খৰচাপৰিত ভাঙনি ॥নেগেৰা বাদন ॥ পংকজ বৰা ॥ How to play Negera . Basics of Neger. Pankaj Bora Tutorial

Поділитися
Вставка
  • Опубліковано 3 гру 2024

КОМЕНТАРІ • 148

  • @monjukonwar4675
    @monjukonwar4675 Рік тому +1

    বহুত সুন্দৰ লাগিল । শিকিবলে আৰম্ভ কৰিছো ।

  • @jaintybordoloi9910
    @jaintybordoloi9910 2 роки тому +3

    তোমাৰ এই পদক্ষেপক ধন্যবাদ জনাইছো । শিকিবলৈ চেষ্টা কৰি আছো । চাওঁ কিমান পাৰো ।

  • @korunjitassamesevlogs9041
    @korunjitassamesevlogs9041 Рік тому +2

    ধুনীয়া লাগিছে

  • @digantaborah9983
    @digantaborah9983 2 роки тому +1

    Hundor

  • @jurigogoi3124
    @jurigogoi3124 3 місяці тому +1

    বহুত ভাল দৰে শিকাইছে🙏

  • @krishnaborakachari1365
    @krishnaborakachari1365 2 роки тому +2

    Thank you. From. Golaghat. Merapani

  • @ankurkonwar2981
    @ankurkonwar2981 2 роки тому +2

    Bohut val lagisa aru njona kotha hikisu...

  • @zomunarajbongshiyadav2
    @zomunarajbongshiyadav2 2 роки тому +1

    আপোনাক চাই চাই মইওঁ শিকিবলৈ চেষ্টা কৰিম ভিদীওটো পাই বহুত ভাগিল 🙏🏽👍🙏🏽👌👌👌👌👍👍👍🤝🤝🤝

  • @rekhamonigogoi5063
    @rekhamonigogoi5063 2 роки тому +1

    Thank you sir , bohut xukhi hoisu , apunar progamtur pora kinsit man holeu upokit hoissu ,

  • @kalpanadutta2269
    @kalpanadutta2269 Рік тому +2

    Bhal lagil

  • @jp-gaming289
    @jp-gaming289 Місяць тому +1

    Ahpunar porah video bur sai bojabo Jona hoisu 😇😇😇tq dada xixuar karone. Pahpunar vobisotot ujol hok ai kamona 😊😊🙏🙏

  • @JunuTalukder-j5n
    @JunuTalukder-j5n Рік тому

    বহুত ভাল লাগিল মইও শিকি আছু

  • @PKmusicOfficial212
    @PKmusicOfficial212 6 місяців тому +1

    Majjjjja sir dhuniyake sikaise❤❤❤

  • @hemalatachoudhury2082
    @hemalatachoudhury2082 2 роки тому +3

    দাদা বহুতবহুত নমস্কাৰ বহু দিনৰ মুৰত দেখিলো,,বহুত ভাল লাগিল,

  • @hareswargogoi5876
    @hareswargogoi5876 Рік тому

    ধুনীয়া লাগিছে .

  • @souravj.kashyop6051
    @souravj.kashyop6051 2 роки тому +1

    ভাল লাগিল। video বনাই যাব। আমি বহুত শিকিছোঁ।

  • @PubmuraniamguriNAMGHAR
    @PubmuraniamguriNAMGHAR Рік тому

    ধন্যবাদ থাকিল

  • @SumandasMa
    @SumandasMa Місяць тому +1

    পংকজ দা গুৰু 🙏🙏

  • @sunilmunda9480
    @sunilmunda9480 Рік тому

    Agi Lage

  • @luitbaruah1507
    @luitbaruah1507 2 роки тому +1

    সুন্দৰ বাপজন।।।।।আৰু ভিডিঅ' পাম বুলি আশা ৰাখিলোঁ

  • @rimadowerah5746
    @rimadowerah5746 2 роки тому +3

    খুব সুন্দৰ পঙ্কজ, আগুৱাই যোৱা।

  • @Hello..guys.
    @Hello..guys. 2 роки тому +2

    Bohut hundarkoi bajale

  • @junusaikia9579
    @junusaikia9579 Місяць тому

    আপোনাৰ নেগেৰা বাদন বৰ ভাল লাগিছে মই শিকিবলৈ বহুত চেষ্টা কৰি আছো কিন্তু পাৰা নাই

  • @nirodakalita7455
    @nirodakalita7455 Рік тому +2

    খুউব সুন্দৰ🙏🙏🙏🙏🙏

  • @mridugaming18539
    @mridugaming18539 2 роки тому

    Dhuniya

  • @mrinalidutta2006
    @mrinalidutta2006 2 роки тому +4

    পংকজ বৰা আপোনালৈ ধন্যবাদ থাকিল। কিন্তু আপুনি নেগেৰা চাপ বিলাক লিখি দিব

    • @PankajBora.Official
      @PankajBora.Official  2 роки тому

      ধন্যবাদ 🙏🙏। আগৰ বিলাকত লিখি দিয়া আছে । এই কেইটাতহে হোৱা নাই ।

  • @probinhazarika7899
    @probinhazarika7899 2 роки тому +1

    সুন্দৰ বৰা

  • @parinitatamuli1747
    @parinitatamuli1747 Рік тому +1

    সুন্দৰ প্রতিভা , আৰু আগুৱাই যোৱা 👍

  • @junugogoi3242
    @junugogoi3242 2 роки тому +1

    Bhohut bhal lagil. Junu gogoi from sonari

  • @binodsarma9709
    @binodsarma9709 2 роки тому

    ভাল লাগিল।এক চাপৰিৰ ধিন ধিন তাক তাক কুৰুতাক ধিন এই বোলটো বজাই দিবচোন

  • @jm.mixedvlogs1593
    @jm.mixedvlogs1593 2 роки тому +1

    Khub hundor 🙏

  • @rijumonidas443
    @rijumonidas443 2 роки тому +1

    ছাৰ আপোনা লৈ বহুত বহুত ধন্যবাদ।

  • @hariprasadsarmah8884
    @hariprasadsarmah8884 2 роки тому +1

    ভাল হৈছে

  • @kailashdeka6824
    @kailashdeka6824 2 роки тому +1

    সুন্দৰ

  • @lakhibhai07
    @lakhibhai07 2 роки тому +5

    Dhuniya lagil 👌 from Tezpur Assam ❤️

  • @barnalibarman8440
    @barnalibarman8440 2 роки тому

    বহুত চেষ্টা কৰি আছো মই পৰা নাই আপুনি ইমান ধুনীয়াকৈ শিকাইছে

  • @monujnathofficial5684
    @monujnathofficial5684 2 роки тому

    Hundar from dhemaji

    • @minabarman3709
      @minabarman3709 2 роки тому

      মোৰো শিকিব মন যায় পৰা নাই বহুত আশা কৰি নেগেৰা ললো শিকোৱা মানুহ নাই

  • @mushakrajsewaashram4590
    @mushakrajsewaashram4590 2 роки тому +1

    🙏🙏🙏

  • @Astreamofwater4440
    @Astreamofwater4440 Рік тому

    Val lagil moiu bojou kintu kisu kotha etiya he gom palu

  • @morigaonvlogs7112
    @morigaonvlogs7112 2 роки тому

    Val lagise

  • @ranuborah1628
    @ranuborah1628 2 роки тому +1

    Apunak guru Mani negera hikisu asirbad koribo guru

  • @binitamili
    @binitamili Рік тому

    Nice 🥰🥰🥰

  • @ParthaChutia-t8r
    @ParthaChutia-t8r Рік тому +1

    🙏🙏🙏🙏

  • @roiumbon5172
    @roiumbon5172 2 роки тому +1

    বহুত বহুত ধন্যবাদ, আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰাৰ বাবে, কিন্তু মই নিজেহে কিমান আয়ত্ত্ব কৰিব পাৰিম নাজানো । চেষ্টা কৰিছোঁ ।

  • @palashborah_official
    @palashborah_official 2 роки тому +1

    Thnx you sir ♥️

  • @nabanitatalukdar2380
    @nabanitatalukdar2380 2 роки тому

    Dada bhut val lage apunar video bilak sai... Moi xikibo bisaru apunak keneke contact korim

  • @tailendrabaishya228
    @tailendrabaishya228 Рік тому

    বৰ সুন্দৰ নেগেৰা। কত অৰ্ডাৰ কৰিলে পোৱা যাব জনাব ।

  • @SumandasMa
    @SumandasMa 2 місяці тому +1

    পংকজ দা নেগেৰা বাহি লগত বজোৱা চাপৰ দিব চুণ 🙏🙏🙏🙏

    • @PankajBora.Official
      @PankajBora.Official  2 місяці тому

      বাঁহীৰ লগত বজোৱা বুলি নিদৃষ্ট বোল নাই । বাঁহীৰ সুৰৰ লগত খাপ খাই থকা যিকোনো বোল বজাব পাৰি ।

  • @rebatligira6787
    @rebatligira6787 2 роки тому +2

    পঙ্কজ , তুমি সদায় ফুলি থাকি তোমাৰ সুবাস বিলাই যোৱাৰ কামনা কৰিলো নেদেখা জনৰ ওচৰত। ধন্যবাদ।

    • @PankajBora.Official
      @PankajBora.Official  2 роки тому

      ধন্যবাদ 🙏🙏। আশীৰ্বাদ কৰিব ।

  • @ollartprinting5927
    @ollartprinting5927 Рік тому

    😊😊

  • @parthasbora3122
    @parthasbora3122 2 роки тому +2

    আপোনাৰ পৰা বহুখিনি শিকিব পাৰিছো । আগলৈ আৰু বহুখিনি শিকিবলৈ পাম বুলি আশা কৰিলো ।
    ❤️🙏🙏 ধন্যবাদ 🙏🙏❤️

  • @bhaskartalukdar8585
    @bhaskartalukdar8585 2 роки тому

    আমি নতুন কৈ নেগেৰা শিকি আছো। আপোনাৰ পৰা চাই কিছু উপকৃত হৈছো।

  • @siddarthadas8563
    @siddarthadas8563 2 роки тому +1

    🔥

  • @abhaynarayankonwar2725
    @abhaynarayankonwar2725 2 роки тому +1

    Nice 👏

  • @GitaBezbaruah-fp8uy
    @GitaBezbaruah-fp8uy Рік тому

    Bahut val legal moi Toro para nai

  • @rkorko8702
    @rkorko8702 2 роки тому +1

    ❤️

  • @dhananjoysaikia3089
    @dhananjoysaikia3089 Рік тому

    Khar sapori diba soun

  • @bhaskartalukdar8585
    @bhaskartalukdar8585 2 роки тому

    আৰু বহু খিনি শিকিবলৈ পাম বুলি আশা কৰিলো।

  • @mrinalassamnk.3365
    @mrinalassamnk.3365 Рік тому +1

    ❤❤ বহুত সুন্দৰ 🙏 কিবা অলপ শিকিবলৈ পৰিলোঁ 🙏🙏💐

  • @JunmoniBez
    @JunmoniBez Рік тому

    Moi AK saporito olap khut thake olp lahekoi dekhai diba

  • @bulbulrajbongshibulbulrajb2940
    @bulbulrajbongshibulbulrajb2940 2 роки тому +1

    নাহিছে অ দাদা। হেঁপাহ থাকি যাব যেন লাগিছে

    • @PankajBora.Official
      @PankajBora.Official  2 роки тому

      পাৰিব পাৰিব । চেষ্টা এৰি নিদিব 🙏

  • @dalidasasomiya7029
    @dalidasasomiya7029 2 роки тому +1

    Nice ❤️👍👍👍👍

  • @rekhagogoi8827
    @rekhagogoi8827 Рік тому +2

    আপোনাৰ ফুন নম্বৰ টো দিব বৰ ভাল লাগিলে

  • @ujjalflutesinger3153
    @ujjalflutesinger3153 2 роки тому +1

    Sir tini sapor Dibo sun

  • @PolashiBorahofficial
    @PolashiBorahofficial Рік тому

    Buji Naipuwa. Olp jotil paisu.mur kintu bht hikiboloi mon ase.

  • @DipikaKonwar-xp1xs
    @DipikaKonwar-xp1xs 10 місяців тому

    Lahakoi Baguyatu dakhuyak son

  • @makhanisaikia1155
    @makhanisaikia1155 Рік тому +1

    Mor bhot kholib mon jai

  • @mrinalidutta2006
    @mrinalidutta2006 2 роки тому +2

    পংকজ বৰা আপোনাৰ নেগেৰা চাপ বিলাক মোৰ শিলে মন আছে কিন্তু মই নেগেৰা বজাছো পৰা নাই কি কৰিলে পাৰিম চাপ কিটা অলপ লিখ দিব

    • @PankajBora.Official
      @PankajBora.Official  2 роки тому

      ধন্যবাদ 🙏🙏। আগৰ বিলাকত লিখি দিয়া আছে । এই কেইটাতহে হোৱা নাই ।

  • @ratulrajchangmai2503
    @ratulrajchangmai2503 2 роки тому

    পংকজ দাদা মোৰো খোল,নেগেৰা শিকিব বহুত আগ্ৰহ,কিন্তু মই শিকিব পাৰিম নি

  • @kalpajyotiborah996
    @kalpajyotiborah996 Рік тому

    মধ্যম পদৰ বাজনাখিনিও শিকাবচোন দাদা

  • @preetamduarah2127
    @preetamduarah2127 2 роки тому +1

    চাৰ দিহা নামত বিলমবণত তিনিটা মাত্ৰা ৰাখি এটা চাপৰি নেগেৰাত কেতিয়া চাপৰি ধৰিব লাগে আৰু কেতিয়া এৰিব লাগে শিকাই দিব ঢোন চাৰ ।

  • @labakalita3181
    @labakalita3181 2 роки тому

    খৰ চাপোৰিৰ ভাঙনি কেইটা কোন ফালে কেইবাৰ বজাব লাগে দেখায় দিব ছোন sir

  • @অসমীয়াসংস্কৃতিAchintaofficial

    নেগেৰা ত খৰচাপৰি কেনেকৈ বজাব যি সকলে নতুন কৈ শিকিছে

  • @rajibrajbongshi3254
    @rajibrajbongshi3254 2 роки тому +1

    দাদা, মই এটা কা্ৰণতে নাগাৰা বজাব নাজানো
    এই যে বজাওঁতে কঁপনিটো উঠে সেইটো নিজে কঁপাব লাগে নে অনায়াসে আহি যায় !!? কমেণ্ট কৰি জনাব চোন !

  • @minalahan9176
    @minalahan9176 Рік тому

    Khor,talor,vagone,diok

  • @sunilmunda9480
    @sunilmunda9480 Рік тому

    Bohemia fulwa juaa Nagra Tu Lage

  • @protimgogoi4317
    @protimgogoi4317 Рік тому

    পংকজ খৰচাপৰিটো কাহাৰবা তাল নে খেমতা তাল

  • @chinmoysaikia7353
    @chinmoysaikia7353 2 роки тому +1

    Palu

    • @PankajBora.Official
      @PankajBora.Official  2 роки тому

      👍👍

    • @Dhrismita570
      @Dhrismita570 2 роки тому

      @@PankajBora.Official মোক নাম ৰিনা বৰুৱা। ঘৰ _লক্ষ্মীমপুৰ।মৈধমীয়া । ডাক_/মৈধমীয়া। মোক নেগেৰা শিকিবৰ বহুত মন আছে । আজিহে গম পালে যে তুমি ইউ টুপ বহু মানুহক শিকাই আছা । গতিকে গুৰুৰ নোকোৱাকৈ বা নোসোধাকৈ যিকোনো কাম কৰিব নাপাই । গতিকে তোমাকে গুৰু মানি আজিৰ পৰা মইওঁ।শিকিম । তুমি আশীৰ্বাদ কৰিবা যাতে শিকিব পাৰো ।

  • @manashranjan7571
    @manashranjan7571 Рік тому

    প্ৰতিযোগীতামূলক বিলম্বীত লয় বিষয়ে অলপ জনাব ছোন ।
    ঘিন S ঘিন S তাক S তাক S কুৰু ........তাকো গোদো

  • @bimanlaskar5053
    @bimanlaskar5053 Рік тому +1

    Dada moi sesta korisu para ni 😢

  • @PubmuraniamguriNAMGHAR
    @PubmuraniamguriNAMGHAR Рік тому

    বিলম্বিত চাপৰটো ভালকৈ পৰা নাই অনুগ্ৰহ কৰি অলপ দীঘলীয়াকৈ বজাই থাকিলে বজাব পাৰিম বুলি ভাবিছোঁ ।

  • @digantaburagohain3602
    @digantaburagohain3602 Рік тому +1

    ঢোলৰ( মাত`টা) ৰ বিষয়ে জানিব পাৰিলে ভাল আছিল, কাৰণ এই মাত 'টা কেনেকৈ চাই গম নাপাওঁ। বা কি দৰে গননা কৰিব পাৰে তাৰ বিষয়ে থুলমূলকৈ কব নেকি বাৰু??

    • @PankajBora.Official
      @PankajBora.Official  Рік тому +1

      নিশ্চয় দিম । এইকেইদিন অলপ ব্যস্ত আছো🙏🙏

    • @digantaburagohain3602
      @digantaburagohain3602 Рік тому +1

      @@PankajBora.Official শদিয়াৰ পৰা মৰম যাচিলোঁ দাদা,

    • @PankajBora.Official
      @PankajBora.Official  Рік тому

      Dhonyabad 🙏🙏

  • @nripendranathray6864
    @nripendranathray6864 2 роки тому +1

    Please speak nagara bol

    • @PankajBora.Official
      @PankajBora.Official  2 роки тому

      Already uploaded a video with 25 different bools . Please find and comment me.

  • @junusaikia9579
    @junusaikia9579 Місяць тому

    চালিত কেইবাৰ বজাব লাগে কৈ দিবচোন

  • @tailendrabaishya228
    @tailendrabaishya228 Рік тому

    কৃষ্ণ বাপ আপোনাৰ ফোন নম্বৰটো দিব নেকি।

  • @JitenGohain-o4i
    @JitenGohain-o4i Рік тому

    Pankaj da Phone number পালে ভাল পাম ❤🎉

  • @ParthaChutia-t8r
    @ParthaChutia-t8r Рік тому +1

    🙏🙏🙏🙏

  • @seemachalihasvlogs9473
    @seemachalihasvlogs9473 Рік тому

    🙏🙏🙏