Radhanath Chetia, নাতি সদৃশ কণমানি বিষ্ণু পোণাৰ সামগ্ৰিক পাঠ পৰিবেশনে আমাৰ (মোৰ ) মন, প্ৰাণ, হৃদয় সমস্তকে অভিভূত কৰিছে ।তেৰাৰ কোকিল কণ্ঠত যাদু আছে ।ইমান কম বয়সতে ভাগৱতৰ সংস্কৃত শ্লোক ভাগ বিশুদ্ধ ৰূপত গায়ন কৰাৰ পাৰদৰ্শীতাৰ বাবে তেৰালৈ আমাৰ ফালৰ পৰা শতকোটি প্রণাম আৰু হিয়াভৰা অভিনন্দন থাকিল ।অনুৰোধ ৰখাৰ বাবে এটি আর্শীবাদমূলক পৰামৰ্শ এয়ে যে, ভগৱতে ,ৱাসুদেৱায়, শ্রৱণ আদি শব্দত থকা 'ৱ 'ধ্বনিৰ উচ্ছাৰণ 'ৱ'ৰ পৰিবর্তে 'ব' হৈছে ।উদ্যোক্তা সকলে এই দিশত দৃষ্টি ৰাখিব বুলি আশা ৰাখিছো ।সদৌশেষত বিষ্ণু পোণালৈ -Keep it up & go ahead. Blessings are with you. May the God keep you in good health. Thanks for your superb performance.
🙏🏻🙏🏻 নমস্কাৰ, Xopun Music Production ৰ প্ৰথম আৰু ব্যক্তিক্ৰমিক প্ৰয়াস,কনমানি বিষ্ণু প্ৰসাদ বৰদলৈৰ কণ্ঠত *ভাগৱতৰ প্ৰথম স্কন্ধ* টি আগবঢ়াই দিলো,অনিচ্ছাকৃত ভুল-ক্ৰুটিবোৰ আঙুলিয়াই দি আমাক আৰু কণমানি তোক আগুৱাই যোৱাত সহায় কৰিব বুলি আশা ৰাখিলোঁ।যদি আপোনাৰ ভাল লাগে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।
** বিষ্ণু প্ৰসাদ বৰদলৈৰ লগত পোনপটীয়া ভাৱে যোগাযোগ কৰিব পাৰিব:
যোগাযোগ : 60038 58141,
সকলোৱে উৎসাহ উদ্দীপনা দিলে তেওঁ বহুত সাহস পাব, তেওঁৰ কণ্ঠ যাতে এদিন অসমবাসীয়ে শুনিবলৈ পায়।
বৰ সুন্দৰ হৈছে তেওঁৰ পঠনশৈলী প্ৰভু ভগৱন্তই কৃপা কৰক।
0 m0fo bv8
LMdischarge
Radhanath Chetia,
নাতি সদৃশ কণমানি বিষ্ণু পোণাৰ সামগ্ৰিক পাঠ পৰিবেশনে আমাৰ (মোৰ ) মন, প্ৰাণ, হৃদয় সমস্তকে অভিভূত কৰিছে ।তেৰাৰ কোকিল কণ্ঠত যাদু আছে ।ইমান কম বয়সতে ভাগৱতৰ সংস্কৃত শ্লোক ভাগ বিশুদ্ধ ৰূপত গায়ন কৰাৰ পাৰদৰ্শীতাৰ বাবে তেৰালৈ আমাৰ ফালৰ পৰা শতকোটি প্রণাম আৰু হিয়াভৰা অভিনন্দন থাকিল ।অনুৰোধ ৰখাৰ বাবে এটি আর্শীবাদমূলক পৰামৰ্শ এয়ে যে, ভগৱতে ,ৱাসুদেৱায়, শ্রৱণ আদি শব্দত থকা 'ৱ 'ধ্বনিৰ উচ্ছাৰণ 'ৱ'ৰ পৰিবর্তে 'ব' হৈছে ।উদ্যোক্তা সকলে এই দিশত দৃষ্টি ৰাখিব বুলি আশা ৰাখিছো ।সদৌশেষত বিষ্ণু পোণালৈ -Keep it up & go ahead. Blessings are with you. May the God keep you in good health. Thanks for your superb performance.
@@radhanathchetia485 কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ
তোমাৰ ভাগৱত পাঠ শুনি মুগ্ধ হ'লোঁ। কি সুন্দৰ কণ্ঠ। ভগৱানে তোমাৰ কল্যাণ কৰক।
কৃষ্ণ কৃষ্ণ কৃষ্ণ পৰমেশ্বৰে কৃপাকৰক তোমাক কোটি কোটি নমস্কাৰ জনাইছো।
সুমধুৰ কণ্ঠেৰে ভাগৱত পাঠ কৰা পাঠক গৰাকীলৈ আন্তৰিক শুভকামনা জনালো৷
কৃষ্ণ! ভগবান কৃষ্ণই মঙ্গল কৰক! সুন্দৰ সুৰ মধুময় কণ্ঠ কৃষ্ণ! কৃষ্ণ! কৃষ্ণ!
কেৱল মাত্ৰ শুনিছো, উপলব্ধি কৰিছো, ইমান সুন্দৰ সংস্কৃতি দি গল আমাৰ গুৰুজনাই, অমিয়া , অতুলনীয় , চকুপানী ওলাই গৈছে, হৃদয়ৰ এটা কোণত জোকাৰি পেলাইছে, গাৰ নোম শিয়ৰি উঠিছে, 🙏🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। এনেদৰে আদৰি ল'লে বহুতেই ভাল লাগে। সকলোৱে শুনিব পৰাকৈ আগবঢ়ায় দিব।
ভাল লাগে বাবেই পুৱা আৰু গধুলী সদায় তোমাৰ এই পাঠ শুনি থাকো ৷তুমি এজন ভাল পাঠক আৰু আগুৱাই যোৱা শুভকামনা থাকিল ৷
ভাইটিটোৱে ইমান সুন্দৰকৈ উপস্হাপন কৰিছে...
কৃষ্ণ , শংকৰ ,মাধৱ🙏🙏🙏🙏
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল
বৰ সুন্দৰ কণ্ঠ,, মন প্ৰাণ সাত পৰি গল, তোমাৰ কণ্ঠই আকাশ স্পৰ্শ কৰক তাৰেই ভগবানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ।
কবলৈ ভাষা নাই, বাপজনাৰ শ্ৰীচৰণত শতকোটি প্ৰণাম জনাইছোঁ, কৃষ্ণ 🙏
ধন্যবাদ থাকিল আপোনালৈ
Bht bsi vl lgil...rtipuai bhagabat path vag konmani2r mukhot xuni mon pran shree krishno t orpon krilu
হৃদয়ত থাকন্ট হৰি সমষ্ট জগতৰে প্ৰিয় হয়,
কণ মানি বিষ্ণুৰ সুস্বাস্থ্য কামনা কৰিলোঁ।
বুধিন দত্ত।
Born hundor lagise🙏om bhagwate Basu devay 🙏
ভগৱন্তৰ কৃপাত এই হৃদয় চুই যোৱাকৈ সুন্দৰ ভাগৱত পাঠৰ কন্ঠ গত কৰি জীৱন ধন্য কৰিলো। কৃষ্ণ ৰ কৃপা সদায় মিলক। 🙏🙏🙏🙏
Eman gobher hundor bhagobot path huni hidoi jur pori goise hawa jonalu 🙏🙏🙏🙏🙏🙏🙏🙏🙏😌😌😌😌😌😌
Thanks
কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম।সু ৰভাগত ভাগত ভ গৱন্ত পৰস নিহিত হৈ আছে।
Oh my God, outstanding performance 🎶🎶🎶🎶🎶🙏🎙️🎙️🎙️🎙️🎙️🎙️🎙️🎙️🎙️
কৃষ্ণ কৃষ্ণ কৃষ্ণ। খুউব ভাল লাগিছে। সেৱা জনাইছো।
ভগৱানে তোমাক মঙ্গল কৰক 🙏🙏❤️ তোমাৰ কণ্ঠই সকলোকে মন প্ৰাণ উৰুৱাই লৈ গৈছে । শুনি এই থাকিব মন গৈছে । আগোৱাই যোৱা।
সুন্দৰ কণ্ঠ
Eman সুন্দৰ কৈ মুখত ফুটি উঠিছে 🙏🙏🙏🙏🙏মোৰ আত্মা সঁচাকৈ চুই গৈছে🙏🙏🙏🙏🙏
বহুত বহুত ধন্যবাদ থাকিল
@@xopunmusic6118 ভাষাৰ অভাব তোমাক প্ৰসংশা কৰিবলৈ । ভগৱান প্ৰদত্ত তোমাৰ কন্ঠ
Krishna krishna bap প্ৰভু ভগৱন্তই কৃপা কৰক who sister কামনা কৰিলো অতি সুন্দৰ কৃষ্ণ 🙏
কৃষ্ণ কৃষ্ণ বৰ সুন্দৰ লাগিল । শুনি বহুত ধন্য হলো । কণমানি বিষ্ণু প্ৰসাদৰ উজ্বল ভৱিষ্যত কামনা কৰিলো ।আগুৱাই যোৱা ।
Imn dhunia lagise bujab pora ni.... Bht bht vl lagise❣️❣️...aru lage enekuwa
Krishna Hori Ram ,Hundor haisa kirton, God bless to you
Hundar kontha Bhogobane tumak aru kripa korok. Krishna
কৃষ্ণ ৰাম কৃষ্ণ ৰাম । জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ ।🙏🙏🙏👍
কৃষ্ণ 🙏
কৃষ্ণ বৰ সুন্দৰ হৈছে । ঈশ্বৰে মঙ্গল কৰক
ধন্যবাদ থাকিল
ঈশ্বৰৰ কৃপাৰে আৰু আগবাঢ়ি যাওক।কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম।
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ। তেওঁক আগুৱাই নিয়াতো আমাৰ কৰ্তব্য, সকলোৰে সহায় সহযোগ কামনা কৰিলো। সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ
তুমি ইমানেই ভাগৱতৰ সুৰ কন্ঠৰ ভাল লাগিল 👃🙏 কৃষ্ণৰ তুমি আৰু আগোই যোবা কৃষ্ণ
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ। তেওঁক আগুৱাই নিয়াতো আমাৰ কৰ্তব্য, সকলোৰে সহায় সহযোগ কামনা কৰিলো। সকলোৱে শ্বেয়াৰ কৰিব বুলি আশা ৰাখিলোঁ
Baap very nice voice of you. God bless you
Thnq
অতি মনোৰম লাগিল । প্ৰভু ভগৱন্তৰ শ্ৰী চৰণত প্ৰাথনা জনাইছোঁ বাপ ঈশ্বৰ জনক প্ৰভু ভগৱন্ত কৃষ্ণই সদায়েই এনেধৰনে পোহৰাই আগুৱাই লৈ গৈ থাকক।🙏
অতি সুন্দৰ কণ্ঠ , আগবাঢ়ি যোৱা বোপা ।ভগৱানে মংগল কৰক
বিষ্ণুৰ কণ্ঠত স্পস্ত শব্দৰ ভাগৱত পাঠ শুনি বৰ ভাল লাগিল। ভৱিষ্যৎ উজ্বল কামনা কৰিছো। ভগৱানে সু-স্বাস্থ্যৰ গৰাকী কৰি ৰাখক । কৃষ্ণ 🙏🙏🙏
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ। আগলৈও এনেকৈয়ে আমাক উৎসাহ উদ্দীপনা দিয়ে যেন। বিষ্ণুক যাতে এদিন অসমবাসীয়ে চিনি পায়, তাৰ কামনাৰে ভিডিঅ'টি সকলোৰে মাজলৈ আগবঢ়ায় দিয়ে যেন।
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ
🙏🙏🙏🙏🙏🙏🙏🙏
বহুত ভাল লাগিল ।
Thank you
অতি সুন্দৰ পাঠ কৰিছা, মই download কৰি লৈছো আৰু দিনটোৰ আৰম্ভণি এই পাঠখিনি শুনাৰ পাছত হে কৰো।
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ
মোক তেখেতৰ contact no.তো দিব পাৰিব নিকি???? আমাৰ গাওঁত ভাগৱত পাঠ অনুষ্ঠিত কৰা হয়, পাৰিলে এটা নিমন্ত্ৰণ পঠালোঁ হয়।
@@xopunmusic6118TV32 65 TV J=by66 TV TV❤
Moi u
সুন্দৰ হৈছে । বিশেষকৈ সংস্কৃত ৰ শ্লোক মতাটো বৰ কঠিন ।🙏🙏🙏 আগুৱাই যোৱা ।
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল
কৃষ্ণ ইমান সুমধুৰ কণ্ঠ , মন জুৰ পৰি যায় । ঈশ্বৰ কৃপা হওক , সেৱা নিবেদিলোঁ ।
সঁচাকৈ অন্তৰ চুই গল বাপজনৰ কণ্ঠত মন্ত্ৰমুগ্ধ হলো। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ । কৃষ্ণ ।জয় গুৰু শংকৰ ।।
ধন্যবাদ থাকিল আপোনালৈ। কৃষ্ণ 🙏🙏। শ্বেয়াৰ কৰিব।
@@xopunmusic6118 ধন্যবাদ
অতি সুন্দৰ। পুৱাই পুৱাই শূণি মনতো বহুত ভাল লাগি গল। কৃষ্ণ কৃষ্ণ।
সুন্দৰ অতি সুন্দৰ তোমাৰ কণ্ঠ তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছো ।কৃষ্ণ কৃষ্ণ প্রভু 🙏🙏🙏
ধন্যবাদ থাকিল
সুন্দৰ কণ্ঠ। ভগৱানে মঙ্গল কৰক। ভাল লাগিল। আগলৈ আৰু আগবাঢ়ি যোৱা।
ভাইটি ভগৱানে তোমাক আৰু আগুৱাই নিয়ক৷আমাৰ গাৱঁৰ ভাগৱত পাঠত তোমাৰ অংশগ্ৰহনে সকলোকেআপ্লুত কৰিলে কৃষ্ণ৷
ধন্যবাদ থাকিল আপোনালৈ কৃষ্ণ 🙏🙏
Kon jegat teo ghor
@@jakerinahikeupam7623 লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বৰপথাৰত। 60038 58141
Krishna krishna bahut hundar kantha❤bhagabane aru aguai loi jauk krishna krishna krishna🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
অতি মধুময় কণ্ঠ। ভাইতি আগুৱাই যোৱা। আগলৈয়ো এনেদৰে আগবঢ়াব।
ধন্যবাদ থাকিল আপোনালৈ
ইমান সুন্দর গাইছা শুনি থাকিবলৈকে মন গৈ আছে ।আৰু আগবাঢ়ি যোৱা ।আশীৰ্বাদ থাকিল
ধন্যবাদ থাকিল
তোমাক আশীৰ্বাদ কৰিছো, যাতে ভগৱানে কৃপা দৃষ্টি ৰে জীৱন যাত্ৰাৰ পথত অগ্ৰসৰ হবলৈ শক্তি প্ৰদান কৰে। কৃষ্ণই কৃপা কৰক।
ধন্যবাদ থাকিল আপোনালৈ
শত সহস্ৰ কোটি 🙏🙏🙏 জনাইছোঁ আপোনাক আৰু আপোনাৰ লগত থকা সমোহ কৰ্ম কৰ্তালৈ, ভগৱানে আৰু কৃপা কৰক আপোনাক, আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ প্ৰভু ভগৱন্তৰ চৰণত,🙏🙏🙏
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ
Krishna krishna iman hundor krisno bhogobane aru hokoti diok krishna
Thank you so much
আগবাঢ়ি আগবাঢ়ি যোৱা god bless you
কৃষ্ণ। ইমান সুন্দৰ কন্ঠ নিগৰাইছে,মনটো
ভাল লাগিল।
ধন্যবাদ থাকিল আপোনালৈ
সুন্দৰ প্ৰতিভা । আগলৈ আগবাঢ়ি যোৱা ।
সঁচাকৈ অতি সুন্দৰ ভাগৱত পাঠ কৰিছে মোৰো মন যায় পাঠ কৰিব
ধন্যবাদ থাকিল আপোনালৈ
আবেগিক হৈ গলো | অতুলনীয়,অপূৰ্ব...🙏🙏🙏
ধন্যবাদ
সুন্দৰ ভাগৱত পাঠ, সুন্দৰ কণ্ঠ এই যাত্ৰা অব্যাহত থকাৰ কামনা কৰিলোঁ। তেজপুৰ ।
অপূৰ্ব শ্ৰুতি মধূৰ৷অভ্যাস অব্যাহত ৰাখিবা৷ আমাৰ শুভেচ্ছা জনালোঁ৷
ইমান সুন্দৰ আৰু আগুৱাই যোৱা তুমি
Aru agbrhai juwa
বিষ্ণু তোমাৰ ভাগৱত পাঠ শুনি অতি আনন্দিত হৈছো তোমাৰ এই ধাৰা ভবিয্যতেও উজ্জ্বলি থাকক আৰ্শীব্বাদ থাকিব আমাৰ কৃষ্ণ
ধন্যবাদ থাকিল আপোনালৈ কৃষ্ণ 🙏🙏
Good Reading
কৃষ্ণ,,,,🙏🙏যাৰ অন্তৰত প্ৰকৃততে ঈশ্বৰ ৰ প্ৰতি শ্ৰদ্ধা আৰু ভক্তি থাকে তেওঁ হে এনেকৈ প্ৰভু ৰ আৰাধনা কৰিব পাৰে ,,,ইমান একান্ত মনেৰে কৰিছে বহুত ভাল লাগিল 🙏🙏
ইমান সুন্দৰ পাঠ ,,এতিয়ালৈকে যিমান ভাগৱত পাঠ শুনিলোঁ তাৰ ভিতৰত তোমাৰ কণ্ঠ অন্যতম।মন প্ৰাণ শাঁত পৰি গৈছে ,,অহংকাৰ শূন্য হৈ আধ্যাত্মিক চিন্তা চৰ্চাৰে আগবাঢ়ি যোৱা,, লগতে সংগীসকলকো এই ভক্তি মাৰ্গৰ প্ৰতি আকৃষ্ট কৰা ,,স্খলিত হব ধৰা নৱপ্ৰজন্মৰ সমাজখন তোমালোকৰ পৰাই আৰম্ভ হওক এখন নতুন সমাজৰ। ভগৱন্তৰ একান্ত ভকত হোৱাৰ কামনা কৰিলোঁ🙏🙏
কৃষ্ণ 🙏🙏 বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ। আগলৈও এনেকৈয়ে আমাক উৎসাহ উদ্দীপনা দিয়ে যেন। ভিডিঅ'টি সকলোৱে শুনিব পৰাকৈ আগবঢ়ায় দিয়ে যেন, যাতে এদিন অসমবাসীয়ে চিনি পাই।
Nobin Ch Kaptai, Sivasagar.
কৃষ্ণ, নমস্কাৰ।
মই আপোনালৈ হৃদয়ৰ আত্মৰ পৰা অসীম ধন্যবাদ ঈশ্বৰলৈ জ্ঞাপন থাকিল। ইমান মে শীতল সূৰীয়া শুৱদি মাতেৰে ৰসমালয়ৰে মনৰ গভীৰ মহাভাগৱত ভাৱ প্ৰকাশ কৰিলা তাক মই বঞকত কৰিব নোৱাৰি। ঈশ্বৰে আপোনাক এইদৰে আধ্যাত্মিক দিশত আৰু আগোৱাই লৈ যোৱাক এয়াই কামনা কৰিলো।
Right
Kirsn kirisn
🙏
Khub dhuniya hoise o Bupa tumar vagobot path xuni mur kamot hat nothoka hoise .tumar hidoyat vokti khoday thakok Bupa Tumi development huok Bupa. Krishna Krishna Krishna.
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ
Bupa tumar kontha khub xundar.. Tumi vogobantk hidoyar voktir pora mati thoka kontha . Tumar vokti t aamar Mon jur pori sokulu nigore . Tumak vogobane vale rakhok Bupa Hiya vora Mormon jasilu tumaloy .. Krishna Krishna Krishna..🙏.
🙏🙏কৃষ্ণ ,হৃদয়ত থকা জনক নতশিৰে প্ৰণিপাত জনাইছোঁ 🙏🙏
অতিকৈ সুন্দৰ ভগৱাত পাঠ কৰিছে প্ৰভু বাপ জনাই।
ভগৱানে মঙ্গল আৰু দীৰ্ঘায়ু কৰক।
এয়ে মোৰ ভগৱানৰ ওচৰত বিনম্র প্ৰাৰ্থনা।
আজিও শুনি আছোঁ সচাই ভাইটি তোমাৰ কণ্ঠত যাদু আছে 🙏🙏🙏🙏❤️❤️
বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ
Bohut hundor kontha bap jonor
Ki hundor kontho aru daiii bhogobane Hokoluke nedea tumak bhogobane dise hompurno sasta kora krisna 😭😭🙏🙏👏👏
কৃষ্ণ 🙏
জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ।
যাৰ আজ্ঞা শিৰে বহে ব্রহ্মা হৰি হৰ।।
মৎস্য কূৰ্ম্ম আদি অংশ অৱতাৰ যাৰ।
ঈশ্বৰ কৃষ্ণক কোটি কোটি নমস্কাৰ।।১।।
নমো নমো মধু মুৰৰিপু মহাহৰি।
অন্ত্যজো উত্তম আতি হোৱৈ যাক স্মৰি।।
সমস্তে জগত উদ্ধাৰক যাৰ নাম।
হেনয় কৃষ্ণক কৰো সহস্র প্রণাম।।২।।
প্ৰভূ ভগৱন্ত ভকতৰ নৱনিধি।
হৰিক স্মৰণে আৰম্ভৰ হৌক সিদ্ধি।।
পৰীক্ষিত মোক্ষকথা দ্বাদশ স্কন্ধৰ।
কৃষ্ণৰ চৰণে ভণে কিঙ্কৰ কৃষ্ণৰ।।৩।।
Krishna 🙏🌹❤️❤️❤️🌹🙏 bahibhagor mat akaman kamile besi suola lagibo. Krishna bap apuni Amar amulyo xampod.bhagabane spinal kuxole rakhok.🙏🙏🙏
Bhagabane apunak kuxole rakhok. Spinal wordtu bhul hoese. Khoma Kariba🙏
কৃষ্ণ💙
ওঁম নমো ভগৱতে বাসুদেৱায়
ধন্যবাদ থাকিল আপোনালৈ কৃষ্ণ 🙏🙏
সুন্দৰ কন্ঠ। ঈশ্বৰেই তোমাৰ মঙ্গল কৰক
অতি সুন্দৰ কণ্ঠস্বৰ ৷ এজন ভাগৱত সুবক্তা হিচাপ খ্যাতি থাকি যাব ৷ কৃষ্ণ ৰাম ৷
ধন্যবাদ থাকিল আপোনালৈ
Om nomu bhogowti basudebio nomo oti hundor kontho
ধন্যবাদ
আমাৰ ধৰ্ম মহান জয় শ্ৰীৰাম, বৰ ধুনীয়া লাগিল অন্তৰত স্পৰ্শ হ'ল তুমাৰ শব্দৰে ভগৱন্তৰ কীৰ্তন,
Joy Sanatan 💖 joy shree ram 🚩
আগুৱাই যোৱাৰ ভাইটি আগুৱাই যোৱা।।
তোমাৰ প্ৰতিভাই পূৰ্ণাঙ্গ কৰিগল ভাগৱত পুৰাণত কথা।।
ভাল লাগিল বহুত ভাল লাগিল তোমাৰ প্ৰতিভা।
Excellent presentation 🙏🙏babatu ❤️ God bless you 🙏 go forward 👍
Thank you so much..
ধন্য ধন্য হে বাপ তোমাৰ জীৱন প্ৰণিপাত❤
Huni e thakibo mon jai o vaite.tumak vogobane ru hokti deyok ru Hundor kontho deyok.
ধন্যবাদ থাকিল আপোনালৈ।। কৃষ্ণ 🙏🙏
Krishna hundor hoise aru aguwai jua kukhole thaka
সুন্দৰ হৈছে শুনি ভাল লাগিল 🙏🙏🙏🙏🙏
ধন্যবাদ থাকিল
Really...huni bht bhl lgl..aguai jua hdai ankoie..prle aru vdo dba..😊💓💙
ধন্যবাদ থাকিল আপোনালৈ
Xundor 🙏🏿🙏🏿🙏🏿jai Sri hori sankar guru💖
ধন্যবাদ
ৰাতিপুৱা গধূলি এবাৰ নুশুনিলে ভাল নালাগে হৃদয় সাত পৰি জায় আগুৱাই যোৱা
প্রদীপ বৰা, নগাঁও 🙏🙏🙏🙏 সুন্দৰ কন্ঠ, গুৰুৰ কৃপায় আগুৱাই যোৱাৰ কামনা কৰিলো, কৃষ্ণ কৃষ্ণ কৃষ্ণ
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ।
আই টি আই নগাঁওত পঢ়ি আছোঁ মই, যদি আপুনি অলপ ওচৰৰ হয়, অবিৰত ভাগৱত পাঠ হ'লে নিমন্ত্রণ এভাগ দিব দেই🥺বহুত দিন হ'ল পঢ়িবই পোৱা নাই,
কৃষ্ণ বাপ সুন্দৰ হৈছে
আশা কৰো ভগৱানে তেওঁক আৰু শক্তি দিয়ক সছাকৈ বহুত ভাল লাগিল শুনি..ইমান সুন্দৰ কণ্ঠ | শুনিয়ে দেহাটো মনটো কিবা লাগি গৈছে..তেওঁ আৰু আগলৈ আগোৱাই যাওঁক তাৰে ভগবন্তৰ ওছৰত প্ৰাৰ্থনা জনালো কৃষ্ণ ৰাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏
কৃষ্ণ সুন্দৰ কন্ঠ ইশ্বৰ ৰ অবদান । তুমি সূৰ্য্য ৰ দৰে সদায়ে পোহৰাই থাকিবা ।
Hodai hunu puya gadhuli,,emn dhuniya kontho,🙏🙏🙏 vogobn a mangol korok tumak🙏🙏🙏
ইমান সুন্দৰ কণ্ঠ, হৃদয় চুই গৈছে । আৰু আগবাঢ়ি যোৱা ।
ধন্যবাদ থাকিল
Baba tumalai bahi bahu aasirbad aagalai aaru aagbarhi jowa
Krishno provu 🙏. অতি সুন্দৰ
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ
বাহঃ, কি সুন্দৰ পৰিবেশন ভাগৱত পাঠ 🙏🙏🙏🙏🙏, হৃদয় চুই গৈছে, প্ৰভাতীৰ মুহূৰ্ত সুন্দৰময় কৰিলে
ধন্যবাদ থাকিল আপোনালৈ
কৃষ্ণ।তোমাৰ কণ্ঠ আৰু ঈশ্বৰ ভক্তি চিৰ যুগমীয়া হৈ ৰবলৈ ভগৱানে সহায় কৰক তাকে কামনা কৰিলোঁ।কৃষ্ণ
ধন্যবাদ থাকিল আপোনালৈ
কি কম ভাখা নাই কূ
বৰ সুন্দৰ পাঠ পঢ়িছে অকমানি টোৱে ৷আগুৱাই যোৱা ভগৱানে তোমাক সহায় কৰিব ৷ ভাগৱতে নমঃ ৷
ধন্যবাদ থাকিল আপোনালৈ
অতি সুন্দৰ কণ্ঠ তোমাৰ। বহুত আগুৱাই যাব পাৰিব। আশীৰ্বাদ কৰিছো।আগলৈ আৰু তোমাৰ কণ্ঠত বহুত এনেকুৱা নাম সুনিম
ধন্যবাদ থাকিল আপোনালৈ
Krishna hokoluye eman hundor kontya nepai aaguwai juwa.
Bhagobane tumak dirghayu korok aye bhgabanor usorot prathona jonalu🙏🙏🙏🙏🙏🙏krisno
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ। আগলৈও এনেকৈয়ে আমাক উৎসাহ উদ্দীপনা দিয়ে যেন। সকলোৱে শুনিব পৰাকৈ আগবঢ়ায় দিয়ে যেন।
ইমান ধুনীয়া কন্ঠ। বহুত ভাল হৈছে। তোমাক লগ পাব মন আছিলে
কি সুন্দৰ ভাগৱত পাঠ কৰিছা। তোমাৰ কণ্ঠত যাদু আছে।তোমাক এবাৰ লগ পাবলৈ বৰ মন গৈছে। তোমাৰ জীৱন উজ্জ্বল আৰু মধুময় হওক। অসমবাসী ৰাইজলৈ মোৰ এটি অনুৰোধ ,আপোনালোকৰ গাৱত যেতিয়া ভাগৱত পাঠ পাতিব ,এই কনমানি ল'ৰা জনক জৰুল নিমন্ত্ৰণ জনাবলৈ নাপাহৰিব দেই।অ ভাইতি তোমাৰ ঠিকনা তো ভালদৰে জনাবা।
বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ।। নিশ্চয়। লখিমপুৰ জিলাৰ নাৰায়ণপুৰ বৰপথাৰত ঘৰ।
অতি সুন্দৰ কণ্ঠ,।ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ🙏🏼🙏🏼
😊😊
Q ki CT oh so😊😂
অতিসুন্দৰ কণ্ঠ। প্ৰভু ভগৱন্তৰ চৰণত তোমাৰ উজ্বল ভৱিষ্যত কামনা কৰিলোঁ।
Krishna Krishna Krishna Krishna Krishna 🙏🙏🙏 Ram Krishna Hari Ram Krishna Hari ram krishna hari
সুন্দৰ আগবাঢ়ি যোৱা ।।
কৃষ্ণ🙏🏿🙏🏿🙏🏿🙏🏿
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ।
কৃষ্ণ।
সুন্দৰ কণ্ঠ , অতি নিখুঁত ভাৱে আধ্যাত্মিকতাৰে ভাগৱত পাঠ কৰিছা 🙏 এই যাত্ৰা অব্যাহত থাকক ।
কৃষ্ণ কৃষ্ণ। বহু ত ভাল লাগিল । ভগৱানে তোমাৰ মঙ্গল কৰক ।
ধন্যবাদ থাকিল আপোনালৈ
সুন্দৰ অতিকৈ সুন্দৰ হৈছে ।ভবিষ্যতে আৰু বেছি উন্নতি কৰক ।ভগৱান ৰ ওচৰত পাৰ্থনা কৰিলোঁ ।কৃষ্ণ জয় গুৰু শংকৰ ।
বহুত বহুত ধন্যবাদ থাকিল আপোনালৈ
সচাঁই বহুত ভাল লাগিল , মই এজন শিক্ষক , তোমাৰ কণ্ঠ সুন্দৰ, শিক্ষা জীৱনৰ উন্নতি হওঁক, কৃষ্ণ
কৃষ্ণ 🙏🙏 ধন্যবাদ থাকিল আপোনালৈ