কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে 'কাঠগৰা'ত পৰেশ বৰুৱা Exclusive

Поділитися
Вставка
  • Опубліковано 4 жов 2023
  • কাৰ্যবাহী সম্পাদক শোণিত কুমাৰ ভূঞাৰ সৈতে 'কাঠগৰা'ত পৰেশ বৰুৱা Exclusive
    #pratidintime #sunitkumarbhuyan #pareshbarua

КОМЕНТАРІ • 383

  • @ankurchangmai13

    “ জাতীয়তাবাদী শিবিৰ যেতিয়া লৈকে থাকিব , অসমত অসমীয়া তেতিয়া লৈকে সুৰক্ষিত নহলে অসম ত্ৰিপুৰা হবলৈ বেছি দিন নালাগিব, অপ্ৰিয় হলেও সত্য ” জয় আই অসম।

  • @pulakkonwar5082

    গুৰুত্বপূৰ্ণ কথা পাতিবলৈ মাধ্যমৰ সময় নাই

  • @DipamanibharLiMedhi-tv4zj

    বৰুৱা ডাঙৰীয়া আপোনাক বৈপ্লৱী ক অভিনন্দন জনাইছো। শাস্তি আপুনি নহয় আলফাৰ সংবিধানে প্রদান কৰিছে ৷ জয় আই অসম ৷

  • @manoranjankalita7069

    অসম খন ভাঙি চিঙি শেষ হল , এনেকৈ জংঘলত থাকি কি দাল কৰিছে , সকলোৱে শাসনত আহি বছৰ বছৰ ধৰি লুটি পুতি খালে , এইবোৰত আপোনালোকৰ সংগঠনৰ বা আপোনাৰ চকু নাই নেকি ? লুকাই লুকাই বিদেশত বহি অসমী আইৰ চকুলো দেখা পোৱা নাই নেকি আপুনি / আপোনালোকে ?

  • @BiswajyotiKalita-demow

    যদি দুজন ব্যক্তিৰ কাৰণে এটা স্বাধীন সংগঠন ধবংস হয়,তেন্তে সেই ব্যক্তি কেইজনক মৃত্যুদণ্ড দিয়াটো কোনো ডাঙৰ কথা নহয়।

  • @allaboutinmisingagom5018

    অসমত যদি বৰুৱা ডাঙৰীয়াৰ এই সংগঠন অসমক বেচিবলৈ বেচি দিন নলয় এই চৰকাৰে।সেইকাৰনেই কৈছো বহুতে সমালোচনা কৰিলেও সংযুক্ত নিযুক্তি বাহিনীক অসমৰ মানুহে কেতিয়াও বেয়া নাভাৱে। দিনে নিশাই অসম মাতৃৰ বাবে যুজি থকা এই সংযুক্ত বাহিনীক চেলুত জনাইছো ।।।।।জয় আই অসম।।।।

  • @brothersglobe5706

    সহস্ত্ৰ সংগ্ৰামৰ সংবিধান অনুসৰি মৃত্যুদণ্ড বিহাতো কোনো ডাঙৰ কথা নহয়, কিন্তু ভাৰতৰ সংবিধানৰ আনুগত্য স্বীকাৰ কৰি দিনে নিশাই মানব অধিকাৰক হত্যা কৰি থকা সকলৰ বিচাৰ কোনে কৰিব। আজিৰ তাৰিখত আলফা নাথাকিলে আপোনাৰ দৰে যুক্তিযুক্ততা নথকা প্ৰশ্ন কৰি থাকিবলৈ হয়তো এজনো অসমীয়া নাথাকিলে হেঁতেন।

  • @biplabsaikia7853

    কিছুমান মানুহে কত কি কথা বা কমেন্ত কৰিব লাগে তাকেই নাজানে, সেই সকলে আকৌ সংগঠন এটা চলোৱা মুৰব্বী সকলক জ্ঞানৰ পাঠ পঢ়াই। 😂😂

  • @kandarpadeka864

    কিহৰ বিৰতি লব লাগে হে কিহৰ বিৰতি বিৰতি। গুৰুত্বপূৰ্ণ কথা আলোচনা কৰি থাকিলে কিহৰ বিৰতি লব লাগে

  • @deepjyotigogoi5576

    কথা খিনি ভাল কৈ শুনিব লাগিছিল নহলে invaite নকৰিব request

  • @anjanborah-5069

    বহুত স্বাৰ্থপৰ আৰু মিছলীয়া আপুনি

  • @namaskarnamaskar4389

    আকৌ এবাৰ দোপ দপাই উঠক সংগ্ৰামৰ জুই", যেতিয়া লৈ আলফা আছে অসম আৰু অসমীয়া আছে, নহলে কেতিয়াবাই শেষ হৈ গল হেতেন নিজকে অসম আৰু অসমীয়া বুলি কোৱাৰ গৌৰৱ, অহংকাৰ আৰু আত্মীয়তাৰ ভাৱধাৰা । জয় আই অসম।

  • @janardanbora2803

    কিমান আৰু অসমীয়া তেজাল লৰা ছোৱালী বিলাক মাৰি ঠাকিব হয় আপুনি সেইবোৰ নিজৰে নহয় জানো বাৰু

  • @anjalidutta8335

    নিজৰ গাত এটা ঘাপ মাৰি চাওক তাৰ পিছত আনৰ গাত হাত দিয়ক।

  • @parashgogoi2635

    দাদা আকৌ সক্ৰিয় ভাবে ওলায় আহি অসমৰ জলন্ত সমস্যাবোৰত মাত মাতিবলৈ বা ৰাইজৰ মাজলৈ আহিবলৈ অনুৰোধ জনালো । জয় আই অসম !

  • @oklifeline577

    ALFA log life

  • @dipulaxom

    এতিয়া এটা চার্জিকেল ষ্ট্ৰেইক হোৱাটো কামনা কৰোঁ, ধ্বংস হওঁক জাতীয়তাবাদী বিদ্ৰোহী সংগঠন সমূহে । জয় এই অসম✊✊✊

  • @jantihira9356

    পৰেশ বৰুৱা ডাঙৰীয়া আপোনালোকে কিন্তু অসমীয়া ল'ৰা ছোৱালী বোৰ বেছি মাৰিলে.. ইয়াৰ কাৰণ কি.. যদি সঙগঠন চলাব নাজানিলে চলাই কিয় ..যদি মানৱতা বোধৰ অভাৱ হৈছে তেনেহলে শিক্ষা কিয় নলয়.. ভাৰতীয় সেনা বাহিনীৰ হাততকৈ অসমীয়া ডেকা ল'ৰা ছোৱালী আলফা সদস্য বহুতো.. কিন্তু পৰেশ বৰুৱা নেতৃত্বতে সৰহসংখ্যক মৰা গৈছে... তেনেহলে সেই দিশৰপৰা চাব গ'লে কোন কাৰ কিমান আপোন হয়.. এটাই সন্দেহ উপজিছে কিবা মুনাফা আদায়ৰৰ মনোভাৱ আগত ৰাখি আপুনি এইবোৰ কৰিছে নেকি... অসমীয়া ল'ৰা ছোৱালী মাৰি শেষ কৰি দিম বুলি ভাবিছে নেকি.. সন্দেহ হৈছে আপুনি অসমীয়া নহয় নেকি..কাৰন ২ টা মান কাৰন কও শুনি লওক

  • @user-jn8ci1ky9y

    কি উল্টা পুল্টা প্ৰশ্ন কৰিছে সংবাদিক জনে্।গেৰিলা যুদ্ধ চলোৱা সৈন্য বাহিনীৰ বিশ্বাসঘাটক নেতাক যদি এৰি দিয়ে তেন্তে গেৰিলা বাহিনী এনেই নিশেষঃ হৈ যাব। সংবাদিক জনৰ বিশ্বৰ গেৰিলা যুদ্ধ সমূহৰ ইতিহাস অধ্যয়নৰ প্ৰয়োজন আছে। মই কাকো সমৰ্থন কৰা নাই কিন্তু সংবাদিক জন নিৰপেক্ষ নহয় ।

  • @bnjn5135

    বহুত অসমীয়া লৰা ছোৱালী মাৰিলে এই বুঢ়াই মৰিব ই মহাপাপি ইমান সোনকালে নহয় তিল তিল কৈ মৰবো পৰেশ বুৰা ।