সপোন দেখি বেয়া পাই নেকি অভিনেতা নয়ন নীলিমে? নয়ন নীলিমৰ বিয়া নপতাৰ ৰহস্য প্ৰকৃততে কি?

Поділитися
Вставка
  • Опубліковано 23 лют 2024
  • সপোন দেখি বেয়া পাই নেকি অভিনেতা নয়ন নীলিমে? নয়ন নীলিমৰ বিয়া নপতাৰ ৰহস্য প্ৰকৃততে কি? পৰিচালন সম্পাদক ঋতুস্মিন শৰ্মাৰ সৈতে নয়ন নীলিমৰ আছুতীয়া সাক্ষাৎকাৰ
    A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
    'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
    / asomlive24
    / @asomlive24digital
    #asomlive24
    #axomlive24
    #assamlive24
    #breakingnews
    #exclusivenews
    #currentaffairsofassam
    #dailynewsupdate
    #dailynews
    #assamkanews
    #latestnewsofassam
    #latestnews

КОМЕНТАРІ • 401

  • @dipjyotisonowal4116
    @dipjyotisonowal4116 5 місяців тому +65

    অসমীয়া ছবি জগতৰ মোৰ সকলোতকৈ প্ৰিয় অভিনেতা নয়ন নীলিম❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹❤️‍🩹

  • @user-tu2sw4ob5h
    @user-tu2sw4ob5h 5 місяців тому +68

    পোনপটিয়া প্ৰশ্ন আওপকিয়া উত্তৰ। হাঁহিটোৰো যেন বহু অৰ্থ আছে।এনে লাগিল যেন বৰদৈচিলা জাকে বৰ বেয়াকৈ তচ্‌ নচ্‌ কৰি গল হলেও এয়া প্ৰকৃতিৰে নিয়ম বুলি মানি লব লগা হয়, ঠিক তাৰ পিছতে প্ৰকৃতিয়ে যেনেদৰে নতুন ৰুপ লয় তেনেদৰে তেওঁৰ জীৱনলৈও পুনৰ বসন্ত নামি আহক তাৰে কামনা কৰিলো।

  • @devikagogoi2898
    @devikagogoi2898 5 місяців тому +118

    চেহেৰাত দাগ থাকিলেও চিন্তা নকৰিবা, কিন্তু চৰিত্ৰত দাগ থকা আৰু বিশ্বাসঘাটকতা কৰা সকলৰ ওচৰলৈ দ্বিতীয় বাৰ নাযাবা ।

  • @PodumGogoi-pn2ke
    @PodumGogoi-pn2ke 5 місяців тому +56

    খুব সুন্দৰ অনুষ্ঠান, নয়নদাৰ কথা বোৰ ভাল লাগিল। নয়নদাৰ গীত শুণি ভাল লাগে।❤❤❤

  • @mrinalmedhi8346
    @mrinalmedhi8346 5 місяців тому +103

    মোৰ প্ৰিয় অভিনেতা জনলৈ অনুৰোধ আশা কৰো তেখেতক তেখেতৰ বৌ জনীৰ সৈতে দেখা পাবলৈ আগ্ৰহেৰে বাট চাই আছোঁ।

  • @debenborah2905
    @debenborah2905 5 місяців тому +19

    ঋতুস্মিন, নয়নৰ লগত কৰা অনুষ্ঠানটো চাই বৰ ভাল লাগিল। নয়নৰ যুগ্ম-জীৱনৰ বাবে কিবা এটা শেষ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অনুৰোধ জনালোঁ। নয়নক বহুত ভাল লাগে, এতিয়াও জীৱনটো সঠিক দিশত আগবাঢ়ি যোৱাতো বিচাৰোঁ

  • @monjitg
    @monjitg 5 місяців тому +26

    ডেমফুল,, love you,, আমাৰ চাম সৰু আছিলোঁ আমি দেমফুল শব্দ টো প্ৰায়েই use কৰিছিলোঁ,
    ঘৰত tv নাই বাবে আনৰ ঘৰত TV লগাব নি বুলি বুকা গচকি গচকি গৈছিলো চাবলৈ,,
    কেতিয়াবা কাৰোবাৰ গালি খাইছিলো যদিওঁ,, গালি খাই হলেও চাওঁ জোনবাই,
    তোমাক আৰু নেত্ৰ কাইটিক চাব খুব মন গৈছিল বাবে

  • @kumuddas1688
    @kumuddas1688 5 місяців тому +43

    The most talented and versatile actor "..
    Nayan nilim" daa...❤❤🎉

  • @okikayastha7068
    @okikayastha7068 5 місяців тому +33

    নয়ন দা ভাল মানুহ যেন ভাৱ হয়।

  • @gogoi12359
    @gogoi12359 5 місяців тому +11

    ফটা বাঁহ কোনেও জোৰা লগাব নোৱাৰে। বিফল হোৱা লৰাই কাৰোঁ লৈ ভয় নকৰে।কাৰণ তেওঁ লোক প্ৰতি খুজত বিফল হয় কিন্তু হলেও আগুৱাই যায়।কোনোবা থাকক বা নাথাকক মতলব নাই। সপোন আৰু লক্ষ্য উদ্দেশ্য জীবনৰ অমূল্য সম্পদ।নিজক সময় দিওঁতে সপোনক সময় দিওঁতে নিজৰ বিয়া পতা সময় পাৰ হৈ যায়।হয় জীৱন নিজৰ গতিকে নিজৰ মতে কৰিব লাগে আৰু ভাবিব লাগে।মনৰ কথা কলো।নীলিম দাৰ সকলো কথা মোৰ ভাল লাগিল।কাম মেইন।
    প্ৰেম এবাৰেই হয় কাৰণ আমি মানুহ কুকুৰ মেকুৰী নহয়।সফল হওঁক সপোন আৰু মইও সম।

    • @samarborah9160
      @samarborah9160 5 місяців тому +1

      Ekdam hosa kotha koise...❤ bhal lagil huni kotha khini. Bohut motivational hoi apunar kotha khini. Hokolute bifol huwa manuhe karuloi bhoi nokore. Karon teuluk sobote bifol. Bifolotak neusi aguwabo pora jon he asol manuh 👍

    • @soonmoni6746
      @soonmoni6746 5 місяців тому

      Right

  • @umeshrabha6613
    @umeshrabha6613 5 місяців тому +14

    নয়ন দা, কথাবোৰ ৱৰ বহুত বহুত ভাল লাগে,,, । দেমফুল,,❤ । l love you nayan,

  • @pjcreativemusic1742
    @pjcreativemusic1742 5 місяців тому +41

    Nayan da always young ❤❤❤

  • @bipul-w1d
    @bipul-w1d 5 місяців тому +236

    Nayan da karone like🤘🤘

    • @bidyutdas4838
      @bidyutdas4838 5 місяців тому +7

      জয় নয়ন দা

    • @ECOEC830
      @ECOEC830 5 місяців тому

      Mokkel ki joi nayan da​@@bidyutdas4838

    • @bimalnarah5376
      @bimalnarah5376 4 місяці тому

      P

  • @Randeep-kb1xh
    @Randeep-kb1xh 5 місяців тому +12

    নয়ন নীলিম দা ভাল লাগে । শিলৰ দৰে কঠিন জেদ স্বভাৱ আছে বাবে ভাল লাগে ।

  • @pinkimajuli8143
    @pinkimajuli8143 5 місяців тому +19

    ভাল লাগে আপোনাৰ কথা ,কবিতা লগতে গান ❤

  • @RahulHazarika657
    @RahulHazarika657 5 місяців тому +10

    দেমফুলৰ চৰিত্ৰ অভিনয় ৰ দৰেই নয়ন দা বাস্তৱত হোৱাটো/থকাটো বিছাৰো।।

  • @keshabsaikia9109
    @keshabsaikia9109 5 місяців тому +8

    Nayan da amr childhood hero asil aru ajiu bht val lge...love u Nayan da❤❤❤

  • @bhattacharjeeramchiary5107
    @bhattacharjeeramchiary5107 5 місяців тому +42

    দেমফুল দা কিন্তু ভদ্ৰ ব্যক্তি বেচেৰাক দেখিলে বৰ দুখ লগেদেই

    • @shorts-zm8cx
      @shorts-zm8cx 5 місяців тому +3

      Second option nerakhile so atiya anekuwa emn din biya ni

  • @bharatphukan9933
    @bharatphukan9933 5 місяців тому +6

    নয়ন দা❤❤ বাবে এটা লাইক

  • @7gc970
    @7gc970 5 місяців тому +33

    প্ৰথম প্ৰেমৰ জান্তনা ভুক্তভোগীৰে জানে
    যি তোমাক প্ৰতাৰণাৰ কৰিছে সেই বোৰৰ বিষয়ত চিন্তাৰ কৰি নিজৰ জীৱন যৌৱন শেষ কৰি একো লাভ নাই ভাই । সময়ৰ কাম সময়ত কৰি যোৱাৰ
    সময় কাৰো বাবেই ৰৈই নেথাকে । অকল শৰীয়া জীৱন কিমান জান্তনা বুঢ়াৰ হলে জানিবা ।

    • @jitumonitalukdar7966
      @jitumonitalukdar7966 5 місяців тому +2

      Misa kotha.sibore khetrot nohoi

    • @khaninofficial
      @khaninofficial 5 місяців тому +4

      Bhai akolhore thokar topoisha korile burha kalot dudinman akolhore thokatu dangor kotha nohoi

    • @samarborah9160
      @samarborah9160 5 місяців тому +1

      ​@@khaninofficialbohut val kotha koisa 👍

    • @7gc970
      @7gc970 4 місяці тому

      @@samarborah9160 ধন্যবাদ থাকিল ।

  • @Dip-uv7xw7Nath
    @Dip-uv7xw7Nath 4 місяці тому +3

    জোনবাই যেতিয়ালৈকে আকাশত থাকিব ,নয়ন নীলিম দাদাক সকলোৱে মৰমেৰে মনত ৰাখিব🙏❤️

  • @BiswajitKalita-fq5bv
    @BiswajitKalita-fq5bv 4 місяці тому +3

    Nayan da bht dhunia kontho😍😍😍😍Nayan dai first nhy baru...Ravi da i bht agr porai body bonoa

  • @nitulrajbongshi8221
    @nitulrajbongshi8221 5 місяців тому +8

    অতি সুন্দৰ নয়ন দা ❤❤❤❤❤❤

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 5 місяців тому +25

    নয়ন খুব ভাল মনৰ মানুহ। কিন্তু জেদ ভাবটো এৰিব লাগিব।

  • @gloryworld2464
    @gloryworld2464 5 місяців тому +33

    The most talented and versatile actor " Nayan Nilim"Daa...

  • @malindrarabha750
    @malindrarabha750 4 місяці тому +1

    জয় আই অসম❤❤❤❤❤❤ন দা

  • @MinaGogoiMinaGogoi-ul1zb
    @MinaGogoiMinaGogoi-ul1zb 5 місяців тому +6

    One like for Nayan da❤❤

  • @atulpegupegu1637
    @atulpegupegu1637 5 місяців тому +18

    চিয়ামন্তিকা ৰ লগত আজি কালি কটা পতেনে কি hudibo sun

  • @ImranHussain-pq6gf
    @ImranHussain-pq6gf 5 місяців тому +17

    সুন্দৰ কবিতা

  • @natyarabha4243
    @natyarabha4243 5 місяців тому +2

    ৰহস্যময় প্ৰেম ❤❤❤❤❤❤নয়ন দা ❤❤❤❤ U

  • @manujbaruah1601
    @manujbaruah1601 5 місяців тому +4

    সুন্দৰ অনুষ্ঠান,দাদা,বিয়া খন পাতিব লাগিব।

  • @Gitaliborah-li4pb
    @Gitaliborah-li4pb 5 місяців тому +3

    এইটো ব্যক্তিগত জীৱন।পৰিয়ালৰ স্বাৰ্থত নিজৰ ভাল লগাবোৰ নিজৰমতে উপভোগ কৰক নয়ন দাদা।

  • @barnaliadhikary1967
    @barnaliadhikary1967 5 місяців тому +1

    Tumi aguwai jowa Nayan daa❤

  • @user-le8bl6rl1h
    @user-le8bl6rl1h 5 місяців тому +2

    I love nilim daa ❤❤❤

  • @DhanmoniDas-il7qb
    @DhanmoniDas-il7qb 4 місяці тому +2

    মোৰ প্ৰিয় অভিনেতা ❤❤❤❤❤❤❤❤

  • @YyRttu
    @YyRttu 4 місяці тому

    মোকো মাইনাই এৰি গুছি গৈছিল... হতাশ হৈছিলো.. মনৰ একোণত এতিয়াও আছা তুমি... তথাপিও নতুন সংসাৰ পাতি জীৱনটো নতুন উদ্যমৰে আগবঢ়াই নিছো... জীৱন তুমি অতি অনুপম....

  • @user-rk5ht2bk1z
    @user-rk5ht2bk1z 5 місяців тому +2

    নয়ন নীলিম ছাৰক আমাৰ সকলোৱে আশীৰ্বাদ দিয়ক এই বছৰ তেখেত অতি শীঘ্ৰে বিয়া পাতিবলৈ 🎉❤💝😂👌💐

  • @firemansaikiavlogs6992
    @firemansaikiavlogs6992 5 місяців тому +2

    Tamam lagil voice tu , ajihe gom palu aitu song nayan dai gua

  • @bharatmusic1153
    @bharatmusic1153 5 місяців тому +10

    গীতটো বৰ ভাল লাগীল!

  • @parthapratimdas8426
    @parthapratimdas8426 5 місяців тому +3

    নয়নদাই দ্বিতীয়প্রেম হয়তো সমর্থন নকৰে ! যোগ বিয়োগ, আওঁপকীয়া উত্তৰ, সপোনক সহাঁৰি জনাই সময় আৰু সমাজক জীৱনসঙ্গী হিচাপে বাচি লৈ দিনবোৰ আগবঢ়াই নিব বিচাৰে ! সংসাৰ কোনেওঁ পাতিব নোৱাৰে, সংসাৰ হৈ যায় ! প্রেম, মানুহ আৰু সমাজক সচাঁ অৰ্থত যিয়ে ভাল পায়, তেওঁৰ বাবে বিবাহ হয়তো অৰ্থহীন কর্ম হয়তো শব্দহীন গান !

  • @RebotHazarika
    @RebotHazarika 5 місяців тому +9

    All time favourite ❤❤❤❤

  • @bikashrabha6750
    @bikashrabha6750 5 місяців тому +5

    Kabita tu huni Val lagise...❤❤ love you..

  • @GodhapanyMedok
    @GodhapanyMedok 4 місяці тому +1

    Love you Nayan da

  • @bikashrabha6750
    @bikashrabha6750 5 місяців тому +1

    Love you Nayan da .. kotha bor huni bahut Val lagile...❤❤

  • @sanjuofficial025
    @sanjuofficial025 5 місяців тому +5

    Nayan da apuni 🔥🔥🔥❤

  • @lakshyajyotisenapati8358
    @lakshyajyotisenapati8358 5 місяців тому +4

    Nayan da love you❤
    You are great🎉

  • @Doleyjoynash
    @Doleyjoynash 4 місяці тому +1

    Nayan da came back...jun bai❤

  • @nayanjittalukdar5080
    @nayanjittalukdar5080 5 місяців тому +5

    নয়ন দা আপোনাক আকৌ আগৰ দৰে ছাব বিছাৰো

  • @mamonisaikia39
    @mamonisaikia39 5 місяців тому

    বিয়া পটাতো নিজৰ কথা। সময় জেতিয়া আহিব নিশ্চয় হব। অকল সৰিয়া জীৱন অতি সুন্দৰ মোৰ প্ৰিয় নয়ন নিলিম কথা বতৰা অতি সুন্দৰ মজা লাগে মই নয়ন নিলিমৰ কথা বতৰাত মুগ্ধ❤❤❤❤❤❤🎉🎉

  • @aftabzamanvlogs1390
    @aftabzamanvlogs1390 5 місяців тому +2

    Love from Bangalore Nayan da... Apunak 2016'ot moi winner huwa Modelling show akhonot last log paisilu in Moran, Sibsagar. Apuni hodai bhalei thakok❤

  • @mtdsworld2258
    @mtdsworld2258 5 місяців тому +6

    নয়ন দা❤

  • @amritstudio4418
    @amritstudio4418 5 місяців тому +3

    Great nayan da❤

  • @prittyvolgs8285
    @prittyvolgs8285 5 місяців тому +2

    Nayan da kotha bur huni bhut bhal laga ,Love u Nayan da

  • @raniboro2404
    @raniboro2404 5 місяців тому +5

    Nayan da. Demfull my fvrt actor .

  • @gloryworld2464
    @gloryworld2464 5 місяців тому +18

    Still looking handsome at this point of time ❤

  • @parthajitnath6107
    @parthajitnath6107 5 місяців тому +1

    Nayan nilim daak mur bohut vaal lage ...❤❤❤

  • @Jonakbiplab
    @Jonakbiplab 5 місяців тому +6

    Only like and comments for Nayan Da ❤

  • @papayanath9512
    @papayanath9512 5 місяців тому +6

    Bor val lge❤

  • @marinavlog4708
    @marinavlog4708 5 місяців тому +12

    নয়ন তুমি এজন বহুত ভাল মানুহ তোমাৰ বিয়া খন খাবলৈ আশাৰে বাট চাই আছোঁ দেই।:

  • @BishnuramKutum-pt6tq
    @BishnuramKutum-pt6tq 5 місяців тому +3

    Nayan da❤❤❤❤❤❤❤❤ jasisu from chennai🎉🎉🎉🎉🎉🎉

  • @debendrabarman2272
    @debendrabarman2272 4 місяці тому

    Bor Xundar Alusona 👌👌👌🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @BhairabTaid-nn4ik
    @BhairabTaid-nn4ik 5 місяців тому +6

    Love you Nayan da ❤❤❤

  • @anamikars
    @anamikars 5 місяців тому +3

    তেখেতক এবাৰ হলেও লগ পাব মন গৈছে।

  • @dhrubadas5691
    @dhrubadas5691 5 місяців тому +8

    Love you nayan da❤

  • @SumiSonowalgogoi-wl1hr
    @SumiSonowalgogoi-wl1hr 5 місяців тому +6

    Mur bohut bohut priyo noyonda tekhetor mat kotha botora huni val lage ,teu jen hodai kukhole thakok ,❤❤❤

  • @Poragjyotisaikia.-su1kb
    @Poragjyotisaikia.-su1kb 5 місяців тому

    Nice. Thanks from andharpradesh nellore district. Meil.

  • @kushalrajbongshi1227
    @kushalrajbongshi1227 5 місяців тому

    Mjja lgil Nayan daa

  • @user-qh2ru3dy8m
    @user-qh2ru3dy8m 5 місяців тому +1

    অসমৰ চালমন..চালমন হওক কিন্ত অসমৰ আমিৰ নহলেই হল আৰু৷নয়নৰ শুভাকাংক্ষী মই৷

  • @anupjddas1857
    @anupjddas1857 5 місяців тому +5

    Val lagil bohu donor murat Nayan nilim k dekha paai

  • @mainirabha6502
    @mainirabha6502 5 місяців тому +4

    Dada apunak Val Lage,

  • @reenagogoi1650
    @reenagogoi1650 5 місяців тому +1

    Oti hundor

  • @Ikram1996-bv3if
    @Ikram1996-bv3if 5 місяців тому

    Bohut val lagil show tu sai ❤

  • @jeutigowala258
    @jeutigowala258 5 місяців тому

    ভাল লাগিল ❤

  • @pritikonwar3933
    @pritikonwar3933 5 місяців тому +1

    Bhal lagil nayan daak dekhi

  • @leykumarofficial3453
    @leykumarofficial3453 5 місяців тому +5

    Nice ❤️❤️

  • @monurammili7713
    @monurammili7713 5 місяців тому +3

    An untold story and hidden pain, heartbroken soul can easily feel his pain💔💔

  • @anubhavsaikia1396
    @anubhavsaikia1396 5 місяців тому +1

    Damful was the fav dialogue 🥹❤️

  • @Technicaljitu90
    @Technicaljitu90 5 місяців тому +27

    One like for nayon da❤

  • @abhishekgamerz8617
    @abhishekgamerz8617 5 місяців тому +1

    Nisoy kiba notun cenema aahi ase nayan da ❤❤.

  • @okikayastha7068
    @okikayastha7068 5 місяців тому +12

    সকলো বাদ দি আকৌ অভিনয় কৰিলে আমি ভাল পাম দাদা

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL 5 місяців тому +5

    Nice❤

  • @BharatSaikia-xq5hm
    @BharatSaikia-xq5hm 5 місяців тому

    সুন্দৰ ।

  • @user-mc1ss2uh9u
    @user-mc1ss2uh9u 5 місяців тому +1

    Tumi bahut val dada

  • @surajitgogoi6840
    @surajitgogoi6840 5 місяців тому +3

    নয়ন দা কাৰণে শেষৰ লৈকে চাইছো

  • @danswrangswargiary
    @danswrangswargiary 5 місяців тому

    bhal lagil Noyonok dekhi.....

  • @ffx4sagoryt955
    @ffx4sagoryt955 5 місяців тому +1

    Nayan dak thumbnail ot Dekhi Sabo ahisu ❤

  • @sarataxom1651
    @sarataxom1651 5 місяців тому +48

    ট্ৰেজেডী ফালি কি দেখাব বিছাৰি আছা ভাই ,??? জীৱন নিজৰ । যৌবন প্ৰেম ক্ষণতেকিয়া ।। আনৰ কাৰণে নিজৰ জীৱনৰ মূল্য বুজি নোপোৱা জন জধামূৰ্খ হয়.

    • @samarborah9160
      @samarborah9160 5 місяців тому +4

      Karubak hosa bhal puwar pisot enekuwa hole manuh enekuwa hoiye jai. It's common. Aru jibon logori je lagiboi, emnu dorkari nohoi. Biya nopotakeu manuh bohut hukhot ase. Purukh hodai purukhei. Purukhor tulona nohoi mohilar lgt ketiyau

    • @topongogoi9953
      @topongogoi9953 5 місяців тому +2

      ​@@samarborah9160right..... Pahoribole sesta kriu kisuman ktha pahoribole nuari.....mukht jiman hahi thakilau mnt dukh thaki jai....

  • @GitaDas-wy5yl
    @GitaDas-wy5yl 5 місяців тому

    Val lagil

  • @user-sm3mf5qj9o
    @user-sm3mf5qj9o 5 місяців тому +3

    Superstar Nayan nilim...Dempul❤❤❤😊😊😊

  • @arumichutiadas5004
    @arumichutiadas5004 4 місяці тому

    Bhal lagil

  • @jayantibora4386
    @jayantibora4386 5 місяців тому +2

    নয়নৰ কৰবাত আগতে সপোন বগা আঘাত বুকুত লৈ গ'ল চাগৈ।

  • @enushkulalung8138
    @enushkulalung8138 5 місяців тому +1

    Moja love u dada

  • @lakhairay2456
    @lakhairay2456 5 місяців тому +1

    ভাল

  • @Pankoj1743
    @Pankoj1743 5 місяців тому +1

    Ritushmin Dar kotha bur best vl lge ❤❤❤

  • @mayandas9581
    @mayandas9581 4 місяці тому

    Nayan dada mojaa super bor

  • @user-tc9ek3mr9g
    @user-tc9ek3mr9g 5 місяців тому

    Hundar nayan da❤

  • @user-7by
    @user-7by 5 місяців тому +6

    ❤❤❤❤

  • @munusaikia2827
    @munusaikia2827 5 місяців тому +1

    Love you dada

  • @rimjimdeka8899
    @rimjimdeka8899 5 місяців тому

    Loyal, 100%

  • @udayan0738
    @udayan0738 4 місяці тому

    Bohut val lage❤❤❤❤❤