বিজেপিৰ অতুল বৰা বিপদত গৌৰৱক প্ৰসংশা কৰি🤪

Поділитися
Вставка
  • Опубліковано 20 чер 2024
  • বিজেপিৰ অতুল বৰা বিপদত গৌৰৱক প্ৰসংশা কৰি🤪#time8news #news18assamnortheast

КОМЕНТАРІ • 50

  • @NandeswarChutia-tk1rm

    সাক্ষাৎকাৰটি ভাল লাগিল । আবেগহীন ভাৱে দিয়া সঁচা প্ৰত্যুত্তৰ সমূহে তেখেতৰ ভাৱ মূৰ্ত্তি অধিক জনপ্ৰিয় হ'ব। আন্দোলনৰ ভৰপক হৈ থাকোতেই তেখেতৰ লগত মাত্ৰ এবাৰ বিশেষ কথা এটা আলোচনা কৰিবলৈ গৈছিলো।

  • @nabindutta7565

    ভালক ভাল বুলিব লাগিব ৷

  • @user-fb5rw7yy6l
    @user-fb5rw7yy6l 21 день тому +1

    Well conversation. Thanks.

  • @NikhilMandal-yn2hu

    Congress zindabad

  • @nityagogoi478

    আপোনালোকে কেনেবোৰ ভূলৰ বাবে আঞ্চলিক চৰকাৰ খন জীয়াই ৰাখিব োৱাৰিলে ৷বিস্তিত ৱিশ্লেষণ হবনে ৷

  • @user-zw1ro7cp4i

    congress zindabad🙏❤️❤️❤️🙏

  • @nabajitbordoloi9009

    Atul Bora Sire xundor kotha koise

  • @bhabensaikia5028

    ভালক ভাল বুলি কোৱাতো জ্ঞানী মানুহৰ কাম ৷

  • @moshmibarman7661
    @moshmibarman7661 14 днів тому

    মিছা কথা কবলৈ অতুল বৰাই শিকা নাই প্ৰকৃত পুৰুষে মিছা কথা। নকয় তেওঁ নিৰভীক দৃঢ় মানুহ।।

  • @zafrihassan1264

    Bhal lagil interview tu sai

  • @user-kf5wt7ns5t

    যি দৰে কুকুৰে খাটি ঘী খালে হযম নহয় ঠিক সেইদৰে বহু নেতাই সচা কথা ক'বলৈ সাহস নকৰে।

  • @jibongogoi6940

    বি জে পি ৰ ভেটিত তিতা লাও গজক l

  • @chimpisaikia685

    Good news

  • @AbulSarkar-zw7js

    ন্যায় আৰু সত্য কথা কেও লোকাই ৰাখিব নোৱাৰে, কিয়নো ন্যায় আৰু সত্যৰ সপক্ষ স্বয়ং শ্ৰষ্টা সত্য, ন্যায়, আৰু সঁচা কথাটো এয়ে অতুল বৰা নিৰ্মল হৃদয় প্ৰাপ্ত,সৎ চৰিত্ৰ আৰু ধৈৰ্য্যকাৰ গতিকে পৃথিৱীত এনে কোনো শক্তি নাই যি শক্তি ন্যায় কাৰৰ নিৰ্মল হৃদয় প্ৰাপ্তক পৰাজয় কৰিব পাৰে।

  • @kharsingterang7314

    Very nice disition

  • @joyprakashtamuli4627
    @joyprakashtamuli4627 14 днів тому

    Atul Da zindabaad

  • @prabaldutta2999

    অতুল বৰাই কোৱা কথাৰ ৬০% অতিৰঞ্জিত । অগপ চৰকাৰৰ পতনৰ মূলতে এখেতো বহুত দায়ী ।

  • @LalitChDas-fj4lt

    Asol rajnaitik chintadharar person kebal senior atul bora.

  • @bipulkalita2183

    মৃনাল শইকীয়াক পাৰ্টিৰ পৰা বহিষ্কাৰ কৰক।

  • @IslamIslam-jb9is

    Akal ahom buleiy nahay dada ahomor bahirotu anchalikabad