Pratipakhya with Jitumoni Bora: Know about ULFAI Chief Paresh Baruah , ground report

Поділитися
Вставка
  • Опубліковано 15 жов 2024
  • Pratipakhya with Jitumoni Bora: Know about ULFAI Chief Paresh Baruah , ground report from his home town
    Watch the full clip to know more about this story.
    #pragnews #pareshbaruah #ulfa #pratipakhya #jitumonibora #jeraigaon #dibrugarh #talkshow
    Follow Prag News:
    Facebook: / pragnewsassam
    Twitter: / pragnews
    Instagram: / pragnewsofficial
    Visit: www.pragnews.com

КОМЕНТАРІ • 25

  • @tralakyakathari906
    @tralakyakathari906 9 місяців тому +13

    কথা কিয় সম্পূৰ্ণকৈ কব নিদিয়ে
    অভদ্ৰ আচৰণ
    Reporter জনৰ

  • @Programmer-x7y
    @Programmer-x7y 9 місяців тому

    কথা খিনি শুনি ভাল লাগিল , জয় আই অসম ।

  • @Antony_Shamarjit_Lee
    @Antony_Shamarjit_Lee Місяць тому +1

    সত্তৰ বা আশীৰ দশকত অসমীয়াৰ অৱস্থা কি হৈছিল বহুতেই, বিশেষকৈ একেবাৰে নতুনচামে বুজি নাপাব।
    তেওঁলোকৰ বাবে:-
    অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলতে উন্নতিৰ নামত বিশেষ একো কৰা নাছিল ভাৰত চৰকাৰে। অসমৰ সম্পদ নি বিক্ৰী কৰি ৰয়েল্টিৰ নামত ফুটা কড়িও নিদিছিল। এসোপামান বাংলাদেশী তথা বহিৰাগত আনি জাপি দিছিল। আমাৰ মানুহক ঠাট্টা-মস্কৰা কৰিছিল। (এতিয়াও দিল্লীৰ দৰে ঠাইত "চিংকী" বুলি হঁহাৰ দৰে।
    এইবোৰৰ বাবেই এন এছ চি এন, আলফাৰ দৰে বিচ্ছিন্নতাবাদী শক্তিৰ জন্ম হৈছিল।
    এতিয়া হয় বহু কথা সলনি হৈছে। ভাৰত চৰকাৰে আন ঠাইত কৰাৰ দৰে বহু উন্নয়নমূলক কাম আমাৰ ইয়াতো কৰিছে।
    কিন্তু এতিয়াও কৰিব লগা বহু আছে। আমি ভাৰতীয়, কিন্তু অসমীয়াৰ বৰ্ণময় জীয়া ইতিহাস, সংস্কৃতি, সাহিত্য আছে। ভাৰতবৰ্ষই তাৰ চৰ্চা ও প্ৰচাৰ কৰিবলৈ এতিয়াও বাকী আছে।

    • @bkp9774
      @bkp9774 Місяць тому

      @@Antony_Shamarjit_Lee থিক কথা, কিন্তু বুঢ়া শগুন পৰেশ ৰ কিবা কাম আছে বুলি মই নেভাবো, বহুত ভুল কৰিলে, অপৰিপক্ক জ্ঞানেৰে আৰম্ভ হৈছিল স্বাধীন হোৱাৰ সংগ্ৰাম। এতিয়া তাৰ ফল ভোগ কৰিছে অসমিয়া ই ।

  • @Tangocharlie1998
    @Tangocharlie1998 9 місяців тому +1

    জয় আই অসম ❤

  • @youtubetv9392
    @youtubetv9392 9 місяців тому +3

    সাংবাদিক জনক দেখাত গোমদা যেন লাগিছে

  • @RaginiAxom
    @RaginiAxom 9 місяців тому

  • @ajoybhuyan7137
    @ajoybhuyan7137 9 місяців тому

    ❤ joi aai axom.
    🚩 save axomiya.
    save 🚩

  • @niponboruah1516
    @niponboruah1516 9 місяців тому +1

    বোৱাৰী গৰাকীৰ বক্তব্য ভাল লাগিল

  • @pranjalsaikia7163
    @pranjalsaikia7163 9 місяців тому

    👍👍👍

    • @aliciadawns8535
      @aliciadawns8535 9 місяців тому

      জেৰাই গাঁওবাসীয়ে আৰু পৰেশ বৰুৱাৰ আত্মীয় সকলে একেবাৰে উচিত কথা কৈছে , মোৰ বিশ্বাস পৰেশ বৰুৱা ডাঙৰীয়াই সকলোৰে অনুভৱক সন্মান জনাই লগতে অসমৰ প্ৰতিতো সমস্যা বিশেষকৈ বিপুল বৰুৱাই উল্লেখ কৰা তিনিটা দাবী একমাত্ৰ পৰেশ বৰুৱাই সমাধান কৰিব পাৰিব বুলি অপেক্ষা কৰি ৰৈ আছো।

  • @manabjyotibhuyan5720
    @manabjyotibhuyan5720 9 місяців тому

    Jai Aai Assam ❤

  • @alankarkoushik9762
    @alankarkoushik9762 Місяць тому

    Eijon repoter kotha kobo nidiye

  • @bkp9774
    @bkp9774 9 місяців тому +4

    ৰংঘৰৰ বাকৰিত সাতটা মান মদাহীএ গঠন কৰা আলফা , পৰেশ ৰ কি কাম আছে? মটক হে আহোম নহয়

    • @bkp9774
      @bkp9774 Місяць тому

      @@Antony_Shamarjit_Lee গাহৰি, তোৰ পৰেশ দদাইৰে কি ডাল অসমীয়াৰ উন্নতি কৰিলে , অসমিয়া জাতিক ধ্বংস কৰি, মিঞাৰ বাংলদেশত গৈ নাম সলাই komruz zaman হল ।
      অসমীয়া জাতি ধ্বংশ কাৰী শিশু বধী, অসমীয়া ডেকা লৰাৰ তেজ খোৱা বুঢ়া শগুন

  • @bosebose3248
    @bosebose3248 9 місяців тому +1

    Reporter jone kotha patiboi njne ahk ahk mokkel type khali

  • @RubulGogoi-yv7gl
    @RubulGogoi-yv7gl 8 місяців тому

    🕉💙🙏🏻Video 2 Sai bal lagel Krishno Mongol houk

  • @samardeepphukan
    @samardeepphukan 18 днів тому

    Jitumoni Bora aapuni prosna xudhe tar pisot uttar kiyo kobo nidiye....aapunar anarthak kotha bur kiyo koi thake....though the content of the programme is good but ur anchorsip has ruined it.

  • @Dent454
    @Dent454 9 місяців тому

    Amar deuta tuko henukuaye gupto hoiteya korile 2001 sononot , Kun korele Ndfb buli, civilians bilagok, eteya moi okol asu okol horiya hoi, na financially stable na kunu support, bohut hard hoi jibon tu, kintu soli jam

    • @Dent454
      @Dent454 9 місяців тому

      Eke bare bullet ridden body