Online Negera Class (4),

Поділитися
Вставка
  • Опубліковано 3 гру 2024

КОМЕНТАРІ • 117

  • @dimbeswartalukdar9798
    @dimbeswartalukdar9798 4 роки тому +4

    দাদা আপোনাৰ শিকোৱা পদ্ধতি টো বহুত ভাল লাগিছে।

  • @lakheswarmajumdar3690
    @lakheswarmajumdar3690 4 роки тому +4

    A vale lagise dada

  • @achyutsaikiaofficial2370
    @achyutsaikiaofficial2370 2 роки тому +1

    পংকজ দা আপোনাক এবাৰ লগপাইছিলো। ভাল লাগে ভিদিঅ' বিলাক চাই।

  • @pushpasaikia7776
    @pushpasaikia7776 2 роки тому

    কথা সমুহ জানিব পাৰি সুখী হৈছোঁ। ধন্যবাদ।

  • @mamonibora2837
    @mamonibora2837 2 роки тому

    নতুনকৈ নেগাৰা আনি এই কেইদিন শিকি আছো । শিকোৱা পদ্ধতিটো ভাল লাগিছে । ভাল দৰে পৰা নাই চেষ্টা কৰি আছো ।

  • @rekhagogoi8827
    @rekhagogoi8827 Рік тому +1

    মই নেগেৰা বজাবলৈ আপোনাৰ ওচৰত শিকিবলৈ বিচাৰিছো

  • @Jitenvlogs353
    @Jitenvlogs353 2 роки тому +1

    ভাল লাগিল।

  • @monikabora4570
    @monikabora4570 2 роки тому +1

    বহুত জানিব পাৰিলো ভাল লাগিছে

  • @sabitriduttas9249
    @sabitriduttas9249 2 роки тому

    বহুত ভাল লাগিল খৰ তাল বহুত ধুনীয়া হৈছে

  • @utpalaxomofficial6947
    @utpalaxomofficial6947 3 роки тому +2

    সুন্দৰ পংকজ দা

  • @digambarrabha204
    @digambarrabha204 3 роки тому +2

    Excellent
    Continue your progress

  • @dipakdutta2946
    @dipakdutta2946 2 роки тому +3

    দাদা আপোনাক গুৰু আসনত বহুৱাই মই নেগেৰা শিকিবলৈ চেষ্টা কৰিছোঁ। আপোনি ইমান সুন্দৰকৈ মুখেৰেও কৈ যায় দাদা আপুনাৰ videoচাই আগলৈকে চেষ্টা কৰি যাম। আপোনাক বহুত বহুত ধন্যবাদ🙏

  • @suvadragogoi6799
    @suvadragogoi6799 4 роки тому +1

    Val lagil.bohut valkam karise.Apunaloi subhakamona thakil.

  • @bhaskarjyotigogoi4309
    @bhaskarjyotigogoi4309 4 роки тому +2

    ভাল লাগিল চাই🙏🙏

  • @pitambarhazarika2367
    @pitambarhazarika2367 3 роки тому +1

    সুন্দৰ ককাইদেউ। মইয়ো বজাও বাৰু। নজনা বোৰ শিকাবা বুলি আশা ৰাখিলো ককাইদেউ

  • @ApurbaBorah-s4i
    @ApurbaBorah-s4i 3 місяці тому +1

    Very nice

  • @dibyajyotikakoti6832
    @dibyajyotikakoti6832 3 роки тому

    বৰ ধুনীয়া আৰু স্পষ্টকৈ দেখুৱাইছে | নাগাৰাৰ বাদনৰো ব্যাকৰণ থাকে, কিন্তু সেই ব্যাকৰণ এইদৰে কোনেও বুজাই নিদিয়ে |

  • @sunaliburagohain8297
    @sunaliburagohain8297 2 роки тому +2

    আপোনাৰ videoবোৰ বৰ সুন্দৰ কিন্তু soundটো বহুত কম

  • @sankardutta3914
    @sankardutta3914 4 роки тому +1

    Hundor hekibola sestha kori asu .

  • @rupamsarma7407
    @rupamsarma7407 4 роки тому +1

    Dhonyobad Pankaj da....

  • @deepakgogoi4536
    @deepakgogoi4536 4 роки тому +1

    ভাল লাগিল দাদা

  • @sunuku8145
    @sunuku8145 4 роки тому +2

    Val lgile pnkj da

  • @mrrajtheindianboy9413
    @mrrajtheindianboy9413 4 роки тому +2

    Good job bro keep it up ... Thank u so much giving this opportunity watching the video

  • @axomorbuwarimonika9712
    @axomorbuwarimonika9712 4 роки тому +1

    Val lagil video tu sai

  • @pranjoldutta7038
    @pranjoldutta7038 4 роки тому

    Bor vl lagise ooooooooooo dada

  • @niranjandas8195
    @niranjandas8195 3 роки тому

    Thik ase Val lagil sai video ti apunar Dada ata kotha xudhu nam ti gai thoka r xomyat betal hole ki koribo lagibo

  • @junuhazarikadihanam375
    @junuhazarikadihanam375 2 роки тому +1

    ইমান সুন্দৰ নেগেৰা বজোৱা দেখা পাই বৰ ভাল লাগিছে গতিকে আপোনাৰ চেনেলটো subscribe কৰিলো আৰু মোৰ চেনেলটো চাব বুলি আশা কৰিলো ।

    • @PankajBora.Official
      @PankajBora.Official  2 роки тому

      ধন্যবাদ🙏🙏। আপোনাৰ মন্তব্যই সাহস দিলে ।নিশ্চয় কৰিম

  • @nipengowalavlogs6001
    @nipengowalavlogs6001 4 роки тому +1

    ধাইনাবাদ

  • @srimanta__
    @srimanta__ 3 роки тому +1

    ধন্যবাদ দাদা

  • @muragojalitingkhong2212
    @muragojalitingkhong2212 2 роки тому

    আপোনি সম্পূৰ্ণ এতা দিহা নাম তিনিটা লহৰত গাই শিকাব বোলি বৰ আশাৰে বাত চাই আছো চাৰ

  • @joganandahazarika4536
    @joganandahazarika4536 3 роки тому +1

    Bora da moiu nagara bojaw kintu dusapor2 bojabo najanu ajihe gom paisu. Ama yat dusapor nobojai ako.

  • @minalahan9176
    @minalahan9176 Місяць тому

    দাদা আপোনাক গুৰুআসনত,ৰাশি ম, দিহা নামৰ নেগেৰা শিকী আছো

  • @mamuboruah1851
    @mamuboruah1851 2 роки тому +1

    dada baou hat khan hu hator magara tuloi nibo nuwari kiya

  • @assamboyjt3126
    @assamboyjt3126 4 роки тому +1

    ভাল লাগিছে চাই।
    মইয়ো শিকিবৰ ইচ্ছা আছে।
    চাব কৰি দিলো।মোকো সহায় কৰিব।

  • @dipjyotinath4759
    @dipjyotinath4759 3 роки тому

    Dada ghata mara video ata dibo sun

  • @ModhuBorahOfficial
    @ModhuBorahOfficial 3 роки тому +1

    Sir aru dibo moiu sai sai shikisu

  • @anjanabaruah3071
    @anjanabaruah3071 4 роки тому +1

    ধন্যবাদ জনাইছোঁ ।

  • @Sarat933
    @Sarat933 4 роки тому +4

    নমস্কাৰ দাদা। নেগেৰাৰ আৰু কেইটামান ভিডিঅ' দিয়াৰ কষ্ট কৰিলে আমাৰ দৰে শিকাৰুসকল যথেষ্ট উপকৃত হ'লোঁহেঁতেন।

    • @PankajBora.Official
      @PankajBora.Official  4 роки тому

      নিশ্চয় দিম । মই বৰ্তমান শাৰীৰিক ভাৱে অসুস্থ ।

    • @arpanaboruah6447
      @arpanaboruah6447 2 роки тому

      @@PankajBora.Official k

  • @dipaleesarma8001
    @dipaleesarma8001 2 роки тому +1

    Moro xikar mon aase

  • @jintudutta3810
    @jintudutta3810 4 роки тому +1

    Aapunar ghr kot baru ..

  • @talukdarchinmay
    @talukdarchinmay 4 роки тому +1

    উজনিৰ নেগেৰাৰ আকাৰ আৰু বাদন আৰু নামনিৰ কামৰুপীয়া নাগাৰাৰ আকাৰ আৰু বাদনৰ মাজত আকাশ পাতাল পাৰ্থক্য দেখা যায়।

    • @PankajBora.Official
      @PankajBora.Official  4 роки тому

      হয় । দুয়োঠাইৰে আঞ্চলিক বৈশিষ্ট্য থকাৰ বাবে দুয়োঠাইৰ নেগেৰাৰ আকাৰ আৰু বাদনশৈলী ভিন্ন ।

    • @talukdarchinmay
      @talukdarchinmay 4 роки тому

      @@PankajBora.Official আপোনাৰ নেগেৰা তাল বোৰৰ লগত বৰপেটাৰ বিৰ বা ঠিয় নামৰ নাগাৰাৰ তালৰ দুই এটা মিল থকা যেন লাগিচে যদিও বাদন শৈলীত বহুত পাৰ্থক্য আছে। এইয়া মোৰ personal ধৰণাহে।

  • @Jdminivlog5421
    @Jdminivlog5421 2 роки тому

    Theoi nam mor seu hoi nki

  • @MAJULIMASALA
    @MAJULIMASALA 4 роки тому +2

    Pankaj da Mic ata loi lbo sound 2 clear ahibo

    • @PankajBora.Official
      @PankajBora.Official  4 роки тому +1

      Mic ase. Kintu room tur babe sound tu beya ahe. tar bikolpo sinta kori asu khub xunkale.

  • @gajenboruah4401
    @gajenboruah4401 Рік тому +1

    খোল কেনেকৈ বজাই Video এটা দিৱ কোন।

  • @champawatideka2509
    @champawatideka2509 4 роки тому +1

    মোৰো শিকিব মন আছে

  • @ajaymallakar6231
    @ajaymallakar6231 4 роки тому +1

    Moi khiki asu

  • @Adieverything
    @Adieverything 4 роки тому +1

    নেগেৰা মাৰি ৰ দীঘ কিমান হোৱা উচিত জনাব চোন

    • @PankajBora.Official
      @PankajBora.Official  4 роки тому +1

      ঢোলৰ মাৰি যেনেকৈ তালি খনৰ সমান্তৰাল হব লাগে ঠিক তেনেকৈ নেগেৰাৰা মাৰিযোৰ নেগেৰাৰ কোবা বা ডুগিটোৰ সমমান্তৰাল হোৱা উচিত ।

    • @Adieverything
      @Adieverything 4 роки тому

      @@PankajBora.Official ধন্যবাদ

  • @mdas5087
    @mdas5087 Місяць тому

    tinsaprito bajabasun

  • @dimbeswartalukdar9798
    @dimbeswartalukdar9798 4 роки тому +1

    দাদা কেতিয়াবা কেতিয়াবা কিছুমান নামৰ চাপৰি তালিৰ পৰা আৰম্ভ হয় নেকি, জনাব নেকি।

    • @PankajBora.Official
      @PankajBora.Official  4 роки тому

      তালিৰ পৰাই হয় । কিছুমান নাম খালিৰ পৰা আৰম্ভ হয় যদিও ৰিডমটো তালিৰ পৰাই হব ।

  • @tileswarkalita9890
    @tileswarkalita9890 4 роки тому +1

    মাননীয় বৰা ডাঙৰীয়া আপোনাৰ নাগাৰা বাদন ভাল লাগিল ।
    আপোনাৰ ফোন নম্বৰ টো দিব

  • @ranjanboruah8437
    @ranjanboruah8437 4 роки тому +1

    তালি কেইতা লিখি দিব নেকি দাদ

  • @sushmitadeuri3166
    @sushmitadeuri3166 4 роки тому +1

    Moi bohut sesta kori asu but vlke pora nai

    • @PankajBora.Official
      @PankajBora.Official  4 роки тому

      Nissoy paribo, Sesta kori thakok.Dhonyabad monor vab prokax korar babe.

  • @umadoloi6283
    @umadoloi6283 4 роки тому +1

    Aapunar number tu diyoyna

  • @sayasaikia7565
    @sayasaikia7565 4 роки тому

    1ta katha,,,diha namot nagara khool sabe bauhatiya he,,bojai,,,,xuhate bojuwa2xaru saide,,,,bau hate dangor saied he,,,,xudho 2tu holl xaru saied 2he ,khoolr ,,,nagara,,,

  • @umadoloi6283
    @umadoloi6283 4 роки тому +1

    Please kikauk na

  • @umadoloi6283
    @umadoloi6283 4 роки тому +1

    Muk khikabone

  • @gaurisankarbharali5686
    @gaurisankarbharali5686 4 роки тому

    নকলেজে একোকে

    • @PankajBora.Official
      @PankajBora.Official  4 роки тому

      কি কৈছে একোকে বুজা নাই ।