৭ বছৰৰ সম্পৰ্কৰ অন্তত বিয়া হ'ব গৈ আছিল কিন্তু ন'হলগৈ কিয়?

Поділитися
Вставка
  • Опубліковано 17 гру 2024

КОМЕНТАРІ • 1,1 тис.

  • @monmodhusmitasaikia4156
    @monmodhusmitasaikia4156 Рік тому +109

    আচলতে তোমাক ভগৱানে বহুত সহায় কৰিলে। কাৰণ যদি বিয়াৰ পিছত তোমাক এৰি দিয়া হ'লে তুমি হয়তো আৰু বেচি জীৱনত দুখ পালা হয়। জীৱনটো নিজৰ গতিকে সুখেৰে থাকিবলৈ শিকা।আশীর্বাদ কৰিছোঁ ভৱিষ্যতে যাতে তোমাৰ লগত আৰু এনেকুৱা নহয়।

  • @runudeka9652
    @runudeka9652 Рік тому +98

    তোমাক দুখ দিয়া দানৱ জনে তোমাতকৈয়ো বেছি দুখ পাব, কেতিয়াও সুখী হ'ব নোৱাৰে চাবা । বহুত দুখ লাগিছে, কথাখিনি শুনি থাকোঁতে তোমাৰ লগত মইয়ো কান্দি আছোঁ জানা।

  • @nabagogoi1780
    @nabagogoi1780 Рік тому +76

    ৰুগ্ন শৰীৰও এদিন নহয় এদিন ঠিক হয়, পিছে ভগ্ন হৃদয় , বৰ বিষাক্ত;আৱেগবোৰে জী উঠিব নিদিয়ে।😢

  • @ritusmitanath1307
    @ritusmitanath1307 Рік тому +375

    সি কেতিয়াও শান্তি নেপাই মাজনি।তুমি পোৱা দুখ বোৰে এদিন তাকো হেচি ধৰিব।সি উশাহ লব নোৱাৰিব।মৰি মৰি জীয়াই থাকিব লাগিব সি।

  • @dharitryrabha7274
    @dharitryrabha7274 Рік тому +47

    আপোনাৰ কথা শুনি বহুত দুখ লাগিল বা। ল'ৰাবোৰ এনেকুৱাই বিশ্বাস ঘাটক। মোৰো 5বছৰীয়া সম্পৰ্ক এটা ল'ৰা জনে ভাঙি বেলেগ ছোৱালী বিয়া পাতিছিল। মোৰ হৃদয় ভাঙি চুৰমাৰ হৈছিল। বহুত কষ্টেৰে নিজকে মানসিক ভাৱে শক্তিশালী কৰিছোঁ।

    • @montukachari8861
      @montukachari8861 Рік тому +1

      Moi ata kow apunk biya pbo neki cuwali u kom nhoi aji dinot, aibur prm andha, jeecpokit vhal pi haiya he Prem, kintu dhoriboi nuwari, kintu atya bujicu.... Moi akol goriya ata lora, breaker ,khati bati ase, interview pass kori u puwa ni sakori.... Kintu aitu kotha khatang aji kali cuwali j duta 3ta aru kr mal ase ,amk dekhi nepi, aloo standard fromot thoka holai hol, koboli dukh Lage hole u kolu. Kron ma detai korbat sabo gole tr আগতেই ।jboi nepow hai falor pora aku uttor nahi.... Pasot he gom pow bule ase, pasot gom Pou bule polai gol. Ktyna akow aku uttor nahe. Kryba gom pow st cuwali hoi bramhonor logot polai gol ... Kiba kibi luvo. Pasot gom Pou atya Kandi ase ti, bule lortui thogi Nile, bule aku ni atya tr, mak bepeke nidiya soteu polai goicil. এফালৰ পৰা jm buli kotha gom pi.aru hatu kotha agotai koi dib lage j mur ase,hatu u nkoi,aji kali cuwali dhoriboi nuwari. Oboise lorak u, thogi niea, basikoi cuwai basi, haikrone thog khai, ghor pora sboloi nidea, oboise moi tu juwa ni tik poson koruba nkoru tr agtai hai tene cuwalibur polai, tr pasot Kandi thake, atya akow kiyo kandisa.... Puwa moja, oboise sake moi horu pora sai nuthuwa ti aji dukh hol.... Agi kali cuwali sob buking. Kintu pasot sobe kande. Moi oboise mur baa bhoni di ajori hoi... Amr mk detk tene nhoi.. sobor j mak detak tene nhoi. 6 joni cuwali di ajori atiya ako Nikole puwa ni. Ttya ki mur Vigo ne ? Obise sakori ni puwa babe u kunubai nahion pre haitu u hoi, kintu j kicumnr bohut dhon thaki u hanti nai, ne moi 32 ajoli thoka dekhi puwa ni. Aji kLi j j sob buking thake haitu khatang. Ne moi aun lorar dore tow Mari misa sow dekhai thogib nejanu. Ne mur vigor ni ata Kota sobe bai vhonik nidi hunkale onatu cinta nokore. Sakori ata loi buli... Atiya ako ajori cuwali ni. Aitui dukh jaboi tu puwa ni sabo.kunubai koi he khobor die he tr agotai aigalor pora nomotakoi.. kbrtu dea he.. moi poson kra nokora pisor kotha jaboi nepo.tr agotai polai. Tr pasot Kandi thake.. fastote akow aigalor pora sabo juwa kotha kole ti aku uttor a nide. Ashok ba nahole.ba mur ase. Aji kali cuwali vhalkoi bujilu. Oboise mur vigot ni babe sage mur ma detai besora sote u moi cuwali puwa ni. Aru j moi thogib nuwaru jentle mn hoi shut tide kor tou mari.... Sake aibila kai mur krone dukh.haikrone aji moi puwa nai. Kintu sakori buli koidile sage atiyai ahibo. Bohut dhukhot acu.. ghoror ata lora hoi

  • @priyankahandique5737
    @priyankahandique5737 Рік тому +65

    তাইক ইমান বেয়া কৰাৰ পাছতো তাই সেইজন ব্যক্তিক ভাল বুলি কৈছে, তাইৰ মনটো বহুত ভাল, বহুত ভাল হ'ব এদিন তাইৰ

  • @babumainu3080
    @babumainu3080 Рік тому +85

    বহুত দুখ লগা কাহিনী কিন্তু আপোনী বহুত লাকি হয় যদি বিয়া খন হয় গল হয় বিয়াৰ পিছতো সিহতৰ সম্পৰ্ক চলি থাকিল হয় তেতিয়া আপোনাৰ জীৱনটো চেচ হয় গল হয়

  • @manibankalitanath3648
    @manibankalitanath3648 Рік тому +82

    বহুত দুখ লাগিল । আৰু তুমি তোমাৰ আবেগ বোৰ এনেদৰে কৈছা বহুত কান্দি দিলোঁ জানা। সচা ভালপোৱা আছিল তোমালোক দুজনৰ কিন্তু ছাগে ভগবানে বিচৰা নাছিল তোমালোক এক হোৱা । জানানে ভগবানে যিটো কৰে ছাগে ভালৰ কাৰণেই কৰে এনেদৰে ভাবাচোন । সচাকথা ,বুজিওঁ পাইছোঁ ভালপোৱা খুবেই গভীৰ আছিল আৰু তাৰপাছত হবলৈ লোৱা বিয়াখন ভাগি যোৱা কিমান দুখদায়ক হব পাৰে । তুমি বহুত সাহসী ছোৱালী নিজৰ জীৱনটো সুন্দৰ ভাবে আগুৱাই লৈ যোৱা । তোমাৰ কাৰণে সেই লৰাজন perfect নাছিলে ।

  • @bhairabbaishya1905
    @bhairabbaishya1905 Рік тому +24

    তোমাৰ কথাখিনি শুনি মই আবেগিক হৈ পৰিলোঁ ৷ তুমি নিচিন্ত থকা , যি হৈছে সেয়া ভালেই হৈছে বুলি ধৰি লবা ৷ তেওঁ কেতিয়াও সুখী হব নোৱাৰে ৷ তোমাৰ স্মৃতিয়ে তেওঁক জুৰুলা কৰিব গোটেই জীৱন ৷ কেতিয়াও সুখী হব নোৱাৰে ৷ তুমি সেইবোৰ মিছা সপোন আছিল বুলি পাহৰি যোৱা ৷ একমাত্ৰ ভুক্তভুগীজনেহে জানে বিয়া ভঙাৰ যান্ত্ৰনা কিমান ৷ তুমি নিজকে বহুত সলনি হব লাগিব ৷ তাতকৈ বহুত সুখী হব পাৰিবা ৷

  • @niralakalita5163
    @niralakalita5163 Рік тому +175

    ধৈর্য্যৰ ফল সদাই মিঠা। তুমি বহুত ধুনিয়া❤️

    • @jitengogoi711
      @jitengogoi711 Рік тому +5

      @jitengogoi
      অধিক আশা ' আশা সৈয়ে ৰয় ।

    • @binukalita120
      @binukalita120 Рік тому +2

      ​@@jitengogoi711 ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊

    • @dulumonidas4549
      @dulumonidas4549 Рік тому +2

      @@jitengogoi711 onoolno Noonnnk okook nk' onloo' nn oo

    • @dulumonidas4549
      @dulumonidas4549 Рік тому +3

      ' l nko l one no nnonn nno oonl l

    • @krishnamonidas1599
      @krishnamonidas1599 Рік тому +1

      Memok log pie val lagile aponr jogedi jodi kobo pare as a good friend hisape congresi owner s biya hol uruli dilu baya napabbo mem val lagile aponer language in variously your speek voice

  • @rumimahanta6153
    @rumimahanta6153 Рік тому +42

    বহুত দুখ লগা,কিন্ত যি হয় ভালৰ কাৰণে হয়,বিয়াখন হলে চাগে আপোনাৰ বেছি বেয়া হল হয়

  • @pintuandporiassam6027
    @pintuandporiassam6027 Рік тому +32

    বৰ কষ্টৰে সুনিলো আপোনাৰ কথা খিনি, চকুৰ পানী ওলাই গল, তোমাৰ ইয়াৰ বিপৰীতে ভাল দিন আহিব, আৰু এই বেয়া সময় বোৰ সপোন যেন লাগিব, ভগৱানে মঙ্গল কৰক তোমাক

  • @krishnagogoi1657
    @krishnagogoi1657 Рік тому +29

    কৃষ্ণ কৃষ্ণ | বহুত দুখ লাগিল | কত ঘৰ তাইৰ কব নেকী | জয় গুৰু শংকৰ |

  • @dreams3050
    @dreams3050 Рік тому +62

    ধৈয্য ধৰা
    নিজৰ কাম কৰি যোৱা
    সময়ে কব এতিয়াৰ সময় গ্ৰহন কৰা ঈশ্বৰ আছে 😘😘

  • @dipaksaikia6248
    @dipaksaikia6248 Рік тому +6

    এজনী ছোৱালী ক ইমান পতাৰনা কৰি কোনো ল'ৰা ই সুখী হ'ব নোৱাৰে। তোমাৰ কথা শুনি সচাই বৰ বেয়া লাগিল ।

  • @anishmritasarmah3339
    @anishmritasarmah3339 Рік тому +18

    মনটো ভাগি গ'ল তোমাৰ কথাখিনি শুনি । মই বুজি পাইছোঁ তোমাৰ অন্তৰখনে বহুত আঘাত পাইছে । এইযে তোমাৰ অন্তৰৰ আঘাতখিনি....ইয়েই ল'ৰাজনৰ জীৱনলৈ অভিশাপ হৈ আহিব ।

    • @BhonitaDas
      @BhonitaDas Рік тому +1

      ji korisa vale hoise karon biyar agote dukh paisa biyar pisot hole bohut dukh alagoi

    • @diptiandmegnaentertainmain
      @diptiandmegnaentertainmain Рік тому

      মোৰো চকু পানী ওলাই গল

  • @footballlover23248
    @footballlover23248 Рік тому +33

    কথা বিলাক কৈ দিবা, মনটো পাতল লাগিব।এই ঘটনা মোৰ লগতো হৈছিল। কিন্তু ম ই ধৰ্য্য় ধৰি move on কৰিলো।

    • @parbinsultana-qn7wl
      @parbinsultana-qn7wl Рік тому

      Moro tene hoisil. But more biyar tarix hoa nsil. And arrange he asil😢😢

  • @preetismitagayon7486
    @preetismitagayon7486 Рік тому +12

    চকুৰ পানী ওলাই গৈছে বা😭😭 তুমি বহুত সাহসী ছোৱালী ভগৱানে তোমাক সদায় মংগল কৰক🙏🙏🙏

  • @bishalbarundutta2943
    @bishalbarundutta2943 Рік тому +81

    বৰ কষ্টৰে শুনিলোঁ আপোনাক। আপোনাৰ মংগল হওক।

  • @simigogoi3899
    @simigogoi3899 Рік тому +6

    বা তুমি দুখ নকৰিবা সি ল'ৰা টো এ বহুত বেয়া। তুমি তাত লৈ বহুত ভাল ল'ৰা পাবা😚😚❤️❤️❤️.. Miss you ba..tmi bht dhuniya❤️❤️

  • @jitulkalita4455
    @jitulkalita4455 Рік тому +18

    আপোনাৰ দূখৰ কথাই মন চুই গৈছো , বাইদেউ মন ভাঙি নিদিব , জীৱনটো যুদ্ধ কৰি জয় হব লাগিব ,সছা ভাল পোৱা সকলোৱে বুজি নাপাই,
    যিজনে প্ৰকৃতে ভাল পাই সি/বা তাই ইজনে আনজনক কেতিয়াও এৰিব নোৱাৰে যদি প্ৰকৃত ভাল পোৱা হয় , ভূল হব পাৰে কিন্ত ভূলৰো সুধৰণিও আছে , সকলো কামৰ সমস্যাৰ মাজেদি সমাধান আছে , বাইদেউ আপোনি এটি নতুন জীৱন আৰম্ভ কৰক ,

    • @imhere001
      @imhere001 Рік тому

      Asorit lgise eitu kthat 7 years relationship ot asile ....biyar agote xi keneke biya napatu bule koi dile....Xi jdi xsake vl paisile then xi ketiyau biya nopotake thakibo nuarile hoi....xi mistake jdi krise then xi apologize nokorile??? Xi biya nopotake keneke thakil??? Asorit......

  • @runuboruah8774
    @runuboruah8774 Рік тому +11

    তুমি বহুত সাহসী বা ,, ধৈৰ্য ধৰা,, বুকু খন কপি উঠিল তোমাৰ কথা খিনি শুনি 🥺❤️

  • @educationrelitive2484
    @educationrelitive2484 Рік тому +21

    😭😭😭😫😫😢😢😢❤️❤️বহুত কস্ত হয় ও আপোনজনক হেৰুৱালে😭😭😭মানুহবোৰ যে ইমান নিস্তৰ কিয়❤️❤️

  • @rumibegum611
    @rumibegum611 Рік тому +23

    সচাকৈ বহুত দুখ লাগিল ছোৱালী জনীৰ কথা শুনি 😭😭

  • @rajani149
    @rajani149 Рік тому +4

    এখন চিনেমাৰ দৰেই লাগিল কাহিনীটো... প্ৰেম কিছিম কিচিম হৈ পৰিছে.. মানুহবোৰ ক্ৰমাৎ পশ্চিমীয়া সভ্যতাৰ দিশে অগ্ৰসৰ.. লিভিং together কৰা, দুই তিনিটা date কৰা, লৰাই ছোৱালীয়ে একে লগে drink কৰা এক সাধাৰণ কথা হৈ পৰিছে.. মই এই কাৰ বাৰ বোৰ দেখি এদিন ঘৰত কৈছিলো… এতিয়া কেৱল ভাৰতীয় মানুহৰ নাম বোৰ মাত্ৰ ভাৰতীয় কিন্তু মানুহবোৰ পশ্চিমীয়া.. 😢😢😢 কোনোবাই গোটেই জীৱন বিচাৰিও প্ৰেমিকাৰ এজনী বিচাৰি নাপাই.. কোনোবাই আকৌ দুজনী, তিনি জনী... এক বিচিত্ৰ পৃথিৱী...!!!

  • @nibeditatalukdar-3454
    @nibeditatalukdar-3454 Рік тому +4

    সচাকৈ বহুত দুখ লাগিল ।
    আপুনি সুখী হ'ব বা দুখ নকৰিব ধৈৰ্য ধৰক।

  • @priyampoppyvlogs2497
    @priyampoppyvlogs2497 Рік тому +37

    ভগৱানে যি কৰে ভালৰ কাৰণে কৰে পাপৰি দুখ nokoribaa ভাল হব তোমাৰ

  • @bornaliborahfollow728
    @bornaliborahfollow728 Рік тому +23

    বৰ দুখ লগা তোমাৰ বহুত ভাল দিন আহিব তেনে লৰা লগত বিয়া নহল ভালেই hol

    • @jonalideka3179
      @jonalideka3179 Рік тому +1

      বহুত বহুত দুখ লাগিল সেইমানুহ জনে কেতিয়াও শান্তি নাপাবো

    • @dhunurumurlife6151
      @dhunurumurlife6151 Рік тому

      Hello Tumi muru frd hba ni moiu back krim tumk

  • @SubhanSaikia-t4i
    @SubhanSaikia-t4i Рік тому +4

    মানুহৰ জীৱনটো এনেকুৱাই ছাগে কেতিয়াবা সুখ আকৌ কেতিয়াবা দুখৰ মাজেৰে জীৱন যুজত আগুৱা জাব লগা হয়,তুম বেছি দুখ কৰি নাথাকিবা,তুম ধৰি লবা যে সেই মুহুত্তখিনি তোমাৰ কাৰণে বেয়া আছিল,আৰু ধৰি লবা যে হয়তো ভগমাান ঈশ্বৰে কিবা ভালৰ কাৰণেই বা এই কায্যৰ পৰা আতৰত থলে,তোমাৰ জীৱন সুন্দৰ হওক মধুময় হওক তথা তোমাৰ জীৱনলৈ লৈ আহক নতুন এতি সুন্দৰ জীৱন এইয়াই কামনা কৰিলো.যদি কিবা ভুল লেখা পঠাই পালো তেন্তে দায় নধৰিবা আৰু.

  • @diptiandmegnaentertainmain
    @diptiandmegnaentertainmain Рік тому +15

    বহুত দুখ লাগিল অ কথা খিনি শুনি।বুজি পাইছোঁ তোমাৰ দুখ খিনি।ভগৱানে যি কৰে ভালেই কৰে।😢

  • @karishmasaikia5279
    @karishmasaikia5279 Рік тому +5

    বিয়া নোহোৱা আগত এইবোৰ হৈ গল বহু ভাল কথা... কিন্তু যদি বিয়া পতা পাচত কৰে তেতিয়া হলে? মইতো তোমাৰ কাহিনী একেবাৰে সাধাৰণ বুলি ভাবো মোতকৈ..... এই বোৰ একো নাই আগবাঢ়ি যোৱা Jesus bless you and your family Amen 💕💕💕

  • @farminbegum5124
    @farminbegum5124 Рік тому +28

    ছোৱালী জনীৰ আবেগ বুজি পালো। উফ❤

  • @hiranlahkar1534
    @hiranlahkar1534 Рік тому +10

    বহুত দুখ লাগিল। তুমি বহুত ধৈৰ্যশীলা নাৰী।তোমাক ভগৱানে মুৰ ডাঙি চাৱ।সততাৰ জয় অৱশ্যম্ভাৱী।

  • @Rekhasvlog1515
    @Rekhasvlog1515 Рік тому +39

    সচাকৈ বহুত দুখ লাগিল তোমাৰ কথাবোৰ শুনি 😭😭 হে ভগৱান আৰু কাৰু লগত এনেকোৱা নহয় যেন 🙏🙏 God bless you 🙏🙏

  • @binapanichoudhury6980
    @binapanichoudhury6980 Рік тому +24

    মোৰ সন্দেহ বোৰ সঁচা হয় বা,,,,বহুত দুখ লাগিল

  • @kabitadas7877
    @kabitadas7877 Рік тому +5

    সঁচাকৈ
    Same
    ভিদিও টো চাই মনটো বহুত দুখ লাগিল

  • @dimpibaruahdimpi-zm9nu
    @dimpibaruahdimpi-zm9nu Рік тому +8

    Hoi2 bht vll kunuba ajon ahibo apunar jibon t...hy bbe bya mnuh burok atorai nise...dukh nkribo..👍🏻👍🏻👍🏻hahokhi hoi jiyai thkok

  • @dabendranathburagohain2285
    @dabendranathburagohain2285 Рік тому +7

    তেওঁৰ জীৱনত শান্তি কেতিয়াও নাহে।অতিতক পাহৰি যোৱা আইজনী। নতুনকৈ কিবা এটা কৰাৰ বাবে সংকল্প লোৱা। বেয়া নাপাবা।

  • @janardonbora2795
    @janardonbora2795 Рік тому +6

    সত্যৰ সদায় জয় আপোনাৰ পৰাজয়ৰ হোৱা নাই আগবাঢ়ি যাওক 🙏🙏🙏

  • @MChetia_Assam
    @MChetia_Assam Рік тому +2

    এনেকুৱা মানুহ সুখী কেতিয়াও হব নোৱাৰে। চকুপানী পবিত্র, ই অথলে নেযায়। মনত পোৱা কষ্টৰ... কাৰণে ওলোৱা চকুপানীৰ হিচাপ.... ভগৱানে নিজেই কৰে !

  • @comedymasterab6962
    @comedymasterab6962 Рік тому +14

    বাইদেউ দুখ নকৰিব। আগতে গম পালে ভাল হ'ল।এখাৰ কথা জানি থব যে ৰাতিৰ পিছত হে দিন হয়।

  • @swapnabordoloi4314
    @swapnabordoloi4314 Рік тому +24

    কান্দিলো.... বহুত কান্দিলো। ভালে থাকা।

  • @dikhowporiyagavoru9839
    @dikhowporiyagavoru9839 Рік тому +8

    আপোনাৰ লগত যি হৈ গ'ল ভাল হ'ল।।সেইজনতকৈ better drserve কৰে আপুনি।।তেনেকুৱা ব্যক্তিক মনত আনি দুখ নকৰিব কেতিয়াওঁ।।ইমান 3rd cls হব পাৰে আচৰিত।।

  • @Captain_Diamond_Miner
    @Captain_Diamond_Miner Рік тому +4

    বহুত দুখ লগা কাহিনী। মই ভাবো এই ছোৱালী উপযুক্ত কইনা

  • @jitendeka9781
    @jitendeka9781 Рік тому +26

    চকুপানী ৰখাব নোৱাৰিলোঁ , দুবছৰীয়া সম্পৰ্ক এটা ভাঙি জাওতেই আজিলৈকে পাহৰিব পৰা নাই , দুখ বোৰ ,,,

  • @NabaBhuyanXYZ123-id7zj
    @NabaBhuyanXYZ123-id7zj Рік тому +1

    Akol tumi dekhate dhunia mohoi...logote egraki dhoni monor, aru xundor , nivaz monor manuhu hoi tumi...❤️❤️❤️❤️❤️
    Tumi. Besi sinta mokoriba, tumar babe Vagobane hunuwali rasta bonai thoise, matro tumi tat khuj di jabo lage..🚶🚶🚶🚶🚶.. " Dhoijyo dhora kewol mathu"....
    🎉🎉🎉🎉🙏🙏🙏

  • @mahektamanna1763
    @mahektamanna1763 Рік тому +3

    বা জনীৰ কথা শুনি বহুত কান্দিলো। এটা কথাই কও আপুনি ধৈৰ্য্য ধৰক বা❤😭😭😭😭😭

  • @gitashreebora3441
    @gitashreebora3441 Рік тому +2

    বা দুখ নকৰিবা ।আগবাঢ়ি যোৱা পাছলে নাচাবা মাথো আগবাঢ়ি যোৱা ।দুখ দিয়াজন কোনো দিনে সুখী হব নোৱাৰে ,তুমি কষ্ট পাইছা...তোমাৰ এদিন বহুত বেছি সুখী হবা।মাথো বিশ্বাস আৰু সাহস কেতিয়াও নেহেৰুৱাবা ।।👍👍

  • @nabamallikaburagohaineverg8014
    @nabamallikaburagohaineverg8014 Рік тому +26

    বহুত সাহসী। ঈশ্বৰে মঙ্গল কৰক। কথাখিনি শুনি চকুপানী ৰখাব নোৱাৰিলোঁ!

  • @babusaikia4409
    @babusaikia4409 Рік тому +4

    কিছুমান মূহুৰ্ত কিছুমান সময় কিছুমান স্মৃতি কেতিয়াও পাহৰিব নোৱাৰি হয়তো জীৱনত নোৱাৰি,, সাহসী হওঁক কষ্ট হোৱাটো স্বাভাৱিক, ভগৱান আছে বুলি বিস্বাস কৰক আপুনি যিমান কান্দিছে তাতকৈ বেছি কান্দিব মাথো সময় আহিবলৈ দিয়ক,

  • @jumiahmedsaikia8252
    @jumiahmedsaikia8252 Рік тому +4

    APUNI iman Dhuniya ,Biya bhangibo loga kothatu xuni bohut beya lagil,Ba APUNI sinta NOKORIBO, APUNI bohut bhal dilor MANUH hoi Apuni Manuhjon sini puwa nasil , Bhogbane Bisora nai je APUNar Dukhere bhori jauk buli to Kheyeche APUNAK porisoy korai dile je manuhok Iman khihoje Sina bohut kothin, Best of Luck 🤞🤞🤞🤞🤞🤞🤞

  • @deepsikhachaliha4357
    @deepsikhachaliha4357 Рік тому +20

    সেই লম্পটটোৱে এদিন কান্দিব।আপোনাৰ বহুত ভাল দিন আহিব।

    • @korobibora7267
      @korobibora7267 Рік тому

      বহুত দুখ লাগিল চকুপানি ওলাই গল

  • @rinkigogoi7455
    @rinkigogoi7455 Рік тому +55

    😭 দুখ বোৰ বুজি পাও,১৩বছৰ ভালপোৱা,তাৰ পাছত বিয়াৰ দিন লোৱা ৩দিন আগত বিয়া ভাঙি গৈছে,আঙুঠি পিন্ধোৱা পাছত বিয়া ভঙা টো এজনী ছোৱালী কাৰণে বৰ কষ্টকৰ।সমাজ,ঘৰখন বাকী সকলোৰে কিমান যে মাত কথা শুনি জীয়াই থাকিব লাগে,এনেকুৱা এটা দিন নাই যত এটা মুকলি কৈ হাঁহি এটা পাৰিব পাৰি,সদাই কান্দি কান্দি জীয়াই থাকিব লাগে,কেতিয়াবা জীৱন টো পৰা একেবাৰে আঁতৰি যাবলৈ মন যাই।😭😭😭তথাপিও সেইজন ব্যক্তিৰ ভাল হোৱাটো বিচাৰো,ভালে থাকক, সুখত থাকক,😢কিন্তু স্মৃতি বোৰে ইমান আমনি কৰে,বুজাব নোৱাৰি

    • @Simanta.B.Chetia
      @Simanta.B.Chetia Рік тому +1

      👍

    • @alpanagogoi463
      @alpanagogoi463 Рік тому +2

      Bht dhuk lagil

    • @rinkigogoi7455
      @rinkigogoi7455 Рік тому +1

      @@alpanagogoi463 💔

    • @dipshikhabhagowatibhagowat4033
      @dipshikhabhagowatibhagowat4033 Рік тому +1

      Hsakoi jana ajiu bisaru teu hukhi hok hukht thakok piyojnr lgt 🥺

    • @rinkigogoi7455
      @rinkigogoi7455 Рік тому +3

      @@dipshikhabhagowatibhagowat4033 সকলোৰে মন বোৰ আমাৰ নিচিনা নহয়,কেনেকৈ যে মানুহক দুখ দিব পাৰে, ভাবিব নোৱাৰো,ভালে থাকা দিপশিখা ❤️সফল লোৱা নিজৰ জীৱন টোক লৈ❤️ভগবান আছে সহায় কৰিব

  • @Gogonlive1
    @Gogonlive1 Рік тому +15

    দুখবোৰ সামৰি আগবাঢ়ি যোৱা।জীৱনবোৰ এনেকোৱাই

  • @Inudutta-cy9cj
    @Inudutta-cy9cj Рік тому +16

    তোমাক দুখ দি একো কৰিব নোৱাৰে এদিন তোমাৰ উচৰলৈ গৈ ভৰিত ধৰিব লাগিব সেই দিনা ৰৈ থাকা ।।।কিন্তু ভগবান আছে ।।

    • @rupaliborthakur2491
      @rupaliborthakur2491 Рік тому +1

      সময়ত ভগৱানে উত্তৰ দিব 😂

    • @Inudutta-cy9cj
      @Inudutta-cy9cj Рік тому +2

      @@rupaliborthakur2491 দুদিন দেৰি হব পাৰে কিন্তু দেখুৱাবয়েই ।।

    • @hhhgg6976
      @hhhgg6976 Рік тому

      Hoi anok dukh di katiyaw nije hukhi hb nuare

    • @diptiandmegnaentertainmain
      @diptiandmegnaentertainmain Рік тому

      সচাকৈ পাব এদিন সিও

  • @anamikadeka882
    @anamikadeka882 Рік тому +25

    এইক্ষেত্ৰত ময়ো ভুক্ত ভোগি😢😢

  • @padmaborah7133
    @padmaborah7133 Рік тому +3

    তুমি বহুত ধয্য থকা ছোৱালী ভগৱানে তোমাক সহায় কৰক।

  • @gitalibasumatary
    @gitalibasumatary Рік тому +4

    বহুত দুখ লাগিল। বহুত চকুপানী ওলাই আহিছে। এনেকুৱা যেন আৰু কাৰো লগতে নহয়। নাপায় এনেকুৱা কৰিব।

  • @birajbaruah7169
    @birajbaruah7169 Рік тому +5

    ছোৱালী জীৱন তো সচাই বহুত কষ্টকৰ মই ল'ৰা হিচাবে কষ্ট পাইছোঁ কিন্তু 😭😭😭😭😭

  • @farhasuhana9646
    @farhasuhana9646 Рік тому +11

    বহুত বহুত সাহসী বা তুমি। তুমি আগুৱাই যোৱা তোমাৰ ভাল হ'ব❤

  • @sushilkonwar7012
    @sushilkonwar7012 Рік тому +8

    কিয় হয় এনেকোৱা । কত ইমান অন্ধ হৈ প্ৰেম কৰিছিলা --- সেই কাৰণে --জানানে - গাব মন যায়-- বিহু গীত ---
    আগলে এখূজি --- দিলে সৰু ভণী ---পিচলৈ দুখূজি দিবা -- চাইনো চাই -- দিবিযে খূজে -- -- সৰু ভণী - চাইনো চাই -- দিবা যে খূজ --- পিচলি পৰিলে --- উঠাই ন ধৰিব --- নিগমে মৰিবা তুমি----

  • @pramilakhakhlary9882
    @pramilakhakhlary9882 8 місяців тому

    মাজনীৰ কথাবোৰ শুনি ভাল লাগিছে যদিও বহুতো দুখো লাগিছে। বাকী সুন্দৰ সাক্ষাৎ কাৰ।ভগৱানে যি কৰে ভালেই কৰে। চিন্তা নকৰিবা।😭😭😭বহুত দুখ লাগিল। এয়া প্রকৃত প্রেম কৰা নাছিল চাগে। নহলে ইমান আগবঢ়াৰ পিছত কিয় বিয়াখন নহল। ভগৱানে তোমাক মংগল কৰক🙏🙏🙏।বহুতো কান্দিলো তোমাৰ এই সাক্ষাৎ কাৰ চাই।

  • @barlinpofficials7115
    @barlinpofficials7115 Рік тому +4

    আপোনাৰ বিয়া নোহোৱাত ভালেই হৈছে ভগৱানে ভালেই কৰিলে। বিয়া হ'লেও আপোনাৰ সংসাৰ স্থায়ী নহ'লহেতেন ছাগে। ভাল পোৱা বিষয়টো কাৰোবাৰ জোৰত নহয় ই এটা আধ্যাত্মিক বিষয় গতিকে ল'ৰা জনে ভাল পালে আপোনাক বা ছোৱালী জনীক কেতিয়া ও বদনাম নিদিয়ে। ল'ৰা জন প্ৰকৃততে ভাল পোৱা নাছিল। ভাল পাইছিল যদিও কৃত্ৰিম আছিল। জীৱন টো কেৱল এজন ল'ৰা ৰ বাবে নহয়। জীৱন টো আপোনাৰ বহুত কৰিবলগীয়া কাম আছে। নিশ্চয় এদিন আপোনাৰ প্ৰেমৰ সুখৰ দিন আহিব য'ত আপোনাৰ নিজৰ ভবামতে সুখৰ দিন আহিব কেৱল মনটোক শক্তিশালী কৰক।

  • @assamesebhaktisongsnstuti8473
    @assamesebhaktisongsnstuti8473 7 місяців тому

    তোমাক ঈশ্বৰে বহুত ভাল পায়,সেয়ে তোমাৰ অযোগ্য বুলি ভবা মানু্হ বিলাকক তোমাৰ পৰা আঁতৰাই পঠাইছে। ঈশ্বৰক ধন্যবাদ জনাবা।

  • @alishanohara1431
    @alishanohara1431 Рік тому +3

    বৰ বেয়া লাগিলে দেই। এই ভালপোৱা বোৰ এ সকলোৰে মনত এটা আঘাত দি যাই!

  • @prodipkumargogoi7812
    @prodipkumargogoi7812 Рік тому

    মনোমোহা উপন্যাস যেন কথা । বহু এনে ঘটনা ঘটি থকা দেখি আছো । শোক নকৰিবা । তোমাৰ নিজৰে কিবা এটা কম বুলি ভাবি ঈশ্বৰৰ চৰণত সকলো খিনি অৰ্পণ কৰিবা । শান্তি পাবা । পাহৰিব পাৰিবা । ভগৱন্তই কৰুণা কৰক ।

  • @PriyankaDas-zi1oi
    @PriyankaDas-zi1oi Рік тому +107

    She's very strong women ❤stay happy. May God bless you baa

  • @khaninmedhi5954
    @khaninmedhi5954 Рік тому +2

    আপুনি ৰক্ষা পৰিল ৷ কিজানি বিয়া হোৱাৰ পিছত ইয়াতকৈ বেয়া হ’ল হেতেন ৷ আপোনজনে ক্ষন্তেকীয়া সুখ বা আনৰ লোভত পৰ হ’ব পাৰে ৷ কিন্তু তেওঁ জীৱনত কেতিয়াও সুখী হ’ব নোৱাৰে ৷

  • @rinkumhazarika464
    @rinkumhazarika464 Рік тому +7

    She is very strong women.stay happy...god bless you baa.

  • @Rinku_xl_5
    @Rinku_xl_5 Рік тому +12

    হৃদয়বিদাৰক কাহিনী ।

  • @mukundaborah2607
    @mukundaborah2607 Рік тому +21

    বহুত ভাল show . আৰু এনে কোৱা content daily সদায় হব লাগে ।

  • @PriyaCreation2738
    @PriyaCreation2738 Рік тому +11

    Karma said যি হয় সকলো ভালৰ কাৰণে হয় আৰু যি আপোনাৰ লগত বেয়া কৰিব এদিন সেই সকলোবোৰ ভুগিব

  • @bikashmishra7293
    @bikashmishra7293 Рік тому +8

    বহুত বহুত আঘাত পালো,তোমাক ইমান কস্ট দি তেও কেতিয়াও সুখি হব নোৱাৰে, তেখেতে সদায়ে তোমাক ভাবি অশান্তি ভুগি থাকিব,

  • @MilanGogoi-g1l
    @MilanGogoi-g1l Рік тому

    এটা কথা আজি তোমাৰ যি গতি হৈছে ভগৱানে কৰক তাৰ তাতকৈ বেছি হক।
    ভগবানৰ ওচৰত পাথনা কৰিছো।

  • @sangitasaikia2927
    @sangitasaikia2927 Рік тому +9

    Karma hits back....be patience .....god bless you sister

  • @swapnalivlogs817
    @swapnalivlogs817 Рік тому +9

    bhut dhukh lgil kotha khini huni ba ,ata kotha kou ba tumk hai mnuhjon jodi ako tumr lift ghuri ahe tumi katiau accept nkriba cose teu hatot kunu option nathakile tumr usr ahibo ako tumktoi jodi better kunuba pai ako tumk tenekua koribo ,so bee strong

  • @zelhajkhan9833
    @zelhajkhan9833 Рік тому +4

    তোমাৰ কথাখিনিয়ে সচাকে মোক আবেগিক কৰি পেলালে। মই এজন লৰা হৈ মোৰ অস্ৰু খিনিক মই বাধা দিব নোৱাৰিলোঁ 😢

  • @dikshyaborahshorts2314
    @dikshyaborahshorts2314 Рік тому +2

    বৰ দুখ লাগিল শুনি।সকলোখিনি জানিবলৈ বহুত মন থাকি গল

  • @trishnabaruah
    @trishnabaruah Рік тому +17

    বুজাবলৈ ভাষা নাই বহুত দুখ লাগিল।

  • @AtoZ-su3iv
    @AtoZ-su3iv Рік тому +1

    সম্পৰ্ক ভাগিলে কিমান দুখ লাগে সেইয়া ভুক্ত্ভোগীয়ে হে জানে। কিন্তু লম্পট এটাৰ লগত সুখী হব নোৱাৰিম বুলি জানিয়েই দুই গালত চৰ দি চাৰি বছৰীয়া সম্পৰ্ক এৰি আহিছো

  • @aaisu_1657
    @aaisu_1657 Рік тому +3

    তোমালোকৰ ভাল খবৰটো পাই মোৰো সঁচাকৈয়ে চকুপানী ওলাই গ'ল ।বহুত ভাল লাগিল ।

  • @binuddeka7799
    @binuddeka7799 Рік тому +4

    আপোনাক মোৰ প্ৰেয়সী ৰ দৰে দেখি 🥺🥺
    ৬ বছৰীয়া এটা সম্পৰ্ক আমাৰ পলকতে শেষ হৈ গল...😢😢😢😢😢😢

  • @anupam9308
    @anupam9308 Рік тому +9

    😭😭😭😭শান্তি নাপায় সি। তুমি সাহসী হবই লাগিব।

  • @najirabegum1537
    @najirabegum1537 Рік тому +2

    বহুত দুখ লাগিল কথা খিনিশুনি বহুত কাদিলোতাৰ জীবনৰ শান্তি নহয়

  • @abhijitdeka5478
    @abhijitdeka5478 Рік тому +6

    ল'ৰা জনৰ ঘৰ শিৱসাগৰৰ ক'ত ভন্তি সেই ল'ৰা তু ছোৱালী পাগল তাক জাতে কোনো ছোৱালী নিদিয়ে ।

  • @ashutdutta2698
    @ashutdutta2698 Рік тому +2

    বা সেই বোলি ভাবিবা - যি হল ভালেই হল (ভগবানে সদায় ভাললৈয় হে কৰে )। তোমি বিয়াহৈ যোৱাৰ পাছত এইবোৰ হোৱা হলে আৰু দুখ পালা হয় ।
    যি মানুহে আনক দুখ দিয়ে সি এদিন তাতকে বেছিকৈ দুখ পাই ।

  • @sukanyakonch8763
    @sukanyakonch8763 Рік тому +4

    বহুত দুখ লাগিল বা,ভালে থাকক।হৈ যোৱাবোৰ হৈ গ'ল আৰু।

  • @priyankasaikia5302
    @priyankasaikia5302 Рік тому +28

    আনৰ লগত মাজৰাতি ভিডিঅ কল কৰাটো,,,,,,,ফনত wating থকাটো,,,,,,,,ডাঙৰ কথা নহয় কিন্তু বহুত বেছি বেয়া কথা 🤮🤮🤮😠😡😠😡😡,,,,অবৈধ সম্পৰ্ক ত থুৱাই দিব মন যায় 😭😭😭😭,,,,মই ৬বছৰীয়া সম্পৰ্কত আছোঁ বা,,,ভয়ে লাগে দেখোন অ 😭😭😭😭😭বাকী তোমাৰ লগত অন্যায় হল বা 😭 দুখ পালোঁ,,, ছোৱালী হয় যে সিহঁতৰ মতে আমি সকলো সহ্য কৰিব লাগে,,এই পৃথিৱীত কোনো ধনী দুখীয়া নহয় সবেই বুঢ়া বুঢ়ি হৈ কাঠিৰ (বাৰান্দাৰ)চুক ৰখিব লাগিব,,,, জীৱন আমাৰ 😀😀😀😀

    • @animaneog
      @animaneog Рік тому +2

      মাজনী তুমি বাচি গলা৷বিয়া পাছত এইবোৰ জনা হলে কি হলহেতেন ভাবাচোন?

  • @jnybordoloi5296
    @jnybordoloi5296 Рік тому +4

    আপোনাৰ ভাল হক, ভগবানৰ ওচৰত প্ৰাথনা জনালো।

  • @madhuphukan1718
    @madhuphukan1718 Рік тому +8

    যি হ'ল ভালেই হ'ল দুখ নকৰিব

  • @ParishmaDas-r2d
    @ParishmaDas-r2d Рік тому +6

    Bohut besi dukh lagile... Ahi thoka din but Val hok apunar...🙏🙏🙏

  • @dulumonihatimuriahatimuria427
    @dulumonihatimuriahatimuria427 Рік тому +7

    এনেকুৱা দিন আৰু যেন কাৰো জীৱনত নহওক॥

  • @kabitadas7877
    @kabitadas7877 Рік тому +8

    😭😭😭😭😭
    যি কৰে ভগৱানে ভালে কৰে
    কিন্তু আমি মানি লব টান পাওঁ

  • @abanikaneog8481
    @abanikaneog8481 Рік тому +2

    Kio kandisa ba.He unlucky tumak napale.Tumi unlucky nhy tak puwa nai.Go ahead strongly.

  • @puspanjaligohain5574
    @puspanjaligohain5574 Рік тому +3

    মানুহবোৰে কেনেকৈ ইমান দুখ দিব পাৰে?😢😢 ভালকৈ থাকক আপুনি 💗💗

  • @runutahbildar8681
    @runutahbildar8681 Рік тому +1

    তোমাৰ কথা খিনি শুনি সচাই বেয়া লাগিল ধৈয ধৰা ভাল দিন আহিব

  • @priyankarabha35
    @priyankarabha35 Рік тому +8

    Buhut dukh lagile kandi golu ge kotha khini huni😭😭😭😭

  • @ritrishnaboruah9852
    @ritrishnaboruah9852 Рік тому

    বা তোমাৰ চিন্তাধাৰাবোৰ বহুত উচ্চ, ভগৱানে তোমাক এনেদৰেই শক্তি দিয়ক....

  • @ashimjoty
    @ashimjoty Рік тому +4

    She is very strong women....god blessed u baa.

  • @nayanjyotidas1909
    @nayanjyotidas1909 Рік тому

    এজনে আনজনৰ অন্তৰত দুখ দি কেতিয়াও সুখী হ'ব নোৱাৰে, আপুনি তেওঁতকৈ ভাল জীৱন সংগী বিছাৰি পাব। ভগৱানে আপোনাক মংগল কৰক