শিৱসাগৰত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ছাত্ৰৰ ছুৰীৰ আক্ৰমণত শিক্ষকৰ মৃত্যু।

Поділитися
Вставка
  • Опубліковано 5 лип 2024
  • 📌শিৱসাগৰত ৰাজ্য জোকাৰি যোৱা ভয়ংকৰ ঘটনা, ছাত্ৰৰ ছুৰীৰ আক্ৰমণত শিক্ষকৰ মৃত্যু।
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 417

  • @S.M.8439
    @S.M.8439 5 днів тому +259

    ছাত্ৰজন জীয়াই থাকিলে সমাজত কাৰো নিৰাপত্তা নাথাকে।

    • @rajeshhazarika1663
      @rajeshhazarika1663 5 днів тому +16

      একদম ঠিক কথা

    • @anjumaassameserecepie
      @anjumaassameserecepie 5 днів тому +2

      Hossai😢

    • @shivshankar-os3wd
      @shivshankar-os3wd 4 дні тому

      Kaaron hi eta psychopath gotike somajor karone eta voinkor bipod ru lgt eta kotha enekua psychopath nijor ghart te manuh jnmo doe Yar upbringing beya mak deutak total responsible

    • @user-nb4yb1rq7k
      @user-nb4yb1rq7k 4 дні тому

      Eiaatkey 100 gun dangerous manuh asey laakh laakh.

    • @ashokkumarrabha9103
      @ashokkumarrabha9103 4 дні тому

      Right

  • @thepoliticalawareness1021
    @thepoliticalawareness1021 5 днів тому +44

    সমাজ খন ধ্বংস হৈ গল? সৰু লৰা হলেও ফাঁচী দিয়া উচিত

  • @air33-ias53
    @air33-ias53 5 днів тому +120

    ছাত্ৰ তাত্ৰ বুলি কথা নাই। সি এটা নৰ পিশাছ। তাকো খতম কৰি দিয়া যাওক।

  • @gopalthapachetry
    @gopalthapachetry 5 днів тому +158

    শিক্ষকৰ নাম কৈছে কিন্তু ছাত্ৰৰ নাম কিয় কোৱা নাই কোনোৱে?

    • @rajeshhazarika1663
      @rajeshhazarika1663 5 днів тому +8

      টকা খালে চাগে জহপাহঁতে😡

    • @user-lt9nm2cc7z
      @user-lt9nm2cc7z 5 днів тому +20

      Satrojon Muslim nhy j 😂

    • @ub7471
      @ub7471 5 днів тому +17

      তই আকৌ ধৰ্মৰ ৰেকৰ্ড খন বজাব আহিলি জহৰা মিঞা ।

    • @TazuddinTaz-wc1yb
      @TazuddinTaz-wc1yb 5 днів тому

      😂😂😂​@@user-lt9nm2cc7z

    • @zanti680
      @zanti680 5 днів тому

      Axomiya

  • @user-vw8yc8uw2o
    @user-vw8yc8uw2o 5 днів тому +39

    বেয়াকৈ নিন্দনীয়... ছাত্রৰ নামত কলংক...

  • @sudarshanpragati123
    @sudarshanpragati123 5 днів тому +24

    শিক্ষকক লৈ news বোৰ দি থাকে।শিক্ষকসকলৰ পাছত খেদি খেদি বেয়াকৈ কৈ news বোৰ দি থাকে নহয়।সেইবোৰ সকলো ল'ৰা ছোৱালীয়ে চায়। সেইকাৰণে সিহঁতৰ দৃষ্টীত শিক্ষকসকল বেয়া ।মাৰিব লাগে কিবা ক'লে।আজি এনে কাণ্ড আৰু কাইলৈ বা কি হয়

  • @anjelbaruah7401
    @anjelbaruah7401 5 днів тому +128

    এইসকল ছাত্ৰ নে দানৱ। ধনী দেউতাকে টকাৰ‌বলত দানৱ পুত্ৰ ক বচাই দিব।

    • @rajeshhazarika1663
      @rajeshhazarika1663 5 днів тому +6

      একদম ঠিক কথা সেয়ায়ে হ'ব কাৰণ এইখন ভাৰত

    • @user-fr3uo9mu3s
      @user-fr3uo9mu3s 5 днів тому

      Ehh enew basibo......!! Karon ajikali class 11 or satror boyokh 18 bosor nohoi.......!!

    • @NiranjanDas-v4e
      @NiranjanDas-v4e 4 дні тому

      ​@@user-fr3uo9mu3shoi. Mur 16 years. Class 11th .

    • @babuldas4341
      @babuldas4341 4 дні тому +1

      ঠিক কৈছে,
      নহলে কলা কুট বোৰে কি কৰিব

    • @AQUA_____
      @AQUA_____ 4 дні тому +1

      Of course I guess

  • @sosankachutia5701
    @sosankachutia5701 4 дні тому +10

    সকলো ছাএৰ আগত বাৰে বাৰে লাজ দিলেও এদিন শিক্ষকৰ সলনি শশ্ৰু হলগৈ ছাগে ভাল দৰে সুধা পোছা কৰক সি নিশ্চয় অপমান সহ্য কৰিব নোৱাৰি ।সেই কাৰণে শিক্ষকে কেতিয়াবা কেতিয়াবা ছাএক লগৰ দৰে ব্যবহাৰ কৰিব লাগে। ভাল দৰে সুধক কথাতো নিশ্চয় ওলাব।

  • @mousumichoudhury7409
    @mousumichoudhury7409 5 днів тому +63

    প্ৰাথমিক বিদ্যালয় ৰপৰাই নৈতিক শিক্ষা ৰ পিৰিয়ডটো বাধ্যতামূলক কৰি দিয়ক শিক্ষা বিভাগে অতি সোনকালে। নহ'লে ভৱিষ্যত সমাজ খনে কি ৰূপ ল'ব ঈশ্বৰে হে জানে।

  • @jatingogoi5240
    @jatingogoi5240 2 дні тому +6

    শিক্ষকৰ গাতো আজিকালি দোষ থাকে । প্ৰাইভেট স্কুলবোৰত শিক্ষক-শিক্ষয়ত্ৰীয়ে কিছুমান ছাত্ৰ-ছাত্ৰীক first বেঞ্চৰ আৰু last বেঞ্চৰ বুলি মানষিকভাবে এটা চাপ সৃষ্টি কৰি আহিছে। Last বেঞ্চৰ বুলি ক্লাছৰ মাজত থিয় কৰাই লাজ দিয়া, তিৰস্কাৰ কৰা, গাধা বুলি, অলপ দুষ্টামি কৰিলেই মাক দেউতাকলৈ ৩ গুণ দোষ যাপি দি ফোন কৰি ৰিপৰ্ট দিয়া , এই ধৰনৰ কাৰ্য্য কৰি কিছুমান ছাত্ৰ-ছাত্ৰীক মানসিক চাপ দিবলৈও এচাম শিক্ষক-শিক্ষয়ত্ৰী বাদ পৰা নাই । মই ভাবো আভ্যন্তৰীণ ভাবে বিষয়টো অনুসন্ধান হব লাগে।

  • @aparajita151
    @aparajita151 2 дні тому +4

    ইমান কম বয়সতে যদি ইমান বেছি ভয়ংকৰ কাম কৰিব পাৰে তেন্তে শাস্থি ও ভয়ংকৰ ৰ এই হ'ব লাগে জীৱনটো ৰ বাবে হাত ভৰি কাতি পেলায় পংগু কৰি থব লাগে

  • @user-wq2tv2zr5z
    @user-wq2tv2zr5z 5 днів тому +31

    হে ভগৱান দেগাৰ তাৰ মাক বাপেকে কি খাই জনম দিছিল

    • @bkp9774
      @bkp9774 4 дні тому

      হাজ পানী খাই আৰু লগতে গাহৰি মাংসৰ বইল।😊😊😊

  • @commandolovers2.036
    @commandolovers2.036 5 днів тому +43

    লৰাটোক উচিত শাস্তি দিব লাগে যাতে এই ঘটনা পুনৰাবৃত্তি নহয়।

    • @user-fr3uo9mu3s
      @user-fr3uo9mu3s 5 днів тому +2

      Ki hobo aru taar Hi tohh Minor ehh hobo Sage aru......!!

    • @alamali2640
      @alamali2640 5 днів тому +2

      তাক ৰাখি কি লাভ counter কৰিলে হল

    • @user-zw3uc3mt6y
      @user-zw3uc3mt6y 5 днів тому +2

      শাস্তি পুনৰাবৃত্তি তাক Direct ফাঁচি দিব লগে । আমি আগতে sir Mam ক চকুলেই চাব ভয় কৰিছিলোঁ আজী কালি ইহঁতৰ নিচিনা লৰা বোৰৰ কাৰণে নিজকে গুণ্ডা দেখাবো গৈ বহুত লৰা বিয়া শিক্ষা পাইছে

  • @anupamagohaindas5002
    @anupamagohaindas5002 5 днів тому +11

    এই দানবটোৰ নাম ঠিকনা কিয় উল্লেখ কৰা নাই । বৰ দুখ জনক ঘটনা

  • @rajubaishya3356
    @rajubaishya3356 5 днів тому +31

    ছাত্ৰ জনক জাবত জীৱন কাৰাদণ্ড দিব লাগে

  • @debojitmili2004
    @debojitmili2004 5 днів тому +16

    এইজন ডাঙৰ হ'লে আৰু বেয়া হ'ব

  • @joshnaray3117
    @joshnaray3117 5 днів тому +9

    শিক্ষকক মাৰ্দাৰ কৰিব নেলাগে , শিক্ষা গুৰু হয় , শিক্ষক বিলাকে ও জে ছাত্রীক ধৰ্ষন কৰি আহিছে কেতিয়াবা নিউজত পাও সেইতু লাজৰ কথা

  • @jitunath1670
    @jitunath1670 5 днів тому +10

    student বুলি কোনো আইনৰ সুৰুঙাৰে যাতে সাৰি নাযায়। যাৱত জীৱন কাৰাবাসলৈ পঠাব লাগে no argument

    • @babuldas4341
      @babuldas4341 4 дні тому

      হয়

    • @kalyaniborah6550
      @kalyaniborah6550 День тому

      তেনেকুৱা লৰা সৰু হওঁক বা ডাঙৰ হওক ফাঁচী দিব লাগে । সি জীয়াই থাকিলে আৰু ভয়ংকৰ ঘটনা সংঘটিত কৰিব ।

  • @dipkumardas2126
    @dipkumardas2126 5 днів тому +23

    ছাত্ৰ জনৰ ভাষ্য কিয় লোকোবাই ৰাখিছে, তাৰ মানে নিশ্চয় কিবা ৰহস্য আছে ।

  • @user-tm7fh7xb4o
    @user-tm7fh7xb4o 5 днів тому +8

    এই দানৱটোক অতি সোনকালে ফাঁচী দিব লাগে ✊✊

  • @pollobtamuly589
    @pollobtamuly589 5 днів тому +14

    ছাত্ৰৰ নামত কলংক... উচিত তদন্ত হব লাগে ৷

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 5 днів тому +19

    লৰা জনৰ মাক দেউতাক ৰ নাম প্ৰকাশ কিয় কৰা নাই কিবা ৰহস্য আছে লৰা টু নাম কি

    • @babuldas4341
      @babuldas4341 4 дні тому +2

      মই ও তাকেই কৈ আছোঁ, কোনো চেনেলে নকলে

    • @ytassamgkknowledge5675
      @ytassamgkknowledge5675 4 дні тому

      জনি সিং

    • @VijayaPhukan-xm9hi
      @VijayaPhukan-xm9hi День тому

      Rohosyo mane Maak A.C.S..officer..Deutak M.V.I..asil Dhukal .

  • @RimpiKalita-sl1qb
    @RimpiKalita-sl1qb 4 дні тому +5

    ছাএজনক জাবত জীৱন কাৰাদণ্ড দিয়ক

  • @jharnaghandique8729
    @jharnaghandique8729 5 днів тому +15

    হে ভগৱান কোন দিশে ধাৱমান আজিৰ যুৱ প্ৰজন্ম ।

  • @mrsoldier5224
    @mrsoldier5224 4 дні тому +4

    মবাইল আৰু ডাগ্ৰছৰ প্রভাৱ।। লগতে অতি আধুনিক কৰিব বিচৰা পিতৃ মাতৃ ৰ সুযোগ্য সন্তান এইবোৰ।। ধিক্কাৰ আমাৰ সমাজ ব্যবস্থা, শিক্ষা প্রক্রিয়া

  • @kripalsaikia924
    @kripalsaikia924 5 днів тому +10

    আজি কালি এটা চাট টো দিব নোৱাৰে শিক্ষক সকলেআৰু হ'ব এনে ঘটনা

  • @purbidas5636
    @purbidas5636 4 дні тому +4

    যাৱজ্জীৱন কাৰাদণ্ড বিহা হওঁক । সেইজন ছাত্ৰ হ'ব নোৱাৰে কেতিয়াও

  • @SangitaDevi-ff2tq
    @SangitaDevi-ff2tq 5 днів тому +18

    নামী দামী স্কুলবিলাকতে অপৰাধবোৰ বেছি ৷ আজিকালি মাক দেউতাকবোৰেও অলপ বেছি কৰে নিজৰ ল’ৰা ছোৱালীজনীক স্কুলবেগটোও দাঙিব নিদিয়ে কষ্ট পাব বুলি ৷

  • @BidyutHazarika-zc4mn
    @BidyutHazarika-zc4mn 5 днів тому +7

    এই ছাত্ৰ জনক মোৰ নিছিনা শিক্ষকৰ ওচৰলৈ পঠাই দিয়ক।

  • @papumoran5681
    @papumoran5681 5 днів тому +8

    শিক্ষা ‌গুৰু চিনি নোপোৱা ছাএ মানৱ নে দানৱ এনেকুৱা ছাএ মাৰি পেলাৱ লাগে আজি পজম কোন দিখে গতি কৰিছে চিন্তনীয় বিষয় হৈছে এইখন অসম মত

  • @user-tx5kj4ir9x
    @user-tx5kj4ir9x 5 днів тому +28

    উচিত তদন্ত হ'ব লাগে দ্বিতীয় বাৰ এনে ঘটনা নহয় তাৰবাবে উচিত শাস্তি দিব লাগে

    • @rajeshhazarika1663
      @rajeshhazarika1663 5 днів тому

      একো শাস্তি নহয় কাৰণ এইখন ভাৰত হয়😡

    • @journeytogether6449
      @journeytogether6449 5 днів тому

      Akou kihor todonta hobo lge

    • @user-fr3uo9mu3s
      @user-fr3uo9mu3s 5 днів тому +1

      ​@@rajeshhazarika1663hikkhito kuno dekhotei nohoi.......!! Karon mor hisabehh 11 class or student hisabehh ajikali Minor ehh hoi

  • @puspadhardowarah1932
    @puspadhardowarah1932 5 днів тому +27

    শিক্ষকৰ"নাম"কৈছে;কিন্তুছাত্ৰৰ নাম"কোৱা"নাই।মোৰ"বোধেৰেনাম"কবলৈ"মানা কৰিছে কোনোবাই।কাৰণ বেয়া কামৰ"বাবে সদায় মিঞাক গালি"পৰা হয়; সেয়ে উপাধিটো কেনেকৈ কয়? মিঞা নহয়"যে ।মোৰ"এই লৰাটো কাহানিও ভাল"নহয়গৈ;ই আৰু"বহু অঘটন ঘটাব আৰু মাক বাপেকেও ইয়াৰ"পৰা শান্তি"নহয়।গতিকে ইয়াক আজীবন জেইল দিব লাগে।ই কাহানিও মাক বাপেকক শান্তিত থাকিবলৈ নিদিব।"সেয়ে মাৰি পেলোৱাতো উত্তম'বুলি ভাবো।

    • @user-lt9nm2cc7z
      @user-lt9nm2cc7z 5 днів тому +1

      @@puspadhardowarah1932 Ekddum right satro jon bacha nhy nh Class 11 t pohaa satro 17-18 yrs hbo xi nabalok knkaa hol aru jiyei nhouk xi tu murderer nh then jun jon teacher death hol ewr nam bar bar loi ase kintu culprit ba terrorist tur nam loute kio laaj kori ase?! Karon ataai loraa jon Bixekh xomprodyor nhy 😀

    • @user-fr3uo9mu3s
      @user-fr3uo9mu3s 5 днів тому +1

      Kenekoi dibo..... ei lorajon Minor ehh Hoi sage

    • @jimu.12
      @jimu.12 5 днів тому +2

      Ahom ba koibotro hobo . Sibsagar hoy no

    • @user-gn8fj7hg5z
      @user-gn8fj7hg5z 4 дні тому +3

      MINOR HOI HETUKRNE NAIKUA

    • @pinkitalukdar4701
      @pinkitalukdar4701 3 дні тому

      Dishant gogoi

  • @parhanabegum9534
    @parhanabegum9534 5 днів тому +14

    দুৰ্ভাগ্যজনক শিক্ষক জনে এগুৰ দিয়া হলেই ৰক্ষা পৰিল হয়। নেদেখিলেই ছাগে। class ত আৰু কোনো নাছিল নে বচাবলৈ। বৰ বেয়া লাগিল। যাৱজীৱন কাৰাদণ্ড দিব লাগে।

  • @inglishvlogs1015
    @inglishvlogs1015 4 дні тому +3

    18 বছৰৰ কম বুলি তাক এৰিব নালাগে, কিন্তু আইনৰ জোলোঙাত সি বাছিব,

  • @user-qx7qg1hr1b
    @user-qx7qg1hr1b 5 днів тому +7

    হে ভগবান এইবোর ছাত্র নে দানব

  • @user-ls4pw1pv3d
    @user-ls4pw1pv3d 4 дні тому +2

    Teacher jonor always miss behaviour ausil sage aru goverment korisil hikhia sekonire nohoy moromere

  • @MixedDiaries
    @MixedDiaries 5 днів тому +4

    সকলোৰে ভৱিষ্যত অন্ধকাৰ কাৰণ আজি শিক্ষকৰ প্ৰতি সকলোৰে অকল অবহেলা, লাঞ্চনা, ঘৃণা।

  • @girindrasharma3561
    @girindrasharma3561 5 днів тому +6

    Ki kom .. amak iman piton dia teacher sokolok aji u dekhile ba monot porile sonman jage monot.. ru aji ki xunisu.. 😢😢😢😢

  • @jnandeepchetia6622
    @jnandeepchetia6622 5 днів тому +18

    তাৰ নামটো কিয় নোকোৱা

  • @arunmissong432
    @arunmissong432 5 днів тому +4

    শিক্ষক জনৰু ভুল ‌হবপাৰে উচিত তদন্ত কৰিব লাগে

    • @satyanathpegu-pq1rd
      @satyanathpegu-pq1rd 4 дні тому

      এইদৰে compromise কৰিব নোৱাৰে jano???
      Jodi teacher জনৰ ভূল তেনে complaint কৰিব লাগিছিল,
      Just এই বালক morai diya

  • @binodjoshi3505
    @binodjoshi3505 4 дні тому +2

    প্ৰাইভেট বিদ্যালয় বন্ধ হ'ব লাগিব যে সকলোৰে বাবে সমশিক্ষা ব্যৱস্থাপনাৰ প্ৰয়োজন।

  • @RosardRoird
    @RosardRoird 5 днів тому +3

    মানসিক ৰোগী,,, ভৱিষ্যতৰ জাৱৰ।

  • @dipakkumarbora8140
    @dipakkumarbora8140 5 днів тому +2

    আছলতে মাক বাপেক জগৰীয়া

  • @PurabiDeka-uj6ov
    @PurabiDeka-uj6ov 4 дні тому +2

    Ek paat tale nabaje nowarile buliye j xakalore agat apaman kori uliyai diba xeito nahoi nowara jonak para karato xikhakar dayitta

  • @pawanrabha4077
    @pawanrabha4077 5 днів тому +3

    Student jonok sudhibo lage sir , student jonor dukh nai

  • @user-bm9xe2hf1k
    @user-bm9xe2hf1k 4 дні тому +1

    শিক্ষকে ছাত্ৰ ছাত্ৰীক ভালৰ কাৰণেহে গালি দিয়ে। এইটোক ফাঁচী দিব লাগে 😤

  • @sominaboro9724
    @sominaboro9724 5 днів тому +1

    Very good i also saport

  • @monalichadutta9374
    @monalichadutta9374 5 днів тому +2

    আজিৰ ছাত্ৰ সমাজে ( সকলোৰে কথা নকওঁ বাৰু) অনুশাসন মানি চলিবলৈ টান পায় । কি যে হৈ গৈছে আজিৰ প্ৰজন্ম কোন দিশে যে গতি কৰিছে।। আমি পঢ়া সময়ত চেকনিৰ আগত বিদ্যা আছিল ।কিবা নোৱাৰিলে ছাৰ বাইদেউ সকলে বেঞ্চৰ ওপৰত উঠাই ,ৰুমৰ বাহিৰত উলিয়াই শাস্তি প্ৰদান কৰিছিল ।

  • @MotivateYourself_MY_YT
    @MotivateYourself_MY_YT 4 дні тому +2

    আজি কালিৰ লৰা ছোৱালী বিলাকক অপল কিবা কলেও খং কৰে ওলোটা । শিক্ষকক যে সম্মান কৰিব লাগে নাভাবে । মাক দেউতাকে নিজৰ লৰা ছোৱালী কেনে আছে নাজানে কিন্তু যদি স্কুলত আহি পৰ্য্যবেক্ষণ কৰে তেতিয়া গম পাই যাব। হাল্লা নকৰা বুলি কলেও নামানে। কি পৰিস্থিতি পাইছে গৈ বহুত বেয়া লাগে। উপায় নাইকীয়া হয়। মধ্য ইংৰাজী বিদ্যালয়ৰ এনে দশা আছে তেত্নে তাৰ উপৰৰ ক্লাছৰ কথা নকলেও হব। যদি নিজৰ লৰা ছোৱালীক মাক দেউতাকে ভাল শিক্ষা নিদিয়ে তেতে হলে বহুত এনে কাম হোৱাৰ সম্ভাৱনা থাকে। যিমানেই ভালকৈ ছাত্ৰ ছাত্ৰীৰ পঠনৰ উপৰিও নিজৰ ভবিষ্য ভাল কৰাৰ উপদেশ দিলেও তাৰ পিছ দিনতে নমনা হয় পাহৰি যোৱা যেন কৰে। অভিভাৱক এই ক্ষেত্ৰত চকু দিয়াক নহলে আপোনাকে বিপতে পৰিচালিত কৰিব। সকলো নহয় কিছুমান থাকে ছাত্ৰ যাক শিক্ষকেও কৈ কৈ হাইৰান হৈ তথাপিও উপদ্ৰৱ কৰা নেৰে

  • @minakhiborahnath
    @minakhiborahnath 5 днів тому +3

    school সমূহত নৈতিক শিক্ষাক এটা বিষয় হিচাবে পাঠদান কৰাৰ বেৱস্থা কৰিব পাৰিলে হয়তো student সকলৰ মানসিকতা বহু পৰিমানে শুদ্ধ পথলৈ আনিব পাৰিব বুলি আশা কৰিব পাৰি যিহেতু এজন ছাত্ৰ প্ৰকৃত মানৱ হিচাবে গঢ়ি তোলাত এখন ঘৰ বা স্কুল সমানে দায়িত্বশিল হোৱাটো জৰুৰী বুলি মই ভাবো -------

    • @user-tv3kf1kr9d
      @user-tv3kf1kr9d 5 днів тому +1

      নৈতিক শিক্ষা ঘৰত দিলে হে সফল হবে যেন লাগে।

    • @DhanChutia-dx3fj
      @DhanChutia-dx3fj 5 днів тому

      স্থান কাল পাত্ৰ চাই কলে ভাল হয়

  • @ankurbaruah5034
    @ankurbaruah5034 4 дні тому +2

    Psychology subject Should be included.

  • @bontisarmah7541
    @bontisarmah7541 5 днів тому +2

    এই পিশাচ টোৱে আগতেও এনেধৰণৰ কাম কৰিছে যেন লাগিছে

  • @bimanborpatragohain248
    @bimanborpatragohain248 5 днів тому +2

    চিতিকণি এশাৰী শুদ্ধ আছিল বৰ্তমান শিক্ষা ব্যৱস্থাই শিক্ষা শেষ কৰিছে এইবিলাক চৰকাৰে লক্ষ দিয়াটো উচিত বুলি ভাবোঁ

  • @TheMadhujya
    @TheMadhujya 5 днів тому +10

    ছাত্ৰ জনৰ নাম কি বাৰু ?

  • @dipakstar1208
    @dipakstar1208 4 дні тому +1

    😢 হাই মানৱতা

  • @balabala_be2
    @balabala_be2 5 днів тому +2

    মাৰি পেলাওক হেই ছাত্ৰজনক .

  • @BidyutHazarika-zc4mn
    @BidyutHazarika-zc4mn 5 днів тому +2

    পৰিয়ালৰ পিতৃ-মাতৃৰ সংস্কাৰ নাই, যাৰ ফলত এনেকোৱা ঘটনা হৈছে।

  • @prasantakr.khanikar323
    @prasantakr.khanikar323 5 днів тому +8

    কিছুমান শিক্ষকে শ্ৰেণীৰ আন‌ ছাত্ৰ-ছাত্ৰীৰ সন্মূখত নিদিষ্ট ছাত্ৰক বৰ বেয়াকৈ গালি গালাজ আৰু নিন্দা ভৎচনা কৰি লাজ দিয়া দেখা যায়।নৱমৰ পৰা দ্বাদশ শ্ৰেণীলৈ ছাত্ৰ-ছাত্ৰীৰ দেহ মনলৈ হৰমোনৰ বাবে বহুতো পৰিৱৰ্তন আহে। নতুন কৈ অহা যৌৱনৰ বাবেই আত্মসচেতন আৰু অনুভোতি প্ৰবন হয়। শিক্ষকে ছাত্ৰৰ ইগ'ত আঘাত কৰিব নালাগে।

    • @SatyajitBailung-sj7om
      @SatyajitBailung-sj7om 5 днів тому +1

      Agat assarir upart bidya asil .attiya ga zale ne assari katha kole

    • @DhanChutia-dx3fj
      @DhanChutia-dx3fj 5 днів тому

      13:01 ইগ থকা লৰাচুৱালি পঢ়িবলৈ পঠাব নালাগে লগতে মাক/বাপেক দুজনেই দায়ী।

  • @manoranjansaikia2578
    @manoranjansaikia2578 4 дні тому +1

    আমাৰ অসম কাৰণে বাচি আছে, আন কিছুমান ঠাইত অতপৰে ঘৰৰ ওপৰত বুলডেজাৰ চলিল হেঁতেন।

  • @chatradharborah8479
    @chatradharborah8479 5 днів тому +6

    Ane chhatra samjor kolonka, bhabichyat samajor bipod nichita.

  • @manindrabaruah4822
    @manindrabaruah4822 2 дні тому

    ব্যক্তিগত বিদ্যালয়ৰ শিক্ষক মানে টিউশ্যন মাষ্টৰ।

  • @aswinithakuria1990
    @aswinithakuria1990 2 дні тому +1

    সম শিক্ষা হব লাগে
    নহলে তেনেকুৱা নহল
    হেঁতেন
    লৰা জনৰ নাম সংবাদত কিয়া নাই
    চৰম শাস্তি দিব লাগে

  • @satyanathpegu-pq1rd
    @satyanathpegu-pq1rd 4 дні тому +1

    শাস্তি দি এৰিব নালাগে
    Praandhondo বা zindegibor কাৰাগাৰ
    Student হলেই যে excuse নাই, মৰায় দিয়া তাকো

  • @utpoldas5513
    @utpoldas5513 4 дні тому +2

    Kiba ata Rohoiso ase investigation krib lage...aru aainor vitort teok usit punishment diyak

  • @TutumoniHira-jm3vy
    @TutumoniHira-jm3vy 5 днів тому +4

    Aku student nohoi khi dokait he

  • @user-fz9jb5ci8z
    @user-fz9jb5ci8z 4 дні тому +1

    বিশেষ সম্প্রদায়ের।

  • @dilipgoswami7547
    @dilipgoswami7547 5 днів тому +9

    দোষী ছাত্ৰ জনৰ নাম নাই নেকি?কি কাৰণত প্ৰকাশ কৰা নাই ছাত্ৰজনৰ নাম?

  • @biswajitgogoi7747
    @biswajitgogoi7747 5 днів тому +2

    Aibur well educated ghoror hongskar..

  • @journeytogether6449
    @journeytogether6449 5 днів тому +4

    Fasi diuk ai oshur tuk ...

  • @renukadevi9682
    @renukadevi9682 2 дні тому +1

    🙏🏻🙏🏻🙏🏻💐💐💐💐

  • @surojsingh7484
    @surojsingh7484 5 днів тому +8

    encounter korok hei2k

  • @esrafil12
    @esrafil12 4 дні тому +1

    Ajir dinor student hoy 😢😢

  • @user-ds2en1jq1i
    @user-ds2en1jq1i 5 днів тому +3

    Agar dinor guruo nai sishyaw nai
    Siksha manei toka 😮😮
    Jimanbor dangor dangor bikhoya ase sokolowe private school t poruay to poruai logote tuition
    Aru daridra bore vat khowa sarkari school t 😮😮😮
    Eyei sob bujay 😮😮😮😮😡😡😡😡

  • @bitulphukan2812
    @bitulphukan2812 5 днів тому +4

    Student r biodata ki uncomplite news dibo nelage,korbat kiba lukai ase ni tathya fadil korok

  • @moonahmad484
    @moonahmad484 5 днів тому +2

    ছাত্ৰ জনৰ নাম কিয় ৰাজহুৱা নকৰে?

  • @ashiyabegam7031
    @ashiyabegam7031 5 днів тому +2

    Plz student name allaw

  • @chandankumarbarthakur8783
    @chandankumarbarthakur8783 5 днів тому +1

    Bohut huun 😢😢😢

  • @suravispakghor4443
    @suravispakghor4443 5 днів тому +10

    Aibur vl ghoror sankskar

  • @iamfromassam854
    @iamfromassam854 4 дні тому +2

    Private school bandho karibo laage, Govt school or sankhya bridhi karibo laage.

  • @UtpolaPhukon-ct6xv
    @UtpolaPhukon-ct6xv 2 дні тому

    এতিয়াও যদি বিজেপি ক ভোট দিব নে ৰাইজ,

  • @user-bj7ds7bw7w
    @user-bj7ds7bw7w 3 дні тому

    এই ছাত্ৰ জন মিয়া হ'ব ছাগে কাৰণ মিয়া বিলাকে এইবুৰ কাম কৰে

  • @moslehuddinahmed5409
    @moslehuddinahmed5409 5 днів тому +19

    লৰাজন নিচ্ছই মুছলমানৰ লৰা নহয়। নহলে এতিয়ালৈকে
    ৫০ বাৰ মান নাম লৈ বাতৰি প্ৰচাৰ কৰিলে হেঁতেন ।

  • @S.K.Sing-o2x
    @S.K.Sing-o2x 5 днів тому +1

    May be he is a powerful familes student.

  • @Rc_official_567
    @Rc_official_567 2 дні тому

    লৰাজন এসময়ত ডাঙৰ লিডাৰ হব ।।

  • @nitubhai7763
    @nitubhai7763 5 днів тому +4

    Aitu miya poyali nohoi jar karone nam kuwa nai

  • @VijayTopno-sv8wq
    @VijayTopno-sv8wq 4 дні тому +1

    This student must be jail for life time

  • @jamunaray4032
    @jamunaray4032 5 днів тому +11

    কি ঘৰৰ ল'ৰা হয় এইবোৰ

  • @user-xg8lg8xm9h
    @user-xg8lg8xm9h 4 дні тому +3

    ছাত্ৰজনৰ নাম‌ কিয় কোৱা নাই?কিবা বিশেষ সম্পদায়ৰ নেকি?

    • @bkassam7818
      @bkassam7818 2 дні тому

      18+ hua naii tar haikrone kua naii name2

    • @ownworld9217
      @ownworld9217 2 дні тому

      Moi comment t hunisu Dishant gogoi

  • @dilipkalita310
    @dilipkalita310 5 днів тому

    কলিযুগ চলি আছে

  • @priyamtaye7930
    @priyamtaye7930 18 годин тому

    এইয়া চহৰখনৰ শিক্ষা বিভাগৰ লগতে পিতৃ মাতৃৰ দুখ।।। আজিকালিৰ শিক্ষা ব্যৱস্থাটোৰ ফলত এনে ঘটনাবোৰ সংঘটিত হৈছে। এবেট দুবেট দিলেও মাক বাপেকে বিদ্যালয়লৈ আহি চিঞৰি ছাত্ৰ ছাত্ৰীৰ সন্মূখত শিক্ষক জনক গালি পাৰিব ।।। আমাৰ দিনত শিক্ষকৰ মুখলৈ চাবলৈকে ভয় কৰিছিলোঁ। ভয়তে হোমহোৱৰ্ক কৰি আনিছিলো । সঁচাই আগৰ দৰে শিক্ষকসকলক বেট লোৱাৰ আধিকাৰটো দিয়ক । শেষত এটাই অনুৰোধ জনালোঁ যে সৰু হলেও সাপ ডাঙৰ হ'লেও সাপ গতিকে অপৰাধিক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিব

  • @NizamUddin-tc8ho
    @NizamUddin-tc8ho 4 дні тому

    So 😭😭😭😭

  • @tutumoniborthakur3009
    @tutumoniborthakur3009 2 дні тому

    তাক সৰু ল'ৰা বুলি এৰি দিলে আৰু কিমান জনক মাৰিব হিচাব নহ'ব

  • @sauravdutta3223
    @sauravdutta3223 3 дні тому

    যি ৰাজ্যত মুখ্যমন্ত্ৰী যনেই শিক্ষকক সন্মান নকৰে, সেই ৰাজ্যত এনে নহৈ কেনে হব? শিক্ষকক সন্মান কৰিবলৈ ডাঙৰ বোৰেই শিকাব লাগিব।

    • @pinkitalukdar4701
      @pinkitalukdar4701 3 дні тому

      মদাহী বলাৎকাৰী শিক্ষককো সন্মান কৰিব লাগে নেকি?? যোগ্যতা চাই মানুহক সন্মান কৰা হয়।

  • @sanatankalita5436
    @sanatankalita5436 2 дні тому

    Very sad news

  • @OitijyoAxom
    @OitijyoAxom 5 днів тому +2

    Hikhar ovab sorakri scl brt adimisn lua hole ankua nhol hoi

  • @joyjeetbhattacharjee8620
    @joyjeetbhattacharjee8620 4 дні тому

    Very sad news.

  • @rumigogoibasumatary6561
    @rumigogoibasumatary6561 3 дні тому

    স্কুলত চৰকাৰে কোনো লৰা ছোৱালীক olopu শাস্তি দিব নোৱাৰে বুলি আইন বনাইছে সেয়ে বেছি উৎপাত হৈছে অলপ গালি দিলেও অভিভাৱকৰ complain aahi jai heye lora suali teacher সম্ভালিব নোৱাৰা হৈছে আইন খন অলপ change koribo laage moi paisu taarmane hekarone kolu

  • @pawanrabha4077
    @pawanrabha4077 5 днів тому +1

    Kiba ata rohoshay thakibo

  • @JyotismanHazarika-qd5jc
    @JyotismanHazarika-qd5jc 5 днів тому +6

    এটা সময়ত গুৰুক ভগৱান স্বৰূপ মান্য কৰিছিল আৰু এই কলি যুগত কি দেখিছোঁ এইবোৰ 😢😢😢😢

    • @yogiapurbanath4617
      @yogiapurbanath4617 5 днів тому

      😉

    • @mamonigogoi3236
      @mamonigogoi3236 5 днів тому

      😂

    • @bkp9774
      @bkp9774 4 дні тому

      শিক্ষকক CM টোৱেও ৰাজহুৱাকৈ অপমান কৰে,
      কামতো ৰাতিপুৱাৰ পৰাই কৰে নে ৰাতি কৰে।
      আপুনি VRS লওক , 😮😮😮😮

  • @technicalrubulbhai2022
    @technicalrubulbhai2022 4 дні тому +1

    Encounter koribo lage.