শীঘ্রে জোকাৰণি সৃষ্টি হ’ব পাৰে ৰাজ্যিক বিজেপিত!

Поділитися
Вставка
  • Опубліковано 10 лип 2024
  • শীঘ্রে জোকাৰণি সৃষ্টি হ’ব পাৰে ৰাজ্যিক বিজেপিত!
    দল এৰিবলৈ সাজু হৈছে জ্যেষ্ঠ নেতাৰ পৰা বৰ্তমানৰ বিধায়কলৈ...
    কোন কোন বিজেপি নেতাই এৰিব পাৰে দল?
    কংগ্রেছৰ সৈতে কোন কোন বিজেপি বিধায়কে কৰিছে যোগাযোগ?
    অগপৰ কোন কোন নেতাই সলনি কৰিব পাৰে দল?
    লোকসভা নিৰ্বাচনৰ পিছত ভাল দিন ঘূৰি অহাৰ ইংগিত নেকি কংগ্রেছ শিবিৰিত
    #pratidintime #Assamnews #bjp

КОМЕНТАРІ • 367

  • @hndekari8011
    @hndekari8011 20 днів тому +163

    “হিমন্ত য’ত গণ্ডগোল ত’ত ৷“ “মিছা ক’লে কিডাল হ’ব ৷৷“ --- প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈ ৷৷

  • @Gogoi8790
    @Gogoi8790 20 днів тому +127

    ২০২৬ ত কংগ্ৰেছৰ চৰকাৰ। 🇮🇳❤️

    • @dibakartalukdar7700
      @dibakartalukdar7700 20 днів тому +6

      ২০২৬ চনত নহয় ২১২৬ চন হয়টো কংগ্ৰেছৰ চৰকাৰ গঠন হব

    • @Surajjamanprodhani
      @Surajjamanprodhani 20 днів тому

      Aponar kothat raij utha boha nkore​@@dibakartalukdar7700

    • @pankajdeka166
      @pankajdeka166 20 днів тому +3

      2nd miya

    • @scaryp_gaming_9902
      @scaryp_gaming_9902 20 днів тому

      Dada ki j koi mane..olop tu practical k vabi kowk kthakhar 😅​@@dibakartalukdar7700

    • @tankeswarmrinmoy5316
      @tankeswarmrinmoy5316 19 днів тому

      ​@@pankajdeka166johora ondhovokto kukur bjp itcel 😂😂😂

  • @sanjibdas3774
    @sanjibdas3774 20 днів тому +133

    নলবাৰী পৰা অশোক শৰ্মা চাৰ কংগ্ৰেছৰ পৰা জিকিব। তেও বহুত সহজ সৰল মনুহ।

    • @dibakartalukdar7700
      @dibakartalukdar7700 20 днів тому

      অশোক শর্মাৰ ৰাজনৈতিক ভৱিষ্যত শূণ্য

  • @user-jz3pi9hc1u
    @user-jz3pi9hc1u 20 днів тому +146

    গৌৰৱ গগৈ নেতৃত্ব অসমত ২৬ ত কংগ্রেছ চৰকাৰ হোৱাটো খাটাং।

    • @dhritirajkashyap1827
      @dhritirajkashyap1827 20 днів тому +7

      Blg ako nhoi miya r rajatta solibo

    • @marsonajang9006
      @marsonajang9006 20 днів тому

      ​@@dhritirajkashyap1827balor Miya dopdoponi solibo axomot kela Miya nohoi pisot biharor pora aha kalkata pora west bengalor pora xokole amar axom dokhol koribo Sabi aru haitu hoi ase lahe lahe

    • @user-jz3pi9hc1u
      @user-jz3pi9hc1u 20 днів тому +15

      @@dhritirajkashyap1827 বাদ দিয়া হে বিজেপি দিনত নৰেন্দ্ৰ মোদীয়ে কিমান বিদেশী টালি টোপুলা লৈ খেদিলে তাৰ হিচাপ ৰাইজে ৰাখিছে।

    • @otorhvi8597
      @otorhvi8597 20 днів тому

      Mone mone thak kela aibur dialogue puroni hol .. Raije Buji paise aibur fotuwa kotha​@@dhritirajkashyap1827

    • @AbdulKalamAzad-v4s
      @AbdulKalamAzad-v4s 20 днів тому

      ​@@marsonajang9006Toi hindu hoi burbok jatii..ami miya congress ahebo de gotee assam islamic state bnam... Tohotor hindu r mjt aku unity nai ami 4cr miya Congress k vote dim..Tohot sess eaibar

  • @ImdadRahman-lo2tr
    @ImdadRahman-lo2tr 20 днів тому +19

    গৌৰৱ গগৈ পৰৱৰ্তী মূখ্যমন্ত্ৰী❤❤❤

    • @user-yo9hn4md4j
      @user-yo9hn4md4j 18 днів тому

      পৰফুল্ল বলধ হে বেছি আশা |

  • @janardanbora2803
    @janardanbora2803 20 днів тому +110

    পতনৰ দিশে গৈ আছে বিজেপি অসমত 😅😅😅

  • @janardanbora2803
    @janardanbora2803 20 днів тому +77

    2026 চনত গৌৰৱ গগৈ দেৱে মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ লব বুলি আশা কৰিলোঁ আৰু 🎉🎉🎉

    • @bibekbora7590
      @bibekbora7590 19 днів тому +2

      শাত জনম লব লাগিব....গৌৰৱ গগৈ CM হবলে....

    • @Golde13
      @Golde13 19 днів тому

      Gourav sir .. great man...

    • @digantagogoi8088
      @digantagogoi8088 19 днів тому

      Apunar eitu kei no jonom​@@bibekbora7590

    • @mimusicassam6498
      @mimusicassam6498 17 днів тому

      কাৰণটো​@@bibekbora7590

  • @user-rw3pv9dw1j
    @user-rw3pv9dw1j 20 днів тому +31

    বিজেপি গেলিলেই সেয়ে গেলা গোন্ধত থাকিব নোৱাৰি ভাল বোৰ ওলাই যাব ৷

  • @BhagwanDeka-yg4yw
    @BhagwanDeka-yg4yw 20 днів тому +58

    আকৌ bjp ত 9.8 ডিগ্ৰীত কম্পন।

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 20 днів тому +21

    হিমন্ত ছাৰক --- পিযুষ , জয়ন্ত মল্ল আৰু দিগন্ত কলিতাৰ যি অদ্ভুদ যুক্তি আৰু উফাইদং কথাৰ কাৰনে তললৈ নামিছে ৷ মোৰ মতে সামপ্ৰদায়িক মন্তব্য কৰিব লৈছে ৷ এতিয়া মুছলমান বিৰোধী আৰু কংগ্ৰেছত থাকোতে সেই মুছলমান সম্প্ৰদায় লোক সকলেই বুকুৰ কুটুম আছিল ৷ গতিকে বিজেপী বৰ্তমানৰ লোক সকলক বিশ্বাস কৰি লাভ নাই ৷ সাধাৰন জনতাক টুপি দি আছে ৷

  • @kavinoiykovlogs3686
    @kavinoiykovlogs3686 20 днів тому +15

    Upper assam bjp khtm

  • @mohendradohutia-dj5km
    @mohendradohutia-dj5km 20 днів тому +67

    ২০২৬ৰ আগে আগে আমাৰ ডিগবৈ সমষ্টিৰ শ শ বিজেপি আৰু অন্যান্য দলৰ নেতা তথা মানুহ কংগ্ৰেছত যোগদান কৰিব। ৰাহুল গান্ধী, গৌৰৱ গগৈ, ভূপেন বৰা জিন্দাবাদ।

    • @AbdulKalamAzad-v4s
      @AbdulKalamAzad-v4s 20 днів тому +2

      Insaallah islamic state bnam assam....amr miya cm hbo

    • @user-zh1qd2oo8n
      @user-zh1qd2oo8n 19 днів тому

      Tohotor miya sarkar bangladesh t banabi axomot ahom aru tribalor sarkar hoba

    • @bijitkalita2527
      @bijitkalita2527 19 днів тому +4

      ​@@AbdulKalamAzad-v4s fake account r malik

    • @tankeswarmrinmoy5316
      @tankeswarmrinmoy5316 19 днів тому

      ​@@AbdulKalamAzad-v4soi johora tur fek I'd bon kor randir putek johora ondhovokto kukur itcel .

  • @AdvAltafhussain
    @AdvAltafhussain 20 днів тому +39

    ❤Gourav gogoi

  • @luhittalukdar7202
    @luhittalukdar7202 20 днів тому +30

    Welcome Satyabrata kalita to congress.🎉🎉

  • @dimbendrasankarbora-er2zq
    @dimbendrasankarbora-er2zq 20 днів тому +17

    অতি স্বাভাৱিক ।এটা যুগৰ অন্ত পৰিব।নতুন যুগৰ সূচনা হব।আচৰিত হব লগা একো নাই।পৰম্পৰা অনুসৰি হব পৰিবৰ্তন।

  • @binoydeka7916
    @binoydeka7916 20 днів тому +20

    গাড়ীৰ হেণ্ডিমেনৰ স্বায়ী গাড়ী নাথাকে

  • @khalilurrahman847
    @khalilurrahman847 20 днів тому +44

    Congress এৰি BJP ত যোৱা বোৰক পুণৰ ঠাই দিব নালাগে। কাৰণ সিবিলাকে আকৌ Congress ত ভাঙোন আনিব।

    • @bishaldas3964
      @bishaldas3964 20 днів тому +2

      Right

    • @eusufahmed9564
      @eusufahmed9564 19 днів тому

      Dibo Lage, kintu mp election r agot jowabilakok ahibo dibo nalage ,strongly

  • @user-iz4sr6co7r
    @user-iz4sr6co7r 20 днів тому +18

    Gaurav Gogoi Zindabad ❤️❤️❤️❤️

  • @user-hw6ul5ut2j
    @user-hw6ul5ut2j 20 днів тому +13

    competitor লাগে আমাক ৷ একচত্ৰী সম্ৰাট হ’ব নিদিও ২০২৬ ত ৷ এনেও কেন্দ্ৰত কি হয় ঠিক নাই ৷ আগষ্ট মাহলৈ অপেক্ষা কৰি আছোঁ ৷ ৰাহুল pm হ’লে অসমৰ চাৰি পাচঁ জন নেতাৰ কি হয় ঠিক নাই ? সময় সমাগত ৷

  • @janardanbora2803
    @janardanbora2803 20 днів тому +16

    লানি লাগিছে দেখোন শেষত গৈ দাদা বিগেদৰ পাঁচ জন হে ৰব গৈ দেখোন😅😅😅

  • @taradoi7957
    @taradoi7957 20 днів тому +37

    হয় আজিৰ তাৰিখত কংগ্ৰেছৰ বিকল্প নাই । তুলনামূলক ভাৱে বিজেপিতকৈ কংগ্ৰেছ বহুত ভাল

    • @bhaskarlangi552
      @bhaskarlangi552 20 днів тому +1

      অৱস্থা টো চাব তেতিয়া মিয়াৰ উৎপাত

    • @MintuSaikia-ih4vm
      @MintuSaikia-ih4vm 20 днів тому +5

      ​@@bhaskarlangi552etiwa asomot Miya nai a ...hokoluke khedale....BJP sorkare...NRC...😂😂😂

    • @krishnokachari7913
      @krishnokachari7913 19 днів тому

      ​@@bhaskarlangi552Kiyo...? Assam t kot Miya, Bangladeshi ase...? Agote jiman bilak Miya, Bangladeshi asile, Heibilak dekhun Modi aru Himonta ye Soboke Tali tupula khedale😅😅😅 atiya to ataw nai.... gotike val he hbo....amar Assam t Miya, Bangladeshi ataw nai 😅😅😅 Modi ye val Kam korile.... afalor pora soboke khedale 😅😅😅

  • @sahilhoque1645
    @sahilhoque1645 19 днів тому +6

    হিমন্ত বিশ্বৰ সেনাৰ পৰা বহুত আমনি পাই হে BJP এৰি আছে

  • @minakshiborgohain7378
    @minakshiborgohain7378 20 днів тому +42

    অতি দৰ্পে শত লঙ্কা হ'বলৈ গৈ আছে শুভ সংকেত !!!

  • @bipinchandraphukan1452
    @bipinchandraphukan1452 20 днів тому +12

    আনৰ ঘৰ ভাঙিছিল এতিয়া নিজৰ ঘৰ ভাঙিবলৈ ধৰিছে।

  • @hemantamahanta5578
    @hemantamahanta5578 20 днів тому +33

    সুন্দৰ পদক্ষেপ সন্মানীয় বিধায়ক সকলৰ ।

  • @palpaldilkepas3566
    @palpaldilkepas3566 20 днів тому +26

    Gourav gogoi 🎉

  • @sanjiblaskar8274
    @sanjiblaskar8274 20 днів тому +10

    Khela jomi ase .val lagise. Best of luck. Khela hobe

  • @renasharma8968
    @renasharma8968 20 днів тому +5

    উচিত সিদ্ধান্ত লৈছে

  • @bishaldas3964
    @bishaldas3964 20 днів тому +5

    Assamar babe val khobor..mamar babe beya dinor ukmukoni...

  • @JituAhmedRJFilms
    @JituAhmedRJFilms 20 днів тому +6

    অতি সুন্দৰ খবৰ।

  • @BhabeshSarma-qf4dv
    @BhabeshSarma-qf4dv 19 днів тому +6

    হাইঠা এতিয়া মাটিত পৰিল কেন্দ্রত। এতিয়া চৰকাৰ NDA ৰ নহয় । এতিয়া চৰকাৰ চলাইছে নিতীশ আৰু নাইডুয়ে। ইতোমধ্যেই মোদীৰ হাতৰ পৰা শাসনভাৰ হস্তগত কৰিছে নিতীশ আৰু নাইডুয়ে।

  • @dipankarkalita6515
    @dipankarkalita6515 20 днів тому +30

    Gaurav Gogoi next Chief minister of Assam

    • @AbdulKalamAzad-v4s
      @AbdulKalamAzad-v4s 20 днів тому

      Amader manuh hindu k sess kri gotee miya rajj hbo assam..BJP k sess krim...allah hu akbar...tohotok mari mari sess krim

  • @user-zh1qd2oo8n
    @user-zh1qd2oo8n 19 днів тому +3

    Next cm Gaurav Gogoi axom

  • @manashkalita8723
    @manashkalita8723 20 днів тому +9

    Gaurav gogoi dada❤❤❤

  • @RojitaDas
    @RojitaDas 20 днів тому +10

    🙏🙏🙏🙏 good 👍👍👍

  • @indian7083
    @indian7083 20 днів тому +17

    mojja joi congress❤

  • @krishnaprasadsharma6650
    @krishnaprasadsharma6650 19 днів тому +11

    ভাল বাতৰি 🎉🎉 কাৰণ ২০২৬ ত পুনৰ শাসনলৈ নাহে বিজেপি চৰকাৰ। জনপ্ৰিয়, বুদ্ধিজীবী, জ্ঞানী, দুখীয়াৰ দুখ বুজি পোৱা সহজ সৰল , সকলো জনগোষ্ঠীৰ প্ৰতি দয়া মমতা মানৱ সৃষ্টি কৰা শিক্ষক শিক্ষয়িত্ৰী সকলক মৰ্য্যদা দিয়া বিশ্ব দৰবাৰত খলকনি তুলা একমাত্ৰ সাংসদ মাননীয় পৰম শ্ৰদ্ধাৰ শ্ৰীযুত গৌৰৱ গগৈ দেৱ কংগ্ৰেছ দলৰ হৈ মুখ্যমন্ত্ৰী পদত অসমৰ ৰাইজে বিচাৰিছে। গৌৰৱ গগৈ জিন্দাবাদ ❤❤🎉🎉🙏🙏

  • @sofikulislam7533
    @sofikulislam7533 20 днів тому +5

    আপোনালোকক ভাল লাগে, ভয় খোৱা সাংবাদিকত নহয়। চৰকাৰৰ সিদ্ধান্ত ত মাত মাতিব পাৰে

  • @Destiny1999
    @Destiny1999 20 днів тому +3

    শুভাৰম্ভ হওঁক

  • @KitchenSewali
    @KitchenSewali 20 днів тому +11

    এইবোৰ নেতাই কেৱল নিজৰ স্বাৰ্থ পূৰণ কৰিবৰ বাবে দল এৰিব। 😂

    • @prasantagogoi2753
      @prasantagogoi2753 20 днів тому +1

      Yes right

    • @ankurok1969
      @ankurok1969 20 днів тому

      Tur bapere u nijor swartho kotha vabe

    • @rawandreal99
      @rawandreal99 19 днів тому +1

      Politics ত স্বাৰ্থ বুলি কোনো কথা নাথাকে... ২০২৬ ৰ আগজাননী... ইয়াকে কয় চল চাই কঠীয়া পৰা 😊

  • @durlovgogoi5946
    @durlovgogoi5946 20 днів тому +2

    Minal dagoria jindabad
    Apunluk aahok Congressla tatiaha axom khon basi thakibo

  • @gh12138.
    @gh12138. 20 днів тому +6

    Val kotha❤

  • @hudheswarmoran6842
    @hudheswarmoran6842 18 днів тому +2

    সুৰেন ফুকনে কত কৈছিলে বি জে পি এৰিম বুলি তাৰ সঠিক উত্তৰ দিয়ক

  • @pranjit420
    @pranjit420 20 днів тому +16

    গৌৰৱৰ ধুমুহাত সকলো বিৰোধী এতিয়া কম্পমান!😂

  • @user-oq2pf5ds5p
    @user-oq2pf5ds5p 20 днів тому +7

    চল চাই কঠিয়া পৰা মানুহ, তেওঁলোকে vabise অহাবাৰ বিজেপি nohobou পাৰে গতিকে বেলেগত কঠিয়া পৰাই ভাল।

    • @whereigo6782
      @whereigo6782 19 днів тому +1

      Himatau same korisil....

    • @ajoyhandique9872
      @ajoyhandique9872 19 днів тому

      হিমন্তৰ গেঙে একে কৰিছিল। গতিকে, আৰ্জিলে ভুঞ্জিবলৈ পায় বুলি অসমীয়াতে কথা এষাৰ আছে। গতিকে, ফলাফল ২৬ ত দেখা যাব।।

  • @anandabasumatary3587
    @anandabasumatary3587 20 днів тому +3

    Piyush hazarika ketia ahibo Congress

  • @deepjyoti7914
    @deepjyoti7914 20 днів тому +3

    Good news

  • @sidharthnarzary162
    @sidharthnarzary162 20 днів тому +6

    Due to lobby politics. 😢

  • @puspadhardowarah1932
    @puspadhardowarah1932 20 днів тому +4

    মথুৰাৰ ৰজা;মাছ বেপাৰীৰ পুতেক লগতে কংস ৰজাৰ মল্লযোদ্ধা যত থাকিব তাত সচা মানুহবোৰ তিষ্ঠিব নোৱাৰিব।"সেয়ে ভাল"মানুহবোৰ তাত নথকাই ভাল।ৰাজপাট খাবলৈ সিহতকে এৰি দিয়ক।

  • @rakashdas9087
    @rakashdas9087 19 днів тому +1

    অভিশাপ আছে তুমি যেনে কৰিবা তেনে ফল পাবা

  • @joydeeplangtoppo6589
    @joydeeplangtoppo6589 20 днів тому +3

    Welcome to Congress..!!

  • @premodharphukan1101
    @premodharphukan1101 20 днів тому +4

    কিমান দুৰ সত্য হবগৈ বাৰু ৷বিশ্বাস কৰিম নে নকৰিম ৷. Puzzled .

  • @mrinmoykalita3811
    @mrinmoykalita3811 19 днів тому +2

    এটা ভবিষ্যত বাণী - ২০২৬ বিধানসভা নিৰ্বাচন
    বিজয়ী দল - কংগ্ৰেছ মিত্ৰ জোট
    মুখ্যমন্ত্ৰী - গৌৰৱ গগৈ
    মামা তোমাৰ দিন উকলিল।।

  • @budheswarsaikia3103
    @budheswarsaikia3103 20 днів тому +4

    All the well end of well.

  • @oxomormusic4453
    @oxomormusic4453 20 днів тому +3

    God amiu tinsukia r pora 500 jon bjp erim

  • @anonymous_assamese4838
    @anonymous_assamese4838 20 днів тому +16

    ২০২৬-ত ভাল খবৰ আহিব মানে 💥
    কালন্ত মামা, ওপৰৰ মাল পিয়াঁজ, গৰু মল্ল, দিগন্ত চেলেকা এইবোৰৰ কি হ'ব 😂

  • @SatyajitGogoi-ft8wn
    @SatyajitGogoi-ft8wn 20 днів тому +6

    আমাৰ মোমায়েক বা কলৈ যাব ?

    • @deephacker1523
      @deephacker1523 15 днів тому

      Mama ji u ahibo lagibo. Adorkho politician r nathake. Power lage matro...

  • @debakantasaikia1937
    @debakantasaikia1937 19 днів тому +1

    ঠিকেই হৈছে ভাল লাগিছে কথাবোৰ শুনি । অসম খনক আগুৱাই লৈ যাওক । ৰাইজক খালি ফাঁকি নিদিব ।

  • @thedevogramstory7483
    @thedevogramstory7483 20 днів тому +2

    Moja BJP ai himamta and samsa bur utpat bht hoisa ru

  • @MukeshPatir-uj2en
    @MukeshPatir-uj2en 20 днів тому +2

    Rahul gandhi PM🔥✋👌👍♥️

  • @Rahul-xu6oq
    @Rahul-xu6oq 20 днів тому +20

    Aybaar Hbo Gaurab Gogoi'r Sarkaar.... ❤❤❤❤

  • @mrinalhaque5241
    @mrinalhaque5241 19 днів тому +1

    Picture abhi baki he😂😂😂

  • @yogiapurbanath4617
    @yogiapurbanath4617 20 днів тому +2

    Moja...

  • @muktinathpachung9834
    @muktinathpachung9834 20 днів тому +2

    Nice

  • @samardas3337
    @samardas3337 19 днів тому +1

    Khatakhot চৰকাৰ আহিলে ৰাইজৰ সকলো দুখ দুৰ্দশা ভাল হব

  • @Anchar107
    @Anchar107 20 днів тому +3

    বিজেপি চামচামি কৰিলে হল 😂

  • @SarifuddinAhmed-so7ff
    @SarifuddinAhmed-so7ff 20 днів тому +1

    ভাল খবৰ।

  • @sunassam8030
    @sunassam8030 18 днів тому +1

    Assamot etiea only gogoi gogoi ahoom aahom saali ase baki bilak enei jopiai ase aahom power solabo bisarise, enekua hobo dibo nalage karon assamot bohut Assamese caste and jati ase future big war is coming in Assam

  • @Aditygogoi123
    @Aditygogoi123 20 днів тому +2

    Samsa burr ki hobo atia .1500tokia..hebureu dol holabo sage

  • @h1239640
    @h1239640 20 днів тому +3

    মই কোনটো দলত যোগদান কৰিব জনাবচোন 😮

  • @user-vq6ly9ud7z
    @user-vq6ly9ud7z 20 днів тому +2

    Garuv gogoi next cm in assam,,and home department, akhil gogoi finance/education minister, lurin gogoi pwd and health minster, mira barthkur block development and home tax tile or women development minster,, 2026 .

  • @deepjyotiborah4708
    @deepjyotiborah4708 20 днів тому +4

    Bolin chetia himantar manuh Aitu bhul batori

  • @taidtriluchan
    @taidtriluchan 20 днів тому +2

    Very good

  • @user-ij4yt6jk4i
    @user-ij4yt6jk4i 19 днів тому +1

    कांग्रेस🎉

  • @sewalibordoloiphukan288
    @sewalibordoloiphukan288 20 днів тому +2

    Means they don’t get any power and opportunity, ?

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 19 днів тому +1

    অগপত এতিয়াও‌ কোনোবা নেতা থাকেনে !

  • @ranjanpds7245
    @ranjanpds7245 15 днів тому

    উৎপল দত্ত জিকিব বহুত সহজ সৰল মানুহ। কিন্তু AGP এৰিব লাগিব।

  • @humensaikia7914
    @humensaikia7914 19 днів тому +1

    যি কেইজন বিধায়াক আৰু bjp নেতাই BJP এতিয়া ত্যাগ কৰী বেলেগ দলত যোগ দিয়ে, মই ভাবো উচ্ছিত সিদ্ধান্ত লোৱা হব

  • @pratuldas6125
    @pratuldas6125 19 днів тому +1

    কিহৰ Big breaking news . আগতে দল এৰকচোন , তাৰপিচত বাতৰি পৰিবেশণ কৰিবা I নহলে মিছা বাতৰি পৰিবেশণ কৰাৰ দায় গাত পাতি লব লাগিব I

  • @prasannakumar9373
    @prasannakumar9373 20 днів тому +1

    100th very good

  • @MegaDevajit
    @MegaDevajit 20 днів тому +1

    Moja

  • @nivasaikia2249
    @nivasaikia2249 17 днів тому +1

    Very nice news❤❤❤

  • @kausikdeka8380
    @kausikdeka8380 19 днів тому

    সকলো প্ৰভু ৰামচন্দ্ৰৰ মহিমা ৷
    জয় শ্ৰীৰাম ৷৷

  • @eatingandenjoy6889
    @eatingandenjoy6889 19 днів тому +1

    আৱৰ্জনা বিধায়ক কাম নাই

  • @tokimegu2398
    @tokimegu2398 20 днів тому +1

    Congress zinda baad

  • @pranjalbhuyan1098
    @pranjalbhuyan1098 20 днів тому +5

    👌👌👌

  • @imdadali9519
    @imdadali9519 6 днів тому

    ভাল সিধান্ত লৈছে।

  • @DebojitkrboraBora
    @DebojitkrboraBora 16 днів тому

    বিজেপি চৰকাৰ তপন হোৱাতো ভাল হব ভোটাৰ জনসাধাৰণ ৰাইজ।।

  • @RajibKashyap-yk8zc
    @RajibKashyap-yk8zc 20 днів тому +10

    6th Community r jiman MLA MP ase BJP baad diok Karon amr Mul issue problem loi BJP Sarkar interested nhoi

  • @biruvaibiruson.8207
    @biruvaibiruson.8207 19 днів тому

    সকলো স্বাৰ্থপৰ...সুবিধা নাপালেই দলটো এৰি দিয়ে

  • @molayboro5578
    @molayboro5578 18 днів тому

    Moja hab aibar Assam politics.

  • @Manash.player.official
    @Manash.player.official 18 днів тому +1

    Congress.mundabsf

  • @samardas3337
    @samardas3337 19 днів тому +1

    যদি আপোনাৰ কথাবোৰ সত্য হয় তেনেহলে ভৱিষ্যতে আকৌ অসম ৰসাতললৈ যাব। কাৰণ এই সময়চোৱাত কৰ্ণাটক, তেলেংগানা, হিমাচল আদি ৰাজ্যবোৰত ৰাইজে দেখি আছে।

  • @hemantapegu1053
    @hemantapegu1053 19 днів тому +1

    হয়, ভাল কথা আমাক লাগে গৌৰৱ গগৈক 2026ত অসমৰ মুখ্য মন্ত্ৰী হিচাপে। তেওঁলোক মুকলিকৈ ওলাই আহি কংগ্ৰেছত যোগদান কৰক।

  • @HimaniRajbangshi-to3bf
    @HimaniRajbangshi-to3bf 19 днів тому +1

    কেইজনমান অহংকাৰী মানুহৰ কাৰণে আজি এই অবস্থা কেৱল ক্ষমতা প্ৰয়োগে দলটো শেষ কৰিলে

  • @user-ko9ie1gk9s
    @user-ko9ie1gk9s 19 днів тому +1

    কংগ্ৰেছৰপৰা যোৱাজাকক কংগ্ৰেছত লব নালাগে।চোৰাংচোৱা হিচাপেও আহিব পাৰে।

  • @iballap90
    @iballap90 19 днів тому +1

    Mama kam nuhua hol.indiat Modi and Amit saha and Assam t Mama karone BJP life line hekh hobo

  • @jibonjyotidutta622
    @jibonjyotidutta622 19 днів тому

    সুন্দৰ কথা ( বিজেপি গ" বেক

  • @karunakalita3524
    @karunakalita3524 17 днів тому

    Bjp zindabad
    অসমৰ ৰাইজক বিজেপি লাগে

  • @user-br7wf5gw9x
    @user-br7wf5gw9x 19 днів тому

    60 percent netai tyag koriba