Це відео не доступне.
Перепрошуємо.

বিজেপি দল খালী হৈ যাব; কেৱল চিণ্ডিকেট কৰা দুই নম্বৰী কেইটা থাকিব: অখিল গগৈ

Поділитися
Вставка
  • Опубліковано 12 лип 2024
  • বিজেপি দল খালী হৈ যাব; কেৱল চিণ্ডিকেট কৰা দুই নম্বৰী কেইটা থাকিব: অখিল গগৈ___________________________________
    Like, share and subscribe our channel.
    Follow us on:
    Facebook - nenownews/
    Twitter - NENowNews/
    Instagram - northeast.now

КОМЕНТАРІ • 34

  • @asomiaasom6008
    @asomiaasom6008 26 днів тому +7

    দুৰ্নীতি কেলেংকাৰীৰ নায়ক দাগী অপৰাধী কেইটাই জেলত যোৱাৰ ভয়ত দেশদ্ৰোহী মোদী অমিতশ্বাহৰ ঠেং চেলেকী কুকুৰ হৈ সেৱা কৰি বিজেইি কৰি থাকিব ।কেন্দ্ৰত মোদী অমিতশ্বাহৰ বিজেইি চৰকাৰৰ পতন হলেই যি দলৰ চৰকাৰ হয় সেই দলত যোগদান কৰিব হিমন্ত এণ্ড কোম্পানী গেং টোৱে জেল যোৱাৰ পৰা বাচিবলৈ ।অখিল গগৈ জিন্দাবাদ ।

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 26 днів тому +8

    অখিল গগৈ দাঙৰিয়া আপোনাৰ ভিদিও বিলাক চাই চুয়া চেলাকা অন্ধ ভক্ত বিলাকৰ গা জলিছে অন্ধ ভক্ত বিলাকৰ অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়

  • @user-dg4vz2sl1k
    @user-dg4vz2sl1k 26 днів тому +13

    অখিল গগৈ দাঙৰিয়া জিন্দাবাদ জিন্দাবাদ অখিল গগৈ দাঙৰিয়া অসমৰ গৌৰৱ হয়

  • @ForidulIslam-yz3yl
    @ForidulIslam-yz3yl 24 дні тому +1

    Akhil gogoi jindabad,❤❤❤❤❤❤❤❤

  • @PabitraTeron-bi1xx
    @PabitraTeron-bi1xx 26 днів тому +8

    অখিল গগৈ দা সত্য কথা কৈছে । আমি অখিল দাক অসমৰ মুখ্যমন্ত্ৰী হোৱাটো বিচাৰোঁ । বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীয়ে বিফল হৈছে ।

  • @biswabhubanbosumatary7722
    @biswabhubanbosumatary7722 26 днів тому +1

    🎉🎉

  • @BasantaBorah-xx7gy
    @BasantaBorah-xx7gy 26 днів тому +3

    Vary nice

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 26 днів тому +6

    Great news for the year of the 2024 .

  • @gh12138.
    @gh12138. 26 днів тому +1

    Yes

  • @rejakali7686
    @rejakali7686 26 днів тому +4

    Right

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 26 днів тому +1

    অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো
    এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ ৰাইজ জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। কিমান অসমীয়া মানুহ অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা কলিয়াবৰ সমষ্টি চাওক।
    ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এইবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয়? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব।
    আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি।
    অসমৰ Future Generation সংকটত আছে, বিশেষকৈ ছোৱালী সকল? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক।
    এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। নহলে আগতে বাংলাদেশী মূলৰ ভোটত গৌৰৱ জিকিছিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। কাৰণ তেওঁলোকৰ ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে।
    যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধিৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।

    • @KishorDoley-fh2in
      @KishorDoley-fh2in 26 днів тому

      Oti durbhagyajonok ... Apunar kotat ekmot prokakh korisu ...

  • @jyotishrajbongshi7077
    @jyotishrajbongshi7077 26 днів тому

    দাঙৰীয়া আপুনি নিজৰ দলটো ঠিক কৰক তাৰ পিছত বি জে পি ক সমালোচনা কৰক।

  • @dilipkrsharmah3384
    @dilipkrsharmah3384 26 днів тому +1

    Aibar jorhatot rastat fosi jua koilar truck khonor driver jonor kothar pora raijae gom paisae koila mafiar kotha
    Borudhiae aitur uporot grutro dilae val hoi

  • @FireJodOP
    @FireJodOP 26 днів тому +5

    Akhil da jindabad 💯💯💯💯💯💯💯💯💯💯

  • @basantakalita5369
    @basantakalita5369 26 днів тому +2

    Akhil gogoi jindabad

  • @VolaNath-jb6ys
    @VolaNath-jb6ys 26 днів тому +4

    👍ধন্যবাদ অখিল দা,,🎂

  • @ritabaruah2832
    @ritabaruah2832 26 днів тому +1

    ❤❤❤❤

  • @abdulmannanahmed787
    @abdulmannanahmed787 26 днів тому

    Birds of the same feather flock together.

  • @AbijitPegu-ro3wi
    @AbijitPegu-ro3wi 26 днів тому

    Maksuda moi 2namber nki

  • @debendramahanta972
    @debendramahanta972 26 днів тому

    দুষ্ট সকলেহে আপোনা লগ লব

  • @AbijitPegu-ro3wi
    @AbijitPegu-ro3wi 26 днів тому

    2mi 2namber

  • @user-wr6yc2ly3z
    @user-wr6yc2ly3z 26 днів тому +1

    2026 ot অখিল গগৈৰ খেলা শেষ ।
    হাৰিব ।
    BJP zindabad

  • @anupamnath617
    @anupamnath617 26 днів тому

    Balor dol

  • @user-ut7fe4uu1f
    @user-ut7fe4uu1f 26 днів тому

    কথা বোৰ হে ডাঙৰ তোৰ বাকি একো কাম নাই অসলেইদিদনৰ ।

  • @AbijitPegu-ro3wi
    @AbijitPegu-ro3wi 26 днів тому

    Xxx dol

  • @AbijitPegu-ro3wi
    @AbijitPegu-ro3wi 26 днів тому

    Tur maksuda 2 n AA mber

  • @AbijitPegu-ro3wi
    @AbijitPegu-ro3wi 26 днів тому

    Tumi nije hatibo

  • @sashibhatta5198
    @sashibhatta5198 26 днів тому

    ফাল্টু নিউজ ৷ অপপ্ৰচাৰ ৷