Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 2024 love from morigaon.....soraideu husori moi live saisu bohut val lage ....eibur he husori ❤
মন গৈছে যেন এতিয়াই হুঁচৰি মাৰি দিওঁ । বহু বহু ধন্যবাদ আপোনালোকলৈ ইমান সুন্দৰকৈ বিহুযোৱা উপস্থাপন কৰিছে ।
মনত কেনেকুৱা লাগিছে।
I feel like now itself to join the team many many thank for arranging such a great husori
Thanks
@@sureshborboruah7470 😊श्रशशछशशशज😮झ
Pĺĺĺĺ
Mur jibont prothom baror bbe dekhiboloi palu poran jurai juwa ajaki bihu....hosakoi bhuuuuuut vl lgil sai.mn2 vl lgi gol 😘😘🙏🙏🙏🙏
Hoy neki
@@alirajaliraj1792 এয়া হুঁচৰি
অতীতক নাযাবা পাহৰি । প্ৰতিযোগিতামুলক মঞ্চ বিহুৰ পৰিবৰ্তে এক আপুৰুগীয়া সুন্দৰ পৰিবেশত হুছৰি যোৰাই সচাই সুকীয়া মাত্ৰা প্ৰদান কৰিছে । বিহুনাম অতি সুন্দৰ । বৰ্তমান এয়া দুৰ্লভ ।খুব ভাল লাগিল । ৰঙালী বিহুৰ শুভেচ্ছাৰে বহুত ধন্যবাদ ।।
বহুত সুন্দৰ পৰিৱেশন
ইমান সুন্দৰ । আশীৰ্বাদ কৰিছোঁ আপোনালোকে আগলৈ আৰু এনে দৰে হুঁচৰি কৰি যাওঁক
জুবিন দাদাৰ অসমীয়া জাতিৰ প্ৰতি থকা অবদান সচাই অতুলনীয় ❤❤❤❤❤❤❤❤❤❤
অতি সুন্দৰ । এইবোৰ হে হুঁচৰি । দুখ লাগে আমি যে ইয়াৰ আধাও নাজানো ।
বিহুৰ আন্তৰিক শুভেচ্ছা, বহুত ভাল লাগিছে 💛
অসমীয়াৰ অস্তিত্বক আমি জীয়াই ৰাখিব লাগিব ।এযাই আমাৰ চিনাকী ।হুঁচৰি বিহুক আপোন কৰি জীযাই ৰাখি থৈ গৈছে আপোনি আমাৰ নব প্ৰজন্মক । আপোনালোকলৈ আমি গৌৰাম্বিত ।অশেষ ধন্যবাদ দিছো বৰ্ত্তমান লকদাউনৰ সমযত প্ৰচাৰিত আমাৰ বাপুতিসাহোন হুঁচৰি চাবলৈ পাই ।
Ghjjhfgbhxcvbkk
O
বহুত দিনৰ পিছত অতি সুন্দৰ আৰু সম্পূৰ্ণ হুঁচৰি চাবলৈ পাই ভাল লাগিল ।অশেষ ধন্যবাদ আপোনাক । দলৰ প্ৰতিজন বিহুৱাই ইমান সুন্দৰকৈ পৰিবেশন কৰিছে লগতে একেবাৰে খাতি বিহু নাম কেইফাঁকি গোৱা বাবে বিহুৰ আচল মাদকতা খিনি উপভোগ কৰিব পাৰিছো।শুভেচ্ছা থাকিল ।
বহুত ভাল লাগিল, স্বতঃস্ফুত বিহু।।আধুনিকতাৰ ভাঁজ নাই অকণো, প্ৰকৃত গাঁৱৰ বিহু। যি বিহু আমি সৰুতে দেখিছিলোঁ গাঁৱৰ দদাইদেউ সকলে কৰা।।
Moi axomiya buli bht gourab anubhob kru.....joy aii axom...bihu aiii amr pran
মনটো ভাল লাগি গ'ল। উপভোগ্য বিহু হুঁচৰি। তাতে বিহুৰ বতৰ.....
Lggmbc
সুন্দৰ লাগীল বহুত দিনৰ মোৰত এনেকোৱা বিহু দেখিবলে পালো ধন্যবাদ ।
New 2020 bihu Khundur lagil buhut dinor morut anekuwa bihu dikhebole pale duino bad..🏃🏃🏃⛹️🚴🚴🏇⛷️
Excellent performance. This is the real Huchari. Proud of you guys. I have just viewed your group performance and thoroughly enjoyed.
Plot L
Ol Ó9LL l99
ওহ্ এনে সুন্দৰ হুঁচৰি বৰ কৈ দেখিবলৈ পোৱা নাযায়। শুভ কামনা যাচিলো।
2024 anyone's ❤
😂😂
Me
অতি সুন্দৰ উপস্থাপন। অসমীয়া হিচাপে বৰ গৌৰৱ অনুভৱ কৰিছো। সকলোৰে মঙ্গল কামনা কৰিলো।
Enekua Bihu gan hunilehe Bihu Bihu Lage...mojjjaaa zubenda apunar kontho mnibo lgibo akou enekua Bihu gan hunibo mn goise zuben da
Bohut bosor r pisot mon posondor bihu abhagi sabo palo...thnq so much soraideu husori dol
I Live you
Pikjop
Firoj bohut dinor pasot tumalukor husori saboloi palu . Rikumonni .
কি সুন্দৰ বিহু গীত অ, নাচি দিব হে মন গৈছে ♥️♥️
Bapan. Nath
@@bapannath8801 হুঁচৰি
খুব সুন্দৰ হৈছে...👍👍👍👍
জীৱন দা আপোনাক দেখি ভাল লাগিল
Eman dhuniya bihu Aji Kali dekhiboloike nai. Khub hundor hoise..👏👏👏👏
বহুত ধুনিয়া মন জুৰ পৰি গল । শৈশৱ কাললৈ মনত পৰি গল।
Zubeen da😍😍😍
One of the best Bihu song 👍 loving all the time... Forever Bihu song..... Great ........
Ttyttttttttytytytyttttttt
Cc cczk xxx. S SS zjz
Mja lagise...🙏 xodai jen enekoi thake....
Borval lagil
অতি সুন্দৰ হুঁচৰি বহুত ভাল লাগিল,,,,🙏🏼🌹🙏🏼
Ote hundor bihu husore doll...... Joi aai asom....
bohut hundor hoise..enekua husori aaji kali dekhiboloi birol..
Bor bhal lagil sai dada😊😊💓💓💓
Bohut bohut....bhal lagil...
Moja lagise
হুঁচৰি ঘোষা-পদ,নাম-যোজনাত বিহুৰ সৃষ্টিৰ ইতিহাস প্ৰকাশ পাইছে।চাই ভাল লাগিল।
nyc ...bahut vl lagise
♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏🙏🙏🙏👍👍👍👍👍👍..অতিকৈ ধুনিয়া বিহু গীত । ধন্যবাদ
2020 ত এপ্ৰিল মাহত কোন কোন আছে চাই থকা লাইক কৰক
mou
Moi asu pari ba
ম ই
Moi
অতিকৈ আপোন বিহু শিকোৱা শিক্ষক সকলক দেখি মন ভাল লাগিল😊❤️
Hundor🔥🔥👌👌👌👌👌👌
Bohut hundor hoise
Mon sui gol❤. 2024
Mojjaa lagesa 👍👍👍
🐩🐩🐩🐩🦁🦁🦁🦁🦁🦄🦄🦄🦄🦄🦓🦓🦓🦓🦓🐮🐮🧂🍕🌭🥪🌮🌯🥙🥚🍿🥗🥣🍲🥘🥫🍱🍘🍙🍙
Bohut val lagil 👌
অতি সুন্দৰ হুচৰী গীত । Old is gold.
🥰🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🥰
@@mintudutta9532 0
বিহুৰ শুভেচ্ছা জনালোঁ ৷ জ্যেষ্ঠ সকললৈ সেৱা জনালোঁ ৷ সকলোৰে কুশল কামনা কৰিলোঁ ৷ জাতিটো অমৰ হওঁক ৷
Many thanks to Charaideo hussary We are proud of our handsome stout strong and staminaful boys hussari
বহুত সুন্দৰ হৈছে দাদা হত।
Bahut dhunia husori geet🎀♥️🎀
Bihu,r aanondo nai jodiu bihu sai mon tu bhal lagil 🤗🙂☺️
ioooo....dehi bohut val lagise o gan tu...👍
Bhttt dhunia 🙏🙏👌👌
Mojaaa hoise
ইমান সুন্দৰ পৰিবেশন আজিকালি পাবলৈ দুৰ্লভ,(২০২৪)❤
ইমান কম comment কিয় বাৰু ,,?? ৰাইজে ভাল নাইপোৱা নেকি ,,?? যদি ভাল পাইছা লাইক এটা মাৰি যাবা ,,,,
8:06 ❤
সুন্দৰ, সম্পূৰ্ণ ভিডিঅ কেছেট খন পোৱা যাব নেকি বাৰু প্ৰয়োজন আছিল,মই বিচাৰিছো পোৱা নাই যদি পোৱা যায় তেতিয়া খৰছ বহন কৰিম।
Partha Bora mur usorot ase.
@@dbdbh9002 ase jode diboxun
2021...❤️ Bihu aahi pale hi oiii....
Hi
Hosai oti Hundor hoise.
You remind ourselves the childhood in April. No needs except that.
Yes
অতি সুন্দৰ..
অসমীয়াৰ গৌৰৱ এইয়াই ।বহুত ভাল লাগিল ।
বঢ়িয়া ফিৰোজ 👍👍
Aji pora sai asu aru suni asu moja...lagi goisa
I'm from Kerala very very nice video I so heppy
Ooo awesome FANTASTIC
কিমান সুন্দৰ হুচুৰি বিহু
বিহু ৰ আমেজ সুকীয়া ।আমি অসমীয়া বিহুতে বলিয়া ।২০২৪ ত পুৰণি বিহু কথা মনত পেলাই দিলে
ধুনীয়া লাগিল
Awesome loved it, please provide more.
Bor hundar husori . bhal lagise
2019 October ot kune kune sai ase baru🙏🙏 joi aai axom bihu amar pran❤
joi aai oxom.....moi u sai asu
Moi sau praiei....original khonu collect kori thoisu....bihu manei zubeen.
Joy aai axom
Fine bhu
Fine
Bohut hundor atitok pahari najaba
Assam bohut miss korisu love from Punjab and happy noun bosar aur bihu.
mazaa husori huni monto bor vl lagil
Bohut bohut dhanyabad.anedote Amar jatiya songsritik jiyai rakhib buli asha korilu.apunanalukr Bihu Sai Mur saru kaloloi monot porise.moona parijatr hoi amiu gaisilu aigeetbur.ki sundor asil Sei dinbur.
2020 t Kune Kune saise
Asu
2020 04 06 moi sai asu
মই😭
Moi 2021ot sai asu 🤣
Maza lagise oi deka lara
মন প্রাণ শাত পরি যায়
Moi bisaru enekuwa husari love u guys
সুন্দৰ হুচৰি দল ।
Osamiya deka oti uttam
Hundor hoise
Bahut vaal lagisa ❤❤❤❤❤
Uff ki moja desa ❤
Bohut vhl lagil gol
❤🎉 love from Lakhimpur ❤️
কি যে মজা লাগে অ শুনি ❤❤❤
এইয়া হে আচল হুঁচৰি বিহু।
সুন্দৰ❤
বহুত বহুত বহুত ভাল লাগিল
Amar Charaideo Bihu husori dol. Beautiful.
আচল শুচৰি বিশু আমাৰ ভাল লাগিল
Arshibad bhag Bor bhal lagise.joi aai Assam
Excellent.... ! AAMI ketiaow nijok pahorijabo nalage ... sardha aaru ..pronam thakil Aamar Husarir upasthapon Raijoloi ... ** Aapunalukaloi Engragy Nababorkhor hubbsya thakil ** .Monikanchon ** Khowang , Dib .
Hundar 🙏🙏🙏🙏🙏
Beyond beautiful...the rhythm itself is heavenly
M|
@@mainaali1646 00l
@@hindimovie9781 jkjbb
@@hindimovie9781 bA no
@@ratyt6375 ucch h ohhh pl pr ot v or op
Really amar bihu karu lgt tulona nhy.❤❤❤❤❤
Dhunia ☺️😊
মাঘ বিহুৰ শুভেচ্ছা জনালোঁ
Val lagil husorijura sai🙏
মন প্ৰাণ চুই গল
বৰ ধুনীয়া লাগিল
ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ 2024 love from morigaon.....soraideu husori moi live saisu bohut val lage ....eibur he husori ❤
মন গৈছে যেন এতিয়াই হুঁচৰি মাৰি দিওঁ । বহু বহু ধন্যবাদ আপোনালোকলৈ ইমান সুন্দৰকৈ বিহুযোৱা উপস্থাপন কৰিছে ।
মনত কেনেকুৱা লাগিছে।
I feel like now itself to join the team many many thank for arranging such a great husori
Thanks
@@sureshborboruah7470 😊श्रशशछशशशज😮झ
Pĺĺĺĺ
Mur jibont prothom baror bbe dekhiboloi palu poran jurai juwa ajaki bihu....hosakoi bhuuuuuut vl lgil sai.mn2 vl lgi gol 😘😘🙏🙏🙏🙏
Hoy neki
@@alirajaliraj1792 এয়া হুঁচৰি
অতীতক নাযাবা পাহৰি । প্ৰতিযোগিতামুলক মঞ্চ বিহুৰ পৰিবৰ্তে এক আপুৰুগীয়া সুন্দৰ পৰিবেশত হুছৰি যোৰাই সচাই সুকীয়া মাত্ৰা প্ৰদান কৰিছে । বিহুনাম অতি সুন্দৰ । বৰ্তমান এয়া দুৰ্লভ ।খুব ভাল লাগিল । ৰঙালী বিহুৰ শুভেচ্ছাৰে বহুত ধন্যবাদ ।।
বহুত সুন্দৰ পৰিৱেশন
ইমান সুন্দৰ । আশীৰ্বাদ কৰিছোঁ আপোনালোকে আগলৈ আৰু এনে দৰে হুঁচৰি কৰি যাওঁক
জুবিন দাদাৰ অসমীয়া জাতিৰ প্ৰতি থকা অবদান সচাই অতুলনীয় ❤❤❤❤❤❤❤❤❤❤
অতি সুন্দৰ । এইবোৰ হে হুঁচৰি । দুখ লাগে আমি যে ইয়াৰ আধাও নাজানো ।
বিহুৰ আন্তৰিক শুভেচ্ছা, বহুত ভাল লাগিছে 💛
অসমীয়াৰ অস্তিত্বক আমি জীয়াই ৰাখিব লাগিব ।এযাই আমাৰ চিনাকী ।হুঁচৰি বিহুক আপোন কৰি জীযাই ৰাখি থৈ গৈছে আপোনি আমাৰ নব প্ৰজন্মক । আপোনালোকলৈ আমি গৌৰাম্বিত ।অশেষ ধন্যবাদ দিছো বৰ্ত্তমান লকদাউনৰ সমযত প্ৰচাৰিত আমাৰ বাপুতিসাহোন হুঁচৰি চাবলৈ পাই ।
Ghjjhfgbhxcvbkk
O
বহুত দিনৰ পিছত অতি সুন্দৰ আৰু সম্পূৰ্ণ হুঁচৰি চাবলৈ পাই ভাল লাগিল ।অশেষ ধন্যবাদ আপোনাক । দলৰ প্ৰতিজন বিহুৱাই ইমান সুন্দৰকৈ পৰিবেশন কৰিছে লগতে একেবাৰে খাতি বিহু নাম কেইফাঁকি গোৱা বাবে বিহুৰ আচল মাদকতা খিনি উপভোগ কৰিব পাৰিছো।
শুভেচ্ছা থাকিল ।
বহুত ভাল লাগিল, স্বতঃস্ফুত বিহু।।
আধুনিকতাৰ ভাঁজ নাই অকণো, প্ৰকৃত গাঁৱৰ বিহু। যি বিহু আমি সৰুতে দেখিছিলোঁ গাঁৱৰ দদাইদেউ সকলে কৰা।।
Moi axomiya buli bht gourab anubhob kru.....joy aii axom...bihu aiii amr pran
মনটো ভাল লাগি গ'ল। উপভোগ্য বিহু হুঁচৰি।
তাতে বিহুৰ বতৰ.....
Lggmbc
সুন্দৰ লাগীল বহুত দিনৰ মোৰত এনেকোৱা বিহু দেখিবলে পালো ধন্যবাদ ।
New 2020 bihu Khundur lagil buhut dinor morut anekuwa bihu dikhebole pale duino bad..🏃🏃🏃⛹️🚴🚴🏇⛷️
Excellent performance. This is the real Huchari. Proud of you guys. I have just viewed your group performance and thoroughly enjoyed.
Plot L
Ol Ó9LL l99
ওহ্ এনে সুন্দৰ হুঁচৰি বৰ কৈ দেখিবলৈ পোৱা নাযায়। শুভ কামনা যাচিলো।
2024 anyone's ❤
😂😂
Me
অতি সুন্দৰ উপস্থাপন। অসমীয়া হিচাপে বৰ গৌৰৱ অনুভৱ কৰিছো। সকলোৰে মঙ্গল কামনা কৰিলো।
Enekua Bihu gan hunilehe Bihu Bihu Lage...mojjjaaa zubenda apunar kontho mnibo lgibo akou enekua Bihu gan hunibo mn goise zuben da
Bohut bosor r pisot mon posondor bihu abhagi sabo palo...thnq so much soraideu husori dol
I Live you
Pikjop
Firoj bohut dinor pasot tumalukor husori saboloi palu . Rikumonni .
কি সুন্দৰ বিহু গীত অ, নাচি দিব হে মন গৈছে ♥️♥️
Bapan. Nath
@@bapannath8801 হুঁচৰি
খুব সুন্দৰ হৈছে...👍👍👍👍
জীৱন দা আপোনাক দেখি ভাল লাগিল
Eman dhuniya bihu Aji Kali dekhiboloike nai. Khub hundor hoise..👏👏👏👏
বহুত ধুনিয়া মন জুৰ পৰি গল । শৈশৱ কাললৈ মনত পৰি গল।
Zubeen da😍😍😍
One of the best Bihu song 👍 loving all the time... Forever Bihu song..... Great ........
Ttyttttttttytytytyttttttt
Cc cczk xxx. S SS zjz
Mja lagise...🙏 xodai jen enekoi thake....
Borval lagil
অতি সুন্দৰ হুঁচৰি বহুত ভাল লাগিল,,,,🙏🏼🌹🙏🏼
Ote hundor bihu husore doll...... Joi aai asom....
bohut hundor hoise..enekua husori aaji kali dekhiboloi birol..
Bor bhal lagil sai dada😊😊💓💓💓
Bohut bohut....bhal lagil...
Moja lagise
হুঁচৰি ঘোষা-পদ,নাম-যোজনাত বিহুৰ সৃষ্টিৰ ইতিহাস প্ৰকাশ পাইছে।চাই ভাল লাগিল।
nyc ...bahut vl lagise
♥️♥️♥️♥️♥️🙏🙏🙏🙏🙏🙏🙏🙏👍👍👍👍👍👍..অতিকৈ ধুনিয়া বিহু গীত । ধন্যবাদ
2020 ত এপ্ৰিল মাহত কোন কোন আছে চাই থকা লাইক কৰক
mou
Moi asu pari ba
ম ই
Moi
Moi
অতিকৈ আপোন বিহু শিকোৱা শিক্ষক সকলক দেখি মন ভাল লাগিল😊❤️
Hundor🔥🔥👌👌👌👌👌👌
Bohut hundor hoise
Mon sui gol❤. 2024
Mojjaa lagesa 👍👍👍
🐩🐩🐩🐩🦁🦁🦁🦁🦁🦄🦄🦄🦄🦄🦓🦓🦓🦓🦓🐮🐮🧂🍕🌭🥪🌮🌯🥙🥚🍿🥗🥣🍲🥘🥫🍱🍘🍙🍙
Bohut val lagil 👌
অতি সুন্দৰ হুচৰী গীত । Old is gold.
🥰🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🥰
@@mintudutta9532 0
বিহুৰ শুভেচ্ছা জনালোঁ ৷ জ্যেষ্ঠ সকললৈ সেৱা জনালোঁ ৷ সকলোৰে কুশল কামনা কৰিলোঁ ৷ জাতিটো অমৰ হওঁক ৷
Many thanks to Charaideo hussary We are proud of our handsome stout strong and staminaful boys hussari
বহুত সুন্দৰ হৈছে দাদা হত।
Bahut dhunia husori geet🎀♥️🎀
Bihu,r aanondo nai jodiu bihu sai mon tu bhal lagil 🤗🙂☺️
ioooo....dehi bohut val lagise o gan tu...👍
Bhttt dhunia 🙏🙏👌👌
Mojaaa hoise
ইমান সুন্দৰ পৰিবেশন আজিকালি পাবলৈ দুৰ্লভ,(২০২৪)❤
ইমান কম comment কিয় বাৰু ,,??
ৰাইজে ভাল নাইপোৱা নেকি ,,??
যদি ভাল পাইছা লাইক এটা মাৰি যাবা ,,,,