বিজেপি এৰাৰ যো-জা বহু গেৰুৱা নেতাৰ

Поділитися
Вставка
  • Опубліковано 9 лип 2024
  • ▶️ বিজেপি এৰাৰ যো-জা বহু গেৰুৱা নেতাৰ
    ▶️ কোন কোন বিজেপি নেতা সাজু হৈছে দল এৰিবলৈ?
    ▶️ NKTV PLUSৰ হাতত কংগ্ৰেছমুখী বিজেপি নেতাৰ ৯ জনীয়া তালিকা

КОМЕНТАРІ • 151

  • @rajugogoi262
    @rajugogoi262 17 днів тому +29

    বেয়া দিনত আতৰি যোৱা লীডাৰ বোৰ চপায় লাভ নাই।বুথ পৰ্যায়ৰ কৰ্মী সকল বেছি প্ৰয়োজন ।

  • @rituparnasaikia1701
    @rituparnasaikia1701 17 днів тому +74

    বিজেপিলৈ যোৱা কংগ্ৰেছীক যাতে কোনো কাৰণতে কংগ্ৰেছলৈ নানে। অনুৰোধ থাকিল। সুবিধাবাদীৰ চৰিত্ৰই এদিন জনসাধাৰণৰ কাৰণে অশণি সংকেত কঢ়িয়াই আনিব।

  • @saratchawra5032
    @saratchawra5032 17 днів тому +101

    পুৰণি বিজেপিক ক‍ংগ্ৰেছত আদৰিলে আপত্তি নাই কিন্তু কংগ্ৰেছৰ পৰা বিজেপিত যোৱা নেতা সকলক আদৰিলে আমাৰ আপত্তি আছে।

    • @assam2006
      @assam2006 17 днів тому +1

      মমাই ভূল হল বোলিকৈ পুণৰ কংগ্ৰেছলৈ আহিব বোলে।

    • @anonymous_assamese4838
      @anonymous_assamese4838 17 днів тому

      Right 👍🏻

    • @samujjalrabha1472
      @samujjalrabha1472 16 днів тому

      😂​@@assam2006

  • @basantapegu5238
    @basantapegu5238 17 днів тому +14

    কৰ্মী দল ত্যাগ কৰিলে লোকচান হয় নেতা দল ত্যাগ কৰিলে লাভ হে হয়। কাৰণ নেতা বোৰ স্বাৰ্থপৰ।

  • @bulbulAxom099
    @bulbulAxom099 17 днів тому +8

    গৌৰৱ ককাইয়ে সন্মুখৰ পৰা নেতৃত্ব দিয়ক। নিশ্চয় তৰুণ গগৈ চাৰৰ দিন ঘূৰি আহিব 🙏🙏

    • @voyager5015
      @voyager5015 17 днів тому

      Tarun Gogoi-r Miyan aani Axom bhaoruwa, Xotro/Mandir/Kaziranga-r maati Miya-k sthapan kora, love j1had, land jihad mukta bhabe hobo diwa, Axomiya suwalir mukto dhorxon hob diya, miya kabita ona, jihadi module rajyo-r suke kone biyopuwa, corrupt NRC coordinator paati NRC-t Miyan ximuwa ityadi din ghurai onar bancha matro dui prokar-r loke-he koribo pare. Eta hol miya premi xokol, dwitiyo hol matha gorom huwa atmoghati Axomiya xokol.

  • @TechSavieR
    @TechSavieR 17 днів тому +7

    ৰূপজ্যোতি কুৰ্মীক ভূল'তো নানিব

  • @bijoydeka9134
    @bijoydeka9134 17 днів тому +44

    শিয়াল মামাক যাতে কোনোপধ্যেই ওভোটাই নলয় তাৰ বাবে আহ্বান জনালোঁ।

    • @sashibhatta5198
      @sashibhatta5198 17 днів тому +1

      ললে কিন্তু কংগ্ৰেছৰ আকৌ জয়জয় ময়ময় অৱস্থা হব ৷ কিন্তু নাযায় নলয়ো ৷

    • @mriduldas-zj6eq
      @mriduldas-zj6eq 17 днів тому

      Baal dalu najai.aiudf join koribo kintu congress nokore kla koi tholu moi

  • @Rana-hg8hg
    @Rana-hg8hg 17 днів тому +45

    পুৰণি কংগ্রেচী সকসক আদৰিলেই কংগ্রেচ দল গেলিব বিজেপি দলৰ দৰেই

    • @user-wm1hn6ie1r
      @user-wm1hn6ie1r 17 днів тому +4

      কঙগেচ এৰি বিজেপি লৈ যোৱা সকল পুনৰ কঙগেচ আহিলে কঙগেচ ৰ ভাব মূৰ্তি বেয়া হোৱাৰ আশংকা আছে
      । গতিকে ইহঁত ক দলত ল'ব নেলাগে

  • @sashibhatta5198
    @sashibhatta5198 17 днів тому +6

    আগন্তুক নিৰ্বাচন বিলাকত যুঁজিবলৈ কংগ্ৰেছৰ পৰা টিকট নাপালে আন দললৈ যাব সেই ক্ষমতালোভী নেতা-কৰ্মী সকল ৷

  • @daspiglets1866
    @daspiglets1866 17 днів тому +11

    সকলোৱে সুবিধা বিছাৰে।আজিকালি ৰাইজ সেৱা নহয় পকেত সেৱা হে🥸🥸সকলোতে দুখীয়াৰ মৰন

  • @RatulBorah-xk6ir
    @RatulBorah-xk6ir 17 днів тому +32

    সুবিধা বাদী দলবাগৰা পাক্তন কংগ্রেছিক ললে পুনৰ কংগ্রেছৰ বিপদ অনিবায্য

  • @PranabjyotiSaikia-qn5ot
    @PranabjyotiSaikia-qn5ot 17 днів тому +5

    আগফালে দুৱাৰ ডাঙ পিছফালে ধুবাং বাং।

  • @sanjibkumarkalita1272
    @sanjibkumarkalita1272 17 днів тому +8

    সাৱধান অসম কংগ্ৰেছ পাহাৰ দুৰৈৰ পৰাহে সুন্দৰ দেখায়। সকলো কথা বিবেকেৰে বিচাৰ কৰে যেন

  • @dipulaxom
    @dipulaxom 17 днів тому +6

    শিয়ালৰ জালিয়াটিৰ শেষটো চাব বিচাৰো

  • @jogenkalita4268
    @jogenkalita4268 17 днів тому +2

    ছোলা ফলা সভাপতিৰ মনৰ আশা মনতে‌ পুহি থাকিব যেন পাও।ইমানেই‌ বাংলাদেশীৰ দৰদ।

  • @shyamolikabora2924
    @shyamolikabora2924 17 днів тому +3

    ভূপেন বৰা মনত ৰখা উচিত যে দল বাগৰা সকল সুবিধা বাদী গ্ৰহণ নকৰিলে ভাল

  • @debakrsaikia2993
    @debakrsaikia2993 17 днів тому +3

    এই দল বাগৰা বোৰৰ কথা বাদ দি পাৰিলে এজন উপযুক্ত ৰজা বিচৰাহে ভাল। ৰাজতন্ত্ৰৰো জুতিতো এবাৰ লৈ চোৱা যাওক। গনতন্ত্ৰ বহুত উপভোগ কৰা হ'ল, অনুভৱৰ চৰম সীমালৈ।

  • @TapanTamuli-uj7yh
    @TapanTamuli-uj7yh 17 днів тому +1

    Congratulations+Congress Sarkar zindabad Rahul Gandhi ji Gaurav Gogoi sir Lage CM

  • @HafizurRahman-vf6sz
    @HafizurRahman-vf6sz 17 днів тому +2

    দাদা বিগ্ৰেডৰ নেতাসকলক আদৰি নলবলৈ অনুৰোধ জনালোঁ। এইসকলক ললে দলৰ বৃহৎ ক্ষতি হোৱাৰ আশঙ্কা আছে। এইসকলক আদৰি ললে তৃণমূল পৰ্য্যায়ত বহু ক্ষতি হব। গতিকে দাদা বিগ্ৰেডৰ সদস্যখিনিক বাদ বাকী সকলো নেতা কৰ্মীক লওক আপত্তি নাই। সিদ্ধান্ত লোৱাত কোনো পদ্ধেই ভুল নকৰিব।

    • @RupkantaPathori-sk3ru
      @RupkantaPathori-sk3ru 17 днів тому

      গৌৰৱ গগৈক হৰোৱাবৰ কাৰনে যি কেইজনে দল এৰিছিল তেওঁলোকৰ কাৰনে দুৱাৰ বন্ধ ।

  • @prabinmallabaruah8845
    @prabinmallabaruah8845 17 днів тому +7

    দাদা ব্ৰিগেদৰো কেইবা জনো নেতাই ইচ্ছা কৰাৰ কথা শুনি আছো। আচল কথাটো জনাবচোন ।

  • @neone4759
    @neone4759 16 днів тому

    পুৰণি বিজেপিৰ লোক সকল অভিজ্ঞতাৰে পৰিপক্ক আৰু সমাজত এটা ভাল নাম আছে , তেওঁ লোকক লোৱা বেছি ভাল হব

  • @chinmoysaikia5163
    @chinmoysaikia5163 17 днів тому +3

    ভালকৈ চাই চিতি ল'ব

  • @pramodchoudhury6598
    @pramodchoudhury6598 17 днів тому +6

    Jake laye laok kintu Himantak laba nalage.

  • @user-tm2rf2ii9d
    @user-tm2rf2ii9d 17 днів тому +2

    Piyzush,Himanta,Jayantamalla,Susanto,Rupjyoti,Rana Goswami,Pabitra Margherita eigitak Congresst lole ami congreesk vote nidu sidha kotha

  • @Dipti_gogoi.
    @Dipti_gogoi. 17 днів тому +2

    Congress t khub honman pabo ja ja ,,

  • @probinkumarkakati6151
    @probinkumarkakati6151 17 днів тому +12

    কংগেছ দল সাৱধান হোৱাৰ সময় মনত ৰাখিৱ এই সকল নেতাৰ কাৰনেই কংগেছ দল শেষ হৈছিল ?

  • @saddikurrahman7617
    @saddikurrahman7617 16 днів тому

    এইবোৰক কেতিয়াও যাতে স্থান নিদিয়ে, নহলে অশণি সংকেত আহিব পাৰে আমাৰ কাৰণে, এইবোৰ নেতাই নিজৰ স্বাৰ্থৰ কাৰণে ৰাজনীতি কৰি আছে, ৰাইজৰ কাৰণে নহয়।।

  • @gutungdipakpegu2134
    @gutungdipakpegu2134 17 днів тому

    Very very good , all the leaders , welcome to congress .

  • @girishphukan4335
    @girishphukan4335 16 днів тому

    আয়াৰাম গয়াৰাম ৰাজনীতি বন্ধ হওঁক ৷

  • @NabajeetBoruah-ur8gz
    @NabajeetBoruah-ur8gz 17 днів тому

    Jogdaan koratuyei kaal hobo Congress r, val way etak beyaloi niyar sestra

  • @pgoswami5378
    @pgoswami5378 17 днів тому

    কংগ্ৰেছ দলক বেয়া পাই ত্যাগ কৰি
    গুচি যোৱা সকলে পুণৰ কংগ্ৰেছলৈ কিয় আহিব খোজে? সেই সকলৰ বাবে "যেনি মাছ দেখো তেনি জাল ধৰোঁ বুলি" কথাষাৰ খাঁটে। যধে মধে
    বাচ- বিচাৰ নকৰাকৈ দললৈ লোক আনিলে দল গেলাব পাৰে।দুতলীয়া
    লোকক সতৰ্কতাৰে বিচাৰ কৰা আৱশ্যক আছে। দলক ভালপোৱা
    এনে অনেক নিৰৱ সদস্য তথা লোক
    আছে যিয়ে এই কথাকেই কব।ইউডিএফ দল ত্যাগী সকলক কোনো কাৰণতেই কংগ্ৰেছে নললে
    দলৰ বাবে কল্যাণ হব।

  • @AbdulKarim-kt4yv
    @AbdulKarim-kt4yv 15 днів тому

    Sob tik asa. Kintu Roupjyoti kurmik Tai nidibo dei

  • @user-lp3ef9sy2q
    @user-lp3ef9sy2q 17 днів тому +3

    Khai pat phila burok abor thai dibo nelage notun ok thai dibo lage

  • @PremBharali-dx5is
    @PremBharali-dx5is 9 днів тому

    যোগদান কৰাই আকৌ ওলাইগলে কি হব

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i 17 днів тому +1

    Congress🎉❤

  • @dwipendrachandrasingha3527
    @dwipendrachandrasingha3527 17 днів тому

    বিজেপিত হাত কতা গলে ৰিপিয়াৰ কৰি কংগ্ৰেছত আদৰি ললে ভালুকৰ সাঙীহে হব লাভ নহব ।

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 17 днів тому +1

    এইবাৰ congress bjp দুয়োটা দল গেলিব ।

  • @movieclips9771
    @movieclips9771 17 днів тому +1

    Ticket napabo next time gom pai atea jabo ulaise

  • @dharmendramumatdas9867
    @dharmendramumatdas9867 17 днів тому

    Congress t ticket napai jabo jene Mira borthakur

  • @uttamgogoi1128
    @uttamgogoi1128 17 днів тому

    Very good

  • @ranjannath9715
    @ranjannath9715 17 днів тому

    Congreat jog dan kora aru amita gsr furnicger bonua ake

  • @mohammadsiddique3617
    @mohammadsiddique3617 17 днів тому

    I request Sri Rahul Gandhi not to allow to join those who left congress for their own personal gain. If such thing happens many congress minded people will not vote for congress in future

  • @maheswardeka9048
    @maheswardeka9048 17 днів тому +1

    Who will join Congress and who will leave Congress are irrelevant for the unemployed people and the poor in Assam. Unemployed youths need a job each and the poor want their poverty go

  • @bantidas2403
    @bantidas2403 17 днів тому

    এই ক্ষেত্ৰত একোও নকাও সকলোও নিজৰেই ইচ্ছা এই আৰু অণুৰোধ থাকিল লোভে পাপ পাপে ই মৃত্যু এই আৰু অণুৰোধ থাকিল কৃষ্ণ জয় শ্ৰী ৰাম জয় কৃষ্ণ

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr 17 днів тому

    Gaurav Gogoi❤❤❤ next cm of Assam❤❤❤

  • @rashmidutta3419
    @rashmidutta3419 17 днів тому +8

    মামাই বি জে পি শেষ কৰিব অসমত।

  • @gunjanofficial7141
    @gunjanofficial7141 17 днів тому

    100%right তিতিয়া নকবা এই যায় কী k orelu titia gom paba fula phahe

  • @harakantadeka7715
    @harakantadeka7715 17 днів тому

    , ২,মাহত,আৰু,বহুতো,নেতা,আহি,যোগ,দিব,কঙৰেছ

  • @AlomUddin-sy2pb
    @AlomUddin-sy2pb 17 днів тому

    সানোয়ার,, মুখ্যমন্ত্রী, থাকলে,, ঐ,, রূপ,, হত,, না

  • @morgunsaikia6445
    @morgunsaikia6445 17 днів тому

    Sur keita akou congress t ahibo dib nalage.

  • @AbulKalam-ez4lz
    @AbulKalam-ez4lz 17 днів тому

    Welcome ❤❤❤❤

  • @MAINULHOQUE-cc8fi
    @MAINULHOQUE-cc8fi 17 днів тому

    Dol Bagora Saklak Aru Kono Karanat Dolot Noloi Jen.

  • @sanjuhq4253
    @sanjuhq4253 17 днів тому

    List khon Kot? Ako bule 9jonr list apunalukar hatat

  • @sunitphukan6454
    @sunitphukan6454 17 днів тому

    Fild and ball same but jarchy change

  • @yogeshborpatragohain6775
    @yogeshborpatragohain6775 17 днів тому

    Saroda mama jot bikhombad tot

  • @monnaf7741
    @monnaf7741 17 днів тому

    Good decision

  • @user-lc6rb2pb1q
    @user-lc6rb2pb1q 17 днів тому

    Aber. Ki. Koribo. B. J. P. Or. Neta. Pali. Netabila

  • @hemjeet2023
    @hemjeet2023 17 днів тому

    2026 Congress government in Assam

  • @user-ec4rt8ij6k
    @user-ec4rt8ij6k 17 днів тому +1

    Everybody should leave bjp. Bjp is not for the poor but for the corporates only. Those who have least knowledge of political science ,will not stay with bjp......

  • @purnagogoi2595
    @purnagogoi2595 17 днів тому

    Name kita kua hole bhal lagil hoi . Nhla anai aibur news di labh nai

  • @abdulmannanahmed787
    @abdulmannanahmed787 17 днів тому

    Beware of fortune hunters and opportunists! Do welcome those who love the party and its principles and who have a genuine desire to serve the people and the country without bargaining for a MLA ticket. It would be unwise to welcome back those who had deserted the party in times of extreme adversity looking for greener pastures. Fair weather friends always crowd the camp of those blessed with prosperity.

  • @RaijeswarMili
    @RaijeswarMili 17 днів тому

    Congress long live

  • @IndranijunBordoloi
    @IndranijunBordoloi 17 днів тому

    Dreaming!!!

  • @user-td7ms6sh4r
    @user-td7ms6sh4r 17 днів тому

    Miss news

  • @ArjunRajbongshi-ht2xs
    @ArjunRajbongshi-ht2xs 17 днів тому

    Congratulations 🎉

  • @ditu_edits2012
    @ditu_edits2012 17 днів тому

    Talika khon kot?

  • @dharmeswarbaruah9797
    @dharmeswarbaruah9797 17 днів тому

    তালিকা কত

  • @suprobhaboro2746
    @suprobhaboro2746 17 днів тому

    congress ❤❤❤🎉🎉🎉❤❤❤

  • @rupsanali9291
    @rupsanali9291 17 днів тому

    Good

  • @nanigopaldas7749
    @nanigopaldas7749 17 днів тому +1

    নাম বোৰ কওক

  • @sunitphukan6454
    @sunitphukan6454 17 днів тому

    Only change the jarchy

  • @ShakahanAli-pr2nc
    @ShakahanAli-pr2nc 17 днів тому

    Kenekua. Lagise. Mamaji

  • @jurisensua-qz1iq
    @jurisensua-qz1iq 17 днів тому

    Nishartho vabe Kam koribopora lukok agote nirbason kori lobo lage.

  • @maheswardeka9048
    @maheswardeka9048 17 днів тому

    কোন লোক আহিব আৰু কোন নেতা ওলাব - এইয়া বানপানী আক্ৰান্ত লোকসকল আৰু নিবনুৱা সকলৰ বাবে গুৰুত্বহীন ।

  • @user-ki4ng6lj1m
    @user-ki4ng6lj1m 17 днів тому

    Congress pora juwa neta burok jate akou dolot noloi nohole hu bhidha badi neta buror pora jonahadharonor bohut khiyoti hobo

  • @merinaoegu5077
    @merinaoegu5077 17 днів тому

    Congres tiyak kora manuhok nanibo mohudoy.

  • @rahulaxom2603
    @rahulaxom2603 17 днів тому

    Good... Homoi thakutei anuhusona nohole.. Oha Assembly election t na patta hoi jabo... 😂😂😂

  • @debenbokalial6986
    @debenbokalial6986 17 днів тому

    Loi kiba laav hobo buli nabhabu. Mane Gela alu.

  • @chandraborah8125
    @chandraborah8125 17 днів тому +1

    Bjp jindabad

    • @krishnokachari7913
      @krishnokachari7913 17 днів тому

      Maksudu kela....toy Bangladesh gusi ja...aru tat goi kobi BJP Zindabad buli 😅😅😅 Kela amar Assam t nhobo...( Maksudu kela BJP dolor manuhr kotha huna aru Balit muta akei 😅😅😅

  • @Randeep-kb1xh
    @Randeep-kb1xh 17 днів тому

    কেন্দ্ৰৰ চৰকাৰৰ কি হয় ঠিক নাই তাকে দেখি মামাই আগতীয়াকৈ প্ৰকৃত ঘৰ খনলৈ ঘূৰি পৰিকল্পনা আৰম্ভ কৰিছে মামা কংগ্ৰেছত ঘূৰি আহিব ।

    • @krishnokachari7913
      @krishnokachari7913 17 днів тому

      Belege Congress t ahibole dilew moi nidiw...sidha kotha 😮😮😮 kela Eyat olopu miss nai...( Kela Maksudu jor manuh tote thak....😅😅😅

  • @h1239640
    @h1239640 17 днів тому

    হাহাহাহা.... বহিয়া আমিও গই আছোঁ

  • @gdas5138
    @gdas5138 17 днів тому

    দল সলনি‌ কৰিলে কি সব ভাই মানুহ চোন সেইকেই জনে আজি BJP Kailai Congress ,,,,, ,,,,, অসমীয়া ৰাইজ‌ যদি শিক্ষিত হইছে তেনেহলে ‌অতীতৰ ভূল নকৰিব ,,,,

  • @majnurali2930
    @majnurali2930 17 днів тому

    Bjp jowa Congress neta bilake Jen Akoi Congressot join nhy..

  • @nabajotyvlogs2385
    @nabajotyvlogs2385 17 днів тому

    Gorur khutir kotha manat asene😅😅😅

  • @bipulmali7080
    @bipulmali7080 17 днів тому

    Lobo nalage

  • @annadasaikia8156
    @annadasaikia8156 16 днів тому

    Dol bagora bur hubidhabadi ihot aneke thakibi lagile bjp ara ba congress ara swavab

  • @RubulMedhi-f9m
    @RubulMedhi-f9m 17 днів тому

    Dolar bogori bilakar kotha boloki raijar xomoy nasto kare kio. Ihot hal xubudhabadi. Kukurar nej aru ihotor majot kuno parthakya nai.

  • @anilboro4741
    @anilboro4741 17 днів тому

    Fofkhan

  • @prasantarai3921
    @prasantarai3921 17 днів тому

    Vol nakariba Bora, ako "0" hoba cong.

  • @user-ll9zc1fk3y
    @user-ll9zc1fk3y 16 днів тому +1

    মাহাৰ গিদাখন

  • @gautambaruah9882
    @gautambaruah9882 17 днів тому

    News title mote news tu nohol.... only TRP

  • @user-ye3uy1so1t
    @user-ye3uy1so1t 17 днів тому

    Ahebo lage notun sorkar

  • @DigantaPathak-vn2wj
    @DigantaPathak-vn2wj 17 днів тому

    😂😂😂

  • @TCF573
    @TCF573 17 днів тому

    Himontoi Congress dhongkha kori atya Bjp dhongkha koriboloi haju.. Tar tukhamoodkari aru ondhovoctoburor mote ako he bor dokhya neta dei atyau 😅😅😅😅

  • @atultanti1597
    @atultanti1597 17 днів тому

    Mur mote mrinal Saikia dangoriya ahile bhal hobo,

  • @jayantaborah2883
    @jayantaborah2883 17 днів тому +1

    Huta kombol bilabo paribo jauk dia

    • @krishnokachari7913
      @krishnokachari7913 17 днів тому

      Maksudu kela.... atiya Banpani hoise... BJP srkare Banakrato poriyalok ki Ghenta dal dise.... Assam srkarr Bawfalor guti to dise😅😅😅😅

  • @BenudharBorah-ie2dn
    @BenudharBorah-ie2dn 17 днів тому

    Mod akei, botol he soloni hobo.

  • @Ladydevil-y5t
    @Ladydevil-y5t 16 днів тому

    Biggest Erosion in BJP 😅😂

  • @pradipkumarkalita99
    @pradipkumarkalita99 17 днів тому +1

    বহুত ভাল খবৰ জাবৰ বোৰ নিজে নিজে আতৰি গলে খুউব ভাল হ'ব। মুঠতে ভালে পায় ভালক,জাবৰে পায় খালক।

  • @RUPJYOTIKALITA-ez8fq
    @RUPJYOTIKALITA-ez8fq 17 днів тому

    Anai lagise....
    Congress governments bnala ..2026 t
    Bal