| MULAGABHARU | ABAHAN THEATRE | 2019-20 |

Поділитися
Вставка
  • Опубліковано 15 січ 2025

КОМЕНТАРІ • 426

  • @parasborah7566
    @parasborah7566 4 роки тому +18

    বহুত বহুত বহুত ভাল লাগিল কবলৈ ভাষা নাই, নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য, প্ৰস্তুতি বাৰ লগতে সকলো শিল্পী কলা-কৌশলীলৈ ধন্যবাদ ইমান এখন ধুনীয়া নাটক উপহাৰ দিয়াৰ বাবে ৷ আবেগিক হয় গৈছোঁ এজন অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছো ৷

  • @gyandeepnath3600
    @gyandeepnath3600 2 роки тому +8

    সঁচাকৈয়ে প্ৰস্তুতি বাৰ প্ৰতিটো সংলাপ শুনাৰ লগে লগে যেন গাৰ নোম শিঁয়ৰি উঠে । সঁচা অৰ্থত তেওঁ এগৰাকী সুদক্ষ অভিনেত্ৰী। অসমীয়া নাৰী সদায় সবল । যেতিয়াই যেতিয়াই অসমী আইৰ বুকুত বঙালে আক্ৰমণ কৰিবলৈ চেষ্টা কৰিব তেতিয়াই তেতিয়াই আকৌ এগৰাকী মূলা গাভৰুৰ জন্ম হʼব । অসমীয়া নাৰী সদায় সবল আৰু সাহসী। অসমীয়া নাৰীৰ পৰাক্ৰমত সকলো শত্ৰুৱে হাৰ মানিব লাগিব । আৱাহন গোষ্ঠীক অশেষ ধন্যবাদ যে তেওঁলোকে আকৌ এবাৰ অসমীয়া ৰমনীৰ বীৰত্বৰ কথা সোঁৱৰাই দিলে । অসমীয়া নাৰীৰ বাবে বীৰাংগনা মূলা গাভৰু সদায় আদৰ্শ । জয় আই অসমী 🙏🙏🙏

  • @kartikkalita5772
    @kartikkalita5772 3 роки тому +4

    Bohut dhuniya lagise ba apuni he pare anekowa abhinoi koribo, anekuwa lagise mula gabharu Jen apunar nisinai asil, apuni mor favourite Hoi🥰😘

  • @babu.kalita2014
    @babu.kalita2014 4 роки тому +59

    অদ্বিতীয় প্ৰস্তুতি পৰাশৰৰ অভিনয়,,এয়া কেবল প্ৰস্তুতি পৰাশৰৰ বাবে সম্ভব হৈ উঠিছে,মূলাগাভৰুৰ best natok hoise,,,

    • @pranabjyotiborah7914
      @pranabjyotiborah7914 4 роки тому +1

      Ketiwau nhy hokolure hundor ovinoi

    • @bondanakonwar3586
      @bondanakonwar3586 3 роки тому +1

      @@pranabjyotiborah7914 Yes

    • @mridulkalita7959
      @mridulkalita7959 3 роки тому

      @@pranabjyotiborah7914 akdom right kotha okol prastuti e obhinoy kore neki naatok khonot faaltu kotha kobo ahaa jogesh daa r acting besi bhaal no 1

  • @pabanduwarah5074
    @pabanduwarah5074 4 роки тому +10

    মূলাগাভৰু!সৌয্য-বীৰ্য্যৰ প্ৰতীক হিচাপে প্ৰতিজন অসমীয়া ৰ বুকুত চিৰদিনৰ বাবে জিলিকি থাকিব তোমাৰ নাম।লগতে সাৱলীল অভিনয়ৰ দ্বাৰা সকলো চৰিত্ৰ পৰিস্ফূত কৰি তোলাৰ বাবে নাট্যদলটিলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলো।।

  • @dipuhandique7214
    @dipuhandique7214 4 роки тому +44

    ৰৈ আছো বা।বহুত হেপাহেৰে। মনটো এতিয়াহে ভাল লাগিছে

  • @pompiduarah6088
    @pompiduarah6088 4 роки тому +11

    বহুত ভাল লাগিল চাই।তেজ উতলি যোৱা সংলাপ,কি সুন্দৰ অভিনয় কবলৈ ভাষা নাই।

  • @dhrubajyotikalita6834
    @dhrubajyotikalita6834 4 роки тому +9

    Ohhh God... Moiiiiiiiiii bohuttt besiiii exiteddddd
    Ganeshguri salu last year kintu enekua lagesl akou katia sabo pam
    But at last.. Ufff.. Mur dekhie গাৰ নোম সিঁয়ৰি ase. Kenekua ekhon natok. Ufff.. প্ৰত্যেকজন অসমীয়াই চোৱা দৰকাৰ এই নাটকখন। প্ৰস্তুতি বা অশেষ ধন্যবাদ.

  • @dulalnath145
    @dulalnath145 4 роки тому +4

    মূলা গাভৰু বহুত হেঁপাহেৰে চাইছো. বহুত বহুত ভাল লাগিল

  • @dhrubajyotikalita944
    @dhrubajyotikalita944 4 роки тому +55

    নতুন ৰূপেৰে - নতুন নামেৰে - নতুন সাঁজেৰে আই অসমীক কৰাল গ্ৰাসৰ পৰা উদ্ধাৰিবলৈ-অসমী আইৰ ওপৰত কলংক সানিব খোজা বঙাল সকলক শিৰচ্ছেদ কৰিবলৈ হে বীৰাংগনা পুনৰ তুলি লোৱা তোমাৰ হেংদাং 🙏🙏🙏 প্ৰশংসাৰ ভাষা নাই !

  • @PriyaBora0122
    @PriyaBora0122 4 роки тому +79

    অসমীয়া নাৰীয়ে যুজিব হে জানে হাৰিব নাজানে......!
    জয় আই মাতৃ ভূমি❤️

  • @bhargavdeka8256
    @bhargavdeka8256 4 роки тому +8

    তুৰ্বক খানৰ চৰিত্ৰত যোগেশ কাশ্যপৰ অভিনয় অতুলনীয়

    • @chayanikakalita7430
      @chayanikakalita7430 3 роки тому +4

      His acting ultimate❤...all time favourite Jogesh Kashyap daa...

    • @mridulkalita7959
      @mridulkalita7959 3 роки тому +2

      Akdom right teo bhraamyomaan theatre r bortomaan no 1 durdaanto abhineta love you so much jogesh daa ❤❤❤🙏🙏🙏🔥🔥🔥

  • @digantadutta8204
    @digantadutta8204 4 роки тому +6

    যোৰহাটলৈ আহিব বুলি শুনি চাম চাম বুলি আশা কৰি থাকোতেই কৰুণা ওলালেহি মনৰ আশা মনতে মৰহিলে । আজিহে চাই মনটো ভাল লাগিছে । বৰ সুন্দৰ অভিনয় বা । ধন্যবাদ ।

  • @bhupenhazarikalifeandbiogr1272
    @bhupenhazarikalifeandbiogr1272 3 роки тому +2

    বীৰৰ জীয়ৰী আমি আহোম ৰমণী- সাংঘাতিক সংলাপ আৰু অভিনয়। এখন ঐতিহাসিক নাটক উপহাৰ দিয়াৰ বাবে আবাহন থিয়েটাৰক ধন্যবাদ

  • @jintudas2280
    @jintudas2280 4 роки тому +6

    মনটোৱে এতিয়াহে শান্তি পাইছে....ভাৱিয়ে আছিলো এইখন নাটক নিদিয়ে নেকি....ধন্যবাদ বা....

  • @abhijitbardoloi6568
    @abhijitbardoloi6568 3 дні тому

    I like the drama and the acting of all actors... I hope we shall get such type of historical drama of Assam history and mythology related to Assam in future... Jay Aai Asom...

  • @biki_bor_neel_official938
    @biki_bor_neel_official938 4 роки тому +9

    বহুত হেঁপাহেৰে আছোঁ ♥️♥️♥️♥️♥️♥️
    যিটো চাবলৈ আজি মন ব্যাকুল
    🙏🙏🙏🙏

  • @nishit484
    @nishit484 4 роки тому +15

    Prostuti baa rokhi rokhi amoni lagi goise..... sabole pura excited 🤠🤠

  • @ripunjoyofficial4286
    @ripunjoyofficial4286 4 роки тому +10

    সুন্দৰ উপস্থাপন।। প্ৰতিজন অভিনেতাৰ অভিনয় শলাগ লবলগা ।। Jogesh daa best

    • @mridulkalita7959
      @mridulkalita7959 3 роки тому +1

      Akdom right ki durdaanto abhinoy jogesh daa r ❤❤❤🙏🙏🙏🔥🔥🔥

  • @donthidefrommeh5374
    @donthidefrommeh5374 3 роки тому +7

    Jai ai axom. I am crying while watching this. As an assamese I loved this, I love my assam's history

  • @creativejjk6240
    @creativejjk6240 4 роки тому +7

    সংলাপ 🔥🔥🔥 । তেজ গৰম হৈ যায় ।

  • @pranjaldas5235
    @pranjaldas5235 4 роки тому +11

    বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ বা আজি হে অপেক্ষাৰ অন্ত পৰিলে, পাৰিলে "বিজয়া দশমী" নাট খন দিব চোন।

  • @hemantasaharia5564
    @hemantasaharia5564 4 роки тому +11

    আগতে চাইছো বা তথাপিও আকৌ চোৱাৰ ইচ্ছা আছিল। সুযোগটো পাই গৈছো অপেক্ষা কৰি আছোঁ বা। আপোনাৰ অভিনয় মোৰ বহুত ভাল লাগে। Love u ba

  • @dhrubajyotiborah2842
    @dhrubajyotiborah2842 4 роки тому +4

    Jugesh da acting moja..

    • @mridulkalita7959
      @mridulkalita7959 3 роки тому +1

      Right no 1 abhinoy jogesh daa no 1 durdaanto abhineta ❤❤❤🙏🙏🙏🔥🔥🔥

  • @trinayankonwarborah1420
    @trinayankonwarborah1420 4 роки тому +6

    নাটকখন চাই খুবেই ভাল লাগিল। বহুত দিনৰ পৰা চাম বুলি ভাবি আছিলোঁ। প্ৰস্তুতি পৰাশৰ বাইদেউৰ অভিনয়ত মূলাই যে আকৌ প্ৰাণ পাই উঠিল। সকলো শিল্পীৰ অভিনয়ে মন মোহি নিলে ।
    ভাল লাগিল চাই ...... বিশেষকৈ যিহেতু নিজৰ বংশৰ এগৰাকী জীয়াৰীৰ কাহিনী। লগতে নজনা বহুতো কথা গম পালোঁ ।
    আশা কৰোঁ আগলৈকো এনে ধৰণৰ সুন্দৰ সুন্দৰ অভিনয় চাবলৈ পাওঁ।
    জয় আই অসমী।

  • @kharkhowa345
    @kharkhowa345 4 роки тому +5

    AGOTEU 3 BAR SAISU ,YTIAU SAIYEI ASU. AARU XEXOLOI SAIYEI THAKIM. GOOD MORNING PRASTUTI BAA.

  • @harijitdadu2988
    @harijitdadu2988 4 роки тому +6

    অপেক্ষাৰ অন্ত পৰিল, বহুত বহুত ধন্যবাদ থাকিল বা 🥰💖

  • @dharitribarman1535
    @dharitribarman1535 4 роки тому +3

    Wow ba... Moi sabo wait kori asilu.. Mojjjaaa ba👍👍👍👍👍

  • @mridulkalita7959
    @mridulkalita7959 3 роки тому

    Iyaar pora siorisu aalaampona aru ekhon raajyo atiya aamaar dokholot this line by jogesh daa 🔥🔥🔥🙏🙏🙏❤❤❤

  • @sonmonimahanta2126
    @sonmonimahanta2126 4 роки тому +1

    💛💛💛💛💛💛gar num hiyori gol sai

  • @debasishburagohain5564
    @debasishburagohain5564 4 роки тому +2

    নাটক খন চাবলৈ নেপাম নেপাম বুলি দুখ লাগি আছিল। বৰ সন্তোষ পালো। অশেষ ধন্যবাদ।

  • @anamikadas939
    @anamikadas939 4 роки тому

    Bohut bohut val lagisy o baa joi mula gavoru joi

  • @niharnath2902
    @niharnath2902 4 роки тому +1

    বহু দিনৰ অপেক্ষা পিছত পালোঁ চাবলৈ

  • @hemantasaharia5564
    @hemantasaharia5564 4 роки тому +1

    অতি সুন্দৰ বা,অহাবাৰ জয়মতী

  • @bipulnath707
    @bipulnath707 3 роки тому

    বহুত বহুত ভাল লাগিল বা আপোনাৰ অভিনয় চাই❤️❤️❤️

  • @pabitrabora484
    @pabitrabora484 4 роки тому +1

    ধন্যবাদ প্ৰস্তুতি বা,,,এইখন নাটক u tube ত আপলোড দিয়া বাবে,,বৰ আশাৰে বাট চাই আছিলোঁ, নাটক খন live চাম বুলি ,,কিন্তু নাপালো,,এতিয়া u tube ত পাই বহুত happy ,,ধন্যবাদ পুনৰ বা আপোনালৈ

  • @12346-i
    @12346-i 4 роки тому +1

    বহু দিনৰপৰাই ৰৈ আচু বা মূলা গাভৰুৰ নাটক চাবলৈ, ভাল লাগিল চাই

  • @priyankakalita3383
    @priyankakalita3383 3 роки тому +1

    Mur bohut val lage apunar ovinoi saikene bohut val natok kora apuni.my favourite actress is portuti parashar.commented by priyanka kalita Assamese movie new child actress.

  • @rashmibhargdwaj4973
    @rashmibhargdwaj4973 4 роки тому +5

    অপেক্ষাৰ অন্ত পৰিল ।বুৰঞ্জীৰ গভীৰ অৰ্থ বুজিবলৈ টান পালে মূলাগাভৰু চালেই সহজ সৰল ভাৱে অৰ্থ বুজাত সহায়ক হব।

  • @dkassam7129
    @dkassam7129 4 роки тому

    ❤️❤️❤️ বহুত বহুত ভাল লাগিল নাটক খন চাই ।।তেজ ওতলি যায় কিন্তু ।বহুত ভাল নাটক সকলোৱে এবাৰ চাব। জয় আই অসম ❤️❤️❤️

  • @girishdas8433
    @girishdas8433 4 роки тому

    বহুত ধুনীয়া হৈছে বাইদেউ আকৌ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ

  • @jitarandharaofficial3525
    @jitarandharaofficial3525 4 роки тому

    bhut dem apekhar past aji salu val lagil hosai .no words for comments

  • @lyricsbeats6766
    @lyricsbeats6766 4 роки тому +3

    জয় আই অসম! সচাই মই এই অসম ভূমিত জন্মলৈ গৌৰৱ অনুভৱ কৰিছোঁ। জয় আই অসম।।

  • @ajitdhandia604
    @ajitdhandia604 4 роки тому +1

    সুন্দৰ উপস্থাপন, প্ৰস্তুতি বাৰ লগতে সকলো অভিনেতা অভিনেত্ৰী ক আৰু আগুৱাই যোৱাৰ কামনা কৰিলোঁ।

  • @nabajitmixenterment.8328
    @nabajitmixenterment.8328 4 роки тому

    সঁচাকৈয়ে বহুত ভাল লাগিল নাটকখন চাই।

  • @nayanjyotidekaofficial4415
    @nayanjyotidekaofficial4415 4 роки тому

    Best natok prostuti mam . Bohut hundor . 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

  • @Ichangvlog
    @Ichangvlog 4 роки тому +20

    Eagerly waiting from Thailand

  • @ohitasumatary174
    @ohitasumatary174 3 місяці тому

    Khub shundor buku kopai jua kahani

  • @dipshikhasarma6613
    @dipshikhasarma6613 4 роки тому +1

    amazing prastuti ba... ultimate😘😘😘😘... always love u

  • @sumibezbaruah2716
    @sumibezbaruah2716 4 роки тому

    Bhut bhut vll lagil baa thanks you baa nat khn diya babe

  • @hirakjyotideka4850
    @hirakjyotideka4850 4 роки тому

    Thank you baa,bahu dinor pora Mulagabharu nat khan saba mon goi aasil so aaji khei xubidhakan aapuni dile,aagoloi jate anekua aaru annytom nator jariyate aamak utkhah diba pare aeia bhagobanor usarot parthana janaisu.😀😀😀🙏🙏🙏

  • @jurikalita2877
    @jurikalita2877 4 роки тому

    বা বহুত হেপাহেৰে ৰৈ আছো চাবলে।,,❤️❤️❤️🥰😍😍😍😍😍😍😘😘😘

  • @avaranisaikia6314
    @avaranisaikia6314 4 роки тому +5

    Why you all are not giving likes... It is such a good theater... And if you were waiting to see.. then why are u all are not giving likes... This theater must get more likes more than views..... Plz I beg u all....

  • @PriyaBora0122
    @PriyaBora0122 4 роки тому +4

    অৱশেষত মোৰ আশা পুৰ হ'ল 🥰 বহুত আশা ৰে বাট চায় আছিলোঁ বা❤️❤️

  • @hiranyajyotisaikia7381
    @hiranyajyotisaikia7381 3 роки тому +1

    প্ৰতিটো শব্দত গাৰ নোম উঠি আহিছে ❣️

  • @amarassam8715
    @amarassam8715 4 роки тому +1

    বহুত অপেক্ষাৰ অন্তত......

  • @mbegum5806
    @mbegum5806 3 роки тому

    Best natok hoise baa
    Love you Baa❤❤❤❤

  • @amarjyotiboro7754
    @amarjyotiboro7754 4 роки тому +1

    Baa buhot opekha Kori asu . Xonkaly time kheni kebake par hole hoi Jen lage ase😘

  • @SB-zg2td
    @SB-zg2td 4 роки тому

    সকলোৰে অভিনয় সুন্দৰ বাইদেউ ।। ভাল লাগিল ।

  • @ParishmitaBuragohain-z6h
    @ParishmitaBuragohain-z6h Місяць тому

    I proud to an assamese girl❤❤

  • @rashmitabasumatary1474
    @rashmitabasumatary1474 4 роки тому +1

    Bhut vall lagil❤❤❤💥

  • @biki_bor_neel_official938
    @biki_bor_neel_official938 4 роки тому

    ♥️♥️♥️♥️♥️বুজাবলৈ আৰু ভাষা নাই
    ইমান ধুনীয়া হৈছে যে মই🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏♥️♥️♥️♥️♥️

  • @indeswergogoi6532
    @indeswergogoi6532 4 роки тому

    মূলাগাভৰু নাটক খন মোৰ চাবলৈ বহু হেপাহ আছিল চাই ভাল লাগিল।❤️❤️❤️

  • @Dhrubajyotigoswami
    @Dhrubajyotigoswami 4 роки тому +3

    ❤️❤️❤️❤️❤️👌👌

  • @tilakdas7576
    @tilakdas7576 3 роки тому

    Bhut vl lagil roi asilu

  • @jitumanidas9215
    @jitumanidas9215 4 роки тому

    Excellent prastuti baa excellent drama.

  • @rijumonigogoi3889
    @rijumonigogoi3889 4 роки тому

    Bohut base vl hoisa
    Kobola vakha ni ❣️❣️

  • @Dhrubajyotigoswami
    @Dhrubajyotigoswami 4 роки тому +2

    অশেষ ধন্যবাদ❤️

  • @bhaskarjyotinath1860
    @bhaskarjyotinath1860 4 роки тому

    এখন অতি ভাল লগা নাটক,,,যিমান চালেও হেপাঁহ নপলায়।। প্ৰেক্ষাগৃহত গৈ চাইছো যদিও পুনৰবাৰ চোৱাৰ সুবিধা কৰি দিয়া বাবে ধন্যবাদ প্ৰস্তুতি বা,,,।।

  • @MrinmoyEntertainment
    @MrinmoyEntertainment 4 роки тому +1

    Iman dhuniya lagisa ❤️❤️

  • @joyantajyotigohain6405
    @joyantajyotigohain6405 4 роки тому

    Very excited I am. I am waiting for Mulagabharu.

  • @bhaskarbarman4170
    @bhaskarbarman4170 4 роки тому +1

    Dhunuiy lagise baa💖🥰🥰

  • @HappyLife-888
    @HappyLife-888 7 місяців тому

    Mur tej mur maram heikhn dibosun ba apunar ardhangini natok khn nai apunar sb natok bisari bisari sable lagi golu emanei val puwa holu❤

  • @dhanmaniray5126
    @dhanmaniray5126 4 роки тому

    khub vl lgl ,joy ai okhom

  • @janmoniborah1283
    @janmoniborah1283 2 роки тому

    😍😍😍😍🥰😍😍😍😍supar ba

  • @axompuwalip3590
    @axompuwalip3590 4 роки тому

    Thanks baa natak khan diya babe sabo palu aji

  • @b2pn003
    @b2pn003 4 роки тому

    prostuti ba amazing,,,,,,,,love from your home
    jbians forever

  • @prafulladas7224
    @prafulladas7224 4 роки тому

    বহুত অপেক্ষা কৰি আছিলোঁ আজি উপভোগ কৰিবলৈ পাই সুখী হলো।

  • @purabideka1621
    @purabideka1621 4 роки тому

    বহুত ভাল লাগিল বা বহুত আগ্ৰহেৰে ৰৈ আছো চাৱলে 💕💕

  • @paragsway
    @paragsway 4 роки тому +4

    মূলাগাভৰু.... মূলাগাভৰু...
    চাবলৈ কিমান অপেক্ষা কৰি আছে ???

  • @Gulab8011
    @Gulab8011 4 роки тому

    Bohut bhal lagil natok khon sai.

  • @riyantayung533
    @riyantayung533 3 роки тому +1

    Khub shundor natok

  • @Dhrubajyotigoswami
    @Dhrubajyotigoswami 4 роки тому +5

    Waiting ❤️

  • @kishorkakati722
    @kishorkakati722 4 роки тому

    Baideo aapunar jiman natok ase xokolu dib bht vl lage sai... Moi wait kriye thaku sam buli

  • @নতুনত্বৰবাবে

    very excited.....

  • @leoakash1453
    @leoakash1453 3 роки тому

    Bohut val lagil mprostuti ba

  • @priyambarman9865
    @priyambarman9865 4 роки тому

    Mola gabohror dore moi anekowa theatre sowa naiii mojja hoise moi borkat saisilo

  • @manashentertainment4834
    @manashentertainment4834 4 роки тому +12

    Wowww🙀
    অপেক্ষাৰত♥️

  • @flutekaushikborah4123
    @flutekaushikborah4123 4 роки тому +2

    ধন্যবাদ বা । বহুত দিনৰ আশা এটা আজি পূৰণ হব ।

  • @mrmotiur3287
    @mrmotiur3287 4 роки тому

    Bhut dhunya lagi se ba

  • @Taidjantu
    @Taidjantu 4 роки тому +1

    Dil su gaya😩😩😩

  • @pixedu8891
    @pixedu8891 2 роки тому

    Borhiaa. Swargadeo Siukafa r uporot u ekhon natok aakhaa korilu

  • @monishadevi4803
    @monishadevi4803 4 роки тому

    বহু দিনৰ অপেক্ষা অন্ত পৰিল ❤️❤️

  • @dhoritriborah710
    @dhoritriborah710 4 роки тому

    Apunar vidio sai bht val lage baa...lv u

  • @mridulkalita7959
    @mridulkalita7959 3 роки тому +1

    Jogesh daa is mind blowing jogesh daa r acting no 1 love you so much jogesh daa 🙏🙏🙏❤❤❤

  • @nijaradeka7161
    @nijaradeka7161 4 роки тому

    Bahuut val lagil baa sai...

  • @PranjitParagCreation
    @PranjitParagCreation 4 роки тому +1

    Yaahuuuuu💪💪💪💪💪💪💪waiting

  • @paporiborah9345
    @paporiborah9345 4 роки тому

    Bohut val lagil dei❤️❤️

  • @nabajeet2335
    @nabajeet2335 4 роки тому +21

    বিজয়া দশমী নাটক খন দিব লাগে ❤️

  • @borgohainassam3914
    @borgohainassam3914 4 роки тому

    সুন্দৰ৷অদ্ভুত,অকল্পনীয়