Це відео не доступне.
Перепрошуємо.

প্ৰাৰ্থিত্ব, জিলা সভাপতি পদৰ বাবেও ধন দিব লাগে অগপত

Поділитися
Вставка
  • Опубліковано 11 лип 2024
  • ▶️প্ৰাৰ্থিত্ব প্ৰদানৰ নামত মোটা অংকৰ লেনদেন হয় অগপত। প্ৰাৰ্থিত্ব প্ৰদানৰ নামত আফতাবউদ্দিন লস্কৰৰ পৰা অগপই লৈছিল ধন। অতুল বৰাৰ সোঁহাতস্বৰূপ এজনৰ পত্নীৰ একাউণ্টত লস্কৰে দিছিল ধন। তাৰ পাছত আলগাপুৰৰ টিকট দিয়া হৈছিল বিজেপিৰ এগৰাকী প্ৰাৰ্থীক। আজিপৰ্যন্ত ২০২১ৰ বিধানসভা নিৰ্বাচনৰ সময়ত লেনদেন হোৱা ধন ঘূৰাই পোৱা নাই আফতাবউদ্দিন লস্কৰে। NKTVৰ ‘খবৰৰ আঁৰৰ খবৰ’ত দলত্যাগী অগপ নেতাৰ বিস্ফোৰণ।

КОМЕНТАРІ • 56