উচুপি উঠি শ্যামন্তিকাই ক’লে আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়।

Поділитися
Вставка
  • Опубліковано 21 чер 2023
  • আপোনালোকে ভৱাৰ দৰে মই ইমান বেয়া ছোৱালী নহয়। মই বিয়াত বহি সাংঘাতিক ভুল কৰিলোঁ। মই যে তৃতীয়গৰাকী পত্নী মই নাজানিছিলোঁ। কোঠাত বন্ধ কৰি মোক মাৰপিট কৰিছিল। কেমেৰাত সন্মুখত কিয় উচুপি উঠিল শ্যামন্তিকা শৰ্মা।
    #dy365 #shyamantikasharma #haridrahazarika #assam #sidhakotha
    _______________________________
    The agenda of this channel is neutral, unbiased news. It has no hidden agenda and no personal baggage. A channel grows on its reputation and credibility. With its highly dedicated team of reporters, correspondents, journalists and back up of professional technical team, #DY365 will strive to leave a trail of credibility in every sphere of its work.
    FEARLESS, UNBIASED, TRUSTWORTHY
    NEWS BEGINS HERE
    Subscribe to our channel for the latest news updates: bit.ly/2lWxmV7
    Connect on Social Media:
    Follow Us on Twitter: / dy365
    Like Us on Facebook: / dy365
    Follow Us on Instagram: / dy365.in
    Our Website: dy365.in
    Subscribe to our channel '#JONACK' for fictional and non fictional programs, prime time drama series, reality shows, movies , comedy serials, theatrical films, music programs and musical shows, live performance coverage and telecast special and daytime drama etc. : bit.ly/2m1WASh
    Subscribe to our channel 'NLTV', A Satellite Channel for Exclusive Nagaland News : bit.ly/3ww2xFx

КОМЕНТАРІ • 2,4 тис.

  • @rumigogoi5662
    @rumigogoi5662 Рік тому +27

    এগৰাকী নাৰীয়ে নিজৰ জীৱনৰ সকলো কথা যেতিয়া অকপটে কব পাৰে,তেওঁ বহুত সৎ -সাহসী । তুমি চিন্তা নকৰিবা, ভগৱানে তোমাক মানুহ চিনিবলৈ সুযোগ দিছে ।❤

  • @blissfulsoul2933
    @blissfulsoul2933 Рік тому +192

    এসময়ত আপোনাৰ হাঁহি মুখিয়া মুখখনৰ লগত জানমণিৰ❤ গান এটা চালেই হিয়া জুৰ পৰিছিল। আপোনাৰ জীবনৰ দুখবোৰ জানি বহুত বেয়া লাগিল।
    God bless you

    • @assamriding5003
      @assamriding5003 3 місяці тому

      কিয় কাৰোবাৰ জীৱন ধংস কৰি নিজে শান্তিত থাকিব পাৰে‌ নেকি

  • @avijitsaikia8433
    @avijitsaikia8433 Рік тому +16

    একো নাই,এইবোৰক পাৰ হৈ যোৱা সময়ৰ কথা এতিয়া আগলৈ মনোযোগ দিয়াটোহে বুদ্ধিমানৰ কাম৷শুভেচ্ছা থাকিল সদায় অসমৰ মৰমৰ জানমনি জনী হৈ থাকা৷

  • @hiteshdeka2368
    @hiteshdeka2368 Рік тому +64

    বৈবাহিক জীৱনৰ তিক্ততাৰ কাহিনী শুনি বহুত দুখ লাগিল।ভাঙি নিদিব মনটো।এদিন ভাল হব।

  • @rekhabhuyan3878
    @rekhabhuyan3878 Рік тому +32

    সহজ সৰল বা ❤️...বহুত মৰম লগা .. টোমাৰো আহিব ভাল দিন🙏 জীৱন মানেই সংগাম বা 🙏 ভালে ৰাখক ভগবানে সদাই তোমাক 🙏

  • @DilpSaikia-qx6by
    @DilpSaikia-qx6by 8 місяців тому +5

    অভিনেত্ৰী শ্যামন্তীকা শৰ্মা লৈ আমি গোলাঘাট জিলাৰ অন্তৰ্গত আঠখেলীয়া নামঘৰৰ ওচৰৰ পৰাই আৰ্শীবাদ জনাইছো ভাল এজন জুবক আহিব কাৰণ জীৱনত আৰু আগবাঢ়িব লগিয়া বহুত আছে আমি প্ৰাৰ্থনা জনাইছো তোমাৰ আশা পূৰণ হয় শতাখ নহবা ধন্যবাদ।

  • @Raj_deep5426
    @Raj_deep5426 Рік тому +94

    নয়ন দাৰ দৰে হৃদয়বান মানুহ এজনক প্ৰতাৰণা কৰি পাইছাতো শিক্ষা।
    কোনোবাই যদি কাৰোবাক প্ৰতাৰণা কৰে। তেন্তে তোমাকো আন কোনোবাই প্ৰতাৰণা কৰিব। এয়াই সু নিশ্চিত।

  • @Manabsadiya
    @Manabsadiya Рік тому +190

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে। সেইটো কথা সকলোযে মনত ৰখা উচিত। সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠক,তাৰে কামনা কৰিচু 🙏🙏🙏

    • @nekibhussain4214
      @nekibhussain4214 Рік тому +4

      Right

    • @anupamkakati5389
      @anupamkakati5389 Рік тому +4

      Tai Axomiya lora bisari napale ejon Ona Axomiya r logote bia t Bohile. Eiburor logot eibilakei hobo lage. Vale paisu moi

    • @BoishnabjyotidoleyBiishn-el3nt
      @BoishnabjyotidoleyBiishn-el3nt Рік тому +1

      Right

    • @Manabsadiya
      @Manabsadiya Рік тому +2

      @@anupamkakati5389 ebila ko bai giyo likon hoi kune Jane kar kopalt ki likidise bogbane Jane tair kar ne manuak tene koi kob napai🙏🙏🙏

    • @Bran47772
      @Bran47772 Рік тому +2

      @@anupamkakati5389 prem kiba asamiya bihari bengali sai nohoi Tu, tai oo bhal pabo lagibo lora Tu, tur bhonti jodi bengali eta logot polai jai tetiyau eneke kobi gom pali🙄🙄🙄uneducated illiterate

  • @heerasvlogs4231
    @heerasvlogs4231 Рік тому +185

    ভাঙি নপৰিবা,নিজক লৈ সুখী হৈ থাকা । ঘাট প্ৰতিঘাট সকলোৰে থাকে।

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Рік тому +6

      কেলা আনক কনোৱাই নিজে সুখী হব গৈছিল কেনে পাইচ 😂😂😂

    • @realhero5657
      @realhero5657 Рік тому +2

      @@user-bd9pt2jn4m মজা

    • @sonaliassam.6043
      @sonaliassam.6043 Рік тому

      জীৱনটো হল সংগ্ৰাম ।অপেক্ষ্যা কৰক ভগবানে ভাল ফলাফল দেখাব এদিন

    • @Hit-Hop
      @Hit-Hop Рік тому

      Mayu tumar dare jiban trejidi.mai kuchar rajbangshi lora. Lora.suyali patni aase. Kintu tumar jiban auru mur. Jibanar samajanshya eake buli bhabu?

  • @shikhamanisahariah6383
    @shikhamanisahariah6383 Рік тому +47

    আকৌ জানমণি জনী হৈ ৰাইজৰ মাজলৈ ঘুৰি আহা বা আমি তাকে বিছাৰো☺️❤️

  • @sewaktamuli9294
    @sewaktamuli9294 Рік тому +24

    জানমণি গুণা গঠা চলি আছে তোমাক বিয়া দিবলে....তুমি ও ভাবিচা চাগে মোকে এৰি যাবলে ❣️

  • @hrittikhazarika7857
    @hrittikhazarika7857 Рік тому +9

    এই পৃথিৱীত আটাইতকৈ টান কাম হৈছে মানুহক চিনি পোৱাতো । খুব দুখ লাগিল বা😢😢আপুনি মোৰ সকলোতকৈ Fevorite Actress.

  • @JikMikDailyLife
    @JikMikDailyLife Рік тому +136

    দুখ লাগিল কথা বোৰ শুনি,যদি ভাল লৰা এজন পোৱা সময় থাকোঁতেই আকৌ জীৱন তো নতুন কৈ সজাই লোৱা। সৌন্দৰ্য থকা লৈকে সকলোৱে ওচৰ চাপি আহিব কিন্তু বয়সে যেতিয়া মেলানি মাগিব তেতিয়া..... জীৱনৰ সাৰথি এজন বৰ প্ৰয়োজন ও আইজনী। সদায় সুখী হোৱা তাৰে কামনা কৰো।

  • @kapil912
    @kapil912 Рік тому +406

    চাকৰি কৰা ল'ৰা মানেই সৰ্বেসৰ্বা বুলি ভৱা ছোৱালী বোৰে এই কাহিনীটোৰ পৰা শিকক অলপ

  • @rupabora3347
    @rupabora3347 Рік тому +13

    একো নাই ধুমুহা আহিব আৰু যাব বুলি ধৰিলে ই হ'ল❤️❤️❤️❤️❤️

  • @damayantitalukdar2801
    @damayantitalukdar2801 Рік тому +13

    তুমি দুখ নকৰিবা ভগবানে জি কৰে ভালে কৰে তুমাৰ ভাল হ'ব ❤❤❤😂👍🏼👍🏼👍🏼🪔🪔💕👌

  • @myselfjanmoni2729
    @myselfjanmoni2729 Рік тому +23

    তুমি অসম এৰি গুচি গৈছিলা বহুত বেয়া লাগিছিল আকৌ জানমণি আমাৰ মাজত ঘুৰি আহিলা সুকলমে,,, যি হয় ভালৰ বাবে হয়,,, জীৱন টোত বহুত আছে সময় উপভোগ কৰা,,,god bless u my favorite hiroine,❤️❤️❤️

  • @anilgoswami2238
    @anilgoswami2238 Рік тому +43

    ভাৰতীয় শাস্ত্ৰত কোৱা হয়::
    "অজাত কুলশীলস্য বাসোদেয়ো ন কষ্যসিত " ।
    ...... জনপ্ৰিয় অভিনেত্ৰী শ্যামন্তিকা শৰ্মালৈ আন্তৰিক শুভেচ্ছা জনালোঁ ।

    • @nayangogoi4946
      @nayangogoi4946 Рік тому +10

      ডেমফুলেও কিন্তু আজিও তোমাকেই ভাল পাই।

    • @minubaruah-zq5my
      @minubaruah-zq5my Рік тому +1

      @@nayangogoi4946 hi

  • @munindradas8893
    @munindradas8893 Рік тому +6

    জীৱন ত সংঘাত থকাটো ভাল।এই এই সংঘাতৰ পৰা আৰু নতুত্বৰ সিষ্টি হব ।এই আশাৰে আগ বাহক।।।

  • @junmonikalita6363
    @junmonikalita6363 Рік тому +6

    বা তুমি আগুৱাই যোৱা,,,,তুমি বহুত সাহসী,,, সাহস নেহেৰুৱাবা,,,,,💓💓💓

  • @prakashnarzary4007
    @prakashnarzary4007 Рік тому +283

    বেয়া লাগিল মোৰ প্ৰিয় অভিনেত্ৰী গৰাকীৰ কাহিনী শুনি। সময় এতিয়াও বহুত আছে। দুগুণ উৎসাহ লৈ আগ বাঢ়ি যোৱা ।😢

  • @pankajborthakur4198
    @pankajborthakur4198 Рік тому +70

    জীৱনত বৰ বেছি দুখ পাইছে ! ধৈয্য সলাগ লৈছো , জানমণি , আপোনাৰ ভবিষ্যত সুন্দৰ হোৱাৰ কামনা কৰো ।

  • @manashipriya8120
    @manashipriya8120 Рік тому +6

    আগুৱাই যোৱা শ্যামন বা❤❤দুখ নকৰিবা।বেলেগৰ কথাত কাণ নিদিবা নিজকে নিজৰ লগত ব্যস্ত ৰাখা❤❤

  • @pranjalkalita3347
    @pranjalkalita3347 Рік тому +83

    Naver give up আপুনি নিজৰ কেৰিয়াৰত গুৰুত্ব দিয়ক পিছত মনে বিচৰা লৰা পালে বৰষা বাৰ দৰে আকৌ বিয়াত বহিব !! ❤❤❤❤❤❤❤❤

  • @purabiscreation3973
    @purabiscreation3973 Рік тому +48

    শ্যামন্তিকা বহুত ভাল আৰু সহজ সৰল ছোৱালী । জোনে তাইক ব্যক্তিগত ভাবে ভালদৰে জানে, লগ পাইছে সেইসকলে নিশ্চয় জানে । ❤❤❤

  • @simuborah5025
    @simuborah5025 Рік тому +103

    সত্য সদায় জয়। সময়ৰ প্ৰয়োজন। এদিন নহয় এদিন ফলা-ফল বোৰ উলাবই।

    • @jhonekram6165
      @jhonekram6165 Рік тому +2

      edin noyan dak dhoka disil aji.. tar fole pale ne baideou

  • @pompydevi769
    @pompydevi769 Рік тому +12

    অকলশীয়াকৈ থকা সমান খুখ নাই সদায় নিজক লৈ খুখে থকা

  • @jogendas7193
    @jogendas7193 Рік тому +42

    "অতিমাএা উচ্ছকাংখাই অভিশাপ" অতীত বাদদি ভৱিষ্যত ভাল হোৱাৰ কামনা কৰিলোঁ ।

  • @dipikasaikia6651
    @dipikasaikia6651 Рік тому +102

    শ্যামন্তিকা তুমি ভাঙি নপৰিবা, জীৱন এনেকুৱাই, সাহসী হোৱা ,আমি তোমাক ভাল পাওঁ

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Рік тому

      বঙালৰ 🎉 লাগে কেনে মজা

  • @pallab1982
    @pallab1982 Рік тому +21

    স্যামন্তিকা বাৰ অভিনয় সৰুৰ পৰাই প্ৰিও বিহু নাচবোৰ বহুত ভাল লাগে সদাই প্ৰিও হৈ থকা সকলোৰে মৰমৰ জানমণি স্যামন্তিকা বা এতিয়াও আপোন তুমি সকলোৰে কুনে জনে নো কাৰ জীৱনত কি হৈ যায় সচাকে কব নোৱাৰি স্যামন্তিকা বা আগৰ দৰে হৈ থকা তুমি পৰ্থনা কৰিছো ভালে থকা তুমি 😘😢😭

  • @RajdipSaikia189
    @RajdipSaikia189 Рік тому +5

    অসমত ইমান ইমান ভাল লৰা আছিল । টকা পইচা নাথাকিব পাৰে কিন্তু অসমৰ লৰাৰ অন্তৰ খন ভাল। বাৰু যি হওক আপোনাৰ জীৱনটো সুখৰ হওঁক বা । আপুনি বহুত ভাল ভগৱানে ভালে কৰিব আপোনাক। ❤❤

  • @Legal_weapon295
    @Legal_weapon295 Рік тому +45

    কাৰোবাৰ সচা ভালপোৱাক প্ৰতাৰণা কৰি বেলেগৰ লগত সুখী হ’ব গ’লে এদিন নহয় এদিন তাৰ ফল পাবই পাব, কাৰন নেদেখাজনে সকলোৰে ক্ষেত্ৰত বিচাৰ কৰে।

    • @jhonekram6165
      @jhonekram6165 Рік тому +2

      ekdom hosa kotha sowalibilake olop dhoni ghoror duror lora pali.. nijor b. f. k bad di belegor logt biat bohi gusi... tar pisot gom pai..

    • @monjitbora1622
      @monjitbora1622 Рік тому +1

      Kune kak potarona korisil aitu Tumi ba Moi najanu hyi karone darekt anekoi kuwatu Val nohoi

    • @jhonekram6165
      @jhonekram6165 Рік тому +3

      @@monjitbora1622 noyan dak korisi

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Рік тому +8

      Nayan nillime shyman baak biya ptibo bisora nsil ...moi abr ata interviewt paisilu ...shyman baar ghrr mnuhe nayan daak biyar ktha kole a khng kori baar lgt namata namati hoi ...gotike ako njonake judge koratu vl nhoi

    • @jhonekram6165
      @jhonekram6165 Рік тому +2

      @@jonalikalitavlogs6244 totally wrong statement..
      nayan dak dhoka di gusi goisi...

  • @asomiyalorakabyanil7069
    @asomiyalorakabyanil7069 Рік тому +6

    বাইদেউৰ কথাবোৰ শুনি বহুত দুখ লাগিল । সেইকাৰণে অসমৰ বাহিৰৰ লৰাক বিশ্বাস কৰিব নালাগে , মেঘৰন্জনী মেধীও বাহিৰৰ লৰাৰ লগত বিয়া হৈ একে অৱস্থা ।

    • @prasantapawe4928
      @prasantapawe4928 Рік тому

      Right 👍

    • @dhunbora3314
      @dhunbora3314 Рік тому

      Meghranjini medhi husband vl

    • @KidsArea2000
      @KidsArea2000 3 місяці тому

      Moi nije bahirot asu 15 bosor hol.There is no simple people like in Assam.

  • @madhujyasarmah8717
    @madhujyasarmah8717 Рік тому +13

    ভাগি নপৰিবা তুমি। দেৱী সীতাৰ লগতো জীৱনটো কঠিন হৈ পৰিছিল। ভাল খিনি আগত ৰাখি আগুৱাই যোৱা । মানুহ দুদিনীয়া তোমাৰ সৌন্দৰ্য দেখি তোমাক ভালপোৱা বহুত ওলাব কিন্তু গোটেই জীৱন তোমাৰ হাতত ধৰি একেলগে থকা জন ভগবান হ'ব লাগিব। গতিকে মানুহে কি ভাবে কি কয় does not matter . নিজৰ খিনি কৰি যোৱা। অন্তৰ খন কোমল কৰিয়ে ৰাখা সদায় হাঁহি থাকা। যিহেতু ঈশ্বৰেও সদায় কোমল অন্তৰৰ আৰু হাঁহি থকা জনকেই ভাল পাই।

  • @rkdhaj9099
    @rkdhaj9099 Рік тому +43

    আনক দুখ দিলে নিজে দুখ পাব এ। কৃষ্ণ 🙏

  • @ToraliB
    @ToraliB Рік тому +13

    😢দুখ নকৰিবা বা তোমাৰ লগত যি হ'ল সপোন বুলি পাহৰি যো যোৱা তোমাৰ জীৱনটো আকৌ নতুন কৈ গঢ়ি তুলক ♥️

  • @simantadeka1191
    @simantadeka1191 Рік тому +29

    জীৱনতুৱে সংগ্ৰাম....টকা পইচাই যদিও জীৱন বুলি কয় কিন্ত কিছুমান ক্ষেত্রত নহয়....মনৰ সুখ হে আচল জীৱন

  • @diipakkgogoi3252
    @diipakkgogoi3252 Рік тому +308

    ইতিহাস শাসি আছে আনক দুখ দি নিজে সুখত থাকিম বুলি ভবাটো ভুল 😢

  • @srajbonshi4462
    @srajbonshi4462 Рік тому +1

    আপোনাৰ কথা টো জানি সচাকৈ বহুত বেয়া লাগিল আপোনাক বহুত ভাল পাওঁ। আপুনি দুখ নকৰিব ভগৱানে আপোনাক সহায় কৰিব। ধন্যবাদ।

  • @harjitdeka9886
    @harjitdeka9886 Рік тому +10

    প্রিয় অভিনেত্রী গৰাকী❤

  • @nilakrishna81
    @nilakrishna81 Рік тому +64

    ৰাইজে বুজিব লাগে যে সংসাৰ কৰাৰ অৰ্থ টকা নহয়,

  • @ritupongogoi7870
    @ritupongogoi7870 Рік тому +151

    আনক দুখ দি নিজে কেতিযাও সুখী হব নোৱাৰে ! সেইটো কথা সকলোযে মনত ৰখা উচিত ।

    • @purabisonowal2242
      @purabisonowal2242 Рік тому +1

      Umm hosa kotha koisa

    • @gitudeka9455
      @gitudeka9455 Рік тому +7

      Apuni dekhise ne apunk koise tai thoguwa buli 😆😆personal lifet mat mate 😏😏

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Рік тому +3

      Apuni nojonake keneke kb pre...aji kli tu dhukh Diya bur he hukht thka dekhisu

    • @rupaschannel5856
      @rupaschannel5856 Рік тому +1

      Toi dekhiso neki. Tai dukh dise ne nai

    • @jhonekram6165
      @jhonekram6165 Рік тому +1

      noyan dak dhoka di belegor logt biat bohil.. ki hol etia....sowalibore mont rakha usit hoi

  • @himangshubarman2135
    @himangshubarman2135 Рік тому +18

    যদি সম্ভৱ এবাৰ তেখেতৰ স্বামীৰ সাক্ষাৎকাৰ লোৱাৰ ব্যবস্থা কৰক,দুধ কা দুধ পানী কা পানী হৈ যাব....!

  • @renulongchot7547
    @renulongchot7547 9 місяців тому +1

    কাহিনী টো গম পাই বেয়া লাগিল। যিহেতো অসম দেশৰ জানমণি আছিল ধুনীয়া নাচনী। চিন্তাত নাথাকিব, মানুহৰ হৈ যায়।

  • @ankitaborah1233
    @ankitaborah1233 Рік тому +139

    সকলোৰে জীৱনত দুখ থাকে, ভগৱানে সুখও দিব দুখো দিব , ভালে থাকক আপুনি ❤ সকলো বোৰ পাহৰি নতুন কৈ জীৱন টোক ভাল পাবলৈ শিকক ❤️❤️❤️love you ba❤

  • @indrachutia7351
    @indrachutia7351 Рік тому +5

    নিজৰ জীৱটো এতিয়া ভাল ধৰণে গঢ়ক অসমৰ সকলো মানুহৰ মৰম আপুনি এতিয়াও পাব । সকলো মানুহ একেই নহয়

  • @rinkusut2348
    @rinkusut2348 Рік тому +10

    তোমাৰ জীৱনত আকৌ হাঁহি আহিব ❤️

  • @assammix9640
    @assammix9640 Рік тому +44

    অনাগত দিনবোৰ সুখ আৰু আনন্দৰে ভৰি পৰক তৰে কামনা কৰিলো।God bless you Jaanmoni❤❤❤❤

  • @jyotishgogoi8634
    @jyotishgogoi8634 Рік тому +8

    আপোনাৰ মুখৰ এই সুন্দৰ হাঁহিটি কেতিয়াও ম্লান পৰিব নিদিব বা Bravo 🫰

  • @anamikakalita581
    @anamikakalita581 Рік тому +36

    দুখ লাগিল শুনি ,চিন্তা নকৰিব ভাল দিন আহিব

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Рік тому

      আনক কণ্ডুৱাই নিজে সুখী হব গৈছিল কেনে মজা😂😂😂😂

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Рік тому +1

      ​@@user-bd9pt2jn4mkeneke gom ple apuni

    • @_UNKNOWN_USER_2023_
      @_UNKNOWN_USER_2023_ Рік тому

      ​@@jonalikalitavlogs6244Sb raije jane xei2 katha ........Apuni keneke jane buli question krib nalage apuni .......

    • @jhonekram6165
      @jhonekram6165 Рік тому

      kene moja..
      anok dhuk di gusi za i....

    • @jonalikalitavlogs6244
      @jonalikalitavlogs6244 Рік тому

      ​@@_UNKNOWN_USER_2023_raije o gm paise diyok .. cinema akhnr trp borahabor babe natok Kora buli bopai......ATA xoru kthat lgi hosa premik a jdi Ari njai...

  • @bharatibarkataki7592
    @bharatibarkataki7592 Рік тому +12

    শ্যামন্তিকাক ইমান মৰম লাগে ৷ ভগৱানে যে কিয় ইমান দুখ দিছে , কথাবোৰ শুনি বহুত বেয়া লাগিল ৷

  • @pinkiboruah9621
    @pinkiboruah9621 Рік тому +6

    কথাবোৰ শুনি বহুত দুখ লাগিল 🥺

  • @surenboruah3241
    @surenboruah3241 Рік тому +17

    সাহসী ছোৱালী, জীৱন টো আকৌ সুন্দৰ হৈ ওঠ ক, তাৰে কামনাৰে🙏🙏🙏

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Рік тому

      কেলা কনি ডাঙৰ লাগে বঙালৰ টো সৰু হল চাগে ? মিয়া লে যা 🎉🎉🎉

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 Рік тому +147

    বেয়া দিন নাহিলে ভাল দিনৰ সন্মুখীন হব নোৱাৰি জানমনি ❤️❤️❤️

  • @trishandas2660
    @trishandas2660 Рік тому +5

    ভাল হ'ব বা দুখ নকৰিবা সুখ-শান্তিৰে উপচি পৰিবা এদিন নহয় এদিন 👍👍👍love u janmoni baa

  • @pompysaikia8884
    @pompysaikia8884 Рік тому +30

    আপুনি ভাগি নপৰিব। এদিন সকলো ঠিক হব ☺️☺️ দুখৰ দিন ক্ষন্তেকীয়া কিন্ত্ত সুখ চিৰস্থায়ী হব। নিজৰ ওপৰত আৰু ভগৱানক বিশ্বাস কৰক 😊😊

  • @lolenybird9008
    @lolenybird9008 Рік тому +11

    আমি অসমীয়াবোৰ আন ভাৰতীয় বোৰ তকৈ কমেও ২০০ বছৰমান পিছত আছো।কাৰন আন ভাৰতীয় বোৰে আমাতকৈ বহু ত আগতেই ইংৰাজৰ শাসন পাই আগবাঢ়িছিল। চতুৰতাত আমি এতিয়াও শিকিবলৈ বাকী আছে।

  • @binudmili4814
    @binudmili4814 Рік тому +24

    এইয়া স্বাৰ্থপৰ মানুহক ভগৱানে দিয়া উপহাৰ। ডেমফুল ,,,,,,,,,,,,,,,,।।।।।।

  • @budhiramteron1960
    @budhiramteron1960 Рік тому +7

    মনত ৰাখিব পাতল মনৰ মানুহৰ কিবা নহয় কিবা বেয়া হয়। কিয়নো সহজ সৰল, থগীব সহজে পাৰি। কিন্তু ভাগী নপৰিব, ঈশ্বৰে বেয়া নকৰে জীৱন টোত নিশ্চয়ই ভাল হব। আৰু এনে সময়ত অযথা প্ৰস্তাৱ বহু লোকে সাহস কৰি দিব। প্রথম কথা ভাল কাম কৰক জানিনা হবলৈ লাগীব।

  • @jitenrabha9674
    @jitenrabha9674 Рік тому +1

    নজনা কথা বোৰ জানিব পাৰি দুখ লাগিল।এগৰাকী প্ৰতিভাৱান অসমীয়া জীয়ৰীৰ অফুৰন্ত প্ৰতিভা যাতে অকালতে মৰহি নাযায় সেয়া আমাৰ কাম্য। আশা কৰোঁ অসমৰ ৰাইজে চেনেহৰ জানমণিক পূন: এবাৰ বিছাৰি পায়।

  • @shurabhichetia7307
    @shurabhichetia7307 Рік тому +9

    জন্ম, মৃত্যু, বিবাহ কাৰো হাতত নাথাকে। ছোৱালী জীৱন ইমান সহজ নহয়। সংগ্ৰাম কৰি যাওক।

  • @KabitaGogoi-ut6jr
    @KabitaGogoi-ut6jr Рік тому +16

    অতীতক পাহৰি যোৱা। এতিয়াও সময় আছে আগবঢ়াই নিয়া তোমাৰ সুন্দৰ জীৱন।

  • @user-gy1xx6lo8t
    @user-gy1xx6lo8t Рік тому +2

    জানমনি তুমি সদায় সুখত থাকা তাকে কামনা কৰিলো

  • @prankumarnath1616
    @prankumarnath1616 4 місяці тому +1

    জীৱনতো আকৌ সজাই পৰাই আগবাঢ়ী যোৱা ।

  • @colourfulchandanavlog5286
    @colourfulchandanavlog5286 Рік тому +9

    জীৱনত বহুত দুখ থাকে😢😢happy hoi thakok❤

  • @pranabjyotihazarika7145
    @pranabjyotihazarika7145 Рік тому +30

    অচিন কাঠৰ থুৰা লগোৱাৰ ফল । আমাৰ অসমৰ অসমীয়া ছোৱালী কিছুমান নিজৰ অসমীয়া ডেকা ভাল নালাগে । কিন্তু কিছু দিনৰ পিছত তাৰ ফল পায় ।
    বেয়া লাগিল প্ৰিয়া অভিনেত্ৰী আছিল মোৰ ।

    • @chandana966
      @chandana966 Рік тому +1

      Dada bya npabo mi Assamese hy ghtyt thaku dekhatu vle
      But vl Assamese lora bisari npau khub besi character vl hlei vl lge
      Kntu npai mi bihari lora ejonok vl pao dutai bhut happy asu

    • @jakhashyaphukan8938
      @jakhashyaphukan8938 Рік тому +1

      ​@@chandana966Right...axomia lora u ase ji nijor wife k buji napai...bangle hok ba bihare hok ba axomia manuh vl hobo lagi..biya patila manuh jonik bujibo paribo lagibo...taw mnr kotha...duijona duijon k buji puw tu ai main..axomia lora vl hai tu nohoi kisuman axomia lorai u nijor wife k jantu dora hasti dia..dakhisu nija...manuh vl hobo lagi ..sovab,sorotro,bisakhi ...sb axomia lora nohoi kantu tar vitort ase bea...nijor jati nijor cast r lgt biya patiu kisuman suwali jibon borbad hoisa...

    • @rabhasowali1433
      @rabhasowali1433 Рік тому +1

      সকলো অসমীয়া ছোৱালী যে অসমীয়া লৰাক বিয়া পাতিব লাগি তেনেকুৱা নহয় । ভাগ্যই যাৰ জীৱনত যি দিছে তেনেকুৱাই হব‌।

    • @pranabjyotihazarika7145
      @pranabjyotihazarika7145 Рік тому

      @@jakhashyaphukan8938 মেইন কথা হল দুয়ো জনৰ মাজত নিজা বুজা বুজি ।

    • @pranabjyotihazarika7145
      @pranabjyotihazarika7145 Рік тому

      @@rabhasowali1433 😁 কি কম ?

  • @himashreedevi9144
    @himashreedevi9144 Рік тому +2

    নয়নৰ লগত পুনৰ আৰম্ভ কৰা শ্যামন্টিকা।
    আমাৰ শুভেচ্ছা থাকিব।

  • @alakeshgogoi7228
    @alakeshgogoi7228 Рік тому +1

    সৰু কথা।। জীৱশ্ৰেষ্ঠ মানুহে যদি যোগাত্মক চিন্তা নকৰে, তেন্তে কোনেনো কৰিব বাৰু? প্ৰত্যাহ্বান!!!

  • @dutiram3812
    @dutiram3812 Рік тому +10

    দুখ নহলে জীৱন নহয় বা। হতাশ নহব ধয্যৰে আগবাঢ়ি যাওক।

  • @juggiiij
    @juggiiij Рік тому +21

    বেয়া লাগিল 😢😢😢 ছোৱালীৰ হৈ নকও যদিও,,, আপুনি ভাল মানুহ হয়।।❤❤❤

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Рік тому

      तू कहना क्या चाहते हो ? তই কি বেলেগ বেলেগ ৰূপত আহি কথা ক নেকি । কমেণ্ট কি লৰা হৈ কৰিছ নে গে হই 😮😮😮

  • @NDR_LIZA
    @NDR_LIZA 10 місяців тому +1

    মানুহৰ জীৱনত দুখ থাকে,,,, ভাঙি নপৰিব নতুনকৈ আকৌ জীৱনটো সজাই লওক,,,, সুখৰ হব,,, ❤❤❤❤❤❤❤ কামনা কৰিলো 🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @makanichowdhury4371
    @makanichowdhury4371 Рік тому +5

    সত্যৰ সদায় জয় এদিন তোমাৰো জয় হব

  • @lakshajitbora221
    @lakshajitbora221 Рік тому +40

    আপোনাৰ তাবিজ এৰি নয়ন দা তাবিজ লওক । মই বহুত বেৱা পাওঁ আমাৰ অসমীয়া নিজৰ জাতিৰ ল'ৰা এৰি বেলেগ জাতিৰ লগত বিবাহ হ'লে । নাপাইছিল নয়ন দাক এনে কৰিব, নয়ন দাৰ জীৱনৰ লগত আকৌ এবাৰ চাব বিচাৰোঁ নহ'লে আমি অসমীয়া ল'ৰা হিচাবে চিন্তা কৰিব পাৰোঁ তুমি তুমি বুলি...

    • @aicheng9185
      @aicheng9185 Рік тому +2

      Ataloi biya humuwa jonik toi ani thoi de. 😂😂😂😂😂😂😂

    • @lakshajitbora221
      @lakshajitbora221 Рік тому

      @@aicheng9185 ব্যক্তিগতকে মোক কথা কবলৈ আপোনাক মই অধিকাৰ দিয়া নাই, মই কি ক'ব বিছাৰিছো বুজি লৈ কথা কব, কোন হয় আপোনি ?

    • @minakhyee.........official7236
      @minakhyee.........official7236 Рік тому +2

      @@aicheng9185 Jdi hosa val puwa acile atar logot biya huwa pisotu aniboo..........

    • @nirmalikalita6823
      @nirmalikalita6823 Рік тому +1

      Nayan da dhoa tulsir Pat nhoi oi.natan dai janmoni bak thagaise

  • @parivlogs5339
    @parivlogs5339 Рік тому +86

    অসমৰ জানমণি। জীৱন মানেই সংগ্ৰাম

    • @user-bd9pt2jn4m
      @user-bd9pt2jn4m Рік тому +3

      আনক কন্দুৱাই নিজে সুখী হব গৈছিল কেনে পাইচ্ 😂😂😂😂😂

    • @bhubonlagachu2238
      @bhubonlagachu2238 Рік тому

      @@user-bd9pt2jn4m
      🗿

    • @harenpegu8252
      @harenpegu8252 Рік тому +1

      ​@@user-bd9pt2jn4mteneka kobo napai bhai. Karon dukot thoka manuhok aru dhuk nidiba 🙏🙏🙏

    • @dekavideos6404
      @dekavideos6404 Рік тому

      Atia jaanmoni hoi thoka nai aru

  • @jintubordoloi5951
    @jintubordoloi5951 Рік тому +7

    ভগৱানে তোমাক শক্তি দিয়ক্ এদিন ভাল দিন আহিব।

  • @ranapegu7931
    @ranapegu7931 Рік тому +1

    এই আগৰ জানমনি দৰে হৈ ওথক তাৰে কামনাৰে।

  • @digiincome
    @digiincome Рік тому +6

    মিছা ক'লে কি হব।সেয়া নয়নদাক প্ৰতাৰণা কৰাৰ ফল।চিন্তা নকৰিব মই আছোঁ।

  • @kushallx8474
    @kushallx8474 Рік тому +74

    নয়ন দা সমান মৰম আৰু সন্মান কোনো দিব আপোনাক 🙏🙏🙏🙏🙏

  • @janhitmedisclaimerjaari
    @janhitmedisclaimerjaari Рік тому +1

    You are super gutsy and strong Shyamontika ❤ Give yourself a bit credit and hope you heal sooner than expected..

  • @MainulHoque-si4xx
    @MainulHoque-si4xx 2 місяці тому

    অতিতক পাহৰি যোৱ বৰ্তমানক আকোৱালি লোৱা । মানুহৰ জীৱনত সুখ দুখ থাকেই ।

  • @niranjandas267
    @niranjandas267 Рік тому +208

    আমাৰ জানমণি ❤❤ জীৱন সদায় সুন্দৰ

  • @user-up3ig9yp8f
    @user-up3ig9yp8f Рік тому +4

    জীৱনটো বৰ জটিল কেতিয়া কি হৈ যায় হয়তো কোনোৱে নাজানে। মানুহ বোৰ এনেকোৱাই ভগৱানৰ লগতে নিজক ভাল পাবলৈ শিকক আৰু আপোনাৰ সন্মুখত অহা সংগ্রামত মনে মনে নাথাকি যোগ্য উত্তৰ দিবলৈ শিকক। এদিন সকলো ঠিক হৈ পৰিব❤❤

  • @golapsaikia4922
    @golapsaikia4922 6 місяців тому +1

    তোমাৰ অভিনয় প্ৰতিভা কাৰনে বহুত ভাল পাওঁ । তোমাৰ জীৱনৰ সকলো সপোন যাতে বাস্তৱত ৰূপান্তৰ হয় তাৰে কামনা কৰিলো ।

  • @atulhazarika4227
    @atulhazarika4227 Рік тому +1

    জীৱনত চাগে প্ৰথম খোজতে উজতি খাই পাইয়ো হেৰুৱাৰ বাবে আপুনি দ্বিতীয় বাৰ বহুত বেছি নভবাকৈ সিদ্ধান্ত লৈ জীৱনৰ সেইটোৱে সফলতা বুলি ভাবিলে । আপুনি অসমীয়া অভিনয় জগতত এগৰাকী সফল সকলোৰে ভাল লগা অভিনেত্ৰী। অভিনয়ৰ মাজতে আবদ্ধ থাকি জীৱনক নতুন ৰূপত গঢ় দিবলৈ চেষ্টা কৰক । এইবোৰ কথাত আপুনি অকলশৰীয়া নহয় । বহুতৰে জীৱনত ঘটে । তাকে ভাবি আগবাঢ়ক ভগবানে ৰাষ্টা দেখুৱাব ।

  • @chiranjibborgohain3284
    @chiranjibborgohain3284 Рік тому +26

    সময়ে কাকো ক্ষমা নকৰে।অসমৰ জনমানসত আপোনাৰ প্ৰতি অসমবাসীৰ যি মৰম-ভালপোৱা আছিল সেয়া আপুনি আপোনাৰ বহুকেইটা ভুল কামৰ জৰিয়তে ম্লান পেলাই দিলে।আগন্তুক দিনবোৰলৈ শুভেচ্ছা আছে।

  • @sarmilaekka1181
    @sarmilaekka1181 Рік тому +174

    আচলতে জীৱন মানেই সংগ্ৰাম ।

    • @barnalidas-nb7fx
      @barnalidas-nb7fx Рік тому +3

      Hoi❤

    • @lohitbordoloi9342
      @lohitbordoloi9342 Рік тому +11

      ভাল আৰু সৰল মনৰ মানুহৰ লগতহে বেয়াখিনি হয়।এটায়ে উপায়।কঠোৰ মনৰ হব লাগিব।

    • @ritumonitamuli834
      @ritumonitamuli834 Рік тому +1

      ​@@barnalidas-nb7fx🎉😂

    • @barnalidas-nb7fx
      @barnalidas-nb7fx Рік тому

      @@ritumonitamuli834 kio hahila

    • @minadowania1727
      @minadowania1727 Рік тому

      ​@@lohitbordoloi9342ps in
      It is no

  • @mongandhimongandhi709
    @mongandhimongandhi709 Рік тому +1

    পুরনা বন্ধু নাপাহরিব এতিয়াও জীয়াই আছে। একবার ভাঙি যোহা মরম যদি পুনর মিলন হয় তেনতে সি মৌতকৈ মিতা আরু ভরা চাউলতকৈ আতা ।এই কথাষার ভুগী থকা জনেহে জানে ভালকৈ. Thank you very much.শ্যামনতীকা বাইদেউ।

  • @KishorDeka-fv3ch
    @KishorDeka-fv3ch Рік тому +2

    ভাল ভাল কাম কৰি জীৱনটো নতুনকৈ আৰম্ভ কৰক।শুভেচ্ছা থাকিল।

  • @girinbora7820
    @girinbora7820 Рік тому +48

    কিছুমান কুকুৰ পোৱালি হতে নিজৰ নীৰ্লজ চৰিত্ৰবোৰ লুকুৱাই ৰাখে আৰু ছোৱালীজনীৰ ওপৰত দোষ দিয়ে এই সব কুকুৰ পৰিয়ালৰ গেলা অহংকাৰ আছে আৰু ইহঁতে ছোৱালীৰ জীৱন ধ্বংস কৰিব পাৰে আৰু নিজকে অভিজাত দেখাই থাকে এনে কুকুৰৰ পৰিয়াল আমাৰ অসমতো বহুত আছে। এই সকল কুকুৰক বিশ্বাস কৰিব নালাগে ইহঁত সন্ত্ৰাসবাদীৰ প্ৰজাতিৰ হয় নিজকে বহুত ভদ্ৰ দেখাই থাকে।

  • @biswajitborthakur2394
    @biswajitborthakur2394 Рік тому +73

    দুখকৰিব লগা একো নাই।ধনৰ পাছত দ'ৰিলে এনেকোৱা হয়।

  • @bhbxyz
    @bhbxyz Рік тому +3

    She is so beautiful. My favourite actress. Love life and marriage life is your personal life. Don't think too much about that matter. Just overcome from this depression and do activities and work as you are interested. Some people's love life and marriage life is not smooth. It's natural.

  • @biplubengti
    @biplubengti Рік тому +1

    আপোনাৰ কথা সিনি বহুত দুখ লাগিল বা

  • @pompitainti4999
    @pompitainti4999 Рік тому +4

    কি কৰিব বা মানুহৰ জীৱন এনেকোৱা সুখ দুখ থাকে

  • @KrishnaKonwar-ip2zz
    @KrishnaKonwar-ip2zz Рік тому +50

    অসমীয়া জীয়াৰি গাত মূলাগাভৰু তেজ আছে ।সাহসী হোৱা ভয় নাখাবা ।সকলো থিক হৈ যাৱ ।

  • @junmonybora
    @junmonybora 3 місяці тому +1

    ভাঙি নপৰিবা ভগৱানৰ ওচৰত এৰি দিয়া ভাল দিন ঘুৰি আহিব 🎉🎉🎉🎉🎉

  • @aryansaikia7848
    @aryansaikia7848 Рік тому +3

    কথা বোৰ খুনি বহুত বহুত বেয়া লাগিল 😢😢😢 চিন্তা নকৰিবা পুনৰ আকৌ ভাল হৱ

  • @sarangapanistravelsnvlogs8667
    @sarangapanistravelsnvlogs8667 Рік тому +11

    তুমি সদায় জানমণি য়ে হৈ ৰবা । ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ যে তোমাৰ জীৱনলৈ সুখ আৰু শান্তি বোৰ আকৌ ঘূৰি আহক

  • @manoveeborpuzari8656
    @manoveeborpuzari8656 Рік тому +118

    চিন্তা নকৰিবা মোৰো জীৱন তোমাৰ নিচিনা 😢

  • @mriganka_hazarika.
    @mriganka_hazarika. Рік тому +3

    নয়ন নীলিম দাদা ❤

  • @indrajittalukdar4508
    @indrajittalukdar4508 Рік тому +37

    জীৱনৰ কথাখিনি শুনি বেয়া লাগিল । পুনৰ নিজক শক্তিশালি হোৱা ।