যুৱক যুৱতীয়ে শৰণ ভজন নোলোৱাকৈ ভাগৱত পাঠ কৰিব পাৰেনে

Поділитися
Вставка
  • Опубліковано 24 лис 2024

КОМЕНТАРІ • 218

  • @SayamborGohain
    @SayamborGohain 2 місяці тому +22

    কৃষ্ণ কৃষ্ণ প্ৰভু সেৱা জনালোঁ বহুত বহুত ধন্যবাদ।

  • @jitenkonwar2942
    @jitenkonwar2942 26 днів тому +5

    🙏 জ্যোতি ময় প্ৰভূ জনাৰ চৰণত আমি অধমে সেৱা নিবেদন কৰিছো 🙏🙏🙏🙏

  • @DSqrtda
    @DSqrtda Місяць тому +7

    কৃষ্ণ !
    ধৰ্ম পুথি পঢ়িবৰ বাবে শৰণ বা ভজন ভাগি ল'ব লাগিব বুলি মই নেভাবো। ধৰ্ম পুথি বিলাকত আমাক সদাচাৰ, সংযমী, হিংসা ইত্যাদি বিলাকৰ পৰা বিৰত থাকিবৰ বাবেহে লগতে সৎকৰ্মৰ যোগেদি আমি কি দৰে একোজন আদৰ্শবান ব্যক্তি হ'ব পাৰো তাকেহে কৈছে। যদি মই শৰণ বা ভজন ভাগি ললো, তিনি বস্ত্ৰ পৰিধান কৰি, শিৰত তুলসীৰ মালা, কপালত চন্দনৰ তিলক লৈ এজন পূৰ্ণাঙ্গ ভকত। কিন্তু মনৰ পৰা যদি আসুৰিক চিন্তা আঁতৰ নকৰোঁ,তামসিক আহাৰ গ্ৰহণ কৰো, গধূলি অলপমান ৰঙা পানী খাই নিজক লেকাম নোহোৱা ঘোঁৰাৰ দৰে এৰি দিওঁ, তেনে ভক্তিৰ কিবা অৰ্থ থাকিব পাৰে নে ?
    আপুনি সৎ পথত থাকি, সৎ উপাৰ্জনে, শান্তিৰে পৰিয়ালৰ লগত বা আত্মীয় সকলৰ বা সমাজৰ লগত মিলি থাকিলেই স্বৰ্গ সুখ পাব। আচলতে অন্তৰৰ পৰা আপুনি ভগৱানক বিছাৰিছো নে বাহ্যিক ভাবে লোকাচাৰ কৰি হে ঈশ্বৰ ভজিছোঁ ইয়াৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ প্ৰশ্নৰ উত্তৰ পাব। এই কলিৰ যুগত ভগৱানৰ প্ৰতি মানুহৰ ভক্তি বাঢ়িছে। ভাগৱত পাঠ, ব্যাখ্যা অনুস্থান বাঢ়িছে, ভাগৱত ব্যাখ্যা কাৰী বহুত হৈছে। কিন্তু তেখেত সকলে অনুষ্ঠান ভাগিলৈ আমন্ত্ৰণ কৰিলে কিয় নিজৰ মাননীৰ কথা কয়? মানে তেখেত নিজেই মায়া, মোহত আৱদ্ধ। গতিকে তেখেতে আপোনাক কি দৰে মাৰ্গ দেখুৱাব পাৰিব ?
    আপুনি অনুষ্ঠান ভাগিলৈ আহিছে, মূৰত পাগুৰী, চুলি ৰং কৰি, দাড়ি খুড়াই সুন্দৰকৈ আহিছে। মানে আপোনি মায়া আৰু মোহত আবদ্ধ। গতিকে আপুনি কি দৰে ভগৱান প্ৰাপ্তি হ'ব ?

    • @JayantaBasumatari-u5w
      @JayantaBasumatari-u5w Місяць тому

      আপুনি মুৰ মনৰ কথা কৈছে

    • @pranabborah209
      @pranabborah209 9 днів тому

      এইবিলাক প্ৰশ্নৰ উত্তৰ দিবলৈ প্ৰভূৰ সময় নাই আৰু উত্তৰো নাই।

  • @Tonmoydewri
    @Tonmoydewri Місяць тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপজন ।উত্তৰ সুন্দৰ ভাৱে দিছে।সেৱা জনাইছোঁ।

  • @mantukalita-ig2dm
    @mantukalita-ig2dm Місяць тому +2

    কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালো প্ৰভু।মনৰ,আশা ,পুৰন,কৰক, প্ৰভূ।❤❤❤❤❤

  • @rhiturajpathak8351
    @rhiturajpathak8351 2 місяці тому +37

    কৃষ্ণ কৃষ্ণ বাপ।সেৱকীৰ সেৱা ভাগি গ্ৰহণ কৰিব । কৃষ্ণ কৃষ্ণ

  • @poragboruah4156
    @poragboruah4156 2 місяці тому +7

    🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏

  • @tirthanathborgohain8036
    @tirthanathborgohain8036 2 місяці тому +10

    সেহিসে সকলে শাস্ত্ৰ পঢ়িলে শুনিলে সি সি অনুষ্ঠান সমস্থে কৰিলে ,নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাঙ্ক সমূহ ভৈল আশাক যিজনে পিঠি দিলে ।। শুৰ মাত ভাল হ'লেই ,যেই তেই শাস্ত্ৰ পঢ়িলে ফল নধৰে ।নামত শৰণ লৈ ভক্তি কৰিব লাগিব।কিন্তূ ইটো মহাধম্ম এক নামেসে প্ৰখ্যাত, শ্ৰৱণ মাত্ৰকে কৰে কৃষ্ণক সাক্ষাত ।।

  • @hemaprabhasaikia5321
    @hemaprabhasaikia5321 2 місяці тому +8

    কৃষ্ণ কৃষ্ণ বাপজনা সন্ধিয়া ভক্তি ভৰাসেৱাভাগি গ্ৰহন কৰিব কৃষ্ণ।

  • @bubulgogoi3852
    @bubulgogoi3852 2 місяці тому +9

    কৃষ্ণ বাপ দাসৰ ভক্তি সেৱাভাগী গ্ৰহণ কৰিব 🙏 🙏 🙏 🙏

  • @rajudutta6401
    @rajudutta6401 2 місяці тому +6

    আধ্যাত্মিক জগতত প্ৰবেশ কৰাৰ প্ৰথম খোজটোৱেই হৈছে শৰণ ।অশৰণীয়াই শাস্ত্ৰ পঢ়িব পাৰে । কিন্তু বিষেশ লাভ নহ'ব । যিহেতু আমি মায়ামৰা ‌সমাজৰ ভক্ত গতিকে মহাপুৰুষে দেখুৱাই যোৱা পথ কেই অৱলম্বন কৰিলেই হ'ল । আমি ‌নাজানিলেও‌ নিতী নিয়মৰ‌ মাজতেই তত্বকথাবিলাক ‌সোমাই‌ আছে । ভক্তি মঙ্গল ঘোষা শাস্ত্ৰ ভাগিতেই ভকতৰ গ্ৰহনীয় বৰ্জনীয় ,গুৰু কোন, ঈশ্বৰ কোন ,শৰণ কিয় ল'ব লাগে ,নললে কি হয় আদি ।

  • @DulalSaikia-v4y
    @DulalSaikia-v4y Місяць тому +1

    সকলো আই বাপ যুৱক,যুৱতি উপকৃত হব লাগিব পালন মানিব লাগিব বচন।কৃষ্ণ, কৃষ্ণ কৃষ্ণ ।

  • @r.ctalukdar1659
    @r.ctalukdar1659 2 місяці тому +2

    কৃষ্ণ প্ৰভূ ঈশ্বৰ ভাগৱত হেনো বেলেগ কৈ লিখা হৈছে, মন্তব্য এটা পঢ়ি বেয়া লাগিল।নানা মুনিৰ নানা মত। গগৈ বাপ জনালৈ সেৱা ধৰিলো। কৃষ্ণ।

  • @Official_baby-1
    @Official_baby-1 Місяць тому +2

    কৃষ্ণ কৃষ্ণ কৃষ্ণ ধুনীয়া পদক্ষেপ গ্ৰহণ কৰিছে

  • @Nishanvlogs-u6k
    @Nishanvlogs-u6k Місяць тому +3

    অতি সুন্দৰ ব্যাখ্যা

  • @polashjyotikhound7373
    @polashjyotikhound7373 2 місяці тому +4

    কৃষ্ণ কৃষ্ণ, আপোনাক এটা প্ৰশ্ন কৰিব খুজিছো. সকলোৱে কয় আৰ হাতেৰে নাখাবা তাৰ হাতেৰে নাখাবা, এই বাতবিচাৰ নিচ জ্ঞান, শাস্ত্ৰত বা প্ৰভূ ভগৱন্তে কৈছে. অনুগ্ৰহ কৰি ইয়াৰ উত্তৰ দিব নেকি

    • @DSqrtda
      @DSqrtda Місяць тому

      সেইটো বিচাৰ কৰিব নজনা জনক কি বুলি কয় ?

  • @kanakdas2050
    @kanakdas2050 2 місяці тому +2

    কৃষ্ণ পৰম ঈশ্বৰ। ❤

  • @nonichutia3034
    @nonichutia3034 2 місяці тому +6

    সুন্দৰ ব্যাখ্যা গগৈ বাপ

  • @ashokkumardutta7850
    @ashokkumardutta7850 2 місяці тому +7

    কৃষ্ণ কৃষ্ণ‌‌ সেৱা‌‌ নিবেদিছো বাপ

  • @NijaraHazarikaDas
    @NijaraHazarikaDas 5 днів тому +1

    কৃষ্ণ কৃষ্ণ কৃষ্ণ হে বাপ আপোনাৰ চৰণত শতকোটি সেৱা জনাইছো ৷

  • @Basantakumarnath-n5d
    @Basantakumarnath-n5d Місяць тому +4

    পিতৃৰ স্বভাৱৰ লগত পুত্ৰৰ স্বভাৱৰ মিল হব বুলি কোনো কথা নাই। নহলে ভক্ত প্ৰহ্লাদ কেনেকৈ হ'ল?

  • @monipradipchetia8821
    @monipradipchetia8821 2 місяці тому +3

    Oti hundor ....biyakhya...Hari Bol

  • @KabitaRabha-g4m
    @KabitaRabha-g4m 11 днів тому

    Krishna Krishna Krishna 🙏🙏🙏♥️♥️♥️

  • @JituHazarika-o3i
    @JituHazarika-o3i 2 місяці тому +3

    কৃষ্ণ ৰাম কৃষ্ণ ৰাম

  • @keshabbora7742
    @keshabbora7742 2 місяці тому +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @hemendas9287
    @hemendas9287 Місяць тому +1

    JOY SHREE KRISHNA JI

  • @saratgogoi5339
    @saratgogoi5339 2 місяці тому +7

    কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏

  • @ThaneswarBorah-z8y
    @ThaneswarBorah-z8y 13 днів тому

    কৃষ্ণ কৃষ্ণ কৃষ্ণ নমো নাৰায়ণ প্ৰভু আমি কৃপা প্ৰাৰ্থী হৈ ৰলো

  • @khirodbhuyan5967
    @khirodbhuyan5967 2 місяці тому +5

    Krishna 🙏

  • @swapnagogoi8702
    @swapnagogoi8702 2 місяці тому +18

    কৃষ্ণ কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন কৃষ্ণ কৃষ্ণ

  • @DhrienPhukon
    @DhrienPhukon 2 місяці тому +7

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤

  • @PahiHandique-df2ji
    @PahiHandique-df2ji 2 місяці тому +4

    ৰাম কৃষ্ণ 🙏🙏🙏🙏

  • @nirjurajgogoi319
    @nirjurajgogoi319 2 місяці тому +13

    আগৰ যুগত মানুহ বিলাকক শাস্ত্ৰ ভাগৱত পঢ়িবলৈ বাধা প্ৰদান কৰে যাৰ বাবে পৌৰাণিক ধৰ্মীয় নীতি নিৰ্দেশনা সমূহ চলি আছে এই আধুনিক যুগত। এতিয়াও ভেকুলীৰ দৰে বোপাককাৰ দিনৰ নিয়ম সমূহ এৰিব পৰা নাই ।

  • @runusaikia4409
    @runusaikia4409 19 днів тому

    বাপ জনাৰ জ্ঞান মাৰ্গ দৰ্শনত শত কোটি প্ৰনাম

  • @mondiramech899
    @mondiramech899 2 місяці тому +5

    কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @dilipdas8112
    @dilipdas8112 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ বাপ ভাল লাগিল ❤

  • @krishnagogoi1657
    @krishnagogoi1657 2 місяці тому +1

    কৃষ্ণ কৃষ্ণ জয় গুৰু শংকৰ |

  • @binaprovasaikia8555
    @binaprovasaikia8555 Місяць тому +1

    সুন্দৰ বতমান সময়ৰ

  • @RobisonPegu
    @RobisonPegu 21 день тому +1

    Murmote shoron bhojon luwatu balag aru bhawot pat kori gyan luwatu balag, gotike shoron-bhojon luwar agote ag-guri jonatu atikoi proyujon buli babu. Parile lora-shuwalik bhawotor pod shomuh mukosto koruwabo lage teteya shoron-luwa nuluwa nije shindanto lobo nololeu gyian labh koribo. Amar bhagwan kitap mulyowan kitap hobo parile class ix and xit uporenci hichabe mul pathbur shopa kori shrenit cholabo lage.

  • @pallabikagohain5720
    @pallabikagohain5720 2 місяці тому +5

    কৃষ্ণৰ কৃপাত নাম বৈকুণ্ঠত বাপ জনাৰ মুখ পদ্মে কৃষ্ণ কথা শ্ৰৱণ কৰাৰ সুবিধা পালোঁ l বাপ জনা আপোনাৰ সুন্দৰ বৰ্ণনা ও বাখ্যা শুনি আমি পৰম আনন্দিত হৈছোঁ কৃষ্ণ

  • @amiyabaruah3534
    @amiyabaruah3534 Місяць тому +1

    আপোনাৰ তুলনাটোত ছোৱালী জনিৰ উদাহৰন দিয়া বেয়া কথা ৷

  • @BabliGogoi-j6l
    @BabliGogoi-j6l 2 місяці тому +1

    Hare Krishna 🙏🙏 Prabhu

  • @dibyajyotibaruahdibyajyoti6312
    @dibyajyotibaruahdibyajyoti6312 Місяць тому +7

    মানুহ গৈ চন্দ্ৰ পালেগৈ , মানুহে মঙ্গল গ্ৰহত বসবাস কৰাৰ বাবে চিন্তাচৰ্চা চলি আছে । এইজনাই আকৌ সচাই মিছাই এসোপা বুজাই মানুহক মূৰ্খ সজাই আছে

    • @DSqrtda
      @DSqrtda Місяць тому +5

      চন্দ্ৰত ঘৰ লোৱা পাতিলে মাতিব।

    • @dibyajyotibaruahdibyajyoti6312
      @dibyajyotibaruahdibyajyoti6312 Місяць тому +2

      তহঁতৰ নিচিনা জধামূৰ্খ সোপা গৈ কি কৰিবি ???

    • @DebajitTaye-u6w
      @DebajitTaye-u6w Місяць тому +1

      যাৰ যিমান বুজা শক্তি থাকে, সেই সিমানে বুজি পাব ৷ মূখ বুজাই লাভ নাই ৷

    • @mrinmoy13
      @mrinmoy13 Місяць тому

      Apunak moi challenge korisu.. Jodi imane apuni science mani sole, then, apuni edin kunuba eta Namghrt goi aaxon khonot goor mari di ahibo paribo lagibo.. Tetia bhagawan kun, aru science ki gom pai jaabo..

  • @pallabikagohain5720
    @pallabikagohain5720 2 місяці тому +4

    কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤🪔🪔🪔🪔🌹🌹🌹🙏🙏🙏🙏

  • @jatinkalita6619
    @jatinkalita6619 Місяць тому +1

    কৃষ্ণ প্রভূ বহ্যেতো কথা জানিব পারীলো ভাল লাগিল

  • @SaikiaPabitra-u1f
    @SaikiaPabitra-u1f Місяць тому +2

    Krishna Krishna 🙏🏿🙏🏿🙏🏿😊😀😃❤

  • @Plabitadas21
    @Plabitadas21 2 місяці тому +3

    Paribo😊

  • @bhadreswarbania2140
    @bhadreswarbania2140 2 місяці тому +2

    কৃষ্ণ । বাপ অশোক বনখনৰ বিষয়ে জানি মন গৈছে । কৃপাকৰি বাখ্যাৰ মাজতে কেতিয়াবা জনাব চোন । কৃষ্ণ

  • @ratul-g9e
    @ratul-g9e 2 місяці тому +5

    প্ৰশ্নটৌ বহুত গুৰুত্বপূৰ্ণ।।????

  • @KukilSaikia-x4r
    @KukilSaikia-x4r 2 місяці тому +2

    Krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Nezukoxhetia
    @Nezukoxhetia Місяць тому +1

    কৃষ্ণ কৃষ্ণ বাপজনা 🙏🙏🙏

  • @DipakSaikia-v6u
    @DipakSaikia-v6u 2 місяці тому +3

    🙏

  • @govinda593
    @govinda593 29 днів тому +1

    Hare Krishna

  • @MayuriTamuli-c4q
    @MayuriTamuli-c4q 2 місяці тому +3

    Krishna

  • @ramcharandeka9143
    @ramcharandeka9143 2 місяці тому +2

    Madhaba Ram Krishna Hari Gopal Jagannath Keshab Krishna Madhava Ram.

  • @bipulsutradhar8145
    @bipulsutradhar8145 2 місяці тому +2

    কৃষ্ণ🙏🌷🙏🌷🙏🌷

  • @HoreswariDas-j2g
    @HoreswariDas-j2g 2 місяці тому +2

    কৃষ্ণ কৃষ্ণ🙏🙏🙏

  • @munindraborgohain6054
    @munindraborgohain6054 2 місяці тому +2

    Krishna. Krishna 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻 🙏🏻

  • @JayantaDhing-py2to
    @JayantaDhing-py2to 2 місяці тому +4

    কৃষ্ণ কৃষ্ণ বা প জয়গৰু শঙকৰ

    • @DSqrtda
      @DSqrtda Місяць тому

      আপুনি শব্দ কেইটা শুদ্ধকৈ লিখিব জনা নাই, বাকীখিনি বাদ দিয়ক।

    • @DSqrtda
      @DSqrtda Місяць тому

      গৰু কাক কৈছে ?

  • @BuluBaruah-u4s
    @BuluBaruah-u4s 2 місяці тому +2

    🙏 Kishano 🪔

  • @purnimadas7779
    @purnimadas7779 2 місяці тому +1

    🙏🙏কৃষ্ণ🙏 কৃষ্ণ 🙏🙏
    🙏🙏কৃষ্ণ 🙏কৃষ্ণ 🙏🙏

  • @bidhanbhadhara5784
    @bidhanbhadhara5784 27 днів тому +1

    🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @pankajgogoi1511
    @pankajgogoi1511 4 дні тому

    🙏🙏🙏🏻🙏

  • @DSqrtda
    @DSqrtda Місяць тому +2

    এজনে প্ৰশ্ন কৰিছে শৰণ, ভজন নোলাৱাকৈ পাঠেকী বা ব্যাখ্যাকাৰ হ'ব পাৰে নে ? উত্তৰ হ'ব লাগে পাৰে বা নোৱাৰে ।
    গৰুৱে আগ খোৱাৰ পৰা ভেকুলী য়ে টোৰ টোৰোৱা লৈকে বুজালে। মানে আমাৰ পূৰ্বৰ পৰা চলি অহা প্ৰথা অনুযায়ী হে নোৱাৰে । নহয় জানো ?

  • @tilakdeka5551
    @tilakdeka5551 2 місяці тому +2

    ❤❤❤

  • @BasantaDas-b9g
    @BasantaDas-b9g 19 днів тому

    Krishna krishna krishna

  • @parthakonwar8119
    @parthakonwar8119 Місяць тому +2

    উওৰ বিলাক পুনপতিয়াকে দিব লাগে

  • @gargisonowal17
    @gargisonowal17 2 місяці тому +3

    বাপ জনা এটা মোৰ প্ৰশ্ন অনিৰুদ্ধদেৱৰ গুৰু দেৱৰ বিষয়ে অকণমান ক'লে ভাল পাম অনুৰোধ কৰিলো

    • @GirinbaruahGirinbaruah
      @GirinbaruahGirinbaruah 27 днів тому

      এখেতে শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ বিষয়ে জনাব পাৰিবনে ??

  • @giridharidas4816
    @giridharidas4816 Місяць тому +1

    Hare.krishna

  • @IndraKantaLaskar-g1c
    @IndraKantaLaskar-g1c Місяць тому +2

    পঢ়ি বাক লাগি গৈলা প্ৰভু ছাঁ ত্ৰ হৈয়া। সা নদিপনী গুৰু শিক্ষাই লন্ত্ স বে শাস্ত্ৰ।।পাছ ব ছৰ বয়সত কৃষ্ণ আৰু বলো ই যমুনা ত স্নান কৰি দীঘল দি সাষ্টংগে সেৱা কৰি শ ৰণ আৰু পাচত ভজন 64 সৌশস্থি দিন।। বিনা গুৰু শৰণ সনাতন পৰী পন্ঠী ।প্ৰাথমিক শিক্ষা নোলোৱা কৈ m A admission কত? নাৰায়ণ নং নমষ্টোতে নমুনমহ।।কৃষ্ণ এৰিলত ইটো ভূমণ্ডল অধ্বৰ্ম্মে যুৰিল ৰাজ।শ্ৰী ধৰ্ম ধৃতি স ত্য নীতি কৃষ্ণৰ লগতে গৈ ল।। অন্ন বস্ত্ৰয় নুজুৰিব। অক্ থকি কথকীি হৈ ব।। উদ্ধৱ মহন্তক দিয়া মাৰ্গ অনুসৰণ দুৰূহ........ ....

  • @rekhagogoi322
    @rekhagogoi322 2 місяці тому +1

    Krishna Krishna Krishna 🙏.

  • @gautamdas5705
    @gautamdas5705 2 місяці тому +2

    কৃষ্ণ কৃষ্ণ বাপ আই সকল সেৱা জনালোঁ ৰাম নাৰায়ণ ৰাম 🙏🙏🙏🙏 শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কৃষ্ণ কৃষ্ণ ❤❤❤ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

  • @GulapiSonowal-f3n
    @GulapiSonowal-f3n Місяць тому +1

    Khisno 🙏🙏🙏

  • @DilipChDutta
    @DilipChDutta Місяць тому +1

    বাপ এই অমৃতময় বায়ক নামানে কৃষ্ণ কৃষ্ণ

  • @anuraggoswami4108
    @anuraggoswami4108 Місяць тому +2

    যগ্যো উপবিত ধাৰণ নকৰাকে বেদ আদি শাস্ত্ৰ পঢিব পাই জানো দাদা।

  • @Subash.CheruwaCheruwa
    @Subash.CheruwaCheruwa 5 днів тому

    🙏🙏🙏🌹🌹🌷🌷💅

  • @arabindodas2009
    @arabindodas2009 2 місяці тому +1

    Hi Bap krishno. krishno

  • @kilipp7870
    @kilipp7870 Місяць тому +1

    Krishna Krishna Krishna 🙏🙏🙏 l

  • @jitulchetia2946
    @jitulchetia2946 2 місяці тому +4

    🙏🙏🙏

  • @ManalisaBordoloi-m5i
    @ManalisaBordoloi-m5i Місяць тому +1

    Kisnnar🎉

  • @NityanandaRay-j1d
    @NityanandaRay-j1d 2 місяці тому +1

    Krisna

  • @pranabborah209
    @pranabborah209 9 днів тому +1

    শিক্ষা গ্ৰহণৰ বাবে শৰণ ভোজনৰ কিবা প্ৰয়োজন আছে জানো?

  • @debajithandique8669
    @debajithandique8669 2 місяці тому +6

    পুৰণা ভাগৱত ভাগৰ লগত নতুন ভাগৱত কিছুমান কথা অমিল যেন দেখা পোৱা হয় কিন্তু নতুন ভাগৱত ভাগি ইন্টাৰনেটত পোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ গোলাঘাট জিলাশাখা দ্বাৰা প্ৰকাশিত হেই ভাগৰ লগত মিল দেখা যায়। পুৰণা ভাগৱত ভাগিৰ লগত শংকৰ সংঘৰ যিবোৰ কথা মিলা দেখা নাজাই সেই কথাবোৰ আঁতৰাই নতুন কৈ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ সকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লগত মিল যোৱাকৈ লিখি পেলোৱা হৈছে নেকি।

    • @DarimbaJyotiGogoi
      @DarimbaJyotiGogoi Місяць тому +1

      নিশ্চিতভাৱে এয়া সন্দিহান হৈ পৰিছে । বাপজনৰ প্ৰায়খিনি ভাগৱত বাখ্যা মই চাওঁ… ভালো পাওঁ …কিন্তু কোনোবাখিনিত যেন তেওঁ কেৱল শ্ৰীমন্ত শংকৰদেৱ সংঘকহে যেন প্ৰতিনিধিত্ব তথা প্ৰতিষ্ঠাপন কৰিব বিচাৰে তাৰ উমান পোৱা যায় । মায়ামৰা সমাজেই হওঁক কিম্বা অন্য সমাজৰ লগত শংকৰদেৱ সংঘৰ নীতিগত কিছুমান পাৰ্থক্য দেখা পোৱা যায় আৰু তেওঁৰ কথাত তাৰেই প্ৰতিফলন হয় । এক কথাত কবলৈ গলে , তেওঁৰ মতাদৰ্শহে শ্ৰেষ্ঠ বুলি প্ৰতিপন্ন কৰিব বিচৰা যেন অনুমান হয় ।

  • @JungogoiJugogoi
    @JungogoiJugogoi Місяць тому +1

    কৃষ্ণ ঐ

  • @nitulbora374
    @nitulbora374 15 днів тому

    কৃষ্ণ ৱাপ জন।

  • @priashmitabharali1931
    @priashmitabharali1931 Місяць тому +1

    কৃষ্ণ বাপ

  • @DeeopjutiWasamiskomiti
    @DeeopjutiWasamiskomiti 2 місяці тому +1

    ❤❤❤❤ken

  • @gajenborah-ee8yl
    @gajenborah-ee8yl Місяць тому +1

    Krishna bapbor Val lageel

  • @biswajyotipayun8218
    @biswajyotipayun8218 2 місяці тому +1

    Krishna Krishna Krishna

  • @TaraliDihingia
    @TaraliDihingia Місяць тому +1

    10000000 vagei hosa. Koisu. Horon. Bhojon. Nololeu. Bhagovot. Path. Koribo. Pari.

  • @HirumoniKaman-h9j
    @HirumoniKaman-h9j 21 день тому

    Ram rsm ,🙏🙏🙏🙏

  • @kumudinisaikia1979
    @kumudinisaikia1979 2 місяці тому +4

    🙏🏼🙏🏼🙏🏼🙏🏼🙏🏼🪔

  • @TaraliDihingia
    @TaraliDihingia Місяць тому +1

    Jitu. Prosno. Likha. Thake. Hei. Prosnoto. Uttorhe. Hudhokoi. Dibo. Lage

  • @Mahananda.Hazarika.
    @Mahananda.Hazarika. 2 місяці тому +1

    Sumitra Gogoi
    Krishna Krishna Krishna Bap 6❤🙏

  • @rajakonwar600
    @rajakonwar600 2 місяці тому +2

    rramram

  • @NabajyotiGogoi-u9p
    @NabajyotiGogoi-u9p 2 місяці тому +3

    কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏

  • @dipjyotigogoi8981
    @dipjyotigogoi8981 Місяць тому +1

    সুন্দৰ কন্ঠ নহলে ভাগৱত পঢ়িব নোৱাৰি নেকি..??

    • @satyajitdutta57
      @satyajitdutta57 8 днів тому

      বেয়া নাপাব বাৰে বঙুলোৱা কৰি পঢ়িলে শুভা নাপাই

  • @pabitradas2993
    @pabitradas2993 25 днів тому

    ভূল হলে ক্ষমা কৰিব 12 বছৰ বয়সষত শৰন লোৱাতো ভুল কাৰন শৰন লৈ যদি মদ খোৱা ,অপকৰ্ম কাম কৰি থাকে ,ভক্তি ভাব নাজানে সেইয়া পাপ হয়।

  • @jayantadutta165
    @jayantadutta165 2 місяці тому +5

    আমি জনাত হৰি নাম লোৱাত কোনো নিয়ম নীতি নাই বুলি পাই অহিছো।কৃষ্ণ বাপ সমস্ত।

  • @kamaleswardas8507
    @kamaleswardas8507 Місяць тому +1

    অনা শংকৰীয়াসকলে কাজ কৰ্মত খাদ্য বিলালে শংকৰীয়াসকলে খাদ্য গ্ৰহণ নকৰে। মোৰ অঞ্চলত এনেকুৱা ঘটনাৰ মই প্ৰত্যক্ষদৰ্শী। এই ক্ষেত্ৰত আপোনাৰ কিবা বিধান বাপ!!!!

    • @bhagabanchandradas8892
      @bhagabanchandradas8892 29 днів тому

      আপোনাৰ প্ৰতি উত্তৰ দিবলৈ এখেতৰ হাতত সময় তেনেই কম।।
      কাৰণ এখেত হৈছে দেৱ দেৱীৰ বিৰোধী এজন মহান পণ্ডিত হয়।।