শিৱসাগৰত অধ্যক্ষক ছুৰীৰে হত্যা ছাত্ৰৰ, অধ্যক্ষৰ চকীত বহি সামাজিক মাধ্যমত হত্যাকাণ্ডৰ স্বীকাৰোক্তি

Поділитися
Вставка
  • Опубліковано 6 лип 2024
  • শিৱসাগৰত ভয়ানক কাণ্ড; অধ্যক্ষক ছুৰীৰে হানিখুচি হত্যা উন্মত্ত ছাত্ৰৰ; অধ্যক্ষৰ চকীত বহি সামাজিক মাধ্যমত হত্যাকাণ্ডৰ স্বীকাৰোক্তি
    Like the official facebook page of News Live: / newslivetvofficial
    Follow News Live on twitter: / newsliveghy
    Connect to our instagram account: / newsliveghy
    Visit our website for all news updates: newslivetv.com/

КОМЕНТАРІ • 169

  • @manojbora2244
    @manojbora2244 25 днів тому +67

    পিতৃ মাতৃৰ নিজৰ লৰা ছোৱালীৰ প্ৰতি থকা অন্ধ মৰম আৰু আদৰেই কাল হৈছে ।

    • @suraz7207
      @suraz7207 25 днів тому

      maak bapok r ki dokh dekhaa paisa a vai...Rabon r make take ram r lgt xeisb krba koixl nk

  • @lakshmipriyadutta1091
    @lakshmipriyadutta1091 25 днів тому +58

    লৰাটোৰ ফটো ভালকৈ দেখাওক ছোৱালীবোৰ সাবধান হব নহলে ফেচবুক,ইষ্টাগ্ৰামত ছোৱালী ফচাব।

  • @amiyabaruah3534
    @amiyabaruah3534 24 дні тому +7

    পৃতি মাতৃ যে অতি মৰম আৰু আনক শ্ৰদ্ধা কৰিব লৈ শিক্ষা নিদযিযাৰ বাবেই এইটো হল । ইয়াত চৰকাৰ ও জগৰীয়া ।

  • @MakhanChetia-ye8lj
    @MakhanChetia-ye8lj 25 днів тому +11

    অপৰাধীক কিয় মোখ লোকোৱাই দিয়া কাৰন কি, উওৰ টো দিয়ক 😡

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 25 днів тому +18

    তাক গুলি কৰি দিয়ক দেখাত সি গুণ্ডা যেন লাগে তাক জীয়াই থাকিবলৈ দিব নালাগে

  • @NripenThakuria
    @NripenThakuria 25 днів тому +32

    ইয়াক জীয়াই ৰাখিলে অনাগত দিনত সি আকৌ এনেকুৱা কাণ্ড কৰিবলৈ কুণ্ঠাবোধ নকৰিব ৷

  • @rinkushivam8759
    @rinkushivam8759 25 днів тому +9

    ল'ৰাটো ড্ৰাগছ্ খোৱা যেন লাগে
    ইয়াক যাৱত জীৱন জেল দিৱ লাগে।

  • @nivagogoi9859
    @nivagogoi9859 25 днів тому +13

    Student ৰ মানসিকতা পৰ্য্যবেক্ষণ কৰিব লাগে , শিক্ষা দিওঁতে ।

  • @rabinbora8739
    @rabinbora8739 25 днів тому +30

    শিক্ষা ক বেপাৰৰ দিশত নিয়াৰ পৰিনতি এইবোৰ

    • @sangitaborrah4499
      @sangitaborrah4499 25 днів тому +3

      Worst comment ever...a person died, and you're justifying it.

    • @thepoliticalawareness1021
      @thepoliticalawareness1021 24 дні тому

      সমাজ খন অধপতনে গল। Internet এ লৰা ছোৱালী সকলৰ মূৰ নষ্ট কৰি দিছে। আজিকালি Online Gaming এ মানুহক হিংসা কৰিব উৎসাহ দিছে।

    • @jayantadutta1024
      @jayantadutta1024 24 дні тому

      Mathat gubor ase neki

    • @rabinbora8739
      @rabinbora8739 24 дні тому +1

      @@jayantadutta1024 মতা মত মোৰ আশা কৰিম মোৰ যুক্তিক যুক্তিৰে কটা ক্ষয় কৰিব , নিজৰ জ্ঞান শূণ্য বিবেক ব্যৱহাৰ কৰি অযুক্তিকৰ বাক্য প্ৰয়োগ কৰি নিজৰ চৰিত্ৰটো দাঙি নধৰিব

    • @ManoharDeka
      @ManoharDeka 22 дні тому

      Yes it's due to toxic feminism n dangers of child he is a good boy n can be good he was good n can provide to scientific development when development occurs some murders are faced but until when the new tech comes it all gets silenced​@@sangitaborrah4499

  • @Hirakjyotideka-
    @Hirakjyotideka- 25 днів тому +6

    মানসিক problem আছে তাৰ।😢

  • @abdulsalim7574
    @abdulsalim7574 25 днів тому +5

    Pitri matri diya hikhar fal...if teacher said tumar olop common sense lagua...then parent said aapooni mur lorak kenekoi nonsense buli kobo pare ..how dare u..

  • @user-mi4qf2sl8s
    @user-mi4qf2sl8s 24 дні тому +2

    Reallyty in kalyug 😢😢

  • @MinakshiRajbongshi-zw9yb
    @MinakshiRajbongshi-zw9yb 24 дні тому +2

    ইয়াক ৰাজহুৱা ভাৱে শাস্তি দিয়ক। নহ'লেই আৰু কি কৰে ঠিক নাই।

  • @asikurali1982
    @asikurali1982 24 дні тому +1

    কেৱল ছাত্ৰজনক দোষাৰোপ কৰিলে নহ'ব। ছাত্ৰজন সমাজৰ আইনাৰ এটা প্ৰতিবিম্ব। অৰ্থনৈতিক প্ৰতিযোগিতাত নীতিহীন সমাজ এখনৰপৰা বহু বেছি আশা কৰিব নোৱাৰি। সমাজত একাংশ মানুহে শিক্ষকৰ প্ৰতি কৰা ব্যৱহাৰৰ নমুনাও মন কৰিবলগীয়া। ছাত্ৰজন যদিও কৈশোৰকালৰ, কঠোৰ শাস্তি পাব লাগে।

  • @user-bh9nq6rp3n
    @user-bh9nq6rp3n 22 дні тому +1

    কি যে দিন কাল হ'ল মাক দেউতাকৰ মৰমে বেছি ল'ৰা ছোৱালী ধঙস কৰে। মানুহৰ অন্তৰত মৰম স্নেহৰ অভাৱ হ'ল।

  • @kironSinha-ts3ho
    @kironSinha-ts3ho 25 днів тому +2

    What is the name of culprits

  • @user-xo6rn9ik9s
    @user-xo6rn9ik9s 25 днів тому

    Very sad

  • @phoenix.3111
    @phoenix.3111 25 днів тому

    😢

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 25 днів тому +2

    শিক্ষক সকলক অনুৰোধ আপোনাৰ লোকৰ এখন ঘৰ সংসাৰ আছে এতিয়া ৰ পৰা কোনো ছাত্ৰ ছাত্ৰী ক পঢ়াৰ ক্ষেত্ৰত ভাল বেয়া একো নকব শিক্ষক জন মৰি গল সি সৰু লৰা বুলি শাৰী যাব শিক্ষক জনৰ লৰা ছোৱালীৰ ভাৰণ পোষণ কোনে দিব কি চৰকাৰী চাকৰি কৰিছিল তালৈকে পেনচন পাব

  • @plabitabora-nt4op
    @plabitabora-nt4op 22 дні тому +1

    দুই চাৰি জনে সঠিক কথা লিখিছে ।এচাৰিৰ শিক্ষা যেতিয়াই শিক্ষকৰ হাতৰ পৰা চৰকাৰে ছাত্ৰ -ছাত্ৰী ক অধীক ভাল শিক্ষা দিয়াবৰ বাবে অঁতৰাই দিলে তেতিয়াই চাত্ৰ ছাত্ৰী সকলে ধাৰনা কৰি ল'লে " আমি এতিয়া নিৰাপদ " চৰকাৰ আমাৰ পক্ষত ।আমি শিক্ষকক যি কঁও যি কৰো তাত শিক্ষকৰ পাৱঁৰ নেখাটিব ।এই ছিন্তা একাংখ ছাত্ৰ -ছাত্ৰীৰ সুধান্তই হৈ পৰিল । অৱশ্যে আৰু বহু কাৰণ সোমাই অছে ইয়াত । আমি গাঁৱৰ স্কুল বোৰত ও দেখিবলে পাইছো এম ই স্কুলৰ ছাত্ৰ -ছাত্ৰীয় স্কুলত গুৰু গোসাই নমনা হ'ল । শিশু প্ৰেমৰ - প্ৰথম প্ৰেম ভাল পোৱাৰ মন্দিৰ হ'বলে লৈছে শিক্ষা মন্দিৰ স্বৰূপ স্কুল ।হায় ৰাণ হৈ গৈছে শিক্ষক শিক্ষয়ত্ৰী এই জেং ভাঙোতে । গতিকে চৰকাৰী স্কুলৰ অবিহনে কিবা আইনৰ আওতাত সোমোৱাই এই সমষ্যাৰ সমাধানৰ চিন্তা কৰাটো বৰ জতিল ।

    • @mitagautam9544
      @mitagautam9544 18 днів тому

      Right

    • @angshumangayan3912
      @angshumangayan3912 17 днів тому

      এচাৰিৰ কোবত এতিয়াওঁ ছাত্ৰ ছাত্ৰীৰ মৃত্যুৰ খবৰ ওলাই থাকে, শিক্ষকে ছাত্ৰ ছাত্ৰীক অলপ পঢ়াত দুৰ্বল হʼলেই তাহাঁতক কৰা মানসিক নিৰ্যাতন চোকা লʼৰা ছোৱালীৰ লগত তুলনাৰ আনকি শিক্ষকক সুধিবলৈ গʼলেওঁ কৰা অপমান,ইতিকিং মস্কৰাৰ ফলত কিমান লʼৰা ছোৱালীয়ে আত্মহত্যা কৰে তেতিয়া আপোনালোকৰ মাত কলম কিয় নোলায়? নে আপোনাৰ মানৱতা একপক্ষীয়

  • @paragthakuria1995
    @paragthakuria1995 25 днів тому

    হায় হায় মানৱতা😱😵😱

  • @user-fc8iw3qe3n
    @user-fc8iw3qe3n 24 дні тому +1

    Jai hind

  • @shyamalbiswas1449
    @shyamalbiswas1449 24 дні тому +1

    Bohut beya korile dei 😢😢😢

  • @sumantatalukdar8351
    @sumantatalukdar8351 25 днів тому +9

    Ami jetia pohisilu aru jetia vul krisilu Tetia sir aru baideu e amak khub pitisil aru ami ghrt u nkou j muk sire ba baideu marise buli .Iyat nukuar dangor ata karon asil .Jodi moi kolu hoi j maa deuta muk marise sir .baideu hote Tetia ulutai Mur maa bikhekh k deutai pithi falidile hoi aru kole hoi vul korile xakhon kriboi..ajir din beleg..😢😢

  • @loyal1556
    @loyal1556 24 дні тому

    Everything should have a limit

  • @abinathhazarika5636
    @abinathhazarika5636 24 дні тому +1

    Encounter kori dibo lage student jonnok, in future t kuneu jate ankua kando koribo nuware🙏

  • @puspadhardowarah1932
    @puspadhardowarah1932 24 дні тому +1

    লৰা-ছোৱালী /ছাত্ৰ ছাত্ৰী বেয়া প্ৰথম অৰিহনা চৰকাৰ/অভিভাবকৰ।এছাৰীৰ আগত বিদ্যা।যেতিয়া এছাৰীৰ দ্বাৰা শিক্ষা দিয়া হৈছিল তেতিয়া ঠিকেই আছিল। লৰা-ছোৱালীক অনুশাসন কৰোতেই যদি এনে ঘটনা হয়; তেতিয়ালৰা-ছোৱালীক শিক্ষক -শিক্ষয়িত্ৰীয়ে কেনেকৈ শিক্ষা প্ৰদান কৰিব/শাসন কৰিব? তেতিয়া লৰা-ছোৱালী কেনেকৈ ভাল হব? লৰা -ছোৱালীক গালি পাৰিব নোৱাৰে;কোবাব নোৱাৰে;শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰিব নোৱাৰিব।এইবোৰ"চৰকাৰৰ পদক্ষেপ। ইয়াকে গইনা লৈ অভিভাবকৰো একেই মত।এইটো লৰাই ঘৰতো বোধহয় কাৰো কথা নুশুনে!ইয়াক জীয়াই ৰাখিলে ই বহু অশান্তিৰ সৃষ্টি কৰিব।গতিকে মাৰি পেলোৱাই উচিত।

  • @saytanathtamuli9975
    @saytanathtamuli9975 24 дні тому +1

    এই বিলাক লৰাই অগৰলৈকে বেয়া কাম কৰিবলৈ অলপো ভয় নকৰে ।

  • @blueocean9430
    @blueocean9430 24 дні тому +2

    Johora......

  • @kaberiborah9859
    @kaberiborah9859 24 дні тому +1

    There is something behind crime'in this scenario...
    Psychologist know may be...
    Heikarone lora suwali k students k morom koribo Lage
    Personalized....

  • @kusumbaruah2336
    @kusumbaruah2336 14 днів тому

    চৰকাৰৰ দায়বদ্ধতা নাই মানুহ মৰা মানুহক শান্তি নিদেৰ্শ নাই বাবে এইবোৰৰ কাম কৰি আছে। ৰজাৰ শাসন ব্যৱস্থা নাই,ৰাজনৈতিক নেতা সকলে এই বিষয়ত জড়িত থকা দেখা যায় 😢

  • @thekhatiguy813
    @thekhatiguy813 25 днів тому +1

    Violent watching Web series effect

  • @mukutborah4081
    @mukutborah4081 24 дні тому +1

    পিতৃ মাতৃ সকলে সন্তান চকু নিদিয়া ফল, জোখতকে বেছি মৰম কৰা।

  • @hiranmoipathak1703
    @hiranmoipathak1703 20 днів тому

    আচলতে মানুহ তিনিটা শ্ৰেণীৰ শাস্তই লিখা আছে .
    1/ দেৱগণ
    2/ নৰগণ
    3/ ৰাখক গণ
    গতিকে দেৱগণ আৰু নৰ গণ যিমানেই বুঢ়া নহক কিয় কনো দিনেই নৰ হত্যা কৰিব নোৱাৰে
    ১৮ বছৰ নাবালক , হলেও হত্যা কামটো নাবালক নহয় ।
    ৰাখক হোৱা বাবে নৰ হত্যা কৰিব পাৰে ।
    ই মানুহ ৰ ৰক্ত পান কৰিব পাৰিব
    গতিকে নাবালক বুলি কেতিয়াও খমা নকৰিব . মৃত্যু দণ্ড দিব লাগে !

  • @suravispakghor4443
    @suravispakghor4443 25 днів тому +7

    Ai Loratuk mari palabo lage

  • @sharanggoswami5726
    @sharanggoswami5726 20 днів тому

    I was one of the 1st student of Rajesh babu Bezabara , he came to guwahati Assam back in 2012 to teach us Chemistry , this is a very sad incident but what I could remember from my time with sir was that he was not at all tolerant towards other people , he had a very rude behaviour and was extremely aggressive towards students he thought was less sharp . He was slapped infront of everyone by one of his student back in 2013 so he has that history behind it . Saying all of that , I still would say that it is not enough reason to take someone's life , he was a teacher , and someone's husband , father , son and this student had no right to take him away from his loved one's . I pray for sir,s soul , may he find peace

  • @utpalkumarpatgiri1663
    @utpalkumarpatgiri1663 24 дні тому +1

    পৰিয়ালৰ সন্তানক সময় দিবলৈ সময় নাই । মাক দেউতাক মোবাইল লৈ ব্যস্ত ।

  • @jayantabora3728
    @jayantabora3728 24 дні тому

    কলি যুগ

  • @air33-ias53
    @air33-ias53 24 дні тому +1

    মাক বাপেক এক নম্বৰ আজি কালি। লৰা ছোৱালীক টুপ এটাও পৰিব নিদিয়ে। আগত চেকণিৰ আগত বিদ্যা আছিল। আজি কালি মাক বাপেকে নিজেই লৰা ছোৱালীৰ পৰা চেকণিৰ কোব খাবলৈ ৰৈ থাকে।

    • @angshumangayan3912
      @angshumangayan3912 17 днів тому

      চেকণিৰ আগত বিদ্যাৰে এই ঘটনাৰ প্ৰতিফলন তাতে আকৌ ছাত্ৰক প্ৰদান মানসিক অত্যাচাৰ সমগ্ৰ শ্ৰেণীকোঠাৰ আগত , হেৰৌ সৌ তাহানিৰ দিনতে ৰবীন্দ্ৰনাথ ঠাকুৰৰ দৰে বিদগ্ধ পণ্ডিতে চেকণিৰ আগৰ বিদ্যা যে কিমান ভয়াবহ আৰু ভাতৌলেখীয়া আগতেই উল্লেখ তেখেতৰ গ্ৰন্থত কৰি গৈছে যাৰ বাবে তেওঁ ঘৰতে শিক্ষাগ্ৰহণ কৰি নʼবেল প্ৰাইজ আনিছিল, সময় পালে তেখেতৰ কিতাপ খন পঢ়িলে ভাল, তেতিয়া হে মগজু update হʼব

    • @air33-ias53
      @air33-ias53 17 днів тому

      @@angshumangayan3912 আপোনাৰ দৰে পণ্ডিতৰ বাবেই আজিৰ যুব প্ৰজন্মৰ এনে অৱস্থা। আপোনাৰ লৰা ছোৱালী কেইটাক নিদিব চেকণিৰ বিদ্যা। পিছত পুলিছে আৰু পাব্লিকে সেই কাম কৰিব নিশ্চয়। সকলো লৰা ছোৱালী ৰবীন্দ্ৰনাথ টেগৰ নহয়। কিছুমান এনে অতপালি অসুৰ হৈও জন্ম লয়। গতিকে গা গছ দাল টান হোৱাৰ আগতে উচিত শিক্ষা দি গা গছ ডাল পোন কৰা টো ভাল।

    • @angshumangayan3912
      @angshumangayan3912 17 днів тому

      @@air33-ias53 মূৰ্খামিৰো এটা সীমা থাকে, নিজৰ low IQ পৰিচয় দিয়াৰ বাবে ধন্যবাদ , শিক্ষাদান আৰু শিক্ষকৰ কাম চাৰ্কাছৰ ৰিংমাষ্টাৰৰ দৰে বনৰীয়া জন্তুক ঘৰচীয়া নাচ নচোৱাবৰ বাবে নহয়, চেকনিৰ আগত বিদ্যাৰ ফলত শিক্ষকৰ মাৰপিটৰ ফলত মাজে সময়ে লʼৰা ছোৱালীৰ মৃত্যু হোৱা খবৰ ওলাই থাকে যিবোৰ সামান্য পঢ়া শুনা বুজাৰ ক্ষেত্ৰ বা বিষয়তে হয়, তেতিয়া আপোনালোকৰ নিচিনা কদৰ্য মগজৰ মানুহ বোৰ কʼত মৰি থাকে গৈ মাত এষাৰ মাতিবলৈ আঁহৰি নাই তেতিয়া, মোৰ বাৰু ঘৈণী লʼৰা ছোৱালী নথকা মানুহ, কিন্তু আপোনাৰ লʼৰা ছোৱালীয়ো যদি তেনেকৈ সামান্য দোষত মৃত্যু হʼল হয় শিক্ষকৰ মাৰ খায় তেতিয়া আপোনাৰ কিমান ভাল লাগিব হয়নে? শ্ৰেণীকোঠাত এতিয়াওঁ শিক্ষকে পঢ়াত দুৰ্বল সকলক চোকাবোৰৰ লগত তুলনা কৰি কিমান বৈশম‌্যমূলক আচৰণ কৰে পঢ়া বিষয়তো প্ৰশ্ন কৰিলে ঠাত্তা,অপমান, ইতিকিং কৰে এতিয়াওঁ সেইয়া সকলোৱে জানে, কিমান ছাত্ৰ ছাত্ৰী হীনমন্যতাবোধৰ স্বীকাৰ হৈ আত্মহত্যা, মানসিক ৰোগৰ চিকাৰ হয় , এনেবোৰ শিক্ষক শিক্ষা ব্যৱস্থাৰ বাবেই ছাত্ৰ ছাত্ৰীৰ আত্মবিশ্বাস, আত্মসন্মান শেষ হয়, তেতিয়া আপোনালোক ক'ৰবাত মৰি থাকে কাৰণ আপোনালোক এনে শোষণ ব্যৱস্হাৰ সমৰ্থনকাৰী, আশা কৰোঁ আপোনাৰ লʼৰা ছোৱালী নাতি পুতি এনে শোষণ ব্যৱস্হাৰ যন্ত্ৰাত চটফটায় ফুৰে

  • @SwapnaIngti-ku7gj
    @SwapnaIngti-ku7gj 25 днів тому +1

    Kune anekuwa odhom xontan jonmo dise oii.e ata manoxik rugi hoi.

  • @Tribenee
    @Tribenee 21 день тому

    😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭😭

  • @Isreali_
    @Isreali_ 25 днів тому

    Bohut Bhal kam korile Akhom ot aru hobo lage Education School Aru College Joalai dibo lage

  • @SuryaDihingia
    @SuryaDihingia 25 днів тому +2

    Only because of adoption of Western education system. We forgot our traditional education system " Seconir aagot shiksha". No moral teaching in our school now a days. Easily availability of drugs

    • @Ujh476
      @Ujh476 25 днів тому

      Ekdom right kole✅️💯, no MORAL TEACHINGS in SCHOOLS nowadays to the upcoming generation,no teaching of DICIPLINE by the teachers "in India".
      But he was new to this institution to 11th.

    • @DebarshiKashyap
      @DebarshiKashyap 24 дні тому

      this is fucking gen-z

    • @SuryaDihingia
      @SuryaDihingia 22 дні тому

      Only school like Shankardev shishuniketan giving moral teaching to the system.

    • @junsaikia6521
      @junsaikia6521 22 дні тому

      Yes, I agree with you brother.I haven't listened any news (this type of incidents)till now.

    • @ManoharDeka
      @ManoharDeka 22 дні тому

      ​@@SuryaDihingiabut succes rate less hou sankardev niketanot and besi bhaag drugs or phaale jaai

  • @digantajyotibordoloi5528
    @digantajyotibordoloi5528 25 днів тому +6

    লৰা টু ঘৰ খন দেখুৱাব লাগে সামাজিক ভাৱে মাক ক বয় কত কৰিব লাগে

  • @trishnasaikia8062
    @trishnasaikia8062 24 дні тому

    Fast Dib lage

  • @kowchikpatgiri4852
    @kowchikpatgiri4852 22 дні тому

    কি কম আৰু কবলৈ ভাষা নাই

  • @shreyasarmah4801
    @shreyasarmah4801 16 днів тому

    ছাত্ৰজনৰ নাম আৰু মাক দেউতাকৰ নাম কিয় দিয়া নাই? ল'ৰাজনৰ মুখ খন ভালদৰে দেখাব লাগে আৰু কিশোৰ বুলি এৰি দিব নালাগে। অপৰাধীৰ কঠোৰ শাস্তি হ'ব লাগে।

  • @MinakhiBorah-qw6bu
    @MinakhiBorah-qw6bu 24 дні тому +1

    Ai2 moi log pua hole...Gundam Giri uleai delu hoi...

  • @user-hy6si8yf5m
    @user-hy6si8yf5m 23 дні тому +1

    মাক-দেউতাকৰ সংস্কাৰৰ অভাৱ

    • @angshumangayan3912
      @angshumangayan3912 17 днів тому

      কি বালৰ সংস্কাৰ, শিক্ষক শিক্ষা ব্যৱস্থাৰ বৈষম্য ইয়াৰ প্ৰতিচ্ছবি, বাপেক মাকে লʼৰা ছোৱালীক স্কুল কলেজলৈ কিছু শিক্ষকৰূপী দানৱৰ ওচৰত নিৰ্যাতিত হʼবলৈ নপঠিয়ায় পঢ়া শুনাত অলপ বেয়া হʼলেই গোটেই ক্লাছৰ আগত কৰা অপমান,ইতিকিং,হাঁহি,ঠাট্তা মস্কৰা মানৱতা আৰু সততাৰ পৰিচয় নহয় আৰু যি বিলাক ছাত্ৰ পঢ়াত ভাল সিহঁতক নিজৰ লʼৰা ছোৱালীৰ নিচিনা মৰম, এই ঘটনাটোৰ বাবে জগৰীয়া শিক্ষা ব্যৱস্হা যদিওঁ এই হত্যাকাণ্ডক তীব্ৰ গৰিহণা দিছোঁ

  • @koushikdas6588
    @koushikdas6588 24 дні тому

    Ki din poril 😢😢

  • @prabingogoigogoi1065
    @prabingogoigogoi1065 25 днів тому

    Assam law, low quality.

  • @bdboy8066
    @bdboy8066 22 дні тому +1

    Mnuh mara tu kintu bea hoise.
    Kintu eta kotha satro jonr ba ki request asil kheitu teacher ye nubujile baa teacher or kiba bhul asil satrojor monedi.
    Kheitu buji napale satrojon katha pati problem tu solve kribo lgisil aru

  • @wahidabegum2555
    @wahidabegum2555 25 днів тому +1

    Fasi dibo lage

  • @IshakBodra-qr6jj
    @IshakBodra-qr6jj 24 дні тому +1

    Drug addicted

  • @birendeka2082
    @birendeka2082 25 днів тому +2

    Maak bapek besi dukhi bhal ejucation diya ni gharat

  • @user-em7up5ev8z
    @user-em7up5ev8z 25 днів тому +1

    Student tu photo valkoi dekhuaba lage. Iyak gurula gurula koi pitibo lage

  • @akanmanideka9348
    @akanmanideka9348 24 дні тому

    মাক বাপেক বোৰৰ অন্ধ মৰমৰ বাবে লৰাৰ এই কান্ধ

  • @user-ye7ix3ye6e
    @user-ye7ix3ye6e 25 днів тому

    Ma baba karone lora suwali enekua hoi

  • @DebarshiKashyap
    @DebarshiKashyap 24 дні тому

    Koli yug soli ase aibur hoboai😢

  • @indianjourney5049
    @indianjourney5049 25 днів тому

    Fikaah clsss do ...❤❤Education do basso ko moral legal❤

    • @Ujh476
      @Ujh476 25 днів тому

      In SCHOOLS...
      But he was very new to this college to class 11.

  • @dipunath6651
    @dipunath6651 24 дні тому

    Social media babe

  • @Nityanand-zu5wr
    @Nityanand-zu5wr 25 днів тому

    Det is olso alijuel 2

  • @SaniBaro
    @SaniBaro 25 днів тому +1

    Guru hatya maha paap . Yak Fasi dibo laage

  • @Nityanand-zu5wr
    @Nityanand-zu5wr 25 днів тому

    Tec is ok apuna louki kiya dor geya

  • @hridoybabuassampolice2591
    @hridoybabuassampolice2591 24 дні тому

    Akhil gogoir jaigat kio anekuwa hoise jodi kiba karone dispurot holhoi akhile kiman je himantak jaril hoi

  • @user-oz7ec3ps1f
    @user-oz7ec3ps1f 18 днів тому

    Sycological problem

  • @user-sc4fg4rh5b
    @user-sc4fg4rh5b 25 днів тому

    Father mother kot ase

  • @Nityanand-zu5wr
    @Nityanand-zu5wr 25 днів тому

    Cas tu ki moi kom tar upai

  • @sahedalisahedali5273
    @sahedalisahedali5273 25 днів тому +7

    এই কামটো যদি কোনোৱা এজন মুছলমান ছাত্ৰ কৰিলেহেতেন তেতিয়া হ'লে ওহ ৰাম ৰাম ৰাম কত যে কি কলেহেতেন ।

    • @JLI321
      @JLI321 25 днів тому +1

      Akdom hosa

    • @ub7471
      @ub7471 24 дні тому

      আগকটাই আনিলেই নহয় ধৰ্মৰ কথা । কাম নাইকীয়া অলগৰ্ধ কৰ'বাৰ ।

    • @DebarshiKashyap
      @DebarshiKashyap 24 дні тому

      Hol hoi tu karon tohot tu aru besi jihadi mentality r he hoi 😂

  • @samirnath8260
    @samirnath8260 24 дні тому

    Student organization bur or karone. Student union bur Assam ot parralal government solabo bisare...

  • @radhikaenterprises3307
    @radhikaenterprises3307 24 дні тому

    Dangor lesson at dibo laga... Encounter hobo laga...

  • @MakhanChetia-ye8lj
    @MakhanChetia-ye8lj 25 днів тому

    সিৱসাগৰ ৰটো এনেকোৱা লৰা আছে নে, 🤔😡

    • @ManoharDeka
      @ManoharDeka 22 дні тому

      Assam is a criminal state tribe mentality

  • @shyamalbiswas1449
    @shyamalbiswas1449 24 дні тому

    Hotat beya bisar koribo nalage

  • @user-ml9to2ei6l
    @user-ml9to2ei6l 24 дні тому

    Otitor hikhya potdhoti bohut holoni hol

  • @akramzorahi8618
    @akramzorahi8618 21 день тому

    Male female kora junik dui thappor dibo kage; asol issue hol e plN kori marise; and e basi jabo nalage

  • @cmpdas9787
    @cmpdas9787 24 дні тому

    Minor buli ari dile nhbo !! Nhle aru anekua ghotona hoi thkpo !! Crime is crime ! Age doesn't matter !! Jdi mnh maribo parise then jail t jbo o paribo lgbo.... Discipline is necessary to become a good student.

  • @rajudas4428
    @rajudas4428 24 дні тому

    Tak guliai diok

  • @user-fg9qc7xv2y
    @user-fg9qc7xv2y 25 днів тому

    No ledel

  • @AmrithPayeng-gm1bw
    @AmrithPayeng-gm1bw 25 днів тому

    eman dangr colleg got komse kom security rakibo lagi sile

  • @parbatisarmah-zh7bp
    @parbatisarmah-zh7bp 25 днів тому

    Ma'k dewtakk kio dekhuwa nai. Ji bisare take diya babe anekuwa huise

  • @user-em7up5ev8z
    @user-em7up5ev8z 25 днів тому +1

    Taak Mari pelabo lage

  • @aniramdoimary8355
    @aniramdoimary8355 25 днів тому

    Akhil dada kat gol

  • @rajibroyroy-vr7dk
    @rajibroyroy-vr7dk 25 днів тому

    Ai larathuk pakarot bhut zalakhia humai dibalagy tarpasot jailot bharidibalagy.

  • @jumibora6914
    @jumibora6914 24 дні тому

    মাক বাপেকৰ বাবে হৈছে

  • @fury5776
    @fury5776 24 дні тому

    Aibur lorak kati 10 tukur koribo lage

  • @Nityanand-zu5wr
    @Nityanand-zu5wr 25 днів тому

    Tes ka golte hi

  • @user-xb7wc9sd2i
    @user-xb7wc9sd2i 25 днів тому

    Mati piti vul hoi

  • @payalboruah-dn9nr
    @payalboruah-dn9nr 25 днів тому

    Jikunu ata lora baa ata manuh beya kam korile beya tew maa kor kunu aku dai ny karon tew nijor lora baa suwalik beya dikh nadekwai

  • @parhanabegum9534
    @parhanabegum9534 25 днів тому

    Nabalok buli xari jabo.gotike pitibo nuwarile neki kuneu.

  • @user-xw2sz7hr2w
    @user-xw2sz7hr2w 24 дні тому

    Aii bur ghotonar karon mak joni, karon makor gat noitik sikhya nai aru nijor hontan tuku noitik hikhyar knowledge nidiye. Moi nije dakhisu ane makor kando gyan hin, onoitik asoron.

  • @ratanpatar5445
    @ratanpatar5445 25 днів тому

    Eyak encounter krib lage beleg ktha aku nai...aru beya krib nhle...tak ses kri dib lage...moi koisu guliai dib lage tar jiai thaka adhikar nai....pagol hoi eyak mari pelab lage

  • @JLI321
    @JLI321 25 днів тому

    Bikrit magaju nhoy hustho magaju hoy

  • @jiyarabha5173
    @jiyarabha5173 25 днів тому

    Lora tur name lua nai je.. Ami janibo bisaru lra tur nam..

  • @MenokaTurung-s5h
    @MenokaTurung-s5h 25 днів тому

    Ai loratuk mak bapekor agot thiyo korai khusi khusi maribo lage. 9:42

  • @user-hi3qz8ww9t
    @user-hi3qz8ww9t 24 дні тому

    Pitri aru matrir bhul. Putakok college r para uliai diar pisato mak bapekar laj ni. Nalbari

  • @rajudas4428
    @rajudas4428 24 дні тому

    Khi drugs khai marise sage

  • @lukumailekharu1022
    @lukumailekharu1022 25 днів тому

    Facecuttingdakhiboloi wild animal janlage.studentor.

  • @RahulIslam-oh6dc
    @RahulIslam-oh6dc 24 дні тому

    Teacher rr vol

  • @TultulDas-hs6ud
    @TultulDas-hs6ud 25 днів тому

    Pagol tu wa xikxokok hoitia kori sokit bohi fb live dise taku Princeipal sokit bohi. Baki kunu manuh nasil na sai thait. Tak bolia kukurok mora di maribo lagisil... 😢

  • @user-eb6ze2ul7b
    @user-eb6ze2ul7b 24 дні тому

    Fadi diyok loratuk