কল্পতৰু - পুৰণি গীতৰ সমাহাৰ || Old Assamese song || Best old assamese song LIVE nonstop

Поділитися
Вставка
  • Опубліковано 4 жов 2024

КОМЕНТАРІ • 773

  • @rashmiborah1103
    @rashmiborah1103 5 місяців тому +82

    কল্পতৰু অনুষ্ঠান শুনি শ্ৰোতাসকলৰ ইমান সুন্দৰ সুন্দৰ কমেণ্টতে ভৰি পৰা দেখি আপ্লুত হলো সঁচাকৈয়ে এই গীতিকাৰ, সুৰকাৰ, তথা শ্ৰদ্ধাৰ শিল্পীৰ সকললৈ জনালোঁ কোটি প্ৰনাম আমাৰ মাজত আৰু প্ৰতি শ্ৰোতা ৰাইজৰ অন্তৰে,অন্তৰে সজীৱ হৈ থাকিব আৰু এই গীত সমূহ বৰ্তমানৰ গীত সমূহৰ লগত কোনো পাৰ্টিৰ নাপাই এই শিল্পী গীতিকাৰ, সুৰকাৰ, শিল্পী সকল চন্দ্ৰ, সূৰ্য, পৃথিৱী থকালৈকে থাকিব প্ৰজন্মৰই,প্ৰজন্মই শুনিব বহুত ভাল লাগিল শুনি ডিব্ৰুগড় অনাতাঁৰ কেন্দ্রৰ জৰিয়তে প্ৰায় ৰেডিঅত শুনি থাকোঁ 🙏🙏🙏🙏

    • @monikakakati3907
      @monikakakati3907 3 місяці тому +3

      ai gitbur khuni dangor halu montu val lagi jai ari aha dinburoloi monat pora

    • @JogeshChoudhury-hw1dc
      @JogeshChoudhury-hw1dc 3 місяці тому +2

      ❤❤❤

    • @rajenchutia4918
      @rajenchutia4918 Місяць тому

      ❤❤❤🎉

    • @nayanjyotikalita1215
      @nayanjyotikalita1215 28 днів тому +1

      মোৰ ল'ৰাটোক সদায় শুনিব লাগে হিয়াৰ মৰম।

  • @MihiramSaikia-y5z
    @MihiramSaikia-y5z Рік тому +1

    ধন্যবাদ জনাইছো অতিতশিল্পীকজীয়াইৰখাৰবাবে

  • @bhabanandanath9184
    @bhabanandanath9184 Рік тому +20

    পুৰণি দিনৰ চিৰ সেউজ গীত বোৰ " কল্পতৰু"ত শুনিবলৈ পাই নথৈ আনন্দিত হলো। আপোনাৰ সুন্দৰ উপস্থাপনে সোণত সুৱগা চৰালে সুন্দৰ শ্ৰুতিমধুৰ বোৰক।
    আপোনাৰ প্ৰচেষ্টাৰ শলাগ লৈছো।
    আপোনালৈ অশেষ আন্তৰিক ধন্যবাদ তথা অভিনন্দনৰ শৰাই নিবেদিলো।

  • @putulnath1715
    @putulnath1715 Рік тому +37

    প্ৰথমে এই গীতবোৰৰ গায়াক সকললৈ শ্ৰদ্ধাৰে সেৱা জনালোঁ । হাঁহি থাকক আৰু আনকো হাঁহি বলৈ শক্তি দিয়ক ।এওঁলোক হৈছে আমাৰ অসমীয়াৰ আয়ুস ৰেখা।

  • @nivagogoi5779
    @nivagogoi5779 Рік тому +22

    বহুত ভাল লাগিল।কল্পতৰু মোৰ বৰ প্ৰিয় অনুস্থান আছিল।আজি বহু বছৰৰ পাছত শুনিবলৈ পাই বৰ ভাল লাগিল।

  • @safrajblor7791
    @safrajblor7791 8 місяців тому +2

    বহুত ভাল লাগিল ৷আগতে কল্পতৰো মানে ৰেদিয়তো আগত বািজবই ৷

  • @Ss-Monex
    @Ss-Monex 6 місяців тому +4

    অনুষ্ঠানটোৱে অতীতৰ স্মৃতি জীপাল কৰিলে। তাৰবাবে আপোনালোকক বহুত ধন্যবাদ জনালোঁ

  • @monujgogoi6111
    @monujgogoi6111 Рік тому +2

    Old is Gold এইদৰেই দি থাকিব।শুভেচ্ছা থাকিল।ধন্যবাদ।

  • @gungunborgohain2141
    @gungunborgohain2141 Рік тому +1

    ধন্যবাদ কল্পতৰু," বৰ্ণালী"ও সংযোগ কৰিবছোন

  • @hitendratalukdar8855
    @hitendratalukdar8855 Рік тому +1

    Eman val lage agar gaan bor joi I axom

  • @kanakchunkrang7273
    @kanakchunkrang7273 Рік тому +5

    বহুত ভাল লাগিল ! প্ৰচাৰক সকললৈ ধন্যবাদ জনালো !

  • @dhrubajyotisarma1845
    @dhrubajyotisarma1845 Рік тому +21

    অনুষ্ঠানটো শ্ৰুতিমধুৰ হৈছে।আগলৈকো এনে অনুষ্ঠানৰ বাবে আশা থাকিল।

  • @PutumoniHazarika-s8v
    @PutumoniHazarika-s8v Рік тому +12

    পুৰণি গীত কেইটি শুনি ‌ভাল লাগিল। আগলৈও শুনাব বুলি আশা কৰিলো।

  • @gitaroy5852
    @gitaroy5852 11 місяців тому +2

    পূৰনি গীতবোৰ শুনি মনটো বৰ ভাল লাগিল।এই ধুনিয়া গীতবোৰৰ নিচিনা আৰু কেতিয়াও অইন গীত নহব ❤❤❤❤❤

  • @nalinidutta9451
    @nalinidutta9451 10 місяців тому +1

    Bahut bahut bhal lagil apunalukoloi akhe dhanyawad

  • @akashchoudhary2638
    @akashchoudhary2638 9 місяців тому +3

    বহু দিনৰ পিছত মধুময় কিবা শুনিলো, অতীত সেই জীপাল গীত কেইটাৰ বাবে ধন্যবাদ ।

  • @dhrubajyotisarma1845
    @dhrubajyotisarma1845 Рік тому +24

    পুৰণি গীতবোৰ শুনিলে নষ্টালজিক হৈ পৰোঁ‌।সচাঁ‌কৈয়ে OLD is GOLD.

  • @kironbordoloi3680
    @kironbordoloi3680 Рік тому +13

    পুৰণি গানবোৰ শুনিবলৈ বৰ সুন্দৰ।

  • @ramadas5839
    @ramadas5839 6 місяців тому +2

    Thanks for your this great initiative taken by u .God bless you.

  • @ikbalahmed9449
    @ikbalahmed9449 4 місяці тому +1

    Excellent collection of ever green songs.

  • @rupenkakati185
    @rupenkakati185 Рік тому +11

    অনুষ্ঠানটো খুবেই ভাল লাগিল 🙏

  • @pankaj88440
    @pankaj88440 2 місяці тому +1

    সেই যে সুৰীয়া ঘোষনাৰে ধৰা দিয়ে অসীম কুমাৰ কাজী, প্ৰৱাল শৰ্মা, চন্দ্ৰিমা শৰ্মা !! মন মগজুত আজিও ক্ৰিয়া কৰে অহৰহ !!

  • @khagennath4597
    @khagennath4597 Рік тому +3

    অনুষ্ঠান টো ভাল লাগিছে।পুৰণা দিনৰ ৰেডিঅ ত কল্পতৰু অনুষ্ঠান শুনি থকা যেন লাগিছে। অনুষ্ঠান টি লৈ welcome

  • @jyotikamallsvlog
    @jyotikamallsvlog Рік тому +20

    মই class 1বা 2 ত আছিলো চাগে । মনটো কিবা এটা ভাল লাগি গ'ল । হয়তো সেই সময়তেই দেউতাই এটা ৰেডিঅ' আনিছিল। তেতিয়া আমাৰ ঘৰত এইটোৱে একমাত্ৰ মনোৰঞ্জনৰ আহিলা আছিল , T.V. আহিছিল যদিও আমাৰ ঘৰত নাছিল; আনকি মোবাইল এটাও নাছিল। মই খুব গান শুনি ভাল পাইছিলো মা দেউতাই বেলেগ অনুষ্ঠানৰ লগতে যেতিয়া যুৱবাণী , মইনা মেল , কল্পতৰু আদি অনুষ্ঠান বোৰ লগাইছিল মই বহুত স্ফূতি পাইছিলো । আৰু যিমান পাৰোঁ volume টো বঢ়াই দিছিলোঁ, নিজেটো শুনিছিলো এ লগতে আনে শুনক বুলি volume টো বঢ়াই ৰাখো ; কাৰণ আজিৰ পৰা ১৫-২০ বছৰ আগতে music system বুলি গাঁৱত বিশেষ একো আহিলা নাছিল । আজি মোৰ recommend videoত এই videoটি আহিল , নিজকে যেন সেই ১৫-২০ বছৰ আগত আবিষ্কাৰ কৰিছো তেনে অনুভৱ হ'ল। অশেষ ধন্যবাদ ❤️ হয়টো বহুতেই ভাবে আজিৰ দিনত এই অনুষ্ঠানবোৰৰ আদৰ আমি নৱ প্ৰজন্মই নকৰো । মোৰ কিন্তু আজিও এই গান আৰু অনুষ্ঠান বোৰৰ ওপৰত এক বিশেষ দুৰ্বলতা আছে । পুনৰ বাৰ ধন্যবাদ 🙏

  • @dipjyotihazarika2879
    @dipjyotihazarika2879 Рік тому +5

    Old is gold. Bahut bhal lagil huni. Nostalgic hoi golu. Dhanyabad. 🙏🏻

  • @tutumonibora1708
    @tutumonibora1708 Рік тому +15

    কল্পতৰু অনুষ্ঠান জীয়াই ৰখা সকলক ধন্যবাদ জনাইছো ।

    • @jayantanath2011
      @jayantanath2011 Місяць тому

      সঁচাকৈয়ে কল্পতৰু অনুষ্ঠানটো জীয়াই ৰাখি আপোনালোকে সাংঘাতিক এটা ইতিধৰ্মী কাম কৰিছে। অশেষ ধন্যবাদ।

  • @harshvardhan2544
    @harshvardhan2544 5 місяців тому +2

    Melodious voice ❤️❤️

  • @umeshchdeka5973
    @umeshchdeka5973 Рік тому +5

    সচাকৈ মন ভাল লগা অনুষ্ঠান।

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 Рік тому

    বহুত ভাল লাগিছে ।
    অশেষ ধন্যবাদ

  • @Probhat200
    @Probhat200 Рік тому +1

    অতি সুন্দৰ

  • @amulyapegu2499
    @amulyapegu2499 Рік тому +11

    অসমীয়া পুৰনি গীতবোৰ শুনি বৰ ভাল লাগিল ,এই অনুষ্ঠানটো মোৰ বাবে প্রিয় অনুষ্ঠান হব |

  • @syedalberuni2360
    @syedalberuni2360 Рік тому +13

    এনে ধৰণৰ পুৰণা গীত শুনি সচাকে আপ্লুত হলো।পাৰিলে পুৰণি তৰমাই ছবি খনৰ গীত কেইটা শুনোৱা ব বুলি আশাৰে ৰলো।

  • @debabaruah2056
    @debabaruah2056 Рік тому +2

    Tremendous

  • @rahulsaikia
    @rahulsaikia 3 місяці тому +2

    শৈশৱতে শুনা গান বোৰ শুনি যিতো মাদকতা পোৱা যায়।।।কি সুন্দৰ লিখনি/সুৰ/কণ্ঠদান/মিউজিক ❤❤❤❤আৰু আজিকালি?????

  • @promeswarronghang8646
    @promeswarronghang8646 Рік тому +3

    Nice..
    Keep it up and go on.

  • @arunaboro8002
    @arunaboro8002 Рік тому +1

    Very nice and good and beautiful

  • @dilipkumarmech2084
    @dilipkumarmech2084 Рік тому +4

    বৰ সুন্দৰ হৈছে । আগলৈ এনে গীত শুনিবলৈ পাম বুলি আশা ৰাখিলোঁ ।

  • @MukundaBorah-u5n
    @MukundaBorah-u5n Місяць тому +1

    Bohut val lagil

  • @gitalibasumatary
    @gitalibasumatary Рік тому +5

    সোনালী শৈশৱলৈ মনত পৰি গ'ল। বহুত ভাল লাগিল😊

  • @GitaDeka-qq1tt
    @GitaDeka-qq1tt Рік тому +7

    এটা সুন্দৰ দিন মনলৈ আহে লগতে সময়ৰ সংকেত পাইচিলো সকলো সময়তে ,অতীতলৈ বহুত মনত পৰে

  • @himanibanikya8168
    @himanibanikya8168 Рік тому +7

    এই বোৰৰ বাহিৰে বহুত পুৰনি গীত আছে বেলেগ বেলেগ দি থাকিব❤❤❤❤❤❤🙏🙏🙏

  • @opno3778
    @opno3778 Рік тому

    Bohut borhiya lagil.anekoi.puroni.get xudai xuniboloi paw thank u

  • @LakhiLakhiDihingia-dy3po
    @LakhiLakhiDihingia-dy3po 9 місяців тому +1

    Agoloi enedare xonai thakibo.

  • @mrinalchandrakalita627
    @mrinalchandrakalita627 3 місяці тому +2

    কল্পতৰুৰ জীতবোৰ শুনি সৰুকালৰ কথাবোৰ মনত পৰি যায় ৷ মনটো নষ্টালজিক হৈ উঠেদ ৷

  • @prabindeka5498
    @prabindeka5498 Рік тому +14

    আপোনালোকৰ অনুষ্ঠান সচাই বহু ভাল লগা। আগলৈকে নিশ্চয় সুনিব পাম লগতে এই স্মৃতিত পৰিণত হব গীত বোৰ সংৰক্ষণ কৰাৰ চেষ্টাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।

  • @santanaphukongogoi7275
    @santanaphukongogoi7275 Рік тому +7

    সুন্দৰ .পুৰনা গীতবোৰশুনিলে অতীতৰ বহু কথা মনত পৰে.খুব ভাল লাগিছে .

  • @rajatpaul4526
    @rajatpaul4526 Рік тому +4

    বহু দিনৰ মূৰত আজি এই গীতবোৰ শুনা পাই বিৰাট আনন্দ পালো। ধন্যবাদ থাকিল।

  • @monojnath8478
    @monojnath8478 3 місяці тому +1

    ভাল লাগিল আৰু অধিক গান শুনিবলৈ আশা থাকিল

  • @hemantarajkonwar146
    @hemantarajkonwar146 Рік тому +2

    "ধন্যবাদ জনাবলৈ ভাষা নাই ।"

  • @KrishnaNirala-m3x
    @KrishnaNirala-m3x Рік тому +10

    Old is gold. বৰ প্ৰিয় অনুষ্ঠান আছিল কল্পতৰু l ধন্যবাদ থাকিল।

  • @ashalatarabha1100
    @ashalatarabha1100 Рік тому +9

    বহুত ঝুনিয়া লাগিল মনটো...আগতে য়ে কিমান চিঠি লিখিছিলো তাৰ হিচাপ নাই...আকৌ শুনিবলৈ ৰৈ থাকিম

  • @dukheswarideka709
    @dukheswarideka709 Рік тому +3

    অতি সুন্দৰ,পুৰণি গীতবোৰে পুৰণি স্মৃতিবোৰ সজাগ কৰি তোলে ।মোৰ বিনম্ৰ অনুৰোধ যেন এই অনুষ্ঠানটি চিৰ যুগমীয়া হওঁক।ধন্যবাদ ।

  • @jayantadekajoy9213
    @jayantadekajoy9213 Рік тому +9

    ❤ পিছলৈও যেন এনেকুৱা গানবোৰ শুনিবলৈ পাই থাকো তাৰেই আশা থাকিল।
    যিবোৰ গান আজি লাহে লাহে পাহৰিবলৈ লৈছোঁ আমি আৰু আমাৰ সমাজখনে । ❤

  • @kartickbarooah755
    @kartickbarooah755 Рік тому +14

    আপোনালোকৰ এই মহৎ প্ৰচেষ্টাৰ শলাগ ললোঁ ৷ শ্ৰোতা সকলৰ অফুৰন্ত সঁহাৰি আপোনালোকে যে লাভ কৰিব তাত কোনো সন্দেহৰ অৱকাশ থাকিব নোৱাৰে ৷

  • @sjbordoloi
    @sjbordoloi Рік тому +1

    Absolutely fantastic,no words!

  • @kalpanaborah7100
    @kalpanaborah7100 Рік тому +1

    অনুষ্ঠানটো শুনি সঁচাকৈ বহুত ভাল লাগিল ধন্যবাদ

  • @monudevi6911
    @monudevi6911 Рік тому +43

    আপোনালোকৰ অনুষ্ঠানৰ জৰিযতে পুৰণি গীত সমুহ শুনিব পাই ভাল লাগিল।আগলৈও এই অনুষ্ঠানটো চলি থাকিব বুলি আশা ৰাখিলো।

  • @basantagogoi7458
    @basantagogoi7458 Рік тому +2

    Great job 👍

  • @aleeborgohain7439
    @aleeborgohain7439 5 місяців тому +2

    Agor dinbur monot pori goise .redio t hunar dore lagise thanks

  • @banamalikakati356kviews2
    @banamalikakati356kviews2 Рік тому +7

    গীত বোৰ শুনি অন্তৰ ভৰি গ'ল। এই গীত বোৰ শুনি শুনি পঢ়িছিলোঁ।

  • @KaifKhan-qg4xr
    @KaifKhan-qg4xr Рік тому +5

    বহুত বহুত ধুনীয়া গীতবোৰ

  • @khushiandprince8792
    @khushiandprince8792 8 місяців тому +1

    Bhout bhal lage aaru bhakha nai kiman bhal lage, sweet song

  • @bikashsaikia1890
    @bikashsaikia1890 5 місяців тому +2

    এই অনুষ্ঠান বিলাক আজিও ৰাখি থোৱা কাৰণে, বহুত বহুত ধন্যবাদ 🙏,, অলপ সময় কাৰণে ম‌ই সৰু কালৰ দিনলৈ মনত পৰিছে, তাহানিৰ ৰেডিঅ'অনুষ্ঠান বিলাক খুব মন দি সুনিছিলো ,❤ মিঠা মিঠা সুৰ ,মনটো জিপাল কৰি দিলে

  • @learningphilosophy1462
    @learningphilosophy1462 Рік тому +21

    বৰ ভাল লাগিল।পুৰণি গীতবোৰ যেনেকৈ আছিল তেনেকৈয়ে শুনিব পালেহে শান্তি পোৱা যায়।ৰহদৈ ও এয়া নিৰ্মলা নদীৰ ঘাট ---আদি গীতবোৰ লগ লগাই আৰু নতুন কৈ কল্পতৰু অনুষ্ঠান কৰিব বুলি আশা কৰিলোঁ।

  • @prematullah
    @prematullah Рік тому +1

    উফ..........ভাল লাগিল পুৱাই পুৱাই।

  • @amulyasarma4057
    @amulyasarma4057 4 місяці тому +1

    A mind touching song program of A I R.. Thanks.

  • @northeastsurvivelskill9610
    @northeastsurvivelskill9610 Рік тому +10

    এনেকৈ কল্পতৰু অনুস্থান সমূহ দি থাকিবচোন।মনটোৱে শৈশবলৈ উৰা মাৰে।

  • @m.rankurgamer3313
    @m.rankurgamer3313 Рік тому +1

    অতি সুন্দৰ লাগিছে সদাই পাম বুলি আশা কৰিলো 🙏

  • @deepagogoi4212
    @deepagogoi4212 Рік тому +5

    অতি সুন্দৰ ।এনেদৰেই আগলৈও অসমীয়া গীত দি থাকিব বুলি আশা ৰাখিলোঁ।

  • @mukulhazarika490
    @mukulhazarika490 Рік тому +10

    পুৰণি গান শুনিলে মই সকলো পাহৰি যাওঁ ।

  • @badanchutia8428
    @badanchutia8428 Рік тому +1

    50।বচৰ।আগৰ।জিবনতি।জেনলাগিচে।।পুৰনিগিতলৈ।ধন্যবাদ ।

  • @pradipdoley6949
    @pradipdoley6949 Рік тому +5

    অতি প্ৰশংসনীয় প্ৰচেষ্টা ।এনেয়ে নকয় নহয় OLD IS GOLD

  • @medinitalukdar4873
    @medinitalukdar4873 Рік тому +2

    ❤️❤️❤️❤️👍👍👍👍👍👍বাঃবাঃ কি সুন্দৰ অনুস্থান ...
    বৰ ভাল লাগিল দেই

  • @kalyannath459
    @kalyannath459 Рік тому +34

    শৈশৱলৈ মনত পৰি গল। ৰেডিও শুনাৰ কি যে মধুৰ স্মৃতি।

  • @tagarsut1458
    @tagarsut1458 10 місяців тому +1

    Sundar. Old is gold.

  • @prabinkumarbaro3382
    @prabinkumarbaro3382 Рік тому +10

    আৰু তেনকৈয়ে আমাৰ মনক অতীতৰ খেই অমৰ গীতবোৰ খুনাই জিপাল কৰী ৰাখিব l বহুত বহুত ধনযবাদ l প্ৰবীণ কুমাৰ বৰো l ৰঙিয়া l

  • @bikironphukan777
    @bikironphukan777 Рік тому

    Very good

  • @AnilDutta-ps1fl
    @AnilDutta-ps1fl 8 місяців тому +2

    Frantastic ...

  • @kushalnath-jw8uw
    @kushalnath-jw8uw Рік тому +2

    All Assamese song best

  • @rajeswarbasumatary7984
    @rajeswarbasumatary7984 Рік тому +5

    পুৰণি গীত বোৰ মজায় বেলেগ শুনিলে শুনি বলৈ মন জাই😮

  • @ProdipDas-hm7cb
    @ProdipDas-hm7cb 10 місяців тому +1

    Very Nice 👍

  • @AnuprobhaRaydas-fx4nb
    @AnuprobhaRaydas-fx4nb Рік тому +4

    সচাকৈ অপূৰ্ব এই গীতবোৰ।আইদেউৰ বুলনি অনুষ্ঠানটোও আগবঢ়াচোন।ধন্যবাদ

  • @GitaDas-hb3zr
    @GitaDas-hb3zr Рік тому

    Hundor.... ❤

  • @PANKAJSHARMA-px3tl
    @PANKAJSHARMA-px3tl Рік тому +3

    Really fantastic to create the refreshing the old memories

  • @bornalijrt
    @bornalijrt Рік тому +3

    চিৰসেউজীয়া এই গীতসমূহ আমাৰ সদায়েই প্ৰিয়। এই গীতসমূহ youtube ত সাঁচিৰখাৰ বাবে অনেক ধন্যৱাদ ❤❤

  • @yomchaitokarka5250
    @yomchaitokarka5250 8 місяців тому +1

    Awesome clltn 😘😘😘loved it

  • @sailenchbarman737
    @sailenchbarman737 Рік тому

    আকৌ এবাৰ অতীতলৈ মনত পেলাই দিলে,,,,,, ধন্যবাদ।

  • @manosibaruah2352
    @manosibaruah2352 11 місяців тому +1

    Oti xundor geet, aru anushthaan ti

    • @TimesGuwahati
      @TimesGuwahati  3 місяці тому

      ua-cam.com/video/TOF5oS9lqDU/v-deo.html

  • @rupalihazarika9752
    @rupalihazarika9752 Рік тому +12

    বহুত বহুত প্ৰিয় গীত ❤

  • @linasarmah3833
    @linasarmah3833 Рік тому +2

    খুউব ভাল লাগিছে পুৰণা গীত সমুহ শুনিবলৈ পোৱাত, পুনৰ শুনাৰ আমাকে।

  • @brajenray7796
    @brajenray7796 3 місяці тому +1

    Old is Gold. Very well.

  • @kumardeep5158
    @kumardeep5158 10 місяців тому +1

    সচাকৈ বৰ ভাল লগা কিছু কল্পতৰু অনুস্থান এসময়ত ৰেডিঅ ভাঙি দিছিল কল্পতৰু অনুস্থান সুনিব নোপোৱাৰ কাৰণে আজি আকৌ শুনিব পাই পুৰণি কাললৈ মনত পৰিছে আকৌ পাম বুলি আশা কৰিলো ধন্যবাদ ।।।

  • @shikhadas5536
    @shikhadas5536 Рік тому +6

    পাহৰিব নোৱাৰা অনুষ্ঠান আছিল কল্পতৰু । ।সেই দিনলৈ উভতি গল মন

  • @asutoshboruah1607
    @asutoshboruah1607 3 місяці тому

    অতি সুন্দৰ গান। এই গান বোৰত ভাষা শিক্ষা আছে।😊😊😊😊😊

  • @narayankalita5327
    @narayankalita5327 Рік тому +4

    পুৰনি দিন বোৰ লৈ মনত পৰিল। মন চুই যোৱা গীতবোৰ।

  • @kamalakakati2358
    @kamalakakati2358 Рік тому

    Bhut vl lagil anekoi dithakib

  • @jibonsaikia6268
    @jibonsaikia6268 Рік тому +4

    কল্পতৰু অনুষ্ঠান টি শুনি শৈশৱলৈ ঘূৰি গলো ।সচাই মনোমোহা পুৰণি গীত সমূহ। এই অনুষ্ঠানটি জীয়াই ৰখা লগতে পুৰণি গায়ক/গায়িকা সকলৰ স্মৃতি ৰোমন্থন কৰা সকললৈ আন্তৰিক শুভেচ্ছা যাচিলোঁ ধন্যবাদ 🙏।

  • @nilikantorayAnimegamez
    @nilikantorayAnimegamez 6 місяців тому +5

    Dada khub dhunia apuni bhogoban

  • @hazaratahmed2415
    @hazaratahmed2415 3 місяці тому +2

    তাহানিৰ কাঠৰ frame ৰ Radio ৰ কথা মনত পেলাই দিছে। কলপতৰু অনুষ্ঠানটো আগুৱাই লৈ যাব বুলি আশা কৰিলো।

    • @TimesGuwahati
      @TimesGuwahati  3 місяці тому

      ua-cam.com/video/TOF5oS9lqDU/v-deo.html

  • @satyendrarabha9824
    @satyendrarabha9824 3 місяці тому +1

    অনুস্থানত বিজয় ভুঞাৰ কণ্ঠত গাতো শুনি ভাল লাগিল,পিছে বৰ্তমান তেওঁ গান গায় নে নাই কব নোৱাৰিলো।কলেজ দিনত এই গানটি চিঞৰি চিঞৰি গাইছিলো।