Розмір відео: 1280 X 720853 X 480640 X 360
Показувати елементи керування програвачем
Автоматичне відтворення
Автоповтор
বহুতে মধুৱালা আৰু গৃহবন্দিনী ৰ কথা লিখি আছে,অতি সোনকালে এই দুখনো দি আছোঁ দেই।
সঁচাকৈ আকৰ্ষণীয় সদাই অপেক্ষা বাৰ সকলো নাটক youtub ত চাব পাৰি
দি দিয়ক সোনকালে
Hoi xunkale dibo baa.
Sonkale di diyak baidewo
দিবা বা বা ৰৈ থাকো আমি
আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।
Ek bujabo nuara hihoron.. Bohut val lagil.. Bohut kandilu
বহুত বেছি ভাল লাগিল ।সচাকৈয়ে তোমাৰ অভিনয়ে মোক আজিও বৰকৈ কন্দুৱালে।😭😭
Kandi dlo..bhut dhuniya lgil
Apunar avinay kara nat bor bar preya kaba nouaru eman kea val pao apunak apunar avinay anakoi de gaok amak apunar avinay nat lagata asamar daka gavaruk satrur sata gug dear sahas
❤
অসম আৰু অসমীয়াৰ বাবে এক আবেগ জয়মতী....❤️ ত্যাগ, সততা , দায়িত্ব , নাৰীত্ব , বীৰত্ব আটাইবোৰে নাটকখনত সুন্দৰভাৱে প্ৰকাশ পাইছে... বহু দিনৰ মূৰত এখন ভাল নাটক উপভোগ কৰিলো।।
অভিনয় অতুলনীয়। জয়মতীৰ সেই মহান ত্যাগৰ কথা প্ৰত্যেকজন অসমীয়াই জনাটো দৰকাৰ।
বা চকুপানী ওলায় গল। সঁচাকৈ বহুত ধুনীয়া হৈছে। এনে দৰে ইতিহাসৰ পাতনিত জিলিকি থকা সকলো ঘটনাক এইদৰে নাটকীয় ৰূপ দিয়ক। জয়া আছিল আছে আৰু থাকিব প্ৰতিজন হিদয়বান অসমীয়াৰ অন্তৰত। জয় আই অসম ✊✊
গাৰ নোম শিয়ৰি উঠা দৃশ্য । জয়মতীৰ কাহিনী পঢ়িছিলোহে আজি দৃশ্যপটত দেখি সঁচাকৈ তেজ উতলি আহিছে আজিৰ অসম ইমান খিনি হব পাৰিছে এই সকলৰ ত্যাগৰ বিনিময়ত হে । অসমৰ ইতিহাসত সদায় জিলিকি থাকক এইসকল । জয় আই অসম 🙏 ✊
প্ৰতি গৰাকী শিল্পীকে সন্মান ও ধন্যবাদজয় আই অসমপ্ৰস্তুতি বা আপুনিটো মোৰ জান হয়
Bhut bhut val lagil ba apunar oviny atuloniyo
হেংদাং খন লৈ জয় আই অসম বুলি ক'লেই গাৰ নোম শিয়ঁৰি উঠে । বহুত ভাল লাগিছে বা❤️❤️
ক'বলৈ ভাষা নাই বা, বহুত ভাল লাগিল।। খুউব কান্দিলো ।।কিছুমান দাইলকে অন্তৰখন চুই গৈছে।। সকলোৰে অভিনয় সুন্দৰ হৈছে।।
সঁচাকৈ দুৰ্দান্ত অভিনয় প্ৰস্তুতি বাৰ।এই নাটখন আপোনাৰ চেনেলটোৰ যোগেদি প্ৰত্যেকজন অসমীয়াই চাওঁক আৰু বুজি ওঠক অসমীয়া নাৰীৰ কিমান শক্তি আছে।কিমান ত্যাগ,কিমান সততা,কিমান দেশপ্ৰেম থাকিলে এজনী নাৰীয়ে নিজকে মাৰিও জাতি ভেটিক জীয়াই ৰাখিব পাৰে।জয় আই অসম ।।
নাটক খন উপভোগ কৰি বহুত ভাল লাগিল।বৰ্তমান সমাজত এনেকুৱা নাটকৰ বহুতেই প্ৰয়োজনীয়,এনেকুৱা নাটকৰ জৰিয়তেই বৰ্তমানৰ প্ৰজন্মক অতীতৰ জয়মতী, মূলগভৰো,লাচিত বৰফুকন আদি বক্তি বোৰৰ সৈতে চিনাকি কৰিব লাগিব।তাৰ ফলতেই বৰ্তমানৰ প্ৰজন্মই দেশক ভাল পাবলৈ,দেশৰ বাবে ত্যাগ কৰিবলৈ আৰু অকন উৎসাহ পাব।ধন্যবাদ
Ayo xundori
জয়মতীৰ তেজেৰে জেৰেঙা আজিও ৰাঙলী হৈ আছে, জয়মতীৰ ত্যাগ আৰু কষ্টক অসমীয়াই আজিও সোঁৱৰে আৰু আগলৈও সোৱৰাই থাকিৱ, যেতিয়ালৈ অসমীয়া থাকিৱ জয়মতী জীয়াই থাকিৱ,আজি গৌৰৱ অনূভৱ কৰিছো যে মই অসমীয়া আমি অসমীয়া, জয় আই অসম 💪নাটক খন চাই বহুতেই ভাল লাগিলধন্যবাদ
বহুত অপেক্ষাৰ মূৰত আজি চালো । বহুত ভাল লাগিল । আপোনাৰ অভিনয় অতুলনীয় ।💖💖💖
বহুত অপেক্ষাৰ অন্তত ❤️❤️❤️চাম এইখনঅৰ্থৰ অভাৱৰ বাবে মধুবালাৰ বাহিৰে বাকী দুখন চাব পৰা নাছিলোঁ
ধন্যবাদ বাইদেউ ❤️। মধুবালা খন সোনকালেই দিব।🙏। আগন্তুক ২০২২-২৩ নাট্যবৰ্ষলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
❤️❤️👍👌😢😢 *জয়মতী* নাটকৰ বাবে সকলো অভিনেতা আৰু অভিনেত্ৰীলৈ ধন্যবাদ থাকিল!
জয়মতীৰ জয় । সকলোৰে অভিনয় বোৰ চাই চকুলো বৈ গল ।
এনেকুৱা এখন থিয়েটাৰ নাই যি মই চোৱা নাই তথাপিও মধুবালা ই হৃদয় স্পৰ্শ কৰি গল মৰম শুভকামনা পঠিয়ালো আৰু আশা ৰাখিছোঁ আগলৈ আপুনি সুস্হ শৰিৰে থাকক
uff এতিয়া হে মন টো ভাল লাঁগিছে।বাকী দুখনো জল্দি দিবা🥰🥰🥰
সচাকৈ কাহিনীতু মোৰ চকুৰ সমুখতেই হোৱা যেন লাগিল।বাকি সকলোৰে অভিনয় মন চুই গল।প্ৰস্ততি বাৰ অভিনয় আৰু সংলাপ তু কোবই নালাগে। ❤️❤️❤️
।।। গাৰ নোমবোৰ শিঁয়ৰি যায় ।।। প্ৰস্তুতি বাৰ অভিনয় ❤️❤️❤️❤️❤️।।।।🥺🥺🥺🥺 এইকাৰণে আপুনি মোৰ একমাত্ৰ প্ৰিয় ।। জয় আই অসম ।।।।
Xosakoiye Joymoti r rupat apuni sresto, Ati xundorkoi tekhetor tyag dangi dhorile, thanqq baa
Haykarone nijoke aahom buli aami hoday gourab koru. Excellent acting 😊 kunuba murkhobure ujoni namoni kori thake hayhokole aykhon saai olop hikok kenekoi ghy khon amar aahom henay uddhar korisil
আজি ক্ষমা নাই, আজি জয়া নাই !জুবিন দাৰ কণ্ঠ - প্ৰস্তুতি বাৰ অভিনয় ! 😭❤️
প্ৰস্ত্ততি বাৰ দুৰ্দান্ত অভিনয় আৰু জয়াৰ দেশপ্ৰেম, ত্যাগ সচাকৈয়ে বহুত ভাল লাগিল❤❤
কবলৈ ভাষা নাই।সকলোৰে এক্টিং সুন্দৰ।অসমৰ ত্যাগৰ এই ইতিহাস প্ৰদৰ্শন কৰা বাবে অশেষ ধন্যবাদ।এই ইতিহাস সমগ্ৰ ভাৰতবাসীয়ে জনা উচিত।🙏🙏ধন্যবাদ
মঞ্চত চাইছো জয়মতী , হলেও আজি আৰু চাম🤗🤗
Bhut val lagil...baa apuni thaka hey bhut besi Val lage o baa mr deutai .. apunar theter sabloi boliya hoi thake😊🥰🥰🥰
Awahan theatre যেন এনে historical play বোৰ মঞ্চস্থ কৰি যায়, তাৰেই কামনা কৰিলো।
Monsot saisilo ,.kintu ru abar salo ,bhut vl lgil baa,.apuni anekoi aguwai goi thkok,.জই আই অসম।
সঁচাকৈয়ে নিজকে এজন অসমীয়া বুলি কʼবলৈ পাই গৌৰৱ অনুভৱ কৰোঁ । সদায় গৰ্ব অনুভৱ কৰোঁ যে মই অসমী আইৰ এই পৱিত্ৰ ভূমিত জন্ম গ্ৰহণ কৰিছোঁ ❤️জয় আই অসম
তেজপুৰত আহোতে চালো নাটক খন বহুত ভাল লাগিল চাই।
অপেক্ষা কৰি কৰি আজি পালোঁ বহুত কান্দিলো 😭😭😭 জয় আই অসম ✊
Moi frnd halu mor hoba dei
😭😭😭😭 😭
Thank you upload diyar babe... Akhomt nathaki u sabo palu j tar babe bohut bohut dhonyobad
প্ৰস্তুতি বা আপুনি কিয় ইমান ধুনীয়া অভিনয় কৰে । আপোনাৰ অভিনয়ৰ ৰ কথা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ,,,,,,, সঁচা সঁচা লাগি গল
সঁচাই অন্তৰ চুই গল, সকলোৰে অভিনয় ইমান সুন্দৰ কবলে ভাষা নাই 🙏🏼👍💓
বহুদিনীয়া অপেক্ষাৰ অন্তত finally here it is ❤❤❤❤❤
প্রস্তুতি বা অভিনয় হচাকৈ কি কম ভাষা নাই👌👌👌👌💞💞❤❤বহুত বেছি ভাল পাও তোমাক 😘😘😘সকলোৰে অভিনয় অতি সুন্দৰ 🙏।
কবলৈ ভাষা নাই❤❤❤এই ইতিহাস সমগ্ৰ ভাৰতবাসীয়ে জনা উচিত🙏🙏
নিশ্চয়। প্ৰচেষ্টা চলাব লাগে অসমৰ এই জীয়া ইতিহাস বোৰ সমগ্ৰ ভাৰতবাসীৰ ওচৰ চপাবলৈ।
জয়মতী নাটক খন চাই বহুত ভাল লাগিল বা অপেক্ষা কৰি আছো গৃহবন্দী চাবৰ বাবে কেতিয়া দিব
আগতে এবাৰ চাইছিলো ,দ্বিতীয় বাৰৰ বাবে চোৱাৰ সুবিধা দিয়াৰ বাবে আপোনাক ধন্যবাদ বা ,বাকী নাটক দুখনো অতি সোনকাল পাম বুলি আশা থাকিল বা ৷
বহুত ভাল লাগিল চাই। আপোনাৰ অভিনয় সচাকৈ অতুলনীয় বা।
Theatre sai thakote jetiya last song tu ahe prethgrehor bhitorote kandisilo bohu t besi vl lagise nat khon ❣️❣️❣️❣️❤️❤️❤️❤️❤️❤️🔥🔥🔥🔥🔥🔥🔥 joymoti .... sahokor protik ... anekoi vl vl nat upahar dba ba ... akha korisu lavita vl hbo bohut ❤️❤️❤️
ইমান সুন্দৰ নাটক কবলৈ ভাষা নাই, সচাই অসম বুৰঞ্জীৰ এক উল্লেখনীয় অধ্যায়।আৱাহন থিয়েটাৰৰ প্ৰত্যেক নাটকেই প্ৰতিবছৰে সুন্দৰ। মধুবালা আৰু গৃহবন্দিনী নাটক দুখনো দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ 🙏
বহুত অপেক্ষাৰ পাচত বহুত ধুনীয়া নাটক খন❤💝💞❤❤❤বা💝💞❤❤❤❤
আপোনাৰ বাৱে আজি আকৌ এবাৰ সুন্দৰ নাটক খন চোৱাৰ সুবিধা পলো। বহুত বহুত ধন্যবাদ । বলিষ্ঠ অভিনয় প্ৰতিজন অভিনেতা আৰু ক'লা- কৌশলৰ। আপোনাৰ লগতে আবাহন থিয়েটাৰ এই জয় যাত্ৰা অক্ষুন্ন থাকক। "জয় আই অসম "
Ufffff....🔥🔥🔥বহুত অপেক্ষাৰ অন্তত....অন্তৰ চুই গল 👌👌👌👌👌
Br vl lagil br dukh lagil 2022 t korbat holeu cham Bht bht dhonyabad jonalu porial r babe
সচাঁই বৰ সুন্দৰ লাগিল.....চকুৰ পানী ধৰি ৰাখিব নোৱাৰি😥প্ৰস্তুতি বাৰ অভিনয় সচাঁই মানিবলগা🔥🔥বাকী সকলো বহুত সুন্দৰ অভিনয়👌
Bht bhal lgl bydeu...grihabandini aru joymoti duyukhn natoke bht vl lgl....youtubt diar babe bht bht thnx....
বহুত অপেক্ষা ৰ অন্ত পৰিল ❤️ বহুত ভাল পাওঁ আপোনাৰ অভিনয় ❤️❤️
Xklure oviny eman xundr,sai sai xokopani ulai gol, bhut vl lagil oo sai
বহুতো অপেক্ষাৰ অন্তত আজি চালো নাটক খন খুৱেই ভাল লাগিল চাই, নাট খন চোৱাৰ পিছত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, আমি এইখন অসমৰ মানুহ বুলি। ❤❤❤❤❤❤ সকলোৱে খুৱ সুন্দৰ অভিনয় কৰিছে। প্ৰস্তুতি বা আপোনাক/ আপোনাৰ অভিনয় মই অন্তৰৰ পৰা 🙏🙏🙏❤ । প্ৰত্যেক বছৰেই ছাওঁ আৱাহন থিয়েটাৰৰ নাটক আৰু আগলৈ চাই যাম। ❤❤❤❤❤❤❤❤। কাহিনী টো আজি আকৌ এৱাৰ কথা ছবি'ৰ জোগেদি শুৱৰাই ভাল লাগিলে।
Bhout vaal lagil sai hokolu ya bhout dhunia koresa
প্ৰস্তুতি বাৰ অভিনয় ❤❤❤🔥🔥🔥
bohut vl lgile.. 😢
সচাই আজি নাটক খন চাই খুব ভাল লাগিল। প্রস্তুতি বাৰ যে ইমান সবল অভিনয়।😍নাটক খন চাই চকু পানীৰে দুগাল তিতি গল। বাকী দুখন নাটকো অতি সোনকালে দিবা বুলি আশা ৰাখিলো।তুমি সদায় ভালে থাকা বা। 🥰
ধন্যবাদ,বা, নাটকখনৰ পৰা আমি নতুন প্ৰজন্মই বহু কথা জানিব পাৰিলো ।বাকীকেইখন নাটক ও সোনকালে চাব পাম বুলি আশা থাকিল ❤
Bht val lagil sai baa apuni iman dhunia acting korib pare....I love you baa
গৌৰৱে বুকু ওফন্দি যায় অসমীয়া বুলি কওঁতেসচাঁকৈ বাৰ অভিনয় সুকীযা ভায়া নাই 💖
বহুত অপেক্ষা মূৰত চালো বহুত ভাল লাগিল বহুত দুখ লাগিল জয় আই অসম
বহুত দিনৰ আপেক্ষাৰ অন্ত পৰিল আজি বা নাটখন আৰু আপোনাৰ অভিনয় চাই বহুত ভাল লাগিল জয় আই অসম 🙏🙏🙏 love from nalbari
মন চুই গল❤ নিজকে অসমীয়া হিচাপে গৌৰৱ কৰিছো ❤
বহুত বহুত ধন্যবাদ বহুত ভাল লাগিল🙏❤️❤️❤️🥰🥰🥰
এনেকুৱা নাটক দেখুৱা বাবে ..বহুত বহুত ধন্যবাদ। বাইদেউ
Finally ahigol my favourite theatre ❤️❤️❤️
Bht bht vl lgil.soku pani ulai goise sai
The hidden message to all Assamese people is awesome.... great job.
ধুনীয়া এই ইতিহাস প্ৰসিদ্ধ নাটক খন ,, আপোনাৰ অভিনয় অতুলনীয়
অৱশেষত চাবলৈ পালো, বহুতো ধন্যবাদ জনালোঁ
বহুত ভাল হৈছে নাটক খন। ধন্যবাদ জনাইছো নাট্য দলটোৰ লগত জড়িত সকলো কৰ্ম কতাক। নাটক খন ছাই বহুত ভাল লাগিল।
অৱশেষত অপেক্ষাৰ অন্ত পৰিলে ❤️,,, বহুত ধুনীয়া লাগিছে 🥰,,lv u baaa❤️❤️❤️❤️
প্ৰস্তুতি বা বহুত ধুনীয়া পালো নাটক খন চায়। লগতে সকলো কলা কুশলী লৈ মৰম ভৰা বহুত বহুত ধন্যবাদ।
আমি হাৰিব নাজানো । আমি জয়মতীৰ দেশৰ মানুহ ❤️
মঞ্চত চাইছিলো আজি আৰু চালোঁ । বহুত ভাল লাগিছে চাই । আৰু অভিনয়নো কি কম কবলৈ ভাষা এই নাই। Love from হাজো
বহুত অপেক্ষা অন্তত বা বাকি দুখন সোনকালে দিব বুলি আশা থাকিল
Bohut val lagil saie....emn dhunia abhinoi 🥰😍😍
বহু অপেক্ষাৰ অন্তত..... আজি জয়মতী...
Bohut val lagil hundor avinoi hokolure 👍 dukhu lagil😥😥😭😭😭😭
জয় আই অসম🙏🙏🙏বা...আপোনাৰ অভিনয়ৰ কোনো তুলনা নাই🙏🙏🙏
Bohut apekhar antat sabo palu ...vl lagile ba ..joymoti khn sai
অপেক্ষাৰ অন্ত পৰিল 💝🌻
বহুত ভাল লাগিল । বা আপোনাৰ অভিনয়ে কন্দুয়াই দিলে ।😥😥 আপোনালৈ বহুত মৰম থাকিল।❤️❤️❤️
অপেক্ষা কৰি কৰি আজি পালোঁ কান্দিলো 😭😭😭😭😭😭😭 বহুত ভাল লাগিল বা ।। জয় আই অসম
অন্তৰ ভাগি যোৱা অভিনয়।ধন্যবাদ প্ৰস্তুতি অসমীয়া নাৰীৰ হিয়াত সাচিত হৈ থকা জয়মতীক আমাক আকৌ এবাৰ মনত পেলাই দিয়া বাবে।
অৰ্থৰ অভাৱত আজিলৈকে চাব পৰা নাছিলোঁ। আজি চালোঁ। আপোনাৰ দুৰ্দান্ত অভিনয়ে কন্দোৱাই দিলে শেষত। বহুত বহুত ধন্যবাদ বা। আপুনি সদায় প্ৰিয় আছিল আৰু প্ৰিয় হৈ থাকিব❤।
Really jaymati bahut val lagil.sakupani dhri rakhibo nuwarilu ba.excellent acting ba...
বহু অপেক্ষাৰ অন্ত😍বহুত ভাল লাগিল
সকলোৰে অভিনয় ইমান বেছি সুন্দৰ হৈছে যে কৱলৈ ভাষা বিচাৰি পোৱা নাই সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোলোকে এনেদৰে আগুৱাই যাওক আৰু উঠি অহা নৱ প্ৰজন্মক ঐতিহাসিক জ্ঞানৰ বিষয়ে অভিনয়ৰ জড়িয়তে আৰু অধিক জ্ঞান অৱগত কৰাওক ।
বা আপুনাৰ অভিনয় সদায় আমাৰ প্ৰিয় ❤️❤️
কবলৈ ভাষা নাই বা বহুত বহুত ভাল লাগিল চকু জলজলিয়া হৈ গল
বহু অপেক্ষাৰ অন্তত, ভাল লাগিল আপোনাৰ অভিনয় ❤❤
Xosai bohut vl lagil dei sai... Soku pani ulaie thakil.... Goosebumps in many situations.... Lgte bohutu history kotha janibole palu... Vl lgil...
Was waiting for it... fabulous...proud Assamese♥️joi aai asom♥️
Bohut....theatrt apunar ovinoy pagolor dore vaal pao....bohut bohut huvokamona apunaloi...
ইমান অপেক্ষা কৰি আছিলোঁ 🥺🥺,,
Hyy nekii 💓
Emane i val lagil j nakandi nuarilu baidew....
Speechless 🥺 dame emotional one ❣️Everyones acting was like no words 🥺♥️Really no words to speak more ❣️
Val lagile ba natak Khan sai 🔥🔥🔥 lots of love from nagaon😘😘😘😘❤️❤️
সঁচাকৈ সুন্দৰ উপস্থাপন 🙏❤️ লগতে আপোনালোকৰ অভিনয় সঁচাকৈ ভাষা নাই কবলৈ বহুত বহুত ধন্যবাদ জনালোঁ আৱাহন থিয়েটাৰৰ সকলো কলা - কৌশলিকে 🙏❤️❤️
Gar num hiyori uthise natok khon sai thakute ... hosakoi e ahom buronji siro smoronio🙏aru hoktihali. Joi aai akhom
বহুতে মধুৱালা আৰু গৃহবন্দিনী ৰ কথা লিখি আছে,অতি সোনকালে এই দুখনো দি আছোঁ দেই।
সঁচাকৈ আকৰ্ষণীয় সদাই অপেক্ষা বাৰ সকলো নাটক youtub ত চাব পাৰি
দি দিয়ক সোনকালে
Hoi xunkale dibo baa.
Sonkale di diyak baidewo
দিবা বা বা ৰৈ থাকো আমি
আপোনালোক সকলোকে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ।
Ek bujabo nuara hihoron.. Bohut val lagil.. Bohut kandilu
বহুত বেছি ভাল লাগিল ।সচাকৈয়ে তোমাৰ অভিনয়ে মোক আজিও বৰকৈ কন্দুৱালে।
😭😭
Kandi dlo..bhut dhuniya lgil
Apunar avinay kara nat bor bar preya kaba nouaru eman kea val pao apunak apunar avinay anakoi de gaok amak apunar avinay nat lagata asamar daka gavaruk satrur sata gug dear sahas
❤
অসম আৰু অসমীয়াৰ বাবে এক আবেগ জয়মতী....❤️ ত্যাগ, সততা , দায়িত্ব , নাৰীত্ব , বীৰত্ব আটাইবোৰে নাটকখনত সুন্দৰভাৱে প্ৰকাশ পাইছে... বহু দিনৰ মূৰত এখন ভাল নাটক উপভোগ কৰিলো।।
অভিনয় অতুলনীয়। জয়মতীৰ সেই মহান ত্যাগৰ কথা প্ৰত্যেকজন অসমীয়াই জনাটো দৰকাৰ।
বা চকুপানী ওলায় গল। সঁচাকৈ বহুত ধুনীয়া হৈছে। এনে দৰে ইতিহাসৰ পাতনিত জিলিকি থকা সকলো ঘটনাক এইদৰে নাটকীয় ৰূপ দিয়ক। জয়া আছিল আছে আৰু থাকিব প্ৰতিজন হিদয়বান অসমীয়াৰ অন্তৰত। জয় আই অসম ✊✊
গাৰ নোম শিয়ৰি উঠা দৃশ্য । জয়মতীৰ কাহিনী পঢ়িছিলোহে আজি দৃশ্যপটত দেখি সঁচাকৈ তেজ উতলি আহিছে আজিৰ অসম ইমান খিনি হব পাৰিছে এই সকলৰ ত্যাগৰ বিনিময়ত হে । অসমৰ ইতিহাসত সদায় জিলিকি থাকক এইসকল । জয় আই অসম 🙏 ✊
প্ৰতি গৰাকী শিল্পীকে সন্মান ও ধন্যবাদ
জয় আই অসম
প্ৰস্তুতি বা আপুনিটো মোৰ জান হয়
Bhut bhut val lagil ba apunar oviny atuloniyo
হেংদাং খন লৈ জয় আই অসম বুলি ক'লেই গাৰ নোম শিয়ঁৰি উঠে । বহুত ভাল লাগিছে বা❤️❤️
ক'বলৈ ভাষা নাই বা, বহুত ভাল লাগিল।। খুউব কান্দিলো ।।কিছুমান দাইলকে অন্তৰখন চুই গৈছে।। সকলোৰে অভিনয় সুন্দৰ হৈছে।।
সঁচাকৈ দুৰ্দান্ত অভিনয় প্ৰস্তুতি বাৰ।এই নাটখন আপোনাৰ চেনেলটোৰ যোগেদি প্ৰত্যেকজন অসমীয়াই চাওঁক আৰু বুজি ওঠক অসমীয়া নাৰীৰ কিমান শক্তি আছে।কিমান ত্যাগ,কিমান সততা,কিমান দেশপ্ৰেম থাকিলে এজনী নাৰীয়ে নিজকে মাৰিও জাতি ভেটিক জীয়াই ৰাখিব পাৰে।জয় আই অসম ।।
নাটক খন উপভোগ কৰি বহুত ভাল লাগিল।বৰ্তমান সমাজত এনেকুৱা নাটকৰ বহুতেই প্ৰয়োজনীয়,এনেকুৱা নাটকৰ জৰিয়তেই বৰ্তমানৰ প্ৰজন্মক অতীতৰ জয়মতী, মূলগভৰো,লাচিত বৰফুকন আদি বক্তি বোৰৰ সৈতে চিনাকি কৰিব লাগিব।তাৰ ফলতেই বৰ্তমানৰ প্ৰজন্মই দেশক ভাল পাবলৈ,দেশৰ বাবে ত্যাগ কৰিবলৈ আৰু অকন উৎসাহ পাব।
ধন্যবাদ
Ayo xundori
জয়মতীৰ তেজেৰে জেৰেঙা আজিও ৰাঙলী হৈ আছে, জয়মতীৰ ত্যাগ আৰু কষ্টক অসমীয়াই আজিও সোঁৱৰে আৰু আগলৈও সোৱৰাই থাকিৱ, যেতিয়ালৈ অসমীয়া থাকিৱ জয়মতী জীয়াই থাকিৱ,আজি গৌৰৱ অনূভৱ কৰিছো যে মই অসমীয়া আমি অসমীয়া, জয় আই অসম 💪
নাটক খন চাই বহুতেই ভাল লাগিল
ধন্যবাদ
বহুত অপেক্ষাৰ মূৰত আজি চালো । বহুত ভাল লাগিল । আপোনাৰ অভিনয় অতুলনীয় ।💖💖💖
বহুত অপেক্ষাৰ অন্তত ❤️❤️❤️
চাম এইখন
অৰ্থৰ অভাৱৰ বাবে মধুবালাৰ বাহিৰে বাকী দুখন চাব পৰা নাছিলোঁ
ধন্যবাদ বাইদেউ ❤️। মধুবালা খন সোনকালেই দিব।🙏। আগন্তুক ২০২২-২৩ নাট্যবৰ্ষলৈ আন্তৰিক শুভেচ্ছা জনালোঁ।
❤️❤️👍👌😢😢 *জয়মতী* নাটকৰ বাবে সকলো অভিনেতা আৰু অভিনেত্ৰীলৈ ধন্যবাদ থাকিল!
জয়মতীৰ জয় ।
সকলোৰে অভিনয় বোৰ চাই চকুলো বৈ গল ।
এনেকুৱা এখন থিয়েটাৰ নাই যি মই চোৱা নাই তথাপিও মধুবালা ই হৃদয় স্পৰ্শ কৰি গল মৰম শুভকামনা পঠিয়ালো আৰু আশা ৰাখিছোঁ আগলৈ আপুনি সুস্হ শৰিৰে থাকক
uff এতিয়া হে মন টো ভাল লাঁগিছে।বাকী দুখনো জল্দি দিবা🥰🥰🥰
সচাকৈ কাহিনীতু মোৰ চকুৰ সমুখতেই হোৱা যেন লাগিল।বাকি সকলোৰে অভিনয় মন চুই গল।প্ৰস্ততি বাৰ অভিনয় আৰু সংলাপ তু কোবই নালাগে। ❤️❤️❤️
।।। গাৰ নোমবোৰ শিঁয়ৰি যায় ।।। প্ৰস্তুতি বাৰ অভিনয় ❤️❤️❤️❤️❤️।।।।🥺🥺🥺🥺 এইকাৰণে আপুনি মোৰ একমাত্ৰ প্ৰিয় ।। জয় আই অসম ।।।।
Xosakoiye Joymoti r rupat apuni sresto, Ati xundorkoi tekhetor tyag dangi dhorile, thanqq baa
Haykarone nijoke aahom buli aami hoday gourab koru. Excellent acting 😊 kunuba murkhobure ujoni namoni kori thake hayhokole aykhon saai olop hikok kenekoi ghy khon amar aahom henay uddhar korisil
আজি ক্ষমা নাই, আজি জয়া নাই !
জুবিন দাৰ কণ্ঠ - প্ৰস্তুতি বাৰ অভিনয় ! 😭❤️
প্ৰস্ত্ততি বাৰ দুৰ্দান্ত অভিনয় আৰু জয়াৰ দেশপ্ৰেম, ত্যাগ সচাকৈয়ে বহুত ভাল লাগিল❤❤
কবলৈ ভাষা নাই।সকলোৰে এক্টিং সুন্দৰ।অসমৰ ত্যাগৰ এই ইতিহাস প্ৰদৰ্শন কৰা বাবে অশেষ ধন্যবাদ।এই ইতিহাস সমগ্ৰ ভাৰতবাসীয়ে জনা উচিত।🙏🙏
ধন্যবাদ
মঞ্চত চাইছো জয়মতী , হলেও আজি আৰু চাম🤗🤗
Bhut val lagil...baa apuni thaka hey bhut besi Val lage o baa mr deutai .. apunar theter sabloi boliya hoi thake😊🥰🥰🥰
Awahan theatre যেন এনে historical play বোৰ মঞ্চস্থ কৰি যায়, তাৰেই কামনা কৰিলো।
Monsot saisilo ,.kintu ru abar salo ,bhut vl lgil baa,.apuni anekoi aguwai goi thkok,.জই আই অসম।
সঁচাকৈয়ে নিজকে এজন অসমীয়া বুলি কʼবলৈ পাই গৌৰৱ অনুভৱ কৰোঁ । সদায় গৰ্ব অনুভৱ কৰোঁ যে মই অসমী আইৰ এই পৱিত্ৰ ভূমিত জন্ম গ্ৰহণ কৰিছোঁ ❤️জয় আই অসম
তেজপুৰত আহোতে চালো নাটক খন বহুত ভাল লাগিল চাই।
অপেক্ষা কৰি কৰি আজি পালোঁ বহুত কান্দিলো 😭😭😭 জয় আই অসম ✊
Moi frnd halu mor hoba dei
😭😭😭😭 😭
Thank you upload diyar babe... Akhomt nathaki u sabo palu j tar babe bohut bohut dhonyobad
প্ৰস্তুতি বা আপুনি কিয় ইমান ধুনীয়া অভিনয় কৰে । আপোনাৰ অভিনয়ৰ ৰ কথা শব্দৰে প্ৰকাশ কৰিব নোৱাৰি ,,,,,,, সঁচা সঁচা লাগি গল
সঁচাই অন্তৰ চুই গল, সকলোৰে অভিনয় ইমান সুন্দৰ কবলে ভাষা নাই 🙏🏼👍💓
বহুদিনীয়া অপেক্ষাৰ অন্তত finally here it is ❤❤❤❤❤
প্রস্তুতি বা অভিনয় হচাকৈ কি কম ভাষা নাই👌👌👌👌💞💞❤❤বহুত বেছি ভাল পাও তোমাক 😘😘😘সকলোৰে অভিনয় অতি সুন্দৰ 🙏।
কবলৈ ভাষা নাই❤❤❤এই ইতিহাস সমগ্ৰ ভাৰতবাসীয়ে জনা উচিত🙏🙏
নিশ্চয়। প্ৰচেষ্টা চলাব লাগে অসমৰ এই জীয়া ইতিহাস বোৰ সমগ্ৰ ভাৰতবাসীৰ ওচৰ চপাবলৈ।
জয়মতী নাটক খন চাই বহুত ভাল লাগিল বা অপেক্ষা কৰি আছো গৃহবন্দী চাবৰ বাবে কেতিয়া দিব
আগতে এবাৰ চাইছিলো ,দ্বিতীয় বাৰৰ বাবে চোৱাৰ সুবিধা দিয়াৰ বাবে আপোনাক ধন্যবাদ বা ,বাকী নাটক দুখনো অতি সোনকাল পাম বুলি আশা থাকিল বা ৷
বহুত ভাল লাগিল চাই। আপোনাৰ অভিনয় সচাকৈ অতুলনীয় বা।
Theatre sai thakote jetiya last song tu ahe prethgrehor bhitorote kandisilo bohu t besi vl lagise nat khon ❣️❣️❣️❣️❤️❤️❤️❤️❤️❤️🔥🔥🔥🔥🔥🔥🔥 joymoti .... sahokor protik ... anekoi vl vl nat upahar dba ba ... akha korisu lavita vl hbo bohut ❤️❤️❤️
ইমান সুন্দৰ নাটক কবলৈ ভাষা নাই, সচাই অসম বুৰঞ্জীৰ এক উল্লেখনীয় অধ্যায়।
আৱাহন থিয়েটাৰৰ প্ৰত্যেক নাটকেই প্ৰতিবছৰে সুন্দৰ। মধুবালা আৰু গৃহবন্দিনী নাটক দুখনো দিব বুলি আশা ৰাখিলোঁ। ধন্যবাদ 🙏
বহুত অপেক্ষাৰ পাচত বহুত ধুনীয়া নাটক খন❤💝💞❤❤❤বা💝💞❤❤❤❤
আপোনাৰ বাৱে আজি আকৌ এবাৰ সুন্দৰ নাটক খন চোৱাৰ সুবিধা পলো। বহুত বহুত ধন্যবাদ । বলিষ্ঠ অভিনয় প্ৰতিজন অভিনেতা আৰু ক'লা- কৌশলৰ। আপোনাৰ লগতে আবাহন থিয়েটাৰ এই জয় যাত্ৰা অক্ষুন্ন থাকক। "জয় আই অসম "
Ufffff....🔥🔥🔥বহুত অপেক্ষাৰ অন্তত....অন্তৰ চুই গল 👌👌👌👌👌
Br vl lagil br dukh lagil 2022 t korbat holeu cham Bht bht dhonyabad jonalu porial r babe
সচাঁই বৰ সুন্দৰ লাগিল.....চকুৰ পানী ধৰি ৰাখিব নোৱাৰি😥প্ৰস্তুতি বাৰ অভিনয় সচাঁই মানিবলগা🔥🔥বাকী সকলো বহুত সুন্দৰ অভিনয়👌
Bht bhal lgl bydeu...grihabandini aru joymoti duyukhn natoke bht vl lgl....youtubt diar babe bht bht thnx....
বহুত অপেক্ষা ৰ অন্ত পৰিল ❤️ বহুত ভাল পাওঁ আপোনাৰ অভিনয় ❤️❤️
Xklure oviny eman xundr,sai sai xokopani ulai gol, bhut vl lagil oo sai
বহুতো অপেক্ষাৰ অন্তত আজি চালো নাটক খন খুৱেই ভাল লাগিল চাই, নাট খন চোৱাৰ পিছত নিজকে গৌৰৱ অনুভৱ কৰিছোঁ, আমি এইখন অসমৰ মানুহ বুলি। ❤❤❤❤❤❤ সকলোৱে খুৱ সুন্দৰ অভিনয় কৰিছে। প্ৰস্তুতি বা আপোনাক/ আপোনাৰ অভিনয় মই অন্তৰৰ পৰা 🙏🙏🙏❤ । প্ৰত্যেক বছৰেই ছাওঁ আৱাহন থিয়েটাৰৰ নাটক আৰু আগলৈ চাই যাম। ❤❤❤❤❤❤❤❤। কাহিনী টো আজি আকৌ এৱাৰ কথা ছবি'ৰ জোগেদি শুৱৰাই ভাল লাগিলে।
Bhout vaal lagil sai hokolu ya bhout dhunia koresa
প্ৰস্তুতি বাৰ অভিনয় ❤❤❤🔥🔥🔥
bohut vl lgile.. 😢
সচাই আজি নাটক খন চাই খুব ভাল লাগিল। প্রস্তুতি বাৰ যে ইমান সবল অভিনয়।😍নাটক খন চাই চকু পানীৰে দুগাল তিতি গল। বাকী দুখন নাটকো অতি সোনকালে দিবা বুলি আশা ৰাখিলো।তুমি সদায় ভালে থাকা বা। 🥰
ধন্যবাদ,বা, নাটকখনৰ পৰা আমি নতুন প্ৰজন্মই বহু কথা জানিব পাৰিলো ।বাকীকেইখন নাটক ও সোনকালে চাব পাম বুলি আশা থাকিল ❤
Bht val lagil sai baa apuni iman dhunia acting korib pare....I love you baa
গৌৰৱে বুকু ওফন্দি যায় অসমীয়া বুলি কওঁতে
সচাঁকৈ বাৰ অভিনয় সুকীযা
ভায়া নাই 💖
বহুত অপেক্ষা মূৰত চালো বহুত ভাল লাগিল বহুত দুখ লাগিল জয় আই অসম
বহুত দিনৰ আপেক্ষাৰ অন্ত পৰিল আজি বা নাটখন আৰু আপোনাৰ অভিনয় চাই বহুত ভাল লাগিল জয় আই অসম 🙏🙏🙏 love from nalbari
মন চুই গল❤ নিজকে অসমীয়া হিচাপে গৌৰৱ কৰিছো ❤
বহুত বহুত ধন্যবাদ বহুত ভাল লাগিল🙏❤️❤️❤️🥰🥰🥰
এনেকুৱা নাটক দেখুৱা বাবে ..বহুত বহুত ধন্যবাদ। বাইদেউ
Finally ahigol my favourite theatre ❤️❤️❤️
Bht bht vl lgil.soku pani ulai goise sai
The hidden message to all Assamese people is awesome.... great job.
ধুনীয়া এই ইতিহাস প্ৰসিদ্ধ নাটক খন ,, আপোনাৰ অভিনয় অতুলনীয়
অৱশেষত চাবলৈ পালো, বহুতো ধন্যবাদ জনালোঁ
বহুত ভাল হৈছে নাটক খন। ধন্যবাদ জনাইছো নাট্য দলটোৰ লগত জড়িত সকলো কৰ্ম কতাক। নাটক খন ছাই বহুত ভাল লাগিল।
অৱশেষত অপেক্ষাৰ অন্ত পৰিলে ❤️,,, বহুত ধুনীয়া লাগিছে 🥰,,lv u baaa❤️❤️❤️❤️
প্ৰস্তুতি বা বহুত ধুনীয়া পালো নাটক খন চায়। লগতে সকলো কলা কুশলী লৈ মৰম ভৰা বহুত বহুত ধন্যবাদ।
আমি হাৰিব নাজানো । আমি জয়মতীৰ দেশৰ মানুহ ❤️
মঞ্চত চাইছিলো আজি আৰু চালোঁ । বহুত ভাল লাগিছে চাই । আৰু অভিনয়নো কি কম কবলৈ ভাষা এই নাই। Love from হাজো
বহুত অপেক্ষা অন্তত বা বাকি দুখন সোনকালে দিব বুলি আশা থাকিল
Bohut val lagil saie....emn dhunia abhinoi 🥰😍😍
বহু অপেক্ষাৰ অন্তত..... আজি জয়মতী...
Bohut val lagil hundor avinoi hokolure 👍 dukhu lagil😥😥😭😭😭😭
জয় আই অসম🙏🙏🙏
বা...আপোনাৰ অভিনয়ৰ কোনো তুলনা নাই🙏🙏🙏
Bohut apekhar antat sabo palu ...vl lagile ba ..joymoti khn sai
অপেক্ষাৰ অন্ত পৰিল 💝🌻
বহুত ভাল লাগিল । বা আপোনাৰ অভিনয়ে কন্দুয়াই দিলে ।😥😥 আপোনালৈ বহুত মৰম থাকিল।❤️❤️❤️
অপেক্ষা কৰি কৰি আজি পালোঁ কান্দিলো 😭😭😭😭😭😭😭 বহুত ভাল লাগিল বা ।। জয় আই অসম
অন্তৰ ভাগি যোৱা অভিনয়।ধন্যবাদ প্ৰস্তুতি অসমীয়া নাৰীৰ হিয়াত সাচিত হৈ থকা জয়মতীক আমাক আকৌ এবাৰ মনত পেলাই দিয়া বাবে।
অৰ্থৰ অভাৱত আজিলৈকে চাব পৰা নাছিলোঁ। আজি চালোঁ। আপোনাৰ দুৰ্দান্ত অভিনয়ে কন্দোৱাই দিলে শেষত। বহুত বহুত ধন্যবাদ বা। আপুনি সদায় প্ৰিয় আছিল আৰু প্ৰিয় হৈ থাকিব❤।
Really jaymati bahut val lagil.sakupani dhri rakhibo nuwarilu ba.excellent acting ba...
বহু অপেক্ষাৰ অন্ত😍বহুত ভাল লাগিল
সকলোৰে অভিনয় ইমান বেছি সুন্দৰ হৈছে যে কৱলৈ ভাষা বিচাৰি পোৱা নাই সকলোলৈকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছো আপোলোকে এনেদৰে আগুৱাই যাওক আৰু উঠি অহা নৱ প্ৰজন্মক ঐতিহাসিক জ্ঞানৰ বিষয়ে অভিনয়ৰ জড়িয়তে আৰু অধিক জ্ঞান অৱগত কৰাওক ।
বা আপুনাৰ অভিনয় সদায় আমাৰ প্ৰিয় ❤️❤️
কবলৈ ভাষা নাই বা বহুত বহুত ভাল লাগিল চকু জলজলিয়া হৈ গল
বহু অপেক্ষাৰ অন্তত, ভাল লাগিল আপোনাৰ অভিনয় ❤❤
Xosai bohut vl lagil dei sai... Soku pani ulaie thakil.... Goosebumps in many situations.... Lgte bohutu history kotha janibole palu... Vl lgil...
Was waiting for it... fabulous...proud Assamese♥️joi aai asom♥️
Bohut....theatrt apunar ovinoy pagolor dore vaal pao....bohut bohut huvokamona apunaloi...
ইমান অপেক্ষা কৰি আছিলোঁ 🥺🥺,,
Hyy nekii 💓
Emane i val lagil j nakandi nuarilu baidew....
Speechless 🥺 dame emotional one ❣️
Everyones acting was like no words 🥺♥️
Really no words to speak more ❣️