Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 187 || 09.07.2024

Поділитися
Вставка
  • Опубліковано 8 лип 2024
  • Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
    Follow Rengoni TV :-
    Facebook: / rengonitv
    UA-cam: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #entertainmentchannel
  • Розваги

КОМЕНТАРІ • 497

  • @Sayanika990
    @Sayanika990 14 днів тому +540

    "গুণ গুণ কথা মৰমৰ"প্ৰথম খণ্ডৰ পৰা কোনে কোনে চাই আছা। লাইক এটা কৰি যোৱা...❤

  • @tulugogoi388
    @tulugogoi388 14 днів тому +391

    পদ্মাক কোনে কোনে বেয়া পাই👍👍👍 কৰিব

  • @user-ct2bu5bs4c
    @user-ct2bu5bs4c 14 днів тому +251

    গুণ গুণ আৰু অধিৰথৰ বাবে এটা like কৰি দিব 😊❤😢

  • @dipankarbordoloi4935
    @dipankarbordoloi4935 14 днів тому +99

    ইমান ধুনীয়া এখন আবেগিক ধাৰাবাহিক আমালৈ উপহাৰ দিয়াৰ বাবে মন্দিৰা বা লৈ বহুত বেছি ধন্যবাদ জনালোঁ 😢😢😢

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 14 днів тому +357

    গুনগুন কথা মৰমৰ চাবলৈ অপেক্ষা কৰি থকা সকলে এটা 👍 কৰি দিব । ❤❤

  • @tikharani6956
    @tikharani6956 14 днів тому +136

    গুণ গুণক কোনে কোনে ভাল পোৱা like koriba ❤

  • @user-ub5lo2om3j
    @user-ub5lo2om3j 14 днів тому +137

    পদ্মাক কোনে কোনে বেৰা পোৰা লাইক কৰিবা

    • @user-ct2bu5bs4c
      @user-ct2bu5bs4c 14 днів тому +2

      বেৰা পুৰা নহৈ ও বেয়া পোৱা

    • @RahulKonwar-xd2rx
      @RahulKonwar-xd2rx 13 днів тому

      বেৰা পোৰা নহয় বেয়া পোৱা ৷

  • @BigyanJyoti
    @BigyanJyoti 14 днів тому +98

    নহৈ অ পদ্মা খুৰিৰ অসংকাৰ নহৈ এগৰাকী মাতৃ হিচাপে এইয়া তেওঁৰ দায়িত্ব ,কিয়নো এটা কথা মন কৰা। তাইৰ মাক নোহোৱা হলে, হেই ভাল গুণৰ শিক্ষা গুণ গুনে নাপালে হেঁতেন আৰু হেই ভাল পথৰ শিক্ষাই কষ্ট কৰি তাই হেই চাকৰি টো পাইছিল আৰু হেই কষ্ট পদ্মা খুৰীৰ শিক্ষা আৰু গুণ গুণৰ শ্ৰৱণ আৰু আয়তৰ যোগেদি হেই জ্ঞান গুণ গুণে আহৰণ কৰিছিল । ভাল পথে গৈ মানুহৰ সকলো বিপদ দুৰ কৰি বলৈ । আপোনালোকে মোক বেয়া নাপাব দেই মই যিমান দুৰ বুজি পাইছোঁ হেই ভাল পথৰ দিশেৰে চাই হে কৈ চু । এগৰাকী মাতৃয়ে তেওঁৰ কন্যা বা পুত্ৰৰ বেয়া গুণ হোৱা টো কেতিয়াও নিবিচাৰে । গুণ গুণৰ কষ্টৰ ফল হেই বানে উটুৱাই নিয়াকৈ উটুৱাই লৈ গল আধিৰথে। আপোনালোকে এবাৰ মাতৃ ৰ দিশৰ পৰা ভাবক । মই আকৌ লৰা দেই মোৰ মাই যি হিকাইছে আজিলৈ কে মই হেই শত পথৰ জ্ঞান লৈ হে এই কথা খাৰ কৈছোঁ । হৈ সঁচা ভাল পোৱা আশাৰ স্মৰণীয় কিন্তু মাতৃত্যৰ দিশত শুদ্ধ আৰু শত পথৰ ৰাস্তাত খোজ দিবলৈ ভাল পোৱাও শাৰী যাব ভাল পাবলৈ মা দেউতাই শিকাই প্ৰেম নামৰ চৰিত্ৰ ই নহৈ শিকাই কেৱল মাতৃ আৰু পিতৃ । বাৰু byyyy কৰবাত কওঁতে যদি ভুল হৈ মোক ক্ষমা কৰি দিব দেই আজিলৈ আহিছোঁ next episode ৰ বাবে আশা কৰিম by 🌛💌😊

    • @pankajdaspankajdas4895
      @pankajdaspankajdas4895 14 днів тому

      শুদ্ধকৈ লিখিবলৈ চেষ্টা কৰ মূৰ্খ।অসমীয়া লিখি দেখুৱাইছ,

    • @dharmendranath6232
      @dharmendranath6232 14 днів тому +1

      Everything is misunderstanding

    • @Sunu-11
      @Sunu-11 14 днів тому +4

      Tumi khosa koisa 😮

    • @BigyanJyoti
      @BigyanJyoti 14 днів тому

      @@pankajdaspankajdas4895 oh sory Mr pankaj lukok kuwar agote nijor language senged kora hy tar pasot muk koba moi mur hobdo nisoi hudho korim

    • @sangitahaloi48
      @sangitahaloi48 14 днів тому

      Aitu o hoi

  • @misingaaobhaskar5199
    @misingaaobhaskar5199 14 днів тому +18

    বিয়াখন নহ'ব গৈ তাৰ মানে , বৰ দুখ পালোঁ লিখা জনক।

  • @cbdatta7841
    @cbdatta7841 14 днів тому +27

    পদ্মা সকলো কথাতে আকোৰগোজ । গৰুক কোবোৱাতো আকোৰগোজ আছিল । তেতিয়াৰ পৰাই সকলো খেলিমেলি । ৪০ হেজাৰ টকা বিছাৰি ভিক্ষা কৰি ফুৰোতে সন্মান যোৱা নাছিল। এতিয়া বিৰাট সন্মান বিছাৰিছে । তেওঁ স্বাৰ্থপৰ । সেয়ে উপকাৰীক পাহৰিলে ।অধীৰথৰ পৰা প্ৰকৃত তথ্য জানিবলৈ এদিনো চেষ্টা নকৰিলে । সেয়ে তেওঁ অন্ধ হৈয়েই থাকিল ।তেওঁ আচলতে মহা অহংকাৰী । কথাবোৰ বহুত ওপৰত কয় ।অহংকাৰীৰ আত্মসন্মান নাই ।সেয়ে সন্মান বিছাৰি লাভো নাই ।

  • @rajumili3124
    @rajumili3124 14 днів тому +5

    Gungun r mak eman beya 😢😢 kun kun beya pai comment kora

  • @Tanushree46755
    @Tanushree46755 14 днів тому +16

    পদ্মাৰ অভিনয় 💯❤.... কন্দোৱাই দিলে পাই😢

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 14 днів тому +35

    একো ভাল লগা নাই, কাৰণ এজনী মাকে ছোৱালী জনীক অস্ত্র হিচাবে ব্যৱহাৰ কৰি অধিৰথৰ পৰা সহায় লৈ আজি সেই জনী মাকে এদিনৰ চিনাকি লৰালৈ বিয়াৰ সিদ্ধান্ত লৈছে। অনুৰাগ! অনুৰাগ কেৱল পদ্মাৰ অনুৰাগ। সমাজত আচলতে ভাল মেচেজ দিব বুলি ভাবিচিলো কিন্তু ভেটি খালে পদ্মা জনীয়ে

  • @monikhakonwar.380
    @monikhakonwar.380 14 днів тому +8

    গুণ গুণ চিৰিয়েলখন মই বহুত ভাল পাওঁ কিন্ত মাকৰ অহংকাৰ অলপ বেচি হোৱা যেন লাগে ৷

  • @digantarajbongshi4148
    @digantarajbongshi4148 14 днів тому +18

    অধিৰথৰ আগৰ সহায়ৰ কথা পাহৰি গুণ গুণ ক আনৰ লগত বিয়া দিব খোজা মাক জনী তেল ঢালি মৰি থকাই শ্ৰেয়।

  • @Ridhiborgohain
    @Ridhiborgohain 14 днів тому +41

    Gun gun serial khnr lgt kar kar mile😥 hunkale kok dilei sbo lage☺️

  • @NityaThengal
    @NityaThengal 14 днів тому +50

    ৰাসলীলা খন কোনো কোনো ভাল পোৱা লাইক ❤

  • @dipaphukan61
    @dipaphukan61 14 днів тому +6

    Padma khurie gungunok black mailing korile jen lagise dei 😊

  • @NityaThengal
    @NityaThengal 14 днів тому +88

    গুণ গুণ খন কোনো কোনো ভাল পোৱা লাইক ❤

  • @rinjuneog5461
    @rinjuneog5461 14 днів тому +8

    গুণগুণে মাকৰ কথাটো গুৰুত্ব দিয়াটো ভাল বুলি অনুভৱ হৈছে কিয়নো অধিৰথক তাই মাজত পাইছে কিন্ত মাকক -------

  • @MainaPegu-ib2fg
    @MainaPegu-ib2fg 14 днів тому +2

    Like for Gungun and Adirot but dislike for Padma

  • @dipaphukan61
    @dipaphukan61 14 днів тому +3

    Excited to next episode ❣️💚❣️

  • @princhipriyagogai2770
    @princhipriyagogai2770 14 днів тому +12

    এনেকোৱা ছিৰিয়েল ৰ এইকেইটা খণ্ড দেখুৱাই সমাজত যাতে কূ প্ৰভাৱ নপৰে। এটা কূটনৈতীক চৰিত্ৰ ৰ বাবে দুটা জীৱন ধ্বংস হ'ব কি যে অদ্ভূত ছিৰিয়েল 😂😂😂😂

  • @soshikantakalita7776
    @soshikantakalita7776 14 днів тому +7

    কাইলৈ বেয়া লাগিব বহুত😢😢😢

  • @dipaphukan61
    @dipaphukan61 14 днів тому +10

    Adhirath ru Gungunor somporko 2 - Radha Krishna kahini tur dore hobo goi jen lagise oboseshot ❤

  • @JagadishKalita-j4g
    @JagadishKalita-j4g 14 днів тому +3

    Gun gun Serial Mur jaan hoi ❤❤❤

  • @rohanpo
    @rohanpo 14 днів тому +7

    Anu mur ma❤❤tmr karone sau Gungun

  • @user-lr7zq6il8u
    @user-lr7zq6il8u 14 днів тому +2

    Uff ki Kom aru 😢..
    Kali le waiting 😊

  • @user-dt5wy1me5w
    @user-dt5wy1me5w 14 днів тому +6

    গুণ গুণ কথা মৰমৰ চিৰিয়েলখন চাই বহুত কথাই বুজি পালোঁ এই ধাৰাবাহিকখন চাই কোনে কি বুজি পালে লাইক এটা কৰি দিবা

  • @BipulKaman-cx3dd
    @BipulKaman-cx3dd 14 днів тому +52

    Gun gunk Kune Kune val puwa like koriba

  • @user-is6nh7bo2m
    @user-is6nh7bo2m 14 днів тому +5

    Hekh hle bht miss krim😢

  • @biswajitdas7392
    @biswajitdas7392 14 днів тому +24

    গুন গুনৰ বাবে এটা লাইক।

  • @ManakhiChutia-d6b
    @ManakhiChutia-d6b 14 днів тому +2

    এই মাক বোৰ যে ভালেই কৰে নে বেয়াই কৰে একো কৰি ধৰিবই নোৱাৰি 😢।

  • @user-bs8kk3rs8q
    @user-bs8kk3rs8q 14 днів тому +2

    ❤❤❤mojja ❤❤😢😢😢

  • @Abcassamese
    @Abcassamese 14 днів тому +7

    আহি গল গুণগুণ 😅😅😅😅😅

  • @binapanirajkhowa7607
    @binapanirajkhowa7607 14 днів тому +1

    gungun,podma,adhiroth.👌👌👌❤❤❤

  • @LakhyaJyoti-d7d
    @LakhyaJyoti-d7d 14 днів тому +18

    Gungun kotha moromor bhout val lagisa Sai 👌👌👌

  • @Klpna-tp6rv
    @Klpna-tp6rv 14 днів тому +3

    My favourite😊🤗

  • @user-is6nh7bo2m
    @user-is6nh7bo2m 14 днів тому +2

    ❤❤

  • @RijuHazarika-hv2tt
    @RijuHazarika-hv2tt 14 днів тому +4

    Gun gun or makor uporot kar kar khong uthise like kora..🥲😤

  • @dipaphukan61
    @dipaphukan61 14 днів тому +9

    Waiting 💞 for 💙 today 💞 episode 💞💙💞

  • @Rituparnadas_Official9
    @Rituparnadas_Official9 14 днів тому +2

    Bohut val hoisil seirel khon sabo loi❤❤❤p❤p❤

  • @BirenSaikia-ds4vx
    @BirenSaikia-ds4vx 14 днів тому +3

    ❤❤😘

  • @user-vu5gj2er3m
    @user-vu5gj2er3m 14 днів тому +4

    মোৰ বহোত পিয় আৰু নাহৰ এই দুখন ধাৰাবাহিক চাই আছো শেখলৈকে❤️❤️❤️

  • @DebokantaMoran
    @DebokantaMoran 14 днів тому +5

    Podma pagol hl nki

  • @RashmiBorgohain-e4j
    @RashmiBorgohain-e4j 14 днів тому +2

    Pdma ovinoi khub hundr hoise

  • @OfficialDipalipapuassam
    @OfficialDipalipapuassam 14 днів тому +4

    Gungun ba karone ata like kora ❤

  • @GitamoniDevi-iv9ur
    @GitamoniDevi-iv9ur 14 днів тому +3

    Gungun bai odhirthoke pabo lage tetiyahe val lagibo

  • @JaanmonigogoiGogoi-un8qr
    @JaanmonigogoiGogoi-un8qr 14 днів тому +13

    Waiting ❤❤

  • @tutukathar8685
    @tutukathar8685 14 днів тому +6

    Podmai odhirothok ata kthar karne besi beya pabo loga hl krn gun gunr sakorir ktha2 koute odhirothe guruto nedil aru sakoritur ktha dc sirk lg dhora ktha asil khei dina odhirothe nahil khei karne podmai odhirothok besi beya pabo lga hl jodi podmai odhirotok sakorir ktha koute guruto dile hoi ba gun gunr lgt dc sirk lg dhoribo gole hoi tetiya beya napale hoi sage mur mote

    • @Sunu-11
      @Sunu-11 14 днів тому

      Tumi khosa koisa

  • @sunaliborah9555
    @sunaliborah9555 14 днів тому +7

    Moi podmak bohut baya paisu 😢😢😢😢গুণগুণ tume odherotor hbo lagebo

  • @Kalpanapathak-u9h
    @Kalpanapathak-u9h 14 днів тому +1

    Mojja ❤❤❤

  • @Monikonch-mh1sw
    @Monikonch-mh1sw 14 днів тому +1

    Waiting for next episode❤❤❤

  • @villagerboy7281
    @villagerboy7281 14 днів тому +5

    সঁচাকৈ চিৰিয়েল বহুত বহুত ভাল লাগিছে....

  • @NityaThengal
    @NityaThengal 14 днів тому +71

    বেহাৰবাৰি খন কোনো কোনো ভাল পোৱা লাইক ❤

    • @RahulKonwar-xd2rx
      @RahulKonwar-xd2rx 13 днів тому

      বেহাবাৰী মই ভাল পাওঁ আৰু এতিয়া গুণ গুণ কথা মৰমৰ

  • @manykalita8889
    @manykalita8889 14 днів тому +4

    গুণ গুণ চাই ভাল লাগিল ।❤❤❤❤❤❤❤❤❤❤❤💋💋💋💋💋💋👍👍👍👍💔💔💔

  • @user-ph9id4qb9s
    @user-ph9id4qb9s 14 днів тому +3

    গুণ গুণ ❤❤❤❤❤

  • @mintubora5516
    @mintubora5516 14 днів тому +9

    Good by gungun kotha মৰমৰ like please 🙏

  • @rajeswarkonch592
    @rajeswarkonch592 14 днів тому +15

    Kune kune wait kori asa like kora😊

  • @anirbanchetia9874
    @anirbanchetia9874 13 днів тому +2

    অধিৰথতকৈ মাকৰ ত্যাগ বেছি. . . পদ্মাই যিমান কৰিছে গুণগুণৰ বাবে কৰিছে . . অধিৰথে তাৰ 1% হে কৰিছে. . নিজৰ মাকক দুখ দি ছোৱালী কাঢ়ি পলোৱাই অনাটো ভুলেই নহয়. . পাপ হয়. . . হব পাৰে সচা ভালপোৱা কিন্তু মাক-দেউতাকক কষ্ট দি কোনেও সুখী হব নোৱাৰে

  • @_Kashyap_art.studio_
    @_Kashyap_art.studio_ 14 днів тому +6

    Waiting 😴💤💤💤😴😴

  • @urbalasingha3549
    @urbalasingha3549 14 днів тому +2

    ❤❤❤❤❤

  • @rubidas342
    @rubidas342 14 днів тому +1

    Waitting for next episode 🤞👍

  • @BinudChetiaandabhijitchetia
    @BinudChetiaandabhijitchetia 14 днів тому +3

    😮Gungun Ari adhirotholoi bohut bohut dhoiniybad thakil🎉❤🎉

  • @RUMIRAY-ge7qx
    @RUMIRAY-ge7qx 14 днів тому +9

    I love you gungun ba❤❤

  • @user-sr6el9mc1e
    @user-sr6el9mc1e 14 днів тому +1

    ❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉

  • @user-ul6fj9qq8z
    @user-ul6fj9qq8z 14 днів тому +2

    ভাল লাগিছে 😮😊😅

  • @madanborah8768
    @madanborah8768 14 днів тому +5

    Hi

  • @MunmiSaikia-nn6zc
    @MunmiSaikia-nn6zc 14 днів тому +1

    Padma u r great actor

  • @user-wd4cv5ek9n
    @user-wd4cv5ek9n 14 днів тому +7

    Adhirathor karone kar kar dukh lagise aji like kora

  • @minaliofficial1843
    @minaliofficial1843 14 днів тому +3

    Gungun r ajir episode tu sai mur sokur pani rokhabo nuwarilu oo😢😢😢😢😢😢 emane emotional

  • @Monish-s2h
    @Monish-s2h 14 днів тому +3

    ❤❤Ajir. Gungun. Sai. Bhut. Vall. Lagill❤❤❤

  • @rinkubora6349
    @rinkubora6349 14 днів тому +1

    Nice and beautiful v.v.v.

  • @swapnalisarmah7081
    @swapnalisarmah7081 14 днів тому +3

    Gungun jonir karone kar kar dukh lagise baru😢

  • @ChandanGogoi-qb7ew
    @ChandanGogoi-qb7ew 13 днів тому

    Bohut miss korim gun gun kotha moromok❤🎉🎉

  • @user-tg1hk2ig3i
    @user-tg1hk2ig3i 14 днів тому +6

    Roi asu saboloi

  • @dimpicreation4856
    @dimpicreation4856 14 днів тому +7

    প্ৰিয় ধাৰাবাহিক ❤

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 14 днів тому +8

    প্ৰিয় ধাৰাবাহিক 💗💗💗

  • @bhairabsaikia836
    @bhairabsaikia836 14 днів тому +14

    Hiyar apahi gulap khne dhuniya hoise kune kune sai ase like koribo

  • @DilipSaikia-bh1st
    @DilipSaikia-bh1st 14 днів тому +2

    Nice gungun

  • @niharikanisch8436
    @niharikanisch8436 14 днів тому +3

    Gungun khon bor dukh hoi house 😢😢😭😔

  • @dipaphukan61
    @dipaphukan61 14 днів тому +2

    Petlak Kunja baideu hote oboseshot khyoma kori dile goi 😊

  • @sunaliborah9555
    @sunaliborah9555 14 днів тому +18

    😢😢😢😢অধিৰথ daak kuna kuna vl puya like koreba আৰু গুণগুণ হব lagebona like kora moi besaru😢😢😢😢😢😢

  • @rbrahul2997
    @rbrahul2997 14 днів тому +12

    গুণ গুণৰ কাৰনে এটা লাইক কৰিব

  • @AdisutiAO
    @AdisutiAO 14 днів тому +2

    ❤❤❤

  • @Ghunasuti
    @Ghunasuti 14 днів тому +7

    Gungun sabor karone Kune Kune roi thaka

  • @hiyamouvlogs6999
    @hiyamouvlogs6999 14 днів тому +2

    I❤❤❤

  • @SajidAli-ou5xe
    @SajidAli-ou5xe 12 днів тому +1

    Gun gun xotom hole bohut beya lagi bo😢😢

  • @Dipika1234-vm5ie
    @Dipika1234-vm5ie 14 днів тому +17

    গুণ গুণ বাৰ অধিৰথ দাদা বিয়া হবনে

  • @GitamoniDevi-iv9ur
    @GitamoniDevi-iv9ur 14 днів тому +2

    Gun gun ba aro odhirth dai bohut vl obhinoi korise sai thakute soku pani ulai goise.i love you

  • @user-sr6el9mc1e
    @user-sr6el9mc1e 14 днів тому +2

    😊😊😊😊

  • @momimedhi8183
    @momimedhi8183 13 днів тому

    Emn vl lagil...bht dux o lagil😢

  • @NishitaRishita
    @NishitaRishita 14 днів тому +2

    Good night🌃🌃❤😢

  • @AssamMadhavgamer
    @AssamMadhavgamer 14 днів тому +1

    Nice😘❤

  • @DipamoniGuwala
    @DipamoniGuwala 14 днів тому +8

    Good night gays

  • @moinabakti2707
    @moinabakti2707 14 днів тому +6

    Nice 👍

  • @dream_travel143
    @dream_travel143 14 днів тому +3

    Waiting for new episode 😢

  • @tutumonisaikia3432
    @tutumonisaikia3432 14 днів тому +1

    Gungun❤❤💯💯💯💯

  • @VKcreations1841
    @VKcreations1841 14 днів тому +1

    Like for boys adhiroth

  • @KalyandeepSaikia150-ys2vh
    @KalyandeepSaikia150-ys2vh 14 днів тому +3

    Waiting🎉❤❤