Big breaking/ৰাজনীতি ডাঙৰ খবৰ।নীতুমণি অনুষ্ঠানত মহাতাণ্ডৱ।/virel news

Поділитися
Вставка
  • Опубліковано 5 вер 2024

КОМЕНТАРІ • 152

  • @assamesebhaktisongsnstuti8473
    @assamesebhaktisongsnstuti8473 Місяць тому +7

    ভালেই হৈছে অন্ততঃ কংগ্ৰেছৰ ভয়তে ৰাজ্যখনত অলপ development বেছি হব।

  • @sanibdoley525
    @sanibdoley525 Місяць тому +13

    কিছুমানে ৰাইজৰ উন্নয়নৰ বাবে ৰাজনীতি কৰে আন কিছুমানে নিজৰ উন্নয়নৰ কাৰনে ৰাজনীতিত থাকি বেপাৰ কৰে ।

    • @user-ql5mk4qb2x
      @user-ql5mk4qb2x Місяць тому +1

      যেনে Himanta বেপাৰী।

  • @KHARGESWARHAZARIKA-zm7pf
    @KHARGESWARHAZARIKA-zm7pf Місяць тому +13

    হিমন্ত ৰাজনীতিত থাকিলে অসমখন এটা বৃহত কোম্পানীত পৰিণত হব আৰু এই বৃহত কোম্পানীটোৰ মালিক হব হিমন্ত বিশ্ব শৰ্মা ।

  • @banikalita3082
    @banikalita3082 Місяць тому +35

    বিজেপিৰ প্ৰতিজন মানুহেই অত্যন্ত মিছলীয়া

    • @aynalhoque5048
      @aynalhoque5048 Місяць тому +3

      Right

    • @shriatiramrabha9388
      @shriatiramrabha9388 Місяць тому

      Relatives of political leaders enjoy creamy layer facilities. Every body knows today.

    • @shriatiramrabha9388
      @shriatiramrabha9388 Місяць тому +1

      Subject matter should be maitained Mr. Nitumoni.

    • @shriatiramrabha9388
      @shriatiramrabha9388 Місяць тому

      Cctv footprint may be checked .

    • @ramdeka788
      @ramdeka788 Місяць тому

      নমনীয় স্বীকাৰ কৰিলে ঘাটোৱাৰে

  • @hemantamahanta5578
    @hemantamahanta5578 Місяць тому +64

    লাখ লাখ কোটি টকা ধাৰ. কৰি আচনি দিয়াটো উন্নয়ন. নহয় ।

    • @NibaranNath-bx4ee
      @NibaranNath-bx4ee Місяць тому +9

      তেনেহলে আগতে চৰকাৰে কৃষকৰ যি 60 হাজাৰ কোটি লোণ মাৰি দিছিল, সেই টকা বোৰ কৰ পৰা আহিছিল? আপুনি মোক এটা কথা কওক যে চৰকাৰে যে বাজেটত লাখ কোটি টকা ঘোষণা কৰে, পইছাবিলাক কি বিলাক উৎসৰ পৰা আহে। Deficit বাজেটৰ টকা বিলাক আগৰ চৰকাৰে কৰ পৰা উচুল কৰিছিল। আজিৰ চৰকাৰে কোৰ পৰা কৰে। বুজাই কব। deficit বাজেট খনৰ ধন খিনি চৰকাৰে সঁচাকৈ পূৰণ কৰে নে?

  • @BhabaniGogoiHazarika
    @BhabaniGogoiHazarika Місяць тому +5

    মই এটা কথাই বুজিছো,এইবাৰ সিমন্তই জীয়েকৰ নামতো সম্পত্তিৰ পাহাৰ বনাব।

  • @user-gr6pt5bx9m
    @user-gr6pt5bx9m Місяць тому +40

    26 ত পৰিবৰ্তন অনিবাৰ্য

  • @darpandeka5141
    @darpandeka5141 Місяць тому +9

    পূৰ্বৰ পৰা এতিয়ালৈকে অসমৰ যিমান মূখ্যমন্ত্ৰী হৈ অসমত শাসন ভাৰ চলালে হিমন্ত বিশ্ব শৰ্মাৰ নিচিনা ইমান সম্পত্তিৰ গৰাকী অসমৰ কোন মূখ্যমন্ত্ৰীৰ পৰিয়ালত আছে ।

  • @user-lb2jg3vq4t
    @user-lb2jg3vq4t 21 день тому

    Thank you so much for your kind information.

  • @hareswarhandique2096
    @hareswarhandique2096 Місяць тому +11

    জন্ম গত পিতৃয়ে দিয়া সসপতিৰ বাদে আজিলৈ মিনিষটা বিলাকে কিমান সম্পতি গহিলে অসমৰ জনগনে দেখি আছে ।

    • @jugalsaikia6700
      @jugalsaikia6700 Місяць тому

      2:44 2:46 2:48 2:50 2:52 2:58 3:14 😊😊

  • @MakhaniBuragohain
    @MakhaniBuragohain Місяць тому +4

    আপোনালোকৰ উন্নয়নৰ ফোপোলা দিশটো ভাল দৰে চাই লক সকলো উভত গুৰে নাচন ধৰিছে।

  • @rationale-point3023
    @rationale-point3023 Місяць тому +2

    বৰ্তমানলৈকে অসমৰ অসমৰ্থ মুখ্য মন্ত্ৰী হ'ল হিমন্তবিশ্ব শৰ্মা। বিজেপি দলৰ কেন্দ্ৰত অপ্ৰতিৰোধ্য খহনীয়াৰ উমান পায় আমাৰ জনে নিজক বচোৱাৰ উপায়ৰ চিন্তাত ব্যস্ত, কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা প্ৰক্ৰিয়াৰে।জয় আই অসম, সত্য কৰিবলৈ ২০২৬ত বিবেক ভোটাৰ হ'ম। লেতেৰা বোৰ ডাষ্ট বিনত ৰাখিব লাগিব অনাগত দিনত।

  • @user-er9se1md5x
    @user-er9se1md5x Місяць тому +8

    হিমন্তৰ ইমান সম্পত্তি কৰা পৰা হল তেও আলাউদ্দিন চাকি নেকি এইতো হে জানিবলৈ লাগে

  • @fellfhun3331
    @fellfhun3331 Місяць тому +3

    Indian national Congress zindabad.

  • @user-hy9gv3ob2r
    @user-hy9gv3ob2r Місяць тому +15

    নতুনত্ত্বই নহয় যোৰহাটৰ বাবে জনতাৰ বহুত ধন খৰচ কৰি চৰকাৰৰ বাঘা বাঘা নেতা সকলে ডীঙিৰ শিৰ ফুলাই যোৰহাটত বহু ভোটট জয় হম বুলি বহুবাৰ কৈছিল এজনে তো গৌৰৱ গগৈ জিকিলে ৰাজনিতি ত্যাগ কৰিম বুলি কৈছিল এতিয়া কেনেকৈ হাৰিলে?ৰাজনিতি এৰা নাই কিয়?

    • @ranjitduttaey3967
      @ranjitduttaey3967 Місяць тому

      Bjpসচা কথা নকয় আৰু এই দল বগৰা নেতা সকলক ভোট দি য়া টো ৱে ৰাইজৰ ভুল হ'ল আৰু আগন্তুক দিনত যাতে পুণৰ চলাহি কথাত ভুল নাযায় আৰু দেশৰ সকলো সা-সম্পত্তি অনুষ্ঠান প্ৰতিষ্ঠান বহিৰাগত কোম্পানীক বিক্ৰী কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিহে নিৰ্বাচিত কৰিব বুলি আশা ৰাখিলোঁ জয় আই অসম জয় হিন্দ জয় ভাৰত জয় কংগ্ৰেছ দলৰ

    • @user-st2tt1wv8w
      @user-st2tt1wv8w Місяць тому

      সেই জন বহুত ওপৰৰ মাল

    • @user-st2tt1wv8w
      @user-st2tt1wv8w Місяць тому

      ধাৰ লৈ ৰাজ্য চলোৱা,এইটো উন্নয়ন বুলি কোৱা আৰু কণা হাঁহক পতান দিয়া একেই কথা।শুকুৰ আলীও ধাৰ লৈ ৰাজ্য চলাব পাৰিব ।

  • @AltafHussain-le8fc
    @AltafHussain-le8fc Місяць тому +19

    ৰাইজৰ এজন মূখ্যমন্ত্ৰী হিচাবে ইমান মিচলিয়া আৰু প্ৰবঞ্চনা মূলক কথা বতৰা কাম কাজ কৰি আছে, যে কি কম আৰু ধিক্কাৰ জনক ঘটনা হৈ গৈছে। আমাৰ মূখ্যমন্ত্ৰী জনৰ যদি ইমানেই লাজ, আত্মমৰ্যদা আছে তেন্তে তেখেতে পদত্যাগ কৰি চুপচাপ বহি থাকক। তেতিয়া হলে ৰাইজে আৰু বেছি ভালহে পাব।

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Місяць тому +5

    Onumaan korishu
    .APCC sobhapoti Bhupen bora

  • @md.azimuddinahmed224
    @md.azimuddinahmed224 Місяць тому

    Right, Nitumoni

  • @misbahuddinahmed9996
    @misbahuddinahmed9996 Місяць тому +2

    হিমন্তক বিশ্বাস কৰিব নোৱাৰি।ভয় খোৱাতো সত্য

  • @jugalnath6635
    @jugalnath6635 Місяць тому +6

    Development মানে মুখ্য মন্ত্ৰীৰ Development নহয় জানো?

  • @user-er9se1md5x
    @user-er9se1md5x Місяць тому +14

    হিমন্ত অসমৰ মুখ্যমন্ত্ৰী হোৱাৰ পিচত দকাইতৰ দল এতা বেচি হল।

  • @kanaksaikia9643
    @kanaksaikia9643 Місяць тому +13

    কিমান ঠগ খাব ৰাইজে।বাৰে বাৰে কিন্ত টেঙা আম বেছিব নোৱাৰে।

  • @alamtajahmed4126
    @alamtajahmed4126 Місяць тому +8

    মামা বহুত বেছি চতুৰ হয়।

  • @shyamolikabora2924
    @shyamolikabora2924 Місяць тому +8

    নেভাবিবা সাৰি যাম ধনৰ বলত নাভাবিবি সাৰি যাম বুদ্ধি ৰ চলত

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Місяць тому +4

    Nirbachonot Himanta biswa sarmar kelengkari bilak prochar koriboi lagibo

  • @jayadass2681
    @jayadass2681 Місяць тому +6

    আবুল কাবুল বকিব নালাগে মাত্ৰ বস্তু ৰ দাম কমাওক ইয়াৰ ওপৰত আলোচনা কৰক।

  • @MrinalGoyari-sb6et
    @MrinalGoyari-sb6et Місяць тому +2

    সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সপোন দেখা অপৰাধ হব নোৱাৰে ।

  • @jnyanendragogoi8768
    @jnyanendragogoi8768 Місяць тому +2

    এতিয়ালৈ অসমৰ উন্নতিৰ ক্ষেত্ৰত কি কি কৰিলে সেইয়া সন্দেহৰ বিষয়।

  • @shyamolikabora2924
    @shyamolikabora2924 Місяць тому +14

    বি জে পি তোমালোক মহা জনা মূৰ্খ পণ্ডিত মনত ৰাখিব সাধাৰন জণগণ ইমান মূৰ্খ নহয়

  • @gh12138.
    @gh12138. Місяць тому +1

    Congress❤

  • @manojkumardutta8590
    @manojkumardutta8590 Місяць тому +1

    কোনো মন্ত্ৰী য়ে কেতিয়াও চকি নেৰে এইবোৰ এনেই কয়

  • @nakulbanikya6653
    @nakulbanikya6653 Місяць тому +8

    চি: চি: কি ৰাজ্যত বাস কৰিছো

  • @hareswarhandique2096
    @hareswarhandique2096 Місяць тому +1

    বিশেষ শাখাৰ ব্যক্তি/ কং গেছৰ ব্যক্তিৰ বডি গাৰড ইত্যাদি ইত্যাদি চোৱাঙ চোৱা থাকিব ও পাৰে।

  • @ANANTAKRISHNAMAHANTA
    @ANANTAKRISHNAMAHANTA Місяць тому

    পৰিয়ালক সমালোচনা কৰাটো সমৰ্থন কৰিব নোৱাৰি ।

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Місяць тому +3

    Dada brigade or bidhayok ba montri
    Keitai nirbachonot pohu kheda khabo ujoni aru uttor asomot

  • @sadanandadutta6747
    @sadanandadutta6747 Місяць тому

    1985 চনত অতুল কোঁছৰ লগতো ইলেকচন খেলি পৱন সিং হাৰিছিল৷মইঅতুল কোছঁৰ ইলেকচন এজেন্ট আছিলোঁ৷পৱন সিংৰ আচৰএণ বৰ ভাল পাইছিলোঁ৷তেওঁ হৰাৰ সম্ভাবনা দেখি মোক ধন্যবাদ দি গুচি গৈছিল৷

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt Місяць тому

    Assam ani kiman corors rini central. Asarkaror osorat? Yea development naki, raijor murat kiman jen dhar aji marketor obosta kene?

  • @muktiboro334
    @muktiboro334 Місяць тому +8

    ভূপেন বৰা গুপ্ত চৰ

  • @ramanikumar9028
    @ramanikumar9028 Місяць тому

    বি জেপিৰ দি কি ঘেণ্টা ডেভলপ হৈছে ।এজাক বৰষুণতে গুৱাহাটীত বাণ পানী হয় ।ৰাষ্টা ঘাট ভঙা ৰোগীটো বেলেগ ভাল মানুহো অহা যোৱা কৰিব নোৱাৰে ।খাদ্য বস্তুৰ জুই ছাই দাম ।ৰাজ্যত ধাৰৰ উপৰি ধাৰ এক লাখ চাকৰি দিম নোৱাৰিলে ।

  • @jaanbackpacker
    @jaanbackpacker Місяць тому +3

    nice sharing

  • @ANANTAKRISHNAMAHANTA
    @ANANTAKRISHNAMAHANTA Місяць тому

    মোৰ প্ৰয়াত ডাঙৰদাদা aims ত চিকিৎসাধীন হৈ থাকোতে আমাৰ পৰিয়ালক যি সহায় কৰিলে আমি কোনোদিন নাপাহৰিম ।

  • @abdulkhalequemondal9591
    @abdulkhalequemondal9591 Місяць тому

    Hei jonor guptachor jono tenekuai hobo!

  • @tilakdutta7457
    @tilakdutta7457 Місяць тому

    Loan loat biswa avilesh, development

  • @nagendas9671
    @nagendas9671 23 дні тому

    Education health communication ot gathanmulak Kam karak. kintu ji asani karise tar besivagei political motivated kia . achani kari education ot lora sowalik vag kari fees bilak besi kari medium low classor lora chowalic ses karile. medicine hospitalor price bibhinna tax high price kio. Communicationor namat commission.gas gasani kati pahar sesh karile.Amrit achaniro politics. Muthor opporat kebal Lutraj . Comment kari kari sesh karib nowari.

  • @probudhborah4821
    @probudhborah4821 Місяць тому +2

    B J P Sarkar Missolia 😮

  • @ajaysonowal568
    @ajaysonowal568 Місяць тому

    বস্তু দাম বৃদ্ধি কৰাত কিন্তু এক নম্বৰত আছে।

  • @abdulmozid3039
    @abdulmozid3039 Місяць тому

    উন্নয়ন মানে হিন্দু আৰু মুছলমান

  • @dkpanging5592
    @dkpanging5592 Місяць тому

    বিজেপিৰ জিকাৰ মূলমন্ত্ৰ হিতাধিকাৰ ৷

  • @AltafHussain-le8fc
    @AltafHussain-le8fc Місяць тому

    আপুনি EVM ৰ কথা নকয় কিও ২০১৪ চনৰ পিছৰ পৰা আপোনালোকক ৰাইজে বেছিকৈ আঁকোৱালি লৈছে বেছিকৈ ভোট দি আছে, এই ইত্যাদি কথা বোৰ বাদ দিয়ক না পাৰিলে EVM ঘটোলা বাদ দি চুৰৰ চৰিত্ৰ এৰি সুস্থ ভাৱে ভোট খেলি চাওক না যদি আপোনালোকৰ দম আছে।

  • @pradipkumardas7571
    @pradipkumardas7571 Місяць тому

    Amrit kalot bih kahboloi poisa nai.

  • @faridabegum4564
    @faridabegum4564 Місяць тому

    ঘাটুৱাল দাঙৰীয়া ধন্যবাদ আপনাকে, অসমৰ মিছলীয়া মূখ্য মন্ত্রী নাম কি,? হিমন্ত মামা দঙৰীয়া

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Місяць тому +1

    Norendra Modi sarkarei jao jao obostha.
    Norendra Modir sarkar bhagile..
    Himanta biswa sarmar obostha ki hobo

  • @ushakonwar8389
    @ushakonwar8389 Місяць тому +1

    Ami akebare bea rastat oha jua kori. Road development ami dekha nai

  • @rajivgogoiwarrens6290
    @rajivgogoiwarrens6290 Місяць тому

    ঠাকুৰীয়া ডাঙৰীয়া দেশত বিৰুধীৰ উত্থান ঘটিছে বুলি গম পোৱা নাই নেকি। নিজে সন্তুষ্টি লাভ কৰি থাকক।

  • @DimbanathDoley
    @DimbanathDoley Місяць тому +1

    মিছলীয়া মুখ্যমন্ত্ৰীৰ ? ? ?

  • @arunsaloi209
    @arunsaloi209 Місяць тому

    বদৰুদ্দি বৰ্তমান ফিল্ডত নথকা বাবে এইটো কাম নতুনকৈ আৰম্ভ কৰিছে।

  • @anowara.begum23
    @anowara.begum23 Місяць тому

    Nice 👍🏻🎉🎉🎉

  • @PRIYAGOGOI-m6g
    @PRIYAGOGOI-m6g 29 днів тому

    Bhagawat baikhya

  • @balendas2049
    @balendas2049 Місяць тому +2

    অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই শক্তিশালী কভিড বিজাণুক পৰাস্ত কৰি পাচবছৰৰ কাৰণে অসমবাসী ৰাইজে মুখ্যমন্ত্ৰীক শাসন ভাৰ দিলে। কিন্তু আগন্তুকত অসমবাসী ৰাইজে তেওঁক শ্ৰদ্ধা ভক্তিৰে বিদায় দিব।

  • @KutubUddin-ur6gt
    @KutubUddin-ur6gt Місяць тому

    P. Gatwar sb iman patol kojur bakti nohoy. Moi baktigoto biswas nokoro.

  • @PRANJALBORUAH
    @PRANJALBORUAH Місяць тому

    2026 ত অসমত BJP নাতৰালে আমি খাটিখোৱা অসমীয়া বোৰ নাঙঠা যাব

  • @pradipkumardas7571
    @pradipkumardas7571 Місяць тому +1

    E daily big breaking news diye. Actually total false

  • @WahidHussain-xc3et
    @WahidHussain-xc3et Місяць тому +1

    Himanta hol asamar janatar tez khuwa jutha seleka himanta ,himantar oha 26 ot hariboy ,26 ot Raije himantak khediboi ,

  • @user-wd2xi6gx6f
    @user-wd2xi6gx6f Місяць тому

    Porha-xuna kori thoka Himanta putra 18 bosor boioxot 18 ta companir malik kenekoi hol Andha vokto jone bujai kobo neki baru !

  • @dhanjitdeka2979
    @dhanjitdeka2979 Місяць тому

    Spy Jan kpn Hoi?Rajahuwa krk CM sir/

  • @dulusaikia1653
    @dulusaikia1653 Місяць тому

    একো ডাঙৰ ডাঙৰ কথা নহয়। হিমন্ত বিশ্ব শৰ্মায়ো বহু সময়ত কিছু ৰাজনৈতিক লোকৰ পৰিয়ালৰ কথা কৈ ভাষন দিয়াৰ নজিৰ আছে । পুৰণি ভাষন বিচাৰিলেই ওলাব। সেইটোকে লৈ talk shaw পতাৰ কোনো যুক্তি নাই।

  • @sampritymahanta6372
    @sampritymahanta6372 Місяць тому

    Rajnitigàlise

  • @RohitKhanikar
    @RohitKhanikar Місяць тому

    All ready cleared by ghatuar.

  • @parhanabegum9534
    @parhanabegum9534 Місяць тому

    Adip kumar dangoriar kotha khini xuni bhal lage.

  • @user-lt8fl1ju7t
    @user-lt8fl1ju7t Місяць тому +1

    😢k😅wait for 26 😊

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Місяць тому +1

    Nitu moni saikiak Bihpuriya somostit pora BJP pi ticket dibo jen lagise

  • @syedforidhussain90
    @syedforidhussain90 Місяць тому +1

    Bhupen is most evil he is greedy for post and check king ?

  • @HorenGogoi-my8dk
    @HorenGogoi-my8dk Місяць тому

    বিজেপি চৰকাৰ মিচলিয়া চৰকাৰ । কোটি টকা ধাৰত চৰকাৰ চলাই আছে ।

  • @sashibhusankakati748
    @sashibhusankakati748 Місяць тому

    10 Namber Misa katha koat

  • @shyamolikabora2924
    @shyamolikabora2924 Місяць тому

    Nitumoni himonta congrass + b j p also durnite ata exm patibo nuwara c u t result sheet dila chabo shun nitumoni

  • @PolenBarman-sl6eo
    @PolenBarman-sl6eo Місяць тому +1

    Ppe keet r thikaata moko dibo dai

  • @lnbora7529
    @lnbora7529 Місяць тому

    Dhaynabad khatuar

  • @bijoytodi800
    @bijoytodi800 Місяць тому

    Thakuría bujabo pora nai.

  • @padumibaruah2798
    @padumibaruah2798 Місяць тому

    Rahul. Gandhir. D N A. Kihor. Karone. Lage. Agote. Karubar D N A. Test. Korisil. Neki. Sih. Sih. Bohut. Tololoi. Gol. Dei. Rajniti. Pothar. Khon. Kut niti. Aru. Durnitirei. Vori. Porise. Des khon

  • @minahazarika7578
    @minahazarika7578 Місяць тому

    ছি ঃ ছিঃ নিকিষ্ট মানসিক তাৰে ৰাজনিতি কৰে

  • @highspeed1513
    @highspeed1513 Місяць тому

    Guru teg Bahadur those are killed they are now close friends with shikhs,
    The congress party govt killed thousands of assames but now assames are close friends with congress,
    Bengali hindus were entered in india to save their live from muslims goons, now West Bengal hindus are close friends with Muslim,

  • @islamiclife592
    @islamiclife592 Місяць тому

    😢

  • @kanikadhar9579
    @kanikadhar9579 Місяць тому

    আপোনালোকে যেনেকৈ ছোনিয়া ৰাহুলক আক্ৰমণ কৰি নেহেৰুৰ পৰিয়ালক সাঙুৰি লয় । ছোনিয়া ৰহুল ৰ মনতো যে আঘাট লাগে , সেেয়াও বুজক।

  • @arupdas8897
    @arupdas8897 Місяць тому

    Modir bjp ahar pasat aru na bjpt join karat politics jahaname goise karan pradhan mantri nijei rahul Gandhi aru teor parialok 2014 sanar para apaman kari ase

    • @arupdas8897
      @arupdas8897 Місяць тому

      Parialor ki karise taak loi enquiry diyak jodi congress misa matise

  • @user-zu1oz5wh4j
    @user-zu1oz5wh4j Місяць тому

    সন্মানীয়-নিতুমনিশইকীয়া আপোনালৈ অনুৰোধ-এনেবোৰ "ইচু"লৈ ট্‌ক শ্ব পাতি আমাৰ "বহুমুলিয়া'৬০ মিনিট সময় নষ্ট নকৰে যেন!নহলে আপোনাৰ অনুষ্ঠান চাবলৈ বাদ দিব লাগিব!🙏

  • @RanjitBorah-s7r
    @RanjitBorah-s7r Місяць тому

    Ghatoar is gentleman

  • @bharatbaruah5702
    @bharatbaruah5702 Місяць тому +1

    BJP আন ৰ দোষ দেখে নিজৰ টো তথাই বছ

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Місяць тому

    Pabon sing ghatuware Himanta biswa sarmak bhal dore jane..Himanta biswa sarma ejon subidhabadi manuh
    Tarun gogoir dore ejon manuhok ji Himanta biswa sarmai opodoshthyo koribo pare.

  • @mamunulkarim6944
    @mamunulkarim6944 Місяць тому

    Video but olop short korok

  • @narayansarma6301
    @narayansarma6301 Місяць тому

    Tumi Hai Besi Jana Pratiidin Nitumany Nijarmate Mahan Bhabisa Tumak Sini Pabhor Time Nalagil

  • @tapandas5309
    @tapandas5309 Місяць тому

    micha kotha koi jibon kotua koun manuhe buji pai.

  • @bhogeswarsaikia1520
    @bhogeswarsaikia1520 Місяць тому

    Jati mati bheti kotha kuwa BJP sarkare khilonjiya manuhok ussed kori songsthapit nokorile
    Kintu gorukhutir manuh khinik ussed kori Dolgaon somostir Besimarit sangsthapit korise

  • @mojammilhoque744
    @mojammilhoque744 Місяць тому

    চকি এৰি দিলে জেলত জাব্ লাগিব

  • @PolenBarman-sl6eo
    @PolenBarman-sl6eo Місяць тому

    Dhar loi meat khowa jen lagefai

  • @user-nx2oh7um2f
    @user-nx2oh7um2f Місяць тому

    AHOMIYA HOKOL .JUDDO LAAGOK . NIJOR BITOROT MAARA MAARI HOUK. HUBIDA LOBO BELELEGE

  • @tapandas5309
    @tapandas5309 Місяць тому

    rahul gandhir family loi kole dukh na lage ne ?

  • @jeherulislam-l1y
    @jeherulislam-l1y Місяць тому

    Thakuriyai ki boki ase 😅😅😅

  • @robiroy2771
    @robiroy2771 Місяць тому

    Bjp jadi evm temparing kari loi tatia hala cong.tini khon seat pabo assam ot jiman bur evm asa hakalu bur bhal ka cheek karak hakalu bur dhara poriba . Nahala 11 seat pam buli kuna dala kaba nuwara janiba .aibur voter or katha .

  • @PolenBarman-sl6eo
    @PolenBarman-sl6eo Місяць тому

    Nak to ari kotha kobo lage he Thakuria

  • @DevkanyaChoudhury21
    @DevkanyaChoudhury21 Місяць тому

    Lokar Ghar vanga padthati