জন্ম হ’ল ল’ৰা কিন্তু অভিভাৱকে পালে ছোৱালী। লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই নাভূত-নাশ্ৰুত ঘটনা

Поділитися
Вставка
  • Опубліковано 25 чер 2022
  • ⭕️ জন্ম হ’ল ল’ৰা কিন্তু অভিভাৱকে পালে ছোৱালী।
    ⭕️ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত এই নাভূত-নাশ্ৰুত ঘটনা।
    ⭕️ নিশাৰ ভিৰতৰে সন্তানটি কেনেকৈ কন্যা হ’ল?
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 1,3 тис.

  • @janmoni7
    @janmoni7 2 роки тому +38

    কিছুমানৰ ল’ৰা নাই ছোৱালী থকা গাৰ্জেনে ল’ৰা লাগিব বুলি পাতি থয় ডাক্তৰ নাৰ্ছৰ লগত সালসলনি কৰি দিয়ে শুনিছোহে দেই কিছুমানে কোৱা ৷ 🙏

  • @assamessvlog7846
    @assamessvlog7846 2 роки тому +267

    ভাল দৰে তদন্ত কৰক সকলো ওলাই পৰিব, লোকৰ কেঁচুৱা টো কিয় বাৰু হাল সলনি কৰিব লাগে, লৰা হওঁক বা ছোৱালী নিজৰে তেজৰ নহৈ জানো মানো বোৰ মূৰত বিকৃতী ঘটিছে সঁচাই,

  • @user-bs1dp3cy8n
    @user-bs1dp3cy8n 2 роки тому +16

    আজিয়ে হস্পিটেলৰ চিচি টিভি ফুতেজ ছেক কৰক সকলো কথা পোহৰলৈ আহিব আৰু সত্য বিচাৰ কৰক আৰু তেঁও লোকক উৎচিত সিদ্ধান্ত লোৱা ব্যৱস্থা কৰক 🙏🏾🙏🏾🙏🏾

  • @goutamborahvlogs7016
    @goutamborahvlogs7016 2 роки тому +7

    বহুত খেলি মেলি আছে lakhimpur medical colleget, মই নিজেই ভুক্তভোগী, ভালদৰে তদন্ত কৰক চব ওলাই পৰিব

  • @bijukonwar5787
    @bijukonwar5787 2 роки тому +125

    সাধাৰণ লোক যেন দেখিলে এনে কাম কৰা বহুত ঘটনা শুনিবলৈ পোৱা যায়। কতব্যত থকা নাচক তদন্ত কৰক। চিচি টি ভি তদন্তৰ কৰক।

  • @kairahazarika1793
    @kairahazarika1793 2 роки тому +217

    গাৰ কাপোৰ যদি একে আছে।তেন্তে ৰহস্য আছে।ভালদৰে তদন্ত কৰক।hospitalor dukho hoi

  • @rojonigondha8554
    @rojonigondha8554 2 роки тому +152

    চিচতাৰ সকলৰ কথাবিলাক ভেজাল।ভালকৈ মন কৰক।

  • @bijukonwar5787
    @bijukonwar5787 2 роки тому +242

    আটাই কেইজনী কেচূৱা মাকক আৰু কেচূৱাক DNA টেষ্ট কৰক আজিয়েই ।মূখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্রীয়ে নিজেই তদন্ত আৰম্ভ কৰক।

  • @depasharma4344
    @depasharma4344 2 роки тому +129

    আচৰিত মানুহ পালো‌‌ তিনি গৰাকীকৈ মহিলা আছে অথচ ২০ ঘন্টা লৈকে এবাৰো নেচালে বেবীটো আচলতে ল'ৰা নে ছোৱালী আৰু এটা কথা ইমান সময় কেঁচুৱা টোৱে পেছাব পায়খানাও কৰা নাছিল নে ।ইমান সুস্থ অৱস্থাত থকা মাক জনীৰ নিজৰ কেচুৱাটো এবাৰ চাবলৈও মন নগ'ল নে কথাটো যথেষ্ঠ পাক লগা ।এনে‌ দায়িত্ব হীন সাৰ শূণ্য মানুহ ৰ বাবেই এনে ঘটনা ঘটে

    • @anitaojah1989
      @anitaojah1989 2 роки тому +1

      Sebabe kunubai subidha lale...

    • @jesminchowdhory6233
      @jesminchowdhory6233 2 роки тому +2

      Um asorit manilode anekua lgise khihote jen aneihe goisile hospital

    • @JC-fn4yc
      @JC-fn4yc 2 роки тому +1

      U r right

    • @robinkewra4666
      @robinkewra4666 2 роки тому +2

      Okay, bt 3tai baby male axile buli kole bt atia kenekoi female hol kouk

    • @indrajitdekaindrajitdeka7540
      @indrajitdekaindrajitdeka7540 2 роки тому +8

      কি মাক এইজনী সুস্থ হৈ থকাৰ পিছতো নিজৰ বেবী তোক ভালকৈ চাব পৰা নাই

  • @susmibaruah1903
    @susmibaruah1903 2 роки тому +179

    তিনিটা বেবী লৰা নাছিল ,তাৰে এটি ছোৱালী আছিল ডক্টৰে বা নাৰ্চে বদলি কৰিবৰ কাৰণে তিনিটা বেবী লৰা বুলি এনেই প্ৰচাৰ কৰিলে .

  • @chitraborgohain7165
    @chitraborgohain7165 2 роки тому +3

    আমি অসমৰ অসমীয়া আৰু সেই অসমীয়াকেই কিয় ঠগাই। এগৰাকী মাকেহে গম পাই সন্তান জন্ম দিয়াত কিমান কষ্টকৰ, বেদনাৰ সঞ্চাৰ হয়। বিষয়টো সকলোৰে দৃষ্টিগোচৰ হোৱাৰ লগতে উচিত তদন্ত হোৱাৰ প্ৰয়োজন নহ'লে তেওঁলোকৰ দৰে আৰু কাৰুবাৰ ভৱিষ্যতে একেই দশাই হ'ব এইটো খাতাং।

  • @nipulburagohain4333
    @nipulburagohain4333 2 роки тому +11

    দেলিভাৰি ৰুমত গন্ডগোল লগাই ছে, বাহিৰত নহয়,গতিকে ইয়াৰ উচিত তদন্ত হব লাগে নহলে অদুৰ ভবিষ্যতে ও এনে কায্য চলি থাকিব।

  • @basisthaacharya6590
    @basisthaacharya6590 2 роки тому +129

    অভিভাৱকে আৰক্ষীত এন্ট্ৰি দি ৰাখক আৰু কোৰ্টৰ অনুমতি সাপেক্ষে ডি এন এ পৰীক্ষা কৰাওক। তেতিয়া হয়তো হস্পিটেলত ভূল বশত ল'ৰা বা ছোৱালী লিখা খেলিমেলি ওলাব। তাৰোপৰি আৰক্ষীয়ে তদন্ত কৰিলে নিশ্চয় সকলো ওলাই পৰিব।

  • @priyamtaye7930
    @priyamtaye7930 2 роки тому +29

    এনেকুৱা কেছ যোৱা বছৰতো হ'ব লৈছিল লক্ষীমপুৰ মেডিকেল কলেজত

  • @ranjanbora9722
    @ranjanbora9722 2 роки тому +41

    সৰু ঘটনা বুলি এৰি নিদিব দায়িত্বত থকা সকলৰ ওপৰত কঠোৰ তদন্ত কৰক।

    • @babuchandra78
      @babuchandra78 Рік тому

      আইতাকে কাপুৰ পিন্ধাওতে দেখা নাই নেকি ল'ৰা নে ছোৱালী, সন্তান জন্ম হোৱাৰ পিছত নিজে চাব লাগে, ইমান অসাবধান হলে কেনেকৈ হব,নৰমেল সন্তান জন্ম দিছে

  • @anukalita705
    @anukalita705 2 роки тому +4

    যেতিয়া বেবিতো মাকক দেখুৱাই ওপৰত বেবি ৰুমত লৈ গ'ল, তাৰ পিছত তাতেই সাল সলনি হ'ল। কাপোৰ খিনি একেই পিন্ধাই দিলে। অভিভাৱক আৰু প্ৰসুতি গৰাকী অলপ অজলা যেন লাগে যে গতিকে কাৰবাৰ তো হৈ গ'ল।

  • @akhilff4325
    @akhilff4325 2 роки тому +127

    লখিমপুৰ doctor নাৰ্চ বোৰক বেলেক ঠাইলৈ বদলি কৰি দিব লাগে । আগৰ পৰাই এনেকুৱাই কৰি আছে

    • @vlogsmusickamaldas2842
      @vlogsmusickamaldas2842 2 роки тому +5

      ডকাইত এই বিলাক

    • @user-ve1dd9pd5l
      @user-ve1dd9pd5l 6 місяців тому

      Why

    • @nvnita
      @nvnita 5 місяців тому

      skri pai uliyai dibo lge kron blg thaitu ki ana nkribo tar ki mane axe ?

  • @monikaborah9038
    @monikaborah9038 2 роки тому +78

    সঁচা কথা উলিয়াব লাগে নহলে আকৈ পিছলৈ হব

  • @paramanandataid575
    @paramanandataid575 2 роки тому +6

    বহুত বদনাম কৰিছে লক্ষীমপুৰবিসীক।।অতি সোনকালে তদন্ত কৰক নহলে পিছলৈ বহুত সমস্যা হব।।

  • @jintukumarnath3775
    @jintukumarnath3775 2 роки тому +1

    Jado eko ni Om🙏🙏🙏🙏🙏🙏🙏🙏❤️❤️❤️🔥🔥 nomonarayanom,

  • @kalitaprabal5749
    @kalitaprabal5749 2 роки тому +110

    DNA পৰীক্ষা কৰক..... তেতিয়া আচল কথা ওলাই পৰিব

  • @soonadevi6372
    @soonadevi6372 2 роки тому +73

    DNA test korile gom puwa jabo

  • @sunitavlog632
    @sunitavlog632 2 роки тому +4

    কুলি যুগৰ কলা কথা মানুহবোৰ একদম বেয়া হৈ গৈছে।

  • @karbiringtonecollection6049
    @karbiringtonecollection6049 2 роки тому +9

    Vaal dore Enquiry korok jate axomor anekowa ,ghotona aru nohoi ,tare mour ,arokhi prohahonok aakha rakhi so .jai aii axom 🙏

  • @rjdcrylife8986
    @rjdcrylife8986 2 роки тому +59

    CC TV sabo lage aru

  • @beautykonwar427
    @beautykonwar427 2 роки тому +6

    বেছি দুখি বেবিটো ঘৰৰ মানুহ এবাৰ লৈ হ'লে কেঁচুৱা কাপোৰ সলোৱা নাই নেকি একদিন একেটা কাপোৰেৰে থাকিলে নেকি।বুবক ক'ৰবা

  • @bhabengogoi4634
    @bhabengogoi4634 2 роки тому +8

    মোৰ মতে নাৰ্চৰ গাফিলতি বুলি অনুমান কৰিব পাৰি ।

  • @jantihira9223
    @jantihira9223 2 роки тому +9

    ইয়াত এটা মোৰ সম্ভৱ সন্দেহ আছে ভালদৰে তদন্ত কৰিলে ধৰা পৰিব তাত তিনিজন লৰা জনম হোৱা কথা কৈছে তাতে কিন্তু লৰা ভিতৰত ছোৱালীও জনম হৈছে ইমানেই ফিটিঙ হৈছে যে তাত ছোৱালী জনম হলেও লৰা বুলিয়েই জনাইছিল ৰেজিষ্টার্ড বহী বা পনজীৱন বহীত লিখা হৈছিল চাগৈ গোটেই কেইজন লৰা পোৱালি এণটি কৰিছিল যত লৰা ছোৱালী সলনি সলনি কৰিলেও নাছ্ আৰু ডক্টৰ ধৰা নপৰে । হেভী টকাৰ গেম ।এতিয়া যিমানে অনুসন্ধান নকৰক কিয় মাক বাপেক হালেই দায়ী হব।ধুনীয়া টেকনিক খটাইছে ধন্যবাদ

    • @dineshnath9801
      @dineshnath9801 2 роки тому

      Nars kei jonir olp gondogol ase toka loise

  • @dimbeswarpanging3445
    @dimbeswarpanging3445 2 роки тому +35

    Hei digital livet eman time wige kori lav nai.... CCTV naineki ??? Inquary korok

  • @MB_Siksha
    @MB_Siksha 2 роки тому +2

    Need justice,,,,

  • @user-ve1dd9pd5l
    @user-ve1dd9pd5l 6 місяців тому +2

    Yes

  • @abhinashpawe3150
    @abhinashpawe3150 2 роки тому +14

    Nurse keijoniye sampurna kothabur gom pai.sage. Immediately action louk.. Baby2 valkoi gotai nidiye koi hei2 apunar baby buli..

  • @ajitkumarphukan9736
    @ajitkumarphukan9736 2 роки тому +23

    Dukhi বিচাৰি ৰাইজৰ আগত শাস্তি প্ৰদান কৰিব লাগে, আৰু baby ক ভাইটি লৈ লোবা তোমাৰ ভাল হব ,Akhibad🙏

  • @chandannath2566
    @chandannath2566 2 роки тому +4

    Check the CCTV camera properly.urgently enquiry the matter and punish the culprits.

  • @mileswarbhuyan7110
    @mileswarbhuyan7110 Рік тому

    এইটো উচ্চ তদন্ত হ‌ওঁক আৰু দুখিক কঠো পৰা কঠোৰ শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছোঁ

  • @gourab______01
    @gourab______01 2 роки тому +34

    লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰু কি কি ঘটনা সংঘটিত নহয়...#কেতিয়াবা যদি জেনেৰেটৰত ইন্ধনৰ অভাৱত প্ৰসূতিৰ মৃত্যু হয়...আকৌ আন কেতিয়াবা জন্ম হোৱা লৰা সন্তান #ছোৱালী সন্তানলৈ পৃথক হয়🤔
    কি যে হব গৈ আছে...সঁচাকৈ🤔

  • @dhanjyotigogoi88
    @dhanjyotigogoi88 2 роки тому +10

    CCTV পৰীক্ষা কৰক,,সকলো ওলাই পৰিব।।

  • @spondonpalash8113
    @spondonpalash8113 2 роки тому +4

    শিশু জন্মৰ ঠিক আগতে প্ৰসূতি গৰাকীৰ লগতে টেগ লিখি লৈ যায় আৰু জন্মৰ লগে লগে শিশুটিৰ ভৰিত টেগ লগাই দিয়ে । জন্মৰ পিছত শিশুটিক অভিভাৱকক দিয়াৰ সময়ত নগ্ন কৰিয়েই দিয়ে লগতে টেগটোও দেখুৱাই দিয়ে যে সেয়া সেই প্ৰসূতি গৰাকীৰে সন্তান আৰু ল'ৰা নে ছোৱালী দেখুৱাই দিয়ে । শিশুটিৰ অভিভাৱকে কাপোৰেৰে ঢাকি কাগজত চহী মাৰি আনিব লাগে ।
    মই মোৰ শিশুটি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা তিনিমাহ আগতে তেনেকৈ এটা সুন্দৰ পদ্ধতিৰে আদৰি লৈছোঁ ।
    লখিমপুৰ চিকিৎসাা মহাবিদ্যালয়ত তেনেকৈ কৰা হোৱা নাছিল নেকি ? যদি নাছিল কিয় এনে কৰা হোৱা নাছিল ? উচিত তদন্ত কৰক ।

  • @junupegu9707
    @junupegu9707 2 роки тому +1

    কেনেকুৱা মাক এইজনী। নিজৰ সন্তান টোক ল'ৰা নে ছোৱালী নোচোৱাকৈ থকাটো। ইমান সুস্থ হৈয়ো।

  • @samirajycp1536
    @samirajycp1536 2 роки тому +8

    লখিমপুৰ মেডিকেল কলেজত নাৰ্ছ বোৰৰ হেমহি কাৰণে এনেকুৱা হৈছে।ইমান অভদ্ৰ ব্যৱহাৰ নাৰ্ছ বোৰৰ।
    মই 10 জুন তাৰিখে মানুহ জনীক লৈ গৈছিলোঁ।নাৰ্ছ বোৰে ৰোগী কোনো গুৰুত নিদিয়ে।তাত কলে যে নৰমেল হব বুলি।ৰাতিপুৱা 3তা মান বজাৰ পৰা মানুহজনী অৱস্থা বেছি বেয়া হোৱাত নাৰ্চ মাতিব গলো।তেতিয়া বেয়া ব্যৱহাৰ কৰিছে।ৰাতিপুৱা 6 তা বজাত অৱস্থা শোচনীয় হোৱাত চৌধুৰী নাৰ্চিং হোম ত লৈ আহিলোঁ।তাত dr moon kowor চাই আৰু কয় আপোনালোকৰ baby তো পেটত পঠালি হৈ গল।যদি আপোনালোকে আৰু 30 মিনিট দেৰি কৰিলে হয় baby তো হেৰুৱাব লগীয়া হল হয়।
    সেয়েহে এইবোৰ নাৰ্ছ আৰু ডক্টৰ হেমহি বাবে এনে ঘটনা হয়।উচিত তদন্ত কৰক।
    আৰু চৰকাৰলৈ এটা অনুৰোধ LMKH নাৰ্ছ বোৰক অলপ মানুহক কেনেকৈ ব্যৱহাৰ কৰিব লাগে প্ৰশিক্ষণ দিয়া ব্যৱস্থা কৰক।
    বহুত অভদ্ৰ নাৰ্চ বোৰ।

    • @munusaikia2710
      @munusaikia2710 2 роки тому

      Hosa kotha.amiu vuktovughi nurs buror bohut avodra byabhar.

  • @prasannakalita5323
    @prasannakalita5323 2 роки тому +13

    আচল কথা টো হল, কোনেও গুৰুত্ব দি চোৱা নাছিল, ডাক্তৰে কলে লৰা বুলি ,খুব সম্ভৱ ভুলতে তাৰ পাছত নাৰ্চেও একেই ভাষণ দিলে কিয়নো চৰকাৰী কাম এনেকুৱা ধৰণেই হয়, লগতে ডাক্তৰ আৰু নাৰ্ছ সকলক সততে ভগৱান বুলি ভাবি লৈ অভিভাৱক সকলেও তেওঁ লোকৰ কথা মানি ললে,পিছত আচল ভগৱান মাক বা বাপেকৰ চুকত হে আচল কথা টো ওলাই পৰিল।

  • @kkcreativecorner7800
    @kkcreativecorner7800 2 роки тому +7

    Hospital or dokh nohoi jen lagise..iman time nu tekhet hokole swa nasil ne

  • @trueindian5214
    @trueindian5214 2 роки тому +34

    Close Lakhimpur medical college. It is not lives saviours place but a place of tragic ending. So many irregularities , irresponsible doctor's and nurses. I have lost my niece due to negligence of doctors and nurses. Full of corrupted doctors and nurses. They never speak to patient politely. Doctors and nurses should be given a lesson of manner before they are appointed. All nurses of L.m.c.h are arrogant, never speak to patient politely and above all they are blood sucker bugs of poor people. strong investigation should be carried out. I smell fishy in the activities of LMCH staff

  • @akshaytalukdar950
    @akshaytalukdar950 2 роки тому +71

    এই বোৰ কিহৰ যাদু ? সোনকালে তদন্ত কৰক ।

  • @nayanvet
    @nayanvet 2 роки тому +8

    There identification mark should be added, and each babby should be kept separately

  • @user-yi2dy6wj6i
    @user-yi2dy6wj6i День тому

    একো চিন্তা নকৰিবা শ্ৰীকৃষ্ণ আছিল গুছি গ'ল ডাঙৰ দীঘল হৈ ঘুৰি আহিব আৰু ছোৱালীজনীৰক ক্ঙখ মামাই মাৰিব ধৰিলে উৰি যাব

  • @ultra8142
    @ultra8142 2 роки тому +7

    Delivery কৰাৰ Time ত মতা মানুহ কিয় সোমাব নিদিয়ে 😡 কাৰণ
    নিজৰ মতা এ কি নিজৰ মাইকী মানুহ জনি চাব নোৱাৰে নেকি কি বালৰ নিয়ম 😡
    বাহিৰৰ দেশত দেখোন দিয়ে

    • @anyusfavorite2378
      @anyusfavorite2378 2 роки тому +1

      Medical college br t okol ata patient a admit nathake labour room.so kune oin purukhok nijor hokolu dekhai dbo..privacy hokoluke lge

    • @ultra8142
      @ultra8142 2 роки тому

      @@anyusfavorite2378
      Beleg Country t Diee Suun Humabo

    • @mostofask6679
      @mostofask6679 2 роки тому

      @@anyusfavorite2378 tat vir korile suffocation o hobo pare .

  • @RafikulIslam-gy2by
    @RafikulIslam-gy2by 2 роки тому +8

    amar Lakhimpur medical college't bipode log ara nai. anekuwa bohut kiba ata ulta palta hoiye thake.

  • @m.t4181
    @m.t4181 2 роки тому +4

    Delivery room is a busy duty schedule. Pls check properly.

  • @rajuengtiyoutubechannel1558
    @rajuengtiyoutubechannel1558 2 роки тому +1

    Amazing

  • @pradeepsanga9212
    @pradeepsanga9212 2 роки тому +1

    CCTV camera nai neki eman dangor hospitalot wow..

  • @akomanivlogscreenpainting2135
    @akomanivlogscreenpainting2135 2 роки тому +8

    Moi ata kotha kow.. Jar Jar baby jonmo hoisil tewlukok matiu hudha pusha kribo lage

  • @joysingh2414
    @joysingh2414 2 роки тому +8

    CC camera seq korak kunuba ahesil neki,,

  • @krishnapator4076
    @krishnapator4076 2 роки тому +2

    নাৰ্চ সকলৰ সম্পুৰ্ণ প্লেন আছে ভালদৰে তদন্ত কৰক ওলায় পৰিব

  • @dulanboradulan8191
    @dulanboradulan8191 2 роки тому +1

    Dada apunak bahudin pasat dekha paii hukhi holi 💞💞💞

  • @rajuronghang6632
    @rajuronghang6632 2 роки тому +5

    How it was happened ?

  • @jitenmurmu9656
    @jitenmurmu9656 2 роки тому +4

    অসমৰ প্ৰত্যেক হস্পিতলত ঘটনা চ লি থাকে দ য়া মমতা নাই।

  • @rijuwanabegum3325
    @rijuwanabegum3325 2 роки тому +2

    কি হৈ আছে এইবোৰ, এদিন current নাই baby nd মাক মৰিল, এতিয়া আকৌ new case ভালদৰে তদন্ত হব লাগে

  • @pratimaborah7774
    @pratimaborah7774 2 роки тому +2

    Change কৰিছে কাৰুবাৰ চাগে ল'ৰা দৰকাৰ হৈছিল ছোৱালী জন্ম হ'ল ।ডাক্টৰৰ পেক আছে ।।চিঞৰি থাকিব নালাগে তাত থকা সকলো মাতৃকDNA Test korok hokolu Dhora poribo

  • @daas175
    @daas175 2 роки тому +31

    DNA test korile gom pai jabo

  • @nayanchandranath8008
    @nayanchandranath8008 2 роки тому +33

    DNA test korilay hol. Dangor ghatala. Aibor nurse r kaam 100%.

  • @harekrishnahkcspru1989
    @harekrishnahkcspru1989 2 роки тому +1

    Good jb

  • @user-ve1dd9pd5l
    @user-ve1dd9pd5l 6 місяців тому +1

    yes

  • @SDTS2022
    @SDTS2022 2 роки тому +11

    তদন্ত হব লাগে,,🙏

  • @samindas4926
    @samindas4926 2 роки тому +4

    লাখ টকীয়া প্ৰশ্ন কিন্তু? ভাল কৰি তদন্ত কৰিব লাগে। পোৱালি টো সলনি কৰিছে।

  • @hemenchoudhury5917
    @hemenchoudhury5917 2 роки тому +1

    বাপেকৰ কথাবোৰ সন্দেহজনক৷
    পুলিচ লগাই তদন্ত কৰক সকলো ওলাই পৰিব৷

  • @ranjumorang8730
    @ranjumorang8730 2 роки тому +2

    Lakhimapur r doctor burr kiba manokhik bihonggoti hoise jen paisu. Private Hall burt heavy amount pai babe sorkari medical t gurutto kom diye.

  • @TUB07
    @TUB07 2 роки тому +8

    Best option DNA test

  • @kairahazarika1793
    @kairahazarika1793 2 роки тому +12

    Cc tv nai neki

  • @india1157
    @india1157 4 місяці тому +1

    NURSE কামটো কৰিছে,,, এতিয়া ছোৱালী কেঁচুৱাটোক অবহেলা নকৰিলেই হল !!!! বৰ সাংঘাতিক পাপ কৰিলে নাৰ্ছ কেইজনীয়ে 😡😡😡

  • @aditiboruah5632
    @aditiboruah5632 22 дні тому

    তিনিটা যদি ল'ৰা হয় তেন্তে
    তিনিওটা ল'ৰা লগ কৰি চাওক
    নিশ্বয় ৰহস্য জানিবৰ

  • @pulaktamuli3499
    @pulaktamuli3499 2 роки тому +9

    Amak Resulth lage

  • @pranabpathari7101
    @pranabpathari7101 2 роки тому +8

    মতা মানুহ জনৰ ওপৰত সন্দেহ আছে, কিয়নো মানুহ জন কথা কওতে চাবাচোন, কোনো চিন্তা নাইকীয়া কথা কৈছে। তদন্ত কৰক ।

  • @lakshmisonowal5113
    @lakshmisonowal5113 2 роки тому

    Lakhimpur t ai ghotona hoise OMG😱😱todonto hbo lage

  • @debajitbora1792
    @debajitbora1792 2 роки тому

    সন্তানটো জন্ম হোৱা সময়ত যদি ফটো তুলিছে । সেই ফটোৰে অনুসন্ধান কৰক

  • @mintubarman6118
    @mintubarman6118 2 роки тому +5

    baby tur vorit makor name likha Thake kagoj akhont.

  • @deepaksarma3709
    @deepaksarma3709 2 роки тому +13

    হস্পিটেলত আছিল লৰা ঘৰ পাওতে পাওতে হল গৈ ছোৱালী । তামাম জমনি । মায়ংগৰ যাদু ।

  • @monikachangmai2631
    @monikachangmai2631 2 роки тому

    🙏🙏🙏🙏 god hoi

  • @ranjitrajbongshi338
    @ranjitrajbongshi338 2 роки тому

    তাত চি চি কেমেৰাৰ নাছিল নেকি। যদি ভালে দৰে তদন্ত কৰে সকলো ৰহস্য ওলাই পৰিব

  • @aminulhoque6146
    @aminulhoque6146 2 роки тому +25

    Aji kali nurse bilake delevery howar pisot poisa khuji thake.

    • @jesminchowdhory6233
      @jesminchowdhory6233 2 роки тому

      Gotei blk tenekua nhi tne nkba

    • @bobitaboruah8527
      @bobitaboruah8527 2 роки тому +2

      Sob sistr tenekuwa nohai 13bosar baby Rmt duty korilu kunu manuh k poisa khuji puwa nai ji gorake kuje taik kobo

    • @jesminchowdhory6233
      @jesminchowdhory6233 2 роки тому +1

      Um sb sistr khaman buli vabise sage

    • @aminulhoque6146
      @aminulhoque6146 2 роки тому

      @@jesminchowdhory6233 99% poisa khuji thake ami bihut prof paisu

    • @aminulhoque6146
      @aminulhoque6146 2 роки тому +1

      @@bobitaboruah8527 Hoito apuni nkhujibo pare.xokoloi homan nohoi

  • @soldiernoba4377
    @soldiernoba4377 2 роки тому +11

    CCTV footage sawk

    • @nuzrulkhan1221
      @nuzrulkhan1221 2 роки тому

      CCTV dileveri time ot nathake

    • @soldiernoba4377
      @soldiernoba4377 2 роки тому

      @@nuzrulkhan1221 dalivary homoyt na thake but jetiya belek roomt rake tetiya he gom pabo kuntu jgt rakise loi jua tymt change hol nki

    • @nuzrulkhan1221
      @nuzrulkhan1221 2 роки тому

      @@soldiernoba4377 hobo pare but cctv r maitanace problem buli kobo?

  • @ranjanagogoi531
    @ranjanagogoi531 2 роки тому +2

    চি। চি টি ভি চাব লাগে

  • @n-reaction8304
    @n-reaction8304 2 роки тому +1

    Miss understanding 👈👍👍

  • @MEDIC78635
    @MEDIC78635 2 роки тому +3

    Dna test korile buja jabo

  • @axomiyabuarimoitina6081
    @axomiyabuarimoitina6081 2 роки тому +3

    Blood group test korile gom pua jabo sage.....

  • @bhabeshpegu8878
    @bhabeshpegu8878 2 роки тому +1

    মই nurs বিলাকৰ mukor expression টো sai sarijoiyei jen 2 nombori krise jen পাইছোঁ 100%

  • @utpalrabha6143
    @utpalrabha6143 2 роки тому +1

    Doctor je , Chance korile sage

  • @debajitdas9278
    @debajitdas9278 2 роки тому +3

    নাৰ্চ কেইজনীক সন্দেহ আছে ।তিনিটা বেবী কেতিয়াও লৰা নহয় । সলাবৰ বাবে লৰা বুলি কৈছে । তিনিজনী মাক আৰু তিনিটা বেবীক এতিয়াই DNA test কৰাওক আৰু পুলিছ তদন্ত কৰাওক ধৰা পৰি যাব ।

  • @akandas5879
    @akandas5879 2 роки тому +8

    তহঁতৰেই ভূল, নাৰ্ছসহায়কাৰী সকলক দুখ দি লাভ নাই,

  • @mixlive681
    @mixlive681 2 роки тому +1

    Medical burt thoka jibur senior nurse thake khaiburr bohut gafiloti jdi .teulukor krne aibur ghotona hoi.aru teulukor karone bhut prakhuti mohilar kosto hoi...mi oxm sorkarok aru prakhahkonok anurudh kru usit todonto krib lge.nurse bure nijor daityo valdore palon nkrar krne aibur hoi...

  • @debadutta4066
    @debadutta4066 2 роки тому

    একো নহয়। চলি এই থাকিব এইবোৰ। দুদিন মান হে চলিব।

  • @smitabangthai5269
    @smitabangthai5269 2 роки тому +18

    Karu tat photos akhonu nai ne... Aji dinot sobore tat camera thoka mbl ata thake... Akhon pic click koriboloi nuarile ne...jodi rati hui thakute kholoni korise okonmn holeu mukhor akriti monot nai ne... Asorit... Kotha lora pora suwali knkekoi hol... Maak aru ghr mnuhe abaru saboloi homoi napal nki... Lora ne suwali... Ki asorit baru ji nohok dukhi khasti pbo lge. . Ebur huni bhoi a loga hoise aru...

    • @dadusaikia9686
      @dadusaikia9686 2 роки тому +1

      Right..nijor makeu mukh khn nasale.. mur suwali Joni houte agt suwali jonir mukh khn he saislu..kunu kom nohoi..nijor kesuwa tu sini napai.. Lora ne suwali sautehe gom paise

    • @assamesevlogger4836
      @assamesevlogger4836 Рік тому +1

      Jonmor lge lge sob baby bilkk akei lge

  • @milandeka5850
    @milandeka5850 2 роки тому +6

    This is business 😂😂

  • @TaiyeburRahman-ji4ys
    @TaiyeburRahman-ji4ys 6 місяців тому +1

    Sister hokolor mazot bezal todontho hok

  • @simantakalita7503
    @simantakalita7503 2 роки тому

    ঠাইতে লিংগ সলনি,,কি অদ্ভুত

  • @NLP9777
    @NLP9777 2 роки тому +3

    কিবা এটাটো খেলি মেলি আছে, inquiry হব লাগে।

  • @jayantasarma2438
    @jayantasarma2438 2 роки тому

    মেডিকেল বহি বোৰ ছেক কৰক,,,,,cctv ফুতেজ তন্ন টন্ন পৰিক্ষা কৰক,আৰু ওচৰৰ প্ৰতিখন privet চেম্বাৰ চেক কৰক ওলাই পৰিব,

  • @omaamarbazar3158
    @omaamarbazar3158 2 роки тому +2

    কাক বিশ্বাস কৰিবা আজি।
    দুখীয়া কাৰণে চব ভেজাল

  • @santanucaroh1234
    @santanucaroh1234 2 роки тому +13

    অসম চৰকাৰে তদন্ত কৰিব লাগে।

  • @pritipuspabaro3013
    @pritipuspabaro3013 2 роки тому +3

    Change