ভাগৱত পাঠ||Padma kakoti||Pranjit Gogoi

Поділитися
Вставка
  • Опубліковано 24 лис 2024

КОМЕНТАРІ • 409

  • @hemantabaruah3693
    @hemantabaruah3693 2 роки тому +17

    দুয়োগৰাকী বাপৰ চৰণলৈ কৌটি কৌটি প্রণাম,মন-প্রাণ হৰি নিয়া পাঠ নাদব্রহ্ম ই সকলোৰে দেহ-মন জুৰ পেলাইছে।জগত পবিত্র কৰিছে।এখেতসকলক পৰমপিতাই নিজ গুণযশ প্রকাশ কৰিবলৈকে ধৰাধামলৈ পঠিয়াইছে।সকলোৱে এইভাগ পালন কৰিব নোৱাৰে। প্রভূৰ গুণ-যশ প্রকাশ কৰি জগত পৱিত্র কৰি ফুৰা এইসকল মহামহন্তৰ চৰণত পুনৰবাৰ সেৱা জনাইছোঁ। কৃষ্ণ কৃষ্ণ।

  • @junumech653
    @junumech653 2 роки тому +11

    🙏🙏সুন্দৰ কৃষ্ণ কৃষ্ণ কথা শুনি বৰ আনন্দ পাছে প্ৰভূ কৃষ্ণ চৰণৰ সেৱা জনাইছো 🙏🙏জয়গুৰুজনা শংকৰ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @rubulsaikia8656
    @rubulsaikia8656 2 роки тому +3

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি হৰি হৰি হৰি সুন্দৰ ভাগৱত পাঠৰ সুন্দৰ অনুষ্ঠান সকলোলৈক সেৱা জনাইছোঁ কৃষ্ণ

  • @marjitasangma1045
    @marjitasangma1045 2 роки тому +6

    Krishna Krishna ram Krishna Ram krishno krishno Ram krishno krishno Ram krishno krishno Ram krishno krishno Ram krishno krishno Ram krishno krishno Ram krishno krishno Ram krishno krishno Ram krishno krishno Ram krishno krishno Ram krishno krishno Ram

  • @jugenburagohain8034
    @jugenburagohain8034 2 роки тому +4

    পদ্ম কাকতি বান্ধৱৰ ভাগৱত পাঠ ধুনীয়া হৈছে। কৃষ্ণঃ

  • @dibyagogoi7823
    @dibyagogoi7823 2 роки тому +5

    কৃষ্ণ কৃষ্ণ বাপ সমস্ত এই মূঢ়মতি বৃদ্ধাই আপোনাসৱলৈ এভাগী সেৱা নিবেদিছো।ভগৱন্ত পুৰুষে আপোনাসৱক কৃপা কৰিছে।ন বিধ ভক্তিত অবিশ্ৰান্ত ভাৱে মজি আছে।শ্ৰৱণ কৰিবলৈ পায় আমিও পৰম কৃতাৰ্থ হৈছো। কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @taponborah2805
    @taponborah2805 2 роки тому +6

    কৃষ্ণ কৃষ্ণ বাপ অতি সুমধুৰ, সমস্ত জনৰ চৰণত সেৱা নিৱদিছো

  • @atulchandradasatulchandrad6588

    কৃষ্ণ এই পাঠ ভাগী মই প্ৰতিদিনে ৰাতি এবাৰ শুনিহে টোপনি যাও ।কৃষ্ণ কৃষ্ণ..........

  • @sanjibhandique2532
    @sanjibhandique2532 2 роки тому +8

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ প্ৰভুৰ শ্ৰী চৰণৰ চত্রৰ চায়াত সদায় সেৱা কৰিবলৈ শক্তি দি ভক্তি পাত্র কৰক 🙏🙏🙏

  • @MonujkumarGogoi-yn9hl
    @MonujkumarGogoi-yn9hl 11 місяців тому +1

    ❤️❤️❤️❤️💓🙏🙏🙏 কৃষ্ণ, কৃষ্ণ, বাপ, শ্ৰবন কৰি ভাল লাগিল, আপোনালোকৰ চৰনত মোৰ কোটি কোটি ভক্তি ভৰা সেৱা জনালো, ঈশ্বৰে সকলোকে কুশলে ৰাখক 💓💓❤️❤️❤️🙏🙏🙏

  • @junmonichangmai9356
    @junmonichangmai9356 2 роки тому +19

    পদ্ম কাকতি বাপজনাৰ ভাগৱতৰ সুৰ কণ্ঠই হ্নদয় চুই গৈছে ।সুৰৰ সুকীয়া বৈশিষ্ট যেন ।কৃষ্ণ ।

  • @bijurajkhowa7114
    @bijurajkhowa7114 2 роки тому +4

    হে প্ৰভু সেৱাহে।ইমান সুন্দৰ ভাগৱত পাঠ। কৃষ্ণ কৃষ্ণ।

  • @indrajitgogoi4742
    @indrajitgogoi4742 2 роки тому +7

    ভাগৱত পাঠ শুনি বহুত বহুত ভাল লাগিল ধন্যবাদ জনাইছো 🙏🙏🙏

  • @nirmalihazarika8855
    @nirmalihazarika8855 2 роки тому +4

    Hare Krishna ,
    Ki dhuniya
    Aaponalokar saranat sahachya pranam Prabhu

  • @robinborah5848
    @robinborah5848 2 роки тому +4

    Krishna kakoti bap jana pranjit bap jana very very good sound

  • @renuneog7516
    @renuneog7516 2 роки тому +1

    হে প্ৰভু দুয়োজনাৰ কণ্ঠই হৃদয়ছুই গৈছে কৌটিকৌটিসেৱানিবেদিছো

  • @sanjibrajkhowa123
    @sanjibrajkhowa123 Рік тому +3

    Krishna Krishna bahut behal lagi gol atmaa sanity paliy porch🙏🙏🙏🙏🙏🙏🙏

  • @chinugogoi8928
    @chinugogoi8928 2 роки тому +5

    Krishna Krishna sewa janaisu bap🙏🙏🙏🙏🙏

  • @anantasaikia203
    @anantasaikia203 2 роки тому +22

    কৃষ্ণ কৃষ্ণ।আপোনাসবৰ কণ্ঠত এনেদৰে সদায় ভাগৱতৰ অমৃত প্ৰাণ কৰিবলৈ সকলোকে দেৱ নাৰায়ণে কৃপা কৰক🙏🙏🙏

  • @abmonty7274
    @abmonty7274 2 роки тому +8

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 প্ৰণাম প্ৰভুসকল । কিযে অপূৰ্ব ! যেন অমৃত বৰষিছে । ধন্য ধন্য প্ৰভুসকল ব্যাখ্যা হোৱা হলে আৰু আনন্দ মিলিল হলে । অপৰাধ ক্ষমিব 🙏🙏🙏
    অঞ্জলি দাস

    • @dimpudas1597
      @dimpudas1597 2 роки тому +2

      কৃষ্ণ কৃষ্ণ

  • @atulchandradasatulchandrad6588
    @atulchandradasatulchandrad6588 2 роки тому +6

    দুয়ো জনৰে বহুত ভাল কন্ঠ ।কৃষ্ণ

  • @arupdutta1873
    @arupdutta1873 2 роки тому +9

    কৃষ্ণ, কাকতি বাপ আৰু প্ৰানজিৎ বাপ আপোনাসৱক আমি এই অধমে হৃদয় কমলৰ পৰা প্ৰণিপাত জনাইছো ।পৰম পুৰুষ ভগৱন্তদেৱে আপোনাসৱ দুয়ো পুণ্য আত্মাকে সকলোপ্ৰকাৰে কৃপা কৰক ।জগতত কৃষ্ণ কথা প্ৰচাৰ কৰি গৈ থাকক,যাতে আপোনালোকৰ অনুগ্ৰহত আমি মূঢ়মতিসকলে ঐকানতিক সুখৰ সনঢান পাব পাৰোঁ ।কৃষ্ণ কৃষ্ণ কৃষ্ণ, ঈশ্বৰে আপোনাসৱক কৃপা দৃষ্টি দান কৰক ।জয় জয় ৰাম,জয় জয় কৃষ্ণ, জয় জয় নাৰায়ণ ,জয় জয় দুয়ো জনা কৃপাল গুৰু শংকৰ মাধৱ ।কৃষ্ণ কৃষ্ণ কৃষ্ণ.........…

  • @robinborah5848
    @robinborah5848 2 роки тому +6

    Krishna kakoti bap jana pranjit bap jana bhut bhal lagilgsay

  • @meghaligogoi4454
    @meghaligogoi4454 2 роки тому +1

    Pranjit gogoi bapjonar eman hundor hur hosakoie teu a ejon krishnar oboter 🙏🙏🙏🙏🙏

  • @monujkumargogoi2013
    @monujkumargogoi2013 2 роки тому +6

    কৃষ্ণ কৃষ্ণ বাপ,সকলো লৈকে ভক্তি ভৰা প্ৰণাম,

  • @SandhyaraniborahBorah
    @SandhyaraniborahBorah Місяць тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @bijithazarika7363
    @bijithazarika7363 2 роки тому +5

    কৃষ্ণ কৃষ্ণ বাপ সব অতি মনোৰম ।

  • @krishnadutta4924
    @krishnadutta4924 Рік тому +2

    1000বাৰ মান হুনিলোঁ ,যিমান দিন জীয়াই আছোঁ শুনি থাকিম ,ইমানেই ভাল লাগে।

  • @kameswarbez5812
    @kameswarbez5812 2 роки тому +3

    বাপদুজনাৰ কণ্ঠস‌্বৰ অতি সুন্দৰ। কৃষ্ণ। কৃষ্ণ।।

  • @jadumoniborah8575
    @jadumoniborah8575 Рік тому +1

    ৰাম কৃষ্ণ
    ৰাম কৃষ্ণ
    ৰাম কৃষ্ণ 🙏🏻🙏🏻🙏🏻

  • @alokkumarbaruah8194
    @alokkumarbaruah8194 Рік тому +2

    Sadhar kakati aru gogoi bap lagata mandirat upabistha ai bap r sarant mai sewa janiso.bap dujanar bhgawat path amrit barakha disa.ki sundar path suni thakila suni thakiba mon jai.krisna bap

  • @rubineog9534
    @rubineog9534 2 роки тому +3

    krishna krishna bapjon pronam jonisu .

  • @purnakantagogoi7064
    @purnakantagogoi7064 2 роки тому +20

    কৃষ্ণ কৃষ্ণ । অতি সুন্দৰ সুললিত কণ্ঠ। দুয়োজনা বাপৰ সুমধুৰ সুৰে হৃদয় চুই গৈছে। জয় গুৰু শঙ্কৰ।

  • @robinborah5848
    @robinborah5848 Рік тому +2

    Sundar sundar path krishna

  • @monikagogoi1010
    @monikagogoi1010 2 роки тому +1

    ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল। কৃষ্ণ, কৃষ্ণ বাট।

  • @padmakalita6061
    @padmakalita6061 Рік тому +2

    Krishna Krishna pranam jonalu apunar Arun charonat

  • @ArupSaikia-o6c
    @ArupSaikia-o6c 7 місяців тому +2

    Sundarpath

  • @robinborah5848
    @robinborah5848 2 роки тому +4

    Kakakti bapjans pranjot bapjsna bhut bhut bhal lagilsay best sound dono bap dujana robin

  • @iboroboro2755
    @iboroboro2755 2 роки тому +6

    Krishna Krishna Krishna 🙏🙏🙏🙏🙏🙏🙏 Krishna Krishna Krishna

    • @rupkantapathori2852
      @rupkantapathori2852 2 роки тому

      মুঠতে কৰ্মই ধৰ্ম বুলি ভাবি প্ৰভু ভগৱন্তক অলপসময় প্ৰাৰ্থনা কৰিলেই ভগৱন্ত সনতষট হয় নেকি।

  • @chayarani4213
    @chayarani4213 2 роки тому +3

    প্ৰভু সেৱা গ্ৰহন জনালো ?মই ভাগৱ ভাগ শুনি ছো আপোনাললোক মোৰ মনৰ প্ৰন্ন উদয় হয় !শুধিৱ পাৰিম নে!

  • @rekhagogoi322
    @rekhagogoi322 2 роки тому +5

    কৃষ্ণ,কৃষ্ণ,কৃষ্ণ।

  • @bipinboruah9954
    @bipinboruah9954 2 роки тому +4

    ৰাম কৃষ্ণ ৰাম কৃষ্ণ 🙏🏼🙏🏼🙏🏼

  • @sarumaiborah448
    @sarumaiborah448 2 роки тому +5

    কৃষ্ণ কৃষ্ণ প্ৰণাম বাপ। 🙏🙏🙏

  • @birensaikia4994
    @birensaikia4994 2 роки тому +1

    কৃষ্ণ কৃষ্ণ ভকত ভাগৱতলৈ সেৱা আগবঢ়ালো ।

  • @lakheswardaimari8906
    @lakheswardaimari8906 2 роки тому +6

    কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @beautykonwar427
    @beautykonwar427 2 роки тому +4

    অকল সুৰৰ হ'লে নহ'ব ভাগৱতৰ অৰ্থ কি কৈছে সেইটোহে আচল কথা।শিৱ পাৰ্বতি কথা অৰ্থ কোৱা হ'লে সকলো উপকিত হ'ল হেঁতেন

  • @ManikChutia-xb9jg
    @ManikChutia-xb9jg 2 роки тому +2

    কৃষ্ণ কৃষ্ণ বাপ । সচাকৈয়ে বৰ সুন্দৰ কন্ঠ ।

  • @krishnaboruah9128
    @krishnaboruah9128 2 роки тому +3

    দুয়ো বাপক ভগৱানে কুখলে ৰাখক

  • @reetabordoloi5258
    @reetabordoloi5258 2 роки тому +7

    কৃষ্ণ কৃষ্ণ প্রভু দুগৰাকীলৈ মোৰ আন্তৰিক ভক্তিভৰা সেৱা ভাগি আপোনালোকৰ শ্রীচৰণত ধৰিছো, গ্রহন কৰে যেন | বহুত আনন্দ পাইছো , শুনিয়ে থাকিব মনযায় | আপোনালোকক প্রভু ভগৱন্তই কৃপা কৰিছে | সদায় কুশলে থাকক | 🙏🙏🙏🙏

    • @paramananda5403
      @paramananda5403 Рік тому

      🙏🙏🙏🙏🙏🙏🙏😰🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😔

    • @paramananda5403
      @paramananda5403 Рік тому

      😂😂🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏😱😱🥳🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @ননীগগৈ
    @ননীগগৈ 2 роки тому +8

    কৃষ্ণ কৃষ্ণ

  • @AsmitaNath-fv9ci
    @AsmitaNath-fv9ci 5 місяців тому +1

    কৃষ্ণ😊

  • @nirusaikia7631
    @nirusaikia7631 2 роки тому +1

    কৃষ্ণ কৃষ্ণ বাপ সমস্ত । কৃষ্ণ কৃষ্ণ 👃👃

  • @BitulDutta-vc2vm
    @BitulDutta-vc2vm Рік тому +2

    Jai ram shree ram jai jai rammmmmmmmmmm

  • @সুদৰ্শন
    @সুদৰ্শন 2 роки тому +5

    কৃষ্ণ কৃষ্ণ অতি সুন্দৰ লাগিছে

  • @swapnagogoi8702
    @swapnagogoi8702 Рік тому +1

    কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত সেৱা নিবেদিছো

  • @kamalboruah2462
    @kamalboruah2462 2 роки тому +4

    Hundur lagas ভাগৱত পাথ

  • @jadumoniborah8575
    @jadumoniborah8575 Рік тому +1

    ৰাম কৃষ্ণ
    ৰাম কৃষ্ণ
    ৰাম কৃষ্ণ 🙏🏻🙏🏻🪔🪔🪔

  • @robinborah5848
    @robinborah5848 2 роки тому +1

    Excl path bapp dujanalii pranam krishna

  • @ArupSaikia-o6c
    @ArupSaikia-o6c 8 місяців тому +1

    ❤ sundar

  • @krishnakhaund3014
    @krishnakhaund3014 2 роки тому +2

    Krishna Ram Krishna Ram probu hobe bahut hundor ati hundor krishna ram krishna ram from Jonai Telam Kanai Gau

  • @RidipMainavlogs
    @RidipMainavlogs 2 роки тому +5

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনাইছো

  • @deepadas4
    @deepadas4 2 роки тому +5

    কৃষ্ণ জয় গুৰু শঙ্কৰ

  • @narendra.saikia.narendrasaikia
    @narendra.saikia.narendrasaikia 11 місяців тому +1

    🙏❤❤❤❤

  • @PadumNeog-vx4vr
    @PadumNeog-vx4vr 25 днів тому

    Krishna krishna krishna krishna 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @robinborah5848
    @robinborah5848 Рік тому +1

    Bhut sundar path krishna bapp donjana

  • @BrojenChetia-i8n
    @BrojenChetia-i8n 2 місяці тому +1

    কাকতি বাপ ঈশ্বৰৰ আপোনাক আমি এবাৰ লগ পাব বিছাৰিছো। আপোনাৰ চৰন কমলত সেৱা নিবেদিলো।

  • @jintudutta278
    @jintudutta278 2 роки тому +5

    Krishna Krishna bapjana

  • @pronamigogoi163
    @pronamigogoi163 2 роки тому +5

    Krishna Krishna Krishna 🙏

  • @bantiborah4174
    @bantiborah4174 Рік тому +2

    কৃষ্ণ🙏🙏🙏🙏

  • @robinborah5848
    @robinborah5848 Рік тому

    Sundar path krishna❤

  • @mukheswarkonwar9754
    @mukheswarkonwar9754 2 роки тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏

  • @sanahigogoi381
    @sanahigogoi381 2 роки тому +1

    কৃষ্ণ কৃষ্ণভগৱানে দুয়োজনকে দীঘায়ু কৰক

  • @999tacion6
    @999tacion6 2 роки тому +2

    Joi shree Krishna dhanya dhanya bap eman Sundar.

  • @gdu7924
    @gdu7924 2 роки тому +8

    Krishna krishna

  • @robinborah5848
    @robinborah5848 2 роки тому +1

    Krishna ati sundar krishna

  • @prasantakumarnath9469
    @prasantakumarnath9469 2 роки тому +4

    কৃষ্ণ কৃষ্ণ বাপ জন প্ৰনাম 🙏🙏🙏

  • @bobynath4148
    @bobynath4148 2 роки тому +3

    কৃষ্ণ কৃষ্ণ।সুন্দৰ

  • @নৰেন্দ্ৰচন্দ্ৰ

    কৃষ্ণ কৃষ্ণ,,,,

  • @robinborah5848
    @robinborah5848 2 роки тому +1

    Krishna bap dojana ati sundar

  • @babluborabablubora9062
    @babluborabablubora9062 2 роки тому +5

    জয় গুৰু শংকৰ। অতি সূন্দৰ কণ্ঠ । কৃষ্ণ ৰাম।🙏🙏🙏

  • @bituponboraassam9322
    @bituponboraassam9322 2 роки тому +3

    প্ৰতিদিনেই এবাৰকৈ শুনোয়েই এই অধ্যায় ভাগ, বৰ সুমধুৰ কণ্ঠ দুয়োজনৰে ।
    কৃষ্ণ 🙏🙏

  • @brojengogoiblogs7584
    @brojengogoiblogs7584 2 роки тому +6

    কৃষ্ণ - ৰাম🙏🙏🙏

  • @kalpanahazarika7631
    @kalpanahazarika7631 2 роки тому

    Omrit palu provu dujona.krisnio.krishna.

  • @ramtanti8009
    @ramtanti8009 2 роки тому +5

    Krishna Krishna Krishna baap

  • @milanjyotidutta794
    @milanjyotidutta794 2 роки тому +5

    Jai Sri Krishna.

  • @robinborah5848
    @robinborah5848 2 роки тому +6

    Best of sound krishna prankit and kakoti bapjana

  • @robinborah5848
    @robinborah5848 Рік тому +1

    Krishna sundar path thanku

  • @robinborah5848
    @robinborah5848 2 роки тому +2

    Krishna dono jana bapp bhut excl sound

  • @binadeka9674
    @binadeka9674 2 роки тому +6

    Krishna Krishna Bap.

  • @robinborah5848
    @robinborah5848 Рік тому +1

    Krishna bhut Sundar path

  • @AtulBorahOfficial
    @AtulBorahOfficial 2 роки тому +3

    অতি সুন্দৰ পাঠ, শুনি অতিকৈ আনন্দ লভিলো,দুয়োজনা মহা মহন্তৰ চৰণত অধমৰ ভক্তি ভৰা সেৱা নিবেদিলোঁ, কৃষ্ণ 🙏🙏 🙏🙏🙏

  • @debojaniozah5450
    @debojaniozah5450 2 роки тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম

  • @probalkhantaniar7310
    @probalkhantaniar7310 2 роки тому +1

    বৰ ভাল পালো দুয়োজনাৰ পাঠ।

  • @robinborah5848
    @robinborah5848 Рік тому +2

    Krishna bhut khub

  • @gobindasaikia9028
    @gobindasaikia9028 2 роки тому +1

    Krishn krishna guru jon nice 👍❤️🙂

  • @ramcharandeka9143
    @ramcharandeka9143 2 роки тому +3

    OM namah bhagawate vasudevaya.

  • @gopagogoi7958
    @gopagogoi7958 2 роки тому +5

    Krishna Krishna 🙏

  • @robinborah5848
    @robinborah5848 Рік тому +1

    Krishna Sundar path pranam bapp donjana

  • @lunavoder1654
    @lunavoder1654 6 місяців тому +1

    🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @mbharali2627
    @mbharali2627 2 роки тому +2

    সুন্দৰ কৈ পঢ়িছে ।