Ganor din . . . - Diganta Bharati

Поділитися
Вставка
  • Опубліковано 28 гру 2024

КОМЕНТАРІ • 3,7 тис.

  • @deepjyotipatowary2895
    @deepjyotipatowary2895 4 роки тому +100

    বৰ সুন্দৰ Mashup....আৰু জুবিন-দিগন্তৰ এনেকুৱা কেইটামান গীত লাগে। ভাবিবচোন.... এই গীতটোত সংগীত শিল্পীসকল আৰু song construction-সুন্দৰ মিলিছে।

  • @VickyKalitaOfficial
    @VickyKalitaOfficial 4 роки тому +557

    Thankyou for loving our attempt. It was a tribute to our Guruji Diganta Bharati sir and heart throb Zubeen Da. We are overwhelmed 🎶❤️

    • @mitshandicrafts9767
      @mitshandicrafts9767 2 роки тому +13

      I have enjoyed this song so many times and is really awesome,incredible. Thank you 🙏🙏🙏❤️

    • @gogoipuwli264
      @gogoipuwli264 2 роки тому +3

      Vicky da hoxai mrom loga apnar voice tu 😍❤️♥️😍😍❤️💐🥰💐

    • @wanderlusttheexplorer9680
      @wanderlusttheexplorer9680 2 роки тому

      U are also awesome bro🤘

    • @konkon4052
      @konkon4052 2 роки тому

      Aaa

    • @trishnadevi9250
      @trishnadevi9250 2 роки тому +1

      @@mitshandicrafts9767 a

  • @simibarman3180
    @simibarman3180 2 роки тому +25

    কিমান বাৰ যে শুনিছোঁ হিচাপ নাই ।ইমান সুন্দৰ কণ্ঠ শুনি থাকিলেও হেঁপাহ নপলাই। ❤️❤️❤️

  • @kukigogoi817
    @kukigogoi817 4 роки тому +608

    পলমকৈ হলেও আটাইকেইজন নৱ প্রজন্ম শিল্পী লৈ বহুত বহুত ধন্যবাদ থাকিল.. ইমান ধুনীয়া হৈছে কবলৈ ভাষা নাই।অন্তৰৰ পৰা কৈছো আপোনালোকৰ বাবেই আমাৰ পৃথিৱীখন ক'ৰ বাত নহয় ক'ৰ বাত ধুনীয়া হৈ আছে।❤❤

  • @pubalichutia1184
    @pubalichutia1184 4 роки тому +449

    গীতটি বাৰে বাৰে শুনিও হেপাহ নপলাই।। নতুন প্ৰজন্মৰ শিল্পীসকললৈ বুলি এটি এটি লাইক লাগে।। ইমান সুন্দৰ উপস্হাপন ,ইমান সুন্দৰ কণ্ঠ

    • @hemantasonowal2136
      @hemantasonowal2136 3 роки тому +3

      right....

    • @diptideka586
      @diptideka586 3 роки тому

      Lll

    • @pranjalbaruahvines9131
      @pranjalbaruahvines9131 Рік тому +4

      সঁচাকৈ কিবা যেন শান্তি পালোঁ গীত তি শুনি কিমান ভাল লাগিছে কবলৈ ভাষা নাই💌📌🌹❤️

    • @nabajyotipayun4261
      @nabajyotipayun4261 6 місяців тому

      Hosai

    • @GubindaDas-oc5ng
      @GubindaDas-oc5ng Місяць тому

      p😅p😊ppux edhd&%ৃং্)ৃ!!ৃঃ৮৯০৪৯৬৬০্৯৭😅❤​@@pranjalbaruahvines9131

  • @raghavsvlogs6604
    @raghavsvlogs6604 2 роки тому +56

    জুবিন দা আমাৰ অসমীয়া জাতিৰ ভগৱান ❤️ zubeen da চিৰোজীৱন অসমবাসীৰ হৃদয়ত থাকিব ❤️❤️❣️

    • @satyadeepborah1143
      @satyadeepborah1143 6 місяців тому +3

      Amar Axomiyar bhogowan Shri Krishno ba Vishnu bhogowan hoi

  • @9859409972
    @9859409972 4 роки тому +230

    দিগন্ত ভাৰতী আৰু জুবিন গাৰ্গ দুইও জন আমাৰ হিয়াৰ আমঠু! বহুত বহুত ধন্যবাদ আমাক ইমান সুন্দৰ সুন্দৰ গীত উপহাৰ দিয়াৰ বাবে 🙏🙏🙏💐💐💐 আপোনালোক সদায় কুশলে থাকক

  • @gunaburagohain8342
    @gunaburagohain8342 4 роки тому +151

    প্ৰতিজনে ইমান সুন্দৰকৈ যে গাইছে । কিমান বাৰ যে চাইছোঁ এই ভেডিও টো তাৰ হিচাপ নাই । ❤️

    • @Nath-tanmoy.vlogs12
      @Nath-tanmoy.vlogs12 5 місяців тому

      Moi bht val pau zubeen daa song khuni dintu xuni. Thakileu hepah nopolai...

  • @anywork-gh1rx
    @anywork-gh1rx 6 місяців тому +10

    সঁচাই ভাল লাগিল হেপাহে নপলালে,আৰু এনেকুৱা সঙ্গীত বনাবছুন মনটো ভাল লগি গল ।thankyou

  • @ronildoley8941
    @ronildoley8941 4 роки тому +266

    জুবিন দা , তোমাৰ বাবেই মোৰ অন্তৰৰ পৃথিৱীখন ইমান ধুনীয়া বুলি অনুভৱ কৰোঁ । আপোনাৰ গানৰ বাহিৰে মোৰ জীৱনত এনে কোনো বস্তু নাই যাৰ জৰিয়তে মই নিজক মোৰ চাৰিওকাষৰ নিৰিবিলি সুন্দৰ্য অনুভৱ কৰিব পাৰো। ধন্য মোৰ জীৱন যিয়ে তোমাৰ গানৰ শৈশৱ, কৈশোৰ আৰু এতিয়া প্ৰাপ্তবয়স্ক পাৰ কৰি আছে।

  • @bhaskarhazarika1264
    @bhaskarhazarika1264 4 роки тому +855

    নতুন প্ৰজন্ম শিল্পী সকলোলৈকে ধন্যবাদ জনালো জুবিন দাৰ পুৰণি অসমীয়া গীত বোৰ ইমান সুন্দৰকৈ সজাই তোলা বাবে ❤️ আগলৈ ও আশা ৰাখিলোঁ।

    • @zgcollection7534
      @zgcollection7534 4 роки тому +9

      জুবিন দাৰ এনেবোৰ লোকগীত আৰু নোলাব চাগে! শুনকচোন ua-cam.com/video/FDylZMVMEc4/v-deo.html

    • @bibekkhanikar605
      @bibekkhanikar605 4 роки тому +7

      @@zgcollection7534 val lagil gan2

    • @palashphukon200
      @palashphukon200 4 роки тому +3

      Hosakoi gantu huni bhut val lagil

    • @issokatlama2245
      @issokatlama2245 4 роки тому +1

      ua-cam.com/video/LEFtwl1NS1U/v-deo.html
      Channel tu subscribe korok

    • @SA_Slides
      @SA_Slides 4 роки тому +9

      আচলতে দিগন্ত ভাৰতীৰ হে গীত,জুবিনে গাইছেহে।

  • @sonowalsurojit681
    @sonowalsurojit681 7 місяців тому +10

    গোটেই গান টোৱেই কিমান যে সুন্দৰ হৈছে , শুনি থাকিও দেখোন হেঁপাহ নপলাই, বিশেষ কৈ দুটা কলি বৰ special পালোঁ ।
    ১ - বতৰো নহয় চো ন গুমা গুমা, ভালপোৱা কিয় কৰা আধৰুৱা।
    ২- তোমাক দেখা পালে সপোন জাগি উঠে , বুকুখনি হয় তাজমহল এই কলি টো ৰ সৈতে background music লগত ইমান হৃয়স্পৰ্শী হৈছে কি কম !?!!
    ধন্যবাদ দিগন্ত দা ,লগতে ইমান সুন্দৰ কণ্ঠ নিগৰুৱা কণ্ঠ শিল্পী কেইজনলৈ ও ধন্যবাদ জনালোঁ ।।

  • @urbiborah8087
    @urbiborah8087 3 роки тому +88

    বাৰে বাৰে শুনিও হেঁপাহ পলোৱা নাই | সকলোৱে খুব সুন্দৰ ভাৱে সহযোগ কৰিছে | 💞💞

    • @rean6905
      @rean6905 3 роки тому

      Bohut bhal lage

  • @himashreedas9513
    @himashreedas9513 4 роки тому +81

    বহুত বহুত ভাল লাগিছে।।কবলৈ ভাষা নাই।সকলোৰে কণ্ঠত গান বোৰ শুনি বহুতেই enjoi কৰিলো।❤️❤️❤️❤️😍😍

  • @ashifizaz
    @ashifizaz 2 роки тому +83

    “তোমাক দেখা পালে সপোন জাগি উঠে" ...this line ...wow❤️

  • @moureensvlogandworld225
    @moureensvlogandworld225 4 роки тому +107

    বাৰে বাৰে শুনিও হেঁপাহ নপলাই।আমাৰ প্ৰজন্মৰ আটাইতকৈ ভাল লগা গীতিকাৰ দিগন্ত ভাৰতীৰ প্ৰতিটো গীতেই প্ৰিয়।

    • @zgcollection7534
      @zgcollection7534 4 роки тому +1

      জুবিন দাৰ এনেবোৰ লোকগীত আৰু নোলাব চাগে! শুনকচোন ua-cam.com/video/FDylZMVMEc4/v-deo.html

    • @moureensvlogandworld225
      @moureensvlogandworld225 4 роки тому

      @@zgcollection7534 নিশ্চয়।

    • @bhupalichoudhurymusical_2228
      @bhupalichoudhurymusical_2228 4 роки тому

      মোৰ গীত বোৰ চাব পাৰে

  • @ekumonisaikiacreation6156
    @ekumonisaikiacreation6156 4 роки тому +310

    ১০০বাৰ শুনিলেও আমনি নালাগে বহুত ভাল লাগে শুনি সকলোৱে বহুত ধুনীয়াকৈ গাইছে ❤️❤️❤️

    • @ibrahimtalukdar276
      @ibrahimtalukdar276 2 роки тому +1

      Really...moiyo bhut bar hunisu bt ki kom jibont bhut gaan hunisu dui tini bar hunar pisot amoni lage bt aito gaan jiman honu aru honibo bor mon jai....🥰👍🙏🙏🙏

    • @ranjandeka944
      @ranjandeka944 2 роки тому +2

      Muru ekei

    • @bikinath1260
      @bikinath1260 2 роки тому

      Mojah

    • @LifeIsLikeALudo
      @LifeIsLikeALudo 2 роки тому

      Q

  • @amineditorlover8800
    @amineditorlover8800 Місяць тому +3

    Kune kune... Aji atia khuni ase sau abr.... Emn dhunia Gaan Tu.... June June khuna nai bohut miss krisa dei... Atiai khuni lwa..... ❤❤ sau aji kimne khuni ase... Like ata kri jaba kune kune khuni asa ❤❤❤

  • @papulsaikia2302
    @papulsaikia2302 4 роки тому +58

    গোটেই কেইগৰাকী শিল্পী বহুত সুন্দৰকৈ গীত পৰিৱেশন কৰিলে। এতিয়া লৈকে বহুত বাৰ গীত শুনিলো।

  • @babuljonak3828
    @babuljonak3828 3 роки тому +48

    নেচাও তোমাক এবাৰো🙏❤️❤️ওফ হ্নদয় চূই থৈ গল।।।কুটি কুটি বাৰ শুনিলেও চাগে হেপাহ নপলাব❤️❤️❤️

  • @bonzo.lifestyel2077
    @bonzo.lifestyel2077 2 роки тому +6

    তোমাক দেখা পালে সপোন জাগি উঠে বুকু খনি হয় তাজমহল "মন যায়
    হৃদয়ত ঠাই দখল কৰা গান।যিটো কোনেওঁ মচিব নোৱাৰে ♥

  • @gautamhazarika8952
    @gautamhazarika8952 3 роки тому +53

    আটাইকেইজন শিল্পীৰ সুন্দৰ কণ্ঠ ।।সকলো যেন আগবাহি যাই।।।আপোনালোকে আমাৰ গৌৰৱ 🙏🏼🙏🏼

  • @arnabphukan1572
    @arnabphukan1572 4 роки тому +78

    কোনো কম নহয় দেই। ইমান সুন্দৰ মেছআপ কেতিয়াও শুনা নাছিলোঁ। 🎼🎼

  • @imaginedreams7011
    @imaginedreams7011 2 роки тому +3

    Suali keitai jetia " botoru nhoi sun guma guma" gai ,tetia maa kosum gaar num khiyari uthei...bht moja line..love u zubeen daa....ai special line 2r karne bare bare gaan 2 khuni thaku khodai...

  • @aditiphukan897
    @aditiphukan897 4 роки тому +25

    জুবিন দাৰ ভাল লগা গানবোৰ তাতেই ইমান সুন্দৰ কণ্ঠৰ যাদু,সোণত সুৱগা চৰাইছে.. অতি সুন্দৰ উপস্থাপন,বাৰে বাৰে শুনিও আমনি নলগা ❤️❤️

  • @ripudas1721
    @ripudas1721 3 роки тому +9

    হাজাৰ বাৰ শুনি অৱশেষত মইও মন্তব্য আগবঢ়ালো .....গানৰ কথা বোৰ আৰু সুৰ বোৰ ..ufff ..শিহৰণ জগাই তোলে ...huming uff

  • @excel370
    @excel370 2 роки тому +75

    When she says " বিচাৰিছো কাষৰতে তোমাক সদায় এ " ❤️❤️❤️

  • @dheerajsvlogs.7518
    @dheerajsvlogs.7518 4 роки тому +20

    Zubeen Garg +Diganta Bharati
    Wow what a combination. Eibur geet huniye dangor hoisu.

  • @bishwajitmahanta2892
    @bishwajitmahanta2892 4 роки тому +302

    সকলোৰে কণ্ঠত যাদু আছে....অতি সুন্দৰ হৈছে

  • @hirobgogoi8430
    @hirobgogoi8430 2 роки тому +2

    ওওওফ । মাকচম কিমান বাৰ শুনিছোঁ । হচা সকলো দুখ পাহৰা ই দিয়ে । কচম ।।। মন জাই মোৰো মন জাই

  • @mobilereviewwithdiganta
    @mobilereviewwithdiganta 4 роки тому +282

    শপত ইমান ধুনীয়া Mushup মই আজিলৈকে শুনা নাই 😍😍

  • @bidishagogoi451
    @bidishagogoi451 4 роки тому +24

    ইমান ধুনীয়া mashup মই আজি লৈকে শুনা নাই। ধন্যবাদ সকলোকে তাৰ বাবে আৰু এনেকুৱা সুন্দৰ গান যাতে সদায় শুনিবলৈ পাওঁ তাৰে কামনা।

  • @jimalakhigogoi7821
    @jimalakhigogoi7821 2 роки тому +4

    এতিয়া লৈকে কমেও 20 বাৰৰ ওপৰত শুনিলো ...সময় পালেই অকল এইটো শুনো ..সচাকৈয়ে বহুত সুন্দৰ❤💖

  • @santanuborah109
    @santanuborah109 3 роки тому +9

    ইমান সুন্দৰ গাইছে সকলোৱে একবার হলেও শুনো দিনটোত । অতি সুন্দৰ অনুষ্ঠান । আৰু এনেকুৱা শুনাৰ আশাত থাকিলোঁ দিগন্ত দা 😊💐💐💐💐💐😊

  • @mohibulhoque4337
    @mohibulhoque4337 4 роки тому +152

    মনটো বেয়া লাগিলেই Mushup টো শুনি থাকো ,বহুত ভাল লাগে।

  • @ragineegagan3797
    @ragineegagan3797 2 роки тому +74

    I keep listening to this performance only for the 'dheere dheere' part 🥺the lady has a mesmerizing voice❤️

  • @ChandarMurchona
    @ChandarMurchona 3 роки тому +85

    These kind of songs make me proud to be an Assamese❤️❤️❤️ মনৰ বেয়া লগাখিনি ক'ৰবালৈ উৰি গুচি যাইগৈ... অতি সুন্দৰকৈ উপস্থাপন কৰিছে প্ৰত্যেক গৰাকী শিল্পীয়ে ❤️❤️❤️

    • @rajashridas1955
      @rajashridas1955 3 роки тому +1

      একেবাৰে ঠিক কথা মনৰ বেয়া বোৰ উৰি গুচি যায়গৈ কেতিয়াবা মন বেয়া লাগি থাকিলে এই ধৰণৰ সুন্দৰ গীতৰ মাজত নিজকে বিলাই দিবলৈ মন যায় সকলোৰে ইমান সুন্দৰ সহযোগ সকলোলৈকে বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিল 💐❤️

    • @ChandarMurchona
      @ChandarMurchona 3 роки тому

      @Rajashri Das ঠিকেই কৈছে ।

  • @jintujrrajbongshi2881
    @jintujrrajbongshi2881 4 роки тому +13

    জুবিনদাৰ কন্ঠতহে সম্ভৱ হৈ উঠিছে এনেবোৰ গীত❤ জয় জুবিন দা

  • @malayachoudhuri2162
    @malayachoudhuri2162 2 роки тому +2

    Dheere dheere uff❤️
    Heart touching ❤️

  • @dkdiku9196
    @dkdiku9196 4 роки тому +280

    যিমান বাৰ চালেও কিন্তু আমনি নালাগে.....হৃদয় চুই গৈছে ❤️

  • @BIJITSONOWAL1999
    @BIJITSONOWAL1999 4 роки тому +8

    নতুন প্ৰজন্ম শিপ্লী সকলো লৈ ধন্যবাদ জ্ঞাপন কৰিলো মৰমৰ জুবিন দাৰ পুৰণি গীত বোৰ ইমান সুন্দৰকৈ সজাই তোলাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো ❤️

  • @raanithakuria8013
    @raanithakuria8013 11 місяців тому

    Best rendition really.... Imaan xundor gaise xokoluwei. Egorakir buli koboloi kunu kothai naahe. Hatts off

  • @nayanjyotinath123
    @nayanjyotinath123 2 роки тому +11

    1000 বাৰ শুনিলেও আমনি নালাগে ৷ কিমান বাৰ শুনিলো যে হিচাপ নাই ৷ এয়েই অসমীয়া গীত ৷ দিগন্ত দা চেলুট ৷৷

  • @ashiqulislam1792
    @ashiqulislam1792 4 роки тому +72

    সচাকৈ গানটো এ মন চূই গল।
    ধন্যবাদ।।

  • @khatiaxomiyalora7631
    @khatiaxomiyalora7631 2 роки тому +1

    Wowwwwwww that is asssamese singer power....ki hundor kontho hokolure

  • @sanr2512
    @sanr2512 4 роки тому +200

    ধিৰে ধিৰে" গোৱা বা গৰাকিৰ মাতটো বৰ মৰমল'গা অ'♥👌

    • @ritashyam8074
      @ritashyam8074 4 роки тому +1

      👍👍👍

    • @jyotiprasadbordoloi5360
      @jyotiprasadbordoloi5360 4 роки тому +2

      𝑨𝒓𝒖𝒏𝒅𝒉𝒂𝒕𝒊 𝑩𝒉𝒂𝒏𝒖𝒑𝒓𝒊𝒚𝒂❤️𝑫𝒆𝒆𝒑𝒍𝒊𝒏𝒂 𝑫𝒆𝒌𝒂 ❤️

    • @batmanbatman9204
      @batmanbatman9204 4 роки тому +2

      Aitu live gua nai heitu mixing voice

    • @chowprokhanto8728
      @chowprokhanto8728 4 роки тому +4

      @@batmanbatman9204 hmm..tur bapere tat music bojaisile neki.toi gom pali j

    • @batmanbatman9204
      @batmanbatman9204 4 роки тому

      @@chowprokhanto8728 sudurvai enei nojonake kio pot potai Aso Jani buji kobi gua gitak hudh heitu live gaise nki

  • @dipujjalboraphysio2486
    @dipujjalboraphysio2486 3 роки тому +45

    "Dheere Dheere" wow Girl ❤️

  • @mintuborman2630
    @mintuborman2630 2 роки тому +6

    যেতিয়াই হেদফনত গান শুনো এইটো শুনি কিবা বেলেগ এখন পৃথিবীত পাও নিজকে। সকলোৰে সুৰবোৰ বহুত বহুত মন ভৰি যোৱা 🙏🙏🙏🙏

  • @ankurjyotigogoi3794
    @ankurjyotigogoi3794 3 роки тому +7

    বহুবাৰ শুণো আমনি নলগা ।।
    প্ৰতিজন নৱপ্ৰজন্মৰ শিল্পি আগুৱাই যাওক সকলো ।।

  • @gitamborah1891
    @gitamborah1891 4 роки тому +68

    অন্তৰ চুই গৈছে গানটোৱে❤️❤️❤️❤️

    • @cutejinti9567
      @cutejinti9567 2 роки тому

      Kiman je val lage akho ber hunileu amoni nologa ❤️❤️❤️❤️❤️

  • @jimalakhigogoi7821
    @jimalakhigogoi7821 2 роки тому +8

    গান শুনিবলৈ মন গ'লেই হ'ল ....অন্তৰ খন চুই যায় ❤🌼

  • @dipankargogoi97
    @dipankargogoi97 4 роки тому +187

    Any one posted on the chronology of Zubeen's success as a singer often overlooks the immense contribution of Diganta Bharati the lyricist. Most of Zubeen's instant hits had two things in common...
    1. Firstly, Zubeen's gifted ability to compose stupendous tunes with his magical voice.
    2. Secondly, the effortless ability of Diganta Bharati to create an absolute utopian world with his excellent writing. The same stands out in each of his creation with amazing consistency. For some reason though this combo has been silent for a long time now.
    Hope they are planning something big. On the medley... goes without saying the involvement of all the performers is so distinct while delivering that it almost ensures instant success any ways👌. Love to all involved 💕

  • @istiakrana8969
    @istiakrana8969 4 роки тому +54

    This Assamese mashup music video has a separate fan base... Thank you everyone for this... The way they performed this is just unbelievable.... Respect

  • @sheikhshaheb7356
    @sheikhshaheb7356 2 роки тому +7

    a melodious of all songs! Love from Bangladesh❤️🇧🇩🇧🇩

  • @t.m8594
    @t.m8594 3 роки тому +75

    You Guys have great voice...And one of the best of northeast. Big salute and love from Jairampur(Arunachal Pradesh)❤️❤️❤️

  • @ditimanbordoloi4673
    @ditimanbordoloi4673 4 роки тому +5

    কলিজা❤ কপাই দিছে ❤
    কি কম আৰু ভাষা নাই ।
    Outstanding 👌

  • @amorjyotisaikia4415
    @amorjyotisaikia4415 2 роки тому +4

    20 times above listening this song...ufffsss mind blowing....শুনিয়েই থাকিব মন যায় অ❤🌝😌

  • @WingstoFly-e1e
    @WingstoFly-e1e 3 роки тому +219

    Assam deserve this type of song.💙
    Not like Disco Bhonti , chenimai etc.

    • @deepkr2041
      @deepkr2041 3 роки тому +9

      Sob emotional gan hole furtti lagile nasibi kuntu ganot?

    • @deepkr2041
      @deepkr2041 3 роки тому +1

      sador mekhla dhuti churia bihu dress pindhi nasiba kintu...

    • @deepkr2041
      @deepkr2041 3 роки тому +3

      @@thefunnyintrovert5046 okol bihu ganote kiman nu nasi thakiba... olp oxomiya styl t dui ata disco ..edm..hiphop nhle life colourful hobo janu

    • @thefunnyintrovert5046
      @thefunnyintrovert5046 3 роки тому +3

      @@deepkr2041 jar jeneke nasibo mon jai nasi thakok

    • @theemoguitarist2449
      @theemoguitarist2449 3 роки тому

      @@thefunnyintrovert5046 🤣

  • @apurbabaishya8534
    @apurbabaishya8534 3 роки тому +35

    গানটো কিমানবাৰ যে শুনিলো / শুনো হিচাপ নাই ♥️♥️♥️♥️

    • @mrrocky6547
      @mrrocky6547 3 роки тому

      Ha ha eke vai moiu bobu bar xunisu😊

  • @chrisbro8969
    @chrisbro8969 2 роки тому +7

    সমুখত যেতিয়া তোমাক দেখো...... Goosebumps guaranteed... ❤ya all of you ❤

  • @dhanbaruah6777
    @dhanbaruah6777 4 роки тому +40

    Moi continuous 10 bar man hunilu...hepai nopolai huni huni...bht dhunia hoise...😍

  • @chinmoythakuria5960
    @chinmoythakuria5960 4 роки тому +5

    কবলৈ ভাষা বিচাৰি পোৱা নাই মই❤️❤️❤️
    ইমান ভাল লাগিছে গানটো👌👌
    হেদফোন লগাই শুনি থাকিবলৈ মন যায় বাৰে বাৰে।

  • @julumonivlogs647
    @julumonivlogs647 Рік тому +2

    Always love for deeplina baa n Vicky daa ❤also last ot Gua geet ti khub bhal lagise❤mne endling ekdom borhiya ❤

  • @hemantaraj2347
    @hemantaraj2347 4 роки тому +43

    Bohut bar salu ☺ ☺ ☺ ☺ ☺ love you Dada 💞 💞 💞 zg love 😍

  • @Crazyvibe243
    @Crazyvibe243 4 роки тому +33

    Xokoluye Zubeen dar gaan bilak eman dhuniya ke gaise hiya sui goise ..LOVE YOU ALL... Specially ZUBEEN da eman dhuniya gaan bur agotei guya babe

  • @debakrishnachutia7391
    @debakrishnachutia7391 2 місяці тому

    ৪ বছৰৰ পাছত শুনিছোঁ। এনে এটা mashup শুনা নাছিলো ২২ বছৰে। বহুত বহুত ধুনীয়া হৈছে সঁচাকৈ ❤

  • @parthapratimsaikia1011
    @parthapratimsaikia1011 3 роки тому +45

    Sir u r legend.....my fvrt...ur dedication to Assamese industry , what u give to us is unforgettable ......

  • @dharmendranath4267
    @dharmendranath4267 4 роки тому +4

    উফ কি কম ভাষা নাই ।।। অৰিজিতেও পাত্তা নাপাব outstanding 😍😍😍😍😍😍🥰🥰🥰🥰🥰🥰🥰❤️❤️❤️❤️❣️❣️❣️

    • @archanapathak7713
      @archanapathak7713 3 роки тому

      Bohut dhuniya hoise gan tu...seiboli Arijit a j patta napoi koise..Arijit r gan suni pawa nai sage ...

  • @bajrangabali942
    @bajrangabali942 2 роки тому

    Bisarisu kakhorote hodaye tumak and monole uvoti ahe lorali......what a lovely voice....mojja....heart sui jai

  • @debajitdas340
    @debajitdas340 3 роки тому +27

    I have listened to the entire song hundred of times still it sounds so refreshing. Awesome composition

  • @indiantourister3854
    @indiantourister3854 4 роки тому +62

    Arundhuti bhanu priya you have a soulful voice❤

  • @namita__hazarika
    @namita__hazarika Рік тому +1

    বহুত বাৰ শুনি আহিছো..uff❤️❤️এক বুজাভ নোৱাৰা অনুভূতিৰে পাৰ হৈ যায় সময়বোৰ❤️❤️ঐনেও গান প্ৰিয় তাতে আকৌ প্ৰতিজনৰ তুলনাহীন কণ্ঠঠ❤️

  • @johnsaikia9920
    @johnsaikia9920 4 роки тому +583

    All Songs & Singers:
    1. Mur iyatu Rati hoi
    - Supdeep Ranjan & Rajashree Saikia & Akhil Bhoirab
    2. Dhire Dhire
    - Bhanupriya deka & Babon
    & Rajib
    3. Nesao tumak -
    Deeplina deka & Vicky & Babon
    4. Bisarisu khakhorote
    - Barasha bora & Bidyut
    5. Ahe ba nahe
    - Rajib & Babon
    6. Aaina bhongadi
    - Sudeep Ranjan & Akhil bhairab & Rajib
    7. Monole ubhoti ahe
    - Sudeep Ranjan & Denish & Rajashree
    8. Hur hur hurai de (All)
    9. Mon jai (All)

  • @justinxavierlakra6385
    @justinxavierlakra6385 4 роки тому +30

    Words can't described how beautifully thy all sang...
    Pride of Assam...❤️❤️❤️

  • @nikumonipatar4704
    @nikumonipatar4704 7 місяців тому +1

    Dhere bhire Lin Tu bohut val lagil ba joni ❤❤❤

  • @ninaislam8516
    @ninaislam8516 3 роки тому +365

    "Bisarisu kakhorote hodai e tumak" this lines and the voice❤

  • @sanjoybiswas5260
    @sanjoybiswas5260 4 роки тому +13

    Dheere dheere herai jai ...this voice is awesome 🤟🏻🤟🏻

  • @biswajitpegu122
    @biswajitpegu122 Рік тому +7

    "TUMAK DEKHA PALE HOPUN JAGI UTHEE" This line I like very much❤

  • @rongtrue4941
    @rongtrue4941 4 роки тому +9

    Anekoi xokuluwe mili git gale bohut bohut xundor lage mojja joi ai AXOM

  • @Kabir756
    @Kabir756 4 роки тому +5

    কাৰ তুলনা কাৰ লগত ভাবিব পৰা নাই ধন্যবাদ গানটো ইমান ধুনীয়াকৈ গোৱাৰ বাবে

  • @pranjitdeka1255
    @pranjitdeka1255 2 роки тому +15

    The best tribute in Assamese music industry 🌼❣️

  • @vickyupadhayai4677
    @vickyupadhayai4677 3 роки тому +15

    Beautiful mashup brought back memories of beautiful Assamese songs
    Love you everyone.
    God bless you all.

  • @sumibowdhara3828
    @sumibowdhara3828 4 роки тому +7

    উফ প্ৰতিগৰাকী এ ইমান সুন্দৰকৈ গাইছে। মন ভৰি গল🥰🥰🥰

  • @rajasri159
    @rajasri159 2 роки тому

    Dhire dhire gaise j uff voice aaru bisarisu kakhorote ufff😍😍kio j sini napai ...anekoa singer borok support kribo lage 😘baki gote keijone dhuniya gaise

  • @Tijarux
    @Tijarux 4 роки тому +12

    True art of DIGANTA BHARATI .Grand salute....Amar hompod.

  • @pallabbaruah3720
    @pallabbaruah3720 4 роки тому +40

    "Asilu ture moromote kheli muru val lage take hunwori" the voice of this girl very amazing.. Unique voice... Name tu jonaboni kunubai teur..!
    . All are very good.. Amar axomor emaaan besi talents ase.. Love u all..

  • @santanuborah7510
    @santanuborah7510 2 роки тому +1

    Bhut val lage eai gaan tu .. hokolure ki hundr kontho❤️❤️💞💞💞❣️❣️❣️

  • @GamerX013
    @GamerX013 4 роки тому +10

    Superb....proud of you all dear....nice singing....

  • @nilanjanabaishya6736
    @nilanjanabaishya6736 4 роки тому +16

    Gantu xuni thakile xuni thakibr mon jai . 👍👍👍❤️

  • @jintukalita5931
    @jintukalita5931 8 місяців тому +7

    derikoi ahiba ahi nakaba :-> xundor voice ❤

  • @rajashikbordoloi4595
    @rajashikbordoloi4595 4 роки тому +27

    Please record this mashup exactly the same way in a studio. Fantastic job by each one of you. Superb rythm.

  • @parthapratimbora6829
    @parthapratimbora6829 3 роки тому +27

    I can listen to this song thousands times and still can't get over this...❤️❤️❤️

  • @RubulBoravlogs
    @RubulBoravlogs 2 місяці тому

    Dhere dhere dimiki jole ..uff moza dise ..ba jonie❤

  • @dipankarburagohain1098
    @dipankarburagohain1098 4 роки тому +1177

    The girl who sung "Dheere Dheere " line ....ohh goddd....speechless ...

    • @musiknation7218
      @musiknation7218 4 роки тому +71

      Tair nam arundhati bhanupriya moza gaise

    • @dipankarburagohain1098
      @dipankarburagohain1098 4 роки тому +10

      @@musiknation7218 oo puraa

    • @rupakbarman9714
      @rupakbarman9714 3 роки тому +15

      সঁচাকৈ বহুত ধুনীয়া গাইছে দে ছোৱালীজনী।

    • @WingstoFly-e1e
      @WingstoFly-e1e 3 роки тому +57

      @@musiknation7218 Bhanupriya baa k moi mor rapido bike ot passenger hisape paisilu... Baar ontor khon o baa r nisina dhuniya

    • @riyasunar618
      @riyasunar618 3 роки тому +1

      Very true

  • @peaa666
    @peaa666 3 роки тому +49

    The arrangement of songs is just so so good.!!!!!! The way they are singing, is just superb and amazing! Would love to listen more such mash ups!

  • @botspam4931
    @botspam4931 2 роки тому +5

    That's y our Zubeen da is pride of Assam for a reason 🔥
    জয় আই অসম

  • @sangitasaikia8149
    @sangitasaikia8149 4 роки тому +4

    Huni thkile huni thkib mn jai bhut vl lgil huni 👌👌👌👌

  • @nayangayan170
    @nayangayan170 4 роки тому +52

    গোটেই কেইগৰাকী শিল্পী ye বৰ সুন্দৰ কৈ উপস্থাপন কৰিছে

  • @Simanta_saikia
    @Simanta_saikia 2 роки тому +1

    Ough
    Diganta dar likhoni ru zubeen dar কন্ঠ ❤️সঁচাই অসম ধন্য

  • @sandhani9041
    @sandhani9041 4 роки тому +45

    This guy will take Assamese into next level.