Documentary on Lachit Borphukan

Поділитися
Вставка
  • Опубліковано 24 лис 2024

КОМЕНТАРІ • 597

  • @varun-jaswal
    @varun-jaswal 3 роки тому +149

    Lots of Love and Respect for Great Warrior Lachit Bor Phukan Ji🚩 From Himachal Pradesh, BHARAT🇮🇳

    • @hiranyatalukdar8001
      @hiranyatalukdar8001 Рік тому +1

      প্ৰসংগ ক্ৰমে,
      প্ৰণাম দাদা, আহোম সকলৰ জাতীয় শ্বাভিমান নিজৰ পৰিয়াল আৰু নিজৰ দেশ মাতৃৰ প্ৰতি থকা দায়বদ্ধতা ত্যাগ আৰু আত্মবলিদানত বীৰ লাচিতৰ বীৰত্বৰ তেজাল কাহিনী প্ৰতি জন অসমীয়াৰ দেহৰ ৰন্ধে ৰন্ধে চিৰপ্ৰবাহমান। আহোম আৰু মোগলৰ মাজত " শৰাইঘাটৰ ৰণ"
      এইখিনিতে বীৰ লাচিতে অতি বিচক্ষণতাৰে নৰিয়া গাৰে ৰাতিৰ ভিতৰতে অতি আপোন
      বিশ্বাসী নিজৰ মোমায়েক লাজুক আমিনগাঁওত গড় নিৰ্মাণ কাৰ্যৰ সমাপন কৰাৰ দায়িত্ব দিছিল। কিন্তু নিজৰ কৰ্তব্যত গাফিলতি কৰি মোমায়েক লাজুই সৈন্য সামন্তৰ লগত শুই থকা দেখি খঙত দেশতকৈ মোমাই ডাঙৰ নহয় বুলি লাচিতে মোমায়েক লাজুক শিৰচ্ছেদ কৰিছিল। তেতিয়াহে ভয়ত প্ৰতিজন অসমীয়া সৈন্যই জীৱনক মৰন দি ৰাতিৰ ভিতৰতে গড় নিৰ্মাণ কাৰ্য সমাপন কৰিছিল। নহলে পিছদিনা শৰাইঘাটৰ যুদ্ধত মোগলক পৰাভূত কৰিব নোৱাৰিলেহেঁতেন সেই কথা লাচিতে বাৰুকৈয়ে উপলদ্ধি কৰিছিল। কিন্তু আমি আজি নিজৰ দোষ ঢাকি লোকৰ দোষ খুচুৰা কামত ব্যস্ত। নিজৰ দোষত উকীল ধৰি লোকৰ বিচাৰ কৰো। সেয়েহে ভূপেন দাই কৈ গাইছিল --
      মই লাচিতে কৈছোঁ মোৰ সঘনাই নাম লোৱা লুইত পৰীয়া ডেকা দল। কোনে কাঢ়ি নিলে বাৰু স্বদেশ প্ৰেমৰ গীত ধোৰ্য সাহস আৰু দুবাহুত বল।
      শত শত শ্বহীদৰ আত্মাই আহি মোৰ মৈদাম আগুৰিছে বিননি তুলি। সকলোৱে কৈছেহি দেশ জাতি সমাজক ঠগ প্রতাৰক বোৰ চিনাকি বুলি।
      এই জাতি এই দেশ হৈছে সমুলি শেষ চুকে কনে আজি দেখোন বদনৰে দল ।
      বুকুৰে বান্ধৈ মোৰ দিও কিনো সমিধান কৰা নাই আজি মোৰ তেজে তলমন ।
      সেৱাৰে --
      হিৰণ্য তালুকদাৰ
      ২৪/০৪/২৩
      ৰাতিপৱা:- ৪:৪৭
      ফোন :- 8638774895
      বি:দ্রঃ সকলোৱে লাচিতৰ কথা কয়। লাচিতৰ মোমায়েক দুজনৰ নাম নাজানে। মোমায়েক দুজন ক্ৰমে লাজু আৰু লাহন আছিল। লাচিতে লা কাটিছিল।

    • @AnkurjyotiBorah-n1k
      @AnkurjyotiBorah-n1k 11 місяців тому +1

      ❤❤❤

    • @dinabandhu9827
      @dinabandhu9827 5 місяців тому

      🙏🙏♥️♥️

    • @metkamurmu4192
      @metkamurmu4192 2 місяці тому

      Nice

  • @assamese....statusmacker..8979
    @assamese....statusmacker..8979 3 роки тому +21

    অতি সুন্দৰ প্ৰয়াস ,,,সদায় বিছাৰিছিলো এনে দেশপ্ৰেম মূলক কাহিনী চাব লে।।।।।চাই সচাই বহুত ভাল লাগিল ।। ধন্য সেই বীৰ,,ধন্য তেওঁ ৰ জীৱন.......👍

  • @rajgeetjoshi3401
    @rajgeetjoshi3401 3 роки тому +243

    Respect to Lachit from Uttarakhand. He inspires a lot of Indians to fight for protecting our land. Hope the present generation will be able to save and protect Assam as soon as possible. Jai Maa Kamakhya.

  • @M_Blowing_shorts
    @M_Blowing_shorts 3 роки тому +45

    বহুদিন ধৰি ভাবি আছিলোঁ এনে এখন বোলছবিৰ প্ৰয়োজন ৷ আজি এই ছবিখনে মন আপ্লুত কৰিল ৷ আপোনাৰ প্ৰতি অশেষ ধন্যবাদ দাদা ৷

    • @nijaraboro7921
      @nijaraboro7921 3 роки тому +4

      সঁচাকৈ মইও আজি হে চালোঁ বৰ ভাল লাগিল আকৌ স্কুলৰ কথাবোৰ মনত পৰিছে চাৰে পঢ়োৱা

    • @hiteshdas514
      @hiteshdas514 2 місяці тому

      ​@@nijaraboro7921🎉

  • @animabarik5134
    @animabarik5134 3 роки тому +102

    From Odisha , watching one of the greatest warriors of maa Bharati

    • @gajahmada9539
      @gajahmada9539 2 роки тому +2

      I am also from kalinga

    • @Yodha3.0
      @Yodha3.0 2 роки тому +1

      Thank you for visiting our assames warrior

    • @Padmanabham.
      @Padmanabham. 2 роки тому +1

      Jai Jagannath 🕉️🙏🏼☺️

    • @DipakBose-bq1vv
      @DipakBose-bq1vv 8 місяців тому

      He was a Chinese.

  • @kushalgogoi8806
    @kushalgogoi8806 3 роки тому +65

    এজন অসমীয়া হিচাপে সচাই গর্বিত অনুভব হয়। জয় আই অসম। জয় লাচিত বরফুকন।🙏🙏🙏

  • @binodbora9551
    @binodbora9551 3 роки тому +31

    আচল ডায়েলগটো "দেশতকৈ মোমাই ডাঙৰনহয়" ভালদৰে উপস্থাপন হোৱা দেখা নগ'ল । যিয়েই নহওক কিয় চাই খুব ভাল লাগিল । অলপ আবেগিক হৈ গৈছিলো । এইখন ভবিষ্যতে ৰাষ্ট্ৰীয় পৰ্য্যায়ত "বাহুবলী"ৰ দৰে মেগা চিনেমা বনাব নোৱাৰিনে ? বৰ্তমান সময়ত ৰাইজ আৰু ৰজাঘৰীয়াৰ বাবে এটা নিদৰ্শন হ'ব । সুধী আৰু বিজ্ঞ সমাজে চিন্তা কৰকচোন ।

    • @oft1396
      @oft1396 2 роки тому

      লাচিত বৰফুকনৰ মোমায়েকৰ নাম কি কোনোবাই জানে নি :

  • @deepakshah1997
    @deepakshah1997 2 роки тому +90

    Lachit borphukan
    Maharana pratap
    Shivaji maharaj
    Pritiviraj chauhan
    Great warriors of great motherland jai Aai axom

    • @sunking4129
      @sunking4129 Місяць тому

      And also Bir Chilarai from koch bihar

  • @tankswargohain6701
    @tankswargohain6701 2 роки тому +23

    বৰ নিম্ন মানৰ হৈছে ।বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ইয়াতকৈ বহু উন্নত মানদণ্ডৰ হব লাগিব। বাহুু বলীৰ দৰে উচ্চ প্ৰযুক্তিৰ প্রয়োজন আছে।

    • @aakashboom
      @aakashboom 17 днів тому

      main issue poisa money

  • @nabanika.nature9471
    @nabanika.nature9471 2 роки тому +10

    ধন্যবাদ, বোলছবি খনৰ জৰিয়তে অসমীয়াক পুনৰ গৌৰৱময় ইতিহাস মনত পেলাই দিবলৈ বিচৰা বাবে ৷ আমাৰ এই মহান ইতিহাসৰ কাহিনীৰ সকলোকে আকৰ্ষণ কৰিব পৰা বাহুবলীৰ নিচিনা চিনেমা বনাবো পাৰি যাৰ দ্বাৰা সকলো দেশবাসী অসমৰ বিষয়ে জানিব পাৰিব৷ 🤗😇

  • @basantaborboruah5719
    @basantaborboruah5719 4 роки тому +66

    আহোমে কেতিয়াও অপমান সহ্য নকৰে , এইটো চিৰ সত্য কথা । ভিডিওতো চাই বহুত ভাল লাগিল ।

    • @jin-p2p
      @jin-p2p 3 роки тому +5

      Sorry but অসমে অপমান সহ্য নকৰে।

    • @chowlengdonahom1105
      @chowlengdonahom1105 2 роки тому +5

      Right আহোমে সেও মানিব নোৱাৰে, অপমান সহ্য কৰিব নোৱাৰে।। আহোম স্বাধীন হয়।। জয় আহোম।। তাঈ আহোম পে-অং-লে।। মৌং-দুন-ছুন-খাম অন্-তা-লে।।

    • @BijoyBoro-xe4om
      @BijoyBoro-xe4om 9 місяців тому

      Ahom hokole nijor bhaka sangkrit Ari kiyo axomiya bhakako akuwali lole??? Ahom 600 bosor axom rajotya korar ki ortyo takil . axomiya bhaka Ari nijor ahom bhakatu uddar korak.

    • @basantaborboruah5719
      @basantaborboruah5719 9 місяців тому

      @@BijoyBoro-xe4om আহোমে সদায় অন্য জাতি জনগোষ্ঠীৰ পৰস্পৰা , ভাষা , কলা সংস্কৃতি সন্মান কৰি আহিছে আৰু কৰে । নিজৰ ভাষা পৰম্পৰা জোৰ জৱৰদছ বা হেঁচা প্ৰয়োগ কৰি অন্য জাতি জনগোষ্ঠী ওপৰত জাপি দিয়াতো আহোম সকলে কোনো দিনে কৰা নাই , সকলো মিলি এক লগ হৈ থকা আৰু নিজৰ উদাৰতা বাবে আহোমে 600 বছৰ শাসন কৰিব পাৰিছিল । বাকী থাকি ভাষা , অসমত অকল আহোম সকলৰ নিজৰ ভাষা, লিপি আছে আৰু তাৰ পূৰ্ণ উদ্ধাৰ বাবে কাম কৰি থকা হৈছে ।

    • @topongogoi9953
      @topongogoi9953 4 місяці тому +2

      ​@@BijoyBoro-xe4omthik koisa ......Tai ahom language 2 akou ghurai anibo lagibo amar ahom hklr majoloi...

  • @aptaggi9514
    @aptaggi9514 3 роки тому +44

    আমি অসমীয়া, লাচিতৰ তেজ আমাৰ ওচৰত আছে ,দেশৰ কাৰণে আমিও আগবাঢি যাম

  • @devendrakumarshrivastava1397
    @devendrakumarshrivastava1397 3 роки тому +48

    MERE BHARAT KE MAHAVEER JINHONE APNE MOTHER INDIA KE LIYE APNA SARVOCH BALIDAAN DIYA
    JAI LACHIT BORPHUKAN
    JAI MAHARANA PRATAP
    JAI SHIVAJI MAHARAJ
    JAI GURU GOVIND SINGH 🇮🇳💪💪💪

  • @dipankarbanerjee608
    @dipankarbanerjee608 2 роки тому +22

    Lion , Great Fighter and Military General , His life should be taught to every student of our country ,

  • @monjulahon7712
    @monjulahon7712 2 роки тому +2

    আদৰ্শ মুলক নাটক খন চাই বহুত ভাল লাগিল , কোঙা হৈ যোৱা মানসিকতা সাহসৰে ভৰি পৰিল । লাচিত বৰফুকনক আহোম যুগৰ লাচিতৰ দৰে লাগিল ।

  • @vinodjoshi676
    @vinodjoshi676 3 роки тому +60

    Hamari indian army mein BEST CADET ko *LACHIT BORFUKAN TROPHY* kargil war ke baad 1999 ke bad dena start huee
    Jai LACHIT

  • @oneclick_art
    @oneclick_art 3 роки тому +135

    The king who protected north east culture from radical islamist mughal..... Jai ahom love from maharashtra

    • @zordanssmith1635
      @zordanssmith1635 Рік тому +14

      And we love Maharashtra too! We share a history of warriors and their legends will forever be lived.

    • @barnojwaldeka6784
      @barnojwaldeka6784 Рік тому +8

      Lachit was not a king he was the chief commander or senapati

    • @bollywoodscenesandudayansh5947
      @bollywoodscenesandudayansh5947 Рік тому +1

      But originally they are form china

    • @Archana20387
      @Archana20387 Рік тому +4

      ​@@bollywoodscenesandudayansh5947they were from Thailand,fool

    • @bhargabborah4194
      @bhargabborah4194 11 місяців тому

      ​@@Archana20387 mongmao is in south china

  • @kanyakumarisaikai2388
    @kanyakumarisaikai2388 4 роки тому +19

    অতি সুন্দৰ ৷ পুনৰবাৰ উপভোগ কৰিব পাৰি ভাল লাগিল ৷ কাৰুকাৰ্য সুন্দৰ

  • @jugalbaishya5482
    @jugalbaishya5482 3 роки тому +13

    ২০২১ অক্টোবৰ মাহত ২৭ তাৰিখে চাই আছোঁ
    আৰু কোনে কোন চাই আছা..
    🙏🙏🙏
    জয় আই অসম 🥰🥰🙏🙏

  • @localentertainment2730
    @localentertainment2730 3 роки тому +56

    Proud to be an Assamese people and Ahom 😍❤️❤️

    • @rodtang2598
      @rodtang2598 2 роки тому

      Ahoms are mongoloid race right?

    • @ME10111
      @ME10111 2 роки тому +1

      @@rodtang2598 yes

    • @user-xm6tp6ys4y
      @user-xm6tp6ys4y 2 роки тому

      @@rodtang2598 Ahoms are Kra-Dai people.

    • @user-xm6tp6ys4y
      @user-xm6tp6ys4y 2 роки тому +4

      @Ans Dash umm yes Odia is closer to Assamese ❤️. Do you know we have our own language which known as Tai Ahom language.

    • @rodtang2598
      @rodtang2598 2 роки тому

      @@user-xm6tp6ys4y what is kra-dai..?

  • @bastavcharaimuria8853
    @bastavcharaimuria8853 2 роки тому +6

    Diamond Lachit Borphukan ❤️‍🔥 Love from Sivasagar, Assam ❤️

  • @manajitmajumder7092
    @manajitmajumder7092 Рік тому +2

    Excellent depiction of Ahom Empire and great narrations about Lachit Borphukan whose resoluteness and valour remained legendary. Invader Moghuls had to bite dust in the Battle of Saraighat and run away. Lachit symbolises National Inspiration of Bharatvarsh.

  • @mriduldutta8000
    @mriduldutta8000 9 місяців тому +2

    সঁচাকৈ লাচিত বৰফুকন আমাৰ অসমীয়াৰ স্বভিমান এই ছবি খন ছাই আকৌ হাজাৰ বাৰ আমাৰ পূৰ্ব পুৰুষক সকলক আৰু তেওঁ লোকৰ ত্যাগ আৰু বীৰত্বক হাজাৰ কোটি প্ৰণাম। সঁচাকৈ শৰীৰত তেজ গৰম হৈ যায় এই সমূহ দিশ্য দেখিলে।

  • @abhijitsatpathy7777
    @abhijitsatpathy7777 Рік тому +5

    Jai Jagannath
    I'm From KALINGA, JAI LACHIT BORPOKAN the greatest warrior of world.

  • @burulinavideos
    @burulinavideos 3 роки тому +14

    ৰামসিংহই সেই আফুগুটিৰ টোপোলাটোত ক'লা যাদু কৰি দিছিল সেইবাবে তেওঁ নৰিয়াত পৰিছিল, কিন্তু তেওঁৰ দেশপ্ৰেম, সাহস আৰু দৃঢ় প্ৰতিগ্যৰ ওচৰত সকলোৱে সেৱ মানিলে।

  • @rituraj1135N
    @rituraj1135N 3 роки тому +13

    The #Ahoms defeated the mughals 17 times. Hatts off to Lachit. জয় আই অসম 🙏

  • @subhasishchakraborty5175
    @subhasishchakraborty5175 4 роки тому +17

    Jai aai axom.... Jai Lachit Borphukan.... 🙏🙏

  • @dpparihar123
    @dpparihar123 4 роки тому +21

    Love from Rajasthan jai maa mahakali

  • @hemantasaikia8383
    @hemantasaikia8383 3 роки тому +3

    অতি সুন্দৰ, বৰ ভাল লাগিল । আগলৈও এনে চবি চাবলৈ পাম বুলি আশা কৰিলো।

  • @subhadeepkarmakarBengal
    @subhadeepkarmakarBengal 3 роки тому +42

    Respect from West Bengal.
    India need Lachit Borphukan type Worrior who fought for mother land also save our India’s Culture.
    Assam Now Approx than 40% Muslim (Unofficially/ as per Wikipedia) but Assamese select a Proper Govt to save culture & identity. Unfortunately We the people of West Bengal(Some of them vote just because of govt subsidy & here 30% Muslim also exist) don’t know what will be happen in our future.Please Pray for us 🙏

    • @andaaregaan.5466
      @andaaregaan.5466 2 роки тому +1

      Next bar bjp.. jetatei hobe.. information war ee lege poro

    • @HistoryEditsChannel
      @HistoryEditsChannel 2 роки тому

      ua-cam.com/video/ckSmYH5Plgg/v-deo.html
      Lachit barphukan hindi whatsapp status

    • @randomshits1594
      @randomshits1594 2 роки тому

      Muslim is never a problem for us 🤣 and for your kind information ismail siddiqui was lachits assistant against war on mughal dude . We ahoms never do such shits dude

    • @Rajaulmahammadtalukdar
      @Rajaulmahammadtalukdar 2 роки тому

      he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch

    • @blusterbuilder4654
      @blusterbuilder4654 Рік тому

      @@Rajaulmahammadtalukdar after all Delhi was under Mughal so basically he fought against the invaders

  • @utpaldas3148
    @utpaldas3148 3 роки тому +13

    Very very useful information for Assamese people,becoz they have to know about our own Lacit Borphukan! Everyone should know about him, again thanks for your valuable information!

    • @Gamingzone-nt2hb
      @Gamingzone-nt2hb 3 роки тому +3

      Assamese people know about their own history...we get these history from our childhood...but I think you don't about this... first time you get to know about this.

  • @symphony1625
    @symphony1625 3 роки тому +5

    Sabhiko Lachit Divas ki Hardik Subhkamnaye💐Jai Lachit Borphukon...Jai Aai Axom🙏

  • @1mikon
    @1mikon 3 роки тому +8

    Assamese people will always be indebted to Lachit Borphukan.. Too bad Assamese people have lost their self respect.They forgot their wonderful history.

  • @souvikmukherjee1013
    @souvikmukherjee1013 2 роки тому +3

    great sir, thanks for this video, its our real histrory, great king & warrior lachit borphukan, joy hind from an indian bengali christian paris, france.

  • @mamilabhuuyan6391
    @mamilabhuuyan6391 3 роки тому +3

    সুন্দৰ হৈছে ,ধন্যবাদ জ্ঞাপন কৰিছোঁ

  • @AntarikshRajkonwar
    @AntarikshRajkonwar 3 роки тому +4

    Great documentary. But please change the thumbnail and put photo of some better scene where Swaargadeo Chakradhwaj Singha and Lachit Borphukan is there

  • @subhadeepkarmakarBengal
    @subhadeepkarmakarBengal 3 роки тому +10

    Patriots like Lachit Borfukan should be respected by all Assamese as well as all Indians. Bollywood should be made a movies about him.Govt Should be teach us about him in the syllabus.(40% Muslims also exist in Assam although it is not official information obtained from Wikipedia). You the people voted to won a nationalist government. I hope under Himant ji govt will take positive steps.
    But it’s very unfortunate that some of our people in West Bengal are greedy for government subsidy with 30% Muslim vote.Our future is in the dark. Plese Pray for Bengali Hindu 🙏

    • @mrblack7218
      @mrblack7218 3 роки тому +3

      জয় শ্ৰী ৰাম

    • @randomshits1594
      @randomshits1594 2 роки тому

      Lachit borphukan was himself not a hindu 🤣 what the fuck do you know about ahoms asshole!! Gaanduo humlog hindu muslim nai karte. We believe in humanity

    • @randomshits1594
      @randomshits1594 2 роки тому

      We respect every religion as well as hindu that doesn't mean we belong to that religion

  • @Vishal-mt3zf
    @Vishal-mt3zf 3 роки тому +10

    এনে বীৰ লাচিতক মই বাৰ বাৰ প্ৰণাম কৰিছোঁ।
    লাচিত আহিল মোগল পলাল
    জয় লাচিত
    জই আই অসম।।।

  • @champakdekanicesong.zubeen2679
    @champakdekanicesong.zubeen2679 3 роки тому +3

    A lot of thankfulness presentation this Assam(Ahom) historical documentory and good wishing to All actor , for ahead,,,

  • @pameswarnarah1040
    @pameswarnarah1040 3 роки тому +9

    I got to know from axom buranjee,in this war miri(mising,) naga boro kalita were majority in axom army.love to my brave captain miri handique,who strong fight from north side,

    • @sujitbaruah8688
      @sujitbaruah8688 3 роки тому +3

      Exactly. Heibabe olop Bea u lage. Kalita, miri, eulukor naam Iman k nulale.

    • @puspanganabaruah8024
      @puspanganabaruah8024 3 роки тому +1

      Actually hakolubilak jati janagusthiye ahomr netrittat mughalr biruddhe judha krisil.hakolure haman arihona asil.

    • @randomshits1594
      @randomshits1594 2 роки тому

      Hoi de bhai sob tohotie koriso naga boro kalita manisu bohut orihona ase but miri je amak ketyau support kora nasil. Amak ki nijor adi logote thogrami kori ahisil burinji amiu pohisu

    • @randomshits1594
      @randomshits1594 2 роки тому

      Miri handique was cocktail of handique and mising

    • @stynershiner1854
      @stynershiner1854 Рік тому

      @@randomshits1594 Kintu buranji pohiso? Miri and Adis were living together for a long time before clan wars etc made some leave for Assam. The Misings gave shelter to many Ahoms during Burmese invasion of Assam.
      Miri-Handique, Miri-Sutiya etc formed an important part of Ahom army. We all were Assamese under the banner of the dragon. Iman k divisions bisari nethakibi.

  • @zordanssmith1635
    @zordanssmith1635 Рік тому

    Yeh comment section main asli India chupa hua hai! Love to all! Your comments makes me happy and it is a relief to know that people outside of Assam also know about the Ahom kingdom. Which is less really because even in schools it was not taught properly.

  • @Xgamershorts252
    @Xgamershorts252 4 роки тому +12

    Oti Khundor ❤Jai aai Axom❤

  • @bikirabha4372
    @bikirabha4372 2 роки тому

    এই ভিদিও টি দিয়াৰ বাবে ধন্যবাদ। জয় বীৰ লাচিত । জয় আই অসম

  • @prasantaborah5229
    @prasantaborah5229 3 роки тому +4

    বহুত ভাল লাগিল। ধন্যবাদ

  • @nabinr7361
    @nabinr7361 3 роки тому +39

    It would have been "BETTER" if there was a SUBTITLE IN ENGLISH. LET, the WORLD KNOW WHO HE WAS. MANY IN INDIA ITSELF DO NOT THE GREAT GENERAL WE HAD.
    Proud of Oxom + Oxomiya.

    • @ImperialIndic
      @ImperialIndic 3 роки тому

      if u know Bengali also then u can understand approx 90% of the documentry

    • @nabinr7361
      @nabinr7361 3 роки тому

      @@ImperialIndic
      Yes, I do understand Bengali. However, though being Assamese by birth... I haven't been much to Assam..

    • @ImperialIndic
      @ImperialIndic 3 роки тому +1

      @@nabinr7361 i also dont know assamese but as a Bengali i have understood approx 60% of the documentory

  • @peetychetia9519
    @peetychetia9519 3 роки тому +3

    সুন্দৰ নিদৰ্শন হৈছে অসমৰ জাতীয় গৌৰৱ

  • @dipkhikhadas5613
    @dipkhikhadas5613 4 роки тому +9

    Bhot val lagil sai ☺️🙂🙂

  • @JagatChMudoi
    @JagatChMudoi 2 роки тому +1

    Lachitborphukanhasgivenusmuchstrength. Energyandloveforourbelovedassamfromtheclutchofmughal. Iamproudoflachitborphukan. Thanks.

  • @alankar378
    @alankar378 3 роки тому +36

    True patriot of Hindustan... A great warrior.. can anyone add subtitles please.. it is a story to be told to every indian...

    • @Rajaulmahammadtalukdar
      @Rajaulmahammadtalukdar 2 роки тому +4

      he is not patriot of hindustan, he is patriot of Our Assam✊ He is fougt against delhi, go and do some ressearch💯

    • @deepdeka9959
      @deepdeka9959 2 роки тому

      @@Rajaulmahammadtalukdar chup thak mughol

    • @Rajaulmahammadtalukdar
      @Rajaulmahammadtalukdar 2 роки тому

      @@deepdeka9959 chal be nalle🦶

    • @Archana20387
      @Archana20387 Рік тому

      ​​@@RajaulmahammadtalukdarChuslim tere baap ko 17 baar haraya hai Lachit Borphukone

    • @rememberwhen7271
      @rememberwhen7271 11 місяців тому

      ​@@deepdeka9959wtf are you saying
      he's right
      Lasit fought for Assam
      Not India
      You should call yourself mughal instead of him because the other guy is the true lover of Assam not you

  • @Shortsindia40
    @Shortsindia40 4 роки тому +7

    Bohut val lagil sai

  • @sudam9014
    @sudam9014 4 місяці тому +1

    Love from Odisha. I can understand

  • @PKrNeogAssameseculture
    @PKrNeogAssameseculture 2 роки тому +2

    great creation. All are true basis of History.

  • @TheSwap2000
    @TheSwap2000 3 роки тому +4

    Jai Hind Chatrapati Lachit Maharaj ki jai , Chatttrapati Shivaji Maharaj ki jai. Jai Bhavani

    • @jblover8658
      @jblover8658 Рік тому

      Lachit Barphukan is not maharaja, he is the general of Ahom kingdom.

  • @chaoankurchetia5898
    @chaoankurchetia5898 4 роки тому +22

    সুন্দৰ হৈছে৷ কিন্তু সাজ পোচাক বিলাকহে টাই আহোমৰ নহয়৷

  • @lucky_the_racer888
    @lucky_the_racer888 2 роки тому +5

    Respect from Maharashtra. ⛳⛳⛳

  • @Bishalbaruah7889
    @Bishalbaruah7889 3 роки тому +4

    Very good, but needed english subtitles, because some people do not understand Assamese.. So, it would have been much better if added english subtitles..

  • @utpaldasmusic2285
    @utpaldasmusic2285 3 роки тому +1

    বৰ ভাল লাগিল Thank you too all actors actress

  • @BhagirathTanti-jq7ed
    @BhagirathTanti-jq7ed Рік тому

    I am giving a million of strong salute from my bottom of heart to our respecting great hero Maha mahim " Lachit Borphukan devok for dedicating for his life to our motherland of Assam

  • @AT-fw9zc
    @AT-fw9zc 3 роки тому +18

    I did not understand the starting music but loved it ♥♥♥

    • @jadumonigogoi403
      @jadumonigogoi403 3 роки тому +3

      song praises the king ,his kingdom who had great general lachit.

  • @ankurjyoticreation3126
    @ankurjyoticreation3126 2 роки тому +1

    হে জাতীয় মহাবীৰ লাচিত আজি ৪০০ সংখ্যক পৱিত্ৰ ওপজা তিথিত প্ৰণামো তোমাক। জয় আই অসম।।

  • @purobipatowary4239
    @purobipatowary4239 3 роки тому +18

    Proud to be Axomiya. ❤️
    Needs to be subtitled in English.

  • @k.zamangaduhlian8706
    @k.zamangaduhlian8706 Рік тому +2

    Had Ahom Kingdom been so powerful that time, I don't think the present Assamese language and script was their original language and script

  • @riyabhuyan2315
    @riyabhuyan2315 2 роки тому +10

    Proud to be an Assamese
    It should have english subtitles so that every indian should know this story...

    • @bunditrod2994
      @bunditrod2994 Рік тому

      ผมคนไตฟังที่เขาพูดไม่รู้เรื่องเลย

    • @mrigendragogoi4728
      @mrigendragogoi4728 Рік тому

      Ll see

    • @ChandanKumar-k6s9n
      @ChandanKumar-k6s9n Рік тому

      Certainly yes! Lachit Borpukhan is one of great Indian warrior's who defeated foreign islamic barbaric invaders and stop the spread of Islamic mughal empire to Northeast kingdom's and protected it. Lachit Borpukhan is a National Hero belongs to whole country not only for Assam.

    • @riyabhuyan2315
      @riyabhuyan2315 Рік тому

      @@ChandanKumar-k6s9n Yeah😊.....

  • @debrajburagohain2763
    @debrajburagohain2763 2 роки тому +2

    আমি অসমীয়া ই সদায় বীৰ লাচিতৰ বীৰত্বৰে আৰু আতন বুঢ়াগোহাঁইৰ বিচক্ষণতাৰ দৰে এক হৈ থাকিব লাগিব...জয় আই অসম 🙏🙏🙏

  • @BadBoy-wy1il
    @BadBoy-wy1il 4 роки тому +6

    Okol ahom raijok mughal e lobo nuwarile...
    Jai ai axom
    Joi ahom
    Joi axomiya

  • @nikhildotasara1189
    @nikhildotasara1189 2 роки тому +4

    Respect from Rajasthan

  • @indianhistoricalfacts2515
    @indianhistoricalfacts2515 2 роки тому +3

    Everyone forgot atan buragohain. He deserves same respect as Lachit borphukon

    • @nabamyari6776
      @nabamyari6776 2 роки тому +2

      Chilaray also💪

    • @Indic462
      @Indic462 2 роки тому +3

      @@nabamyari6776 Assam has many warriors. But sadly we don't know about our own history.

  • @BinodKumar-lo9yp
    @BinodKumar-lo9yp 2 роки тому +1

    Patliputra ki dharti se parnam aise veer yodha ko jai Assam from Bihar

  • @biswajitboruah3716
    @biswajitboruah3716 2 роки тому +3

    Jotin Bara, Ravi Sharma, Nayan neelim tewlukor hero bilake jodi Aag bhag lole hoi aru vl lagile hoi😢😢😢

  • @rihanmohanty2843
    @rihanmohanty2843 2 роки тому +5

    Lachit Borphukan kae naam par bhi ek film aani chahiye.

  • @malabikasaikia8068
    @malabikasaikia8068 10 місяців тому +1

    মই ভাবো আৰু মই ইয়াত এটা কথা কও যে লাচিত বৰফুকন আছিল অসমৰ এগৰাকী ৰজাৰ দৰে কাম কৰিছিল । 😢😢😢❤❤❤❤😢😢😢❤❤😢😢❤

  • @anitasaikia4245
    @anitasaikia4245 2 роки тому +1

    Lachit Barphukan : the greatest warrior of Assam.🙏🙏🙏
    He is the Victory of Assam and Pride of Assam.🙏🙏🙏🙏🙏🙏

  • @nabaranjannath4688
    @nabaranjannath4688 3 роки тому

    Ati uttam prayas, dhanyabad amar Ajay veer Lachit Barphukanar veeratwa darkhan karowar babe

  • @gautamphadnis7629
    @gautamphadnis7629 3 роки тому +9

    YAAR HAMEIN VEER AHOM KE BARE MEIN PADHAYA JANA CHAHIYE THA

  • @Pro9pix
    @Pro9pix 2 роки тому +5

    These historic events should be adapt into flims and series... So that the young generation gets to know about it in a simpler form and carry on the great legacy left behind by our forefathers

  • @madhurjyagogoi6085
    @madhurjyagogoi6085 3 роки тому +3

    Bhal lagil

  • @shajurohman6334
    @shajurohman6334 3 роки тому +17

    আমাৰ দেশতে ইমান ভাল এখন ইতিহাস আছে কিন্তু ভাল director -ৰ অভাৱত আমি আমাৰ নিজা পৰিচয় আন্তৰ্জাতিক পৰ্য্যায়ত স্হান দিব পৰা নাই কিয় ? আজি দক্ষিণ ভাৰতৰ ছবিবোৰৰ বহুত আগবাঢ়ি গল আমিবোৰ কেল্লা বাংলাদেশীৰ সৈতেই যুজি আছো । চাওক দক্ষিণ ভাৰতৰ ছবি bahuboli2 তকৈ ভাল এখন ছবি আমাৰ অসমতেই গঢ়িতোলা যাব ।

  • @Unmoy
    @Unmoy 2 роки тому +9

    Respect for Lachit borphukan ❤❤❤❤❤🔥🔥🇮🇳🇮🇳

  • @adityasharma3228
    @adityasharma3228 3 роки тому +3

    It's #shannnnnnn👌👌👌
    But my personal request....
    Plz. Dub it in hindi....

  • @afternoontea974
    @afternoontea974 3 роки тому +9

    Sawasdee from Thailand.

  • @gautamphukan5079
    @gautamphukan5079 3 роки тому +2

    Xundor ati xundor

  • @bvlogsassam9226
    @bvlogsassam9226 2 роки тому

    অতি সুন্দৰ প্ৰদৰ্শন
    ভাল লাগিল।

  • @প্ৰয়াসএকজাগৰণ

    অতি আনন্দিত হ'লো

  • @sirannjvkheng5644
    @sirannjvkheng5644 2 роки тому

    nice documentary ❤️❤️❤️❤️val lagil sai

  • @dimbeswarbora873
    @dimbeswarbora873 3 роки тому +1

    Jai aii axom.. ❤️❤️❤️Lashit barfukon dngoria apunak dhoniyo

  • @Mrigang_k
    @Mrigang_k 2 роки тому +2

    সামৰণী গীতটো কি বুলি নাম কি?
    ভাল লাগিছে
    জয় আই অসম।

  • @samirgogoi7728
    @samirgogoi7728 3 роки тому +25

    সাজ পোচাক সমূহ আহোম পৰম্পৰাৰ হোৱা উচিত।

    • @prodipkumargogoi4546
      @prodipkumargogoi4546 3 роки тому +1

      হয়

    • @Bonphool4649
      @Bonphool4649 3 роки тому +2

      Agree

    • @MultimediaTr.
      @MultimediaTr. 9 місяців тому

      ​@@Bonphool4649তুমি বহুত ধুনীয়া আছা! বিয়াত বহা নাই যদি contact কৰিব বিচাৰোঁ! মই চৰকাৰী বিভাগত কৰ্মৰত! Please! Reply me

  • @Abinash1234
    @Abinash1234 2 роки тому +1

    Video টো চাই ভাল লাগিল।

  • @HemantKumar-uc1mz
    @HemantKumar-uc1mz Рік тому

    People from NE are some of the sweetest people. They are quite fierce at the same time when it comes to war fighting. Islamists do not even stand any chance against them. Isi knew this and that is why it started conversion in those states of NE India.

  • @handcraftingsurajitgogoi4866
    @handcraftingsurajitgogoi4866 Рік тому +1

    সুন্দৰ ভিডিঅ'👍🥰

  • @TutuMoran-i1x
    @TutuMoran-i1x Місяць тому

    Bohut.bohut.dhoinyobad.vidiotu.chai.bohut.val.lagil.chao.bishwanath.bura.gohain

  • @kalpanagoswami6848
    @kalpanagoswami6848 2 роки тому

    Love from delhi Lachit Inspires a lot

  • @bobitadutta9362
    @bobitadutta9362 3 роки тому +1

    Bhut val lagile 👌

  • @ChaoMoSengphukinmung871
    @ChaoMoSengphukinmung871 4 роки тому +3

    Oti hundor

  • @KKB4.O
    @KKB4.O 3 роки тому +6

    I love this movie ❤️

  • @lsd4889
    @lsd4889 5 місяців тому

    Bht dhunia hoise ...

  • @bikashkonwar3887
    @bikashkonwar3887 3 роки тому +5

    lovely

  • @nilotpalsarmahsarma8344
    @nilotpalsarmahsarma8344 3 роки тому +11

    Jai Lachit barfukan

  • @someswarbrahma2406
    @someswarbrahma2406 3 роки тому +2

    Bhal. ,bhal lagiche ...

  • @professorpkd3565
    @professorpkd3565 3 роки тому +3

    অসমৰ প্ৰত্যেকজন অসমীয়াই লাচিত বৰফুকনৰ বিষয়ে জানিব লাগে।