"Team বিদুৰভাই"ৰ সৈতে বাৰ্তালাপ।

Поділитися
Вставка
  • Опубліковано 22 сер 2024
  • Contact with Chakrrapanni Parashar on
    📷 Instragram: ....
    🚀Facebook : / chakrrapanni. .
    ✅Main Channel : / @baartalaap .
    👱‍♂️Vlog Channel : / @chakrapaniparash. .
    ...................................
    / baartalaapme. .
    For Business Enquiry Email :-Baartalaapofficial@gmail.com
    Show Enquiry : 8472051224
    / baartalaap
    / baarta_laap
    / baartalaapdotin
    baartalaap.in/
    #chakrapaniparashar #baartalaap #assameseinterview #assamesepodcast

КОМЕНТАРІ • 687

  • @prachurjyatalukdar8447
    @prachurjyatalukdar8447 Місяць тому +130

    বিদুৰভাই টীমটো বহুত শক্তিশালী।
    এইটোৱে তেওঁ‌লোকৰ শক্তি।
    শুভেচ্ছা সদায় থাকিব।

  • @abinashsarmahtravelwithabh9010
    @abinashsarmahtravelwithabh9010 Місяць тому +84

    এ বৰপাত্ৰ‌ দা জুই 🔥
    গোলাঘাটীয়ান Warriors......
    ❤ Team BIDURBHAI 🎉

  • @ritahazarika6108
    @ritahazarika6108 Місяць тому +47

    বিদুৰভাই চাবলৈ আগ্ৰহী হৈ আছো ৷সুব্ৰতৰ বিষয়বস্তু বোৰ সুকীয়া গাওঁত সচৰাচৰ হৈ থকা ঘটনাবোৰকে কাহিনী আকাৰে দেখুৱাই সেইবাবে ভাল লাগে ৷আটাইকে শুভকামনা জনালো৷👍

  • @achyutdutta2458
    @achyutdutta2458 28 днів тому +68

    বাস্তৱ সমসাময়িক ছবি বিদূৰভাই,বহুত ভাল লাগিল ।আৰু আটাইতকৈ ভাল লগা সংলাপটো হৈছে:-"মহাভাৰত"ৰ বিদূৰৰ কথা জান?
    শ্ৰীকৃষ্ণই দিয়া আটাইতকৈ শক্তিশালী ধনুখন থকা সত্বেও পাণ্ডৱৰ হৈও যুঁজিব নোৱাৰিলে,পৰিস্থিতিয়ে নকলে আৰু কৌৰৱৰ হৈও যুঁজিব নোৱাৰিলে, বিবেকে নকলে।একেদৰে আমিও সেই বিদূৰৰ দৰেই,ভাল মানুহ হব নোৱাৰিলো পৰিস্থিতিয়ে নকলে,বেয়াও হব নোৱাৰিলোঁ,কাৰণ বিবেকে নকলে ।
    "বিদূৰভাই"ৰ দৰে এখন ছবিত যে এনেকুৱা এক সংলাপ।উফ,,,,Love you all Bidurbhai Team❤❤

    • @nilkamalbhuyan9507
      @nilkamalbhuyan9507 27 днів тому +3

      প্ৰথম বাৰৰ বাবে তেনেকুৱা এটা সংলাপ শুনিবলৈ পালো, জোঁকাৰি গ'ল

    • @bhabanitakalita4942
      @bhabanitakalita4942 22 дні тому +3

      আৰু আমাৰ হাত ত থকা অস্ত্ৰ পাত Vote "

    • @babygogoi2357
      @babygogoi2357 18 днів тому +2

  • @dipumpbora7904
    @dipumpbora7904 Місяць тому +46

    Golaghotiya বুলি কৈ কিবা এটা ভাল লাগিছে ❤ Suv team জুই জয় Golaghotiya জয় বিদুৰভাই ❤

  • @AlimpyshreyamGogoi
    @AlimpyshreyamGogoi Місяць тому +212

    গোলাঘটীয়া এক আবেগ❤

  • @jyotibordoloi4071
    @jyotibordoloi4071 Місяць тому +20

    বিদুৰভাই আগতে 6ভাগ চালো বহুত ভাল লাগিল আৰু চাও চাও লাগিছিল ইমানেই ভাল অভিনয় সকলোৱে চিনেমা চামেই

  • @JCUfilm777
    @JCUfilm777 Місяць тому +272

    আমাৰ গোলাঘাটৰ বিদুৰ্ভাই সকলে like কৰা।❤

  • @futakopal850
    @futakopal850 Місяць тому +23

    চক্ৰ দা এবাৰো skip নকৰাকৈ চাইছোঁ বিদুৰভাই টিম তোক শুভেচ্ছা জ্ঞাপন কৰিলো,,,,
    Love from Sarupathar❤️❤️❤️❤️

  • @user-zl9xo7yl4o
    @user-zl9xo7yl4o Місяць тому +37

    পংকজ মহন্ত -- মোৰ খুব ভাল লাগিল। গোটেই টিমটোৰ ভিতৰত।

  • @parashjyotidutta-ys4up
    @parashjyotidutta-ys4up Місяць тому +68

    বিদুৰভাই বাবে ৰৈ আছো ❤ অসমত জুই ❤লগাব বিদুৰভাইয়ে 💓💓💓 বিদুৰভাই পডকাচ ৰ নঠিফিকেচন পাইয়ে আহিছো ❤

  • @GogoiDa১৯৯৪
    @GogoiDa১৯৯৪ Місяць тому +57

    দীক্ষু দাৰ বৌ জনি বৰ ৰসাল দেই বৌ বাবে এটা like কৰি দিয়ক

  • @biruvaibiruson.8207
    @biruvaibiruson.8207 Місяць тому +21

    বিদুৰভাইয়ে জুই লগাব অসমত... গোলাঘাট ❤

  • @dipankarboruah751
    @dipankarboruah751 Місяць тому +14

    SUV being the Rohit Shetty of Assamese film Industry ❤🔥.... Beauty

  • @krishnaakalita5178
    @krishnaakalita5178 10 днів тому +2

    পংকজ মহন্তৰ মাতটো ইমান ধুনীয়া.... এবাৰ শুনিলে শুনি থাকিব মন যায়। নিতু দাক খুব ভাল লাগে। Suv and teamলৈ বহুত বহুত শুভেচ্ছা থাকিল।
    এবাৰ চাই হেঁপাহ পেলোৱা নাই 'বিদূৰ ভাই'....অপূৰ্ব সুন্দৰ হৈছে।
    হিয়াভৰা মৰম বৰপেটাৰ পৰা❤❤❤❤❤❤

  • @monujpatra1551
    @monujpatra1551 Місяць тому +390

    Golaghatr manuh bur rakhal bidurbhai Sai gam paisu aru taloi goiu gam palu...atia mor priy Thay hoise golaghat....akou juwa hubhagya hoi j🙏🙏

  • @anamikagogoi8106
    @anamikagogoi8106 Місяць тому +42

    Golaghator hisape bohhut gourob koru❤❤ kun kun golaghator like kora

  • @subornagogoi4194
    @subornagogoi4194 Місяць тому +13

    বহুত ভাল লাগিল চাই। মই আৰু এটা কথা মন কৰিলো আমাৰ বাইলুং বাইদেউৱে কিন্ত আনৰ আঙুলি ফুটাই ভাল পায়😂😂শুভেচ্ছা থাকিল বহুত ❤❤❤

  • @roshmireelvideo8961
    @roshmireelvideo8961 Місяць тому +129

    Golaghatr kun kun asa like kora❤

  • @gokulassam522
    @gokulassam522 Місяць тому +10

    প্ৰথমবাৰলৈ এনেকোৱা এটা কথোপকথন চালো ভাল লাগিল ❤🔥 কটা কটি নাই প্ৰথম পৰা শেষলৈকে চাই থাকিলো 😍😍

  • @monjurikagogoi1406
    @monjurikagogoi1406 Місяць тому +15

    বি উপসৰ্গ দুৰ শব্দ=বিদুৰ, দুৰৰ নহয় মৰমৰ ভাই। শুভেচ্ছা জনালোঁ

  • @mahim_kr_nath_GPL
    @mahim_kr_nath_GPL Місяць тому +18

    বিদুৰভাই পৰিয়ালৰ লৈ মৰম আৰু আশীৰ্বাদ যাচিলো❤🙏

  • @ultimatecreation....
    @ultimatecreation.... Місяць тому +25

    Even “বিদুৰ” মহাভাৰতৰ এটা চৰিত্ৰও আছে ৷❤

  • @kushalbora2553
    @kushalbora2553 Місяць тому +52

    আমি গোলাঘাটৰ মানুহ চামেই বিদূৰভাই মেইন

  • @lahorigaming4230
    @lahorigaming4230 29 днів тому +4

    মহাভাৰতত এজন বিদুৰ আছিল ।তেওৰ হাতত শ্ৰীকৃষ্ণৰ পৰা পোৱা এপাত মহান অস্ত আছিল হলেও তেও কুৰুক্ষেত্ৰ ৰণত ভাগ লব পৰা নাছিল কাৰণ পাণ্ডৱৰ পক্ষ লৈ যুজিবলৈ তেওক কৌৰবে দিয়া নাছিল আৰু কৌৰবৰ পক্ষ লৈ যুজিবলৈ তেওক বিবেক কোৱা নাছিল। ঠিক একেদৰে আমিও বৰ্তমান সময়তো আমাৰ হাতত থকা "ভোট" নামৰ মহান অস্তডাল থাকিও আমি ন্যায়ৰ পক্ষতো নাযাও বা নাথাকো আৰু অন্যায়ৰ বিৰোধিতাও নকৰো , অন্যায়ৰ বিৰুদ্বে মাতো নামাতো চকু মুদা কুলি আমি সেইবাবে আমি বিদুৰভাই 😊

  • @sikhamonidutta2922
    @sikhamonidutta2922 10 днів тому +1

    এখন চিনেমাত ইমানবোৰ উপাদান থাকিব পাৰে বুলি বিদুৰভাই চালেহে গম পায়।বহুত মৰম আৰু শুভেচ্ছা টিমটোলৈ।অনুৰাধাত ভালেকেইজনক লগো পালোঁ খুব ভাল লাগিল।

  • @biswajyotibora6820
    @biswajyotibora6820 Місяць тому +15

    Bidurbhai SuperDuper SuperHit hobo....All the very best to the whole team 👍 eagerly waiting for the 1st day 1st show

  • @biswajitgogoi7747
    @biswajitgogoi7747 18 днів тому +1

    Superb movie....with superb Bidur bhai Team....aji loike Bidur bhai dare cinema sai pua nasilu... Bohut bhal lagile 💖💖💖🔥🔥🔥👍

  • @DeepBorah-eb2br
    @DeepBorah-eb2br Місяць тому +9

    আৰে গোলাঘাট বুলিলে 🔥🔥🔥🔥

  • @priyankaboruah1195
    @priyankaboruah1195 Місяць тому +5

    Bohut wait kori asu bidurbhai websirise khnon saute vabisilu aikhon cinema huwa hole bt atiya hol so bht excited hoi asu sabo bht morom bidurbhai tim aru SUV lv frm jorhat ❤️

  • @smritirekhadihingia7211
    @smritirekhadihingia7211 Місяць тому +12

    বাৰ্তা লাপত জাতীয় পতাকা দেখা পালোঁ ❤❤❤❤❤

  • @medhi2580
    @medhi2580 Місяць тому +8

    Achurjya Da Moi Apunar Huge / Big / Bigest Friend .....
    Love From Morigaon.....Love Your Voice, Style, Lifestyle, Hairstyle....etc

  • @prachurjyatalukdar8447
    @prachurjyatalukdar8447 Місяць тому +6

    Sobe aami Bidurbhaai . . Logot Bitul daak miss korilu. . .

  • @DipjyotiRabha-nd9wk
    @DipjyotiRabha-nd9wk Місяць тому +6

    Bidurvai saboloi exaitet hui asu dada 💚

  • @Rupaliborah
    @Rupaliborah 13 днів тому +1

    What a wonderful movie…. Best movie ever

  • @NipulDas-ht7if
    @NipulDas-ht7if Місяць тому +10

    He is 2nd legend director after munin baruah sir ❤

  • @SanjuSonowal-cq1gr
    @SanjuSonowal-cq1gr Місяць тому +10

    Golaghatiyan always rock🎉

  • @roktim_ranjan_borah
    @roktim_ranjan_borah Місяць тому +11

    এইখনৰ কাৰণে 4 বছৰৰ পৰা ৰৈ আছো , আৰু ৰব পৰা নাযাব দেই বিদূৰভাই 🎉🎉🎉❤❤❤

  • @meenagogoiborgohain4170
    @meenagogoiborgohain4170 Місяць тому +10

    ভাল লাগিল বিদুৰ ভাই টীমৰ সৈতে বাৰ্তালাপ। চাবলৈ উৎসুক হৈ আছো।

  • @user-hy6sh3cm2e
    @user-hy6sh3cm2e 25 днів тому +10

    Assamese film tate bidurbhai eneu jabo axomiya manuh. Ai golaghat , ki ghat aibur locality loi kotha kole jabo mon najai .

  • @samiron7507
    @samiron7507 Місяць тому +3

    প্ৰথমবাৰৰ বাবে ইমান দীঘল podcast চাইছোঁ, একমাত্ৰ suv team ৰ মানুহ খিনক ভাল লাগে বাবেই ❤❤❤❤

  • @digantadawo6548
    @digantadawo6548 10 днів тому

    গোলাঘটীয়াসকলে অসমৰ ৰাইজলৈ ইমান ভালকৈ সমাজিক বাস্তবসন্মত কাহিণীক চিনেমাৰ ৰূপ দিলে । বহুত ভাল লাগিল ।মইও গোলাঘটিয়া আৰু মই দেশ সূৰক্ষাৰ সেতুকে কাশ্মীৰত নিয়োজিত । অসমৰ এনে ভাল লগা চিনেমাখন চুটিত ঘৰলে গৈ চবিঘৰত চামেই চাম । আগৃৱাই যাওক অসমৰ চিনেমা জগত 🎉। জয় আই অসম ।

  • @polijyotidutta4893
    @polijyotidutta4893 Місяць тому +3

    Proud to be golaghatian❤️ Best wishes team Bidurvai😍🌼

  • @jogeshchandragour3915
    @jogeshchandragour3915 Місяць тому +7

    Thanks to Bartalaap for promoting a Blockbuster Assamese Movie BIDURBHAI......Hope for the best ...... Looking for an all time hit Assamese Mega Movie...

  • @niranjangogoi5330
    @niranjangogoi5330 Місяць тому +2

    খুব আগ্ৰহী হৈ আছোঁ পৰহি এই টিকট কাটি থৈছোঁ.... কেতিয়া চাব পাওঁ তেনেকুৱা লাগি আছে। শুভেচ্ছা জনাইছো সকলোকে 🎉🎉

  • @anujitaboruah4328
    @anujitaboruah4328 Місяць тому +1

    আজি চালো.... বহুত বহুত ভাল লাগিলে... সকলো real... একদম মজা...

  • @indianspiceasmr9439
    @indianspiceasmr9439 Місяць тому +6

    গোলাঘাট 🔥🔥

  • @KaSiYali
    @KaSiYali Місяць тому +3

    আমাৰ গোলাঘাট❤সকলোকে একেলগে মজা লাগিল😊

  • @papughatowar7453
    @papughatowar7453 Місяць тому +13

    আমি গোলাঘাটৰ খিনি উঠি পৰি যাব লাগে আৰু নে কি ৰাইজ 😍

    • @amlandip
      @amlandip Місяць тому

      হয় নেকি?😂

    • @papughatowar7453
      @papughatowar7453 Місяць тому

      @@amlandip deubare sam vabilu housefull😒

  • @nirathengal1872
    @nirathengal1872 Місяць тому +17

    বিদুৰভাই অৰ্থ হ'ল সকলোৱে দূৰৰ ভাই ❤🫶👍🙏

  • @dipdas3372
    @dipdas3372 Місяць тому +3

    Proud to be ami ....golaghat AR hesapa....tnx for BIDURBHAI...fast day fast tricket loi Sam moi...lgt 5 Jon loi jam

  • @user-xo1ub5vo5f
    @user-xo1ub5vo5f Місяць тому +4

    Upper Assam r creative minds ❤ & 🫡

  • @nitusaikia9531
    @nitusaikia9531 Місяць тому +7

    আমি সকলো বিদুৰ্ভাই

  • @mrinaljyotisaloi9251
    @mrinaljyotisaloi9251 Місяць тому +17

    eta kotha kou beya napabo... bartalaap bananto ekeloge likhibo lage, nohole barta aalap likhibo pare... axomiya manuh tu, vul hole gaat lage...

  • @bijuboruah8713
    @bijuboruah8713 13 днів тому +1

    Thank you so much. Golaghat❤hahihahi

  • @bijusingha7841
    @bijusingha7841 18 днів тому

    BIDURBHAI r PORIAAL k morom aru dhonyobad jonaisu.. Chakrapani tumer BARTALAAP sai khub bhal lage... BARTALAAP r dirghayu kamona korisu 🙏

  • @banasmitakalita6149
    @banasmitakalita6149 Місяць тому +2

    Bidurbhai= A bunch of talent.

  • @pinkumonigogoi465
    @pinkumonigogoi465 Місяць тому +12

    চাবলৈ ৰৈ আছো৷ কিন্ত খেতি কাৰণে চোৱাটো পলম হ’ব৷শুভকামনা জনালোঁ

  • @DimpiBorah-io5rr
    @DimpiBorah-io5rr Місяць тому +4

    আমি গোলাঘতিয়া জুই♥️

  • @parishmitapator4458
    @parishmitapator4458 Місяць тому +3

    bhut vl lgil sai ankoi kotha patila vl lga sai bidurbhai sabo jmai jm

  • @neelsvlogs8180
    @neelsvlogs8180 Місяць тому +8

    Golaghat main ..❤

  • @rubulgogoi3830
    @rubulgogoi3830 24 дні тому +1

    Bohut bohut val lageca hokoluwa aru aage bahi jaboloi huvacha thakil.

  • @rijumonidutta1271
    @rijumonidutta1271 24 дні тому +1

    গোলাঘাটৰ নিবাসী হিচাপে গৌৰৱবোধ কৰিছোঁ
    আৰু আগুৱাই যাওঁক সকলো❤

  • @uttamsaikia2274
    @uttamsaikia2274 Місяць тому +3

    Tamam jomoni hoise.....douri douri jam bidurbhai saam

  • @malabikabora3004
    @malabikabora3004 Місяць тому +3

    Moi u Golaghat r dei.
    All the best team " Bidurbhai"

  • @anuragkashyap6653
    @anuragkashyap6653 25 днів тому +1

    Two impactful creations from two districts of Assam that have changed the Assamese Film Industry forever. Junbai from Sivasagar by Manas Robin Da, Bidurvai from Golaghat by SUV Da. These creations were very well able to connect to the local folk of Assam and the average Assamese audience. Stories from the villages of Assam. Also two iconic slangs 'Damful' and 'Bidurvai'.

  • @bhrigusonowal9925
    @bhrigusonowal9925 Місяць тому +2

    This is the most liked episode of Baarta Laab that I have seen to date.

  • @englishtoassamese8878
    @englishtoassamese8878 Місяць тому +2

    The best podcast of Baartalaap❤

  • @Rishirajmoran
    @Rishirajmoran Місяць тому +12

    বিদুৰভাই❌ চুদুৰভাই 💯🤣

  • @satyajyotichetiakonwar7253
    @satyajyotichetiakonwar7253 18 днів тому +1

    শুভেচ্ছা জ্ঞাপন কৰিছোঁ সকলোলৈকে -

  • @simantasaikiaofficial9196
    @simantasaikiaofficial9196 Місяць тому +3

    পংকজ দাক ১০ দিনমান লগ পাইছো বৰ ভাল লাগে । একেবাৰে সহজ সৰল

  • @ajoybora7076
    @ajoybora7076 Місяць тому +3

    ‌বিদুৰভাই বাবে এটা like ❤️👍

  • @Anshumankaushik
    @Anshumankaushik Місяць тому +4

    Police jon manager r mamayek heikrne trailer tut entry tu teneke dise bohut vl hoise🔥

  • @lakshyajitsbora
    @lakshyajitsbora Місяць тому +4

    গোলাঘাটিয়া ❤❤❤❤❤

  • @somironbora1124
    @somironbora1124 Місяць тому +2

    Baartalaap tu sai ane lagil bidubhai porialor manuh bur hosaka bor rakhal😊😊

  • @sunitathakuria3427
    @sunitathakuria3427 Місяць тому +1

    বহুত ভাল লাগিল। সনযুক্তা পৰাশৰ বাইদেউক মাতিবছোন।

  • @dipankarvlogschennal
    @dipankarvlogschennal Місяць тому +6

    Golaghat 🔥🔥🔥all

  • @rahulborah1393
    @rahulborah1393 Місяць тому +2

    Best of luck .. from me in Bidurbhai group to everyone

  • @RashmiSanjibvlogs
    @RashmiSanjibvlogs 27 днів тому +3

    আজিৰ দিনৰ চেতনা দাস ।।।।sumki।।।।

  • @anjanasaikia8310
    @anjanasaikia8310 22 дні тому

    বিদূৰ ভাই বহুত ভাল হৈছে। ছুপাৰ হিট। চাই বৰ ভাল লাগিল।

  • @lipirekhabora6121
    @lipirekhabora6121 Місяць тому +7

    Amar golaghat amar golaghat bidurvai❤❤❤

  • @susmitaboruah3400
    @susmitaboruah3400 Місяць тому +2

    গোলাঘাটৰ পৰা মৰম ❤

  • @user-hl5wi8od6w
    @user-hl5wi8od6w Місяць тому +1

    Bidurvai jui❤❤🎉🎉🎉 roi asu sabole 😘😘

  • @lborah9223
    @lborah9223 Місяць тому +13

    আমাৰ গোলাঘাটৰ চিনেমা চাৱলৈ যামেই আৰু❤

  • @kaushik-g516
    @kaushik-g516 Місяць тому +4

    Proud to be golaghatian

  • @dhrubajyotishortsaxom
    @dhrubajyotishortsaxom Місяць тому +4

    বিদুৰভাই মেইন। গোলাঘাটৰ হিচাপে আমি গৌৰৱ কৰো

  • @nhworld9296
    @nhworld9296 Місяць тому +1

    Film khon ekebare super se uper hoise....vaal lagile sai

  • @jahnavidrija
    @jahnavidrija 23 дні тому

    চালো দেই বিদুৰ ভাই ।বৰ ভাল লাগিল। পৰিচালনা,photo graphy ,editing, music সকলো চাবলগীয়া ।অসমীয়া চিনেমা last ৰঘুপতি চাইছিলো ।আকৌ এইখন চালো ।বাহিৰৰ পৰা আমদানি কৰা সস্তীয়া বস্তু বোৰ আনি চিনেমা বনোৱাতকৈ অসমীয়া পটভুমিত ধুনীয়া চিনেমা বনাব পাৰি ।ভাল চিনেমা বনালে সকলো চাব যাব

  • @bikashgogoi3988
    @bikashgogoi3988 Місяць тому +3

    Like of sumkie Baa ♥️♥️♥️

  • @jugadaborpatrabora7380
    @jugadaborpatrabora7380 27 днів тому

    বিদুৰ ভাই, আপোনাৰলোকক নমষ্কাৰ। বহুত সুন্দৰ ভাল ল

  • @eerhsamihborah8019
    @eerhsamihborah8019 Місяць тому +2

    গোটেই teamটোৱেই cool❤

  • @oxomormusic4453
    @oxomormusic4453 Місяць тому +1

    Bidurbhai To Sudurbhai ❤❤❤❤love from Tinsukia bidurbhai

  • @kankanboruah6003
    @kankanboruah6003 Місяць тому +1

    বিদূৰ্ভাই সকল একেলগে,,,আছে,,,হাহক,,,শিঙি মাছৰ জুলে এখাজ খাওক ,,,,,ভালপোৱা

  • @user-si2zc2ng3g
    @user-si2zc2ng3g Місяць тому +3

    Bidurbhair ata famous dialogue
    Gin gin gin gin anirudha 🏹🏹🏹🏹😂😂😂

  • @Merajanu285
    @Merajanu285 29 днів тому +1

    mozza hoise dey bidurbhai 1st dinai saluu

  • @sikhamanideka8437
    @sikhamanideka8437 Місяць тому +1

    Bohut besi dhunia hoise Bidurvai❤❤❤❤❤❤SUV❤❤❤

  • @malabikascreationassam9158
    @malabikascreationassam9158 Місяць тому +1

    খুব ভাল লাগিল আজিৰ বাৰ্তালাপ ৷

  • @thelostahom1989
    @thelostahom1989 Місяць тому +3

    বিদুৰভাই অৰ্থটো টো সৱেই জানে কিন্তু কবলৈ বেয়া পাই।😂

  • @krishna-uj3bl
    @krishna-uj3bl Місяць тому +3

    Chakrapani Daa bohut val laga aponar kotha bor I lv Gohpur (10 augustor)

  • @saturdayni8club
    @saturdayni8club Місяць тому +6

    Bidurbhai t Raghupatir Cameo ata lgisile🔥