Aha Xokhi He || Churamoni Dutta || Assamese devotional song || Raas Song || melody || Trip.TY
Вставка
- Опубліковано 3 гру 2020
- This season parades towards the joyous aroma of love, a woeful tale of a Divine beginning with "Rasleela"
Trip.ty will take you in an euphoric ride of paradise "Brindavan" with this mellifluous song. In Assam during the beginning of winter Lord Krishna appears and then begins this epic tale of joy, love, wonder, victory and end of evil.
Thanks & Regards
বেলেগে কি কয় মই নাজানো কিন্তু মই শুনি পগলা হৈ গৈছোঁ ৰাসৰ কাৰণে এই গীতটি এক শ্ৰেষ্ঠতম উপহাৰ।।কৃষ্ণ🙏💕
🙏🙏
বহুত ৰাসৰ গীত শুনিছোঁ । কিন্তু এই গীতটি অতিমাত্ৰা ধুনীয়া হৈছে হে।
ধন্যবাদ ডাঙৰীয়া।
Krishna r logot ekatmo hoi jau gaan tu hunile.. Bohut val lage..
ৰাস বুলি কলে এই গীতটিৰে বুকুত ছাঁ পেলাই যায়।গাঁওত প্ৰথম বাৰৰ বাবে বহুত কষ্ট কৰি ৰাস উদযাপন কৰিছিলোঁ।গান টি শুনা পিছত দুখ ভাগৰ আতৰি গৈছিল
গান টো শুনিয়েই ৰাসৰ নন্দালয়ৰ দৃশ্যটো মনত পৰি গৈছে আৰু আপোনাৰ কণ্ঠত গীতৰ প্ৰত্যেক শব্দই প্ৰাণ পাই উঠিছে
গীতটি শুনিলে বহু কথা মনলৈ আহে। নিশাৰ লগৰী এই গীতটি। যিয়ে মনত দি যায় এক প্ৰকাশ কৰিব নোৱাৰা শান্তি❤😊
সঁচাকৈয়ে এই গীতটোৱে মন - প্ৰাণ শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ সেই সুন্দৰ দৃশ্যলৈ উৰুৱাই লৈ যায়.... এনেকুৱা এটি গীত পাই আমি সঁচাকৈয়ে ধন্য ।😊
ককাইদেউ তোমাৰ কন্ঠ God gifted 🙌 ✨ 🥰😍😍❤❤
ৰাসোৎসৱ সমাগত এনেকুৱা সময়ত গীতটো শুনিছো মন প্ৰাণ নাচি উঠিল।😍❤️
Krishna Jagat khon kenekua hobo kolponare vahi uthise. Salute
বাহীৰ সুৰটো আহঃ কি অপূৰ্ব😊💝
কণ্ঠ অতুলনীয়😊
Belege aitu gaan xuni ki koi najanu moi mudha hoi galu non stop 50 times xunilu hepah nopolai xuniye thakibo mon goise...jen ami...xosake krishak sabo parim...jen amio brindabon jam....bahir xur tuo apurbo...montra mugdho hoi galu ........thank you anekuwa song...guwar babe....... thank you again.....
ফেচবুকৰ অমূল্য অসম পেজত আজি শ্ৰী কৃষ্ণৰ জন্মাষ্টমী উপলক্ষে এটা এই গীতৰ video পাই ইউটিউব ত বিচাৰি ভালকৈ শুনিছোঁ,এবাৰ নহয় একে লেথাৰীয়ে সাত বাৰ ।হেপাহ পলোৱা নাই,ইমান ধুনীয়া কণ্ঠদান ❤️,বুকুৰ মাজত সোমাই পৰিল সঁচাই👏❤️
Pura BRINDABAN t asu Jen lagise...❤️❤️
ধন্যবাদ
chura মই শুই উঠি এই গানটোৰ পৰাই নিজৰ দিনটো আৰম্ভ কৰোঁ। গানটো যিমান বাৰ শুনা হৈ প্ৰতি বাৰে তোমাৰ গায়কীৰ প্ৰেমত পৰা দৰে হয় । এক অদ্ভুত ধৰণৰ ভক্তি ভাৱ জাগি উঠে মনত। 💗❤️ আগলৈও এনেকৈ গান ৰাইজৰ মাজলে এৰি দিবা তাৰে আশা থাকিল । তোমাৰ হোষ্টেল মেট বিৰিঞ্চি 🙏
অশেষ ধন্যবাদ বিৰিঞ্চি। নিশ্চয় চেষ্টা কৰিম
Eman moja lagil gan tu xuni rakhot thoka jen lagil oooo dada very nice ❤❤❤❤❤❤❤❤❤❤❤❤❤😊😊😊😊😊😊😊😊😊😊
O shyam Gopal guwali tapate nase.. eitu natun roopt xunibo paam buli axa krilu
Excellent song ... Mon pran muhi Nile ow... Jay Krishna ❤️
Kati aru aghun mahot rati hole ene xur xunibole pale montu brindabonole jabo khuje... Ene xundor xur aru tal ki je mon muhiniya.... 🙏krishna
ইমান মন - প্রাণ জুৰুৱা কন্ঠ.. 🙏🌸🌸
ককাইদেউ এসময়ত উত্তৰ লখিমপুৰ মহাবিদ্যালয়ত আপোনাৰ বাঁহীৰ মাতে মুগ্ধ কৰিছিল ৷
সুব সুন্দৰ ৷
আগুৱাই যাওক
আপোনাৰ কণ্ঠ ইমান ধুনীয়া যে -ভাষাৰে বুজাব নোৱাৰি । মই মোৰ জীৱনত প্ৰথমবাৰ ইমান ধুনীয়া গান শুনিলোঁ ।
যোৱাকালি মনাই জয়সিদ্ধি ৰাসত এই গীতটো গাইছে এজনে,সুৰ তানিবৈই নোৱাৰিলে,ঘৰ গুচি আহিলো শুনিয়েই😌
বহুত ধুনীয়া হৈছে। বাৰে বাৰে শুনিও হেপাহ পলুৱা নাই। সঁচাই বহুত ধুনীয়া হৈছে। ❤❤❤
ধন্যবাদ জনালো
Hay vogoban Teo Hatole mone bisora Homan poisa Ahok 🙏🙏🙏
সঁচাকৈ শুনিলে শুনি থাকিবৰ মন যোৱা এটি মন পৰখা গীত
❤JAI SHRI KRISHNA❤JAI DWARKADHISH❤JAI SHRI GOVIND❤OM NAMAH VENKATESAYA❤JAI MAA RADHARANI❤JAI MADANMOHINI❤JAI MAA RADHARANI❤RADHE RADHE❤JAI SHRI RADHE KRISHNA❤JAI SHRI VISHNU❤JAI SHRI NARAYAN❤JAI SHRI VISHNU❤JAI MAA LAKKHI❤JAI SHRI MAHAKAL❤JAI SHIV SHANKAR❤JAI SHRI KEDARNATH❤JAI SHRI MAHAKAL❤HAR HAR MAHADEV❤JIA SHIV SHAMBHOO❤JAI MAA PARVATI DEVI❤JAI MAA SATI DEVI❤JAI SHIVSHAKTI❤JAI MAA DURGA DEVI❤JAI MAA KALI❤JAI MAA KAMAKHYA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI SHRI RAM❤JAI HANUMANJI❤JAI SIYARAM❤JAI SITA MAIYYA❤JAI SHRI SHYAM❤OM SAI RAM❤JAI MAA HARSHIDDHI❤JAI MAA SAPTASHRUNGI❤JAI MAA SHERAWALI❤JAI MAA VAISHNO DEVI❤JAI MAA AMBE❤JAI MAA SHRINKHALA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤JAI MAA HARSHIDDHI❤JAI MAA BHAGWATI❤JAI MAA BHADRAKALI❤JAI MAA DURGA DEVI❤JAI MAA SARASWATI❤OM SARASWATAYE NAMAH❤JAI MAA SHELPUTRI❤JAI MAA KALRATRI❤JAI JAGANNATH❤JAI NRIHINGHO MURARI❤OM NAMAH SHIVAY❤RADHE RADHE❤JAI GURU XANKAR❤
Super...otuloniyo kontho aaru geet...emn hondorkoi gaise jen lagise brindabonot krishnoi nasi ase..homogro music team r ek hundor uphar aamar babe...🙏🙏
মহাৰাসৰ বতৰত ইয়াতকৈ ভাল উপহাৰ আৰু কি হ'ব পাৰে !! কৃষ্ণপ্ৰেম বৈ থাকক সকলোৰে অন্তৰে অন্তৰে । বহুত ধন্যবাদ chura দা ।
Thank you so much
D#1
Eé we 344
কৃষ্ণ
Krishna🙏
ৰাসৰ সময়ত ইয়াত কৈ ডাঙৰ উপহাৰ কি হব পাৰে ধন্যবাদ ❤ আগুৱাই যাওঁক অন্তৰৰ পৰা শুভকামনা জনালোঁ
Ki Kom aru ei gan tur kotha. Jetia mon jai tetiai xunu. Enekue gan aru lage dada🥺🙏❤️
I'm so unlucky 😪😪because I found this MASTERPIECE a few days back.. So soothing voice..❤️❤️ নুশুনাকৈ মোৰ এটা দিনো পাৰ হোৱা নাই । দিনটোত কিমানবাৰ শুনো হিচাপ নাই।
মন প্ৰাণ পুলকিত কৰি তুলিছে গীতটোৱে, সঁচাই। মহাৰাসৰ এনে পবিত্ৰ সময়ছোৱাত অসমবাসীৰ বাবে এটা অতুলনীয় হৃদয়স্পৰ্শী উপহাৰ। কেইবাবাৰো শুনিলো ❤️
অভিনন্দন সকলোলৈকে। ❤️🎉
Thank you
Eman dhuniya gan
@@churamonidutta Speechless brother. I can't speak anything right now. Just crying like a little kid. What a mesmerizing voice
ভক্তিভৰা সোৱাদ । কি উওঁম উপহাৰ দেৱগন নহয়নে এয়া । মন পৰশা । হৃদয় জুৰোৱা ।
দূবছৰ পূৰনি এটা গিত জন্মাষ্টমী দিনা চকুত পৰিল নাজানো এইয়া মোৰ সূভাগ্য নে দুৰ্ভাইগ🙏 আগুৱাই যোৱা❤
বহুত ভাল লাগিল।দাদা।
আপোনাৰ কণ্ঠ ইমান ধুনীয়া।
ভাল লাগিল ❤️
Guiness world record book world no 1 best song, my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song
Hoxakoi ki j hundor geet..
Ratipua geet ti hunile huni thkbo mon jai agoloi ankua de thkiba bhktimulok geet
Thank you
কৃষ্ণ ৰাম দাস শিক্ষণ মহাবিদ্যালয়ৰ পৰিবেশ্য কলাৰ(Drama) ক্লাছৰ অংকীয়া নাট পৰিৱেশন কৰাৰ সময়ছোৱাত এই গীতটি বজোৱা শুনিলো, ইমান সুন্দৰ গীত যে মোৰ মন চুই গল।
ৰ'ব নোৱাৰি গীতটি বিচাৰি আহিলো....
মই এনে ও ভক্তিমূলক গীত শুনো, কিন্তু এই গীতটি কেনেকৈ ৰৈ গল ভাবি নাপাওঁ।
ইমান সুন্দৰ গীত, অশেষ ধ্যনবাদ আপোনালোকলৈ ❤❤
মোৰেই ভাগ্য বেয়া এবছৰ আগৰে গানটো এটিয়াহে পাইছো৷ এইকেইদিন শুনিয়েই আছো৷ ইমান ধুনীয়া🙏
গোপীৰ হৃদয়ৰ আৱেগৰসুৰ মেন বাঁহী টিৰ সুৰ। বহুত বহুত সুমধুৰ।
Bohut dhuniya hoise gaan tu agoloi anekua aru gaan xunibo pam buli axa rakhilu Krishna🙏🥺
Unbelievable Songs 🙏🙏 Radhe Radhe
The beauty of Assam💚💚💚
Love from majuli ❤❤❤❤❤
Excellent song, evergreen, marvelous, awesome, superhit, most beautiful song
আৰম্ভণি কন শুনিয়ে গাৰ নোম শিয়ঁৰি উঠিছে।
❤️❤️❤️iman dhuniya ..mon xat pori goise
ধন্যবাদ
I loveeee this song.......❤️💞...
_Jai sree Krishna_🙏❤️🧡
গীতটি শুনি মনটি জোৰ পৰি গ'ল 🥰🥰
ধন্যবাদ
❤JAI SHRI KRISHNA❤RADHE RADHE❤JAI SHRI RADHE KRISHNA❤JAI LAKSHMINARAYAN❤JAI JAGANNATH❤JAI NRIHINGHO MURARI❤JAI SHRI VISHWAKARMA PRABHU❤JAI SHRI BRAHMA DEVAY NAMAH❤JAI JAGANNATH❤JAI SHRI MAHAKAL❤JAI MAA PARVATI DEVI❤JAI SHIVSHAKTI❤JAI MAA DURGA DEVI❤JAI MAA KALI❤JAI MAA KAMAKHYA DEVI❤JAI MAA SARASWATI❤JAI MAA LAKKHI❤
O Shyam kanu Ru ai2 ganor Dre Ru LGE..emn dhunia Ka gaise.mon pran hat Pori jy ..din2t kiman bar hunu hisap ny....
অশেষ ধন্যবাদ
Moi a masterpiece tu aji he paisuu,😕.........Bohut Bohut vl lgil huni hsakoi💞💞💞💞
ইমান সুন্দৰ দিনটোত কেইবাৰ শুনো হিচাপ নাই বহুত ভাল লাগিল ❤️
শুনিলে শুনি থাকিব মন যাই। ♥️♥️
World no 1 best song, my favourite song, I love you this song, my favourite song
Xosai bohut xundar gaan
Duta geet, jitu khunile khosake bare bare khunibo mon jai, aasam jete kuwar dore jitu geet khuni bhogoban u khontukh hoi khei geet keita aji 1 Year pasot he gom palu je geet keita churamoni dar,so dhoinyobad eman dhuniya geet upohar diya babe.thankyou
নুশুনাকৈ নহয় অ'ও
উফ💜💚💙
Oh my God.. Goosebumps after listening this song. Thank you for give us this spiritual song. May God bless you
JAI SHREE KRISHNA
কৃষ্ণ কৃষ্ণ
জয় গুৰু শ্ৰীমন্ত শঙ্কৰ
Bohut bhal hoise gaan tu… gantur first line khini bohut bhal lage
জয় শ্ৰী শ্ৰী ৰাধে কৃষ্ণৰ মাজতো গভীৰ প্ৰেম আছিল গতিশীল জীৱনৰ সৈতে বন্ধুত্ব কৰিছোঁ সঁচাই এনে এজন বন্ধু যাৰ ওচৰত হৃদয়খন সপি দি সুখী অনূভব কৰিছোঁ সঁচাই এনে লাগিছে যেন সাক্ষাৎ কৰে যে এজন ব্যক্তিত্ব সম্পন্ন বন্ধু চন্দিপ মহেশ্বৰি জীৰ হৈ থাকিম আপুনি মোৰ মৰমৰ শ্ৰদ্ধাৰ ভক্তি সন্মান বিশ্বাস প্ৰতিক ৰূপে গণ্য কৰিছোঁ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ বন্ধু।
MOJA. I JUST LOVE IT.
KRISHNA, BEST WISHES TO YOU ALL
Thank you
আধ্যাত্মিক ৰসেৰে মন ভৰি যোৱা এটি সুন্দৰ ৰাস ৰ গীত, বহুত ভাল লাগিল। আৰু নতুন উপহাৰ পাও যেন আগন্তুক সময়ত।
Jaiiii Sri Krishna 🙏
Aru bonaok Raas geet.. apunalukor composition bur't beleg eta rokh bisari paisu.. maat 2'u eman hundor ❤️
বহুত ধুনীয়া
Rashleela geet are remarkably sweet and touch the hearts which are exquisite composition in praise of Lord Krishna Suramoni Dutta is singing beautifully
Bht anuvab r aagmani ..kinto sabadabur he sunyo hoi goise ...
Bahut bahut dhunia lagesa huni gan tu
Amazing song,my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song
বাঁহী মাত মনোমহা বৃন্দাবনলৈ লৈ যাই।
ৰাসৰ বতৰত আটাইতকৈ ভাল লগা গীতটি😍😍😍
ধন্যবাদ
Gaantu etiya loike 100 bar man hunilu. Iman val lage nohoi
Perfect song, excellent song, Marvelous, awesome, superb, evergreen, world no 1 best song
Xuni bhal palu ❤️
Thanks from my heart for such a devotional song
সঁচাকৈ কিমান বাৰ শুনিছোঁ ঠিক নাই।প্ৰতি বাৰতে মুখত হাঁহি বিৰিঙি উঠে❤️
Most beautiful song, sweet voice,my favorite song, Marvelous, awesome, superb, evergreen, world no 1 best song
Wow ....কʼবলৈ ভাষা নাই
My gf recommended this song, I just loving it ❤️
Hardt lagi goise dada.....❤️❤️❤️❤️
বাৰে বাৰে শুনি থাকিলেও আমনি নালাগে .... উফ কি যে মজা লাগে ❤❤❤❤❤❤❤❤
অন্তৰ চুই যোৱা গীত আৰু কন্ঠ. আগলৈ আৰু এনেদৰে ধুনীয়া ধুনীয়া গীত আমাক উপহাৰ দি থাকিব ...
অশেষ ধন্যবাদ ।
❤RADHE RADHE❤JAI SHRI KRISHNA❤JAI SHRI RADHE KRISHNA❤
Watched more than 100 times
Still listening and watching its now 101 times
The voice and each words truely is deep and heart touching,proud to be a hindu and a Assamese
And to the creator of this song and who sang this song🙂🙏🏻hare krishna,Lord krishna bless you.
Bohut dhunia lagil Aru gai jaba
ৰাসৰ বতৰ..তাতে তোমাৰ সুমধুৰ কণ্ঠ শুনিলে শুনি থাকিবলৈ মন যায়.. আগুৱাই যোৱা #চূড়ামণি_বন্ধু
So soothing... Can't help but listening repeatedly. Very nice voice.
বাৰে বাৰে শুনো।। কিন্তু হেঁপাহ নপলাই।। সচাকৈ খুব সুন্দৰ হৈছে।
Jai Shri Krishna 🌺🙏🙏🙏Jai Shri Krishna 🌺🙏🙏🙏Jai Shri Krishna🌺🙏🙏🙏
Starting mein jo music 🎶, flute wow🥰 bahut hi achchha banaya gaya hai❤❤❤
ৱাহ্ কি সুমধুৰ কন্ঠ নিগৰাইছে 🌼 মন প্ৰাণ হৰি নিয়ে গীতটোৰ সুৰে 🌸❤️🌹💙
Krishna bhakati naam e amar jibonor srrsthotom, tumar hure bhakat gonor mon pran jur porise. Joy Hori Raaaml!
Moha rakhor nikhale khubei monot pore..hudor kontho apunar konthaoi Mon muhito kore..
Hundor hoi se
যেতিয়াই মই এই গান টো শুনু goosebumps আহি গৈছে•