মন্ত্ৰী অতুলে বোৱাই নিয়া উন্নয়নক বিচাৰি চলাথ কৰিছে সমষ্টিবাসীয়ে!

Поділитися
Вставка
  • Опубліковано 11 лип 2024
  • 🔹মন্ত্ৰী অতুলে বোৱাই নিয়া উন্নয়নক বিচাৰি চলাথ কৰিছে সমষ্টিবাসীয়ে!
    🔹অতুলৰ উন্নয়নক লগ পালেই ভালকৈ ধুব ক্ষোভিত ৰাইজে!
    🔹ৰ'ব ৰ'ব..... প্ৰতিবেদনখন নুচুৱাকৈ পথাৰলৈ ৰোৱনি খোজ কাঢ়ি যোৱা বুলি ভুল নুবুজিব!___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 13

  • @purbakantabarman431
    @purbakantabarman431 26 днів тому +3

    ৰাইজে ৰাস্তা বান্ধি খৰচৰ হিচাপে দিয়ক আৰু মন্ত্ৰী য়ে টকা খিনি আবন্তন দেখুৱাই খাই থাকক।

  • @hemantaborgohain4493
    @hemantaborgohain4493 26 днів тому +2

    অগপ দলৰ ভেটি এইবাৰ এই বিশেষ দুজনৰ বাবেই উচন হ'ল ।

  • @puspadhardowarah1932
    @puspadhardowarah1932 27 днів тому +3

    ভাল দিছে আপুনি মহাশয়;আপুনি ভাল এসেকা দিব জানে!

  • @ratulnath9715
    @ratulnath9715 27 днів тому +2

    Mojja

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 26 днів тому +1

    মজা কথা ,ইও এক BJP ৰ পৰিবৰ্তন , সেই কাৰণে আকৌ এবাৰ মুদী আৰু হেমন্ত চৰকাৰ গঠন হ‌ওক আৰু মজা পাওক / মজা ল‌ওক ।

  • @myoldgramophoneinworkingco2559
    @myoldgramophoneinworkingco2559 26 днів тому +1

    অতুল ছাৰৰ বোকাখাট বাসীলৈ অতুলনীয় উপহাৰ ।।😅😅😅😅😅😅😅

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r 26 днів тому +1

    এ কিনো কয় ' অ :বাটৰ ওৰত হোৱা বোকাৰ মাজতেই তো উন্নয়ন লুকাই আছে।জনতাৰ শৰীৰৰ প্ৰতি লক্ষ ৰাখি ৰাস্তা পকী কৰা নাই পদাচাৰীয়ে খোজ কাৰোতে পিচলখাই পকা ৰাস্তাত পৰিলে হাত ভড়ী নাভাঙিব যানো।বোকাৰ ওপৰত পৰিলে হাত ভড়ি দুৰৰেই কথা গমেই নাপাব পৰিলেনে থিয় হৈ আছে। দূৰৰ্দশীতা বুজিছে।

  • @dipkamaldeka9696
    @dipkamaldeka9696 27 днів тому +5

    বোকাখাটত কি বোকা নাথাকি শিল থাকিব নেকি মহোদয়। মূৰ্খক ৰজা পাতিলে অবস্থা এনেকুৱাই হ'ব।

  • @rajuhandique574
    @rajuhandique574 27 днів тому +3

    Akou abar vote Mar Atul bora jinda bad❤❤❤

  • @pranjal1393
    @pranjal1393 26 днів тому +1

    বোকাতেই পদুম ফুলে। BJP ❤

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 26 днів тому

      কি কয় হে পুনৰ কেই লাখ মান টকা খৰছ কৰিলেই পুনৰ জিকিব ।

  • @Sksjhdebsbsgs
    @Sksjhdebsbsgs 26 днів тому

    Boriya , aru beya hbo lage

  • @TAPASH.R
    @TAPASH.R 26 днів тому

    Kam nohowa MONTRI AEIBILAK...
    Haribo lage aeibar bjp sarkar