This superfine explanation must fulfil the desire to get a perfect source which is now immediately audio-visible to the society at large. I pray Krishna might bless you ever more. T.c.baruah,jhanji baruah gaon
বাপ আপোনাৰ লগতে সমস্ত জনকে মহাঅধমে সেৱা নিবেদন কৰিলো আপোনাৰ এই প্ৰয়াস ৰ দ্ৱাৰা গুৰু দুজনা ৰ সৃষ্টিৰ নাম ধমৰ্ৰ পছাৰ আৰু ভাগ ভাগ হৈ থকা সমাজ এক ঈশ্বৰৰ এখন সমাজ প্ৰতিষ্ঠা হোৱা ৰ কামনা কৰিলো বাপ কৃষ্ণ কৃষ্ণ ।
Krishna Krishna Pravu apunar soronot khoto kouti pronam jonaisu....🙏🙏🙏
তুমি নিজ পিতৃ গুৰু ইষ্ট মোৰ,ময় মন্দমতি ভৈলো সেৱা চোৰ হে। (নামঘোষা) । কৃষ্ণ।জয় গুৰু শঙ্কৰ।
কৃষ্ণ কৃষ্ণ কৃষ্ণ।হয় ভকত বৈষ্ণৱৰ সেৱাত ব্ৰতী হবলৈ উৎসাহ দেখি গুৰু দুজনাৰ কৃপাত ভক্তিৰ পৰিবেশ সৃষ্টি হোৱা কাৰণে আনন্দ লাভ কৰিলো, সেয়ে আপোনালৈ অশেষ ধন্যবাদ জনোৱাৰ উপৰিও আন্তৰিক সেৱা আগবঢ়ালো কৃপাৰে গ্ৰহণ কৰিব। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
Krishna , bapjan.
Excellent explanation.
Many many thanks.
কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ।
কৃষ্ণৰ পভৃ আপোনাৰ ভাগৱত শ্ৰৱণ কীৰ্তন শুনি ভাল লাগিল ধন্যবাদ থাকিল ❤❤❤❤🎉🎉🎉
Wwé
🐨
Very best explaination of vagavat and understandable joy ram krishna bap!!
কৃষ্ণ কৃষ্ণ🙏
Great expectations 🙏 praise the lord 🙏🙏🙏🙏🙏
কৃষ্ণ, কৃষ্ণ 🙏🙏🙏
ধন্য হলো প্ৰভু,ৰাম নাৰায়ণ, কৃষ্ণ কৃষ্ণ
Joi Krishnar joi prabhu apunasobok aami odhormie sotokoti sewa nibedisu krishna krishna krishna prabhu
কৃষ্ণ সুন্দৰ উপদেশ আগবঢ়ালে
কৃষ্ণ বাপ জনা ভক্তি ভৰা সেৱা জনালোঁ।
কৃষ্ণ কৃষ্ণ শুনিলেই শুনি থাকিব মন যায় ইমান শুৱলা কন্ঠ সুন্দৰ ব্যাখ্যা ।
হে প্ৰভু আপোনা ভাগৱত পঢ়া সুৰ টো শুনিলে কিবা এটা দুখ লাগি আহে, চকু পানী ওলাই যায়।
কৃষ্ণ কৃষ্ণ জয় গুৰূ শঙ্কৰ
Krishna Krishna val lagil pravu kiran tihu
কৃষ্ণ কৃষ্ণ বাপ 🙏 শ্ৰৱণ কৰি কৃতাৰ্থ হলো
কৃষ্ণ কৃষ্ণ গগৈ বাপ
কৃষ্ণ কৃষ্ণ 🙏 🙏
গগৈ বাপৰ সহিতে সমস্ত আই বাপলৈ ভক্তি ভৰা সেৱা নিবেদিলো 🙏 🙏 অতি সুন্দৰ ভাগৱত বাখ্যা শুনি ধন্য হলো প্ৰভু 🙏 🙏
🙏 জয় গুৰু শঙ্কৰ 🙏
Koti koti pranam prabhu, gobindra Krishna
কৃষ্ণ কৃষ্ণ সুন্দৰ ভালে বাখ্যা কৰি দিলে ❤❤❤❤❤❤ ভাল লাগিল কথাখিনি শোনি
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏 🙏 🙏 ।
কৃষ্ণ কৃষ্ণ বাপ আই সকল চৰণ ভক্তি ভৰা সেৱা নিবেদিলে কৃষ্ণ কৃষ্ণ
কৃষ্ণ🙏 সহস্ৰ কোটি প্ৰণাম কৃষ্ণ🙏🙏🙏🙏 সুন্দৰ উত্তৰ সুন্দৰ উদাহৰণ কৃষ্ণ🙏
বৰ ভাল লাগিল ভাগৱত পাঠ হে হৰি ৰাম কৃষ্ণ ৰাম কৃষ্ণ নাৰায়ণ 🙏🙏🙏
E
কৃষ্ণ ,জয় গুৰু শ্ংকৰ ,এভাগি সেৱা ধৰা হ'ল।
কৃষ্ণ কৃষ্ণ ভকতৰ চৰনত শত কৌতি প্ৰনাম
Krishna Krishna pranam jonalu
সেৱা জনালোঁ কৃষ্ণ🙏🙏
Krishna Krishna🙏🙏 prabhu bhakti bhara sewa janaisu🙏🙏 krishna🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সন্ধিয়া ভক্তি ভৰা সেৱা নিবেদিলো কৃষ্ণ ।
সুন্দৰ হৈছে।
আপোনাক দীঘ‘ আয়ো কামনা কৰিলো ৷ধন্যবাদ
Krishna bap iswar apunar padma.mukhe bhawat.biyakha..suni.bhut.bhut.dhany halu.
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
Eman dhunia biyakhya......Ishwar r horbusso prasonkha houk.....
কৃষ্ণ, সেৱা জনাইছোঁ,, বাপজনৰ ভাঙনি খুব সুন্দৰ,,,, কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ ভক্তিভৰা সেৱা নিবেদন কৰিলো ।
জয় কিষ্ণ
Krishna Krishna bap pronam
🙏🙏🙏🙏🙏🙏🙏
ভাগৱত. পাঠা .জয় জয়
কৃষ্ণ🙏
Krishna Krishna 🙏 bap seya nibedon karilo krishna krishna 🙏🙏
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
This superfine explanation must fulfil the desire to get a perfect source which is now immediately audio-visible to the society at large. I pray Krishna might bless you ever more. T.c.baruah,jhanji baruah gaon
Ram Ram, Krishna Krishna 🙏🙏🙏
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভু। আৰু সমস্ত বাপ আই লৈ সেৱা জনাইছো।
Joi krisn
A❤@@kehsabgogoi7026
কৃষ্ণ কৃষ্ণ প্ৰভু । ইমান সুন্দৰ ব্যাখ্যা ।
Dhinybad thakil
কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম জনাইছো 🙏🙏🙏🙏
Nomoskar thakil
Krishna Krishna bap hewa janalu
কৃষ্ণ কৃষ্ণ বাপ জনাৰ শ্ব'ৰণ কালত এই অসমৰ শত বাৰ প্ৰণাম জনালো।
ৰাম ৰাম কৃষ্ণ কৃষ্ণ বাপ সেৱা গ্ৰহণ কৰিব ৷
কৃষ্ণ কৃষ্ণ প্ৰভু 🙏🏻🙏🏻🙏🏻
শত শত কৌতি সেৱা নিবেদিলো,কৃষ্ণ কৃষ্ণ
Krishna Krishna.. hari hari..!! Pranam
কৃষ্ণ কৃষ্ণ বাপজন আমাৰ সেৱা গ্ৰহণ কৰিব কৃষ্ণ কৃষ্ণ
বৰ ভাল লাগিল ভাগৱতৰ ভাঙনি শুনি,বহুত নজনা কথা জানিব পাৰিলো, কৃষ্ণ কৃষ্ণ বাপজনা
😮😅
কৃষ্ণ প্ৰভু আপোনাৰ মুখে অমৃত বানী শুনি ধন্য হলো ।
Krishna Krishna 🙏🏿 Bap samast ke xeyajanalu apuner bakhayxuni param anand lavilu Krishna 🙏🏿
কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ বাপ অতি সুন্দৰ ব্যাখ্যা। 🙏
Krishna Krishna provu...🙏🙏🙏
কৃষ্ণ কৃষ্ণ সেৱা নিবেদিছো
কৃষ্ণ কৃষ্ণ ৰাম ৰাম । ৰাম কৃষ্ণ হৰি বিষ্ণু তুমিয়েই গোবিন্দ হৃষীকেশ ।। মাধৱ কৃষ্ণ ।।
Dhinybad
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ 🙏 🙏
কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ প্ৰভু আপোনাৰ শ্ৰীপদ্মমুখে শ্ৰীমদ্ভাগৱতৰ অমৃতময় ব্যাখ্যা শ্ৰৱণ কৰি উপকৃত হলো।কৃষ্ণ ভকতৰ চৰণলৈ সেৱাহে যাচিলো।
ক
(
জ
#
ৌ৮
বহুত বহুত dhoinoy
দেৱ চেতিয়া
কৃষ্ণ কৃষ্ণ হৰি ৰাম
বাপ আপোনাৰ লগতে সমস্ত জনকে মহাঅধমে সেৱা নিবেদন কৰিলো আপোনাৰ এই প্ৰয়াস ৰ দ্ৱাৰা গুৰু দুজনা ৰ সৃষ্টিৰ নাম ধমৰ্ৰ পছাৰ আৰু ভাগ ভাগ হৈ থকা সমাজ এক ঈশ্বৰৰ এখন সমাজ প্ৰতিষ্ঠা হোৱা ৰ কামনা কৰিলো বাপ কৃষ্ণ কৃষ্ণ ।
কৃষ্ণ প্ৰভূ আপোনাৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিছো অধমৰ সেৱা গ্ৰহণ কৰে যেন
Dhinybad thakil
Great explanation. ...praise the lord. ...
কৃষ্ণ কৃষ্ণ 👏👏👏
Ss
Krishno krishi provu jon
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ তুমি হে পৰম গুৰু।
কৃষ্ণ 🙏
Krishna krishna ❤
Yours superfine explanation,so far available among us, is the highest
💜😊😊
কৃষ্ণ কৃষ্ণ🙏
Bor xundor Krishna kiran tihu
কৃষ্ণ
Krishan Krishan Krishan bap
Jai Krishna guru🙏
কৃষ্ণ কৃষ্ণ বাপ ভক্তি ভৰা সেৱা নিবেদিছো কৃষ্ণ
Kisno kisno
Bapjona bohut excellent 👍
কৃষ্ণ কৃষ্ণ পৰভূ অমৃত পান কৰিলো
কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
কৃষ্ণ 🙏🏼
কৃষ্ণ আপোনাৰ উত্তৰ বোৰ সুন্দৰ- যথাযথ হৈছে । সেৱাজনালো কৃষ্ণ ।
Krishna Krishna pranam jonalu bap
Krishna Krishna pranam jonalu apunar Arun charan.ot kouti. Kouti bar
কৃষ্ণ কৃষ্ণ
কৃষ্ণ। ভাল লাগিল,কৃতাৰ্থ হ'লো। ভগৱন্তৰ চৰণত সুস্বাস্থ, দীৰ্ঘায়ু কামনা কৰিলো।
প্ৰশ্নকৰ্তাজনে কোৱা পদফাকিৰ জড়িয়তে ঈশ্বৰক পিতৃ বোলা নাই। জন্মদাতা পিতৃজনকহে ঈশ্বৰৰ তুল্য বুলিছে। বাপজনাই গোৱা ঘোষাফাকি ঘোষাপুথিত বিচাৰি নাপালো। জন্মদাতা জন পিতা, ঈশ্বৰ হ'ল পৰম পিতা।
কুলধৰ বড়া।
বাপ ভাগৱত শাস্ত আৰু শংকৰ দেৱক ঢাল হিচাপে ব্যৱহাৰ কৰি জনপ্রিয়তাৰ সহজলভ্য মাধ্যম হিচাপে ভাগৱতৰ অপাৰ সমুদ্রত বুৰ মাৰি সাৰ্বজনীন,নিৰপেক্ষ আৰু সহৃদয়তাৰ মনি মুকুতাৰ সলনি পক্ষপাতিত্ব, একঘেয়েমিতা আৰু আনক অশুদ্ধ বুলি কৈ নিজৰ শুদ্ধতা প্ৰতিপন্ন কৰিব খোজা মানসিতাৰ হলাহল বিষ পান কৰোৱাতোৱেই আপুনাৰ ভাগৱত ভাঙনিৰ মূল লক্ষ্য নেকি কৃষ্ণ কৃষ্ণ
কৃষ্ণ কৃষ্ণ ৰাম ৰাম জয় গুৰু শঙ্কৰ 🙏🙏🙏🙏🙏
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালোঁ
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
🙏কৃষ্ণ কৃষ্ণ🙏জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰ দেৱ🙏
ভাল লাগিল বাপ ধন্যবাদ❤❤🎉🙏🙏🙏