বিশ্বজিৎ গগৈৰ নেগেৰা বাদন // BISWAJIT GOGOI //PITY BORA // PRANJAL DAS// DIHANAAM // NAGARA BADON

Поділитися
Вставка
  • Опубліковано 6 вер 2019
  • #AnupomBitupon UA-cam channelৰ তৰফৰ পৰা শিল্পী সকললৈ অফুৰন্ত মৰম আৰু শুভ কামনা জ্ঞাপন কৰিছোঁ । সাঁজ পোচাক পৰিধানৰ ক্ষেত্ৰত কিছু ত্রুটি থাকি যোৱাৰ বাবে আমি ক্ষমা প্রাৰ্থী ।🙏🙏🙏🙏 । ধন্যবাদ বন্ধুসকল । ।
  • Розваги

КОМЕНТАРІ • 1,3 тис.

  • @parthaprotimgogoi15
    @parthaprotimgogoi15 3 роки тому +55

    বহুত নেগেৰা বজালু, বহুত নেগেৰা বজোৱা দেখিবলো । কিন্তু আপোনাৰ নিচিনা আজিলৈকে দেখা পোৱা নাই। ভগৱানে কৃপা কৰক । অবশেষত কবলৈ লৈছো কৃষ্ণ 🙏🏻

  • @spk5536
    @spk5536 3 роки тому +12

    কি বাঁহীৰ সুৰ কি নাগাৰা বজাইছে অ এনে লাগিছে যেন চাইয়ে থাকিম সুন্দৰ সুন্দৰ ❤❤❤❤❤❤❤

  • @bijoykumarmusical
    @bijoykumarmusical 3 роки тому +15

    বিশ্ব দাৰ হাতৰ কি ৰগৰ কবলৈ ভাষা নাই ॥ 🙏🙏🙏🙏🙏

  • @pranabjyotigogoi5497
    @pranabjyotigogoi5497 3 роки тому +8

    শিল্পীজনৰ প্ৰতিভাক মানিছো দেই। ইমান সুন্দৰ বজাইছে।

  • @durlovesaikiachannel3286
    @durlovesaikiachannel3286 2 роки тому +13

    সচাকৈ,, ভাবিব,নোৱাৰা,, নেগেৰা ৰগৰ,, এনেকুৱা প্ৰতিভা প্ৰদৰ্শন কৰিবলৈ আমাক এখন মন্সৰ দৰকাৰ,,লগতে তেখেতৰ লগতে সকলো লৈকে,, দীঘলীয়া আয়ুৰ কামনা কৰিলোঁ।। কৃষ্ণ 🙏🙏 বৈষ্ণৱ সৱ কৃষ্ণ

  • @parthabora7594
    @parthabora7594 4 роки тому +20

    নেগেৰাই জুই লগাই দিছে .......বিশেষকৈ ৰগৰটো যে গুলি... 🤗❤

  • @user-ii7dp9ww8o
    @user-ii7dp9ww8o 3 роки тому +8

    অতি সুন্দৰ। বুজাই কব নোৱাৰা এটা সুখ পালো। ভগৱানে কৃপা কৰক। 🙏🙏🙏🙏🙏

  • @noyanmonisaikia8685
    @noyanmonisaikia8685 4 роки тому +12

    সুন্দৰ পৰিবেশন ❤ সুন্দৰ কন্ঠ❤ নেগেৰা মেইন😍😍💓

  • @gurukulamlikes6564
    @gurukulamlikes6564 4 роки тому +5

    বহুত ভাল লাগিল নাম সাৰ শুনি very nice voice God bless you . অনুপম দা ,বিতুপন দা বহুত বহুত ধন্যবাদ জনালোঁ এই videoটো আমি অধমলৈ আগবঢ়োৱাৰ কাৰণে Thank you very much all group

  • @anuragnath4642
    @anuragnath4642 3 роки тому +6

    বহুত ভাল মজা হৈচে😘👍👍🙏

  • @diputjalkataki573
    @diputjalkataki573 2 роки тому +7

    নেগেৰাৰ মাতে অসম পোৰা ৰজনজনাই দিছে বহুত ভাল বজাইছে দাদাই।

  • @nayanmonidutta9768
    @nayanmonidutta9768 4 роки тому +29

    অতি সুূন্দৰ \ নেগেৰা, বাঁহী ,নাম সকলোৱে মিলি সুন্দৰ পৰিবেশৰ সৃষ্টি কৰিলে \ সুমধুৰ বাঁহীৰ মাত ,সুন্দৰ ৰগৰেৰে নেগেৰা বাদন সঁচাকৈ অপূৰ্ব. ....

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому +1

      ধন্যবাদ ধন্যবাদ ধন্যবাদ

    • @jugaldeka.3848
      @jugaldeka.3848 4 роки тому

      বাইদেউ নমস্কাৰ। আপোনাৰ নম্বৰ টো দিব নেকি? নেলী আমচৈ নাম পাৰ্টী। ফেচবুকত দিব।

    • @nayanmonidutta9768
      @nayanmonidutta9768 4 роки тому

      @@jugaldeka.3848 নমস্কাৰ, নম্বৰটো কিয় লাগে বাৰু? এনেদৰে অপেনলি দিবলৈ অসুবিধা ...

    • @jugaldeka.3848
      @jugaldeka.3848 4 роки тому

      @@nayanmonidutta9768 যদি আপোনাৰ নম্বৰটো দিবলৈ অসুবিধা হৈছে। তেনেহলে দিব নালাগে বাৰু। কিন্তু মই বেলেগৰ দৰে দালাল নহয় ন বাইদেউ।

    • @nayanmonidutta9768
      @nayanmonidutta9768 4 роки тому

      @@jugaldeka.3848 তুমি ভুল নুবুজিবা | মই ইয়াত নম্বৰ দিলে তোমাৰ বাহিৰেও সকলোৱেই পাব, নহয় জানো | তোমাকতো মই দালাল বুলি কোৱা নাই...

  • @pranjalkalita6268
    @pranjalkalita6268 4 роки тому +83

    এনেকুৱা নাগাৰা বাদন জীৱনত দেখা নাই ...... বাহঃ বাহঃ.... কি বজাই হে.... চাই এ থাকিম যেন.. চাই এ থাকিম যেন.. যিমানেই নাচাও কিয় হেঁপাহ এ নপলাই .... ধন্য তুমি অসমী আই এইসকল অতি পাৰ্গত শিল্পীক পাই....আৰু এটা কথা কৈ নগলে আধৰুৱা হব.... এই মৰম লগা প্ৰীতি দা তো যে বৰ খুহুতীয়া দেই......

  • @AmarBarman
    @AmarBarman 4 роки тому +13

    অসমৰ কলা সচাই মনমোহা এই কলা আপুৰুগিয়া হৈ ৰওঁক বহু যুগ যুগ লৈ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @bisheswarborah5639
    @bisheswarborah5639 3 роки тому +6

    One of the best... Negera badon.. Thanks so much Biswajit Gogoi.. Really best perfomance..

  • @jadumonidas8357
    @jadumonidas8357 2 роки тому +5

    ধুনীয়া হৈছে নেগেৰা বাদন আৰু গোটেই নাম শাৰেই ভাল হৈছে 👍

  • @Dreamlife-assam
    @Dreamlife-assam 4 роки тому +6

    কৃষ্ণ...বান্ধব কৃষ্ণ।
    থৰ লাগি চাই আছো। অতি সুন্দৰ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому +1

      🙏🙏🙏🙏🙏 ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @mamoniboruahchutia5012
    @mamoniboruahchutia5012 4 роки тому +8

    মই ও এজন নেগেৰা বাদক , কিন্তু আপোনাক লাগি মই সামান্য ধুলি কনা,ভাল লাগিল

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @rumabordoloi2713
    @rumabordoloi2713 4 роки тому +2

    Bohut hundor apunaku agrohi jen dekha pai bhal lagil

  • @gayatreedeka9427
    @gayatreedeka9427 4 роки тому +7

    আজি মোৰ মনটো সচাকৈয়ে ভাল লাগিল। কিয়নো এনেকুৱা এটা সুন্দৰ অনুষ্ঠান চাব পোৱা বাবে।সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিলো।

  • @pratapsarmah2324
    @pratapsarmah2324 3 роки тому +4

    বিশ্বজিৎ গগৈ আপোনাৰ অনাগত দিন বিলাক সুন্দৰ ‌হওক, প্ৰতাপ শম্মা,

  • @jibonneog8475
    @jibonneog8475 4 роки тому +5

    অসমৰ বিহু আৰু লোকবাদ্যৰ শিল্পী সকলৰ প্ৰতিভাক এনেদৰে চিনাকি কৰি দিয়াৰ বাবে, আপোনালোকক ধন্যবাদ জনাইছো

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @user-vo9xx4nl6x
    @user-vo9xx4nl6x 2 роки тому +2

    কি সুন্দৰ বজাইছে।wonderfull

  • @bitupanphukon6329
    @bitupanphukon6329 4 роки тому +1

    Bahut....................mojja da

  • @unitedfc8150
    @unitedfc8150 2 роки тому +3

    জয় ৰাম, কৃষ্ণ ৰাম, ভগৱানে আশিৱাদ ,কৰক,

  • @user-ib2ml9fs9s
    @user-ib2ml9fs9s 4 роки тому +6

    নাম গাওঁতা জনক প্ৰনাম তেওঁ একেলগে দুয়োটা কাম অহ মাই দগছ্ বিচুৰ্তি মই, সকলোলৈকে বহু বহু মৰম ও শ্ৰদ্ধা জনালোঁ। অসমীয়া সকল কোনো দিশৰ পৰাই কম নহয় দেই

  • @nipongogoi3009
    @nipongogoi3009 4 роки тому +2

    Bishaw da logot tingkhang or Vawnat Bahi bojai silo ....Aji pregame tu sai bohut val lagil...many many Thanks

  • @nilakhisonowal5032
    @nilakhisonowal5032 3 роки тому +2

    Bohut dhuniya ...hunile huni thakib mon jai krishna 🙏🙏🙏💕💕💕

  • @borahlalit9320
    @borahlalit9320 4 роки тому +3

    কাইদৌ 🙏🙏🙏 জনাইছোঁ আপোনাক । আপোনাৰ নেগেৰা বজোৱা ভাল লাগিল । আপোনাৰ দিৰ্ঘায়ু কামনা কৰিলোঁ 🙏🙏🙏

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @jituburagohai7535
    @jituburagohai7535 4 роки тому +9

    Wonderfull performance and best contribution to build assamese rich culture to accived highest peak at international level. Keep it up

  • @dhontiraidehengiraidehengi5844
    @dhontiraidehengiraidehengi5844 4 роки тому +1

    Bohut huwad lagil kintu ..hidoi sui goise .bhut bhut Val lagile👏👏👏👌👌👌👌

  • @ipg9121
    @ipg9121 3 роки тому +1

    Big salute...nagara paribekhan kora jonoloi logote bahi bojuwa jonoloi🙏

  • @biswajyotiarandhara9402
    @biswajyotiarandhara9402 4 роки тому +3

    অতি সুন্দৰ বিশ্ব দা ।। তেওঁৰ বাদন শৈলী অতিকৈ মনোমোহা ।।শিৱসাগৰৰ বাবে গৌৰৱ আমাৰ বিশ্ব দা ।। লগতে বিতোপন দা আপোনালৈ বহুত ধন্যবাদ জনালোঁ এনেকৈ পৰিৱেশন কৰোয়াত সুবিধা কৰোৱাৰ বাবে।।

  • @dibyajyotisaikia
    @dibyajyotisaikia 4 роки тому +5

    Outstanding perdormance..
    Biswajit Pity duyujanei, mind blowing

  • @bitupongogoiyoutuberworld8888
    @bitupongogoiyoutuberworld8888 10 місяців тому +1

    হৰি হৰি । মই অবাক হলো আও

  • @subhangogoi5283
    @subhangogoi5283 4 роки тому +1

    Krishna.. Biswajit Dev. Apunar bhobishyot jibonr Protitu khyon aru adhoik agbarhi jaboloi Bhogobane humoti diyk tar kamona korilu.. Dhoinyabad thakil bahu bahu !!!!

  • @pronabjyotiduarah2601
    @pronabjyotiduarah2601 4 роки тому +41

    বিতোপন দা আপোনাৰ চেনেল টো অসমৰ প্ৰতিভাৱানলোকৰ ইণ্টাৰভিউ বোৰ চাই বহুত ভাল লাগিছে ...সঁচাকৈ অসমৰ প্ৰতিভাৱান লোকৰ প্ৰতিভাৰ অভাৱ নাই ....আৰু নতুন নতুন ভিদেও চাবলৈ পাম বুলি আশা কৰিছোঁ...
    .

  • @rajibkonwarrajibkonwar5108
    @rajibkonwarrajibkonwar5108 Рік тому +3

    বাঁহী মাত, নেগেৰা লগতে সংগী সকলো লৈ অশেষ ধন্যবাদ, কৃষ্ণ কৃষ্ণ ,,

  • @sikhatalukdar8735
    @sikhatalukdar8735 4 роки тому +2

    বাহ !বাহ ! বাহ ! কি সুন্দৰ | তুলনাবিহীন | চালে চাই থাকিবৰ মন যায় | ধন্য ধন্য তুমি অসমী আই .....

  • @niranjandas8195
    @niranjandas8195 2 роки тому +1

    Dhuniya hoise, Val lagil, moja bojaise de,

  • @sumotigogoi243
    @sumotigogoi243 4 роки тому +3

    বিশ্ব, তোমালৈ সদায়ে আশীৰ্বাদ অাছে, থাকিবও।

  • @bikisaikia8351
    @bikisaikia8351 4 роки тому +14

    ধন্যবাদ দাদা ইমান ধুনীয়া হৰিনাম এটা উপহাৰ দিয়া বাবে । ইমান ভালকৈ নেগেৰা বজোৱা মই কেতিয়াও দেখা নাই ।মোৰ বিৰাত ভাল লাগিছে । তেওঁক লৈ আৰু দুই এটা মান দিব ভিডিঅ' আৰু আপলোড দিব মই অনুৰোধ কৰিলোঁ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ 🙏🙏🙏🙏🙏

  • @amritmon7885
    @amritmon7885 4 роки тому +2

    Mojhaaa..khosa bohut val lagile apurboh....

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @biplabborgohain6542
    @biplabborgohain6542 4 роки тому +1

    অতি সুন্দৰ বহুত বহুত ভাল লাগিল ।

  • @RanjeetChangkakoti
    @RanjeetChangkakoti 3 роки тому +3

    ভাল লাগিল ❤️👍🙏

  • @rashmiphukon5552
    @rashmiphukon5552 4 роки тому +2

    হৃদয় চুই গ'ল ।কৃষ্ণ 🙏🙏🙏

  • @ultapultajd4343
    @ultapultajd4343 2 роки тому +1

    Biswjit da negera bojaise mane ru jui🔥🔥🔥🔥

  • @sumangaldutta9637
    @sumangaldutta9637 3 роки тому +5

    এ মজা

  • @binodrabha1143
    @binodrabha1143 3 роки тому +3

    শুনি থাকিলে শুনি থাকিব মন যায় ।

  • @NilutpalHBaxom
    @NilutpalHBaxom 2 роки тому

    Xosai bht dhuniya hoise jai guru sankar...

  • @rubisaikia2842
    @rubisaikia2842 4 роки тому +1

    অনুপম।বিতোপমৰ।অতি।সুন্দৰ।পদক্ষেপ।হৰি।বোল।

  • @user-ct7cb1ju4j
    @user-ct7cb1ju4j 4 роки тому +5

    ৰাতিপুৱাই মনটো ভাল লাগি গল ,,ধন্যবাদ

  • @rahulgogoi7272
    @rahulgogoi7272 4 роки тому +3

    Ratipuaii.....kiba antorkhn haat pori gol.....wahhh biswa kokai....apuni hosaiii oprotidondii...amar gaurab ohonkar @biswajit gogoi da....piti daiu bhttt hundor gaisee.....enekoie jen axomiya hongskriti protijon axomiyar hire hire biyopi thakok....biswa da, piti da,bitupan da apunaluk eaar dhojabahok❤

  • @diliphazarika4541
    @diliphazarika4541 4 роки тому +1

    Bahut val lagil Delhi t thaki eai sankator samoiot eai negera badon aaru geet hunui sakalu dukh pahori goisu

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ । সুস্থ হৈ থাকক সজাগ হৈ থাকক

  • @tanmoitagarchetia9326
    @tanmoitagarchetia9326 4 роки тому +3

    সঁচাই অতি সুন্দৰ বজাইছে,, তেওঁক সেৱা জনাইছো ।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @nituofficial5483
    @nituofficial5483 2 роки тому +3

    Love from gohpur ♥️

  • @ankurdutta3149
    @ankurdutta3149 4 роки тому +6

    We should cheerup these guys for the development of our culture

  • @bipulborah9233
    @bipulborah9233 2 роки тому

    কৃষ্ণ কৃষ্ণ, মজা ঈশ্বৰে মঙ্গল কৰক।

  • @voiceofpranabmedhipathk
    @voiceofpranabmedhipathk 4 роки тому +1

    সচাই বৰ ধুনীয়া বজাইছে,,,, মজা মজা মজা

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @swagotsyamolbora869
    @swagotsyamolbora869 4 роки тому +3

    Biswa daa.... Jharise deii eisat... Piti daa u jui 🔥

  • @ajitneog686
    @ajitneog686 4 роки тому +3

    সচা কৈ সুন্দৰ হৈচে পৰিবেসন

  • @rupamdeka9495
    @rupamdeka9495 3 роки тому +1

    Outstanding Bitupan da mon sui gol

  • @nikhilkrmohan4277
    @nikhilkrmohan4277 4 роки тому +1

    Oti hundar Val lagil. Aru..Biswajit dar. Nagera badon. Video. Bonabosun. Moi bohut Val paw Nagera .bojabo. hikisu. Krishna 🙏🙏🙏

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @travelingblogsandcultural996
    @travelingblogsandcultural996 4 роки тому +3

    বাহ! অপূৰ্ব । নেগেৰাৰ জাৰন দেখিয়ে বুজিছো , খাতি গাওঁলীয়া ডেকা ।।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому +2

      হয় হয়..ৰাম জাৰণ.....ধন্যবাদ

    • @bishwajitgogoimusical442
      @bishwajitgogoimusical442 4 роки тому +2

      Thnqu dada

    • @travelingblogsandcultural996
      @travelingblogsandcultural996 4 роки тому +1

      @@bishwajitgogoimusical442ভাদ মাহ, আমাৰ এতিয়া চিজন আৰু ন বিতুপনদা আৰু বিশ্বদা ।। গাওঁৰ পৰিবেশ গাওঁলীয়া ডেকাইহে বুজিব ।। দুয়োজন আগুৱাই যাওক ।

  • @madhujyaburagohain1308
    @madhujyaburagohain1308 4 роки тому +3

    Ultimate biswa daa...bohut besi vaal laagil...

  • @dimpalsaikia8229
    @dimpalsaikia8229 4 роки тому +1

    বহুত ধুনীয়া বজাইছে ককাইদেউ

  • @alekh-xopun989
    @alekh-xopun989 3 роки тому +1

    mon hitol hoi gol o kije hundro

  • @bhupen123gohain6
    @bhupen123gohain6 4 роки тому +6

    আপোনালোক সকলোকে অশেষ ধন্যবাদ; আপোনালোকে আমাৰ সংস্কৃতিৰ প্ৰচাৰ কৰি উন্নতি সাধনৰ যি পদক্ষেপ লৈছে অত্যন্ত সূখী অথবা গৌৰাম্বিত

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ জনাইছো 🙏🙏🙏

  • @kumudkakati1284
    @kumudkakati1284 4 роки тому +3

    সুন্দৰ

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @rajibborah8375
    @rajibborah8375 4 роки тому +2

    অতি সুন্দৰ নেগেৰা বাদন,,,জীৱনত প্রথম দেখিলো এনে নেগেৰা বাদন,,,বাঁহী,গীত সুব ধুনিয়া হৈচে |

  • @DhritimanZoomer
    @DhritimanZoomer 4 роки тому +2

    আজি প্ৰথম দেখিলো..... এনেকুৱা নাগাৰা নাম...... বহুত ভাল লাগিল।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому +1

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @sumitranjan1250
    @sumitranjan1250 4 роки тому +6

    Mozza... Reality show t jabo lage

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @mridulmech2708
    @mridulmech2708 4 роки тому +3

    Hundor moza lagise

  • @dr.binodgogoi3642
    @dr.binodgogoi3642 4 роки тому +1

    বৰ ভাল লাগিল ৷ সুন্দৰ !

  • @rhiturajgogoi8622
    @rhiturajgogoi8622 4 роки тому +1

    Biswa dar hator jadut negerakeitai pran py uthise hosakoie.... Jibonot dekha ny enekuwa negera badon...❤️

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @jengoboys3432
    @jengoboys3432 3 роки тому +4

    ধুনীয়া

  • @dwipenphukon7460
    @dwipenphukon7460 4 роки тому +5

    ভক্তি সাজযোৰ পৰিধান কৰাহেতেন সোনত সুৱগা চৰিল হেতেন ।

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      সাঁজ পোচাক পৰিধান কৰাৰ ক্ষেত্ৰত ত্রুতি থাকি যোৱাৰ বাবে আমি অশেষ দূষিত ।

  • @nipanhaxarika6322
    @nipanhaxarika6322 4 роки тому +2

    মজা বজাইচা wow

  • @pankajborah6829
    @pankajborah6829 4 роки тому +1

    Wow ki xundor bah bhut dhunia lgil xokoluke dhoinyobad

  • @BhabaBihuDAS
    @BhabaBihuDAS 4 роки тому +4

    Guli pura ...🔥🔥🔥 Logai dse pura

  • @bornalibora5348
    @bornalibora5348 4 роки тому +6

    বিশ্বজিত গগৈয়ে আামাৰ ল’ৰাৰ নেগেৰাৰ প্ৰশিক্ষক আছিল নিমাইজানৰ দ্বিজেন গগৈৰ ছাৰৰ সুৰ সমলয় কলা কেন্দ্ৰত ২০১৮ চনত ৷
    বৰ ভদ্ৰ তেখেতৰ মাত কথা ৷ ভাল লাগিল চাই ৷ সঁচাকৈয়ে হাতত যাদু আছে ৷

  • @taunardon5236
    @taunardon5236 3 роки тому +1

    সুন্দৰ লাগিল দেই

  • @nitucreation3387
    @nitucreation3387 3 роки тому +1

    Bhut dhuniya lgise negera badon ❣️

  • @sumangaldutta9637
    @sumangaldutta9637 3 роки тому +3

    বহুত ধনীয়া

  • @villagelife9307
    @villagelife9307 3 роки тому +4

    অসমৰ ডেকা ৰাখিব লাগিব জাতীয় সংস্কৃতি ।

  • @piyanwow447
    @piyanwow447 5 місяців тому +1

    প্ৰভুসকল কৃষ্ণ, নমস্কাৰ জনালো। অভূতপূর্ব,অতি সুন্দৰ।

  • @mrinilinipatowary4283
    @mrinilinipatowary4283 4 роки тому +2

    Bitupon tumar bandhujomor hahi dekhiboloi ake
    Aru sundor poribesoon Val lagile sai

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @juribaruah221
    @juribaruah221 3 роки тому +5

    Wonderful performance .Krishna 🙏🙏🙏

  • @pranjalboro1610
    @pranjalboro1610 4 роки тому +4

    Love u... All... Great job

  • @pranjalbora8855
    @pranjalbora8855 4 роки тому +1

    ধুনীয়া হৈছে , আগুৱাই যাওক আপুনি

  • @Akash_majuli
    @Akash_majuli 4 роки тому +1

    Krishna khosakoi বহুত ভাল লাগিছে বিশ্ব দা

  • @DhritiRajMohan
    @DhritiRajMohan 4 роки тому +3

    Videotuye ratipwa2 khub hundor kori tulile aji💕

  • @p.gvlogscharaideo9332
    @p.gvlogscharaideo9332 4 роки тому +3

    Faaali disaaa nageraa 😍😍😍

  • @maramidas5220
    @maramidas5220 2 роки тому +1

    Really bohut val lagil

  • @Liza-sc2hc
    @Liza-sc2hc 4 роки тому +2

    সুন্দৰ দাদা

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @mrinaldasdas6510
    @mrinaldasdas6510 4 роки тому +5

    Nagora bojuwa jonor Babi ata hit like Diya....

  • @probingogoi9151
    @probingogoi9151 4 роки тому +3

    Very good I hope more .......

  • @nituldutta4905
    @nituldutta4905 4 роки тому +1

    Bahut dhuniya lagil ...anupom da ...Bahut bahut dhanybad

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ

  • @ditimanbordoloi4673
    @ditimanbordoloi4673 4 роки тому +3

    Negera moja bojaise ❤❤❤❤

  • @rajatamuli7838
    @rajatamuli7838 4 роки тому +4

    Hori Ramo ramo ramo ram Hori ramo ramo ram ram o ram

    • @অনুপমবিতোপন
      @অনুপমবিতোপন  4 роки тому

      ধন্যবাদ জনাইছো মন্তব্য দিয়াৰ বাবে অশেষ ধন্যবাদ