| MEMSAHAB | ABAHAN THEATRE | 2019-20 | PRASTUTI PORASOR | JOGESH KASHYAP |
Вставка
- Опубліковано 23 лип 2020
- Drama: Memsahab
Theatre: Abahan Theatre
Story: Avijit Bhattacharya
Cast: Prastuti Porasor
Jogesh Kashyap
Jivan Hatikakoti
Rituraj Mahanta
Latumani Bhuyan
Arun Bora
Moon Saikia
Anjali Hatibaruah
Music: Ajoy Phukan
#prastutiporasor #memsahab #abahan #assam #mobiletheatre #jogeshkashyap - Розваги
যিমান থিয়েটাৰ চালেও বাৰ নিচিনা কোনেও অভিনয় কৰিব নোৱাৰে । যোনে - যোনে বাক মোৰ দৰেই ভাল পাই ইয়াত লাইক কৰিব 👇👇 আৰু বাক কিমান ভাল পাই comment কৰিব
Jogesh daa k kone o nowaare prastuti to baad e de
My fav🌹💓
@@KishorSarmah979 umm muru
Bujaboloi bhakha nai....bhut Val pao bak
@@SouravDas-xm1ln hosakoi
এনেকুৱা নাটকে আমাৰ অসমীয়া জাতিক অসমীয়া কৰি ৰাখিছে। বা আপোনাৰ অভিনয় চাবলৈ বহুত আশাৰে ৰৈ থাকো সদায় দি যাৱ এনেকুৱা ৰসাল কাহিনীৰ সুন্দৰ নাটকবোৰ। Prostuti bar hoi xkolua ata ata like kra...
এক হৃদ়স্পৰ্শী কাহিনী । সচাকৈ আপোনাৰ অভিনয় বোৰ বহুত বেছি ভাল লাগে , যিকোনো চৰিত্ৰ আপুনি খুব সুন্দৰকৈ কৰে ।❤🥺
Excellent Prastuti Ba..... Tmi avhinayar vagaban ...Great......
আপোনাৰ নাটক বহুত সৰুৰে পৰা চাইছোঁ এইখন বহুত ব্যতিক্ৰম নাটক বহুত ভাল হৈছে অভিনয় বা কি কম ভাষা নাই আপুনি যেন সদায় এনেকৈয়ে থাকে আপোনাৰ অভিনয় এনেকৈ দেখা পাওঁ চকুৰ পানী উলাই গৈছে
অৱশেষত অপেক্ষাৰ অন্ত পৰিল। বহুত দিনৰ পৰা চাবলৈ ৰৈ আছিলো। সঁচাকৈয়ে বাকী কেইখন নাটকৰ দৰেই এইখনো বহুত ধুনীয়া লাগিছে। ❤❤❤💞💞💞💞💞💞💞
বহু সুন্দৰ,,, বহুত বহুত বেছি ভাল লাগিল। গৰ্ব কৰোঁ অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰক লৈ।
om sosakoi
পষ্টোতী পৰাশ আমাৰ অসম ৰ মূল্যবান সম্পাদ। বৰ ভাল লাগে ও আপোনাৰ অভিনয় ❤️❤️
ও বা বুহুত বহুত ভাল লগিছে পৰিবা এৰিও ছাই আছো ধুনীয়া
Jogesh daa r scene khini kaati kaati saaisu love you jogesh daa apunar dore kono hobo nowaare 💕💕❤❤
প্ৰথমৰ পৰা শেষলৈ কান্দিয়ে থাকিলো৷প্ৰস্তুতি বাৰ অভিনয় সদাই দুৰ্দান্ত আৰু তীব্ৰ ৷
অতি সুন্দৰ..তাতোকৈ বেছি ভাল লাগিছে "ৰাখে হৰি মাৰে কোনে" ধাৰাবাহিকৰ অভিনেতা অভিনেত্ৰী সকলক দেখা পাই👌👌👌
অ বা আপোনাৰ অভিনয় চাই খুবেই ভাল লাগে অ বা,,,, love you ba❤❤
Jogesh daa r scene khini kaati kaati saaisu love you jogesh daa ❤💜💙👌apunar dore kono hobo nowaare jogesh daa
মইও তেওঁৰ অভিনয় খিনি হে কাটি কাটি চাই থাকোঁ ।
Jogesh kashyap r act sai bahuuuut val lage ...its like Parag Sarma...Thnx Jogesh Da
Jogesh daa no 1 💜❤💙
Jogesh daa r scene khini kaati kaati saaisu love you jogesh daa apunar dore kone o hobo nowaare you are great
কবলৈ ভাষা নাই কি সুন্দৰ প্ৰদৰ্শন
Prostoti ba hosakoi tumar dore abhinoi an kondu korib nuare god bless you aru aguai jua🤙🤙🤙🤙🤙
কি লিখিম একোৱে ভাবি পোৱা নাই,,সঁচাকৈয়ে প্ৰস্তুতি বাৰ অভিনয় আৰু সংলাপ বোৰ ইমান ভাল লাগে যাক ভাষাৰে বুজাব নোৱাৰি👏👏👏
Ooo ba imn dhuniya lgse oo.. Dilog bur imn dhuniyakoi knkoi kb pra oo... Ata ata xobdoi hridoi sui jai..... Love u baa
অপেক্ষাৰ আজি অন্ত পৰিল । চাই আছো বা দেউতাৰ লগত এগেলগেই । Love you Baa ♥️♥️♥️
তিনিবাৰ চালো। ইয়াত দুবাৰ। গণেশগুৰি পেণ্ডেলত এবাৰ।
সঁচাকৈ ভাল লাগে।
বা, পাৰে যদি মূলাগাভৰু খন দিবলৈ চেষ্টা কৰিব । সেইখনো এখন নিখুঁত নাটক আছিল। ইমান সুন্দৰ উপস্থাপন আছিল মনত পৰিলে এতিয়াও চাব মন যায়। ইয়াত দিলে আকৌ চোৱাৰ সৌভাগ্য হব
Emn xundor ovinoi khub vl lge Ba
Prostuti baar jiman theatre ase xokolu dialogue mur mukhosto ase xoru hb paru kintu tothapiu prostuti baar nisina a hb bisaru i love you baa 💗
Baak june june val pwa like kora 👇
Oi father ki line be dil kopaai dile jogesh daa i ❤❤❤🙏🙏🙏
Beautiful voice of Jogesh kashyap ...moi apunar babe drama khan saisu
মইও যোগেশ দাৰ অভিনয় কাৰণে নে নাটক খন চাইছোঁ , মই কেৱল তেওঁৰ অভিনয়বোৰ হে কাটি কাটি চাই থাকোঁ ।
Moi o jogesh daa r babe e naatok khon saaisu moi jogesh daar bahut daangor fan love you jogesh daa ❤💙💜
Prostuti ba apunar abhinoi cai bohut val lage aru dhuniya dhuniya natok upohar diyok tarei kamana thakil.
Bahut bahut val lagil protijon manuhe eman dhuni korisa real sowa hole aro basi emotional hoi golu hoi tqq
বৰ দুখ লাগিল অ বা।😭😭😭
বৰ দুখ লাগিল।😭😭
বহুত কন্দিলো চাওঁতে।😭😭
আৰু ভাল ভাল নাটক সমূহ আমাক উপহাৰ দি যাব বুলি আশা ৰাখিলোঁ। 👍👍
অ' বা..পঢ়িবলৈ এৰি, নাটক খন চাবলৈ ৰৈ আছো। তোমাক ভাল পাওঁ কাৰণে অ' বা,
Mind blowing prosoti ba and jogesh da acting
বহু ধুনীয়া অভিনয় বা,,,,আৰু কবলৈ ভাষা নাই
I love you ba ..bhut sai val lagil bhu din sable mn kri asilu aji he salu...
Bohut bohut bohut bohut bohut bohut bohut bohut bohut bohut val lagale sad hoi bohut val. Thank you prostuti baa thank so much. I love you
Kune kune ay natok khanr aviny sai vl paise mok ata like d jwa
ৰিতুৰাজ দাদাৰ অভিনয় বহুত সুন্দৰ।। বাকী সকলোৰে অভিনয় বহুত ভাল।
Bor sabo mn asil ai natok khon...thanks for sharing..
সুন্দৰ বৰ্ণনা কৰিবলৈ ভাষা নাই।অনাগত দিনত আৰু সুন্দৰ নাটক সমূহ আকৌ এবাৰ সোঁৱাদ পাবলৈ সক্ষম হম।আপোনাৰ লগতে পৰিয়ালৰ সকলোৰে এই জয়ী যাত্ৰা সুদূৰ প্ৰসাৰীত হওঁক তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছো ।
অদ্বিতীয় প্ৰস্তুতি পৰাশৰৰ অভিনয়,,এয়া কেবল প্ৰস্তুতি পৰাশৰৰ বাবে সম্ভব হৈ উঠিছে, best natok hoise,,,
Bhraammyomaan theatre r no 1 durdaanto abhineta jogesh daa love you jogesh daa
Ejon side t thoka actor aji lead actort teu
প্ৰস্তুতি বাৰ অভিনয় একক আৰু অনন্য ❤ প্ৰস্তুতি বাক ভাল পোৱা সকলে লাইক এটা কৰি থৈ যাব
moja lagela prostuti ba apunar acting sai. 🤘🤘👍👍👍
Aponr acting bilk sai bhut vll lge baa love you baa😘😘😘😘😘😘
তোমাক বহুত ভাল পাওঁ,আৰু তোমাৰ অভিনয়,আগবাঢ়ি যোৱা বা ভগৱানে তোমাক সহায় কৰক...
সচাকৈ আপোনাৰ নাটকবোৰ চাই বহুত ভাল লাগে
Jogesh kashyap 's acting is truly mindblowing.
Bht hundor abhinoi ba.... Tumi hosai onainya💞💞💞
বহুত ভাল লাগিছে বাইদেউ। পাঠশালাত চাৰিবাৰ চাইছু। বাইদেউ মূলা গাভৰু নাটকখন কেতিয়া আহিব ..... মূলা গাভৰু নাটকখন আৰু বেছি ভাল লাগিছে....
Eikhon sabotke besi val Lagise
♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️♥️
Bahut dhuniya lagil Prastuti Baa❤️❤️❤️🙏🙏🙏
খুব সুন্দৰ নাটক।আজি চালো।যোৱা মাৰ্চ ২০২০ ত যোৰহাটৰ টিয়কতে চাৱ পাৰিলো হেতেন কিন্তু কৰোনাৰ কাৰণে থিয়েটাৰ বাতিল হল।চাবলৈ নাপালো।।সচাই এক হৃদয় স্পৰ্শী নাটক।
Bohut dinor murot aji sabole Pam....bohut val lagise mon2..... waiting
Punam bania ,from Mirza.....Thank you baa....natok khon sabo bohut mon asil...kintu exam asil karoney sabo napalu...aji sabo pai bohut happy... love you always...🥰🥰🥰
Bohut dhunia abhinay....sale soku rua...antor Sui jua...Tonnes of
❣️❣️❣️from my side
~Anish Kashyap
Prashtuti ba xasakoi ati xunder aru durdanta abhinay.God bless you. Aponar abhinoye ajir xamajkhanak xudharab buli axasha thakil. Thanks and God bless you.
আপোনাৰ শক্তিশালী অভিনয়বোৰ দেখিলে মনত বহুত সাহস পাও
Apunar ovinoy manibo logiya baa..,kone o ai thai porabo nuare...Apunak bohut besi koi val paow aru apunar ovinoy...
Bhut Val lagil hsai....Prastiti bar avinoi Hundar...😘😘
Jogesh kashyap daa no 1 ❤💜💙
Yes
Manuh khua bagh natok khonor pora teor fan moi ..♥️
ভাল লাগিল ❤
I love prasututy ba. Long live and present us good drama.
বা সঁচাকৈ আপোনাৰ অভিনয় বহুত ভাল লাগে। বহুত সুন্দৰ নাটক সুন্দৰ উপস্থাপন বা। নাটক খনৰ প্ৰতিটো মুহূৰ্ত হৃদয় চুই যোৱা। Love You বা
সচাঁকৈ কাহিনী আৰু অভিনয় প্ৰশংসনীয়
কবলৈ ভাষা নাই সদায় আপোনালোকৰ অবিনয় চাই থকো কোনোদিন আমনি নালাগে বেয়া নালাগে। প্রতেকটো আপোনাৰ অভিনয় এটা শিক্ষা দি যায় অ। proshtuti বা। এই যে আমাৰ জামেকি বা তেখেতৰ অবিনয় অন্তৰত সুমায় যায়। সকোলোকে বহুত বেছি ভাল লাগিল। আৰু সদায় লাগিব। ❣️❤
বাইদেউ আপোনাৰ সকলো নাটক এই ভাল লাগে।
Bohut bohut dhunia kahini acting dhunia thanks
বহু আগ্রহ বহু আশাৰে বাট চাই আছিলো নাটকখনৰ বাবে।
Jogesh daa r scene khini kaati kaati saaisu Love you jogesh daa apunar dore kone o hobo nowaare
এইখন নাটক মই বেলশৰ পূজাত চাইছিলো। বহুত ভাল লাগিছে।
প্ৰস্তুুতি পৰাসৰ দৰে দ্ৰামা কোনেও কৰিৱ নোৱাৰে...
Right
Nice
Right
Right
Bohut bohut dhynobd ba apunaar acting Sai Bohut val pao💕💕💕💕💕
Khub hondor baa..love you ..sokulu boi gol apunar Acting salute
Bohot dhuniya hoise drama khon baa.Apunar abhivoy xsai bht vll lge😘😘😘😘
Vl lagel bulu natk Khan si tq baa👌👍👍👍👍💖💞👤💖💖💖💗👏👏👏
Khun dhuniya hoise ❤️
কিমান বাৰ চালোঁ নাটক খন,ইমান ধুনীয়া অভিনয় সকলোৰে।
কি সাৱলীল অভিনয়, প্ৰস্তুতি বা.... তুমি সঁচায়ে মহাৰাণী আৰু মেমচাহাব
বহুত ভাল লাগিল চাই, তোমাৰ অভিনয় প্ৰশংসনীয় , বহুতো আশাৰে ৰৈ আছো বাকী কেইখনো চাবলৈ |
সঁচাকৈ এখন সুন্দৰ নাটক উপভোগ কৰিলো।
Prastuti ba r acting r khtha tu koboi nlge🌝 always fire💙
thnq u so so mch ba... bohu dinor pora wait kri asilu...
মই বহুত আশা কৰি আছিলোঁ নাটকখন চাবলৈ,,,,সুন্দৰ কাহিনী আৰু প্ৰস্তুতি বাৰ দুৰ্দান্ত অভিনয় সঁচাকে নাটকখন বহুত ভাল লাগিল চাই ৷৷
মজ্জা লাগিল বহুত আগ্ৰহেৰে বাট চাই আচিলো চাম বুলি
bohut vl lgil sai.moi u ejoni physicly handicp swli hoi.enekua kahinibur sale jibonot aguwai jabole olp hahokh pao o.ru prostuti ba bohut dhuniya ovinoy korise apuni..
তুমি যিয়েই নোহোৱা; যু্ঁজিবলৈ নাপাহৰিবা।
সকলো মানুহেই যুঁজি যুঁজিহে জীয়াই থাকে
Ba bohut val lagil saie tumi emn dhunia acting korisa
Bhut val lage baa apunar ovinoi sai
Bohuuut val lgil sai... Specially baa apunar acting...
Emn hundor ovenoi aapunia he koreb pare baidau sai bht vl lgil sai ❤❤
বহুত ধন্যবাদ বা। এককালীন টিকট ক্ৰয় কৰি পৰিয়ালৰ সৈতে উপভোগ কৰিছিলো গোটেই কেইখন নাটক। অনুগ্ৰহ কৰি মূলা গাভৰু খনো আকৌ চাবলৈ সুযোগ এটা দিয়ক।
Baa tmr aviny bht vl lge..bht dhunia haise natakhn
prastuti ba Sondhaya Tora drama khn dia o....... bht mn asl sabo bt nuwarilu o..... memsahab khn sabo plu bt sondhaya Tora khn bht mn ase o sbo..... plsss plssss plssss ba
Moiyu roy thakim memsahab full drama saboloi agoteu sysu moi amar rakh pujjat anisileje tatai saysu moi khub khundor hoise
বহুত ভাল লাগিল দেই চাই 😍🥰
Mojja lagise baa.... Aru pm buli akha thakil n 👍👍👍👍👍👍👍👍👍
Finally memsahab ahi paisehi... Eagerly waiting... 😊
Bhut bhut vl lagil
Dhuniya naatak ....val laagil bohut....
ভাল লাগিল চাই, সুবিধা নহয়য়ে থিয়েটাৰ চাবলৈ , এনেকৈয়ে চাবলৈ পোৱাৰ বাবে ধন্যবাদ 🙏🙏
Rituraj dada r karone 1ta like..bohut val lge rituraj dar acting❤..Dada r acting kar knekua lge?
supperb acting rituraj mahanta r
মোৰো ভাল লাগে
💓 জনাৰ্দন জিতু 💓
Bhut dinor pora bat Sai asilu,finally aji palu,bhut vl lagise ba 👌
Imn dhuniya natok jibont 1st salu moi.. Xosake ba 2mr ovinoi bur bohut val lage bht dhuniya hoise aixn natok 👌👌
Prostuti bar acting mojah hoise...apunr acting Sai bhut vl lage kintu....bhut bhut bhut bhut besi vl lagise