It is true fact that this sweet tuning the song of Birendranath Dutta which can make human connectivity with music culture also talented scholar of literature with love to serve through . .
Dy 365 had taken a precious step make known and familiar among the new generation. Again Dutta Sir you are great. We will say again and again, though you repeatedly say it "no "because you are actually a devotee of Assamese culture.
Dy365 য়ে খুব সুন্দৰ পদক্ষেপ লৈছে এয়া... স্বীকৃতি জীবনকালতে পোৱা দৰকাৰ... এনেকৈ আৰু কেইটামান অনুষ্ঠান কৰিলে ভাল হয়
Snigdha Sikha আপোনাক বহুত বহুত ধন্যবাদ বৰ সুন্দৰ অনুষ্ঠান এভাগ দেখিবলৈ পালো ।
Datta চাৰ, আপোনাৰ সু-স্বাস্থ্য কামনা কৰিলো।ভগৱানে কুশলে ৰাখক।
Dy365 ৰ এক সুন্দৰ পদক্ষেপ। এনে পদক্ষেপে শ্ৰোতা-জনতাক বহুতো নজনা কথাৰ সম্ভেদ দিয়ে। দৰদী শিল্পী বীৰেন্দ্ৰনাথ দত্ত ডাঙৰীয়ালৈ দূৰৰ পৰাই জনালোঁ শত সহস্ৰ প্ৰণাম।
Ati sunder
এই স্বনামধন্য ব্যক্তিজন এতিয়া আৰু আমাৰ মাজত নাই। ভাবিলেই কিবাচোন শোকে খুন্দা মাৰি যায় 😢😢
বীৰেন্দ্ৰ নাথ দত্ত চাৰৰ গীত। মই সদায়েই শুনো। কোনো তুলনা নাই। নৱকান্ত বৰুৱাৰ কথা, চাৰৰ সুৰ অপূৰ্ব সংমিশ্ৰণ। গোৱালপৰীয়া বুলিও এটা টান আছে।
সেই মহান শিল্পীজনৰ সন্মান চন্দ্ৰ সূৰ্য্য থকালৈকে জিলিকি থাকিব ৷
Bar dhunia rasana
অতি সুন্দৰ অনুষ্ঠান চাবলৈ পালোঁ ৷
ইমান সুন্দৰ কথা, ইমান সুন্দৰ সুৰৰ মূৰ্চনা । সঁচাকৈয়ে চিৰ নতুন এই গীতবোৰ ❤
হে মহান শিল্পী, তোমাক প্ৰণাম। আৰু মই আজিৰ প্ৰজন্ম, মই দত্ত ডাঙৰীয়াৰ গীত শুনো!
❤আপুনি সদায় ভালে থাকক ছাৰ....Love you legend
Bahut dhunia,.
Old is gold
ছাৰ আপোনাৰ চিৰসেউজ গীতবোৰ শুনিলে আমনি নেলাগে ..আবেগিক হওঁ ...মোৰ স্বামী প্ৰয়াত অজিত গোহাঁই ফুকন বৰ সুন্দৰকৈ গাইছিল প্ৰায়বোৰ গীতেই ... 🙏🙏🙏
Pranita বাইদেউৰ গীত মোৰ
অতি প্ৰিয়। ভগৱানে মঙ্গল কৰক।
সুন্দৰ প্ৰচেষ্টা ....মহান শিল্পী🙏🙏
অতুলনীয়।কথা সুৰ কন্ঠ আটাইবোৰ মনপৰশা
Bohut bhal .thak you so much
শেষৰ সামৰণি কন ❤️🥺
Ejon xundoror dhonnya manob totha gaayok ottontta chinttakhil monor pujari , xeya aru xeya 🎉🎉🎉🎉🎉🎉🎉
Salute mahamanav aponak.
চাৰৰ কণ্ঠত শুনিবলৈ পোৱাহেতেন বেছি ভাল লাগিল হয় ।
Bohut bhal thakil.than you so much
ভাল লাগিল অনুষ্ঠানটো চাই
ছাৰক এবাৰ লগ পাব পাৰি নে এটি সেৱা জনাবলৈ বৰ মন আছে। ঠিকনাটো পামনে কাৰোবাৰ পৰা !
সুন্দৰ
শুনি শুনি আমনি নালাগে বহুত বাৰ শুনিলো
মন মোৰ উ তলা।ইমান ভাল লাগিছে। নিয়াৰসনা
ছাৰলৈ 🙏
বৰ ভাল লাগিল শুনি ।
মন। বৰ। পুলকিত হৈ গৈছে
Eman dhuniya xur
This is good step as gratitude to those past days remembrance it is need to introduce to generation this programe is lovely for all
চিৰনমস্য দত্ত ছাৰৰ চৰণত প্ৰণাম জনায় তেখেতৰ সু-স্বাস্থ্য কামনা কৰিলো।
মোৰ প্ৰিয় গীত । ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলো।
গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ
Excellent
চিৰ সেউজ কণ্ঠ , চিৰ সেউজ গান , চিৰ সেউজ শব্দ ।sir আপুনি চিৰ সেউজ
Mohan apuni❤❤❤
I Love this song
Mon tu bhal lagil
A true gentleman... Namaskar.
DY 365 ৰ শ্ৰেষ্ঠ সাক্ষ্যাতকাৰ সমুহৰ ভিতৰত এইটো নিশ্চয় পৰিব।
Mon porosha humodhur kontho hoday hojib hoi thakok..apunar dirghayu kamona korilu sir..🙏
Old is gold.👍
Very Nice Song🙂
বহুত আৱেগিক অনুষ্ঠান
মোৰ অতি প্ৰিয় ব্যক্তি শিক্ষা বিদ গৰাকী
চাৰৰ সু-স্বাস্থ্য কামনা কৰিলো, সদায় এনেদৰেই থাকক আপোনাৰ প্ৰতিটো গীতেই মোৰ অতি প্ৰীয় ।
It is true fact that this sweet tuning the song of Birendranath Dutta which can make human connectivity with music culture also talented scholar of literature with love to serve through
. .
Sirk Moi bohut val pau aru agoloy sirr anusthan sabo pam buli akha thakil.
Moor prio silpi
Kothin geet. Dekhat uju Jen lagileu kintu guwatu kothin.
Congrats❤❤❤
Kot pam aru hei ane gan huur bahut bahut val lagila dhonybad
Dy 365 had taken a precious step make known and familiar among the new generation. Again Dutta Sir you are great. We will say again and again, though you repeatedly say it "no "because you are actually a devotee of Assamese culture.
Namaskar Sir.
ছাৰৰ গীত শুনিলে শুনি থাকিবৰ ইচ্ছা হয়।
IT IS MOST APPROPRIATE TIME FOR
WATCH DOG TO LISTEN HIS MASTER'S VOICE.ABOUT BULLET
FLOWERS. SONG.
Greatest Artist.
Bahut val pau. Tekhetak sewa janalu
খুব ভাল লাগিল।
Birendatta sirar geet bor shuni thakila shunithabar monjay
Hsai sko pni uali gl.ajio Hai agr humadhur mat.gd blss him
Nice
20:44❤
অামাৰ পুৰণা গীত মাতৰ প্ৰকৃত ৰূপ এইয়াহে অাজি কালি কি হল অাও
RIP sir
তুলনাবিহীন।
ছাৰ মধউময় মাত আপো নাৰ
ছাৰৰ মুখত কি এক জ্যোতি বিৰাজ কৰিছে !
🙏🙏
Sir xushaisthya kamona krilu
Polomkoi holeu xilpi jonaloi xewa eti jasisu.
আকৌ চাৰক লৈ অনুষ্ঠান এটা কৰকচোন
Bohu din bokulor gundh pua nai
ঔঔেৃেেেেেেেেেৃৃৃৃেেেেৃ৭ৃৃ৭েেেেেেেেেৈৈৃেৃেে
Bohut bhal .thak you so much
🙏🙏🙏