অসাৰ মন্ত্ৰী কেশৱৰ অভয়বাণী! মন্ত্ৰীৰ ঠিকাদাৰক ৰক্ষণাবেক্ষণৰ চেষ্টা আৰু কলংপৰীয়াৰ ৰুদ্ৰমূৰ্তি?

Поділитися
Вставка
  • Опубліковано 2 лип 2024
  • ⛔অসাৰ মন্ত্ৰী কেশৱৰ অভয়বাণী!
    ⛔নদী বিশেষজ্ঞৰ দৰে কলংক লৈ অভয়বাণী শুনাইছিল মন্ত্ৰী কেশৱ মহন্তই!
    ⛔মন্ত্ৰীৰ অভয়বাণীৰ ঠিক ৯ দিন পাছতেই ভাঙিল হাতীমুৰা মথাউৰি?
    ⛔ঠিকাদাৰক ৰক্ষণাবেক্ষণ দিবলৈ মন্ত্ৰীয়ে এফালৰ পৰা গাই গ'ল চাফাই!
    ⛔সঁচাকৈয়ে কেশৱ ভাতৃৰ কৃষ্ণৰ ঠিকাদাৰী প্ৰতিষ্ঠানে নিৰ্মাণ কৰিছিল নেকি মথাউৰি আৰু পকী পথ?
    ⛔কাৰ গাফিলতি আৰু কলংপৰীয়া ৰাইজৰ ভয়ংকৰ দুৰ্ভোগ আৰু ৰুদ্ৰমূৰ্তি ধাৰণ?___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 49

  • @bolicharanray9127
    @bolicharanray9127 9 днів тому +8

    অসমৰ উন্নতিৰ ঠিকা লোৱা মন্ত্ৰী বিধায়ক এওঁলোক।

  • @jitubarman6162
    @jitubarman6162 9 днів тому +15

    ২০২৬ ত এই অহংকাৰী সকলৰ বাবে চকী নাথাকিব ৷

  • @user-zl1mn5jn2k
    @user-zl1mn5jn2k 9 днів тому +2

    বহিয়া সেৱক ৰাজ ভোট পাব। কেৱ ল ৰাস্তাত এমুঠি অন্নগ্ৰহণ পৰিবৰ্তে লঘন অনিদ্ৰা। কৈ শ্ৰী ৰাম এয়া কৈ এইয়া জয় আই অস ম।।

  • @ranjitgowsami7891
    @ranjitgowsami7891 9 днів тому +8

    ৰাইজে ৰজা বনাওতে ভাবিব লাগে, কাক ৰজা বনাব, এতিয়া পস্তাই কি লাভ, হাতীমূৰা মাথাউৰি মহন্ত পৰিয়াল ৰ সোনৰ কনী পৰা হাঁহ

  • @ranjumohan-mt2xj
    @ranjumohan-mt2xj 9 днів тому +3

    ধৰ ধৰ বাৰুকে ধৰ

  • @TarunChDeka-cb4go
    @TarunChDeka-cb4go 9 днів тому +9

    চকুৰে ভুল দেখিছোঁ নেকি,ঘৰ বোৰ আধা ওলায় আছে যে পানীৰ মাজত??অন্ধ ৰাইজে নেতা নহয়, ভায়েকৰ নাম টো কিয় কয়, এওঁলোক জুয়ে পোৰা সোন

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 9 днів тому

      বানপানী, কৰোনা ,আদি কেইজনমানৰ কাৰনে সোণৰ কণী পৰা হাহ ।

  • @debajanibaruah3105
    @debajanibaruah3105 9 днів тому +9

    ৰাজনীতি কৰা বিধায়ক মন্ত্ৰীক একো আশা কৰি নেলাগে ।ভোট দিবও প্ৰয়োজন নাই ।নামত চৰকাৰ কামত শুন্য ।

  • @vikramborgohain1910
    @vikramborgohain1910 9 днів тому +5

    এই বিলাক বিশেষ সম্প্ৰদায়িক বানপানী,,, বিজেপিৰ উন্নয়ন দেখিব পৰা নাই,,,,অসমৰ সংবাদ মাধ্যমে নাজানে,,,,

  • @DebojitkrboraBora
    @DebojitkrboraBora 9 днів тому +3

    ।।এই মন্ত্ৰী গৰাকীৰ মুখৰ কথাই বান্ধ নাই।।

  • @sanjibdas3774
    @sanjibdas3774 9 днів тому +2

    CM চাৰে নিজে কলে কবাত বনোৱাত ভাল হলে নাভাগে। মানে ইয়াত ভাল হোৱা নাই।

  • @sanjibdas3774
    @sanjibdas3774 9 днів тому +2

    সি আকৌ মিছা কৈ তাৰ কোনো বংশই থিকা পোৱা নাই বুলি। ইমান মিছলিয়া হৈ.

  • @pranjal1393
    @pranjal1393 9 днів тому +2

    লোকৰ পিঠিত উঠি মন্ত্ৰীৰ বাব এটা লৈ জীয়াই আছে আৰু, কামৰ নামত ফফৌফৌ।
    এতিয়া ২৬ লৈকে হিন্দু মুছলিম কৰা হে কথা আৰু।
    ২৬ ত এটাও মথাউৰি নেভাঙে।
    কিন্তু ৰাইজে ২১ত লেং মাৰি গাডী দখল কৰা জনক ২৬ ত আনে বা নানে।
    ১২৫০ টকাই গুৰুত্বপূৰ্ণ ভূমিকা লব, ২৬ লৈ ধাৰ লৈ বঢ়াই ৩০০০ কৰি দিলেটো কথাই নাই।

  • @puspadhardowarah1932
    @puspadhardowarah1932 9 днів тому +3

    এইজন সৰৱজান।এওলোকৰৰ কথাত পতিয়ন গৈ ৰাইজৰ এই দশা।২০২৬ লৈ কথাবোৰ মনত থাকিবনে বাৰু? যদি থাকে তেন্তে প্ৰত্যুত্তৰ দিবলৈ সাজু থাকক। মোৰ হলে আইয়ে কোলাত লোৱাৰ পৰা কথা বোৰ মনত আছে। ৰাইজে পাইছে ফিৰি চাউল;অৰুণোদয়;লাখপতি ও পি এম কিষাণৰ"আচনিৰ টকা।ৰাইজক আৰু কি লাগে?২০২৬ৰ আগে আগে ৰাইজে বহুত সুবিধা পাব।চিন্তা নকৰিব!

  • @kishoridas6447
    @kishoridas6447 9 днів тому +1

    Lok Sabha Election ৰ পিছত বিশেষ সম্প্ৰদায়ৰ বানপানী বোৰে মঠাউৰীবোৰ বাঢ়িছে।

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 4 дні тому +1

    2026 ত ৰাইজে ইয়াৰ উত্তৰ দিব লাগে ভোটৰ জৰিয়তে।

  • @kulenchpathak
    @kulenchpathak 9 днів тому +1

    ভোটাৰে এনেবোৰ চিঞৰক গুৰুত্ব দিয়া উচিৎ ৷

  • @amritmudoi8996
    @amritmudoi8996 9 днів тому +2

    Comission khale kam Bea hoboi aru porinoti enekua hoboi minister r pora engineer soboke tu komision dibo lage

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 9 днів тому +1

    বেল্ক লিষ্টেড কৰিব লাগে। নিজৰ অঙহী বঙহী বুলি ৰেহাই দিলে নহব। ধৰা পৰিলে লাজ পাইছে।

  • @girishchtalukdar2574
    @girishchtalukdar2574 9 днів тому +2

    Dramabaj minister

  • @hemenchangmai612
    @hemenchangmai612 9 днів тому +2

    Eaitue prothombar mantri hoi Brahmaputra khondar kotha koichil atiya haibilak kot gol? Moi tetiai koichilu eai pagol bilake Bramaputrar dore bikhal nodikhon khandim buli kuatue kiman gyani takai bujai.

  • @dhrupadnarayan
    @dhrupadnarayan 9 днів тому +2

    Election r time t banpani ahi jabo lage mojja hobo tatia

  • @upendrakalita9054
    @upendrakalita9054 9 днів тому +1

    CM r Katha Masta naram dekhu..
    Dingi Fula nai dekhu.... Natun commission ahar plan barhil ....sei babe dingi Fula nai

  • @NripenDeka-fj5wt
    @NripenDeka-fj5wt 9 днів тому +2

    Rijok,kiman,faki,dibi,Rij,eak,vote,nidile,hol.

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 9 днів тому +1

    Asorit montobya

  • @upendrakalita9054
    @upendrakalita9054 9 днів тому +1

    Commission Raj aolokar

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 9 днів тому +1

    Daisora montobya

  • @SaifulIslam-ru9ww
    @SaifulIslam-ru9ww 9 днів тому +1

    Aibilak bhua cheleka montri k sandals r Mala pindabo lage .

  • @NripenDeka-fj5wt
    @NripenDeka-fj5wt 9 днів тому +1

    Mhanta,gusami,sarma,atu,keleng,Kari,kumpani

  • @nanigopal4399
    @nanigopal4399 7 днів тому

    ব্ৰহ্মপুত্ৰ খন খান্দি আনিবলৈ কিহে পাইছিল মথাউৰীটোৰ ওচৰলৈ।

  • @pranabkalita2202
    @pranabkalita2202 9 днів тому +1

    अगले साल पता लग जाएगा

  • @gakulsonowal6019
    @gakulsonowal6019 9 днів тому +1

    Atia loike kon to tàdañt howa konto result olal

  • @BabuDas-ci7mi
    @BabuDas-ci7mi 9 днів тому

    Barisa ahi lagi Assam 26 janibo

  • @debojyotiboruah9167
    @debojyotiboruah9167 9 днів тому +1

    Mantry mla Jane manohe nekhai nomore

  • @user-td6cd7vb4l
    @user-td6cd7vb4l 8 днів тому

    Aixakal lukar papya dhan khini kune khale tar tadanta atixunkale hobo lage aixakal lukar dukh bedana alp buji pauk kewal nijar khatha bidhayak mahudaye bhbe

  • @user-td6cd7vb4l
    @user-td6cd7vb4l 8 днів тому

    Tadanta korile xaklou urahigasar ur ulabo

  • @NaliniBorah-rm4uf
    @NaliniBorah-rm4uf 9 днів тому

    Endure khandile sagei

  • @upendrakalita9054
    @upendrakalita9054 9 днів тому

    Kan taliya sar sodhai Diya na kella

  • @binonmohonto7488
    @binonmohonto7488 9 днів тому

    😅

  • @KashmiriBaruah
    @KashmiriBaruah 9 днів тому

    ahp fsltu kotha nokoi . Margherita. ২৬ bhai daa. Dobi. Maho atul kela kukr

  • @vickypasari639
    @vickypasari639 9 днів тому

    Vote for bjp vote for bjp pls pls pls