কোন কোন আছু নেতাই চৰম বিশ্বাসঘাতকতা কৰিলে লুৰীণজ্যোতিক?লুৰীণজ্যোতি গগৈৰ A 2 Z

Поділитися
Вставка
  • Опубліковано 8 вер 2024
  • সোমবাৰ, গৌৰৱ গগৈ LIVE & EXCLUSIVE
    মঙলবাৰ, অখিল গগৈ LIVE & EXCLUSIVE
    আজি বুধবাৰ, লুৰীণজ্যোতি গগৈ LIVE & EXCLUSIVE
    পৰাজয়ৰে আৰম্ভ কৰা লুৰীণজ্যোতিৰ ৰাজনৈতিক ভৱিষ্যৎ‍ কি?
    ‘কেডাৰ’হীন দলৰ ‘লীডাৰ’ নেকি লুৰীণজ্যোতি গগৈ?
    কোন কোন আছু নেতাই চৰম বিশ্বাসঘাতকতা কৰিলে লুৰীণজ্যোতিক?
    আছুত কংগ্রেছৰ নামেই নুশুনা লুৰীণজ্যোতি আজি কংগ্রেছৰে বুকুৰ কুটুম কেনেকৈ?
    তিনি গগৈৰ মিত্রতা অসমৰ বাবে আপদ নে বিপদ নে সম্পদ?
    লুৰীণজ্যোতি গগৈৰ বাবে অখিল গগৈ বিশ্বাসযোগ্য হয়নে?
    ২০২৪ত কোন সমষ্টিৰ প্রাৰ্থী হ’ব লুৰীণজ্যোতি?
    লুৰীণজ্যোতি গগৈৰ ব্যক্তিগত জীৱনক লৈ ইমান ‘চৰ্চা’ কিয়?
    আজি AJPৰ সভাপতি লুৰীণজ্যোতি গগৈৰ A 2 Z

КОМЕНТАРІ • 174

  • @mung787
    @mung787 Рік тому +37

    আছুৰ পৰা পদত্যাগ কৰি নতুনক সুবিধা দি লুৰীণজ্যোতি গগৈয়ে নিজৰ উদাৰ ব্যক্তিত্বৰ পৰিচয় দি প্ৰশংসণীয় সিন্ধান্ত ল'লে। কিন্তু বয়স উকলি যোৱা সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ বাবে আছুৰ গৰিমা বহুখিনি ম্লান পৰিছে যেন অনুভৱ হয়। ৰাজনৈতিক ক্ষেত্ৰত পৰাজয় লুৰীণজ্যোতিৰ নহয়; এইয়া অসম গণ পৰিষদৰ জাতীয়তাবাদী সত্তাটোৱে ৰাইজক কৰা বিশ্বাসঘাটকতাৰ ফল। হয়তো সেই বিশ্বাস পুনৰ ঘূৰি আহিবলৈ অলপ সময় লাগিব। কিন্তু অসমৰ জনগণে মনত ৰখা ভাল যে অসমপ্ৰেমক অৰ্থাৎ জাতীয়তাবাদক আওকাণ কৰি ভাৰতপ্ৰেমৰ অৰ্থাৎ ৰাষ্টীয়তাবাদৰ সপোন দেখিবলৈ যোৱাটো লজ্জাজনক। জাতীয়তাবাদক নেওচা দি AGP ত্যাগ কৰি ডলাৰ বগৰীৰ দৰে BJP ত যোগদান কৰা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অসমৰ মূখ্যমন্ত্ৰী পাতি ৰাষ্ট্ৰীয়তাবাদক সমৰ্থন কৰা অসমৰ ৰাইজে কথাবোৰ নতুনকৈ ভাবি চাবৰ হ'ল।, বাঘ,সিংহৰ গৰ্জন নুশুনিলে বিধানসভাত ছাগলীয়ে বেবাবলৈ যাবই। সিংহ,বাঘ বিধানসভালৈ পঠিয়াব নোৱাৰাটো আমাৰ ৰাইজৰ দোষ। অশিক্ষিত,অজ্ঞানী, সংবিধানৰ জ্ঞান নথকা , গণতন্ত্ৰৰ অৰ্থ নুবুজা ব্যক্তিক ভোট দি জিকাই মন্ত্ৰী,বিধায়ক পাতি থাকিলে স্বাভীমানী বীৰ ডেকা ল'ৰাবোৰক দেশমাতৃৰ সেৱাৰ পৰা বঞ্চিত কৰা হ'ব। “আমাক কেন্দ্ৰই ধন নিদিলেও চলিব পাৰিম কিন্তু অসমক বন্ধকত দি কেন্দ্ৰৰ ওচৰত মূৰ দোৱাব নোৱাৰিম ”বুলি হাতে-কামে কৰিব পৰা জাতীয়তাবাদী ৰাজনৈতিক নেতা প্ৰয়োজন । কিন্তু ইয়াৰ বাবে অসমৰ ৰাইজে নিজক বিক্ৰী কৰা মানসিকতা ত্যাগ কৰিব লাগিব।

  • @gobindalahkar3218
    @gobindalahkar3218 Рік тому +9

    মানুহ বোৰ ইমান স্বৰ্থপৰ হব পাৰে।লুৰিণ দাৰ দৰে মানুহ এজনক বিধানসভালৈ পথোৱাৰ খুবেই প্ৰয়োজন আছিল। আশাকৰোঁ অনাগত দিনত সেই সমষ্টিৰ মানুহে যি ভূল কৰিলে দুনাই আৰু নকৰে।বিধান সভাৰ বাবে বৰ্তমান সময়ত এজন উপযুক্ত নেটা হল লুৰিণ দা

  • @harishsarma7230
    @harishsarma7230 Рік тому +4

    অতি সুন্দৰ প্ৰদৰ্শন কৰিছে।
    আমি অসমীয়া আমি আপোনাৰ লগত আছোঁ আৰু আগলৈ থাকিম ।❤❤❤🙏🙏🙏🙂👍😊

  • @tankswargohain6701
    @tankswargohain6701 Рік тому +4

    লুৰিনজোতি গগৈ এজন শক্তিশালী, ভাল নেতা। এইটো সত্য শুদ্ধ কথা।

  • @mdeka1847
    @mdeka1847 Рік тому +2

    লুৰীণদাৰ আলোচনা খিনি চাই বহুত ভাল লাগিল ৷ কেবল ডলাৰ বগৰী হ'বৰ ছেচ্টা নকৰিব ৷ এদিন দেখিব আপুনি বিচৰা কামটো আপোনাৰ বাবেই ওচৰতে অপেক্ষা কৰি আছে ৷ আপুনি এজন গণিতত নাম থকা ব্যক্তি ৷ গণিতশাস্ত্ৰৰ জড়িয়তে হলেও কিছুমান কাম কৰিব লাগিব ৷ যাক লগ পাবলৈ টান ৷

  • @ranjitgowsami7891
    @ranjitgowsami7891 Рік тому +17

    সুন্দৰ উপস্থাপন গগৈ দাদা

  • @dhirendrakumarbaruah6906
    @dhirendrakumarbaruah6906 Рік тому +9

    Nahorkotiyaar raaije thogibo nelagisil Gogoi devok.....amar support aase etiyaaoo....best of luck.....jatiyotabaad loi agbaarhi goi thakok. ...

  • @samsulhaque4571
    @samsulhaque4571 Рік тому +11

    Thank you l.j.g.

  • @Shantana_Rajkhowa
    @Shantana_Rajkhowa Рік тому +7

    God bless you ❤ 🙏 ❤❤❤❤❤❤❤❤

  • @comrdegaming567
    @comrdegaming567 Рік тому +3

    বাকী যি নহওঁক এঙ্কৰজনৰ জাতীয়তাবাদী গুণটো দেখি ভাল লাগিল।direct question কৰিছে।

  • @mainavlogs8241
    @mainavlogs8241 Рік тому +1

    Bohut val lagile onuchthan tu

  • @manjugohain6786
    @manjugohain6786 Рік тому +4

    ধন্যবাদ লুৰিণজোতি গগৈ । চিন্তা ধাৰাৰ প্ৰতি আদৰণি জনাইছো । উজ্জ্বল ভবিষ্যতৰ কামনা কৰিলো । জয় আই অসম ।

  • @makibulhusain2342
    @makibulhusain2342 Рік тому +15

    Dada adin C. M hobo

  • @Rongmonstudio
    @Rongmonstudio Рік тому +3

    লুৰিণ গগৈ লগত সদায় আছো❤️🔥

  • @khagengogoi3510
    @khagengogoi3510 Рік тому +1

    I like Lurinjyoti n his Coment. His dicition is right.

  • @dipakhazarika8292
    @dipakhazarika8292 4 місяці тому

    অতি সুন্দৰ ।

  • @bharatiborah8630
    @bharatiborah8630 Рік тому +2

    লুৰীন জ্যোতিগগৈ অসমৰ পৰা ছাত্র সন্থা কৰি পিছত ৰাজনৈতিক দল খুলি চৰকাৰগঠনো কৰিলে কিন্তু তাৰ পিছত অসমৰ কি উন্নতি কৰিলে সকলো অবগত এতিয়া কথা হল ৰাজনৈতিক দল গঠন নকৰি নিবাচন নেখেলাকৈ দেশৰ সেৱা কৰিব নোৱাৰি নেকি?

  • @kripalsaikia924
    @kripalsaikia924 Рік тому +3

    শেষৰ জন আছু ৰ প্ৰকৃত কৰ্মী ।

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800 Рік тому +3

    I am with you as an Assamese for ever.

  • @DuluGogoi-hk5yp
    @DuluGogoi-hk5yp Рік тому +1

    . Good good. L.gogoi.

  • @palashborah5319
    @palashborah5319 Рік тому +1

    আপুনি কংগ্ৰেছৰ নেগুৰত ধৰি আগবাঢ়িছে আৰু AGP যে BJP ৰ ।এইয়া আমাৰ দুৰ্ভাগ্য।এইয়া আমাৰ জাতীয়তাবাদ

  • @phukanvlog1123
    @phukanvlog1123 Рік тому +2

    বহুত ভাল লাগিল ।❤

  • @7gc970
    @7gc970 Рік тому +5

    গগৈৰ ৰাজনৈতি বুলি এটা উপাধিৰ কথা কৈই অপমান নকৰিব আহোম জাতিৰক লৈ অপমান নকৰিব কোনোবাই দলত নেতৃত্বত দিছে সেই দলৰ নাম লব । আহোম জাতিৰ নাম লৈই ৰাজনৈতি নকৰিব আমি আহোম ত
    বহুত উপাধিৰ আহোম আছো ।

  • @NasiurRahman-qg7vw
    @NasiurRahman-qg7vw Рік тому

    thank you lurin da

  • @janeali7937
    @janeali7937 Рік тому +9

    BJP R main leader samujjal bhatachayra.

    • @pratimasarma1737
      @pratimasarma1737 Рік тому

      সি নেগুৰ নাইকীয়া ই বিজেপিৰ নেগুৰ ত ধৰি বৈতৰণী পাৰ হ'ব বুলি ভাবিছে।

  • @harineogneog1732
    @harineogneog1732 Рік тому +8

    লেৰিণজ্যোতি গগৈ ডাঙৰীয়াই কথাষাৰ কলেও ৰ্বতমান
    সময়ত বিষয়বস্তুৰ গভীৰতা অলপ বেলেগধৰণৰ ।

  • @user-un7mu4gb6s
    @user-un7mu4gb6s Рік тому +71

    এদিন অসমৰ মুখ্যমন্ত্ৰী হব ।।

  • @joyantakumargogoi9204
    @joyantakumargogoi9204 Рік тому +4

    ধৈৰ্য্যৰ ফল সদায় মিঠা।অসম সদায় তোমাৰ লগত।

  • @gorima153
    @gorima153 Рік тому +34

    সুবিধা বাদি বোৰে লুৰিণজোতিক বিশ্বাস ঘাটকতা কৰিলে । কিন্তু এদিন সফলতাৰ বাটত খোজ দিবই।

  • @darpandeka5141
    @darpandeka5141 Рік тому +19

    সচাকৈ লুৰিণ জ্যোতি গগৈক মানিব লাগিব। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেওঁৰ লক্ষ্য, উদ্দেশ্য পূৰণ কৰক ।

  • @hikmatali4896
    @hikmatali4896 Рік тому +1

    লুৰিণজ্যোতি গগৈ ডাঙৰীয়া পৰাজয় হ'ল সেয়া স্বাভাৱিক কাৰণ ৰাজনীতিত হৰা-জিকা আছেই। কিন্তু কংগ্ৰে দলে পৰাজয় বৰণ কৰিলে একমাত্ৰ লুৰিণ জ্যোতি গগৈ আৰু অখিল গগৈৰ কাৰণেই আৰু বি জে পি দলৰ চৰকাৰ হ'ল মাথোঁ এই দুই গগৈৰ কাৰণতেই। এয়া তেতিয়াই কংগ্ৰেৰ নেতা সকলে নিজমুখেৰেই স্বীকাৰ কৰিছিল কাৰণ একাংশয় অযথা এ আই ইউ ডি এফৰ কাৰণে বি জে পি আহিল বুলি কয় যদিও সেয়া সম্পূৰ্ণ মিছা কথা কাৰণ তেতিয়া কংগ্ৰেছ দলে এ আই ইউ ডি এফক এৰি দিছিল মাত্ৰ ১৬ খন আসনহে। নাওবৈচা সমষ্টিখনো কংগ্ৰেছ দলে কাঢ়ি লৈছিল এ আই ইউ ডি এফৰ পৰা যাৰ বাবেই মামুন ইমদাদুল হক চৌধুৰীক এ আই ইউ ডি এফৰ টীকট দিব পৰা নাছিল। কংগ্ৰেছৰ ভোট বিভাজন এ আই ইউ ডি এফে কৰা নাছিল দুই গগৈয়েহে কৰিছিল। ৰাজনীতিৰ কি পাশাখেল কংগ্ৰেছ দলে এ আই ইউ এফৰ নিচিনা ১৬জন বিধায়কক থকা দলক বাদ দি আকৌ তিনি গগৈৰ লগত মিত্ৰতা কৰিলে । এইবাৰ ইহঁতৰ নাও আগত কৈ বেছি ভোটত পৰাজয়হে হব।

  • @rgrg5472
    @rgrg5472 Рік тому +2

    কলা অধ্যায়ৰ কংগ্ৰেছতকৈ অধিক জগৰীয়া অগপ আৰু তাৰ পাছত আপোচকামী আছু নহয় নে ? আৰু বৰ্তমান যি চৰকাৰ চলি আছে ই-টো আৰু ভয়ানক তথা জগৰীয়া । কংগ্ৰেছ আছিল প্ৰত্যক্ষ, অগপ আছু আৰু বৰ্তমানৰ বিজেপি পৰোক্ষ শত্ৰু যি কংগ্ৰেছতকৈ বেছি ভয়ংকৰ-

  • @dipjyotidas3867
    @dipjyotidas3867 Рік тому

    লুৰিন দা আপোনাৰ লগত আছোঁ।

  • @badaruddinahmed6446
    @badaruddinahmed6446 Рік тому +5

    ❤❤

  • @sarmilaekka1181
    @sarmilaekka1181 Рік тому +3

    খুব সুন্দৰ এটি অনুষ্ঠান ।ভাল লাগিল ।বিশেষকৈ বৰ্তমান অসম স্বাভিমান জাতীয়তাবাদী আদৰ্শৰ প্ৰতি কিমান দুৰ্বল অভাৱ সেই কথা দিল্লীয়ে জানে কাৰণে অসমৰ আজি এই অবস্থা ।গতিকে আশা আছে আমাৰ লুৰিনজ্যোতিদাই ভবিষ্যতে নিজ আদৰ্শৰে এই দুৰ্বলতা অভাৱ দূৰ কৰিব।ভগৱানে তেখেতৰ মংগল কৰক।

  • @dndeb3576
    @dndeb3576 Рік тому +21

    অখিল গগৈ লুৰীন গগৈ গৌৰৱ গগৈ ভুপেন বৰা জোনেই মুখ্য মন্ত্ৰী হয় হওঁক অসমত কংগ্ৰেছ চৰকাৰ হব লাগে

  • @jugalkishor4219
    @jugalkishor4219 Рік тому +31

    প্ৰিয় নেতা লুৰিণজ্যোতি

  • @lakhyeswarborah614
    @lakhyeswarborah614 Рік тому +1

    লুৰিণজ্যোতিৰ বক্তব্য আমি সমৰ্থন জনাইছোঁ ।এই আলচনাটোৰ দ্বাৰাই আ জা পৰিষদৰ মুল উদেশ্য হৃদয়ঙ্গম কৰাত সহায়ক হব বুলি মোৰ ধাৰণা ।

  • @dipakkalita7034
    @dipakkalita7034 Рік тому +4

    অস্তিত্ব ৰক্ষাৰ্থে অসম আন্দোলন কৰাৰ পৰা আজিলৈ সকলো নেতাই অসমীয়া ৰাইজক থগিলে । এতিয়া ৰাইজে বিশ্বাস নকৰা হোল ,কিন্তু লুৰিন সম্পৰ্কত অলপ চিন্তা কৰাৰ দৰকাৰ আছে ,বৰ্তমান কিন্তু নিতি আদৰ্শ ত চলা মানুহ ৰ ৰাইজৰ ওচৰত মূল্য হিন হোৱা দেখা যায় ।

  • @tahimabegum5896
    @tahimabegum5896 Рік тому +18

    Lurinjyoti gogoi is our true leader l hope he may success in his life,

  • @gouravburagohain597
    @gouravburagohain597 7 місяців тому

    লুৰিণজে্্যাতি জিন্দাবাদ জয় আই অসম

  • @phuleswarthengal2506
    @phuleswarthengal2506 Рік тому +3

    Good.conversation.

  • @prabalbania4477
    @prabalbania4477 Рік тому +5

    Highly appreciated.clear and positive attitude.Long Live L J.Gogoi.Time is waiting for you.

  • @daspiglets1866
    @daspiglets1866 Рік тому +7

    আজি কালি ভাল কথাৰ দিন নাই।সছা কথাৰ ভাত নাই

  • @atulchandrabora5360
    @atulchandrabora5360 Рік тому

  • @jitendrakumarkalita4012
    @jitendrakumarkalita4012 Рік тому +2

    Dont worry, go ahead with your head high.

  • @basantaborah7325
    @basantaborah7325 Рік тому +4

    Best lider

  • @DuluGogoi-nt5ts
    @DuluGogoi-nt5ts Рік тому +3

    Jai ai akhom l

  • @razzkhan8687
    @razzkhan8687 Рік тому +4

    My hope next cm lurin

  • @jugalkishor4219
    @jugalkishor4219 Рік тому +41

    সমুজ্জ্বল ককাই কেতিয়া ছাত্ৰসন্হাৰ পৰা আতৰিব

    • @ranjitgowsami7891
      @ranjitgowsami7891 Рік тому +9

      চান্দা উঠাব পৰা লৈকে তেওঁ থাকিব😅

    • @digantadeka7201
      @digantadeka7201 Рік тому +7

      সি নাবালক হয়,,,, আজীবন।

    • @dipakgogoi5084
      @dipakgogoi5084 Рік тому +4

      ​@@ranjitgowsami7891চৰকাৰ লগত বুজাবুজি কৰি কা আন্দোল চৰকাৰী আন্দোলন কৰা । এতিয়া সমষ্টি পুনৰ গঠন কৰাৰ পিছত চৰকাৰক সমৰ্থন কৰি মুনাফা লুটিবলৈকে সমুজ্জল বুঢ়া হৈও ছাত্র হৈ আছে।

    • @deepjyotiborah4708
      @deepjyotiborah4708 Рік тому +3

      @@dipakgogoi5084 akdom hosa kotha koisa ca andulon tu fildolt loi goi borbad kora manuh jon hoisa homujal

  • @nirugogoi4576
    @nirugogoi4576 Рік тому

    লুৰিন সদায় সত্য ত থাকিবা ভবিষ্যত ভাল হব

  • @arupdutta3692
    @arupdutta3692 Рік тому +2

    Nice 👍

  • @gobindihingia5406
    @gobindihingia5406 Рік тому +3

    Brave

  • @rgrg5472
    @rgrg5472 Рік тому +1

    অধিবেশন আৰম্ভ হোৱাৰ আগতেই কৈছো, লুৰিণক আউট কৰি ককা আৰু ককাৰ পাৰ্টনাৰবোৰে নাটকীয় ৰূপত ৰৈ যাব । সেয়ে হ'ল ! লুৰিণক আছুয়ে কেতিয়াও সহায় কৰাৰ আদেশ নাপাব ককা থকালৈ, গতিকে লুৰিণে জাতীয়তাবাদীৰ শিবিৰ একেটা কৰাৰ স্বাৰ্থত অখিলৰ লগত একেখন মঞ্চলৈ যাব লাগে-

  • @rojoniprovabaruah5461
    @rojoniprovabaruah5461 Рік тому +1

    কংগ্ৰেছৰ ভূলৰ বাবে 855 জন ছহিদ হোৱা নাছিল,এইটো প্ৰফুল্ল মহন্ত কে আদি কৰি ছাত্ৰ সংগঠন ৰ ভূল নীতিৰ বাবে হৈছিল যেন লাগে।কিয়নো প্ৰফুল্ল কুমাৰ মহন্ত ই Cm হৈ পিছত কি কৰিলে?

  • @probalkhataniar2919
    @probalkhataniar2919 Рік тому +26

    এদিন ভাল দিন আহিব লুৰিণ।

    • @sandhiram9574
      @sandhiram9574 Рік тому

      আৰু অতি কম২০ বছৰ পিছত হয়তো !

    • @sandhiram9574
      @sandhiram9574 Рік тому

      শোনিত ভূঞাই এইজনাৰ পৰা কিয় ইমান মিছা আশাবাদী।

    • @dipakgogoi5084
      @dipakgogoi5084 Рік тому

      ​@@sandhiram9574 আপুনি বিজেপি সমৰ্থন কৰিছে কিন্তু আপোনাৰ নামটো কিয় আধা লিখি লুকুৱাই ৰাখি চোৰৰ দৰে লিখিছে । আপোনাৰ নিচিনা চোৰ বিলাকেহে অসমীয়া বিৰোধী বিজেপি সমৰ্থন কৰে। কা বিজেপিয়ে
      অনাৰ বাবে হিন্দু বাংলাদেশী হিচাপে বিজেপি সমৰ্থন কৰে নে ? 1500 টকাৰ কাৰণে অসমীয়া বিৰোধী বিজেপি সমৰ্থন কৰে ? আপুনি নিজৰ পৰিচয় দিবলৈ সাহস কৰক। আৰু কিয় বিজেপি সমৰ্থন কৰে উত্তৰ দিয়ক যদি 1500 টকা মাল নাইকিয়া মাথা নহয় বুলি প্ৰমাণ কৰিবলৈ।

  • @birajbaruah4606
    @birajbaruah4606 Рік тому +23

    বহুত ভাল লাগিল অনুষ্ঠানটো | ধন্যবাদ |

  • @saikiaanupam85
    @saikiaanupam85 Рік тому +5

    সহস্ৰ অবিশ্বাসৰ চকুত বিশ্বাসৰ জ্যোতি বিয়পাই কষটি শিলত ঘঁহা সোন হওক Lurin Jyoti Gogoi.

  • @RanjitBordoloi-xk1mh
    @RanjitBordoloi-xk1mh Рік тому +1

    We already had bitter experience with all these so called ',jatiotabadis'; so how long we will be ceated again & again

  • @gunakantabaruah6243
    @gunakantabaruah6243 24 дні тому

    সমুজল ভট্টাচাৰ্য এতিয়াও ছাত্ৰ নেতা । তেওঁ এই বয়সতো ছাত্ৰৰ লগত। আপুনি লগতে আৰু কেইজনমান এতিয়া ৰাজনীতিলৈ।কিয় ৰাজনীতি খেলিলেহে মানুহৰ নেতা ছাত্ৰ হ'লে নহয়? বহুতে বৰ বেয়াকৈ কয়। কেতিয়াবা নেতা হ'ব কিমান আশা। নহ'লে ভোট ফলা নেতা নহয়নে। জাতীয়তাবাদী জানো কেতিয়াবা চৰকাৰ হ'ব। আগৰ গৰু যেনি পিছৰ গৰু তেনিয়ে।নহয়নে ?

  • @ShambhuGhosh-dc9hk
    @ShambhuGhosh-dc9hk Рік тому +2

    L gogoi jidabad

  • @phanimadhabsaikia5227
    @phanimadhabsaikia5227 Рік тому +2

    Lurun Jyoty tumi sinta aru bhoi nokoriba agbahi jua ami asu tumar logot kabol Assam r sarthat Joy Ai Assom

  • @hazarika3679
    @hazarika3679 Рік тому +1

    Lurin is a upcoming great leader with dynamic personality for future constructive positive politics of future Assam.... Long live

  • @hiranyarajkhowa4119
    @hiranyarajkhowa4119 Рік тому +1

    Unique and ultimate programme. Lurinjyoti gogoi k black mailing korile heiya hosa kotha. Reporter Sunit Kumar bhuyan 100% hosa kotha koise.Aji ASSU e nijor Soritro ketiabai herruai pelaise

  • @rtamuli8511
    @rtamuli8511 Рік тому +2

    অসমৰ কোনোবা জাতীয় সংগঠণৰ কেইজনমানে বিজেপিয়ে মাতিলে টিকট ল'বলৈ ৰৈথকাযেন লাগে

  • @usermridul41
    @usermridul41 Рік тому +7

    ককাইদেউ ও জাতিয়তাবাদ তেন্তে কংগ্ৰেছতহে আপুনি পাইছে,অকল ক্ষমতাৰ কাৰণে আপুনি সকলো কৰিব পাৰে যিটো কথা আমি সাধাৰণ জনতাই বুজি পালো দেই ।

  • @user-my2bt7sg1d
    @user-my2bt7sg1d Рік тому

    Good news 😄😄😄

  • @anuphazarika1849
    @anuphazarika1849 Рік тому +2

    বৰ্তমান সময়ত আম আদমী পাৰ্টি অন্য ৰাজনৈতিক দলতকৈ অলপ ভাল যেন লাগিছে, গগৈ ডাঙৰীয়াৰ দৰে ব্যক্তি সেই দলত সোমালে নিশ্চয় কিবা ভাল হ'ব যেন লাগিছে

  • @kripalsaikia924
    @kripalsaikia924 Рік тому +1

    সকলোৱে দিলে

  • @sibaprasadsaikia1966
    @sibaprasadsaikia1966 Рік тому +1

    Brighten the corner where you are.

  • @hajatgogoi1620
    @hajatgogoi1620 Рік тому +2

    দুটা দলে মিলি জুলি ৰাজনীতি খেলক Congress ৰ লগত হাত নিমিলালে ভাল হ'ব।

  • @vfs9685
    @vfs9685 Рік тому +1

    Sir bhaben Chowdhury k matok table t

  • @joyrambaruah8067
    @joyrambaruah8067 Рік тому +9

    খুউব সুন্দৰ অনুষ্ঠান। লুৰিনৰ দৰে আদৰ্শবাদী নেতা আমাক অতিকে প্ৰয়োজন। আমাৰ আৰ্শীবাদ আৰু সহযোগিতা সদায় থাকিব।

  • @nakuldutta8642
    @nakuldutta8642 Рік тому +2

    I am a Ex aasu .I support you

  • @baharulislam9075
    @baharulislam9075 Рік тому +2

    Lurin Jyoti AASU ari dia r pesoth AASU hoi thaka ni yatia.

  • @mr.nabarun
    @mr.nabarun Рік тому +2

    জাতীয়তাবাদী ভাৱধাৰাৰ মাজত থকা লোকে ৰাষ্ট্ৰীয়তাবাদী ৰ লগত জড়িত হৈ কি বিচাৰিছে?

  • @mixtvne6684
    @mixtvne6684 Рік тому +13

    One day Lurin wl CM.

  • @dipdeka224
    @dipdeka224 Рік тому +2

    dada adin CM hobo

  • @bishwadeepgogoi5436
    @bishwadeepgogoi5436 Рік тому

    অখিল গগৈ আৰু লুৰিণজ‍্যোতি গগৈৰ ভিতৰত কোনো এজনে ভৱিষ্যতে অসমৰ নতৃত্ব ল'বই লাগিব। নহ'লে কণৌজীয়ানৰ দপদপনিৰ ওৰ নপৰিব। বাঘৰ গোজৰণি চিনিব নোৱাৰা অসমীয়াই বিধানসভাত শিয়াল আৰু ছাগলীৰ হুৱ হুৱা/ বে-বেৱনী শুনিবলৈ ছাগে নিশ্চয় ভালেই পাব।

  • @bmohanta9007
    @bmohanta9007 Рік тому +1

    কিছুমান সংগঠনে অসমৰ বিভিন্ন জতিৰ জাতীয় স্বার্থক বিক্ৰী কৰি ব্যক্তিগত স্বাৰ্থ পূৰণ কৰিবলৈ ধৰিছে।
    সেই কাৰণে দিনক দিনে এই সংগঠন বোৰে জন সমৰ্থন হেৰোৱাইছে।।
    জন মানসত আজি অসমৰ জাতীয় সংগঠন সমূহ জাতিৰ দালাল দৰে এখন ঘিননীয় ছবি হৈ প্ৰতিফলিত হৈছে।

  • @rabingogoi9377
    @rabingogoi9377 Рік тому +1

    Lllllllllllkkkklllmmmmmmmmmmkkkkkkkkkkkkkkkmmjkmkkkkkkkkkkkkkkkkkkmkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkmkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkmkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkkmm..

  • @Progresh123
    @Progresh123 Рік тому

    গগৈ ডাঙৰীয়া,আপোনালোকে কংগ্ৰেছৰ লগ নিৰ্বাচন খেলিলে আপোনালোকৰ আদৰ্শটো আদৰ্শ হৈয়ে থাকিব নহয়নে৷কি যে হাঁহি উঠা কথা কয়৷বিজেপি যেনেকৈ এটা ভয়ংকৰ বিপদজনক দল,তেনেকৈয়ে কংগ্ৰেছেও এটা অসমবাসীৰ ভয়ানক বিশ্বাসঘাটক দল৷কাকনো বুলিম ককা,দাঢ়ি-চুলি পক৷গতিকে সকলোয়ে একে হয়৷

  • @biju435
    @biju435 Рік тому +14

    He will definitely become a great Cm at future...

  • @sandhiram9574
    @sandhiram9574 Рік тому +7

    এইজনে বৰ্তমান নহয় আৰু২০বছৰ মান পিছত হয়তো অলপ কিবা নেতা হ'ব পাৰে নেকি?এইজনে আজিকালি বিদেশীৰ নামকিয় নলয়?।

  • @rajkumarbarman5417
    @rajkumarbarman5417 Рік тому +21

    Our dearest brothers LurinjyotiGogoi and Akhil Gogoi are requested to lead strongly for enlisting as ST the 6 communities,,,

  • @bishnuprasaddeka8800
    @bishnuprasaddeka8800 Рік тому

    Sapport AJP.

  • @manashpratimdutta2923
    @manashpratimdutta2923 Рік тому +31

    Long live Lurin Jyoti Gogoi, his personality and idiology.......

  • @brojenkhargharia15
    @brojenkhargharia15 Рік тому

    Lurinjyote god bless you

  • @kirongogoi1424
    @kirongogoi1424 Рік тому +6

    আপোনাৰ হাক্ষাৎকাৰ টো চাই বহুত বহুত ভাললাগি্ল। আপোনাৰ স্তীত আতল থাকক, সকলো চাভিমানী অসমীয়া আপোনাৰ লগত থাকিব বুলি আখাবাদি

  • @makibulhusain2342
    @makibulhusain2342 Рік тому +2

    More otikoy favorite leder

  • @anjanjyotibora9263
    @anjanjyotibora9263 Рік тому +1

    It's Lurin who destroyed the credibility of AASU for his selfish political ambitions

  • @stephensoren468
    @stephensoren468 Рік тому

    Nex c,m must be tree gogoi in assam thanks

  • @Rantiramkumar
    @Rantiramkumar Рік тому

    Lurin da love u..

  • @binoyabhoypuria8319
    @binoyabhoypuria8319 Рік тому +1

    Tumi adin C.M hoba

  • @dbhargab
    @dbhargab Рік тому +7

    মোক এবাৰ মুখ্যমন্ত্ৰী পাতক কথা দিছো অসমীয়াৰ সকলো সমস্যা দূৰ কৰিম ,মোক কোনো দৰমহা নালাগে কোনো চৰকাৰী সা সুবিধা নালাগে ।মাত্ৰ ৫ বছৰ সময় দিয়ক ,অসমীয়াক সোণৰ অসম উপহাৰ দিম মই ।শুদ্ধ এন আৰ চি ,অসমীয়া ভাষা বাধ্যতামূলক ,সকলো সমষ্টিত এখনকৈ কৃষি ফাৰ্ম,জন্ম নিয়ন্ত্ৰণ,পৰিবেশ প্ৰদূষণ বন্ধ কৰা,গছ গছনি কটা বন্ধ কৰা, অন্তত ১২ শ্রেণীলৈ সকলোৰে শিক্ষা বাধ্যতামূলক আৰু সম্পূৰ্ণ বিনামূলীয়া,চৰকাৰী আচঁনি সম্পূৰ্ণ ৰূপে বন্ধ,বিনামূলীয়া স্বাস্থ্য সেৱা ,গুটখা,মদ,ধপাঁত সম্পূৰ্ণৰূপে বন্ধ লগতে আলফা সমস্যা ইত্যাদি ইত্যাদি🙏

  • @pranjalpegu6706
    @pranjalpegu6706 Рік тому +1

    কংগেছে যিমান অাছু শনিয়ায় কৰিলে তাতৈক সিতাকো সিমান শনিয়ায় কৰা নাছিল ৰাৱনে

  • @debajitsaikia4319
    @debajitsaikia4319 Рік тому +6

    দীপাংক নাথ সুবিধাবাদী মানুহ যেন লাগে সময়ত দেখা যাব

  • @janardonborgohain3801
    @janardonborgohain3801 Рік тому +1

    Question bura Articulate aru specific kori hudhibole hikibo lge.

  • @anglingandfarmingatassam389

    Aibilakok khali choki khon lage baki dekh gol bharme,.... Jati, mati, bhti, xhokriti sob biki kori khali choki khon pale hol.... Lurin da apunr uport axha ase juvoprajanmar, apuni activ houk ami logot asu, kintu choki khon pai apuniu tankkua nohoi jate, xhi karone manuha kaku bishak koribo nibisare, apuni xhi bishaktu gurai anibo parileha jatiyata bad ako ghuri ahibo

  • @KailashBarman-ej8md
    @KailashBarman-ej8md Рік тому

    লুৰিনৰ আপোনাক ধন্যবাদ