Gungun Kotha Moromor [ গুণগুণ -কথা মৰমৰ ] || Ep - 188 || 10.07.2024

Поділитися
Вставка
  • Опубліковано 9 лип 2024
  • Gungun a mega serial focuses on the issues of that class of society who survives on daily earned money. The serial depicts the difficult life of Gungun and her mother Padma. Gungun a girl who has big dreams in life but is often held back due to her family’s poverty and suppression at the hands of the cruel world.
    Follow Rengoni TV :-
    Facebook: / rengonitv
    UA-cam: / rengonitv
    Instagram: / rengoni.tv
    Website: rengonitv.com/
    #rengonitv #entertainment #story #newserial #gungun #assameseviralvideo#RENGONITV #ENTERTAINMENT#RENGONITV #ENTERTAINMENT#RENGONITV #entertainmentchannel
  • Розваги

КОМЕНТАРІ • 1 тис.

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 18 днів тому +713

    অধীৰথলৈ দুখ লগা সকলে এটা 👍 কৰি দিব । 💔💔

    • @user-or4dg3rh5g
      @user-or4dg3rh5g 18 днів тому +5

      Khklo make anekowa nkre val powa khusa hole mak deutake suwali biya dib lage 😭

  • @tulugogoi388
    @tulugogoi388 18 днів тому +868

    গুন গুন আৰু অধীৰথৰ ভাল পোৱা জয়ী হোৱাতো কোনে কোনে বিচাৰা 👍👍👍 কৰা। বাস্তৱত পদ্মাৰ দৰে কোনো মাতৃয়ে নহয় যেন 😭😭😭

  • @lavitadeori4071
    @lavitadeori4071 18 днів тому +1297

    আজি কালি পদ্মাক ভাল নোপোৱা বোৰে like এটা কৰা, মোৰ ভাল নলগা হ'ল 😢

    • @jyotimonigogoi7792
      @jyotimonigogoi7792 18 днів тому +7

      Same

    • @user-lm7cr3ex2d
      @user-lm7cr3ex2d 18 днів тому

      Akdom harami podma

    • @satyajittalukdar1258
      @satyajittalukdar1258 18 днів тому +3

      P

    • @sangitabonia7418
      @sangitabonia7418 18 днів тому

      Bunori hoi tai kalaa

    • @RahulKonwar-xd2rx
      @RahulKonwar-xd2rx 18 днів тому +17

      পদ্মাই লোভ কৰিছে আৰু খংত সিন্ধান্ত লৈছে সেই বাবে বেয়া পাইছোঁ ৷ গুণ গুণ আৰু অধিৰতে ভাল সিন্ধান্ত লৈছিল ৷ পদ্মাই ভূল কৰিছে 😢

  • @himanshudeka4879
    @himanshudeka4879 18 днів тому +520

    আজিৰ খন্দটি চাই কাৰ কাৰ চকু পানি ওলাইছে এটা লাইক কৰা ❤❤❤

  • @NityaThengal
    @NityaThengal 18 днів тому +621

    অধিৰথৰ কাৰণে 1 টা like কৰি যোৱা ❤❤

  • @chayanikadhunu9522
    @chayanikadhunu9522 18 днів тому +73

    বহুত বেছি দুখ লাগিল আজি.......😭😭😭 গুণগুণৰ মাকৰ অহংকাৰৰ বাবেই ইমান বছৰৰ এটা মধুৰ প্ৰেমৰ সম্পৰ্ক শেষ হৈ গ'ল।😭😭😭

  • @biswajitdas7392
    @biswajitdas7392 18 днів тому +171

    গুন গুন কথা মৰমৰ কাৰ কাৰ প্ৰিয় 👍 কৰা।

  • @nilimadasdas9694
    @nilimadasdas9694 18 днів тому +109

    এক নম্বৰ হাৰামী পদ্মা

  • @Kaushik632
    @Kaushik632 18 днів тому +119

    গুণগুণ+ অধীৰথ= বিয়া❤❤❤❤
    নে কি কয় ৰাইজ?

  • @ablyricssound9008
    @ablyricssound9008 18 днів тому +247

    কাহিনীটো লিখিছে যি জনে বহুত ভাবি চিন্তি লিখিছে দেই পণাম জনাইছোঁ আপোনাক । সঁচা কাহিনী হয় কিন্তু বহুত মানুহ আছে এনেকুৱা । জিকি নহওঁক মোৰ ভালপোৱা মনত পেলালে আজি😢। মইও এনেকুৱা এটা দিন পাৰ কৰি আহিছোঁ । খালি মাকে কৰা নাছিল ছোৱালী জনীয়ে হে কৰিছিল।

  • @janmoni-moni604
    @janmoni-moni604 18 днів тому +134

    বৰ্তমান লৈ ছিৰিয়েল খন চাই এইটো বুজি উঠিলো যে প্ৰেমৰ প্ৰাপ্তি কেতিয়াবা যদি বিবাহ হয় কেতিয়াবা আকৌ ত্যাগ ... মইনা - দৰ্শন প্ৰাপ্তি উদাহৰণ বিবাহ আৰু গুণগুণ - অধিৰথ ত্যাগৰ উদাহৰণ... বহুত দুখ লাগিল আজি কিন্তু এইয়া ছিৰিয়েলৰ ৰূপত বাস্তৱ কাহিনী..❤ অধিৰথ গুণগুণ ❤

  • @user-zz7mw3tb1l
    @user-zz7mw3tb1l 18 днів тому +146

    আজি অধিৰ্থ দাৰ কন্দা দেখি মোৰো চকুপানী ওলাই গল 😢😢

  • @user-oq2hd7kt3v
    @user-oq2hd7kt3v 18 днів тому +130

    পদ্মাই গুণ গুণ আৰু অধিৰথৰ সম্পর্কটো শেষ কৰি পেলালে। আজি চাই বহুত বেছি দুখ লাগিছে । গুণ গুণ আৰু অধিৰথৰ বিয়া খন হলে বহুত বেছি ভাল লাগিল হয়। ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤

    • @ritamoniborah9180
      @ritamoniborah9180 17 днів тому +2

      সঁচা ভাল পোৱা এনে হব নোৱাৰে

  • @user-yi8yh8kq5d
    @user-yi8yh8kq5d 18 днів тому +53

    গুণ গুণ 👍❤❤অধিৰথ 👍❤❤ তোমালোকৰ অভিনয় ইমানেই ধুনীয়া হৈছে একেবাৰে সছা কাহিনী যেন লাগিছে ৰাইজক কন্দূৱাই দিলা

  • @Dhruba_Jyoti__Nath___99
    @Dhruba_Jyoti__Nath___99 18 днів тому +37

    সঁচা ভাল পোৱা যে কেতিয়াবা ঘৰ মানুহ বাবে সফল নহয় তাৰ প্ৰমাণ পোৱা গল। বহুত দুখ লাগিল 🥺❤

  • @mamoniborah8809
    @mamoniborah8809 18 днів тому +62

    গুণগুণ আৰু অধিৰথলৈ আজি বহুত দুখ লাগিল । চকুপানী ৰখাব পৰা নাই। বহুত ভাল ছিৰিয়েল এখন উপভোগ কৰিবলৈ পায় নথৈ আনন্দিত হৈছো ধন্যবাদ।

  • @JanmoniGogoi-876
    @JanmoniGogoi-876 17 днів тому +31

    Kune kune sai kandi goisa 😢😢😢 like ata kri juwa gungun aru adhiroth krne

  • @PunimaBora-wx1lx
    @PunimaBora-wx1lx 18 днів тому +13

    আজি কালি প দ্মাক ভাল নোপোৱা হৈছো আৰু অধীৰথৰ লগত তে বিয়া হব লাগিব😊 আৰু অধীৰথৰ লগত হোৱা কোনে বিছৰা লাইক কৰিবা😢😂

  • @nogenkalita1136
    @nogenkalita1136 17 днів тому +17

    কোনে কোনে এই ধাৰাবাহিক খন এটা খণ্ডও miss নকৰাকৈ চাই like koribo 👇

  • @JayamoniBhuyan-yq1yf
    @JayamoniBhuyan-yq1yf 18 днів тому +83

    ❤❤❤❤ gungun aru adhirath k val pua hokole eta like kori dibo ❤❤❤❤❤❤❤

  • @user-zg6he3rx1k
    @user-zg6he3rx1k 17 днів тому +10

    হৃদয় চুই যোৱা অভিনয় ❤

  • @Brishtipegu280
    @Brishtipegu280 18 днів тому +13

    অদিৰথৰ নিচিনা বুজি পোৱা ল'ৰা আজি কালি কতো নাপায় 😢😢

  • @AnjaliDas-vv2fw
    @AnjaliDas-vv2fw 18 днів тому +38

    পদ্মা অহংকাৰী হল ডক্তৰৰ টকা দেখি পাগলী হল এই জনি মৰিলেই ভাল আছিল।

  • @sunaliborah9555
    @sunaliborah9555 18 днів тому +76

    অধিৰথ কval puya hokola like kora😢

  • @deepanjalibaruah6224
    @deepanjalibaruah6224 18 днів тому +32

    আজিৰ খণ্ডটো চাই বহুত দুখ লাগিলে😢 অধিৰথৰ কাৰণে বেছি দুখ লাগিছে।😢পদ্মায়ে গুণগুণ নক বুজিয়ে নাপালে।

  • @NogenDutta-l6l
    @NogenDutta-l6l 18 днів тому +75

    Gun ru anu biya nuhua kne kne bisara 😢 like kora

  • @jugamayabora479
    @jugamayabora479 18 днів тому +11

    ছিৰিয়েল খন চাই আজি বহুত দুঃখ লাগিল ছিৰিয়েল যে নহৈ সঁচা কাহিনী যেন লাগি চকুপানী ৰখাব নোৱাৰিলোঁ 😂😂 ।আকৌ এনেকুৱা এখন ছিৰিয়েল চাবলে পাম বুলি আশা থাকিল❤❤❤❤❤❤

  • @dipakar7885
    @dipakar7885 18 днів тому +28

    ছিৰিয়েল খন চাই আজি বহুত দুঃখ লাগিল । কব নোৱাৰাকৈ দুচকুৰ চকুলোৰ নিগৰি আহিল । গুণগুণৰ মাক জনিয়ে লোৱা সিদ্ধান্তক ভাল নালাগিল । আৰু ডক্তৰ জনৰ অভিনয় ভাল নালাগিল ।

  • @user-jg7jd3xl8h
    @user-jg7jd3xl8h 18 днів тому +80

    গুণগুণ চাই ভাল পোৱা সকলে লাইক কৰা ❤❤❤

  • @DharmendraBorah-or9ps
    @DharmendraBorah-or9ps 18 днів тому +14

    সচাঁ প্ৰেম সফল হ'বই,,,,

  • @mainuboruah9223
    @mainuboruah9223 18 днів тому +17

    আৰম্ভণিৰে পৰা আজি পৰ্যন্ত চাই আহিছো সকলোৱে ইমান সুন্দৰ অভিনয়ৰ কৰিছে কবলৈ ভাষা নাই। ছিৰিয়েল খন শেষ হলে বহুত মিচ কৰিম 😂 কিন্তু আজি খন্দটো চাই বহুত দুখ লাগিল 😂সচা অন্তৰেৰে ভাল পোৱা এনেকোবাই নেকি। মানুহে কয় নহ‌য় বোলে বিধিয়ে দিলেও বিধাতাই নিদিয়ে এয়াই প্ৰমান।

  • @anearu7448
    @anearu7448 18 днів тому +26

    অধিৰথৰ বাবে বহুত বেছি দুখ লাগিছে। অধিৰথৰ কন্দা দেখি চকু পানী ওলাই গল।

  • @mainanath4481
    @mainanath4481 18 днів тому +31

    আজি চাই কাৰ কাৰ চকু পানি উলালে লাইক কৰা ।😢😢❤❤

  • @anearu7448
    @anearu7448 18 днів тому +23

    সঁচা কাহিনী যেন লাগিল। অভিনয় কথাতো কবই নালাগে ইমান ধুনীয়া হৈছে সকোলোৰে অভিনয়।

  • @Surajtsk4851
    @Surajtsk4851 18 днів тому +21

    এনেকৈ দুটি মন তথা সঁচা প্ৰেম মিলন,সফল হব নিদিয়া ফলত এ এইবোৰ কাৰণে কিন্তু বহু নঘতিব লগা ঘটি যাই শেষত ইয়াৰ পৰিণাম ভুগিব লগা হয় আৰু সংসাৰ সুখৰ নহয় গৈ ফাট মেলি যাই সংসাৰ নহলে আধাতে সংসাৰ শেষ হৈ যায়।।বেছি স্বাৰ্থ লুভী,টকা লুভী,জেদ,কিছু ভুল সিদ্ধান্ত আনক বুজি নোপোৱা এইবোৰ ভাল নহয়, আনৰ ভাল পোৱাত মানুহ সোমাবই নালাগে বুলি এ ভাবো।।এইবোৰ বহু কাৰণত এনেকৈ প্ৰেম বিফল , অন্তৰ ভাঙি যোৱা ফলত যোৰ কৰি সংসাৰ পাতি দিয়া শেষ পৰিণতি বেয়া দিশলৈ গতি কৰে .....

    • @SewaliDas-xl6me
      @SewaliDas-xl6me 17 днів тому

      Xasa kotha koisa, kisuman maak deutakor jedor krne ,duta lora suwalir jibon dhongkho kri pelai, aikhn serial r jorioyote o xeitu a proman kribo,aikhnr pora ontoto aitu akha kora nasilu,akou jen bortoman soli thka ghotona hoi jabo, maak deutak bore o utsah pabo mritur dhomki di blgr lgt biyat bohibo sesta korabo

  • @Dipika1234-vm5ie
    @Dipika1234-vm5ie 18 днів тому +57

    গুণ গুণ বাৰ অধিৰথ দাদা লগত বিয়া নহ'লে বেয়া লাগিব 😢

  • @SleepyJumpingPuppy-jl8rw
    @SleepyJumpingPuppy-jl8rw 18 днів тому +11

    গুণগুণ আৰু অধিৰতৰ সঁচা ভালপোৱাক নিমিষতে শেষ কৰি পেলালে পদ্মাৰ এটা ভুল সিদ্ধান্তয়।😢😢😢😢😢😢😢😢আজি খন্দটোৱে দুচকুৰ চকুলু নিগৰাই আনিলে।😢😢😢😢😢😢

  • @user-fr7zc3md8p
    @user-fr7zc3md8p 18 днів тому +11

    পদ্মাৰ নিচিনা স্বাৰ্থপৰ মাক জীয়াই থকাকৈ মৰি যোৱাই ভাল

  • @BhagyasriKalita-f8i
    @BhagyasriKalita-f8i 18 днів тому +28

    আজি কান্দি গৈছো,ইমান কষ্টৰ পাছতো যে গুণগুণ আৰু অধিৰথৰ দৰে বাস্তৱত হ'লে কোনোবা এজন আত্মহত্যা কৰিব যে খাটাং,বাকী দুজনৰো জীৱন টো আধৰুৱা হৈ ৰল, এনেকুৱা কাৰো লগতে নহয় যাতে😢

  • @user-jn3yu4dx9e
    @user-jn3yu4dx9e 18 днів тому +17

    Mor logot Mili goisi ajir kahinitu 😢😢😢😢😢🥹🥹❤️❤️❤️❤️❤️💔💔💔

  • @HarishRay-w9c
    @HarishRay-w9c 18 днів тому +9

    ইমান আশাৰে ৰৈ আছিলো গুণগুণ আৰু অধীৰতৰ বিয়াখনলৈ

  • @hemantadas6711
    @hemantadas6711 18 днів тому +20

    এয়াই জীৱন , মানুহক help কৰি কি পালে অধিৰথে! একো লাভ নাই কাৰোবাৰ পিছত বেছিকৈ লাগি বা সহায় কৰি 😢😢
    মাথো নিৰৱ আজি মাথোঁ নিৰৱ

  • @tridipborthakur2765
    @tridipborthakur2765 18 днів тому +16

    সঁচা ভাল পোৱা বহুত দুখ লাগিল

  • @dipuamfiassam7749
    @dipuamfiassam7749 18 днів тому +16

    Love from মৰিগাঁও আজি কিন্তু চকু পানী উলাৰে গৈছে কাৰ কাৰ হৈছে কমেনট like

  • @nabanath3471
    @nabanath3471 18 днів тому +6

    নাই নোৱাৰো দেই আৰু চাব বুকু খন বহুত বিখাই ও ❤❤❤❤

  • @monuwarakhatoon3699
    @monuwarakhatoon3699 18 днів тому +8

    প্ৰত্যেকৰে অভিনয় বৰ সুন্দৰ হৈছে।❤❤❤

  • @Karishmadeka_3366
    @Karishmadeka_3366 18 днів тому +7

    কেতিয়া কান্দি ললো গমকে নাপালোঁ ৰে,, 🥺🥺ধুনীয়া অভিনয়,, 🔥❤️❤️

  • @bantideka823
    @bantideka823 17 днів тому +4

    সঁচাকৈ বৰ দুখ লাগিল কান্দি পেলালো ।অধিৰথৰ কাৰনে বৰ দুখ লাগিছে।পদ্মা ইমান স্বাৰ্থপৰ হ'ব নালাগে।

  • @KarinaKalita-xp7cl
    @KarinaKalita-xp7cl 18 днів тому +52

    প্ৰেম মানেই প্ৰাপ্তি নহয়♡

  • @PinkyGogoi-in7my
    @PinkyGogoi-in7my 17 днів тому +4

    অধীৰথলৈ ভাল পোৱা বোৰে এটা 👍 কৰি দিয়া

  • @nilimadasdas9694
    @nilimadasdas9694 18 днів тому +25

    কথাতে কয় মানুহে মাকে হেনো সন্তানৰ মুখখন দেখিলে সকলো গম পায় মইও পাওঁ ; কিন্তু পদ্মাৰ ক্ষেত্ৰত দেখোন ওলোটা ৷ জোৱাই ডক্টৰ লাগে নিজৰ স্বাৰ্থৰ বাবে ৷

    • @Kunjamohomdas
      @Kunjamohomdas 17 днів тому

      হয় দেই😊😊

    • @RINKUxFFx777
      @RINKUxFFx777 17 днів тому

      পদ্মা বহুত জেদী হয়, অহংকাৰী,ভিতৰী স্বাৰ্থপৰ হয় ,ডক্টৰ, আদি ডাক্টৰ নিচিনা বোৰ লাগে তাইক, লেবেল দিব লাগে যে,,,,

  • @mousumiphukan639
    @mousumiphukan639 17 днів тому +3

    এক বুজাব নোৱাৰা অনুভূতি 🥺 এই কাহিনী বোৰ বাস্তৱ জীৱনত প্ৰায় হৈ আছে❤️🥺 ভুক্ত ভূগি জনেহে জানে এই সময়কন কিমান কষ্টকৰ। এটা বুজা চিৰজীৱন বুকুত কহিয়াই লৈ ফুৰিব লগা হয়।। তিনিটা জীৱন ধ্বংস হৈ যায় কেৱল এটা ভুল সিদ্ধান্তৰ বাবে🥺

  • @NnoDas-xb9yt
    @NnoDas-xb9yt 18 днів тому +11

    Adhirothole bohut bohut beya lgil 😢ai podma jonie xokolu xekh kori dile 😢 adhirothor aru gungunr biya hb lge plz😢❤

  • @Karishma-ak
    @Karishma-ak 18 днів тому +7

    Bohut besi beya lgil aji 😭😭😭😭emn dhuniya obhinoi jar babe kandhi lolu,,🥺😭nijor lgt jen hoise anekua tenekwa lgise....😭😭😭emn val pai o val puat jukib nuwarile .. adhiroth da aru gungun ba ❤❤❤ 😭😭😭

  • @rekhaswargiary1954
    @rekhaswargiary1954 18 днів тому +9

    আজি .....মই প্ৰথম বাৰ কান্ধিছো এই চিৰিয়েল খন চাই । সচাঁ কৈ অধিৰথ আৰু গুণগুণৰ অভিনয় ভাল হোৱাৰ লগতে 😢অতি দোষ লগাও।

  • @user-fq9ge5gt1d
    @user-fq9ge5gt1d 18 днів тому +6

    Bastob sobi. Bhal pua sobore hobo pare kintu bhal pua jon k nijor kori pboloi bhaigyo lagibo. Hei bhaigyo sobore nethake.. ekhomoi t smriti bhurei lgt thki jai..
    Aodhiroth aru gungun r biya khn bRu hekh r fale holeu huwatu bisaru❤

  • @aamarjibonbhumika8075
    @aamarjibonbhumika8075 18 днів тому +7

    পদ্মাৰ দৰে স্বাৰ্থ পৰ মাক হব নালাগে। মিচাৰ উপৰি মিচা মাতিলে লগৰ কেইজনীক। ইয়াৰ ফল নিজে পাব

  • @pulomadas4191
    @pulomadas4191 18 днів тому +8

    গুণ গুণ আৰু অধিৰথ একেবাৰে সঁচা ঘটনা বহুত দুখ লাগিল-12.30 চাইছো

  • @manuranjan2954
    @manuranjan2954 18 днів тому +14

    চব পদ্মাৰ কাৰণে হয় ছে😭😭🙏

  • @palashboruah9447
    @palashboruah9447 18 днів тому +7

    Mur jibon tu anakuwai hol ajiu beya kotha ভাবিব পৰা নাই আৰু নোৱাৰিম নিকে

  • @SmilingFreshwaterLake-yu8ri
    @SmilingFreshwaterLake-yu8ri 18 днів тому +19

    Gun gun bar mak dekhibole mon nujuwa hol aru

  • @madhusmitasaikia-ks1re
    @madhusmitasaikia-ks1re 17 днів тому +5

    গুণ গুণ এদাই হোৱাত কাৰ কাৰ বেয়া লাগিছে 😢
    কমেন্ত আৰু like এটা 😢

  • @manikarabha1089
    @manikarabha1089 17 днів тому +2

    সঁচা কৈ বহুত বেছি দুখ লাগিল কান্দি দিলোঁ অধিৰধৰ বাবে আৰু যিটো গান দিছে নকন্দা কে থাকিব নোৱাৰিলোঁ 😭😭😭😭😭😭

  • @Gitu502
    @Gitu502 17 днів тому +2

    কাহিনী টো এনেকুৱা হ'ব যে অনুৰাগে পিছত অথিৰথ আৰু গুণাগুণক মিল কৰি দিব।

  • @dipaphukan61
    @dipaphukan61 18 днів тому +6

    Adhirathe konda dekhi xosakoie bht dukh lagi gol sokupani oliai dile dei 🌸

  • @user-ep1jx1dg6i
    @user-ep1jx1dg6i 18 днів тому +6

    Aie dharabahikhane xoklure heart ❤️ sui goise❤❤❤❤

  • @sumongogoi1138
    @sumongogoi1138 17 днів тому +2

    গুণগুণ আৰু অধিৰথ দুটা কাল্পনিক চৰিত্ৰ যদিও তেওঁলোকৰ ভালপোৱা ত্যাগৰ কাৰণ হোৱাতো মনে নিবিচাৰে। আজি সচাঁকৈয়ে দুখ লাগি গ'ল 😢😢 চাই।। কাৰো জীৱনৰ লগতে এনেকুৱা নকৰক ভগৱানে..!

  • @user-fx1fq8mm2p
    @user-fx1fq8mm2p 17 днів тому +2

    Gun gun adhirot t kar kar Bea lgise 😢😢😢😢😢💔💔💔💔

  • @rupjyotiborah3967
    @rupjyotiborah3967 18 днів тому +4

    কিমান যে কান্দিলো। মোৰ ক্ষেত্ৰতো এনেকুৱা কিছু হৈছিল। বহুত ভাল লাগিল।আকৌ বনাবা দেই এনেকুৱা চিৰিয়েল

  • @GouriGogoi-ym6dl
    @GouriGogoi-ym6dl 18 днів тому +5

    পদ্মা চৰিত্ৰটোৱে স্বাৰ্থপৰ মানুহৰ দৰে ব্যৱহাৰ কৰিছে।। স্বাৰ্থপৰ মানুহ বোৰেহে এনেকুৱা ব্যৱহাৰ কৰে।।।

  • @user-ot1ic4nl8i
    @user-ot1ic4nl8i 18 днів тому +8

    Aji খণ্ড টো চাই কাৰ কাৰ চকু পানি ওলাইছে like ata kori jua

  • @juribarmanmakeupartish
    @juribarmanmakeupartish 17 днів тому +1

    আজিৰ খণ্ডটো চাই বহুত দূখ লাগিল ।ইমান ধুনীয়া কাহিনীটো।। 😢

  • @PurnimaRajkonwar-ko1cb
    @PurnimaRajkonwar-ko1cb 18 днів тому +4

    আজি খণ্ড টো চাই বৰ দুখ লাগিল।

  • @kankananathmunu7293
    @kankananathmunu7293 17 днів тому +3

    Xosa ka aji sai bohut dukh lagisa o❤😭😭😭😭😭😭😭 bohut kandisu kuna kuna kandisa like kora 😭😭😭😭😭😭♥️🥺😭😭

  • @altabvlogs
    @altabvlogs 17 днів тому +2

    এইখন এখন বহুত বেছি ভাল লগা ধাৰাবাহিক gungun❤❤❤

  • @rahulborah4054
    @rahulborah4054 18 днів тому +4

    এই সিদ্ধান্ত বাস্তৱ পৰিণাম ভায়াবহক হব, ইয়াৰ কাৰণ পদ্মা হব

  • @villagerboy7281
    @villagerboy7281 18 днів тому +8

    সমাজত ঘটি থকা ঘটনা.... চকু পানী ধৰি ৰাখিব নোৱাৰিলো। সচা ভাল পোৱাৰ মিলন নহয় নেকি বাৰু...? গুনগুনৰ মাকক এটা কথা কও মানুহ ইমান স্বাৰ্থ পৰ হব নালাগে আপোনাৰ বিপদৰ সময়ত অধিৰথে আপোনাক বহুত সহায় কৰিছিল আনকি ড্ৰাগছ ব্যৱসায়িৰ লগত জৰিত হব লগা হৈছিল আপোনাৰ কাৰনে অধিৰথে ইমান কৰাৰ স্বত্তেও অধিৰথলৈ গুনগুনক বিয়া নিদিয়া.... গুনগুন আৰু অধিৰথে যদি আত্মহত্যাৰ পথ বাচি ৰয় ইয়াৰ সম্পূর্ণ দায়ী আপুনি হব। সুন্দৰ চিৰিয়েল আৰু সুন্দৰ অভিনয় বাস্তৱ কাহিণী। ❤❤❤❤

  • @dipaphukan61
    @dipaphukan61 18 днів тому +6

    Gungunor babe aji bht dukh lagile oboseshot makor momotar osorot nijor Prem bisorjon dibo logia hol 💓

  • @Bhaikan231
    @Bhaikan231 18 днів тому +2

    চকু পানী ওলাই গল মোৰ 😢😢

  • @porishmakbhorali6309
    @porishmakbhorali6309 18 днів тому +3

    পদ্মা জনী স্বাৰ্থ লোভি । দেখিব মন নেজাই

  • @rinikavlog130
    @rinikavlog130 18 днів тому +5

    Mur jinbon2 jen gungunor logot mili goise... Kiyo emn dukh o... Kandi goisu... Hoijyo koribo nuwara hoisu... Poti2 manuhr answer kandi kandi dibo mon jai... Kin2 kunua nubuje.. Aji homajot... Hkolua kewol suwali ba buwari jonik dukh dia.... Nuwari enekoi jibon kotabo noh gungun

  • @rima8948
    @rima8948 18 днів тому +8

    Moi o Kandi su adhirot dada mor bhht beya lage se 😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @user-tg1hk2ig3i
    @user-tg1hk2ig3i 17 днів тому +2

    Bohut kandilu ai episode tu sai... adhiratha loi bohut dux lagil😓

  • @user-bz7ff2ie8i
    @user-bz7ff2ie8i 17 днів тому +3

    সঁচা ভাল পোৱাৰ জয় হব য়ে মাথোঁ মাজ বাটত বহুত বাধা আহিব সেই বাধা অতিক্ৰম কৰি আগুৱাই জোৱাই সঁচা প্ৰেম। আজিৰ খণ্ডটো চাই কান্দি ললো বহুত দুখ লাগিল সঁচাই 😢😢

  • @rajurabha5826
    @rajurabha5826 18 днів тому +3

    Eman dinor vl powa aji Val powa vangi singi sur mar hoi gol 😢😢😭😭😭😭😭😭😭😭buhut beya lagi gol adhirot da

  • @user-rt9pd3ys9s
    @user-rt9pd3ys9s 18 днів тому +4

    Plz gungun aru odhirothor biya khn pati dibo.nhole emn din akhare sai thoka aku lav nhobo

  • @bhagyabora9777
    @bhagyabora9777 18 днів тому +1

    Gungun baa aru adhirath daa r acting ❤️🥺

  • @dipamaniray1176
    @dipamaniray1176 17 днів тому +2

    আজিৰ খণ্ডটি চাই বহুত দুখ লাগিছে । 😢 কিন্তু অধিৰত দা আৰু গুণ গুণ বাৰ বিয়া হবই ।

  • @rbrahul2997
    @rbrahul2997 18 днів тому +13

    এইটো বহুত ডাঙৰ ভোল কৰিছে গুণ গুণৰ আৰু অধীৰথৰ লগত কিমান কষ্ট হইচে অকল সিহঁতে হে গম পাইছে

  • @RajumoniRajumonidas
    @RajumoniRajumonidas 18 днів тому +7

    My favourite serial 💗💗

  • @najirabegum1537
    @najirabegum1537 18 днів тому +1

    আজি বহুত বেছি কান্দিলো❤❤❤

  • @rmk854
    @rmk854 18 днів тому +2

    Gan2 val lagisil o 😌 Adhirathe gungunr osorr pora atori ohar pisr gan2 ♥

  • @karobisaikia3548
    @karobisaikia3548 17 днів тому +3

    Odhirothr কথাত বহুত চকুৰ পানী ৰখাৰ নোৱাৰিলোঁ gungune কিন্তু এইটো ভাল কাম নকৰিলে gungun bor fallto podmaak puwa hole থেকিছি marilu hoy aru হেইজনিক চাব মন নোযোৱা হল আৰু😭😭😭😭😭😭😭😭

  • @rinkubora6349
    @rinkubora6349 18 днів тому +3

    Excellent and Supper and very nice obhinoie Adhiroth and everybody.Xubhashyea jonalu next serialor baba.

  • @ytfather21
    @ytfather21 17 днів тому +1

    শেষৰ ফালে অলপ ব্যতিক্ৰমী হৈছে ।ঠিকেই ভাল লাগিছে।

  • @user-tb5ei4lt1t
    @user-tb5ei4lt1t 18 днів тому +2

    গুণ গুণ আৰু অধিৰথৰ বিয়া হ'ব ১০০%

  • @PorishmitaBorahPorishmit-zh7ti
    @PorishmitaBorahPorishmit-zh7ti 18 днів тому +6

    Gungun ru adhiroth ek hoa2 bisaru❤😊😊

  • @user-jd7zn8wu3q
    @user-jd7zn8wu3q 18 днів тому +3

    সচাই চকু পানী ৰখাব নোৱাৰিলো গুণগুণ বা আৰু অধিৰথ দাদা 😭😟😒😔

  • @babychetia7837
    @babychetia7837 17 днів тому +2

    Very nice adhirot gun gun

  • @Sunita-ve7ll
    @Sunita-ve7ll 18 днів тому +2

    Konduai dila aji Adhiroth dada aruu Gungun baa e🥺🥺❤❤