ঢকুৱাখনাৰ সুনীল গগৈ কাণ্ডৰ নতুন মোৰ

Поділитися
Вставка
  • Опубліковано 17 жов 2024

КОМЕНТАРІ • 193

  • @skcreation5550
    @skcreation5550 2 місяці тому +44

    সদায় নতুন মুৰ থাকে শুনি শুনি শুনিব মন নোযোৱা হৈচে একেতা বাতৰি ৷

  • @hanseali1924
    @hanseali1924 2 місяці тому +57

    পুলিছে ইমাদিনে সুনিল গগৈৰ মবাইল নাম্বাৰত ফোন অহাজোৱাৰ ৰেকৰ্দ বোৰো নাছালে অৰ্থাৎ পুলিছে কৰবাৰ পৰা টকা খাই বহি আছিলে এয়াই অসম আৰক্ষী।

  • @babulnath1081
    @babulnath1081 2 місяці тому +13

    জোনমনি ৰাভাৰ মৃত্যু আৰু এই ঘটনাটো একেই। পুলিচৰ ষড়যন্ত্ৰ আছে কিজানি !

    • @biswadevkataki
      @biswadevkataki 2 місяці тому +2

      জোনমনিত কৈ বেলেগ হব।এটা কথা খাটাং চুনিল গগৈ জিৱীত।

    • @Jbaske67
      @Jbaske67 2 місяці тому +1

      ​​@@biswadevkatakiI agree

    • @CS-jy9ix
      @CS-jy9ix 2 місяці тому

      Corruption kora neta, Minister, Officer, Thikadar keita bosabor xetu ei natok.

  • @RosardRoird
    @RosardRoird 2 місяці тому +30

    আমাক এতিয়া ফলাফল লাগে।ইতিহাস নহয়।ঘটনাৰ আজি দুমাহ হ'ল।CBI,CIDৰ ওপৰতো সাধাৰণ জনতাৰ আস্থা হেৰুৱাছে।

  • @keshabphukan4108
    @keshabphukan4108 2 місяці тому +36

    এই মেনেজাৰটোৱে ইমান দিনে কিয় কোৱা নাছিল।

  • @mahabahu1760
    @mahabahu1760 2 місяці тому +17

    লজৰ লৰাতো(মেনেজাৰ)ৱে মে মাহৰ কথাখিনি ইমান সলসলীয়াকৈ কেনেকৈ ক'ব পাৰিছে,সন্দেহ হয়।

  • @manjubarman1855
    @manjubarman1855 2 місяці тому +8

    সন্দেহ আছে।এইজনো মেনেজ হ'ল চাগে।

  • @akashchoudhury8630
    @akashchoudhury8630 2 місяці тому +59

    সুনীল গগৈৰ পত্নীক গৰম ডিম আৰু থাৰ্ট ডিগ্ৰী দিয়ক সব ওলাই যাব।

  • @rafikulali4396
    @rafikulali4396 2 місяці тому +26

    ঘটনাৰ আগদিনা কোনোবা ঠাইত টো থাকিবই,,ভাত টো খাবই,,ঘৰত টো থাকিবই,,ঘটনাৰ পিছত কত আছে সেই টো হে আচল কথা,,, ঘটনা আগৰ বছৰটোত কি কৰিছে জনাৰ দৰকাৰ নাই,,,, বৰ্তমান আছে কত হে

  • @nayanmonipigfarm1777
    @nayanmonipigfarm1777 2 місяці тому +22

    Document যদি হোটেল কৰ্মচাৰীয়ে লোৱাই নাছিল! তেনেহলে সেইজন ল'ৰাই কেনেকৈ গম পালে সেইজনেই সুনীল গগৈ বুলি ? নাটক যেন লগা নাই নে?

  • @asomiaasom6008
    @asomiaasom6008 2 місяці тому +11

    চৰকাৰী হত্যা কাণ্ডৰ ঘটনাৰ নতুন নতুন মোৰ ওলাবই ।এইবোৰ নতুন মোৰ চৰকাৰ প্ৰশাসনে ৰচনা কৰা এয়া সু পৰিকল্পনা চৰকাৰ প্ৰশাসনৰ ।সুন্দৰ নাটক ৰচিছে চৰকাৰ প্ৰশাসনে ।প্ৰশাসন আৰক্ষী চিআইডি চিবিআই মন্ত্ৰীৰ মন্তব্যই সন্দেহ দুগুণে বঢ়াইছে ।

    • @CS-jy9ix
      @CS-jy9ix 2 місяці тому

      Thik koise. Corruption kora Minister, Officer, Thikadar keita bosabor xetu ei natok.

    • @mousumiborah-bq2ve
      @mousumiborah-bq2ve 2 місяці тому

      ডট ়

  • @nayonroy6116
    @nayonroy6116 2 місяці тому +8

    কোনো হোটেল বা loss অত with out prove no entry

  • @pranjalgogoi1138
    @pranjalgogoi1138 2 місяці тому +13

    মে মাহৰ কথা জুলাই মাহত ইমান সলসলীয়াকৈ কৈ আছে 😂😂😂 চব নাটক এইবোৰ, চি চি কেমেৰা, নথি পত্র একো নাই লজত থকা ।😂😂😂😂 এই মেনেজাৰটো চেকেন্দ নালিয়া হৈছে

  • @rupjyotidoley2051
    @rupjyotidoley2051 2 місяці тому +34

    ৰাতি লজত থাকিলে, তথ্য পাতি নোলোৱাটো হাস্যকৰ বিষয়, তাতো কিবা ৰহস্য আছে..... বিশ্বাস নহয়।

  • @nayonroy6116
    @nayonroy6116 2 місяці тому +10

    ৰাজনীতি যেন লাগে। কাৰণ বেলেগৰ যদি prove লয় তাৰ কিয় লোৱা নাছিল। বহুত অভাৱনীয় ঘটনা

  • @dimbeswarchaliha3758
    @dimbeswarchaliha3758 2 місяці тому +2

    সুন্দৰ নাটক

    • @dimbeswarchaliha3758
      @dimbeswarchaliha3758 2 місяці тому

      Hotel ৰ manager জনে এবাৰ সন্ধ্যা 5-30 PM ত সুনীল হোটেলত আহিছিল বুলি কৈ আকৌ অন্য এটা সাক্ষাৎকাৰত 7-30 PM ত আহিছিল বুলি কৈছিল ! তাৰ মানে সৱ making ??? কাৰণ আজিৰ দিনত সব টকাৰ গোলাম্ । সি সাধাৰণ মানুহেই হওঁক বা ডাঙৰ নেতাই হওঁক বা উচ্চ পৰ্য্যায়ৰ পুলিছেই হওঁক ।

    • @dimbeswarchaliha3758
      @dimbeswarchaliha3758 2 місяці тому

      সাংবাদিকো ইয়াৰ ব্যতিক্ৰম নহয় কিন্তু দেই ??

  • @abhijitgogoi-bv5eb
    @abhijitgogoi-bv5eb 2 місяці тому +5

    ইমানদিন এইজন ক`ত আছিল,,,এখেত ইমানদিনে শুই আছিল নেকি???

  • @bubuldeka8138
    @bubuldeka8138 2 місяці тому +14

    সাংবাদিক ককাই আপুনি কোৱা আৰু দেখুৱা এই আটাইবোৰ এখন নতুনকৈ পৰিছালনা কৰা নাটক নহয় নে? তহত সাংবাদিক বোৰে ঢৌতোকে ৰৌতো বুলি ভাব নেকী ? ফাইনেল বুলি কোৱাৰ পাছত ছুনিলৰ খৰা হেৰিদালো দেখাব পৰা নাই cid য়ে কিয়?

    • @dimbeswarchaliha3758
      @dimbeswarchaliha3758 2 місяці тому +1

      ইও টকা খালে যেন লাগিছে ??

    • @debabrattiwari7928
      @debabrattiwari7928 2 місяці тому

      Manuh ki goru sagoli no gaonlia murkha. He goi arunachal ba beleg korbar gain t lukai thakile tak ulai anibo paribi nk. Tur nisina gaonlia but r comment dekhiye matha bea hoi jai. Ji dina tak dhori loi ahibo tetia toi kela ki koribi mukh khon kot lukabi

  • @SwapnaDevi-i5s
    @SwapnaDevi-i5s 2 місяці тому +26

    লাইডিটেক্টৰ যে ব্যৱহাৰ কৰিছিল ধৰা নপৰিল সুনীলৰ পত্নীয়ে কোৱা কথাবোৰ?এতিয়া আকৌ নতুন নাটক ।নাজানো দেই কাৰ ৰ্নিদেশত চলিছে এই নাটকখন ।সুনীলক কিয় উলাই নিদিয়ে ?বাৰেবাৰে সেই ঘৰখনক আঙুলিয়াই আছে ।বাকী কাকো নুদুখে ।আচৰিত কথা ।সুনীল গগৈয়ে কাৰোবাক ধৰাই দিয়াৰ বাবেহে এইবোৰ ঘটনা ঘটিল সেইবোৰ একো নুলাই ।কৰবাৰ কথা কৰবাত সানিপিতিকি বাতৰি কৰি আছে ।হোটেলৰ সেইটোক যদি মেনেজ কৰিছে?আমি এইবোৰ বিশ্বাস নকৰো ।জোনমনি ৰাভাৰ ঘটনাৰ পৰা কাকো বিশ্বাস নকৰো ।

    • @ManjuBorah-p8i
      @ManjuBorah-p8i 2 місяці тому

      💯 right

    • @ArupDas-gx7vu
      @ArupDas-gx7vu 2 місяці тому

      Dhuniya koisa tumi

    • @debabrattiwari7928
      @debabrattiwari7928 2 місяці тому

      Manuh ki goru sagoli no rastat pai jai. Kor gaon t goi kun state t lukai ase tur nisina brainless but r comment but dekhiye matha bea hoi jai

  • @jomeruddin1602
    @jomeruddin1602 2 місяці тому +3

    লৰাজনৰ ভাষ্য মতে সুনীল গগৈৰ কোনো তথ্য পাতি লোৱা নাছিল। তথ্য নোহোৱাকৈ কেনেকৈ কব পাৰিলে সেইজন সুনীল গগৈ। ইয়াত কিবা ৰহস্য লুকাই আছে। অসম আৰক্ষী নিষ্কৰ্মা প্ৰমাণ দিলে।

  • @JunPadun
    @JunPadun 2 місяці тому +3

    Sudurr bai news hene like pabor karone video bonai asol karon tooo koie dibo nuhare moi dese like

  • @nayonroy6116
    @nayonroy6116 2 місяці тому +7

    সুনীল গগৈ arrest nohowa loi eku nohoi karon ৰাজনীতি আহি গল হোটেল খনৰ cc tv নাই with identy prove অত এই খন হোটেল চলে nki

  • @MoonBora-ni1mc
    @MoonBora-ni1mc 2 місяці тому +8

    Ki প্ৰমাণ আছে হোটেল খনট কি তথ্য আছে

  • @anowara.begum23
    @anowara.begum23 2 місяці тому +14

    জয়মতীয়ে গদাপানিৰ বাতৰি নিদিয়াৰ দৰে পুস্পাগগৈয়েউ তেনে কৰিছে

  • @prabhatkumargogoi2717
    @prabhatkumargogoi2717 2 місяці тому +3

    ফোনটোৰ কল ৰেকৰ্ড পৰীক্ষা আৰু ৰোমৰ বিভিন্ন স্থান ফৰেনছিক টেষ্ট কৰি উপস্থিতিৰ সম্ভেদ পাব পাৰে ৷

  • @AnantaDasDas-lb2zl
    @AnantaDasDas-lb2zl 2 місяці тому +1

    এইবোৰ নাটক যদি CCTV নাই একো আইদি জমা লোৱা নাই sunil gogoi বুলি কেনেকৈ জানিলে এইজনক চৰকাৰে পাঠ পঢ়াইছে জেন পাও

  • @ManjuBorah-p8i
    @ManjuBorah-p8i 2 місяці тому +5

    2nd Nalia😂😂😂

  • @torunbez9196
    @torunbez9196 2 місяці тому +10

    কি নাতক কৰি বাতৰি দিছে ! পইচা লয় নাতক কৰিছে যেন লাগিছে ! ইমান দিন কিয় মনে মনে আছিল ! সেইবোৰ মেনেজ বাতৰি !

  • @padmadharboruah8589
    @padmadharboruah8589 2 місяці тому +1

    জোনমনি আৰু সুনিল ৰ কেছ একেই, নাটক যেন লাগে।

    • @CS-jy9ix
      @CS-jy9ix 2 місяці тому

      Thik koise. Corruption kora Minister, Officer, Thikadar keita bosabor xetu ei natok.

  • @UtpalBorah-hp2ro
    @UtpalBorah-hp2ro 2 місяці тому +3

    প্ৰকাশনে দিয়া নিয়ম নতুন হ'ল ।

  • @kp23456
    @kp23456 2 місяці тому +1

    জীয়াই আছে যদি এৰেষ্ট কৰি আনি লেহে

  • @MigomTawa
    @MigomTawa 2 місяці тому

    সকলোৰে বিশ্বাস আছে যে সি জীয়াই আছে

  • @PrakashHaloi-od5ck
    @PrakashHaloi-od5ck 2 місяці тому

    Sob Misa jn loga hol.......

  • @Danirojasfc6
    @Danirojasfc6 2 місяці тому +23

    ঘৈণীয়েকে A 2 Z সকলোবোৰ কথাই জানে। নজনাৰ ভাও ধৰি কেৱল মাত্ৰ নাটক কৰি আছে।
    Political matter জৰিত হৈ আছে যেন অনুভৱ হয়।
    #লজৰ লৰা জনে কথাটো কিয় লুকুৱাই ৰাখিছিল? দিনে ৰাতি টিভিত দেখা নাছিল নেকি লগাটোৱে। লৰাটোক ভালদৰেই জেৰা কৰিলে হয়তু কিছুমান কথা গম পোৱা যাব। 😔 😟

    • @SahilKhan-u8h1t
      @SahilKhan-u8h1t 2 місяці тому

      Right koisa apuni sunil r wife ru lora 2 sob jane aibur political game aje labour👷family k kune chb?

  • @jadumonigogoi403
    @jadumonigogoi403 2 місяці тому +1

    Hey hey.

  • @NitulKrboruah
    @NitulKrboruah 2 місяці тому

    সুনীল গগৈক ধৰ্ৰীফাচী দিব লাগে

  • @zamba313
    @zamba313 2 місяці тому

    A to Z sub manat kenekoi thakil.

  • @Prafullachutia-xe2nl
    @Prafullachutia-xe2nl 2 місяці тому

  • @joligogoi3363
    @joligogoi3363 2 місяці тому +3

    সুনীল গগৈ পত্নী আৰু পুত্ৰৰ নাটক ৰচনা কৰিছে চবজানো

  • @satyadas1230
    @satyadas1230 2 місяці тому +5

    পুষ্পাই সকলো যানে,puspa nam sunke flawar samjha hai Kiya,

  • @JyotikaKuli
    @JyotikaKuli 2 місяці тому +1

    পইছাই মেনেজ কৰিছে। নাটকখন দেই।ইমান সৰু ল'ৰাটো মেনেজাৰ হ'বই নোৱাৰে। আমি চপ কথা বুজি পায়ছো। আৰু নকঙ্গ।

  • @phatikchandragogoi7633
    @phatikchandragogoi7633 2 місяці тому

    পৰিচয়ফত্ৰ নোহোৱাকৈ লজত🎉😢 কেনেকৈ ৰাখিব পাৰিলে ??

  • @basantahira8645
    @basantahira8645 2 місяці тому +8

    কিবা ফটৌৱা যেন হে লাগিছে

  • @madanchandrakarjee2283
    @madanchandrakarjee2283 2 місяці тому +1

    কাম ফেৰা ইয়াতেই হোৱা যেন লাগে। পিছৰ বোৰ দেখাব লৈ ।
    পাবলৈ থকা টকা খোজাৰ ওপৰিও অন্য কিবা থাকিব পাৰে ,যিটো বাবে মৰা হ'ল ।

  • @dipankarhazarika5213
    @dipankarhazarika5213 2 місяці тому

    ইমান নিচিঞৰিব পাইলচ হ্ব।
    গোটেই কাহিনীটো কৈ দিয়কনা। CID, CBI য়ে ইমান কষ্ট কৰিবই নালাগে।
    ৰমেন বৰুৱা হেৰাল, দীপেন বৰুৱাক ইম্মান কামুৰি আছে কেলা।
    আৰু বেয়া মাত নামাতো।

  • @hkddigitalmedia106
    @hkddigitalmedia106 2 місяці тому

    Jiye nohouk...ei ghatana tu val lagi ase ... Ami iyat mat matibo laga eko ni.... Thriller di ase...sai thaka...ending tu val hb

  • @sandhyalikhanikar6884
    @sandhyalikhanikar6884 2 місяці тому +5

    মেনেজাৰ ইমান দিন ক'ত আছিল

    • @UpenKoch-w6s
      @UpenKoch-w6s 2 місяці тому

      Gatot gutai prithibi manuha ha gom pai ai news only E ha gom powa nasil gatot humai asel

  • @pranabbaruah3795
    @pranabbaruah3795 2 місяці тому

    ফুটোৱা পৰিবেশক

  • @Ridip498
    @Ridip498 2 місяці тому

    Aibor lodge bndha kri din lge.kno documnt jdi nrakhe

  • @DevojitDoley-t1x
    @DevojitDoley-t1x 2 місяці тому

    Jiyai aseneki😂😂

  • @ajoydoley7280
    @ajoydoley7280 2 місяці тому

    CCTV বেয়া আছিল বুলি কবনেকী।

  • @jyotichetiabaruah9015
    @jyotichetiabaruah9015 2 місяці тому

    ধিক অসম আৰক্ষী

  • @bhaskarjthakuria5538
    @bhaskarjthakuria5538 2 місяці тому +1

    চুনীলৰ তিৰি টোক গৰু কোব দিয়ক

  • @maryborah584
    @maryborah584 2 місяці тому

    Aei news tu kiman di thake

  • @AnimaBaching-q6h
    @AnimaBaching-q6h 2 місяці тому

    কোনোবাই ক'বলৈ দিয়া যেনে লাগে। সুনীল গগৈ তেনেকোৱা মানুহ নহয় মিছা কথা। আমি চপ কথা বুজি পায়ছো। নাটক ৰচনা কৰি কৰি ওলাই আছে কথাবোৰ। হ'ব হ'ব।

  • @missmystical6605
    @missmystical6605 2 місяці тому +13

    সুনীল গগৈ জীয়াই যে আছে সেইয়া পত্নী আৰু পুত্ৰ ই জানে ।নিজৰ স্বামী মৃত্যু হ'লে পত্নীয়ে মৃতদেহ নেদেখা লৈকে বিশ্বাস নকৰে । কিন্তু সুনীল গগৈৰ পত্নী ইয়াৰ বিপৰীত । ভাবিছিল আন ঘটনাৰ দৰে এই ঘটনাটোও সকলোৱে পাহৰি যাব আৰু পৰিস্থিতি স্বাভাৱিক হ'ব।

  • @devkantobora9247
    @devkantobora9247 2 місяці тому

    Junmoni Rabha Sunil Gogoi Jahangir loi Assam police bor dhuniya Natok koribo pariise moi kobo gole Assam police uthai tar jegat kiba ARMY CRP Rakhile public basibo

  • @PRANABBORAHUNOFFICIAL
    @PRANABBORAHUNOFFICIAL 2 місяці тому

    কি বাতৰি পৰিৱেশন কৰিছে অনুপম দা । পদ্য পঢ়া নিচিনাকৈ বাতৰি পঢ়িছে যে

  • @nayonroy6116
    @nayonroy6116 2 місяці тому +1

    কিবা অলপ আছে nishoi

  • @princigogoi5322
    @princigogoi5322 2 місяці тому +2

    এইটো কাহিনী সামৰিব হল আৰু

  • @purnimadeori3661
    @purnimadeori3661 2 місяці тому

    Aji otodin kot asil ai hotel khobor manuh bur... tatea j mukh khula nasila kiba hondeh hoisa kotha bur

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 2 місяці тому +3

    ৰহস্য হৈ গৈ আছে.....???

  • @anuradhadas5494
    @anuradhadas5494 2 місяці тому +5

    Menejar. Jone iman dine news suwa nasil neki ? Ghotona tu 2month hobo hol....Joonmoni Rava r dore lahe lahe sab pahoroni r gorvot .....

  • @MaheshpeguMaheswarpegu
    @MaheshpeguMaheswarpegu 2 місяці тому

    Gugamukt asi hy kintu aji kt ase cbi ki kri ase ajiloke dorib pora nai,aru apunio kuwa kotake koy asa

  • @prashantakakoty2379
    @prashantakakoty2379 2 місяці тому

    সুনিল গগৈ নামৰ আন কোনোবাও হ'ব পাৰে যিহেতু তাত কোনো পৰিচয় পত্ৰ নাই ।

  • @asomiyasuali5721
    @asomiyasuali5721 2 місяці тому +2

    Junmoni rabha r case r nisina,aijonu naliya nki baru😅

  • @rewatrewatchutia3604
    @rewatrewatchutia3604 2 місяці тому

    অকৰা মিঢিংটোক কোনোবাই মেনেজ কৰিচে নেকি

  • @Pslv3kb
    @Pslv3kb 2 місяці тому

    Hotel burot manuh thakibo hole documents luwa hoi. Hei hotel khonot kiyo documents nolole. Aituhe xondeh jonok.

  • @asomiaasom6008
    @asomiaasom6008 2 місяці тому

    মেনেজাৰ ল'ৰাটোৰ কথা বোৰে ভুল ।কাৰণ সাজি কাচি কোৱা কথা ভুল আসৱা যুক্ত।মেনেজাৰৰ কথাবোৰ যে মিছা তাৰ কথা ভালকৈ লক্ষ কৰিলেই ধৰিব পাৰি আটিগুৰি বিচাল কৰিলেই ধৰিব পাৰি ।সত্যৰ সদায় জয় ।এদিন

  • @nayonroy6116
    @nayonroy6116 2 місяці тому +2

    তাই কোনোবাই টকা দিছে বাকী নাজানো দে

  • @bipuldoley1906
    @bipuldoley1906 2 місяці тому

    Sunil. Gogi. Keita. Ase. Sngkarath

  • @montuboro6512
    @montuboro6512 2 місяці тому

    Junmoni style hoese

  • @BipulBoruah-q9q
    @BipulBoruah-q9q 2 місяці тому

    Naliya part2

  • @riponmech4440
    @riponmech4440 2 місяці тому

    Nalia part 2

  • @binoykalita7597
    @binoykalita7597 2 місяці тому +1

    পূস্পা গগৈয়ে এক তাৰিখে সন্ধিয়া ঘৰত ভাতখোৱা কথা কৈছিল নৈকি?

  • @suklenmung.Borgohain
    @suklenmung.Borgohain 2 місяці тому

    3:36 .ke proman bhetrit ..koi asa he ..

  • @junaligoswami7343
    @junaligoswami7343 2 місяці тому

    Ki gai thake eibur ebar 102 ebar 112 no room....valke suni lobo lage ki koi ase

  • @RamkrPegu-jf9mx
    @RamkrPegu-jf9mx 2 місяці тому

    Main jonok dhorilehe urohir ur ulai jabo...

  • @ArunBorah-je1ws
    @ArunBorah-je1ws 2 місяці тому

    Aibur news koribo anupam chakraborty laz pabo lage

  • @zamba313
    @zamba313 2 місяці тому

    Khadharan ajan byaktik police a bisari nupuatu hasyakar.🤣🤗

  • @RajibdoleyRajibdoley
    @RajibdoleyRajibdoley 2 місяці тому

    এখন লজত প্ৰমাণপত্ৰ নোহোৱাকৈ কেনেকৈ ৰাখিব পাৰিলে কথাবোৰ বুজিব পৰা নাই আৰু ওচৰৰ cc tv পুতেক চাব লাগে

  • @user-yhghhkjkkhb
    @user-yhghhkjkkhb 2 місяці тому

    Ji ai nohok ai case tut emn lage ase kintu junmoni rabha case tu kio emn din loga nsil jonabo sun

  • @BNENTERPRISE-o8d
    @BNENTERPRISE-o8d 2 місяці тому +3

    Tai sab jane

  • @SanjibDas-yd5nu
    @SanjibDas-yd5nu 2 місяці тому

    CBI lagibo

  • @nilikantorayAnimegamez
    @nilikantorayAnimegamez 2 місяці тому

    অনিচ্ছা লগিছে এনেকুৱা নিউজ

  • @dipankarhazarika6976
    @dipankarhazarika6976 2 місяці тому

    আৰু এটা কথা ৩০তাৰিখৰ ৰাতি হে আছে কৈছে ৩১r ৰাতি টো কথা কোৱা নাই নেকি বাৰু।।ভাল কৈ কৌক সুন।

  • @papugogoi1824
    @papugogoi1824 2 місяці тому

    কি এবাৰ ১০২ আৰু এবাৰ ১১২ ????

  • @priyasaikia3075
    @priyasaikia3075 2 місяці тому

    নাটক এইবোৰ ।।‌একো কাগজ নোলোৱাকৈ কেনেকৈ গম পালে সেইজন‌ যে সুনীল গগৈ বুলি।।

  • @hanseali1924
    @hanseali1924 2 місяці тому

    এটিয়া হয়তো জাহাংগিৰৰ আইকাৰদ লৈ বাহিৰৰ কোনোৱা লজত আছে।যিহেতুকে দুয়োজনৰ মুখৰ আকৃতি প্ৰাএ একেই।

  • @NabiyurRahman-o9f
    @NabiyurRahman-o9f 2 місяці тому +1

    Wife kom bustu nohoi de😂😂😂

  • @UpenKoch-w6s
    @UpenKoch-w6s 2 місяці тому

    Moi kow aitu ata natun natok hoi.., Karn Emn u ankowa nhoi jaa Hotel khnt camera of asela , Hotel r lora to a Document ni lowa pst lobo vabesila , aibur akhon natun natok hoi , ankowa koi kora hoisa natok khn Jaan atar past ata natun natun story Bonai thakibo...,

  • @BinudPatar-b2w
    @BinudPatar-b2w 2 місяці тому

    😂😅😅

  • @ApoloGogoi-wc4wx
    @ApoloGogoi-wc4wx 2 місяці тому

    2nd nalia😂😂😂😂

  • @kangkandeka2328
    @kangkandeka2328 2 місяці тому

    Eai menezer jon gaor salpati dekha garir driver jon jen lage karan gari drive kara lorajon kom age r asil eaijoneai hoba black gari drive kara lorajon

  • @GitaMoni-gh1yz
    @GitaMoni-gh1yz 2 місяці тому

    Emandine kot asil menejare ? Nie posi jabo loratu .

  • @jdas4150
    @jdas4150 2 місяці тому

    এইবো সকলো নাটত

  • @pranabkumartamuli5828
    @pranabkumartamuli5828 2 місяці тому

    Hotelt thoka ki praman ase,

  • @AnamikaSakai-ss1ro
    @AnamikaSakai-ss1ro 2 місяці тому

    Gi,hak,bhalakarane,hak

  • @KabitaBordoloi-r2i
    @KabitaBordoloi-r2i 2 місяці тому

    Eman dine kot asili

  • @tazayadeinpuranigane
    @tazayadeinpuranigane 2 місяці тому

    Maiki jonik 3rd digree tritment diyok