বামুণ ছোৱালী আৰু বেঙ্গলি ল'ৰাৰ সংগ্ৰামেৰে ভৰা প্ৰেম কাহিনী

Поділитися
Вставка
  • Опубліковано 22 вер 2023
  • Subscribe Puja Sarmah's channel:
    / @pujasarmah04
    Created by:
    Mustaq ahmed
    mustaq_h_ahmedd...)
    Anchor: Himashree Saikia
    ( himashree_m_sai...)
    Fb:- / manisha.bora.969
    Business inquiry: ahmedmustaq233@gmail.com
    WhatsApp: 7002237286
    Connect with us on Social media.
    FB:
    profile.php?...
    INSTA:
    / jumpingspiderstudios
  • Розваги

КОМЕНТАРІ • 601

  • @lakshyanath294
    @lakshyanath294 10 місяців тому +75

    মা সদায় মায়ে,ভগবানে তোমালোকৰ মঙ্গল কৰক। তোমালোক সুখী হোৱা।

  • @pinakigogoi835
    @pinakigogoi835 10 місяців тому +32

    তোমালোক সুখী হোৱা।আনৰ কথা ভাবি নিজৰ জীৱনটো বেয়া নকৰিবা। সময় সুবিধা মিলাই বেবী এটা লবা আৰু তাকে লৈ তোমালোকৰ জীৱন টো আগুৱাই লৈ যাৱা।তাক ভাল মানুহ হ'বলৈ শিকাবা।তাক লৈ তোমালোক ব্যস্ত হৈ তোমালোকৰ সকলো দুখ পাহৰি যাবা❤ তোমালোকৰ যুগ্ম জীৱন লৈ শুভেচ্ছা থাকিল 🎉

  • @anjalithasangma
    @anjalithasangma 10 місяців тому +41

    বিশ্বাস কৰক ভগৱানে আপোনালোকক চকু মেলি চাব । দুখ নকৰিব দাদা, বৌ ❤❤,,, বৰ দুখ লগা কাহিনী 😢

  • @sahnazbegum1299
    @sahnazbegum1299 10 місяців тому +83

    দুই জনৰ মা আৰু দেউতাকৰ আশীৰ্বাদ আছে ।আল্লাহ তুমালোকক ভালে ৰাখক আমিন 🤲

  • @BanashreeBaruah-pc6ti
    @BanashreeBaruah-pc6ti 10 місяців тому +49

    বা মই এজনী অসমীয়া চোৱালী ।মই য়ো bengali লৰাৰ লগত বিয়া হৈচো।আমাৰো love marrage hoi.আমাৰ বিয়াখ্ন জে ইমান ধুনিয়াকৈ bengali আৰু assamese r মাজত হৈচে কি কম।আমাৰ সমাজ খ্নে আমাক ইমান ধুনিয়াকৈ আকোৱালি লৈচে সচাকে প্ৰশংসনিয়।মইও গাৱৰে চোৱালী।আমাৰ গাৱৰ মানুহ খিনি সচাকৈ বহুত ভাল।

  • @ruma_s
    @ruma_s 10 місяців тому +11

    ভাল লাগিল ভগৱানে দুই কে ভালে ৰাখক তাকে ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ 🥰🥰🥰

  • @jahnabigogoi-uy6rx
    @jahnabigogoi-uy6rx 10 місяців тому +135

    প্ৰেম এনে কোৱা হ'ব লাগে সদায় 🙏🏼❤️💯

    • @sdngaming312
      @sdngaming312 10 місяців тому +3

      O ba katha bur xuni bahut beya lagil😢😢

  • @dipalinath3202
    @dipalinath3202 9 місяців тому +12

    পুজা তোমালোকৰ লগত দুয়োখন ঘৰৰ মা দেউতাৰ লগতে ভগৱান ৰ আশীৰ্বাদ আছে। সেয়ে তোমালোকে বেলেগ ৰ কথাত গুৰুত্ব নিদিবা। মা কৰ মৃত্যুৰ কথা আৰম্ভ কৰোঁতে ল'ৰা জনৰ ভাঙি পৰা মনটোৰ কথা বুজিব পাৰি হাতত হাত মিলাই তুমি এজনী আদৰ্শ বান সহধৰ্মীনী ৰ পৰিচয়ৰ দাঙি ধৰিলা সচাকৈ তুমি এজনী লখিমী নাৰী। বেলেগৰ কথা বাদ দি ভগৱান ৰ ওপৰত বিশ্বাস ৰাখা সকলো ঠিক হৈ যাব। ।

  • @dipanjaligogoi8851
    @dipanjaligogoi8851 10 місяців тому +35

    সাহসেৰে আগবাঢ়া দুয়ো এদিন বহুত সফলতাৰ উচ্চ শিখৰত আৰোহণ কৰিবা মোৰ বিশ্বাস। কৰিবলগীয়া বহুত কাম আছে শিকিবা ,টকাও আছে সন্মানো আছে। ঈশ্বৰ সহায় হ‌ওক ।

  • @ytaxom
    @ytaxom 10 місяців тому +12

    Maa nai mane anor kotha hunibo lga hoi,, maa abihone jibon adhoruwa,, love you maa ❤😘🤟

  • @gopaldutta4115
    @gopaldutta4115 10 місяців тому +16

    সকলোৰে কপাল একে নহয়
    তোমালোকৰ যোৰাটো ঈশ্বৰে
    পাতি থৈছে । আগবাঢ়ি যোৱা ।

  • @banishasarmah8043
    @banishasarmah8043 10 місяців тому +31

    ইমান এনেকুৱা মানুহ কেনেকৈ থাকে..মই আচৰিত পালো..ওচৰ-পাজৰৰ মানুহ বোৰ যে অলপ বেছিয়ে সচাঁই..বহুত দুখ লাগিল চাই video টো🥺🥺🥺

  • @nirmalikakatisharmah8417
    @nirmalikakatisharmah8417 10 місяців тому +15

    মা আৰু দেউতাৰ আশীৰ্বাদ আছে যেতিয়া তোমলোকে আক্ষেপ নকৰিব। কৰ্ম কৰি যোৱা ... ভগৱান তোমালোকৰ লগত।

  • @priyankasaikia5302
    @priyankasaikia5302 10 місяців тому +13

    😢😢,,,,,but ending 🥰🥰🥰,,,,, আত্মসন্তুষ্টি পৃথিৱীৰ আটাইতকৈ মুল্যবান সম্পদ বা,,,,সুখি হোৱা

  • @himadriboruah4849
    @himadriboruah4849 10 місяців тому +78

    ভগৱানে মংগল কৰক 🙏🙏🙏যিবিলাক মানুহে আপোনালোকক এই অৱস্থা কৰিছে সেই বিলাক মানুহক এৰাই চলক! এদিন সুখ হ'ব, মাত্ৰ নেদেখা জনৰ ওপৰত ভৰসা ৰাখক ❤❤❤

    • @rinkumanidas8050
      @rinkumanidas8050 10 місяців тому +2

      তাকে কৈ সচা প্ৰেম।

    • @romenjit7549
      @romenjit7549 7 місяців тому

      God bless both of you 🎉

    • @pompyhazoary7520
      @pompyhazoary7520 7 місяців тому

      Zibur mnuh a atya hahisa khai bur mnuh ok aidin vogoban a punishment dibo ..
      Ru apunalukor zibonoloi bhut vl din ahibo dhoizo dhorok matro .

  • @marjinabegum7807
    @marjinabegum7807 10 місяців тому +15

    তোমালোকৰ সুখৰ জীৱন হক তাৰে কামনা কৰিছে।।। ❤❤❤❤❤❤

  • @nabanitavlogs5277
    @nabanitavlogs5277 10 місяців тому +11

    আপোনালোকৰ কথাবোৰ শুনি বহুত বেয়া লাগিল সঁচাক😢.সদায় ভালকৈ থাকা দুয়ো ❤

  • @bobynath4148
    @bobynath4148 10 місяців тому +8

    এসময়ত তোমালোকৰ বহুত ভাল হ'ব ভগৱানে সহায় কৰিব।দুখ হ'লে সুখ হব‌ই

  • @FoodieloversExpress
    @FoodieloversExpress 9 місяців тому +9

    Aiii jj Subhanko Da a Maak dhukuwar ktha koi thakute Puja Baa a Teur hatkhnot dhorile 🥰
    Wow that's Real Heartconnect❤‍🔥

  • @InuDutta-xn3cf
    @InuDutta-xn3cf 10 місяців тому +19

    তোমালোকৰ লগত ভগবান আছে এটা দিনত তোমাৰ উচৰলৈ সকলো আহিব । তোমালোকৰ সত্য প্ৰেম কাৰো বাধা নামানে লগত ভগৱান আছে বিশ্বাস ৰাখা ।🙏

  • @barashadas856
    @barashadas856 10 місяців тому +16

    Pooja ba bht khahoki swali...I really appreciate her..god bless both of you..go ahead!❤

  • @surabhidas533
    @surabhidas533 10 місяців тому +9

    তোমালোক সুখী হোৱা,ভগৱানে তোমালোকক সহায় কৰিব।

  • @mallikabegum9008
    @mallikabegum9008 10 місяців тому +5

    বহুত সুখী হ'বা ভৱিষ্যতে।নিজৰ সচেতনতাই তোমালোকৰ বহুত আগবঢ়াই নিব।সমাজ সলনি হ'ব।এখন সুখৰ সংসাৰ হ ওক। সন্তান লাগিব অলপ পলমকৈ। ধন্যবাদ।

  • @user-ps1rp5og5e
    @user-ps1rp5og5e 10 місяців тому +10

    দুয়োজনৰে ভাল পোৱা আৰু সাহসক সন্মান জনাইছো। খুব কম আছে আজিৰ সময়ত যি নিজৰ ভালপোৱা জনক পাবলৈ ইমান কষ্ট আৰু ত্যাগ কৰিব পাৰে।
    সচাঁকৈ প্ৰকৃত ভালপোৱা কি এখেতসকলৰ পৰা শিকিব লাগে।
    শেষত দুয়োজনৰে মঙ্গল আৰু উজ্জ্বল ভবিষ্যৎ ভগৱানৰ ওচৰত কামনা কৰিছোঁ।

  • @pompikalita3260
    @pompikalita3260 10 місяців тому +65

    Puja bht hahokhi suali bor val lagil story tu duiu hodai hukhi hua manuhor ktha huni thakile agubo nuariba manuhe kua tu koi a thakibo

  • @abhijitbharali8733
    @abhijitbharali8733 5 місяців тому +4

    This is one of the most matured love stories I've come across in recent times. God Bless you both

  • @deepankarbasak4029
    @deepankarbasak4029 10 місяців тому +7

    ভগৱানে আপোনালোকক সদাই ভালে ৰাখক...
    এনেকুৱা ঘটনা আৰু যাতে কাৰো লগতে নহয়। সেয়ে ভগবানৰ ওচৰত পাৰ্থনা। বেংগলী হক বা অসমীয়া হক আমাৰ এটাই পৰিচয় অমি সব হিন্দু ধন্যবাদ..

  • @HiyaRabha-bx8du
    @HiyaRabha-bx8du 10 місяців тому +18

    মই নাজানো দেই কেনেকৈ ইমান কাহানি খিনি মিলি গৈছে।।। মোৰ বৰ্তমান একেই কাহনি কিন্তু আমি এতিয়া লৈকে বিয়া নাই হোৱা।।। কিন্তু ইটো চোৱাৰ পিছত মনত অলপ সাহস আৰু বিশ্বাস টো বাঢ়িল TQ 💕

  • @user-wq2tv2zr5z
    @user-wq2tv2zr5z 10 місяців тому +8

    তুমি ইমান খিনি কৰিছা সাহসীয়াল কৰি আগবাঢি যোৱা তুমি ভয় নাখাবা লৰা ছোৱালী হব দিয়া আমি আছো তোমালোকৰ লগত

  • @rejinaray
    @rejinaray 10 місяців тому +29

    সচাকে সময় সলনি হ'ল কিন্তু মানুহৰ মন সলনি নহ'ল এতিয়াও এনে মানুহ আছে জাতি ধৰ্ম বিচাৰ কৰে মোৰো একে

  • @dipankarjyotibora3395
    @dipankarjyotibora3395 10 місяців тому +14

    Suvankar and Puja... both of your life are so struggling, heartbreaking.Dont be upset. We wish...God will bless you...The good days are waiting for you both...

  • @archanaboro2639
    @archanaboro2639 10 місяців тому +6

    Ajir zugotu enekuwa manuh asene...?? Can't imagine !!! Anyway, Puja u r brave girl, stay always happy...may God bless u abandantly...

  • @nadeemyasir_69
    @nadeemyasir_69 10 місяців тому +8

    You're the strongest couple I've ever seen. Keep it up. We are with you. Allah will bless you always ❤️

  • @hemenkalita2466
    @hemenkalita2466 10 місяців тому +4

    সত্যৰ সদায় জয়... ভগৱানে কুশলে ৰাখিব আপোনালোক দ দুয়োজনক.. আগুৱাই যোৱা

  • @dipangkardas6957
    @dipangkardas6957 10 місяців тому +5

    Outstanding love story ❤🥰👌👌Apunaluk bht bht happy hok.... Dada Bow...

  • @punyahazarika645
    @punyahazarika645 10 місяців тому +24

    সাহসী ছোৱালী ।তোমালোকৰ ভাল হওক ।সময় সলনি হব ।

  • @alexnew1009
    @alexnew1009 10 місяців тому +4

    জীৱনটো সুখেৰে থাকিব পাৰিব God bless your family

  • @champakdas6915
    @champakdas6915 10 місяців тому +2

    এনেকুৱা সমাজ ব্যৱস্থা দেখি অভিভূত। সময় বহুত আগুৱাই গল। মনুহৰ মনোভাৱ সলনি কৰিব সময় হল । সমাজ বহুত আগুৱাই গল

  • @swapnaskitchenlifevlog7798
    @swapnaskitchenlifevlog7798 10 місяців тому +6

    Bhout dukh lagise karu logt tankuwa nhuk aru..... Apunaluke happy ase atiya hodai happy thkok bhout val lagil xuni kahinitu aru dukh lagil... hodai enkoi ekelge thkok 2jone❤

  • @pradumidas8896
    @pradumidas8896 10 місяців тому +4

    তোমালোকৰ মৰম সদায় এনেকুৱা হওক । আৰু সুখী হোবা ❤❤❤

  • @linakalita3142
    @linakalita3142 10 місяців тому +10

    , it is called real love. May God bless you in your happy journey

  • @abcefg4278
    @abcefg4278 8 місяців тому +7

    প্ৰেম এনেকুৱা হ'ব লাগে ❤❤

  • @malobikamahanta7453
    @malobikamahanta7453 10 місяців тому +2

    Bhal lagil ..Aponalokor Bujabuji dekhi monto bhori gol ...anekoie thakok dei sadai ..🙏🙏

  • @animakapathak1790
    @animakapathak1790 10 місяців тому +20

    তুমি বৰ সাহসী ভগবান সহায়কৰিবতুমাক

  • @Maini_maini
    @Maini_maini 9 місяців тому +1

    সদায় একেলগে থাকিবা এনেকৈ ❤️... ভগৱান আছে তোমালোকৰ লগত😊....সুখী আছা সেইবাবে কিছুমান মানুহে সহ্য কৰিব নোৱাৰি পিছফালৰ পৰা যি তি কৈ থাকে.... আৰু সদায় সুখী হৈ থাকিবা😍God bless you ❤

  • @priyankasarania5244
    @priyankasarania5244 10 місяців тому +3

    Aanor kotha t mon nidi xodai aaguwai jua ba ❤️🤗 love from Tamulpur ❤️

  • @jutikadeka6506
    @jutikadeka6506 10 місяців тому +1

    Xasai Val lagil thank God 🙏 for your wishes and blessings

  • @jayashreedas7622
    @jayashreedas7622 10 місяців тому +5

    Puja ba apunar ktha bilak khuni bhut beya lagise apunak 2jnke vgbane vl a rakhk ❤

  • @Sscgdwithhimangshu
    @Sscgdwithhimangshu 7 місяців тому +1

    This is happening all over the world.... U r the leader of ur voice....so u decide what is good what is bad

  • @bipulkalita9684
    @bipulkalita9684 9 місяців тому +19

    Dear Bamun Girl and Bengali Boy,
    On listening the actual fact i am highly happy and it proved love is divine.. No barrier can stop if both of you are in the same motto. I wish your conjugal life be happy and request you to think for your coming generation. The new generation will break all this narrow thinking. We should always be broad thinking and avoid narrow thinking. Go ahead on keeping faith on GOD . God will help you. WITH BEST WISHES.

  • @madhusmitadas4541
    @madhusmitadas4541 10 місяців тому +1

    Bohut VL lagise ..aaguwai jowa❤❤❤❤

  • @gauriskitchen8130
    @gauriskitchen8130 9 місяців тому +3

    Brave girl....
    Excellent life... May God bless both

  • @madhujyanath8095
    @madhujyanath8095 10 місяців тому +6

    তোমালোক দুয়ো সুখী হোৱা ❤️

  • @bhabajyotisarkar1623
    @bhabajyotisarkar1623 10 місяців тому +4

    সন্তান অমূল্য ৰতন ।সন্তান অবশ্যেই লোৱা।দুয়োহাতে অলেখ আশীৰ্বাদ।

  • @user-qs8ro9vg8v
    @user-qs8ro9vg8v 10 місяців тому +2

    Bhal lagise.. Xodai happy thaka❤

  • @jayantajitu307
    @jayantajitu307 10 місяців тому +4

    ভাল লাগিল বহুত, আৰু আগবাঢ়ি যাওক

  • @monobora5243
    @monobora5243 10 місяців тому +2

    Puja tumr ontorkhon bhut dasi safa hoi manuhjonok katyau okolhoriya nokoriba dujon hukhi hoi thaka vogobanor usorot hodai parthona koru❤❤❤

  • @snigdha-uq1fp
    @snigdha-uq1fp 10 місяців тому +9

    Vl lage couple tu lots of love from nagaon,,,,,,

  • @sikhadevi8447
    @sikhadevi8447 4 місяці тому +1

    আমাৰো ঘৰ নগাঁও তে মোৰ মামা ছোৱালী জনিও বেংগলী লৰা লগত বিয়া হৈছে কলিকতাৰ আমাৰ কিন্তু এনেকুৱা অসুবিধা হোৱা নাই। সকলো মানুহে। এনেকুৱা সমাজ হোৱাতকৈ নোহোৱাকৈ থকা ভাল। তোমালোক সুখী হোৱা ❤

  • @manjilkrnath3394
    @manjilkrnath3394 10 місяців тому +3

    Aarambhoni jie nhok, finishing vl hbo lge. God bless you ❤️😘 frm Nagaon ( Raha)

  • @lachitgogoi5082
    @lachitgogoi5082 10 місяців тому +30

    so much struggle, sufferings , even then both are standing strong, i congratulate you. keep going , God is there, may God bless you.

  • @kalamandirdigitalarchieveu6059
    @kalamandirdigitalarchieveu6059 10 місяців тому +5

    Suspance bora kahini, suni bhal lagil 💘

  • @ajoysaloi9834
    @ajoysaloi9834 10 місяців тому +1

    dhuniya lagise story 2 from rangia station ❤

  • @deepsikhagogoi7572
    @deepsikhagogoi7572 10 місяців тому +4

    Aguwai juwa❤❤❤

  • @dasrajib3387
    @dasrajib3387 10 місяців тому +2

    Val lagila sai ❤

  • @tutumoni8688
    @tutumoni8688 9 місяців тому +2

    সন্তান এটা লয় দেখাই দিয়া মানুহক তোমালোক কিমান সুখি

  • @sangitakalita9293
    @sangitakalita9293 10 місяців тому

    Vogobanr Lila Opar 🙏🙏🙏 MAA kor jagat tumar nicina agoraki jibon sangi dise.God bless you.❤️❤️❤️

  • @kankanabarman8553
    @kankanabarman8553 9 місяців тому +1

    Tumalukor jugmo jeevan sukhi houk. Amiu axirwad korisu

  • @sobitabora232
    @sobitabora232 10 місяців тому +2

    Love story tu Bohut basi vl lgile..Xodai Happy thakok...

  • @chimikalita5777
    @chimikalita5777 10 місяців тому +3

    Manisu dei puja baa bahut xahokhi tmi . vagobane val rakhokh duitake .

  • @bijoyagogoi6248
    @bijoyagogoi6248 10 місяців тому +2

    ভগৱানে তোমালোকৰ মঙ্গল কৰিব। তোমালোক সুখী হোৱা।

  • @RijuMoni-zv2sx
    @RijuMoni-zv2sx 10 місяців тому

    Bhut besi vl lgil video to ❤❤❤duyu jone xdai hpy thaka, eyake koi xosa pram

  • @runurajbongshi8927
    @runurajbongshi8927 10 місяців тому +3

    সুখী হোৱা দুয়ো তাকে কামনা কৰিলো

  • @linadevi2238
    @linadevi2238 5 місяців тому

    God sent her to him as an angel....you both are enough for each other..
    Stay blessed

  • @rumkighosh2065
    @rumkighosh2065 10 місяців тому +11

    Such a lovely couple ❤

  • @Mr.Abhivlogs78
    @Mr.Abhivlogs78 10 місяців тому +4

    First time moi apunar video non cut kori salu vonty Jss. ❤❤❤❤

  • @AsomiyabuwariMainaborahv-tr7ky
    @AsomiyabuwariMainaborahv-tr7ky 10 місяців тому +2

    তোমালোক সদায় সুখী হোৱা❤❤❤❤

  • @Mr.Abhivlogs78
    @Mr.Abhivlogs78 10 місяців тому +2

    Bohut val loga video Pooja Sharma and subhankar sarkar r ❤ Goalpara keep going on vonty heart' touching video hoi love them all of you best of luck 🤞

  • @munmeesvlogkitchen8712
    @munmeesvlogkitchen8712 10 місяців тому

    Dukh lagil huni...., vogobane mongol korok tumalukor.....

  • @rimashri2.0
    @rimashri2.0 10 місяців тому +2

    Bhut val lagil love story tu xuni....val puwat kuno poisa,ghor aibilak nahe....duiotai xodai xukhot thakok...❤

  • @rkdtec2619
    @rkdtec2619 10 місяців тому +3

    সঁচাকৈ ভাল লাগিল চাই ❤

  • @kalpanarai77M
    @kalpanarai77M 10 місяців тому +2

    manuhar katha kam nidiba ajir dinatu jat pat bisare😟☹️hadai val koi thaka happy thaka ❤god bless both of u ❤️love from, nepal ❤️

  • @subhanggoswami2545
    @subhanggoswami2545 10 місяців тому +3

    Bhoni joni kajol r nisina , God bless you

  • @momikalita6467
    @momikalita6467 10 місяців тому +1

    Adin bhut bse xukhi hba dada bou💐💐💐💐

  • @monalishaborah9851
    @monalishaborah9851 10 місяців тому

    Birat Val lagil, hukhere thaka duyu❤

  • @AyeshaSiddiqua-dt2gd
    @AyeshaSiddiqua-dt2gd 10 місяців тому +1

    Tumi bohut xahoxi aru xosa. Tumaluk dujonei bohut xot.vogobane tumalukor bohut vl din anibo❤❤❤❤

  • @subratadas5581
    @subratadas5581 10 місяців тому +1

    Bahut besi val lagise...

  • @bablidandachetry525
    @bablidandachetry525 10 місяців тому +3

    Bohut dukh lagil story tu xuni .ajir dinot ane mantailiti manuh thkei nei jatik loi eman kotha kua. Manuhor cinta dhara change koribo lagi. Junai jar logt happy thkei tar logt beah hobo lagi . Manuh vl hobo lagi. Puja ba aru dada tumaluk duelai xuvesha thkil jibon batot agbarhi jua. Bhogbanr uport bisakh rakha sob vl hobo. Beautiful couple ❤❤

  • @INFOCORNER2
    @INFOCORNER2 10 місяців тому

    Bohut val lagil.sakalu val hbo . Agbahi juwa valdore

  • @ayeshaahmed5543
    @ayeshaahmed5543 10 місяців тому +2

    Xsakoi bohut vl lgil video tu sai❤❤

  • @hiranyasaikia2558
    @hiranyasaikia2558 10 місяців тому +3

    Kahini Tu khuni mur ene lagise nijor logote hoi ase neki mur falor pora tumalukoloi bohut morom thakil valke thaka vogobane vale rakhok❤

  • @Bhagya120
    @Bhagya120 10 місяців тому +1

    Pream xodai enekwa hb lge. Bohut Vl lgil baa ❤❤

  • @hiyadaxyoutubechannel2440
    @hiyadaxyoutubechannel2440 10 місяців тому +4

    ভগৱান আছে সকলো থিক হব ❤

  • @anujajyshmin7611
    @anujajyshmin7611 10 місяців тому +13

    May the Almighty always bless both of you....❤

  • @dikhitaroy-fy1nc
    @dikhitaroy-fy1nc 10 місяців тому +1

    Bahut vl lagise baa

  • @Priyachakma.R
    @Priyachakma.R 10 місяців тому +8

    Having a partner like pura is blessings

  • @Rapunzel-z3m
    @Rapunzel-z3m 8 місяців тому +1

    bohut besi vll lgil❤️ love from gohpur😊 happy thka life t✨

  • @user-ms7tk6sb8h
    @user-ms7tk6sb8h 10 місяців тому

    Agbahi juwa tumaluk duiu❤

  • @AfrijaBegum
    @AfrijaBegum 8 місяців тому +1

    At first we are human being..... after that cast.... so your decision is very good.God bless you.🙏🙏

  • @DipikaBoradas-mw3lj
    @DipikaBoradas-mw3lj 10 місяців тому +1

    Bht vll lgill sai