সদন কঁপাইছে গৌৰৱ গগৈয়ে। গৌৰৱৰ ভাষণত মৌন হৈ পৰিছে শাসকপক্ষ
Вставка
- Опубліковано 17 жов 2024
- সদন কঁপাইছে গৌৰৱ গগৈয়ে। গৌৰৱৰ ভাষণত মৌন হৈ পৰিছে শাসকপক্ষ। গৌৰৱৰ কথাই শলঠেকত পেলাইছে NDA চৰকাৰক। গৌৰৱ গগৈৰ এটা ভাষণ বৰ্তমান ভাইৰেল সামাজিক মাধ্যমত।
'অসম লাইভ ২৪'ত খবৰ, বিভিন্ন লেখা পঢ়িবলৈ Like, Follow আৰু Subscribe কৰকঃ
/ asomlive24
/ axomlive24
/ @asomlive24
/ @asomlive24digital
#asomlive24
#axomlive24
#assamlive24
#axomlive24digital
#assamlive24digital
#breakingnews
#exclusivenews
#currentaffairsofassam
#dailynewsupdate
#dailynews
#assamesenews
#latestnewsofassam
#latestnews
ধন্যবাদ যোৰহাটবাসী,আপোনাসৱে এনে এজন সাংসদ নিৰ্বাচিত কৰি অসমৰ গৌৰৱ বৃদ্ধি কৰিলে ।
এইয়া আমাৰ যোৰহাটৰ গৌৰবেই নহয় অসমৰ গৌৰব । বহুত বহুত বহুত ধন্যবাদ ।
❤❤❤❤❤❤❤❤
❤❤❤❤❤❤❤❤
গৌৰৱ গগৈ অসমৰ গৌৰৱ
দেউতাকৰ দৰেই জিলিকি থাকিব 🙏
গৌৰৱ আমাৰ গৌৰৱ জিন্দাবাদ
সাংসদ মাননীয় গৌৰব গগৈ সন্দৰ উদাত্ত বক্তব্য ও ভাষন অসম গৌৰব ৷
যোৰহাত বাসি জনতা শুন্দৰ পদক্ষেপ !অসম গৌৰৱ দেখিলে নে কপাইছে জয় জয় আমাৰ গৌৰৱ
বহুত বহুত ধন্যবাদ গগৈদেউ। শুভেচ্ছা ও শুভকামনা থাকিল।
গৌৰৱৰ গৌৰৱ কিমান শলাগিম।বহুত ভাল লাগিচে তেখেতৰ ভাষন শুনি।আজি যোৰহাট বাসিৰ কস্টৰ ফল অসম বাসিয়ে পাইচো বুলি কব পাৰি ।এটা সময়ত গৌৰৱক কথা কব নেজানে বুলি কিচু লোকে কব বিচাৰিচিল ।এতিয়া শুনক আজি গৌৰৱৰ ভাষন কিমান গৌৰৱৰ কাম কৰি আছে।ভগৱানে সদায় এনেকে আগবঢ়াই নিয়ক ।
গৌৰৱ গগৈৰ,অসমৰ মাত্ৰ এজন অৰ্হতা পূৰ্ণ সাংসদ,অসম কংগ্ৰেছ কেৱল গৌৰৱ গগৈয়েৰে জিয়াই থাকিলেও অসমত শাসন চলাব নোৱাৰে। তেনে প্ৰকৃত কংগ্ৰেছী নেতা অসমত নাই। অৰ্থাৎ কংগ্ৰেছ দল ১৩৯ বছৰীয়া হৈ বুঢ়া হ'ল। পূৰ্বৰ দলীয় কৃতিৰ কথাৰে দেশ, ৰাজ্য নচলে। কংগ্ৰেছত উজ্জ্বল ভাৱমূৰ্ত্তিৰ লোক কোনো নাই। কেৱল হৈ হয় কৰি নেতা হৈ লুটপুট কৰাৰ উদ্দেশ্যেৰ বাহিৰে কাম কৰা প্ৰকৃত কৰ্মী নাই।পুৰণি প্ৰাক্তন সকল খুটি পুতি বহি লৈছে । একো নকৰেও কৰিবও নিদি ভবিষ্যতৰ আশাত ৰৈ আছে। কেৱল পুৰণি কৃতিত্বৰে আজি নচলে।
অসমৰ গৌৰব দাঙৰীয়া ধন্যবাদ ছাৰ
গৌৰৱ গগৈ আমাৰ গৌৰৱ ❤
Jorhat dhanyabad
অসম গৌৰৱ গৌৰৱ গগৈ ধন্যবাদ ছাৰ 🙏🙏🙏🙏
Thanks media persons Sirs.
Gowrab. Gogoi. Zindabad, congress. Party. Zindabad,
অসমৰ গৌৰৱ যোৰহাটৰ❤❤ গৌৰৱ
জয় গৌৰৱ গগৈৰ জয়।
আমাৰ অসমৰ গৌৰৱৰ বিষয় গৌৰৱ গগৈ ধন্যবাদ ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক
Guarav gogoi zindabad for Assam
যোৰহাটবাসীক শলাগিছোঁ❤
ধনয় বাদ যোৰহাটবাসী
Very good 👍 kokai Gourav
Love you Gaurav Gogoi zindabad 💯🙏💪😘💕
next CM gourov gogoi huwatu bisaru moi
Lwra😅😅😅😅
@@SMOOTH-xf3po adin hbo aru hai denai saroda biscuit aru joutukot juwa hupar jail jatra hbo
আমাৰ গৌৰৱ অসমৰ গৌৰৱ গগৈ জিন্দাবাদ!!
অসমৰ গৌৰৱ !
Sundor
যোৰহাট বাসীলৈ অশেষ ধন্যবাদ - এজন বলিষ্ঠ লোকক সংসদলৈ নিৰ্বাচিত কৰি পঠালে।
Joi hok gworop
Very good
G ❤❤
Gaurav Gogoi zindabad
তই হে ভাষন দি আছাছোন গৌরবর ভাষনর কথা কৈ কৈ
Gaurov is a dimond for.assam
গৌৰৱ গগৈ অসমৰ গৌৰৱ
Good👍👍👍
G. G. Zindabad
Gurab gogoi zindabad
Nice very nice
গৌৰৱ গগৈ অসমৰ গৌৰৱ ।
।গৌৰৱ গগৈ জিন্দাবাদ।
Gourav Gogoi jindabad
Assam tiger gourav
Excellent speach by Gaurav Gogoi ji
Gaurav Gogoi is the gaurav of Assam
This time 🎉🎉 thanks Jorhut
অসমৰ গৌৰৱ নহয় , বিৰম্বনা হে
Gourav Gogoi ajon mukto konthor odhikari.
Nice
Beautiful
He is our pride, pride of Assam
অসমৰ,গৌৰৱ
Good news 👍
Gaurabh Gogoi is great
Gourav gogoi zindabath
Vary good
জয় গৌৰৱ গগৈ জয়
সুন্দৰ চাৰ❤❤❤
100 right
গৌরব গগই আমার ঘর
অসমৰ বাবে এশ ভাগেই গৌৰব ।
Gaurav gogoi r gaurav assamor babe infinety
Good
Very good.
Next cm gourov গগৈ
গৌৰৱে সদনত কথা কোৱাত বাহিৰে অসমলৈ কি এনেকুৱা বস্তু আনিব পাৰিছে সি কেৱল মতা মাছ-মাইকী মাছৰহে বিজ্ঞানী।কথাৰে ,ভাষনেৰে নহয় কামেৰেও একোডাল কৰিব পৰা নাই।
Good news
Gourab Gogoi Zindabad 🖐️🖐️🖐️🖐️🖐️
দে দেইখা! ভাষনটো শুনে দি।কেৱল বক বকে যাবা লাগছা।
Thank to Gowrob go goi
🎉
Kimn toka dile... Assm live bula chnelltuk. Sob janu Baba aami... Tohotr dormoha kor pora ahe
Great leader of parliament Gourov Gogoi sir ❤❤
Jida bat😢
🤚👍
Joy Badrinath 🎊
Assam Gaurav gogoi👍🎉
Gaurav gaurav gaurav you are gaurav of Assam and North East
👍👍👍👍👍
Gowrab gagoi amar gowrab
Gourav axomor gourav
Gaurav Gogoi sir Zindabad
Gourov gogoi next c m
Next CM of Assam.
A❤
Good job
Gaurav gogoi zindabad
political hero of Assam and N E, Tiger of Assam and N E. Go ahead Gaurav Gogoi we are with you.
গরুবগগ👌ইজিনদাভাত
We like Gaurab Gogoi. And Hope that resentment and sorrow of Muslim s in Assam will be solved under the CHIEF MINISTERSHIP OF ASSAM. A WELL LEARNED. ECCEPTABLE TO ALL ..INDIA PARTY WILL COME AND MINORITIES WILL REVENGE FOR MAKING HOMELESS BY INDIA PARTY AND BY WASHING AWAY VJP...
Paidal yatra koro assam main 100 parcent gourav gogoi c m
Liki rakhok koi dilu
Our luck is good. He is a brilliant guy
Amatr gaurab gogoi
Gawrob arthoye vall prohongha_! Hemontoye ,Ahoyto _! Beya artho_!
নির্বাচনের আগে বলছিলাম অসমর গৌরব
Hoi hoi tekhet asomare nohoi pithibir gorob hobloi goi aase.
Jai.hiean.Rahul🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️🖐️
Vogobanko atmi nihi bonaya _! Desh lorake ag begtini nihi bonaya_!
Rakesh Palor dore manuh jonmo diyatu gourav
Rahul Gandhi 🎉🎉🎉🎉100%