rintimonisarma4657
    @rintimonisarma4657 Рік тому +9

    কষ্টৰ ফল সদায়েই মিঠা তাক পুনৰ বাৰ প্ৰতিপন্ন কৰি অসম সন্তান হৈ অসমক আকৌ এখোজ আগুৱাই নিয়াৰ বাবে আপোনাৰ ওচৰত অশেষ ধন্যবাদ ।

  • @moniramdas4569
    @moniramdas4569 Рік тому +3

    Respected Mayur Hazarika is an ideal personalities for the present and the future generation of Assam & to all over India .

  • @champasaikia1170
    @champasaikia1170 Рік тому +35

    তেখেতসকলৰ অমায়িকতাই তেখেতসকলৰ শিৰৰ মুকুট🙏🙏🙏🙏🙏

    • @upasana_bora
      @upasana_bora Рік тому

      God bless you.❤❤🎉🎉💐💐💐

  • @sorifulislam1105
    @sorifulislam1105 Рік тому +17

    ৰামানুজন কলেজৰ অধ্যক্ষ দিলীপ বৰা ছাৰক মাতিছে তাত কোনো মোৰ আপত্তি নাই কিন্তু , ময়ুৰে পঢ়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক গৰাকীকো মাতিব লাগিছিল । কাৰণ তেওঁ hslc ত ইতিমধ্যে 10 নম্বৰ ৰেংক পালেই। গতিকে hs ত তেওঁক 9 নম্বৰ ৰেংক আনি দিয়াটো ইমানু টান কাম নহয় যিমানটো hslc ত হয়তো ছাৰ হতৰ যিমান টান কাম আছিল ।হয়তো tv ৰ আগত hslc ত ময়ূৰক পঢ়োৱা ছাৰ বাইদেউ হতৰ চকু পানী পেলাইছে। যিয়ে আজি ময়ূৰক আজিৰ অৱস্থাত আনিছে তেওঁলোকক যেন পাহৰিছো যোৱা হৈছে !😢

  • @pankajaborah390
    @pankajaborah390 Рік тому +1

    আমাৰ বহুত বহুত আশীৰ্বাদ থাকিল ময়ূৰলৈ। আৰু এনেকুৱা বহুত ময়ূৰ হাজৰিকা জন্ম হওক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো।

  • @ritikasarmah2976
    @ritikasarmah2976 Рік тому +2

    Mak deutak mayur dada bhonti guteikijon bht positive manuh bohut bhal lagil.

  • @paragdeka9298
    @paragdeka9298 Рік тому +12

    Definitely he is an inspiration for the Assamese.Nitumoni da thanks a lot for dis program

  • @dharitrikalita35
    @dharitrikalita35 Рік тому +2

    আন্তৰিক অভিনন্দন জনালো ময়ুৰলৈ।ভাগবানে তোমাৰ মঙ্গল কৰক।
    ধন্যবাদ নিতুমনি চাৰ।🙏🙏

  • @lizaborthakur8432
    @lizaborthakur8432 Рік тому +1

    মা দেউতা শিক্ষা গুৰু আৰু তোমাৰ বাবে সহশ্ৰ প্ৰণাম তুমি আমাৰ গৌৰৱ সদায় মংগল হওঁক তোমাৰ।

  • @anjaligogoi6284
    @anjaligogoi6284 Рік тому +2

    Dadakor vaniyekoloi bhut maram jen lagil..khub vl lgil

  • @big0262
    @big0262 Рік тому +2

    Moi bhabu je ami akhomiya hokole tekhetok loi okol gorbo korilei nohobo. Aji Mayur Hazarikae dangoriyai ji kirtito orjon korise heiai aji okhomiya jatir ji eta monot hondeh asile je Ami Upsc porikhatut top rank pabole hokhom hom ne nai heitu dur korise jar babe Teuloi bohut bohut dhonyobad thakile. Ru ami hokolue tekhetor adorkhot anupranito hoi ami akhomiya jatituk ru honman orjon koribole jotno koribo lage. Eibar 5th next time jate kunuba ejon 1st rank akhomia hoi❤ Mur bisakh amar jatitu prithibir kunu onyo jatitke okonu kom nohoi.

  • @sujata4950
    @sujata4950 Рік тому +24

    Congratulations Mayur Sir. Proud moment for Assam. Also being in IFS.

  • @puspomalaneog4362
    @puspomalaneog4362 Рік тому +1

    ময়ূৰৰ বাবে অশেষ ধন্যবাদ আৰু শুভকামনা জনালোঁ।

  • @sailendradeka9700
    @sailendradeka9700 Рік тому +2

    বহুত সুখী অনুভব কৰিছো অসমীয়াৰ হৈ ।

  • @Hrishi2231
    @Hrishi2231 Рік тому +9

    Seriously a proper guidance is most important to crack like these exam.. so we hope a great environment will be creat with lots of aspirants in our assam like other states... Congrats mayur da 🎉♥️

  • @harakantamelsudha5655
    @harakantamelsudha5655 Рік тому +2

    সচাকৈয়ে এই অভিমত জৰিয়তে বহুত কথা শিকিব পৰিলো❤

  • @lifecreator1
    @lifecreator1 Рік тому +2

    বহুত অনুপ্ৰেৰণা পালো❤

  • @sarbanandarajkumar6356
    @sarbanandarajkumar6356 Рік тому +4

    Congrusulate to Ma.yur. Hazarika. You are admireable and iddle for next UPSC competitor of Oxom. "God Blessed you'' Thanks allot to you.👍🪔💥

  • @kushaldeka7783
    @kushaldeka7783 Рік тому +5

    অভিনন্দন জনালোঁ ময়ূৰ।

  • @rashmiborah1103
    @rashmiborah1103 Рік тому +3

    কৃষ্ণ 🙏 বহুত ভাল লাগিল সুন্দৰ সাক্ষাৎকাৰ অভিনন্দন জনালোঁ 🙏

  • @hchhjv3695
    @hchhjv3695 Рік тому +2

    বহুত বহুত অভিনন্দন জনালো। অনুষ্ঠানটো খুব ভাল লাগিল।

  • @bibhaduttabaruah1805
    @bibhaduttabaruah1805 Рік тому +2

    Heartiest congratulations Mr. Mayur. Wishing you all the best in your life. We are proud of you.

  • @hemantasaikia6645
    @hemantasaikia6645 Рік тому +5

    প্ৰেৰণা দায়ক অনুষ্ঠান। নিজেও আজি অনুপ্ৰাণিত।

  • @niranjangogoi5330
    @niranjangogoi5330 Рік тому +1

    সচাঁই অনুষ্ঠানটো চাই অভিভূত হলো। জয় আই অসম🙏🙏🙏

  • @kalpanakataky9092
    @kalpanakataky9092 Рік тому +1

    ময়ুৰ লৈ শুভ কামনা জনালোঁ।ভালে ৰাখক ভগৱান এ ভাল কাম কৰিবলৈ

  • @bhaswatisarma8533
    @bhaswatisarma8533 Рік тому +1

    ইমান অমায়িক তেওঁ বৰ ভাল লাগিল❤️

  • @ananyabora713
    @ananyabora713 Рік тому +8

    পৰিয়ালৰ সকলোৱেই যথেষ্ট অমায়িক।

  • @karabidutta7272
    @karabidutta7272 Рік тому +1

    Eman dhuniyake kotha khini koi Mayur ❤❤❤

  • @DimbeswarDas-wb2zw
    @DimbeswarDas-wb2zw Рік тому

    Mayur tomar video dekhi moi khub anandit anandate mor saku pani oolaise.thanks to you

  • @lachithazarika1142
    @lachithazarika1142 Рік тому +4

    প্ৰথমে অভিনন্দন জনালো। কিন্তু তেওঁ কছিঙ লৈছে। নিজে কৈছে।

  • @barbiesmind2644
    @barbiesmind2644 Рік тому +2

    সুন্দৰ অনুষ্ঠান

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go Рік тому +1

    অশেষ মৰম,শোভেচছা থাকিল,মোৰ প্ৰিয় ৰাজনীতিবিদ হৈছে এচ জয়শঙ্কৰ বত্তমান বৈদেশিক মন্ত্রী

  • @Gyaani007
    @Gyaani007 Рік тому +2

    ৰামানুজনক ভালদৰেই promote কৰিছে।
    প্ৰতিদিন টাইমে

  • @punyalatakonwar6599
    @punyalatakonwar6599 Рік тому +3

    অভিন্দন জনালোঁ ময়ূৰ

  • @utpaldas.
    @utpaldas. Рік тому +2

    Our inspiration 🥺❤️🙏

  • @seemagowala2927
    @seemagowala2927 Рік тому +1

    Congratulations sir...
    Pride moment for Assam

  • @rahulboruahupsccandidate7822
    @rahulboruahupsccandidate7822 Рік тому +2

    Congratulations 🙏🏻Shauryameva jeevanam 🇮🇳 Jai hind ✨

  • @minakshibora8417
    @minakshibora8417 Рік тому +8

    Congratulations Mayur sir for your achievements 🎉🎉 thank you so much nitumoni sir this program is very informative for us ❤

  • @gunalatadeviphukan7035
    @gunalatadeviphukan7035 Рік тому

    Mayur bohut bohut avinanadan.. Aru aguai jua.. May god bless you.. Logote mousumi unti.. Unkle loiku avinanandan🎉

  • @sherincreation97
    @sherincreation97 Рік тому

    Val lagil Nitumoni shoikiya sir aponar babe iman dhuniya ata interview Pabo parisu .......congrats Dr.Mayur Hazarika sir 👍🏻

  • @ki760
    @ki760 Рік тому +14

    Nitumoni sir is my favourite ❤

  • @binitabarman8633
    @binitabarman8633 Рік тому +2

    Congratulations Mayur

  • @jitendradas3776
    @jitendradas3776 Рік тому +1

    May God bless him
    His parents are so pure hearted , therefore God has blessed them with such a wonderful son

  • @thedreamwannafly2000
    @thedreamwannafly2000 Рік тому +2

    Congratulations Mayur Hazarika the new IAS 🎉🎉🎉

  • @parulborthakur7129
    @parulborthakur7129 Рік тому +2

    অভিনন্দন ময়ুৰ।

  • @Maajaan-m6h
    @Maajaan-m6h Рік тому +4

    Moi o preparation kori asu.... Muk o axirvaad koribo❤❤

  • @maheswardoley4092
    @maheswardoley4092 Рік тому

    Lots and lots of Congratulations and best and best of good wishes and success to Mr Mayur Hazarika sir.

  • @swaswatigogoi5057
    @swaswatigogoi5057 Рік тому +1

    God bless your dreams our best wishes always with you.

  • @xadharoncover1405
    @xadharoncover1405 Рік тому +1

    Congratulations Mayur... Proud of you

  • @dilipsaikia7010
    @dilipsaikia7010 Рік тому +1

    Best program.thanks.

  • @jinjirinath
    @jinjirinath Рік тому +1

    Congratulations Moyur sir🙏

  • @user-ot9hq9pk8j
    @user-ot9hq9pk8j Рік тому

    Bohut bhal lagil nitumoni da,
    Bohut dhuniya anusthan.........

  • @AssamKochBoy
    @AssamKochBoy Рік тому +2

    অভিনন্দন জনালো 👏🎉🎉🎉

  • @paparibhattacharya7269
    @paparibhattacharya7269 Рік тому

    Correct kotha, aamar lakhya bohut uporot hobo lage..

  • @radhachura11
    @radhachura11 Рік тому +4

    Best wishes, hope you and all sucessful candidate will give safety to our constitutions democratic right, fundrntal right, basic human right and save our constitution & judicery.

  • @sauravkalita96
    @sauravkalita96 Рік тому +4

    ভন্তি ৰ ভাগৰ লাগিছে।
    By d way
    শুভেচ্ছা থাকিল দে ভাই।
    আমি motivate হৈছোঁ। আৰু motivation টো সদাই লগত ৰাখিম।❤
    নিতুমানি তুমি জুই 💥

  • @shyamolikabora2924
    @shyamolikabora2924 Рік тому +1

    Thanks nitumoni da

  • @benibandanataye9589
    @benibandanataye9589 Рік тому +1

    অভিনন্দন জনালোঁ

  • @SambhuRay-gg8sp
    @SambhuRay-gg8sp 5 місяців тому

    Bhal laagil❤❤❤..

  • @sandeeproy4859
    @sandeeproy4859 Рік тому

    Ekdom bhal kotha koise Axom Gaurav🙏

  • @gunaborah9942
    @gunaborah9942 Рік тому

    Abhinandan jonalo mayur da 🙏🙏

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Рік тому

    Aru ase Lakh lakh abhinandan...

  • @arupkalita6509
    @arupkalita6509 Рік тому

    Wish all of you will change our state n society

  • @priyankadutta3072
    @priyankadutta3072 Рік тому +5

    Apuni jdi pre mains r answer writing tropic ata loi knekoi analysis kre likhe details dekhbo

  • @pijushsharma8249
    @pijushsharma8249 Рік тому

    Best TV program....avimot bohu kotha hikhilu.... Proud of you brother

  • @sanjaypegu1483
    @sanjaypegu1483 Рік тому

    Congratulation Dr.Mayur Hajorika

  • @tarunigogoi7984
    @tarunigogoi7984 6 місяців тому

    Mayur Hazarika tumaloi bohut hubesha thakil❤️🌼🌻🌺🥀🌹🪷

  • @kamrulislam-re8yu
    @kamrulislam-re8yu Рік тому

    খুশিতে চোখের জল আটকাতে পারলাম না।❤️❤️❤️❤️

  • @monmodhusmitasaikia4156
    @monmodhusmitasaikia4156 Рік тому +2

    Congratulations brother and your family 🙏

  • @bhabanichetry7456
    @bhabanichetry7456 Рік тому +1

    Congratulation mayur dada

  • @gautamnath1379
    @gautamnath1379 Рік тому

    Sir re bohut val kotha aru xosa kotha koise🙏🙏

  • @dipaliswargiary2988
    @dipaliswargiary2988 Рік тому

    Congratulation. God bless you Mayur.

  • @hajaratali70
    @hajaratali70 Рік тому

    Big big congratulations @Dr.Mayur hazarika ❤️❤️

  • @aruncobra9585
    @aruncobra9585 Рік тому +1

    Jai Ai Akhom

  • @lolwele
    @lolwele Рік тому +2

    Aru dujon UPSC rank holder asil. Hihotik kio namatile. Family k invite kora t ke hihohtk matibo lagisl