হিমন্তই অসমীয়া যুৱক যুৱতীক প্ৰতাৰণা কৰাত সংবাদমেলত সৰৱ অখিল গগৈ!

Поділитися
Вставка
  • Опубліковано 9 лип 2024
  • 📌অনাঅসমীয়াই চাকৰী পাব অসমত !
    📌অসমীয়া নিবনুৱাৰ মূৰত ৰাম টাঙোন হিমন্তৰ!
    📌অসমবাসীক মাহিআই দৃষ্টি বহিৰাগতক ৰঙা দলিচা ৰাজ্য চৰকাৰৰ!
    📌হিমন্তই অসমীয়া যুৱক যুৱতীক প্ৰতাৰণা কৰাত সংবাদমেলত সৰৱ অখিল গগৈ!
    ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 59

  • @ramchandradeka6315
    @ramchandradeka6315 19 днів тому +22

    এয়াই অসমৰ জাতি -মাটি -ভেটি ৰক্ষাৰ প্ৰতিশ্ৰুতি দি চৰকাৰ গঠন কৰা হিমন্ত বাহিনীৰ অসম প্ৰেম।

  • @binoykalita7597
    @binoykalita7597 19 днів тому +28

    জাতি গল ভেটি গল আৰু গল চাকৰি। এই চৰকাৰে কি কৰিবলৈ গৈছে? জনসাধাৰণে ইয়াৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহক।

  • @dakhinpachirajagaonraha7586
    @dakhinpachirajagaonraha7586 19 днів тому +17

    অখিল দাৰ বাহিৰে যে এই দূৰ্নীতিবোৰ কোনো মন্ত্ৰী বিধায়কে মাত নামাতে সিহঁতবোৰ ম ৰিল নেকি ?

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl 19 днів тому +14

    akhiI gogoi jindabad

  • @pradipbedasarma
    @pradipbedasarma 19 днів тому +18

    ভোট দি যাওক।অসম উন্নতিৰ পথত।অসমীয়াই এদিন পিৰালিত বহি কান্দিব লাগিব।

  • @padmapaninath
    @padmapaninath 19 днів тому +6

    জাতিদ্ৰোহী চৰকাৰৰ বিৰোদ্ধে সৰ্বত্ৰ গৰজি উঠক ৰাইজ ।

  • @hndekari8011
    @hndekari8011 19 днів тому +13

    “আছু“ নামৰ জাতীয় সংগঠন এটা আজিৰ তাৰিখত আছে নে নাই অ’ ? বৰঘৰত সিন্ধি দিলে; এতিয়াও নাকত তেল দি শুই আছে নেকি ? ৰাজ্যত লাখ লাখ নিবনুৱাৰ বুকুত থিয়গোৰ সোধাই উন্মাদ ঘোঁৰাটো দৌৰিছে জাতি-মাটি-ভেটি কঁপাই ৷ ভাষা-জননীৰ শত ছহিদৰ বেদীক উছন কৰি এইজাক উন্মাদ ঘোঁৰাক ৰুধিবলৈ মোজাম্মিল হক অনিল বৰা সূৰ্য বৰাহঁতক আকৌ হত্যা কৰিবলৈ উদ্যত হৈছোঁ নেকি আমি ? দলিচাৰ প্ৰতিবাদ কৰি মৃত্যুবৰণ কৰাতকৈ ৰাজপথৰ প্ৰতিবাদ কৰি বীৰত্ব দেখুৱাই মৃত্যুবৰণ কৰাই শ্ৰেয়ঃ ৷ ছহিদ সেইজনেই যিজনে জাতি মাটি ভেটিৰ বাবে কলিজাৰ তেজ ঢালি দিব পাৰে বিনাদ্বিধাৰে ৷ “কা“ আন্দোলনত; ভাষা আন্দোলনত তেজ বলিদান দিয়া বীৰসকলৰ কথা ইমান সোনকালে পাহৰি গ’লোঁ নেকি আমি ? ইমান নিৰৱ নিস্তব্ধ কিয় ? হেৰ’ সুবিধাবাদীৰ দল; হেৰ’ নীলা শিয়ালৰ দল; শুনিছ নে উন্মাদ ঘোঁৰাৰ খোজৰ খট্ খট্ খট্ খট্ ? শুই থাক নাক তেল দি ∶∶∶∶∶

  • @user-vw9gs1yk3e
    @user-vw9gs1yk3e 19 днів тому +10

    অসমৰ মানুহ ক্ৰিকেত খেলিবলৈ কিয় নাপায় ভাৰতত

  • @debenkonwar8367
    @debenkonwar8367 19 днів тому +6

    অবিবেচক আৰু হঠকাৰী সিদ্ধান্তৰ বাবেই বৰ্তমানৰ চৰকাৰ খনে আগন্তুক দিনবোৰত বহু ক্ষেত্ৰত বিৰোধী পক্ষক সংগঠিত হোৱিত অৰিহনা যোগাবই । যেনেদৰে যোৰহাটৰ চিতটোত এইবোৰৰ বাবেই জিকাত সহায়ক হ'ল ।

  • @VolaNath-jb6ys
    @VolaNath-jb6ys 19 днів тому +5

    অখিল দা এতিয়া অসমত ৰাইজৰ হকে মাত মাতা মানুহ এতিয়া আৰু কোনো নাই !!!গৌৰৱ+লোৰিন+অখিল ৰ বাদে ????

  • @utpoldas5339
    @utpoldas5339 19 днів тому +5

    Moja dada

  • @pranabdey4374
    @pranabdey4374 19 днів тому +5

    অখিল দাদা মামাক কব চোন আমাৰ আধাৰ কাডৰ বাইয়মেটিকটো আনলক কৰিবলৈ অলপ চেষ্টা কৰিবলে

  • @jayaborah2926
    @jayaborah2926 18 днів тому +2

    অখিল গগৈ ডাঙৰীয়াই একেবাৰে শুদ্ধ আৰু সত্য কথা কৈছে - জনপ্ৰতিনিধি বা ৰাইজৰ প্ৰতিনিধি হিচাপে। নিস্বাৰ্থ ভাৱে অসম মাতৃৰ সেৱক হিচাপে কাম কৰাৰ মানসিকতা আমি অসমৰ ৰাইজে দেখিবলৈ পাইছোঁ।🙏🙏🙏

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 19 днів тому +4

    Good

  • @susilsonowal7687
    @susilsonowal7687 18 днів тому +1

    মুখ্যমন্ত্ৰীৰ দৰ্মহা দহ কুটি, আন মন্ত্ৰী সকলৰ দৰ্মহা আঠ ন কুটি , বিধায়ক সকলৰ দৰ্মহা সাত কুটি কৰি দিয়ক ।বৃদ্ধ পেঞ্চন এক টকা, অৰুণোদয় দুইটকা, তৃতীয়,চতুৰ্থ বৰ্গৰ কৰ্মচাৰী সকলৰ দৰ্মহা পাঁচ দহ টকা মান কৰি দিয়ক তেতিয়া আৰু বেছি ভাল হব ।

  • @birenburagohain8132
    @birenburagohain8132 19 днів тому +2

    অসমৰ বিজেপি চৰকাৰে যদি অসমৰ ভূমি পুত্ৰ আৰু খিলঞ্জীয়া সকলক অধিকাৰৰ পৰা বঞ্চিত কৰে।তাৰ উচিত উত্তৰ ২০২৬ চনত দিয়া হ'ব। আৰু বিৰোধী দল সমূহক শক্তিশালী কৰা হ'ব।

  • @user-sn1cu6rx5l
    @user-sn1cu6rx5l 18 днів тому +1

    Tik kota Ukhil sr moio suport

  • @BijoyHandique-md7yg
    @BijoyHandique-md7yg 19 днів тому +2

    Vote aru dibi

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k 19 днів тому +2

    This is the character of bjp. Every Assamese people should know what is going on in Assam......

  • @nripenborgohain201
    @nripenborgohain201 13 днів тому

    মাননীয় বিধায়ক অখিল গগৈয়ে ৰাজ্যবাসীক সঁচা কথা কৈছে - বুজক

  • @MantuChutia-pb6iv
    @MantuChutia-pb6iv 14 днів тому

    Himanta sesh hoi jabo eibar

  • @MandhabPayeng5363-qu2vy
    @MandhabPayeng5363-qu2vy 19 днів тому

    Mojja ❤

  • @gohinmoran
    @gohinmoran 17 днів тому

    আমাৰ কেঁচা চাহ পাত দাম অলপ চিন্তা কৰিবা অকল নিজৰটো চালে নহব,,

  • @kakoligayan2065
    @kakoligayan2065 19 днів тому +2

    বিজেপিৰ বাবে
    এনে কোৱা হৈছে বিজেপি . চেৱা পাত চেলেকা

  • @jaduroy2449
    @jaduroy2449 17 днів тому +1

    Akhil Uddin Namaj Adai koribo he jane Tar bahire kam nai

  • @LijaySutradhar-kt4rr
    @LijaySutradhar-kt4rr 19 днів тому

    Akhil Gogoi zindabad zindabad

  • @tilakdeka3821
    @tilakdeka3821 18 днів тому

    Whether Education Minister of Assam is minister of Assam or India?

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k 19 днів тому

    In regard to pay and pension of govt.employees, akhil is right....

  • @rabinpathak8715
    @rabinpathak8715 18 днів тому

    Himantoi biirodhik 0 korile , ki hobo atia -------?

  • @TCF573
    @TCF573 19 днів тому

    Horbbonakh korile Himontoi..... Aru Akhomiyayu aheka paukn. Aru Vote dibo tak . Ona Akomiyare vori poribo atya rajya

  • @jugeswarphukan9726
    @jugeswarphukan9726 18 днів тому

    Akhil.atia.jindabad.arukunu.nai.

  • @mondeepbharali9991
    @mondeepbharali9991 18 днів тому

    Axomiya manuhe bahiror dexot, bahiror rajyat je sakori kori aase xihotok ki koribo

  • @user-fo9fq6zi8m
    @user-fo9fq6zi8m 18 днів тому

    First jon Mein manuh First Time. Dekha. Paisu Dormoha. Noloi Raijor Hoke mat. Dise

  • @shazarika1184
    @shazarika1184 18 днів тому

    Akhom khon hekh korihe erib oo

  • @vijayendrasingh9565
    @vijayendrasingh9565 19 днів тому

    Beleg state ot ene kuwa baru hoi ney..... Sarkarey enekuwa xidhanta loi ney..... Jodi hoi, kun khon Rajyat hoi udahoron di jonabasun.........

  • @RanjanMahanta-jk4rl
    @RanjanMahanta-jk4rl 14 днів тому

    কা'ত অহা মানুহ খীনি অসমীয়া নহ'ব জানো!

  • @jaansaikia9308
    @jaansaikia9308 19 днів тому

    Aibar Assam govt jabo ulaise
    ataa xamoi ahibo axomiyai hajiraa koribo lagibo Manuhor ghore ghore taku bahiraa manuhor gharot hee..

  • @aktarkhan5096
    @aktarkhan5096 18 днів тому

    AASU xui ase nki ?

  • @TaraliMedhi-f3l
    @TaraliMedhi-f3l 17 днів тому

    Axomor keitai brlegot sakori pai? Atia banpanir homosya topic tol pelaboloi aibur korise sorkare. Bifol sorkar aikhon. 15bosor pani nuhua thait u aibar pani hoise.

  • @BirenendraNathBarman-uk8bu
    @BirenendraNathBarman-uk8bu 19 днів тому

    Amar Jati, মাটি, veti ৰাখিয়া sangathan বোৰে eibor খবৰ পাইছেনে নাই?

  • @user-vs7gc3kt8r
    @user-vs7gc3kt8r 19 днів тому

    It is a very bed news for assam

  • @purnagogoi2595
    @purnagogoi2595 19 днів тому

    Jodi local manuhea gom pai ja hei jon outside from assam so that the local man will give him to (in assamese word) GORU PITTON DIBO LAGE) tak tetiha hi gom pabo ja in Assam anakua manhu asa ja

  • @cyber9345
    @cyber9345 19 днів тому

    News tu huniyai murtu baya hoisa..... Ai party tuwa sas koribo sob buji paisu..axomia manuh r Aku nathakibo at last axomot.

  • @monishaboruah941
    @monishaboruah941 18 днів тому

    অসম শেষ কৰি দিব BJP চৰকাৰে যি বিলাক মানুহে BJP চৰকাৰক ভোট দিছিল তেওঁলোক ও ইয়াৰ বাবে দুখি বুলি ভাবো

  • @animabegum1847
    @animabegum1847 19 днів тому

    Aajir ahomiya nijok nisinile--------😂😂😂😂😂😂

  • @SurjaBasumatary-yf2eu
    @SurjaBasumatary-yf2eu 18 днів тому

    Toka dileiy satiy bakhindar porman portro paig

  • @MadeinWorld-tl1vr
    @MadeinWorld-tl1vr 18 днів тому

    Bjp bhakto kot gol

  • @ProbalKhataniar
    @ProbalKhataniar 19 днів тому

    😂😂

  • @lakheswarkalita6097
    @lakheswarkalita6097 19 днів тому +1

    Vote for bjp

  • @KhagenKhagen-mz8fe
    @KhagenKhagen-mz8fe 17 днів тому

    Good