বৰদৈচিলা বিহু হুচৰি দল-দুলীয়াজান-২০২৪ | প্ৰথম শ্ৰেষ্ঠ দল || Bordoisila Bihu Husori Dol-2024 | Husori
Вставка
- Опубліковано 13 кві 2024
- পূব গুৱাহাটী বিহু সন্মিলন-২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ বিহু হুচৰি প্ৰতিযোগিতাৰ প্ৰথম শ্ৰেষ্ঠ দল বৰদৈচিলা বিহু হুচৰি দল-দুলীয়াজান । অনুপম বিতোপন সামাজিক প্ৰচাৰ মাধ্যমৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো....
Bordoisila Bihu Husori Dol-2024
Bordoisila Bihu-2024
anupombitupon
anupambitupon
Bihu
New bihu
New Husori Dol-2024
Husori bihu
Pub Guwahati bihu sanmilon 2024
Husori Bihu dol
#anupambitupon
#anupombitupon
#bihu
#bordoisila_bihu_husori_dol
#bihu2024
#pub_guwahati_bihu_sanmilon
#husori_bihu
#folksong
#folkdance
#assamese_folk_culture
#husori ,
husari
nasoni
হুচৰি
বৰবিহুৱতী
husari
nasoni
হুচৰি
বৰবিহুৱতী
husari
nasoni
হুচৰি
বৰবিহুৱতী - Розваги
মোৰ লৰা দেই প্ৰথম ওলোৱা জন ❤️
আজিলৈকে যিমান বিহু চালোঁ সকলোতকৈ শ্ৰেষ্ঠ বিহু ৰ দল, যিমান কেইবাৰ চাইও হেঁপাহ নপলায়❤
জয় বৰদৈচিলা❤❤❤
বৰদৈচিলা দলৰ হৈ আপোনালৈ অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ হিয়াভৰা ওলগ যাচিলোঁ।।
মন-প্ৰাণ ঢালি শ্ৰেষ্ঠ বিহু প্ৰদৰ্শন.... বৰ ভাল লাগিল ❤❤❤ অভিনন্দন 🌺💐🙏
বিহু দলটিলৈ মোৰ অশেষ ধন্যবাদ থাকিল। দুলীয়াজান বাসিন্দা হিচাবে গৌৰৱ অনুভৱ কৰোঁ। উজ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ, ধন্যবাদ।❤❤❤❤
Prothomote ulua loratu uffff😍🥰🥰 emn cute
Bohut duniya lagisa 3no nasoni mur suwali hoi ❤❤❤❤
সেয়ে অসম অনন্য। এনেকোৱা ধুনীয়া নৃত্য কত আছে
ভাল লাগিল বিহু দলটোৰ বিহু চাই। বিহু নাম গোৱা দুজনৰ কণ্ঠ মানিবলগীয়া। আটাইকেইজনে ভাল প্ৰদৰ্শন কৰিছে।
❤জয় জয় বৰদৈচিলা ,অতি সুন্দৰ
Aibaror sobsa best bihu group. Vl lgil sai.. 🎉🎉
অনিন্দ-সুন্দৰ।বহুত৪শুভেচ্ছা,মৰম,অভিনন্দন।সদৌটিৰে মঙ্গল কামনা কৰিলো।
প্ৰতিটো বিহুনাম,যোজনাই বিহুদলটিক আৰু শক্তিশালী কৰিছে৷ বিহুৱা নামতি দুজন আৰু বিহুৱতীৰ কণ্ঠ মানিবলগীয়া ৷ দলটিৰ প্ৰতিজনে কষ্ট কৰিছে,কষ্ট ফুটি উঠিছে ৷
বহুত ধুনীয়া বিহু হুঁচৰি দ'ল।
প্ৰথম বিহুৱা ল'ৰাটো মোৰ নিজৰ ভাগিন ল'ৰা।গৌৰৱ কৰিছো।
বৰদৈচিলা হুঁচৰি দল অসমৰ এক অন্যতম হুঁচৰি দল , এই দলটোৰ নেতৃত্ব প্ৰদান কৰা সকলো বিহুৱা তথা নাচনী সকলোকে অশেষ ধন্যবাদ জনাইছোঁ , গায়ক গায়িকা কিজনক শলাগ নোলোৱাকৈ থাকিব নোৱাৰি । কি সুন্দৰ কণ্ঠ , ইমান ধুনীয়াকৈ নাচি বাগী তেওঁলোকে নিজৰ নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰিছে ।
সুন্দৰ
Soitu jit mozza
Hosa koie bor dhunia Bihu geet keita khubei meaningful very nice ❤❤❤❤❤❤🙏🙏🙏🙏
প্ৰকৃত হুচৰিৰ সোৱাদ
I love bordoisila👍👍👍👍❤️
Bohut dhuniya❤
অতি সুন্দৰ ভাইহতঁ ❤
জয় বৰদৈচিলা ❤️❤️❤️🔥
Bodoisila Bihu dol long live. Ati hundor .
মন-প্ৰাণ ঢালি বিহু মাৰিছে দেই💫
Eiii bosoror srestho bihu dol hbo buli axa korisu 😊❤
২০২৩ চনৰ তুলনাত বৰদৈচিলা বিহু হুচৰি দলটো ২০২৪ চনত বহুত বহুত উন্নত। দলটিৰ বিহু চাই বহুত ভাল লাগিল। শুভেচ্ছা জনালোঁ বিহু দলটি লৈ।
Bhadoi police.❤❤❤❤❤❤❤❤❤❤ love you all Dhulia and Nasoni
বহুত ভাল হৈছে ❤
Rimi tumar nas hodai priyo 🥰❤️
Bordoisila r singer dujon best val lage dei mur.......lok koribo mon ase mur........
Excellent Bhaidoi Panchali bordoisila teamm❤❤❤😍❤️💕💕💐💐
জয় বৰদৈচিলা ❤❤
বহুত বহুত ভাল লাগিছে,,সদায় যেন এনেকৈ অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহুটিক আমি সকলোৱে হাঁহি ধেমালিৰে জাকত জিলিকা কৰি ৰাখিব পাৰোঁ,,অসমীয়া হিচাপে বিহু সংস্কৃতি আমাৰ পৰিচয়🧡🧡🧡
❤
Bor dhuniya❤
সুন্দৰ ❤❤❤ বহুত ভাল লাগিল চাই ❤
Fine & farmost. Anekua bihu dekhile buku Khan dath hoi jai .Joy Ai Akham.
Bht bht bht bec val lagil.strong dhulia,strong nasoni,strong kontho❤
প্ৰশংসা কৰিবলৈ ভাষা নাই । কেনেকৈ ২০ মিনিট পাৰ হল গমেই নাপালো ।
১ চেকেণ্ডৰ কাৰণেও বিহু খন পৰিব নিদিলে । অপূৰ্ব ।❤
Rimi ❤👌👌
সুন্দৰ হৈছে।আৰু আগুৱাই যোৱা।❤❤❤
Emne dhunia hoise oooo outstanding ❤❤❤❤
Hundor পৰিবেশন love from Dibrugarh ❤
বঢ়িয়া লাগিল দেই 👌
Nimi ❤
বৰদৈচিলা দলটোক তিনিচুকীয়াৰ ফিলবাৰী অঞ্চলৰ গাভৰুভেটিত অহা ১৩ মে' ২০২৪ সোমবাৰে (৩০ ব'হাগ, ১৯৪৬ শকত) পতা ব'হাগী বিদায় উদযাপনত অংশগ্ৰহণ কৰিবলৈ মতা হল।
Pepar bhonggima 2 ufff ki sundar ❤❤❤
Synchronization is next level.. From dance to clothing to energy to the smiles in everyone's face ❤❤❤
সুন্দৰ ৷কানাই এজন ভাল বিহুৱা ।
বহুত ধুনীয়া লাগিলে দেই
বহুত ধুনীয়া হৈছে❤❤
দুলিয়াজানবাসী হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ ❤❤🎉🎉
গৌৰব কৰক , Chandmari চেচা কৰি গল। আশীৰ্বাদ কৰিছো দলৰ সদস্য সকলক।
Satyajit da jote jai tote fali thoi ahe🎉🎉
দুখৰ কথা জে আমি কম কৰা ল'ৰা হয় কেৰেলাত আম বিহু পূজা একো নাই প্ৰতি বছৰে ভাবো ঘৰত জাম বুলি কিন্ত ঘৰৰ দুখ বোৰ আতৰাই থাকোতে নিজৰ আষা বোৰ থাকি জায়
😭😭
Bohut dhuniya hoisae❤❤
Gorima Vnti🔥🔥❤❤
TQ sis ❤
Bahut dhunia hoise
গৰিমা তোমাৰ কন্ঠ সদায় প্ৰিয়❤
❤❤❤
@@gorimagogoi1497baa husori mne nu ki bujai dibo nki ??
ভাল লাগিল ❤
সুন্দৰ সুন্দৰ
বৰদৈচিলা on 🔥
Amr rimi main🎉🎉❤❤
ইমান সুন্দৰ অ' ❤ চকু থৰ লাগি গ'ল,,,❤❤❤😊
সুন্দৰ হৈছে ❤️
Br hundor hoise
Moja Amr sepont Ahebo log pm
ধুনীয়া❤
Oi bihua dlti tmalokr husuri pradrashan moi dintut sari barkoi sao kijani thre hbr mon jai bhut bhut God bless jnalo
Rimi dear mojaah 🎉❤👏
বহুত ধুনীয়া
Bohut vl lagil ❤️
বহুত ধুনীয়া হৈছে 🎉❤
❤❤❤
আইজৈ😄🤩
অপূৰ্ব সুন্দৰ । কবলৈ ভাষা নাই।❤❤❤❤
আপোনালোকৰ বিহু বহুত দুনিয়ার হৈছে ❤❤❤
বহুত বেছি ভাল লাগিল চাই।
ধুনীয়া হৈছে❤❤
বহুত বহুত সূন্দৰ ।কবলৈ ভাষা নাই 🎉🎉🎉🎉❤❤❤❤
Next level performance❤ gorima voice 🔥🔥
Tq 😍❤
Huchari Bihu dal ( Bordoichila) Bihu nach bohut bhal hoiche.
ঘোষা আৰু পদটো বহুত ভাল লাগিল ।
Bohut dhunia hoisae
Bhut dhuniya lagise ❤🎉😊
Bordoisila🔥🔥🔥❤️❤️❤️
Dhunia hoixe hosakoi bohut ❤❤❤
সুন্দৰ হুঁচৰি
গৰিমা ভন্টি❤🔥🔥
TQ dada ❤
বহুত ভাল হুঁচৰি দল ❤আগুৱাই যোৱা সকলোৱে ..🙏🙏বিহু গীত গোৱা নাচনী জনী মোৰ বান্ধৱী হয় ... আশীৰ্বাদ কৰিছোঁ...যাতে আৰু ভাল নাম লৈ আহে 🥰❤️
বহুত বহুত ধন্যবাদ বন্ধু❤
Love from Duliajan. Mohmari.
Dhunia lagise
জয় বৰদৈচিলা🎉
Ati sundar hoise bhal lagil Bihu geet xuni,.. Excellent performance,.. Best wishes to all 🙏🙏🙏🙏🙏👍
❤❤❤❤❤❤
সুন্দৰ ♥️
Bhut dhuniya hoise❤
Gorima ❤❤
❤❤❤
Very nice and all the best next programs
শব্দৰ উচ্চাৰণ সময় সঠিক, বাদ্যৰ প্ৰচলন সম্পূৰ্ণ নিভাজ পৰিপক্ক... বাকী সকলো সুন্দৰ উপস্থাপন.... আগুৱাই যাওক ❤❤❤❤
Bihu mane bordoisila
Hoito jit mozza atoi .form bobil